Difference between revisions of "Scilab/C4/Linear-equations-Gaussian-Methods/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:01 |নমস্কাৰ। |- |00:02 |Gauss Elimination আৰু Gauss-Jordan মেথড ব্যবহাৰ কৰি...") |
|||
Line 661: | Line 661: | ||
|11:21 | |11:21 | ||
− | |আই আই টী | + | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |
Latest revision as of 17:29, 31 August 2017
Time | Narration |
00:01 | নমস্কাৰ। |
00:02 | Gauss Elimination আৰু Gauss-Jordan মেথড ব্যবহাৰ কৰি লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেম সমাধানৰ এই টিউটোৰিয়েলত আপোনাক স্বাগত। |
00:12. | এই টিউটোৰিয়েলত আমি শিকিম: |
00:15 | Scilab ব্যবহাৰ কৰি লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেম কিভাবে সমাধান কৰে। |
00:20 | লিনিয়াৰ ইকুয়েসন সমাধান কৰিবলৈ Scilab কোড কিভাবে বিকশিত কৰে। |
00:25 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
00:27 | Scilab 5.3.3 সংস্কৰণৰ সৈতে উবুন্টু 12.04 অপাৰেটিং সিস্টেম। |
00:36 | এই টিউটোৰিয়েলটো অনুশীলন কৰিবলৈ আপোনাৰ Scilab এৰ মৌলিক জ্ঞান আৰু |
00:40 | লিনিয়াৰ ইকুয়েসন সমাধান সম্পর্কে জনা উচিত। |
00:45 | Scilab শিকিবলৈ স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক। |
00:52 | লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেম, ভ্যাৰিয়েবলৰ একেই সেটৰ লিনিয়াৰ ইকুয়েসন্সৰ সীমিত সংগ্রহ হয়। |
01:00 | এতিয়া Gauss elimination মেথড অধ্যয়ন কৰো। |
01:04 | ইকুয়েসন্সৰ সিস্টেম দিয়া হৈছে। |
01:06 | m ইকুয়েসন্স আৰু n আননোনৰ সৈতে A x is equal to b. |
01:12 | আমি augmented (সম্বন্ধিত) ম্যাট্রিক্স নামৰ এটা ম্যাট্রিক্সত ইকুয়েসন্সৰ সিস্টেমৰ কনস্ট্যান্ট b1 পৰা b m এৰ সৈতে ভ্যাৰিয়েবল a1 পৰা a n পর্যন্ত কোএফিসিয়েন্ট লিখো। |
01:27 | আমি সেই augmented matrix ক আপাৰ ট্রাইঅ্যাঙ্গুলাৰ ফর্ম ম্যাট্রিক্সত কিভাবে সলাও? |
01:33 | আমি এইটো ম্যাট্রিক্সৰ ৰোত (সাৰিত) পৰিবর্তনৰ অনুযায়ী কৰো। |
01:40 | এতিয়া Gaussian elimination মেথড ব্যবহাৰ কৰি ইকুয়েসন্সৰ এই সিস্টেম সমাধান কৰো। |
01:45 | সিস্টেম সমাধান কৰাৰ পূর্বে, আমি Gaussian elimination মেথড এৰ বাবে কোড চাও। |
01:52 | কোডৰ প্রথম লাইন হল format e কমা 20. |
01:58 | এইটোৱে সংজ্ঞায়িত কৰে যে উত্তৰত কিমানবোৰ ডিজিট প্রদর্শন হোৱা উচিত। |
02:04 | একক উদ্ধৃতিত অক্ষৰ e দেখায় যে উত্তৰ সাইন্টিফিক নোটেশনত প্রদর্শিত হোৱা উচিত। |
02:12 | সংখ্যা 20 ডিজিটৰ সেই সংখ্যা হয় যি প্রদর্শিত হোৱা উচিত। |
