Difference between revisions of "Linux-Old/C2/Ubuntu-Software-Center/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
m (Nancyvarkey moved page Linux/C2/Ubuntu-Software-Center/Assamese to Linux-Old/C2/Ubuntu-Software-Center/Assamese without leaving a redirect)
 
(One intermediate revision by one other user not shown)
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
|0:00
+
|00:00
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
  
 
|-
 
|-
|0:04
+
|00:04
 
|এই টিউটৰিয়েলত আমি শিকিম— উবুণ্টু চফট্‌ৱেৰ কেনেকৈ,
 
|এই টিউটৰিয়েলত আমি শিকিম— উবুণ্টু চফট্‌ৱেৰ কেনেকৈ,
 
|-
 
|-
|0:09
+
|00:09
 
| উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
| উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  
 
|-
 
|-
|0:16
+
|00:16
 
|উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰনো কি?
 
|উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰনো কি?
  
 
|-
 
|-
|0:18
+
|00:18
 
| ই হৈছে উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ পৰিচালনা কৰা এটা আহিলা।
 
| ই হৈছে উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ পৰিচালনা কৰা এটা আহিলা।
 
    
 
    
 
|-
 
|-
|0:23
+
|00:23
 
| ইয়াক চফট্‌ৱেৰ সন্ধান, ডাউনলোড, ইনষ্টল, আপডেট বা আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।
 
| ইয়াক চফট্‌ৱেৰ সন্ধান, ডাউনলোড, ইনষ্টল, আপডেট বা আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।
 
      
 
      
 
|-
 
|-
|0:30
+
|00:30
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰে প্ৰতিটো চফট্‌ৱেৰৰ পৰ্যালোচনা আৰু ৰেটিংও প্ৰদৰ্শন কৰে।
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰে প্ৰতিটো চফট্‌ৱেৰৰ পৰ্যালোচনা আৰু ৰেটিংও প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|0:36
+
|00:36
 
| ইয়াৰ ফলত ব্যৱহাৰ কৰাৰ আগতেই চফট্‌ৱেৰটোৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰে।
 
| ইয়াৰ ফলত ব্যৱহাৰ কৰাৰ আগতেই চফট্‌ৱেৰটোৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰে।
 
      
 
      
 
|-
 
|-
|0:41
+
|00:41
 
| ই চফট্‌ৱেৰটোৰ এক ক্ৰমিক বুৰঞ্জীও সংৰক্ষণ কৰে।
 
| ই চফট্‌ৱেৰটোৰ এক ক্ৰমিক বুৰঞ্জীও সংৰক্ষণ কৰে।
  
 
|-
 
|-
|0:45
+
|00:45
 
| এই স্পকেন টিউটৰিয়েলত আমি উবুণ্টু ভাৰ্চন 11.10-অত উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰিছোঁ।
 
| এই স্পকেন টিউটৰিয়েলত আমি উবুণ্টু ভাৰ্চন 11.10-অত উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰিছোঁ।
  
 
|-
 
|-
|0:52
+
|00:52
 
| এই টিউটৰিয়েল শিকি যাবৰ বাবে
 
| এই টিউটৰিয়েল শিকি যাবৰ বাবে
  
 
|-
 
|-
|0:54
+
|00:54
 
| আপুনি ইণ্টাৰনেটৰ সৈতে যুক্ত হৈ থকাটো প্ৰয়োজনীয়।
 
| আপুনি ইণ্টাৰনেটৰ সৈতে যুক্ত হৈ থকাটো প্ৰয়োজনীয়।
  
 
|-
 
|-
|0:56
+
|00:56
 
| আপুনি চিচটেম এডমিনিষ্ট্ৰেটৰ হোৱাটো অথবা আপোনাৰ চফট্‌ৱেৰ ইনষ্টল কৰিবলৈ এডমিনিষ্ট্ৰেটৰ ৰাইট থকাটো প্ৰয়োজনীয়।
 
| আপুনি চিচটেম এডমিনিষ্ট্ৰেটৰ হোৱাটো অথবা আপোনাৰ চফট্‌ৱেৰ ইনষ্টল কৰিবলৈ এডমিনিষ্ট্ৰেটৰ ৰাইট থকাটো প্ৰয়োজনীয়।
  
 
|-
 
|-
|1:04
+
|01:04
 
| আপোনাৰ Launcher-অত থকা উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ আইকনত ক্লিক কৰক।
 
| আপোনাৰ Launcher-অত থকা উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|1:08
+
|01:08
 
| ই উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’ খোল খুৱায়।
 
| ই উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’ খোল খুৱায়।
  
 
|-
 
|-
|1:12
+
|01:12
 
| উইণ্ড’খনৰ ওপৰৰ বাওঁফালে All Software, Installed আৰু History বাটন দেখা পোৱা যায়।
 
| উইণ্ড’খনৰ ওপৰৰ বাওঁফালে All Software, Installed আৰু History বাটন দেখা পোৱা যায়।
  
 
|-
 
|-
|1:19
+
|01:19
 
| ওপৰৰ সোঁকোণত Search ঘৰটো দেখা যায়।
 
| ওপৰৰ সোঁকোণত Search ঘৰটো দেখা যায়।
  
 
|-
 
|-
|1:23
+
|01:23
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’খন দুটা পেনেলত বিভক্ত হৈ থাকে।
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’খন দুটা পেনেলত বিভক্ত হৈ থাকে।
  
 
|-
 
|-
|1:28
+
|01:28
 
| বাওঁফালৰ পেনেলখনে চফট্‌ৱেৰৰ কেটেগৰী তালিকা প্ৰদৰ্শন কৰে।
 
| বাওঁফালৰ পেনেলখনে চফট্‌ৱেৰৰ কেটেগৰী তালিকা প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|1:33
+
|01:33
 
| সোঁফালৰ পেনেলখনে What’s New আৰু Top Rated প্ৰদৰ্শন কৰে।
 
| সোঁফালৰ পেনেলখনে What’s New আৰু Top Rated প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|1:38
+
|01:38
 
| What’s New পেনেলখনে নতুনকৈ প্ৰকাশ কৰা চফট্‌ৱেৰৰ তালিকা দেখুৱায়।
 
| What’s New পেনেলখনে নতুনকৈ প্ৰকাশ কৰা চফট্‌ৱেৰৰ তালিকা দেখুৱায়।
  
 
|-
 
|-
|1:42
+
|01:42
 
| Top Rated পেনেলখনে ব্যৱহাৰকীৰৰ পৰা বেছি ৰেটিং পোৱা আৰু সঘনাই ডাউনলোড হোৱা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শন কৰে।
 
| Top Rated পেনেলখনে ব্যৱহাৰকীৰৰ পৰা বেছি ৰেটিং পোৱা আৰু সঘনাই ডাউনলোড হোৱা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|1:51
+
|01:51
 
| আহক, আমি কেটেগৰী ভিত্তিত চফট্‌ৱেৰ বিচাৰি চাওঁ।
 
| আহক, আমি কেটেগৰী ভিত্তিত চফট্‌ৱেৰ বিচাৰি চাওঁ।
  
 
|-
 
|-
|1:55
+
|01:55
 
| বাওঁফালৰ পেনেলৰ Internet-অত ক্লিক কৰক।
 
| বাওঁফালৰ পেনেলৰ Internet-অত ক্লিক কৰক।
  
 
|-
 
|-
|1:58
+
|01:58
 
| ইণ্টাৰনেট চফট্‌ৱেৰৰ আৰু ইণ্টাৰনেট কেটেগৰীৰ বেছি ৰেটিং পোৱা চফট্‌ৱেৰৰ এখন তালিকা প্ৰদৰ্শিত হয়।
 
| ইণ্টাৰনেট চফট্‌ৱেৰৰ আৰু ইণ্টাৰনেট কেটেগৰীৰ বেছি ৰেটিং পোৱা চফট্‌ৱেৰৰ এখন তালিকা প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|2:05
+
|02:05
 
| লক্ষ্য কৰক যে কিছুমান চফট্‌ৱেৰ এটা বৃত্তৰ ভিতৰত এটা শুদ্ধ চিনেৰে প্ৰদৰ্শিত হৈছে।
 
