Difference between revisions of "Arduino/C2/Electronic-components-and-connections/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 | '''Time''' | '''Narration''' |- | 00:01 | '''Electronic components আৰু connections''' স্প’কেন টিউট’ৰিয়েলটোল...") |
|||
Line 145: | Line 145: | ||
|- | |- | ||
| 03:41 | | 03:41 | ||
− | |'''9 volt battery''' ৰ '''Positive''' সংযুক্ত হৈ আছে দ্বিতীয় '''rail'' ত | + | |'''9 volt battery''' ৰ '''Positive''' সংযুক্ত হৈ আছে দ্বিতীয় '''rail''' ত |
|- | |- |
Latest revision as of 14:10, 25 January 2020
Time | Narration |
00:01 | Electronic components আৰু connections স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Breadboard কেনেকৈ ব্যৱ্হাৰ কৰা হয় আৰু ইয়াৰ ইন্তাৰনেল কানেকচনচ, |
00:14 | Breadboard ত LED, PushButton আৰু
Seven Segment Display |
00:23 | এই চিৰিজ অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব:
ইলেকট্রনিক উপাদানৰ যেনে resistors, push-button, LED ইত্যাদি |
00:34 | খোলা চাৰ্কিত, বন্ধ চাৰ্কিত, |
00:38 | চিৰিয়েল আৰু পাৰেলেল কানেকচনচ, |
00:41 | বেটেৰিচ, প’জিতিভ আৰু নিগেতিভ ভল্টেজ |
00:47 | এই টিউট’ৰিয়েলটো নিম্ন উপাদানসমূহ ব্যৱ্হাৰ কৰি ৰেকৰ্ড কৰা হৈছে: Breadboard, |
00:54 | LED বা Tri Colour LED, Push Button, |
01:00 | Resistor আৰু Seven Segment Display |
01:06 | breadboard দেখিবলৈ এনেকুৱা হয় |
01:11 | breadboard এখন হৈছে এটা দিভাইচ চাৰ্কিত এটাৰ উপাদানসমূহ ধৰি ৰাখিবলৈ আৰু সিহঁতক একেলগে সংযোগ কৰিবলৈ |
01:18 | আমি breadboard এখনত ইলেকট্ৰনিক চাৰ্কিত এটা বনাব পাৰো কোনো চ’ল্দাৰিং নকৰাকৈ |
01:25 | ওপৰৰ দুটা ৰেইলচ আৰু তলৰ দুটা ৰেইলচক কোৱা হয় power rails |
01:31 | ফুটাবোৰৰ ওপৰৰ ৰৌটো পৰস্পৰে সংযুক্ত হৈ থাকে আৰু ইয়াত মাৰ্কদ কৰা থাকে ৰঙা দতচ আৰু নীলা দতচৰে |
01:41 | মন কৰিব যে breadboard খনৰ মাজতে কানেকচন বন্ধ হয় |
01:46 | মাজত, ওয়াৰৰ কৌলমচ পৰস্পৰে সংযুক্ত হৈ থাকে |
01:51 | উদাহৰণস্বৰূপে, সকলোখিনি মাৰ্কদ কৰা সেউজীয়া ফুটা পৰস্পৰে সংযুক্ত হৈ আছে ।
কিন্তু, সিহঁত হালধীয়া ফুটাবোৰৰ লগত সংযুক্ত নহয় |
02:02 | পাছত আমি শিকিম LED ৰ বিষয়ে ।
LED ৰ অৰ্থ হৈছে light emitting diode |
02:11 | ই এটা ৰঙীন পোহৰ দিয়ে যেতিয়া ইয়াৰ মাজেদি কাৰেন্ট প্ৰবাহিত হয় |
02:16 | LED এটাৰ দুটা leads থাকে, anode আৰু cathode নামৰ |
02:22 | দীঘল lead টো হৈছে anode । ইয়াক positive voltage ৰ সৈতে সংযুক্ত কৰিব লাগে |
02:29 | চুটি lead টো হৈছে cathode । ইয়াক ground ৰ সৈতে সংযুক্ত কৰিব লাগে |
02:35 | Tri-color LED হৈছে LED ৰ এটা উন্নত ভাৰ্চন যিয়ে তিনিটা ভিন্ন ৰং দিয়ে |
02:43 | ইয়াৰ চাৰিটা pin আছে । দীঘল lead টোক কোৱা হয় common lead |
02:50 | বাকীথকা তিনিটা pin হৈছে ৰঙা, সেউজীয়া আৰু নীলা ৰঙৰ LED ৰ বাবে |
02:57 | দুই প্ৰকাৰৰ Tri-color LED হৈছে: common anode আৰু common cathode |
03:07 | common anode ভাৰ্চনত, common lead টো positive voltage ৰ সৈতে সংযুক্ত হৈ থাকিব লাগে |
03:14 | common cathode ভাৰ্চনত, common lead টো ground ৰ সৈতে সংযুক্ত হৈ থাকিব লাগে |
03:21 | পাছত, আমি Resistor ৰ বিষয়ে শিকিম |
03:25 | resistor এটা ব্যৱ্হাৰ কৰা হয় চাৰ্কিতত প্ৰবাহিত হৈ থকা কাৰেন্টক সীমিত কৰিবলৈ |
03:30 | এতিয়া, আহক এটা সৰল চাৰ্কিত বনাওঁ এটা LED, এটা resistor আৰু এখন breadboard ব্যৱ্হাৰ কৰি |
03:37 | ইমেজখনে সঠিক সংযোগক দেখুৱায় |
03:41 | 9 volt battery ৰ Positive সংযুক্ত হৈ আছে দ্বিতীয় rail ত |
03:46 | 9 volt battery ৰ Negative সংযুক্ত হৈ আছে প্ৰথম rail ত |
03:51 | Anode (যিহৈছে Right lead) LED টোৰ, সংযুক্ত হৈ আছে breadboard খনৰ দ্বিতীয় ৰেইলৰ সৈতে এটা resistor ৰ দ্বাৰা |
04:00 | Cathode (যিহৈছে Left lead) LED টোৰ, সংযুক্ত হৈ আছে breadboard খনৰ প্ৰথম ৰেইলৰ সৈতে |
04:08 | এইটো হৈছে LED কানেকচনৰ লাইভ চেতাপ |
04:13 | আপুনি দেখিছে যে LED টো জ্বলিছে, কাৰণ আমি ব্যৱহাৰ কৰা কানেকচন সঠিক হৈছে |
04:21 | এতিয়া, আমি মানুহে কৰা সাধাৰণ ভুলবিলাক চাম breadboard ব্যৱ্হাৰ কৰি কানেকচনচ কৰোতে |
04:29 | এই কানেকচনত, LED জ্বলা নাই কাৰণ কানেকচনচ সঠিক হোৱা নাই |
04:36 | resistor আৰু LED এটাৰ পাছত আনটোকে থোৱা হৈছে |
04:41 | power rails ক বাদ দি breadboard ৰ ফুটাবিলাক কৌলম অনুসৰি সংযুক্ত হৈছে |
04:47 | গতিকে, LED টোৰ anode আৰু resistor lead ৰ মাজত কোনো কানেকচন হোৱা নাই ।
ই LED টোক আইচ’লেত কৰিছে |
04:57 | পাছৰ কানেকচনত, LED টোৰ cathode টো দ্বিতীয় rail ৰ সৈতে সংযুক্ত হৈছে |
05:04 | LED টোৰ anode টো প্ৰথম rail ৰ সৈতে সংযুক্ত হৈছে resistor টোৰ দ্বাৰা |
05:10 | এই চাৰ্কিতত কানেকচনচ যেনে হ’ব লাগে তাৰ বিপৰীত হৈছে ।
সেইবাবে LED টো জ্বলা নাই |
05:18 | পাছত, আমি push button ৰ বিষয়ে শিকিম |
05:23 | এটা push button হৈছে এটা সৰল switch পদ্ধতি যিয়ে চাৰ্কিত এটাত দুটা পইন্তক সংযুক্ত কৰে যেতিয়া টিপা হয় |
05:31 | Push button সাধাৰণতে চাৰিটা ঠেঙৰ সৈতে আহে |
05:35 | নিৰপেক্ষভাবে switch টোৰ অৱস্থান অনুসৰি, ঠেঙ A আৰু C সদায় সংযুক্ত হৈ থাকে |
05:43 | একেদৰে, ঠেঙ B আৰু D সদায় সংযুক্ত হৈ থাকে |
05:48 | যেতিয়া switch টো টিপা হয় চাৰিওটা ঠেঙ পৰস্পৰে সংযুক্ত হয় |
05:53 | এতিয়া, আহক আগৰ চাৰ্কিতটোত এটা push button যোগ কৰো আৰু ইয়াক ব্যৱ্হাৰ কৰো LED টোৰ অৱস্থাক সলাবলৈ |
06:02 | ইমেজটোৱে সঠিক কানেকচনচক দেখুৱাইছে ।
LED anode টো সংযুক্ত হৈছে দ্বিতীয় power rail ত যিহৈছে প’জিতিভ ভল্টেজ এটা resistor আৰু এটা push button ৰ দ্বাৰা |
06:15 | আহক লাইভ চেতাপ কানেকচন চাওঁ |
06:19 | যেতিয়া push button টো টিপা হয়, LED টো আশাকৰা দৰে জ্বলে |
06:25 | যিহেতু push button ত চাৰিটা ঠেঙ আছে, চাৰ্কিতটো লগতে বেলেগ ধৰণেওঁ বনাব পাৰি |
06:32 | push button ৰ ঠেঙ B ক ব্যৱহাৰ কৰাৰ পৰিবৰ্তে, আমি ঠেঙ D ব্যৱ্হাৰ কৰিছো |
06:38 | যিহেতু সিহঁত ইন্তাৰনেলি পৰস্পৰে সংযুক্ত হৈ আছে, LED টো জ্বলে যেতিয়া push button টো টিপা হয় |
06:45 | পাছত, আমি মানুহে কৰা সাধাৰণ ভুলবিলাক চাম push buttons ব্যৱ্হাৰ কৰোতে |
06:52 | এই ইমেজখন চাওঁক ।
LED টোৰ anode টো সংযুক্ত হৈ আছে দ্বিতীয় power rail ৰ সৈতে, push button ৰ ঠেঙ A আৰু C ৰ দ্বাৰা |
07:03 | মনত ৰাখিব push button ৰ ঠেঙ A আৰু C ইন্তাৰনেলি সংযুক্ত হৈ থাকে |
07:10 | গতিকে, LED টোৰ anode টো সদায় সংযুক্ত হৈ থাকে দ্বিতীয় power rail ৰ সৈতে, push button ৰ নিৰপেক্ষভাবে |
07:19 | এই চাৰ্কিতত LED টো সদায় জ্বলে, আনকি push button টো OFF হৈ থাকিলেওঁ |
07:26 | আহক এতিয়া seven-segment display লৈ যাওঁ |
07:31 | seven-segment display ত সাতটা LEDs নাম্বাৰ এইতৰ আকাৰত সজোৱা থাকে |
07:38 | দুই প্ৰকাৰৰ seven-segment displays: হৈছে common anode আৰু common cathode seven segment display |
07:49 | এটা common cathode seven-segment display ত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব +5Volts ৰ সৈতে |
08:02 | দুটা COM pins সংযুক্ত হৈ থাকিব লাগিব ground (GND) ৰ সৈতে |
08:07 | common anode display টো হৈছে একেবাৰে বিপৰীত |
08:11 | ইয়াত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব ground ৰ সৈতে ।
আৰু, দুটা COM pins সংযুক্ত হৈ থাকিব লাগিব +5Volts ৰ সৈতে |
08:26 | এতিয়া, আহক চাওঁ কেনেকৈ seven-segment display এটাক সংযুক্ত কৰা হয় breadboard ত আৰু সকলো LEDs জ্বলোৱা হয় |
08:35 | ইয়াত ব্যৱহৃত হোৱা seven-segment display, ইমেজত, হৈছে এটা common anode |
08:41 | গতিকে, common anode টো সংযুক্ত হৈ আছে দ্বিতীয় power rail ৰ সৈতে এটা resistor ৰ দ্বাৰা |
08:48 | LED pins a, b, c, d, e, f, g, dot সংযুক্ত হৈ আছে প্ৰথম power rail ৰ সৈতে |
08:56 | যদি কানেকচনটো সঠিক হয়, আমি দেখিম যে সকলো LEDs জ্বলিব |
09:02 | আহক লাইভ চেতাপ কানেকচন চাওঁ |
09:05 | আমি দেখিছো seven segment display ৰ সকলো চেগমেন্ত জ্বলিছে |
09:11 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
09:17 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Breadboard ৰ বিষয়ে আৰু ইয়াৰ ইন্তাৰনেল কানেকচনচ, |
09:24 | Breadboard ত LED, PushButton আৰু
Seven Segment Display |
09:33 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
09:41 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে ।
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
09:51 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
09:57 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।
আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
10:04 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
10:07 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে ।
অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
10:17 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
10:26 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:37 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
সংযোগ কৰাৰ বাবে ধন্যবাদ |