02:17 | কমান্ড funcprot, Scilab ক জনাবলৈ এইটো ব্যবহৃত হয় যে যেতিয়া ভ্যাৰিয়েবল পুনৰায় পৰিভাষিত হয় তেতিয়া কি কৰা উচিত। |
02:26 | আর্গুমেন্ট জিৰো নির্দিষ্ট কৰে যে ভ্যাৰিয়েবল পুনৰায় পৰিভাষিত হলে Scilab এৰ একো কৰাৰ প্রয়োজন নাই। |
02:33 | ভ্যাৰিয়েবল পুনৰায় পৰিভাষিত হলে অন্য আর্গুমেন্ট সতর্কবার্তা বা এৰৰ দেখাবলৈ ব্যবহৃত হয়। |
02:40 | ইয়াৰ পিছত আমি input ফাংশন ব্যবহাৰ কৰো। |
02:43 | এইটোৱে ইউসাৰক এটা ম্যাসেজ দেখাব আৰু ম্যাট্রাইসেস A আৰু b এৰ ভ্যালু প্রাপ্ত কৰিব। |
02:51 | ম্যাসেজ ডবল উদ্ধৃতিত হোৱা উচিত। |
02:55 | ম্যাট্রাইসেস যি ইউসাৰে লিখে, ভ্যাৰিয়েবল A আৰু b ত সংৰক্ষণ কৰা হব। |
03:02 | ইয়াত A এটা কোএফিসিয়েন্ট ম্যাট্রিক্স আৰু b হল সোফালৰ ম্যাট্রিক্স বা কনস্ট্যান্ট ম্যাট্রিক্স। |
03:11 | তাৰপিছত আমি ফাংশন naive gaussian elimination সংজ্ঞায়িত কৰো। |
03:15 | আৰু আমি স্পষ্ট কৰো যে A আৰু b হল naive gaussian elimination ফাংশনৰ আর্গুমেন্ট। |
03:22 | আমি ভ্যাৰিয়েবল x ত আউটপুট সংৰক্ষণ কৰো। |
03:27 | তাৰপিছত আমি size কমান্ড ব্যবহাৰ কৰি ম্যাট্রাইসেস A আৰু b এৰ আকাৰ গনণা কৰো। |
03:34 | যিহেতু এইটো টু ডাইমেনশনেল ম্যাট্রাইসেস, আমি ম্যাট্রিক্স A এৰ আকাৰ সংৰক্ষণ কৰিবলৈ n আৰু n 1ক ব্যবহাৰ কৰো। |
03:42 | একেইভাবে আমি ম্যাট্রিক্স b এৰ বাবে m 1 আৰু p ব্যবহাৰ কৰো। |
03:48 | তাৰপিছত নির্ধাৰণ কৰিব লাগিব যে ম্যাট্রাইসেস ইটো সিটোৰ সৈতে সামঞ্জস্যপূর্ণ হয় কি নহয় আৰু |
03:53 | A স্কোয়াৰ ম্যাট্রিক্স হয় কি নহয়। |
03:57 | n আৰু n 1 সমান নহলে আমি এটা ম্যাসেজ দেখাও যে Matrix A must be square. |
04:05 | n আৰু m one সমান নহলে আমি এটা ম্যাসেজ দেখাও যে: |
04:10 | incompatible dimension of A and b. |
04:15 | ম্যাট্রাইসেস সামঞ্জস্যপূর্ণ হলে আমি ম্যাট্রাইসেস A আৰু b ক এটা ম্যাট্রিক্স C ত ৰাখো। |
04:23 | এই ম্যাট্রিক্স C ক augmented ম্যাট্রিক্স কোৱা হয়। |
04:28 | কোডৰ পিছৰ ব্লকে forward elimination কৰে। |
04:32 | এই কোডে augmented ম্যাট্রিক্সক আপাৰ ট্রাইঅ্যাঙ্গুলাৰ ম্যাট্রিক্স ফর্মত সলাব। |
04:39 | অবশেষত, আমি back substitution কৰো। |
04:42 | এবাৰ আপাৰ ট্রাইঅ্যাঙ্গুলাৰ ম্যাট্রিক্স পোৱাত, আমি অন্তিম ৰো লও আৰু সেই ৰোত ভ্যাৰিয়েবলৰ ভ্যালু গনণা কৰো। |
04:52 | এবাৰ এটা ভ্যাৰিয়েবল সমাধান হৈ গলে, অন্যান্য ভ্যাৰিয়েবল সমাধান কৰিবলৈ এই ভ্যাৰিয়েবল লও। |
04:59 | এইভাবেই লিনিয়াৰ ইকুয়েশনৰ সিস্টেম সমাধান কৰা হয়। |
05:03 | এতিয়া ফাইল সংৰক্ষণ আৰু এক্সিকিউট কৰো। |
05:06 | উদাহৰণ সমাধানৰ বাবে Scilab কনসোল খুলো। |
05:10 | কনসোলত কোএফিসিয়েন্ট ম্যাট্রিক্সৰ ভ্যালু লিখিবলৈ আমাৰ উছৰত এটা প্রম্পট আছে। |
05:17 | সেয়ে আমি ম্যাট্রিক্স A এৰ ভ্যালু লিখো। |
05:20 | লিখক: বর্গাকাৰ বন্ধনী 3.41 স্পেস 1.23 স্পেস -1.09 সেমিকোলন। |
05:33 | 2.71 স্পেস 2.14 স্পেস 1.29 সেমিকোলন। |
05:41 | 1.89 স্পেস -1.91 স্পেস-1.89 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
05:53 | এন্টাৰ টিপক। |
05:54 | পৰবর্তী প্রম্পট ম্যাট্রিক্স b এৰ বাবে। |
05:57 | সেয়ে আমি লিখো: |
05:58 | বর্গাকাৰ বন্ধনী খুলক 4.72 সেমিকোলন 3.1 সেমিকোলন 2.91 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
06:10 | এন্টাৰ টিপক। |
06:13 | তাৰপিছত আমি নিম্ন লিখি ফাংশন কল কৰো। |
06:16 | naive gaussian elimination বন্ধনী খুলক A কমা b বন্ধনী বন্ধ কৰক। |
06:24 | এন্টাৰ টিপক। |
06:26 | লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেমৰ সমাধান Scilab কনসোলত দেখোৱা হয়। |
06:32 | ইয়াৰ পিছত আমি Gauss-Jordan মেথড অধ্যয়ন কৰিম। |
06:36 | Gauss-Jordan মেথডত, |
06:38 | প্রথম স্টেপ augmented ম্যাট্রিক্স বনোৱা। |
06:42 | এইটো কৰিবলৈ, কোএফিসিয়েন্ট ম্যাট্রিক্স A আৰু সোফালৰ ম্যাট্রিক্স b ক একেসৈতে এটা ম্যাট্রিক্সত ৰাখক। |
06:50 | তাৰপিছত আমি ম্যাট্রিক্স A ক ডায়াগনেল ফর্মত সলাবলৈ ৰো অপাৰেশন কৰো। |
06:56 | ডায়াগনেল ফর্মত মাত্র এলিমেন্ট a i i নন-জিৰো হয়. বাকি এলিমেন্ট জিৰো হয়। |
07:05 | তাৰপিছত আমি ডায়াগনেল এলিমেন্টৰ পৰা, ডায়াগনেল এলিমেন্ট আৰু সোফালৰ সংশ্লিষ্ট এলিমেন্টক বিভাজিত কৰো। |
07:14 | আমি ডায়াগনেল এলিমেন্টক 1 এৰ সমান কৰিবলৈ এইটো কৰো। |
07:19 | সোফালৰ ম্যাট্রিক্সৰ প্রতিটো ৰোৰ এলিমেন্টৰ পৰিনামী(resulting) ভ্যালু প্রতিটো ভ্যাৰিয়েবলৰ ভ্যালু দিয়ে। |
07:27 | এতিয়া এই উদাহৰণ Gauss-Jordan মেথডৰ দ্বাৰা সমাধান কৰো। |
07:33 | এতিয়া প্রথম কোড চাও। |
07:36 | কোডৰ প্রথম লাইন প্রদর্শিত উত্তৰৰ ফৰম্যাটক বোঝাবলৈ ফৰম্যাট ফাংশন ব্যবহাৰ কৰে। |
07:44 | প্যাৰামিটাৰ e স্পষ্ট কৰে যে উত্তৰ সাইন্টিফিক নোটেশনত হোৱা উচিত। |
07:49 | 20 দেখায় যে মাত্র 20 ডিজিটেই প্রদর্শিত হব লাগে। |
07:55 | তাৰপিছত আমি ইনপুট ফাংশন ব্যবহাৰ কৰি A আৰু b ম্যাট্রিক্স পাও। |
08:00 | আমি ইনপুট আর্গুমেন্ট A আৰু b আৰু আউটপুট আর্গুমেন্ট x এৰ সৈতে Gauss Jordan Elimination ফাংশন সংজ্ঞায়িত কৰো। |
08:11 | আমি ম্যাট্রিক্স A এৰ আকাৰ পাও আৰু এইটোক m আৰু n ত সংৰক্ষণ কৰো। |
08:17 | একেইভাবে, আমি ম্যাট্রিক্স b এৰ আকাৰ পাও আৰু এইটোক r আৰু sত সংৰক্ষণ কৰো। |
08:23 | A আৰু b এৰ আকাৰ সামঞ্জস্যপূর্ণ নহলে, আমি এৰৰ ফাংশন ব্যবহাৰ কৰি কনসোলত এটা এৰৰ প্রদর্শন কৰো। |
08:33 | তাৰপিছত আমি ম্যাট্রিক্সৰ ডায়াগনেল ফর্ম পাবলৈ ৰো অপাৰেশন কৰো। |
08:38 | ইয়াত pivot, কলমৰ প্ৰথম নন-জিৰো এলিমেন্টক দেখায়। |
08:45 | তাৰপিছত আমি m ৰোস আৰু s কলমৰ সৈতে জিৰোজৰ x নামৰ ম্যাট্রিক্স বনাও। |
08:52 | এবাৰ আমাৰ উছৰত ডায়াগনেল ফর্ম হলে, |
08:54 | আমি প্রতিটো ভ্যাৰিয়েবলৰ ভ্যালু পাবলৈ augmented matrix এৰ সোফালৰ অংশক সম্বন্ধিত ডায়াগনেল এলিমেন্টৰ দ্বাৰা বিভাজিত কৰো। |
09:04 | আমি প্রতিটো ভ্যাৰিয়েবলৰ ভ্যালু xত সংৰক্ষণ কৰো। |
09:08 | তাৰপিছত আমি x এৰ ভ্যালু ৰিটার্ন কৰো। |
09:11 | অবশেষত, আমি ফাংশন সমাপ্ত কৰো। |
09:13 | এতিয়া আমি ফাংশন সংৰক্ষণ আৰু এক্সিকিউট কৰো। |
09:18 | প্রম্পটে আমাৰ ম্যাট্রিক্স A এৰ ভ্যালু লিখিবলৈ কয়। |
09:22 | সেয়ে আমি লিখো: |
09:23 | বর্গাকাৰ বন্ধনীত 0.7 কমা 1725 সেমিকোলন। |
09:31 | 0.4352 কমা -5.433 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
09:41 | এন্টাৰ টিপক। |
09:43 | পৰবর্তী প্রম্পট হল ভেক্টৰ b এৰ বাবে। |
09:45 | সেয়ে আমি লিখো: বর্গাকাৰ বন্ধনীত 1739 সেমিকোলন |
09:51 | 3.271 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
09:55 | এন্টাৰ টিপক। |
09:58 | তাৰপিছত আমি নিম্ন লিখি ফাংশন কল কৰো। |
10:01 | Gauss Jordan Elimination বন্ধনী খুলক A কমা b বন্ধনী বন্ধ কৰক। |
10:08 | এন্টাৰ টিপক। |
10:10 | x one আৰু x two এৰ ভ্যালু কনসোলত দেখায়। |
10:15 | এতিয়া এই টিউটোৰিয়েলৰ সংক্ষিপ্তকৰণ কৰো। |
10:18 | এই টিউটোৰিয়েলত আমি শিকিছো: |
10:21 | লিনিয়াৰ ইকুয়েশন্সৰ সিস্টেম সমাধান কৰিবলৈ Scilab কোড বিকাশিত কৰা। |
10:25 | লিনিয়াৰ ইকুয়েশন্সৰ সিস্টেমৰ অজ্ঞাত ভ্যাৰিয়েবলৰ ভ্যালু গনণা কৰা। |
10:32 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
10:35 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
10:38 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
10:43 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
10:45 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
10:48 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
10:52 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:59 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
11:03 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
11:10 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
11:21 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |