|
|
(One intermediate revision by the same user not shown) |
Line 1: |
Line 1: |
− | | + | {| border=1 |
− | {| style="border-spacing:0;" | + | |'''Time''' |
− | | style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time'''
| + | |'''Narration''' |
− | | style="border:0.1pt double #808080;padding:0.049cm;"| '''Narration'''
| + | |
− | | + | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:00
| + | | 00:00 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
| + | | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:04
| + | | 00:04 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়।
| + | | এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:19
| + | | 00:19 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ মেইনটেনান্স
| + | | ডাটাবেছ মেইনটেনান্স |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:21
| + | | 00:21 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব।
| + | | ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:31
| + | | 00:31 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম।
| + | | ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:41
| + | | 00:41 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক।
| + | | বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:48
| + | | 00:48 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল।
| + | | এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:55
| + | | 00:55 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো।
| + | | আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:03
| + | | 01:03 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল।
| + | | পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:11
| + | | 01:11 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো।
| + | | গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:16
| + | | 01:16 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো
| + | | ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:21
| + | | 01:21 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো।
| + | | আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:28
| + | | 01:28 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো।
| + | | এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:39
| + | | 01:39 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব।
| + | | টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:47
| + | | 01:47 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ।
| + | | অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:54
| + | | 01:54 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ।
| + | | উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:08
| + | | 02:08 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি।
| + | | ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:19
| + | | 02:19 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ
| + | | নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:28
| + | | 02:28 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব।
| + | | একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:39
| + | | 02:39 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব।
| + | | আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:45
| + | | 02:45 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক।
| + | | উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:53
| + | | 02:53 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে।
| + | | ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:58
| + | | 02:58 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব।
| + | | এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:09
| + | | 03:09 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে—
| + | | ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে— |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:15
| + | | 03:15 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ALTER TABLE Members ADD Address TEXT, ADD City TEXT
| + | | ALTER TABLE Members ADD Address TEXT, ADD City TEXT |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:22
| + | | 03:22 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে।
| + | | অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:30
| + | | 03:30 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব।
| + | | এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:36
| + | | 03:36 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক।
| + | | টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:47
| + | | 03:47 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক।
| + | | স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:52
| + | | 03:52 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক।
| + | | ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:59
| + | | 03:59 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়।
| + | | কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:08
| + | | 04:08 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে।
| + | | ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:17
| + | | 04:17 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে।
| + | | আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:26
| + | | 04:26 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে।
| + | | কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:36
| + | | 04:36 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ।
| + | | কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:45
| + | | 04:45 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে।
| + | | এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:53
| + | | 04:53 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ।
| + | | একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:00
| + | | 05:00 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে।
| + | | কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:04
| + | | 05:04 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়।
| + | | আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:11
| + | | 05:11 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে।
| + | | সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:24
| + | | 05:24 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে।
| + | | ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:35
| + | | 05:35 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে।
| + | | বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:42
| + | | 05:42 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম।
| + | | ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:49
| + | | 05:49 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো
| + | | লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:01
| + | | 06:01 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক—
| + | | আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক— |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:07
| + | | 06:07 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| CHECKPOINT DEFRAG
| + | | CHECKPOINT DEFRAG |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:10
| + | | 06:10 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়।
| + | | এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:19
| + | | 06:19 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে।
| + | | ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:27
| + | | 06:27 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ।
| + | | আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:33
| + | | 06:33 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SHUTDOWN COMPACT.
| + | | SHUTDOWN COMPACT. |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:36
| + | | 06:36 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে।
| + | | এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:43
| + | | 06:43 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক।
| + | | ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:54
| + | | 06:54 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক। বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে।
| + | | শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:02
| + | | 07:02 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে—
| + | | আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে— |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07;06 | + | | 07:06 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন।
| + | | কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:14
| + | | 07:14 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে।
| + | | লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:20
| + | | 07:20 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা।
| + | | কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:26
| + | | 07:26 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেকআপ লোৱাটো খুবেই সৰল।
| + | | বেকআপ লোৱাটো খুবেই সৰল |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:30
| + | | 07:30 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে
| + | | আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:34
| + | | 07:34 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে।
| + | | আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:47
| + | | 07:47 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক
| + | | গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:57
| + | | 07:57 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক।
| + | | আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:08
| + | | 08:08 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা
| + | | এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:17
| + | | 08:17 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে।
| + | | ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:24
| + | | 08:24 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি কিমান সঘনাই বেকআপ ল’ব লাগে?
| + | | আমি কিমান সঘনাই বেকআপ ল’ব লাগে? |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:28
| + | | 08:28 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে।
| + | | এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:37
| + | | 08:37 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ।
| + | | ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:42
| + | | 08:42 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ।
| + | | আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:49
| + | | 08:49 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ
| + | | ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:58
| + | | 08:58 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইখিনিতে এটা এচাইনমেণ্ট:
| + | | এইখিনিতে এটা এচাইনমেণ্ট: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:00
| + | | 09:00 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক।
| + | | এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:08
| + | | 09:08 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক।
| + | | দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:13
| + | | 09:13 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক।
| + | | মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09;23 | + | | 09:23 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক।
| + | | তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:27
| + | | 09:27 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক।
| + | | শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:38
| + | | 09:38 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে।
| + | | এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:45
| + | | 09:45 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
| + | | সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:48
| + | | 09:48 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ মেইনটেইন কৰা হয়
| + | | ডাটাবেছ মেইনটেইন কৰা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:50
| + | | 09:50 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়
| + | | ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:54
| + | | 09:54 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয়
| + | | ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:56
| + | | 09:56 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু বেকআপ লোৱা হয়।
| + | | আৰু বেকআপ লোৱা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:58
| + | | 09:58 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
| + | | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:03
| + | | 10:03 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
| + | | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:10
| + | | 10:10 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।
| + | | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:15
| + | | 10:15 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
| + | | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:20
| + | | 10:20 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ।
| + | | এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ |
| | | |
| |} | | |} |
Time
|
Narration
|
00:00
|
নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
|
00:04
|
এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়
|
00:19
|
ডাটাবেছ মেইনটেনান্স
|
00:21
|
ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব
|
00:31
|
ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম
|
00:41
|
বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক
|
00:48
|
এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল
|
00:55
|
আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো
|
01:03
|
পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল
|
01:11
|
গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো
|
01:16
|
ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো
|
01:21
|
আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো
|
01:28
|
এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো
|
01:39
|
টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব
|
01:47
|
অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ
|
01:54
|
উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ
|
02:08
|
ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি
|
02:19
|
নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ
|
02:28
|
একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব
|
02:39
|
আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব
|
02:45
|
উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক
|
02:53
|
ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে
|
02:58
|
এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব
|
03:09
|
ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে—
|
03:15
|
ALTER TABLE Members ADD Address TEXT, ADD City TEXT
|
03:22
|
অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে
|
03:30
|
এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব
|
03:36
|
টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক
|
03:47
|
স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক
|
03:52
|
ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক
|
03:59
|
কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়
|
04:08
|
ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে
|
04:17
|
আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে
|
04:26
|
কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে
|
04:36
|
কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ
|
04:45
|
এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে
|
04:53
|
একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ
|
05:00
|
কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে
|
05:04
|
আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়
|
05:11
|
সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে
|
05:24
|
ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে
|
05:35
|
বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে
|
05:42
|
ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম
|
05:49
|
লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো
|
06:01
|
আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক—
|
06:07
|
CHECKPOINT DEFRAG
|
06:10
|
এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়
|
06:19
|
ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে
|
06:27
|
আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ
|
06:33
|
SHUTDOWN COMPACT.
|
06:36
|
এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে
|
06:43
|
ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক
|
06:54
|
শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে
|
07:02
|
আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে—
|
07:06
|
কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন
|
07:14
|
লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে
|
07:20
|
কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা
|
07:26
|
বেকআপ লোৱাটো খুবেই সৰল
|
07:30
|
আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে
|
07:34
|
আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে
|
07:47
|
গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক
|
07:57
|
আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক
|
08:08
|
এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা
|
08:17
|
ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে
|
08:24
|
আমি কিমান সঘনাই বেকআপ ল’ব লাগে?
|
08:28
|
এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে
|
08:37
|
ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ
|
08:42
|
আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ
|
08:49
|
ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ
|
08:58
|
এইখিনিতে এটা এচাইনমেণ্ট:
|
09:00
|
এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক
|
09:08
|
দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক
|
09:13
|
মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক
|
09:23
|
তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক
|
09:27
|
শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক
|
09:38
|
এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
|
09:45
|
সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
|
09:48
|
ডাটাবেছ মেইনটেইন কৰা হয়
|
09:50
|
ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়
|
09:54
|
ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয়
|
09:56
|
আৰু বেকআপ লোৱা হয়
|
09:58
|
স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
|
10:03
|
ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
|
10:10
|
এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে
|
10:15
|
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
|
10:20
|
এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ
|