| লক্ষ্য কৰক যে কিছুমান চফট্‌ৱেৰ এটা বৃত্তৰ ভিতৰত এটা শুদ্ধ চিনেৰে প্ৰদৰ্শিত হৈছে।
  
 
|-
 
|-
|2:10
+
|02:10
 
| ই এই কথা সূচায়ছে যে সেই চফট্‌ৱেৰটো ইতিমধ্যেই আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে।
 
| ই এই কথা সূচায়ছে যে সেই চফট্‌ৱেৰটো ইতিমধ্যেই আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে।
  
 
|-
 
|-
|2:15
+
|02:15
 
| ইণ্টাৰনেট কেটেগৰীৰ অধিক চফট্‌ৱেৰ চাবলৈ All আইকনত ক্লিক কৰক।
 
| ইণ্টাৰনেট কেটেগৰীৰ অধিক চফট্‌ৱেৰ চাবলৈ All আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|2:21
+
|02:21
 
| ইণ্টাৰনেট কেটেগৰীৰ সকলো চফট্‌ৱেৰ উইণ্ড’খনত প্ৰদৰ্শিত হয়।
 
| ইণ্টাৰনেট কেটেগৰীৰ সকলো চফট্‌ৱেৰ উইণ্ড’খনত প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|2:26
+
|02:26
 
| আপুনি চফট্‌ৱেৰবিলাক ‘নাম হিচাপে’, ‘বেছি ৰেটিং পোৱা হিচাপে’ অথবা ‘নতুনবিলাক প্ৰথমতে হিচাপে’ও সজাব পাৰে।
 
| আপুনি চফট্‌ৱেৰবিলাক ‘নাম হিচাপে’, ‘বেছি ৰেটিং পোৱা হিচাপে’ অথবা ‘নতুনবিলাক প্ৰথমতে হিচাপে’ও সজাব পাৰে।
  
 
|-
 
|-
|2:32
+
|02:32
 
| ওপৰৰ সোঁকোণত থকা ড্ৰপ-ডাউনত ক্লিক কৰোঁ আহক।
 
| ওপৰৰ সোঁকোণত থকা ড্ৰপ-ডাউনত ক্লিক কৰোঁ আহক।
  
 
|-
 
|-
|2:36
+
|02:36
 
| তালিকাখনৰ পৰা By Top Rated নিৰ্বাচন কৰক।
 
| তালিকাখনৰ পৰা By Top Rated নিৰ্বাচন কৰক।
  
 
|-
 
|-
|2:40
+
|02:40
 
| ইণ্টাৰনেট চফট্‌ৱেৰবিলাক ৰেটিঙৰ ক্ৰম অনুযায়ী সজ্জিত হৈছে।
 
| ইণ্টাৰনেট চফট্‌ৱেৰবিলাক ৰেটিঙৰ ক্ৰম অনুযায়ী সজ্জিত হৈছে।
  
 
|-
 
|-
|2:45
+
|02:45
 
| আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ সম্পূৰ্ণ তালিকা চাবলৈ
 
| আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ সম্পূৰ্ণ তালিকা চাবলৈ
  
 
|-
 
|-
|2:50
+
|02:50
 
| Installed বাটনত ক্লিক কৰক
 
| Installed বাটনত ক্লিক কৰক
  
 
|-
 
|-
|2:53
+
|02:53
 
| চফট্‌ৱেৰৰ কেটেগৰী প্ৰদৰ্শিত হয়।
 
| চফট্‌ৱেৰৰ কেটেগৰী প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|2:56
+
|02:56
 
| Sound and Video-অৰ সন্মুখত থকা সৰু তিনিকোণীয়া বাটনত ক্লিক কৰক।
 
| Sound and Video-অৰ সন্মুখত থকা সৰু তিনিকোণীয়া বাটনত ক্লিক কৰক।
  
 
|-
 
|-
|3:02
+
|03:02
 
| চাউণ্ড আৰু ভিডিঅ’ৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শিত হয়।
 
| চাউণ্ড আৰু ভিডিঅ’ৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|3:08
+
|03:08
 
| এতিয়া All Software-অত ক্লিক কৰোঁ আৰু ড্ৰপ-ডাউনখনৰ পৰা Provided by Ubuntu নিৰ্বাচন কৰোঁ।
 
| এতিয়া All Software-অত ক্লিক কৰোঁ আৰু ড্ৰপ-ডাউনখনৰ পৰা Provided by Ubuntu নিৰ্বাচন কৰোঁ।
  
 
|-
 
|-
|3:14
+
|03:14
 
| উবুণ্টুৱে যোগান ধৰা সকলোবোৰ চফট্‌ৱেৰৰ তালিকা দেখা যায়।
 
| উবুণ্টুৱে যোগান ধৰা সকলোবোৰ চফট্‌ৱেৰৰ তালিকা দেখা যায়।
  
 
|-
 
|-
|3:19
+
|03:19
 
| এতিয়া, আহক আমি VLC Media Player চফট্‌ৱেৰটো ইনষ্টল কৰোঁ।
 
| এতিয়া, আহক আমি VLC Media Player চফট্‌ৱেৰটো ইনষ্টল কৰোঁ।
  
 
|-
 
|-
|3:24
+
|03:24
 
| ওপৰৰ সোঁফালে থকা Search বাকচত VLC বুলি টাইপ কৰক।
 
| ওপৰৰ সোঁফালে থকা Search বাকচত VLC বুলি টাইপ কৰক।
  
 
|-
 
|-
|3:29
+
|03:29
 
| VLC Media Player প্ৰদৰ্শিত হয়।
 
| VLC Media Player প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|3:33
+
|03:33
 
| এতিয়া Install-অত ক্লিক কৰক।
 
| এতিয়া Install-অত ক্লিক কৰক।
  
 
|-
 
|-
|3:35
+
|03:35
 
| অথেণ্টিকেশ্যন ডায়লগ বাকচটো ওলায়।
 
| অথেণ্টিকেশ্যন ডায়লগ বাকচটো ওলায়।
  
 
|-
 
|-
|3:38
+
|03:38
 
| আপোনৰ চিচটেমৰ পাছৱৰ্ড ভৰাওক।
 
| আপোনৰ চিচটেমৰ পাছৱৰ্ড ভৰাওক।
  
 
|-
 
|-
|3:42
+
|03:42
 
| Authenticate-অত ক্লিক কৰক।
 
| Authenticate-অত ক্লিক কৰক।
  
 
|-
 
|-
|3:44
+
|03:44
 
| বাৰডাল লক্ষ্য কৰক, ই দেখুৱাইছে যে VLC ইনষ্টল হৈ আছে।
 
| বাৰডাল লক্ষ্য কৰক, ই দেখুৱাইছে যে VLC ইনষ্টল হৈ আছে।
  
 
|-
 
|-
|3:50
+
|03:50
 
| ইনষ্টল কৰিবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইনষ্টলেশ্যনে কিছু সময় ল’ব পাৰে।  
 
| ইনষ্টল কৰিবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইনষ্টলেশ্যনে কিছু সময় ল’ব পাৰে।  
  
 
|-
 
|-
|3:57
+
|03:57
 
| ওপৰত থকা বাটনেও ইনষ্টলেশ্যনৰ প্ৰগতি দৰ্শায়।
 
| ওপৰত থকা বাটনেও ইনষ্টলেশ্যনৰ প্ৰগতি দৰ্শায়।
  
 
|-
 
|-
|4:02
+
|04:02
 
| ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অন্যান্য চফট্‌ৱেৰ একচেচ কৰিব পাৰে।
 
| ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অন্যান্য চফট্‌ৱেৰ একচেচ কৰিব পাৰে।
  
 
|-
 
|-
|4:07
+
|04:07
 
| VLC ইনষ্টল হৈ যোৱাৰ পিছত VLC-ৰ কাষত এটা সৰু শুদ্ধ চিন দেখা পোৱা যায়।
 
| VLC ইনষ্টল হৈ যোৱাৰ পিছত VLC-ৰ কাষত এটা সৰু শুদ্ধ চিন দেখা পোৱা যায়।
  
 
|-
 
|-
|4:13
+
|04:13
 
| সোঁকাষে Remove বাটনটো প্ৰদৰ্শিত হয়।
 
| সোঁকাষে Remove বাটনটো প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|4:17
+
|04:17
 
| আপুনি যদি VLC আনইনষ্টল কৰিব বিচাৰে, তেনেহ’লে Remove বাটনত সাধাৰণভাৱে ক্লিক কৰক।
 
| আপুনি যদি VLC আনইনষ্টল কৰিব বিচাৰে, তেনেহ’লে Remove বাটনত সাধাৰণভাৱে ক্লিক কৰক।
  
 
|-
 
|-
|4:23
+
|04:23
 
| একেধৰণেই, অন্যান্য চফট্‌ৱেৰ আপুনি বিচাৰিব আৰু ইনষ্টল কৰিব পাৰে।
 
| একেধৰণেই, অন্যান্য চফট্‌ৱেৰ আপুনি বিচাৰিব আৰু ইনষ্টল কৰিব পাৰে।
  
 
|-
 
|-
|4:29
+
|04:29
 
| এতিয়া, আহক আমি History চাওঁ।
 
| এতিয়া, আহক আমি History চাওঁ।
  
 
|-
 
|-
|4:31
+
|04:31
 
| ই আমি কৰা সকলোবোৰ সাল-সলনি, যেনে— ইনষ্টলেশ্যন,
 
| ই আমি কৰা সকলোবোৰ সাল-সলনি, যেনে— ইনষ্টলেশ্যন,
  
 
|-
 
|-
|4:37
+
|04:37
 
| আপডেট আৰু চফট্‌ৱেৰ গুচাই পেলোৱা আদি চাবলৈ দিয়ে।
 
| আপডেট আৰু চফট্‌ৱেৰ গুচাই পেলোৱা আদি চাবলৈ দিয়ে।
  
 
|-
 
|-
|4:40
+
|04:40
 
| History-ত ক্লিক কৰক। History ডায়লগ বাকচটো ওলায়।
 
| History-ত ক্লিক কৰক। History ডায়লগ বাকচটো ওলায়।
  
 
|-
 
|-
|4:45
+
|04:45
 
| আপুনি আপোনাৰ হিষ্টৰী All Changes, Installation, Updates আৰু Removals হিচাপে চাব পাৰে।
 
| আপুনি আপোনাৰ হিষ্টৰী All Changes, Installation, Updates আৰু Removals হিচাপে চাব পাৰে।
  
 
|-
 
|-
|4:51
+
|04:51
 
| All Changes-অত ক্লিক কৰক।  
 
| All Changes-অত ক্লিক কৰক।  
  
 
|-
 
|-
|4:53
+
|04:53
 
| সকলোবোৰ সাল-সলনি অৰ্থাৎ ইনষ্টলেশ্যন, আপডেট আৰু ৰিমুভেলচৰ এখন তালিকা প্ৰদৰ্শিত হয়।
 
| সকলোবোৰ সাল-সলনি অৰ্থাৎ ইনষ্টলেশ্যন, আপডেট আৰু ৰিমুভেলচৰ এখন তালিকা প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|5:01
+
|05:01
 
| আপুনি ইনষ্টল হৈ থকা চফট্‌ৱেৰ নিয়মিতভাৱে আপডেটো কৰিব পাৰে।
 
| আপুনি ইনষ্টল হৈ থকা চফট্‌ৱেৰ নিয়মিতভাৱে আপডেটো কৰিব পাৰে।
  
 
|-
 
|-
|5:07
+
|05:07
 
| উবুণ্টু আৰু উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় অধিক তথ্য উবুণ্টু ৱেবচাইটত পাব।<Pause>   
 
| উবুণ্টু আৰু উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় অধিক তথ্য উবুণ্টু ৱেবচাইটত পাব।<Pause>   
  
 
|-
 
|-
|5:17
+
|05:17
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় টিউটৰিয়েলৰ ইয়াতে সামৰণি পৰিছে।
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় টিউটৰিয়েলৰ ইয়াতে সামৰণি পৰিছে।
  
 
|-
 
|-
|5:21
+
|05:21
 
| এই টিউটৰিয়েলত আমি উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ কেনেকৈ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে শিকিলো।
 
| এই টিউটৰিয়েলত আমি উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ কেনেকৈ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে শিকিলো।
  
 
|-
 
|-
|5:26
+
|05:26
 
| উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ কেনেকৈ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰা হয়, সেই বিষয়েও শিকিলো।  
 
| উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ কেনেকৈ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰা হয়, সেই বিষয়েও শিকিলো।  
  
 
|-
 
|-
|5:36
+
|05:36
 
| এইখিনিতে আপোনাৰ বাবে কৰিবলগীয়া কাম—
 
| এইখিনিতে আপোনাৰ বাবে কৰিবলগীয়া কাম—
  
 
|-
 
|-
|5:39
+
|05:39
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰি Thunderbird ডাউনলোড আৰু ইনষ্টল কৰক।
 
| উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰি Thunderbird ডাউনলোড আৰু ইনষ্টল কৰক।
  
 
|-
 
|-
|5:46
+
|05:46
 
| এই লিংকত থকা ভিডিঅ’টো চাওক—
 
| এই লিংকত থকা ভিডিঅ’টো চাওক—
  
 
|-
 
|-
|5:49
+
|05:49
 
| ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
 
| ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
  
 
|-
 
|-
|5:52
+
|05:52
 
|If you do not have good bandwidth, you can download and watch it  আপোনাৰ বেণ্ডৱাইথ ভাল নহ’লে আপুনি সেইটো ডাউনলোড কৰিও চাব পাৰে।
 
|If you do not have good bandwidth, you can download and watch it  আপোনাৰ বেণ্ডৱাইথ ভাল নহ’লে আপুনি সেইটো ডাউনলোড কৰিও চাব পাৰে।
  
 
|-
 
|-
|5:57
+
|05:57
 
| স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটোৱে
 
| স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটোৱে
  
 
|-
 
|-
|5:59
+
|05:59
 
| স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে,
 
| স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে,
  
 
|-
 
|-
|6:02
+
|06:02
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
  
 
|-
 
|-
|6:06
+
|06:06
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
  
 
|-
 
|-
|6:12
+
|06:12
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
|6:17
+
|06:17
 
| ইয়াত National Mission on Education through ICT, MHRD, Government of India -ই সহায়তা আগবঢ়াইছে।
 
| ইয়াত National Mission on Education through ICT, MHRD, Government of India -ই সহায়তা আগবঢ়াইছে।
 
  
 
|-
 
|-
|6:24
+
|06:24
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য  
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য  
 
|-
 
|-
|6:28
+
|06:28
 
| spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।  
 
| spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।  
  
 
|-
 
|-
|6:35
+
|06:35
 
| এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
 
| এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Latest revision as of 17:49, 6 September 2018

Time Narration
00:00 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:04 এই টিউটৰিয়েলত আমি শিকিম— উবুণ্টু চফট্‌ৱেৰ কেনেকৈ,
00:09 উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
00:16 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰনো কি?
00:18 ই হৈছে উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ পৰিচালনা কৰা এটা আহিলা।
00:23 ইয়াক চফট্‌ৱেৰ সন্ধান, ডাউনলোড, ইনষ্টল, আপডেট বা আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।
00:30 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰে প্ৰতিটো চফট্‌ৱেৰৰ পৰ্যালোচনা আৰু ৰেটিংও প্ৰদৰ্শন কৰে।
00:36 ইয়াৰ ফলত ব্যৱহাৰ কৰাৰ আগতেই চফট্‌ৱেৰটোৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰে।
00:41 ই চফট্‌ৱেৰটোৰ এক ক্ৰমিক বুৰঞ্জীও সংৰক্ষণ কৰে।
00:45 এই স্পকেন টিউটৰিয়েলত আমি উবুণ্টু ভাৰ্চন 11.10-অত উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰিছোঁ।
00:52 এই টিউটৰিয়েল শিকি যাবৰ বাবে
00:54 আপুনি ইণ্টাৰনেটৰ সৈতে যুক্ত হৈ থকাটো প্ৰয়োজনীয়।
00:56 আপুনি চিচটেম এডমিনিষ্ট্ৰেটৰ হোৱাটো অথবা আপোনাৰ চফট্‌ৱেৰ ইনষ্টল কৰিবলৈ এডমিনিষ্ট্ৰেটৰ ৰাইট থকাটো প্ৰয়োজনীয়।
01:04 আপোনাৰ Launcher-অত থকা উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ আইকনত ক্লিক কৰক।
01:08 ই উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’ খোল খুৱায়।
01:12 উইণ্ড’খনৰ ওপৰৰ বাওঁফালে All Software, Installed আৰু History বাটন দেখা পোৱা যায়।
01:19 ওপৰৰ সোঁকোণত Search ঘৰটো দেখা যায়।
01:23 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’খন দুটা পেনেলত বিভক্ত হৈ থাকে।
01:28 বাওঁফালৰ পেনেলখনে চফট্‌ৱেৰৰ কেটেগৰী তালিকা প্ৰদৰ্শন কৰে।
01:33 সোঁফালৰ পেনেলখনে What’s New আৰু Top Rated প্ৰদৰ্শন কৰে।
01:38 What’s New পেনেলখনে নতুনকৈ প্ৰকাশ কৰা চফট্‌ৱেৰৰ তালিকা দেখুৱায়।
01:42 Top Rated পেনেলখনে ব্যৱহাৰকীৰৰ পৰা বেছি ৰেটিং পোৱা আৰু সঘনাই ডাউনলোড হোৱা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শন কৰে।
01:51 আহক, আমি কেটেগৰী ভিত্তিত চফট্‌ৱেৰ বিচাৰি চাওঁ।
01:55 বাওঁফালৰ পেনেলৰ Internet-অত ক্লিক কৰক।
01:58 ইণ্টাৰনেট চফট্‌ৱেৰৰ আৰু ইণ্টাৰনেট কেটেগৰীৰ বেছি ৰেটিং পোৱা চফট্‌ৱেৰৰ এখন তালিকা প্ৰদৰ্শিত হয়।
02:05 লক্ষ্য কৰক যে কিছুমান চফট্‌ৱেৰ এটা বৃত্তৰ ভিতৰত এটা শুদ্ধ চিনেৰে প্ৰদৰ্শিত হৈছে।
02:10 ই এই কথা সূচায়ছে যে সেই চফট্‌ৱেৰটো ইতিমধ্যেই আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে।
02:15 ইণ্টাৰনেট কেটেগৰীৰ অধিক চফট্‌ৱেৰ চাবলৈ All আইকনত ক্লিক কৰক।
02:21 ইণ্টাৰনেট কেটেগৰীৰ সকলো চফট্‌ৱেৰ উইণ্ড’খনত প্ৰদৰ্শিত হয়।
02:26 আপুনি চফট্‌ৱেৰবিলাক ‘নাম হিচাপে’, ‘বেছি ৰেটিং পোৱা হিচাপে’ অথবা ‘নতুনবিলাক প্ৰথমতে হিচাপে’ও সজাব পাৰে।
02:32 ওপৰৰ সোঁকোণত থকা ড্ৰপ-ডাউনত ক্লিক কৰোঁ আহক।
02:36 তালিকাখনৰ পৰা By Top Rated নিৰ্বাচন কৰক।
02:40 ইণ্টাৰনেট চফট্‌ৱেৰবিলাক ৰেটিঙৰ ক্ৰম অনুযায়ী সজ্জিত হৈছে।
02:45 আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ সম্পূৰ্ণ তালিকা চাবলৈ
02:50 Installed বাটনত ক্লিক কৰক
02:53 চফট্‌ৱেৰৰ কেটেগৰী প্ৰদৰ্শিত হয়।
02:56 Sound and Video-অৰ সন্মুখত থকা সৰু তিনিকোণীয়া বাটনত ক্লিক কৰক।
03:02 চাউণ্ড আৰু ভিডিঅ’ৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শিত হয়।
03:08 এতিয়া All Software-অত ক্লিক কৰোঁ আৰু ড্ৰপ-ডাউনখনৰ পৰা Provided by Ubuntu নিৰ্বাচন কৰোঁ।
03:14 উবুণ্টুৱে যোগান ধৰা সকলোবোৰ চফট্‌ৱেৰৰ তালিকা দেখা যায়।
03:19 এতিয়া, আহক আমি VLC Media Player চফট্‌ৱেৰটো ইনষ্টল কৰোঁ।
03:24 ওপৰৰ সোঁফালে থকা Search বাকচত VLC বুলি টাইপ কৰক।
03:29 VLC Media Player প্ৰদৰ্শিত হয়।
03:33 এতিয়া Install-অত ক্লিক কৰক।
03:35 অথেণ্টিকেশ্যন ডায়লগ বাকচটো ওলায়।
03:38 আপোনৰ চিচটেমৰ পাছৱৰ্ড ভৰাওক।
03:42 Authenticate-অত ক্লিক কৰক।
03:44 বাৰডাল লক্ষ্য কৰক, ই দেখুৱাইছে যে VLC ইনষ্টল হৈ আছে।
03:50 ইনষ্টল কৰিবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইনষ্টলেশ্যনে কিছু সময় ল’ব পাৰে।
03:57 ওপৰত থকা বাটনেও ইনষ্টলেশ্যনৰ প্ৰগতি দৰ্শায়।
04:02 ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অন্যান্য চফট্‌ৱেৰ একচেচ কৰিব পাৰে।
04:07 VLC ইনষ্টল হৈ যোৱাৰ পিছত VLC-ৰ কাষত এটা সৰু শুদ্ধ চিন দেখা পোৱা যায়।
04:13 সোঁকাষে Remove বাটনটো প্ৰদৰ্শিত হয়।
04:17 আপুনি যদি VLC আনইনষ্টল কৰিব বিচাৰে, তেনেহ’লে Remove বাটনত সাধাৰণভাৱে ক্লিক কৰক।
04:23 একেধৰণেই, অন্যান্য চফট্‌ৱেৰ আপুনি বিচাৰিব আৰু ইনষ্টল কৰিব পাৰে।
04:29 এতিয়া, আহক আমি History চাওঁ।
04:31 ই আমি কৰা সকলোবোৰ সাল-সলনি, যেনে— ইনষ্টলেশ্যন,
04:37 আপডেট আৰু চফট্‌ৱেৰ গুচাই পেলোৱা আদি চাবলৈ দিয়ে।
04:40 History-ত ক্লিক কৰক। History ডায়লগ বাকচটো ওলায়।
04:45 আপুনি আপোনাৰ হিষ্টৰী All Changes, Installation, Updates আৰু Removals হিচাপে চাব পাৰে।
04:51 All Changes-অত ক্লিক কৰক।
04:53 সকলোবোৰ সাল-সলনি অৰ্থাৎ ইনষ্টলেশ্যন, আপডেট আৰু ৰিমুভেলচৰ এখন তালিকা প্ৰদৰ্শিত হয়।
05:01 আপুনি ইনষ্টল হৈ থকা চফট্‌ৱেৰ নিয়মিতভাৱে আপডেটো কৰিব পাৰে।
05:07 উবুণ্টু আৰু উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় অধিক তথ্য উবুণ্টু ৱেবচাইটত পাব।<Pause>
05:17 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় টিউটৰিয়েলৰ ইয়াতে সামৰণি পৰিছে।
05:21 এই টিউটৰিয়েলত আমি উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ কেনেকৈ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে শিকিলো।
05:26 উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ কেনেকৈ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰা হয়, সেই বিষয়েও শিকিলো।
05:36 এইখিনিতে আপোনাৰ বাবে কৰিবলগীয়া কাম—
05:39 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰি Thunderbird ডাউনলোড আৰু ইনষ্টল কৰক।
05:46 এই লিংকত থকা ভিডিঅ’টো চাওক—
05:49 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
05:52 If you do not have good bandwidth, you can download and watch it আপোনাৰ বেণ্ডৱাইথ ভাল নহ’লে আপুনি সেইটো ডাউনলোড কৰিও চাব পাৰে।
05:57 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটোৱে
05:59 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে,
06:02 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
06:06 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
06:12 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:17 ইয়াত National Mission on Education through ICT, MHRD, Government of India -ই সহায়তা আগবঢ়াইছে।
06:24 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
06:28 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:35 এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Nancyvarkey, PoojaMoolya