Difference between revisions of "LaTeX/C3/Feedback-diagram-with-Maths/Assamese"
From Script | Spoken-Tutorial
Nancyvarkey (Talk | contribs) m (Nancyvarkey moved page Xfig/C2/Feedback-diagram-with-Maths/Assamese to LaTeX/C3/Feedback-diagram-with-Maths/Assamese without leaving a redirect) |
|||
(One intermediate revision by one other user not shown) | |||
Line 269: | Line 269: | ||
|- | |- | ||
− | |6: 27 | + | |6:27 |
|আমি terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো ইনভোক (invoke) কৰো আহক. | |আমি terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো ইনভোক (invoke) কৰো আহক. | ||
Line 322: | Line 322: | ||
|- | |- | ||
− | |7: 49 | + | |7:49 |
|এটিয়া আমি জি ধৰনে বিছাৰিছিলো সেইধৰনেৰে বক্চটোৰ ভিতৰত mathematical expressionবোৰ দেখা পাম. | |এটিয়া আমি জি ধৰনে বিছাৰিছিলো সেইধৰনেৰে বক্চটোৰ ভিতৰত mathematical expressionবোৰ দেখা পাম. |
Latest revision as of 12:18, 16 May 2018
Time | Narration |
---|---|
0:00 | নমস্কাৰ দৰ্শক সকল. Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম. |
0:05 | এই প্ৰশিক্ষনত, মই, কেনেকৈ এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া কৰিম. |
0:11 | দ্বীতিয় বল্কটোত mathematical expression লক্ষয় কৰক. |
0:16 | এই প্ৰশিক্ষন চোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব. |
0:23 | আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনত প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ কৰি পুৰ্ব (পাছৰ) স্লাইদত ফিগাৰ এটা তৈয়াৰ কৰিম. |
0:36 | এইটো শিকাৰ আগত আপোনি সেই প্ৰশিক্ষনটো শিকা উচিত. |
0:42 | আপোনাক এই প্ৰশিক্ষন শিকাবলৈ প্ৰয়োজন হোৱা সকলোবোৰ শিখনিটো (material) মোক কব দিয়ক. |
0:48 | মই X fig , ভাৰ্চন 3.2 patch level 5 টো ৱয়বহাৰ কৰিম. |
0:52 | আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে আটমিয়তা লাগিব. |
0:56 | আপোনাক image cropping ছফটোৱেৰটো লাগিব. |
1:01 | pdfcropটো Linux আৰু Mac OS X ত কাম কৰে. আমি এই প্ৰশিক্ষনত সেইটোউ দেখোৱাম. |
1:09 | Windowsত Briss, ই কাৰজকৰিও হয়, কিন্ত এই প্ৰশিক্ষনত দেখোৱা নাই. |
1:15 | Xfig টােলেই যাও. |
1:19 | ফাইলটো বাচি লওক, টাৰ পাছত খোলো. |
1:26 | যদি আমি তালিকা খনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষনত প্ৰস্তত কৰা “feedback.fig” ফাইল টো দেখা পাম, ইয়াত ক্লিক কৰক. |
1:42 | আমি এই বক্চ টোৰ ভিতৰত এই ফিগাৰ টো দেখিম. |
1:45 | এইটোক খোলো. |
1:53 | এইটোক ভিতৰলৈ আনি লোৱা যাওক. |
2:01 | এইটোক জোম কৰো. |
2:05 | ফাইলত save as বিকল্পটো ৱয়বহাৰ কৰি আমি এই ফিগাৰটো maths বোলি সংৰক্ষন কৰি থম. |
2:20 | এইটোক সংৰক্ষন কৰি থউ. |
2:24 | আমাৰ উচৰত এতিয়া ফাইল maths.fig আছে. |
2:27 | “Edit টো বাচি লওক আৰু Plant লেখাটোত ক্লিক কৰক. |
2:34 | মোক মাউচটো ইয়ালৈ আনিব দিয়ক. মোক এইটো ডিলিট কৰিব দিয়ক আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়ক. |
2:50 | নিস্চিত হৈ লব যে লিখাৰ সময়ত মাউচটো বক্চটোৰ ভিতৰত থাকে. |
2:56 | "Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ পৰিৱত্তন কৰক. |
3:01 | “done” অত কিল্ক কৰক. |
3:07 | জিহেটো লিখোতে দিঘল হয়, অনয় বোৰৰ উপৰত উপৰা উপৰী হৈ জাব. |
3:12 | লিখা খিনি বক্চটোৰ বাহিৰত লৈ যাও আৰু ইয়াৰ সৈতে কাম কৰো. |
3:23 | মোক ইয়াত কিল্ক কৰিব দিয়ক. |
3:26 | মোক grid mode টো বাচি লব দিয়ক. |
3:31 | আমি ইয়াতে বিছৰা জিকোনো পৰিৱত্তনৰ সৈতে এবাৰ সন্তুস্ট হোৱাৰ পিছত,আমি ইয়াক বক্চটোত পুনৰ ৰাখিব পাৰো. |
3:39 | ফাইল টো সংৰক্ষন কৰো. |
3:44 | combined pdf and latex file বয়ৱহাৰ কৰি export কৰো. |
3:51 | file, Export, combined pdf and latex, Export কৰো আহক. |
4:03 | মই এটা ভুল হোৱা বাৰ্তা পাইচাে, কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে. |
4:11 | মোক terminal লৈ যাব দিয়ক. |
4:13 | মই “ls -lrt” লিখিম. |
4:21 | অামি ফাইল বোৰৰ এখন তালিকা পাম, যি একেবাৰে শেখৰ তালিকা দেখোৱাই. |
4:26 | শেখৰ ফাইল দুটা হৈচে maths.pdf _t আৰু maths.pdf. |
4:33 | আমি “open maths.pdf” নি্ৰদেশটো দিউ আহক. |
4:42 | এইটো ভিতৰলৈ অনা যাওক. |
4:45 | আমি mathematical expression টোৰ অবিহনে বল্ক ডাইগ্ৰামটো দেখা পাম. |
4:50 | এইটো বন্ধ কৰক. |
4:52 | মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t এইটো চাও. |
5:01 | এইটো ইয়াত, এইটো আমি খুলো. |
5:14 | অনুগ্ৰহ কৰি মন কৰিব যে আপোনি emacsৰ বয়ৱহাৰ কৰিব নালাগে. |
5:17 | অাপোনি যিতুতে সুবিধা পায়, সেইটো editor বয়ৱহাৰ কৰিব পাৰে. |
5:22 | আপোনি দেখা পাবা যে “picture” environment টো ৱয়বহাৰ কৰা হৈছে. |
5:26 | ই “include graphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে. আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব. |
5:41 | এতিয়া এই টিউটৰিয়েলত ইতিমধেয় তৈয়াৰ হোৱা maths-bp.tex ফাইলটো খোলো. |
5:59 | মই article class বয়ৱহাৰ কৰিছো. |
6:02 | মই color আৰু graphic x packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t ত বয়ৱহাৰ হৈছিল যিতো আপোনি এবাৰ দেখা পাইছিলে. |
6:15 | মই জিহেতো পৃস্ঠা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই খালি pagestyle বিচাৰু. |
6:20 | শেষত মই maths.pdf_t ফাইলটো অন্তৰভুক্ত কৰিব বিচাৰু |
6:27 | আমি terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো ইনভোক (invoke) কৰো আহক. |
6:42 | আমি maths-bp.pdf প্ৰস্টোত কৰা বাৰ্তাটো পাম. |
6:48 | আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো. |
6:58 | আমি বিচৰা ফাইলটো আমি পাইছো. মোক এইটো zoom কৰিব দিয়ক. |
7:07 | এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি ব্লক টো ভিতৰলৈ নিয়ো. |
7:30 | save আৰু export কৰো আহক. এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতেই আছে. |
7:38 | এই সতর্ক বার্তা টো অপসাৰিত কৰি দিয়ো. |
7:41 | এইটো মোক পুনৰ কম্পাইল কৰিব দিয়ক. |
7:44 | ফাইলটো থকা pdf browser অত ক্লীক কৰাে আহক. |
7:49 | এটিয়া আমি জি ধৰনে বিছাৰিছিলো সেইধৰনেৰে বক্চটোৰ ভিতৰত mathematical expressionবোৰ দেখা পাম. |
7:56 | আমি যদি special flag খন বাছি নলও তেন্তে কি হয় চাউ আহক. |
8:01 | মােক ইয়ালৈ আহিব দিয়ক. |
8:04 | মই লেখাটো পৰিৱৰ্তন কৰো. “Special Flag” ক to “normal” লৈ সলনি কৰক. |
8:25 | ফাইলত গই save কৰক . export কৰক. |
8:37 | মোক কম্পাইল কৰিব দিয়ক. আকৌ ইয়ালৈ আহিব দিয়ক. |
8:41 | আমি বিচৰা মতে সূত্রটো আৰু নাই. |
8:46 | “special flag” k পুনৰ “special” লৈ পৰিৱত্তন কৰক. |
9:03 | Save কৰক আৰু export কৰক. |
9:12 | পুনৰ কম্পাইল কৰক. চাব জাতে ফাইলটো আমি বিচৰা গথনটোত আছে. |
9:18 | এই formulaটোৰ আকাৰ (appearance) কিছু উন্নত কৰা যাউক. |
9:22 | এই খেত্ৰত dfracঅৰ বয়ৱহাৰে fraction টোৰ আকাৰ বেছি ভাল দেখুৱাব. |
9:28 | এইটোলৈ লক্ষয় ৰাখি fracক dfracলৈ সলনি কৰো আহক |
9:38 | ইয়াত কিল্ক কৰক. মাউচটো বক্চটোৰ ভিতৰত ৰাখি থব. |
9:43 | ইয়াত d বহুৱাওক. সমপন্ন হল. Save কৰক export কৰক |
9:52 | “pdflatex” ৱয়বহাৰ কৰি আকৌ এবাৰ কম্পাইল কৰক. |
10:03 | আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাৰ্ত্তা পাম. |
10:11 | LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac কম্মান্দটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোক অন্তৰভুত্ত নকৰিলো. |
10:21 | আমি এইটোক maths-bp.tex ফাইলটোত অন্তৰভুত্ত কৰিব লাগিব. |
10:27 | এইটো কৰা যাওক. emacs লৈ জাও বলক. |
10:35 | “\usepackage{amsmath}” এন্টাৰ টিপক. |
10:41 | ফাইলটো ৰাখি থুৱা যাউক. আকৌ এবাৰ কম্পাইল কৰো আহক. প্ৰথমে বাহিৰলৈ যাও. |
10:49 | এতিয়া মোক পুনৰ কম্পাইল কৰিব দিয়ক. এতিয়া এইটো কম্পাইল হল. এইটোত কিল্ক কৰা যাউক |
10:59 | আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে. |
11:03 | আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ mathematical expressions স্থাপিত কৰা হয়, সেইতো শিকিলো. |
11:11 | এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX কম্মান্দবোৰ মোথেই বোজাই নিদিয়ে. |
11:16 | বয়খাখৰনটো “pdflatex” কম্মান্দটোয়ে কৰে. |
11:20 | কম্পাইলেছনৰ সময়ত LaTeX কম্মান্দবোৰ শুদ্ধ অাৰু বিশ্বাস যোগয় হব লাগিব. |
11:25 | এতিয়া অামি figureটোৰ চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম. |
11:31 | মোক terminal লৈ যাব দিয়ক. |
11:33 | নিদেশটো লিখি দিয়ক “pdfcrop maths-bp.pdf” . এইটো “maths-out.pdf” ইয়াত তৈয়াৰ কৰা ফাইল |
11:53 | Pdfcropএ এই ফাইলটোত এটা প্ৰষ্টা লিখি থকাটো কব. |
11:57 | "pdfcrop” এ এটা input ফাইল লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা ফাইলটো output ফাইলটোত লিখি দিয়ে. |
12:09 | মোৰ চিচ্টেমটোত ইতিমধয় “pdfcrop” টো ইনস্টল কৰা হৈছে. |
12:12 | যদি আপোনাৰ এইটো নাই তেন্তে আপোনি এইটো প্ৰথমে ইনস্টল কৰিব লাগিব. |
12:15 | "open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম। |
12:29 | ইয়াক ভিতৰলৈ আনিম । |
12:31 | চিত্রটো এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে । |
12:34 | খালি স্থান যিটো ইয়াত আছিল সম্পূর্ণ মুছি গল। |
12:38 | আমি এতিয়া এইটোক এই ডকুমেন্টসবোৰলৈ সন্নিবেশ কৰিব পাৰো। |
12:42 | এইটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক । এইটোকোও বন্ধ কৰা যাওক । |
12:52 | স্লাইডলৈ উভতি আহো । |
12:57 | খালি স্থান বোৰ অতৰুৱাবলৈ "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে। |
13:01 | এইটো লিনাক্স, Mac OS X আৰু উইন্ডোজটো কাম কৰে। |
13:08 | আমি Mac OS X -ত ইয়াৰ কাৰ্য বোৰ পৰীক্ষা কৰিছো. কিন্তু আমি এইটোক ইয়াত প্রদর্শন নকৰো । |
13:17 | আমি ইয়াতে এই টিউটোৰিয়েলটোৰ শেষলৈ আহিলো |
13:20 | আমাৰ উচৰত আপোনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক । |
13:27 | বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক । |
13:30 | ফ্লিপ আৰু ৰোটেট নামেৰে অন্যান্য বিকল্পও ব্যবহাৰ কৰক যি এই টিউটোৰিয়ালত উল্লেখ কৰা হোৱা নাই। |
13:36 | বিভিন্ন চিত্র নির্মাণ কৰা চেষ্টা কৰক । library টো চাওক । |
13:41 | ইন্টাৰনেটে অনুসন্ধান কৰক আৰু Xfig প্রাসঙ্গিক তথ্য সিনাক্ত কৰক । |
13:47 | পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-ত উপলব্ধ । এইটিো ইয়াত উপস্থিত । |
14:02 | স্পকেন টিউটোৰিয়েলৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে । |
14:09 | আপোনি ইয়াত উপলব্ধ স্পকেন টিউটোৰিয়েলৰ পৰা LaTeX শিকিব পাৰিব যি আমি অন্য এটা ট্যাবত ডাউনলোড কৰিছো। |
14:19 | Mathematical Typesetting টিউটোৰিয়েলত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে । |
14:29 | টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় । |
14:38 | এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক । |
14:53 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
15:03 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
15:12 | আমি আপোনাৰ অংশগ্রহণ আৰু প্রতিক্রিয়া স্বাগত জনাইছো. |
15:16 | এই পাঠটি অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |