Difference between revisions of "LibreOffice-Suite-Base/C3/Create-simple-queries-in-SQL-View/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
= LibreOffice-Suite-Base/C3/Create-simple-queries-in-SQL-View/English-timed =
+
{| border=1
 
+
|'''Time'''
{| style="border-spacing:0;"
+
|'''Narration'''
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time'''
+
| style="border:0.1pt double #808080;padding:0.049cm;"| '''Assamese'''
+
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:02
+
| 00:02
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:06
+
| 00:06
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ:
+
| এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:09
+
| 00:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়, সৰল SQL লিখা হয়
+
| SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়, সৰল SQL লিখা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:16
+
| 00:16
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
+
| চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:20
+
| 00:20
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়।
+
| আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00;27
+
| 00;27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SQL ভিউত কুৱেৰি তৈয়াৰ কৰাৰ বাবে বেছ ব্যৱহাৰ কৰাৰ আগতে লিবাৰঅফিছ বেছৰ বিষয়ে আলোচনা কৰা যাওক।
+
| SQL ভিউত কুৱেৰি তৈয়াৰ কৰাৰ বাবে বেছ ব্যৱহাৰ কৰাৰ আগতে লিবাৰঅফিছ বেছৰ বিষয়ে আলোচনা কৰা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:35
+
| 00:35
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেছ HSQL ডাটাবেছ ইঞ্জিনত চলে।
+
| বেছ HSQL ডাটাবেছ ইঞ্জিনত চলে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:41
+
| 00:41
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| জাভাত লিখা এটা অপেনচ’ৰ্চ ডাটাবেছ ইঞ্জিন চফট্‌ৱেৰ আছে। HSQLDB সম্পৰ্কে অধিক জানিবৰ বাবে http://hsqldb.org–অলৈ যাওক।
+
| জাভাত লিখা এটা অপেনচ’ৰ্চ ডাটাবেছ ইঞ্জিন চফট্‌ৱেৰ আছে  HSQLDB সম্পৰ্কে অধিক জানিবৰ বাবে http://hsqldb.org–অলৈ যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:02
+
| 01:02
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ঠিক আছে, এতিয়া SQLৰ বিষয়ে শিকা যাওক।
+
| ঠিক আছে, এতিয়া SQLৰ বিষয়ে শিকা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:06
+
| 01:06
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SQLৰ অৰ্থ হৈছে Structured Query Language। ডাটাবেছ একচেচ আৰু মেনিপুলেটিঙৰ বাবে ই এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ।
+
| SQLৰ অৰ্থ হৈছে Structured Query Language  ডাটাবেছ একচেচ আৰু মেনিপুলেটিঙৰ বাবে ই এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:17
+
| 01:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইটো হৈছে আন্তঃৰাষ্ট্ৰীয়ভাৱে গৃহীত ANSI ষ্টেণ্ডাৰ্ড।
+
| এইটো হৈছে আন্তঃৰাষ্ট্ৰীয়ভাৱে গৃহীত ANSI ষ্টেণ্ডাৰ্ড
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:23
+
| 01:23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু সেইবাবেই ইয়াক বিভিন্ন ধৰণৰ ডাটাবেছ মেনেজমেণ্ট চিষ্টেমচ্ বা DBMS-অত ব্যৱহাৰ কৰা হৈছে।
+
| আৰু সেইবাবেই ইয়াক বিভিন্ন ধৰণৰ ডাটাবেছ মেনেজমেণ্ট চিষ্টেমচ্ বা DBMS-অত ব্যৱহাৰ কৰা হৈছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01;31
+
| 01;31
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিছুমান উদাহৰণ হৈছে— আমাৰ চিনাকি LibreOffice Base, MySQL, Microsoft SQL Server, Microsoft Access, Oracle, আৰু DB2।
+
| কিছুমান উদাহৰণ হৈছে— আমাৰ চিনাকি LibreOffice Base, MySQL, Microsoft SQL Server, Microsoft Access, Oracle, আৰু DB2
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:47
+
| 01:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SQL-ৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে এটা ডাটাবেছৰ পৰা ডাটা উদ্ধাৰ কৰা। যিটোক ডাটাবেছ কুৱেৰি কৰা বুলিও জনা যায়।
+
| SQL-ৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে এটা ডাটাবেছৰ পৰা ডাটা উদ্ধাৰ কৰা  যিটোক ডাটাবেছ কুৱেৰি কৰা বুলিও জনা যায়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:58
+
| 01:58
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছত ডাটা সুমুওৱা, ডাটাবেছত ডাটা আপডেট কৰা বা ডাটা ডিলিট কৰাৰ বাবেও SQL ব্যৱহাৰ কৰিব পাৰি।
+
| ডাটাবেছত ডাটা সুমুওৱা, ডাটাবেছত ডাটা আপডেট কৰা বা ডাটা ডিলিট কৰাৰ বাবেও SQL ব্যৱহাৰ কৰিব পাৰি
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:09
+
| 02:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু আমি বেছ ব্যৱহাৰ কৰি এই সকলোখিনি আমাৰ আগৰ টিউটৰিয়েলত কৰি আহিছোঁ।
+
| আৰু আমি বেছ ব্যৱহাৰ কৰি এই সকলোখিনি আমাৰ আগৰ টিউটৰিয়েলত কৰি আহিছোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:16
+
| 02:16
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে আমি ব্যৱহাৰকাৰীৰ বাবে অতি সুবিধাজনক উইজাৰ্ড আৰু ডিজাইনিং উইণ্ড’ ব্যৱহাৰ কৰিছিলো।
+
| ইয়াৰ বাবে আমি ব্যৱহাৰকাৰীৰ বাবে অতি সুবিধাজনক উইজাৰ্ড আৰু ডিজাইনিং উইণ্ড’ ব্যৱহাৰ কৰিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:22
+
| 02:22
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু আণ্ডাৰলায়িং কুৱেৰি লেংগুৱেজৰ জ্ঞানে ডাটাবেছ কুৱেৰি কৰাৰ ক্ষেত্ৰত আমাক অধিক সুবিধা আৰু শক্তি দিয়ে আৰু SQL কেৱল ডাটা মডিফাই কৰাৰ বাবেই নহয়, ডাটাবেছ আৰু টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিবৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।
+
| কিন্তু আণ্ডাৰলায়িং কুৱেৰি লেংগুৱেজৰ জ্ঞানে ডাটাবেছ কুৱেৰি কৰাৰ ক্ষেত্ৰত আমাক অধিক সুবিধা আৰু শক্তি দিয়ে আৰু SQL কেৱল ডাটা মডিফাই কৰাৰ বাবেই নহয়, ডাটাবেছ আৰু টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিবৰ বাবেও ব্যৱহাৰ কৰিব পাৰি
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:43
+
| 02:43
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যিহেতু আমাৰ টিউটৰিয়েলে SQL-ৰ সকলোখিনি সামৰি নলয়, গতিকে ইয়াতে কিছুমান দৰকাৰী টিউটৰিয়েল আৰু সেইবোৰৰ ৱেবচাইট দিয়া হৈছে।
+
| যিহেতু আমাৰ টিউটৰিয়েলে SQL-ৰ সকলোখিনি সামৰি নলয়, গতিকে ইয়াতে কিছুমান দৰকাৰী টিউটৰিয়েল আৰু সেইবোৰৰ ৱেবচাইট দিয়া হৈছে 
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:59
+
| 02:59
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| HSQLDB-ৰ নিজা ব্যৱহাৰকাৰী নিৰ্দেশিকা আছে। সেইবিলাক অনলাইনত চাব পাৰি অথবা পিডিএফ ফাইল হিচাপে ডাউনলোড কৰি কম্পিউটাৰত চেভ কৰিব পাৰি।
+
| HSQLDB-ৰ নিজা ব্যৱহাৰকাৰী নিৰ্দেশিকা আছে  সেইবিলাক অনলাইনত চাব পাৰি অথবা পিডিএফ ফাইল হিচাপে ডাউনলোড কৰি কম্পিউটাৰত চেভ কৰিব পাৰি
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:14
+
| 03:14
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ঠিক আছে, এতিয়া কিছুমান SQL শিকা যাওক। আমি আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ খুলিম।
+
| ঠিক আছে, এতিয়া কিছুমান SQL শিকা যাওক  আমি আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ খুলিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:23
+
| 03:23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমাৰ লাইব্ৰেৰী ডাটাবেছ খোলা যাওক। এতিয়া, বাওঁ পেনেলৰ কুৱেৰিজ তালিকাত ক্লিক কৰক।
+
| আমাৰ লাইব্ৰেৰী ডাটাবেছ খোলা যাওক  এতিয়া, বাওঁ পেনেলৰ কুৱেৰিজ তালিকাত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:34
+
| 03:34
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু তাৰপিছত Create Query in SQL View’-ত ক্লিক কৰক। এতিয়া আমি কুৱেৰি ডিজাইন শিৰোনামৰ এখন খালী উইণ্ড’ দেখা পাইছোঁ
+
| আৰু তাৰপিছত Create Query in SQL View’-ত ক্লিক কৰক  এতিয়া আমি কুৱেৰি ডিজাইন শিৰোনামৰ এখন খালী উইণ্ড’ দেখা পাইছোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:46
+
| 03:46
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ইয়াতে আমি SQL-অত আমাৰ কুৱেৰি লিখিম।
+
| আৰু ইয়াতে আমি SQL-অত আমাৰ কুৱেৰি লিখিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:51
+
| 03:51
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে আমাৰ প্ৰথম সৰল কুৱেৰি লিখা যাওক। আৰু সেয়া হৈছে লাইব্ৰেৰীৰ সকলো কিতাপৰ তথ্য আহৰণ কৰা। সহজ।
+
| গতিকে আমাৰ প্ৰথম সৰল কুৱেৰি লিখা যাওক  আৰু সেয়া হৈছে লাইব্ৰেৰীৰ সকলো কিতাপৰ তথ্য আহৰণ কৰা  সহজ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:02
+
| 04:02
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যিকোনো আহৰণৰ বাবে SELECT কিৱৰ্ড ব্যৱহাৰ কৰিব লাগে। গতিকে আমি আমাৰ কুৱেৰি এই ধৰণে লিখিম:
+
| যিকোনো আহৰণৰ বাবে SELECT কিৱৰ্ড ব্যৱহাৰ কৰিব লাগে  গতিকে আমি আমাৰ কুৱেৰি এই ধৰণে লিখিম:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:10
+
| 04:10
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SELECT * FROM Books
+
| SELECT * FROM Books
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:15
+
| 04:15
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত বুকচ্ হৈছে টেবুলৰ নাম। বুকচত ডাঙৰ আখৰ B-টো লক্ষ্য কৰক।
+
| ইয়াত বুকচ্ হৈছে টেবুলৰ নাম  বুকচত ডাঙৰ আখৰ B-টো লক্ষ্য কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:23
+
| 04:23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি আগতে ব্যৱহাৰ কৰা টেবুল বা কলম নামবিলাক বিশ্বাসযোগ্যভাৱে অনুসৰণ কৰিম।
+
| আমি আগতে ব্যৱহাৰ কৰা টেবুল বা কলম নামবিলাক বিশ্বাসযোগ্যভাৱে অনুসৰণ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:29
+
| 04:29
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু <nowiki>*</nowiki> হৈছে ৱাইল্ড কাৰ্ড। ইয়াত ইয়াৰ অৰ্থ হৈছে বুকচ্ টেবুলৰ সকলোবিলাক ফিল্ড বা কলম আহৰণ কৰা।
+
| আৰু <nowiki>*</nowiki> হৈছে ৱাইল্ড কাৰ্ড  ইয়াত ইয়াৰ অৰ্থ হৈছে বুকচ্ টেবুলৰ সকলোবিলাক ফিল্ড বা কলম আহৰণ কৰা
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:39
+
| 04:39
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া ইয়াক কাৰ্যকৰীকৰণ বা ৰান কৰিম। ‘এডিট’ মেনুত ক্লিক কৰক আৰু তাৰপিছত ‘ৰান কুৱেৰি’ত ক্লিক কৰক।
+
| এতিয়া ইয়াক কাৰ্যকৰীকৰণ বা ৰান কৰিম  ‘এডিট’ মেনুত ক্লিক কৰক আৰু তাৰপিছত ‘ৰান কুৱেৰি’ত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04;48
+
| 04;48
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমি কিতাপৰ তথ্য সম্বলিত তালিকাৰে সৈতে এখন টপ পেনেল দেখা পাইছোঁ।
+
| এতিয়া আমি কিতাপৰ তথ্য সম্বলিত তালিকাৰে সৈতে এখন টপ পেনেল দেখা পাইছোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:53
+
| 04:53
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি এইখন কুৱেৰি বা আমি লিখা অন্য যিকোনো কুৱেৰি চেভ কৰিব পাৰোঁ আৰু সেইবিলাকৰ বৰ্ণানাত্মক নাম দিব পাৰোঁ।
+
| আমি এইখন কুৱেৰি বা আমি লিখা অন্য যিকোনো কুৱেৰি চেভ কৰিব পাৰোঁ আৰু সেইবিলাকৰ বৰ্ণানাত্মক নাম দিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:00
+
| 05:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে এইখন হ’ল আমাৰ প্ৰথম সৰল কুৱেৰি। ইয়াতে কেইটামান পৰামৰ্শ:
+
| গতিকে এইখন হ’ল আমাৰ প্ৰথম সৰল কুৱেৰি  ইয়াতে কেইটামান পৰামৰ্শ:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:06
+
| 05:06
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| HSQLDB ইয়াৰ ডাটাবেছ অবজেক্ট নামৰ ক্ষেত্ৰত কেছ চেনচিটিভ। যেনে টেবুল আৰু কলম নাম।
+
| HSQLDB ইয়াৰ ডাটাবেছ অবজেক্ট নামৰ ক্ষেত্ৰত কেছ চেনচিটিভ  যেনে টেবুল আৰু কলম নাম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:17
+
| 05:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ অৰ্থ হ’ল, ডাঙৰ আখৰ&nbsp; B থকা Books টেবুল নামটো সৰু আখৰ b থকা books টেবুল নামৰ সৈতে একে নহয়।
+
| ইয়াৰ অৰ্থ হ’ল, ডাঙৰ আখৰ&nbsp; B থকা Books টেবুল নামটো সৰু আখৰ b থকা books টেবুল নামৰ সৈতে একে নহয় 
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:27
+
| 05:27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু সুবিধাৰ বাবে আমি সকলোবোৰ আপাৰকেছ বা সকলোবোৰ লৱাৰকেছ ব্যৱহাৰ কৰিব পাৰোঁ।
+
| কিন্তু সুবিধাৰ বাবে আমি সকলোবোৰ আপাৰকেছ বা সকলোবোৰ লৱাৰকেছ ব্যৱহাৰ কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:34
+
| 05:34
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ স্বৰূপে: BOOKSডাঙৰ আখৰত অথবা members সৰু আখৰত।
+
| উদাহৰণ স্বৰূপে: BOOKSডাঙৰ আখৰত অথবা members সৰু আখৰত
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:44
+
| 05:44
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু মিহলি কেছ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আৰু বুজিবলৈ সহজ হয়। উদাহৰণ স্বৰূপে: ডাঙৰ আখৰ&nbsp;B আৰু I ব্যৱহাৰ কৰা BooksIssued।
+
| কিন্তু মিহলি কেছ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আৰু বুজিবলৈ সহজ হয়  উদাহৰণ স্বৰূপে: ডাঙৰ আখৰ&nbsp;B আৰু I ব্যৱহাৰ কৰা BooksIssued
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:57
+
| 05:57
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বা ডাঙৰ আখৰ&nbsp; R D ব্যৱহাৰ কৰা ReturnDate।
+
| বা ডাঙৰ আখৰ&nbsp; R D ব্যৱহাৰ কৰা ReturnDate
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:03
+
| 06:03
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে, টেবুল নাম আৰু কলম নাম যিধৰণে তৈয়াৰ কৰা হৈছিল, সেই ধৰণেই আমি ব্যৱহাৰ কৰিব লাগিব।
+
| গতিকে, টেবুল নাম আৰু কলম নাম যিধৰণে তৈয়াৰ কৰা হৈছিল, সেই ধৰণেই আমি ব্যৱহাৰ কৰিব লাগিব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:11
+
| 06:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SELECT-অৰ দৰে SQL কিৱৰ্ডৰ ক্ষেত্ৰত আমি যিকোনো কেছ বা মিহলি কেছ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু পঢ়াৰ সুবিধাৰ বাবে আমি সকলোতে একে ধৰণৰ কেছ ব্যৱহাৰ কৰিম।
+
| SELECT-অৰ দৰে SQL কিৱৰ্ডৰ ক্ষেত্ৰত আমি যিকোনো কেছ বা মিহলি কেছ ব্যৱহাৰ কৰিব পাৰোঁ  কিন্তু পঢ়াৰ সুবিধাৰ বাবে আমি সকলোতে একে ধৰণৰ কেছ ব্যৱহাৰ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:25
+
| 06:25
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমাৰ উদাহৰণত আমি কিৱৰ্ডৰ বাবে সকলোবোৰ আপাৰকেছ ব্যৱহাৰ কৰিম।
+
| আমাৰ উদাহৰণত আমি কিৱৰ্ডৰ বাবে সকলোবোৰ আপাৰকেছ ব্যৱহাৰ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:31
+
| 06:31
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমি পৰৱৰ্তী কুৱেৰিলৈ যাম। ইয়াক আমি এখন নতুন উইণ্ড’ত লিখিব পাৰোঁ বা আগৰ কুৱেৰিটোৰ ওপৰতো লিখিব পাৰোঁ।
+
| এতিয়া আমি পৰৱৰ্তী কুৱেৰিলৈ যাম  ইয়াক আমি এখন নতুন উইণ্ড’ত লিখিব পাৰোঁ বা আগৰ কুৱেৰিটোৰ ওপৰতো লিখিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:42
+
| 06:42
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়াৰ বাবে আগৰ কুৱেৰিটোৰ ওপৰতে ইয়াক লিখা যাওক।
+
| এতিয়াৰ বাবে আগৰ কুৱেৰিটোৰ ওপৰতে ইয়াক লিখা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:47
+
| 06:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বুকচ্ টেবুলৰ পৰা কেইটামান নিৰ্দিষ্ট কলম আহৰণ কৰা যাওক। SELECT Title, Author FROM Books।
+
| বুকচ্ টেবুলৰ পৰা কেইটামান নিৰ্দিষ্ট কলম আহৰণ কৰা যাওক  SELECT Title, Author FROM Books
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:58
+
| 06:58
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু কুৱেৰিটো চলাওক। আমি ফাইল মেনু বাৰৰ তলত থকা ৰান কুৱেৰি আইকনটোও ব্যৱহাৰ কৰিব পাৰোঁ অথবা F5 কিবৰ্ড শ্বৰ্টকাটও ব্যৱহাৰ কৰিব পাৰোঁ।
+
| আৰু কুৱেৰিটো চলাওক  আমি ফাইল মেনু বাৰৰ তলত থকা ৰান কুৱেৰি আইকনটোও ব্যৱহাৰ কৰিব পাৰোঁ অথবা F5 কিবৰ্ড শ্বৰ্টকাটও ব্যৱহাৰ কৰিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:13
+
| 07:13
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু আমি বিচৰা কলমৰ সৈতে আমাৰ ৰেকৰ্ড দেখা গৈছে।
+
| আৰু আমি বিচৰা কলমৰ সৈতে আমাৰ ৰেকৰ্ড দেখা গৈছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:19
+
| 07:19
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ঠিক আছে, আগবঢ়া যাওক।
+
| ঠিক আছে, আগবঢ়া যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:22
+
| 07:22
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমাৰ কুৱেৰিৰ বাবে চৰ্ত বা ক্ৰাইটেৰিয়াৰ সৈতে চিনাকি হওঁ আহক।
+
| আমাৰ কুৱেৰিৰ বাবে চৰ্ত বা ক্ৰাইটেৰিয়াৰ সৈতে চিনাকি হওঁ আহক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:27
+
| 07:27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি কেৱল কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপৰ তথ্যহে আহৰণ কৰিম।
+
| আমি কেৱল কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপৰ তথ্যহে আহৰণ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:31
+
| 07:31
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে ইয়াৰ বাবে আমাৰ কুৱেৰি হ’ব— SELECT * FROM Books WHERE Publisher = 'Cambridge'
+
| গতিকে ইয়াৰ বাবে আমাৰ কুৱেৰি হ’ব— SELECT * FROM Books WHERE Publisher = 'Cambridge'
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:46
+
| 07:46
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে আমি WHERE বুলি এটা নতুন কিৱৰ্ড আৰোপ কৰিলো।
+
| লক্ষ্য কৰক যে আমি WHERE বুলি এটা নতুন কিৱৰ্ড আৰোপ কৰিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:52
+
| 07:52
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যিটোক এটা চৰ্তই অনুসৰণ কৰিছে, য’ত কোৱা হৈছে Publisher equals Cambridge
+
| যিটোক এটা চৰ্তই অনুসৰণ কৰিছে, য’ত কোৱা হৈছে Publisher equals Cambridge
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:59
+
| 07:59
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমাৰ কুৱেৰিটো চলোৱা যাওক। আৰু আমি দেখা পাইছোঁ যে কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপসমূহহে প্ৰদৰ্শিত হৈছে।
+
| এতিয়া আমাৰ কুৱেৰিটো চলোৱা যাওক  আৰু আমি দেখা পাইছোঁ যে কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপসমূহহে প্ৰদৰ্শিত হৈছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:08
+
| 08:08
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই ধৰণে আমি এটা কুৱেৰিত যিকোনো সংখ্যক চৰ্ত বা ক্ৰাইটেৰিয়া দিব পাৰোঁ।
+
| এই ধৰণে আমি এটা কুৱেৰিত যিকোনো সংখ্যক চৰ্ত বা ক্ৰাইটেৰিয়া দিব পাৰোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:14
+
| 08:14
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| দুটা চৰ্ত থকা এটা কুৱেৰি লিখা যাওক।
+
| দুটা চৰ্ত থকা এটা কুৱেৰি লিখা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:18
+
| 08:18
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সেইখিনি কিতাপৰ তথ্য আহৰণ কৰা যাওক, যিখিনি কেম্ব্ৰিজে প্ৰকাশ কৰিছে আৰু ১৯৭৫ চনৰ পিছত প্ৰকাশিত হৈছে।
+
| সেইখিনি কিতাপৰ তথ্য আহৰণ কৰা যাওক, যিখিনি কেম্ব্ৰিজে প্ৰকাশ কৰিছে আৰু ১৯৭৫ চনৰ পিছত প্ৰকাশিত হৈছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:29
+
| 08:29
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে আমাৰ কুৱেৰি হ’ব: SELECT * FROM Books WHERE Publisher = 'Cambridge' AND PublishedYear > 1975
+
| গতিকে আমাৰ কুৱেৰি হ’ব: SELECT * FROM Books WHERE Publisher = 'Cambridge' AND PublishedYear > 1975
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:49
+
| 08:49
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| WHERE কিৱৰ্ড বা ক্লজৰ পিছত আমি দুটা চৰ্ত দেখা পাইছোঁ।
+
| WHERE কিৱৰ্ড বা ক্লজৰ পিছত আমি দুটা চৰ্ত দেখা পাইছোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:55
+
| 08:55
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে সেই চৰ্ত দুটাক AND-ৰ দ্বাৰা যুক্ত কৰি থোৱা হৈছে। ইয়াত AND-অক লজিকেল অপাৰেটৰ বুলি কোৱা হয়।
+
| লক্ষ্য কৰক যে সেই চৰ্ত দুটাক AND-ৰ দ্বাৰা যুক্ত কৰি থোৱা হৈছে  ইয়াত AND-অক লজিকেল অপাৰেটৰ বুলি কোৱা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:04
+
| 09:04
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ই দুটা সংযুক্ত চৰ্তক আগবঢ়াই দিয়ে। OR হৈছে অন্য এটা লজিকেল অপাৰেটৰ।
+
| আৰু ই দুটা সংযুক্ত চৰ্তক আগবঢ়াই দিয়ে  OR হৈছে অন্য এটা লজিকেল অপাৰেটৰ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:13
+
| 09:13
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইবিলাক পিছত ওপৰৰ কুৱেৰিত ব্যৱহাৰ কৰি ফঁহিয়াই চাব।
+
| এইবিলাক পিছত ওপৰৰ কুৱেৰিত ব্যৱহাৰ কৰি ফঁহিয়াই চাব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:18
+
| 09:18
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া কুৱেৰিটো চলাওক আৰু ফলাফল ওপৰত লক্ষ্য কৰক।
+
| এতিয়া কুৱেৰিটো চলাওক আৰু ফলাফল ওপৰত লক্ষ্য কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:23
+
| 09:23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে, আমাৰ চৰ্ত পূৰণ কৰা কিতাপখিনি হ’ল এয়া।
+
| গতিকে, আমাৰ চৰ্ত পূৰণ কৰা কিতাপখিনি হ’ল এয়া 
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:29
+
| 09:29
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ঠিক আছে, একাধিক চৰ্ত যোগ কৰাৰ আন এটা উপায়ৰ বিষয়ে শিকা যাওক।
+
| ঠিক আছে, একাধিক চৰ্ত যোগ কৰাৰ আন এটা উপায়ৰ বিষয়ে শিকা যাওক 
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:36
+
| 09:36
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কেম্ব্ৰিজে প্ৰকাশ কৰা বা অক্সফৰ্ডে প্ৰকাশ কৰা বা দুয়োটা প্ৰকাশনে প্ৰকাশ কৰা কিতাপৰ এখন তালিকা আমি কেনেকৈ পাব পাৰোঁ?
+
| কেম্ব্ৰিজে প্ৰকাশ কৰা বা অক্সফৰ্ডে প্ৰকাশ কৰা বা দুয়োটা প্ৰকাশনে প্ৰকাশ কৰা কিতাপৰ এখন তালিকা আমি কেনেকৈ পাব পাৰোঁ?
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:46
+
| 09:46
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কুৱেৰিটো হ’ব এনে ধৰণৰ:  
+
| কুৱেৰিটো হ’ব এনে ধৰণৰ:  
 
SELECT * FROM Books WHERE Publisher IN ( 'Cambridge', 'Oxford')
 
SELECT * FROM Books WHERE Publisher IN ( 'Cambridge', 'Oxford')
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:09
+
| 10:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| IN বোলা নতুন কিৱৰ্ডটো লক্ষ্য কৰক।
+
| IN বোলা নতুন কিৱৰ্ডটো লক্ষ্য কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:13
+
| 10:13
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কেৱল এটা কলমক ভিত্তি কৰা চৰ্তক সংযুক্ত কৰাৰ ক্ষেত্ৰত ই সহায় কৰে। এইটো ক্ষেত্ৰত কলমটো হৈছে পাব্লিশ্বাৰ।
+
| কেৱল এটা কলমক ভিত্তি কৰা চৰ্তক সংযুক্ত কৰাৰ ক্ষেত্ৰত ই সহায় কৰে  এইটো ক্ষেত্ৰত কলমটো হৈছে পাব্লিশ্বাৰ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:21
+
| 10:21
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এতিয়া ফলাফল লক্ষ্য কৰক।
+
| আৰু এতিয়া ফলাফল লক্ষ্য কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:25
+
| 10:25
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াতে আপোনাৰ বাবে এটা এচাইনমেণ্ট:
+
| ইয়াতে আপোনাৰ বাবে এটা এচাইনমেণ্ট:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:27
+
| 10:27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| তলত দিয়া বিলাকৰ বাবে SQL কুৱেৰি লিখক আৰু পৰীক্ষা কৰক:
+
| তলত দিয়া বিলাকৰ বাবে SQL কুৱেৰি লিখক আৰু পৰীক্ষা কৰক:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:33
+
| 10:33
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ১. লাইব্ৰেৰীৰ সকলো সদস্যৰ তথ্য আহৰণ কৰক।
+
| ১. লাইব্ৰেৰীৰ সকলো সদস্যৰ তথ্য আহৰণ কৰক
২. ১৫০.০০ টকাতকৈ বেছি দামৰ কিতাপবিলাকৰ এখন তালিকা আহৰণ কৰক।
+
২. ১৫০.০০ টকাতকৈ বেছি দামৰ কিতাপবিলাকৰ এখন তালিকা আহৰণ কৰক
৩. উইলিয়াম শ্বেকছপিয়েৰ বা জন মিল্টনে লিখা কিতাপৰ এখন তালিকা আহৰণ কৰক।
+
৩. উইলিয়াম শ্বেকছপিয়েৰ বা জন মিল্টনে লিখা কিতাপৰ এখন তালিকা আহৰণ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:56
+
| 10:56
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| পৰৱৰ্তী টিউটৰিয়েলত আমি SQL-অৰ বিষয়ে অধিক শিকিম।
+
| পৰৱৰ্তী টিউটৰিয়েলত আমি SQL-অৰ বিষয়ে অধিক শিকিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:01
+
| 11:01
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইখিনিতেই লিবাৰঅফিছ বেছত কুৱেৰিজ ইন SQL ভিউ সম্পৰ্কীয় টিউটৰিয়েলৰ সামৰণি পৰিছে।
+
| এইখিনিতেই লিবাৰঅফিছ বেছত কুৱেৰিজ ইন SQL ভিউ সম্পৰ্কীয় টিউটৰিয়েলৰ সামৰণি পৰিছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:09
+
| 11:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সাৰাংশ হিচাপে, আমি শিকিলো কেনেকৈ:
+
| সাৰাংশ হিচাপে, আমি শিকিলো কেনেকৈ:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:12
+
| 11:12
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়,  
+
| SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়,  
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:17
+
| 11:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সৰল SQL লিখা হয়
+
| সৰল SQL লিখা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:20
+
| 11:20
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
+
| চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:25
+
| 11:25
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়।
+
| আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:35
+
| 11:35
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
+
| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ  ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে 
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11;47
+
| 11;47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
+
| এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে  এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 11:55
+
| 11:55
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে। আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা। অংশগ্ৰহণৰ বাবে ধন্যবাদ।
+
| এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে  আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা  অংশগ্ৰহণৰ বাবে ধন্যবাদ
  
 
|}
 
|}

Revision as of 16:08, 27 March 2017

Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ:
00:09 SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়, সৰল SQL লিখা হয়
00:16 চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
00:20 আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়
00;27 SQL ভিউত কুৱেৰি তৈয়াৰ কৰাৰ বাবে বেছ ব্যৱহাৰ কৰাৰ আগতে লিবাৰঅফিছ বেছৰ বিষয়ে আলোচনা কৰা যাওক
00:35 বেছ HSQL ডাটাবেছ ইঞ্জিনত চলে
00:41 জাভাত লিখা এটা অপেনচ’ৰ্চ ডাটাবেছ ইঞ্জিন চফট্‌ৱেৰ আছে HSQLDB সম্পৰ্কে অধিক জানিবৰ বাবে http://hsqldb.org–অলৈ যাওক
01:02 ঠিক আছে, এতিয়া SQLৰ বিষয়ে শিকা যাওক
01:06 SQLৰ অৰ্থ হৈছে Structured Query Language ডাটাবেছ একচেচ আৰু মেনিপুলেটিঙৰ বাবে ই এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ
01:17 এইটো হৈছে আন্তঃৰাষ্ট্ৰীয়ভাৱে গৃহীত ANSI ষ্টেণ্ডাৰ্ড
01:23 আৰু সেইবাবেই ইয়াক বিভিন্ন ধৰণৰ ডাটাবেছ মেনেজমেণ্ট চিষ্টেমচ্ বা DBMS-অত ব্যৱহাৰ কৰা হৈছে
01;31 কিছুমান উদাহৰণ হৈছে— আমাৰ চিনাকি LibreOffice Base, MySQL, Microsoft SQL Server, Microsoft Access, Oracle, আৰু DB2
01:47 SQL-ৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে এটা ডাটাবেছৰ পৰা ডাটা উদ্ধাৰ কৰা যিটোক ডাটাবেছ কুৱেৰি কৰা বুলিও জনা যায়
01:58 ডাটাবেছত ডাটা সুমুওৱা, ডাটাবেছত ডাটা আপডেট কৰা বা ডাটা ডিলিট কৰাৰ বাবেও SQL ব্যৱহাৰ কৰিব পাৰি
02:09 আৰু আমি বেছ ব্যৱহাৰ কৰি এই সকলোখিনি আমাৰ আগৰ টিউটৰিয়েলত কৰি আহিছোঁ
02:16 ইয়াৰ বাবে আমি ব্যৱহাৰকাৰীৰ বাবে অতি সুবিধাজনক উইজাৰ্ড আৰু ডিজাইনিং উইণ্ড’ ব্যৱহাৰ কৰিছিলো
02:22 কিন্তু আণ্ডাৰলায়িং কুৱেৰি লেংগুৱেজৰ জ্ঞানে ডাটাবেছ কুৱেৰি কৰাৰ ক্ষেত্ৰত আমাক অধিক সুবিধা আৰু শক্তি দিয়ে আৰু SQL কেৱল ডাটা মডিফাই কৰাৰ বাবেই নহয়, ডাটাবেছ আৰু টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিবৰ বাবেও ব্যৱহাৰ কৰিব পাৰি
02:43 যিহেতু আমাৰ টিউটৰিয়েলে SQL-ৰ সকলোখিনি সামৰি নলয়, গতিকে ইয়াতে কিছুমান দৰকাৰী টিউটৰিয়েল আৰু সেইবোৰৰ ৱেবচাইট দিয়া হৈছে
02:59 HSQLDB-ৰ নিজা ব্যৱহাৰকাৰী নিৰ্দেশিকা আছে সেইবিলাক অনলাইনত চাব পাৰি অথবা পিডিএফ ফাইল হিচাপে ডাউনলোড কৰি কম্পিউটাৰত চেভ কৰিব পাৰি
03:14 ঠিক আছে, এতিয়া কিছুমান SQL শিকা যাওক আমি আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ খুলিম
03:23 আমাৰ লাইব্ৰেৰী ডাটাবেছ খোলা যাওক এতিয়া, বাওঁ পেনেলৰ কুৱেৰিজ তালিকাত ক্লিক কৰক
03:34 আৰু তাৰপিছত Create Query in SQL View’-ত ক্লিক কৰক এতিয়া আমি কুৱেৰি ডিজাইন শিৰোনামৰ এখন খালী উইণ্ড’ দেখা পাইছোঁ
03:46 আৰু ইয়াতে আমি SQL-অত আমাৰ কুৱেৰি লিখিম
03:51 গতিকে আমাৰ প্ৰথম সৰল কুৱেৰি লিখা যাওক আৰু সেয়া হৈছে লাইব্ৰেৰীৰ সকলো কিতাপৰ তথ্য আহৰণ কৰা সহজ
04:02 যিকোনো আহৰণৰ বাবে SELECT কিৱৰ্ড ব্যৱহাৰ কৰিব লাগে গতিকে আমি আমাৰ কুৱেৰি এই ধৰণে লিখিম:
04:10 SELECT * FROM Books
04:15 ইয়াত বুকচ্ হৈছে টেবুলৰ নাম বুকচত ডাঙৰ আখৰ B-টো লক্ষ্য কৰক
04:23 আমি আগতে ব্যৱহাৰ কৰা টেবুল বা কলম নামবিলাক বিশ্বাসযোগ্যভাৱে অনুসৰণ কৰিম
04:29 আৰু * হৈছে ৱাইল্ড কাৰ্ড ইয়াত ইয়াৰ অৰ্থ হৈছে বুকচ্ টেবুলৰ সকলোবিলাক ফিল্ড বা কলম আহৰণ কৰা
04:39 এতিয়া ইয়াক কাৰ্যকৰীকৰণ বা ৰান কৰিম ‘এডিট’ মেনুত ক্লিক কৰক আৰু তাৰপিছত ‘ৰান কুৱেৰি’ত ক্লিক কৰক
04;48 এতিয়া আমি কিতাপৰ তথ্য সম্বলিত তালিকাৰে সৈতে এখন টপ পেনেল দেখা পাইছোঁ
04:53 আমি এইখন কুৱেৰি বা আমি লিখা অন্য যিকোনো কুৱেৰি চেভ কৰিব পাৰোঁ আৰু সেইবিলাকৰ বৰ্ণানাত্মক নাম দিব পাৰোঁ
05:00 গতিকে এইখন হ’ল আমাৰ প্ৰথম সৰল কুৱেৰি ইয়াতে কেইটামান পৰামৰ্শ:
05:06 HSQLDB ইয়াৰ ডাটাবেছ অবজেক্ট নামৰ ক্ষেত্ৰত কেছ চেনচিটিভ যেনে টেবুল আৰু কলম নাম
05:17 ইয়াৰ অৰ্থ হ’ল, ডাঙৰ আখৰ  B থকা Books টেবুল নামটো সৰু আখৰ b থকা books টেবুল নামৰ সৈতে একে নহয়
05:27 কিন্তু সুবিধাৰ বাবে আমি সকলোবোৰ আপাৰকেছ বা সকলোবোৰ লৱাৰকেছ ব্যৱহাৰ কৰিব পাৰোঁ
05:34 উদাহৰণ স্বৰূপে: BOOKSডাঙৰ আখৰত অথবা members সৰু আখৰত
05:44 কিন্তু মিহলি কেছ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আৰু বুজিবলৈ সহজ হয় উদাহৰণ স্বৰূপে: ডাঙৰ আখৰ B আৰু I ব্যৱহাৰ কৰা BooksIssued
05:57 বা ডাঙৰ আখৰ  R D ব্যৱহাৰ কৰা ReturnDate
06:03 গতিকে, টেবুল নাম আৰু কলম নাম যিধৰণে তৈয়াৰ কৰা হৈছিল, সেই ধৰণেই আমি ব্যৱহাৰ কৰিব লাগিব
06:11 SELECT-অৰ দৰে SQL কিৱৰ্ডৰ ক্ষেত্ৰত আমি যিকোনো কেছ বা মিহলি কেছ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু পঢ়াৰ সুবিধাৰ বাবে আমি সকলোতে একে ধৰণৰ কেছ ব্যৱহাৰ কৰিম
06:25 আমাৰ উদাহৰণত আমি কিৱৰ্ডৰ বাবে সকলোবোৰ আপাৰকেছ ব্যৱহাৰ কৰিম
06:31 এতিয়া আমি পৰৱৰ্তী কুৱেৰিলৈ যাম ইয়াক আমি এখন নতুন উইণ্ড’ত লিখিব পাৰোঁ বা আগৰ কুৱেৰিটোৰ ওপৰতো লিখিব পাৰোঁ
06:42 এতিয়াৰ বাবে আগৰ কুৱেৰিটোৰ ওপৰতে ইয়াক লিখা যাওক
06:47 বুকচ্ টেবুলৰ পৰা কেইটামান নিৰ্দিষ্ট কলম আহৰণ কৰা যাওক SELECT Title, Author FROM Books
06:58 আৰু কুৱেৰিটো চলাওক আমি ফাইল মেনু বাৰৰ তলত থকা ৰান কুৱেৰি আইকনটোও ব্যৱহাৰ কৰিব পাৰোঁ অথবা F5 কিবৰ্ড শ্বৰ্টকাটও ব্যৱহাৰ কৰিব পাৰোঁ
07:13 আৰু আমি বিচৰা কলমৰ সৈতে আমাৰ ৰেকৰ্ড দেখা গৈছে
07:19 ঠিক আছে, আগবঢ়া যাওক
07:22 আমাৰ কুৱেৰিৰ বাবে চৰ্ত বা ক্ৰাইটেৰিয়াৰ সৈতে চিনাকি হওঁ আহক
07:27 আমি কেৱল কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপৰ তথ্যহে আহৰণ কৰিম
07:31 গতিকে ইয়াৰ বাবে আমাৰ কুৱেৰি হ’ব— SELECT * FROM Books WHERE Publisher = 'Cambridge'
07:46 লক্ষ্য কৰক যে আমি WHERE বুলি এটা নতুন কিৱৰ্ড আৰোপ কৰিলো
07:52 যিটোক এটা চৰ্তই অনুসৰণ কৰিছে, য’ত কোৱা হৈছে Publisher equals Cambridge
07:59 এতিয়া আমাৰ কুৱেৰিটো চলোৱা যাওক আৰু আমি দেখা পাইছোঁ যে কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপসমূহহে প্ৰদৰ্শিত হৈছে
08:08 এই ধৰণে আমি এটা কুৱেৰিত যিকোনো সংখ্যক চৰ্ত বা ক্ৰাইটেৰিয়া দিব পাৰোঁ
08:14 দুটা চৰ্ত থকা এটা কুৱেৰি লিখা যাওক
08:18 সেইখিনি কিতাপৰ তথ্য আহৰণ কৰা যাওক, যিখিনি কেম্ব্ৰিজে প্ৰকাশ কৰিছে আৰু ১৯৭৫ চনৰ পিছত প্ৰকাশিত হৈছে
08:29 গতিকে আমাৰ কুৱেৰি হ’ব: SELECT * FROM Books WHERE Publisher = 'Cambridge' AND PublishedYear > 1975
08:49 WHERE কিৱৰ্ড বা ক্লজৰ পিছত আমি দুটা চৰ্ত দেখা পাইছোঁ
08:55 লক্ষ্য কৰক যে সেই চৰ্ত দুটাক AND-ৰ দ্বাৰা যুক্ত কৰি থোৱা হৈছে ইয়াত AND-অক লজিকেল অপাৰেটৰ বুলি কোৱা হয়
09:04 আৰু ই দুটা সংযুক্ত চৰ্তক আগবঢ়াই দিয়ে OR হৈছে অন্য এটা লজিকেল অপাৰেটৰ
09:13 এইবিলাক পিছত ওপৰৰ কুৱেৰিত ব্যৱহাৰ কৰি ফঁহিয়াই চাব
09:18 এতিয়া কুৱেৰিটো চলাওক আৰু ফলাফল ওপৰত লক্ষ্য কৰক
09:23 গতিকে, আমাৰ চৰ্ত পূৰণ কৰা কিতাপখিনি হ’ল এয়া
09:29 ঠিক আছে, একাধিক চৰ্ত যোগ কৰাৰ আন এটা উপায়ৰ বিষয়ে শিকা যাওক
09:36 কেম্ব্ৰিজে প্ৰকাশ কৰা বা অক্সফৰ্ডে প্ৰকাশ কৰা বা দুয়োটা প্ৰকাশনে প্ৰকাশ কৰা কিতাপৰ এখন তালিকা আমি কেনেকৈ পাব পাৰোঁ?
09:46 কুৱেৰিটো হ’ব এনে ধৰণৰ:

SELECT * FROM Books WHERE Publisher IN ( 'Cambridge', 'Oxford')

10:09 IN বোলা নতুন কিৱৰ্ডটো লক্ষ্য কৰক
10:13 কেৱল এটা কলমক ভিত্তি কৰা চৰ্তক সংযুক্ত কৰাৰ ক্ষেত্ৰত ই সহায় কৰে এইটো ক্ষেত্ৰত কলমটো হৈছে পাব্লিশ্বাৰ
10:21 আৰু এতিয়া ফলাফল লক্ষ্য কৰক
10:25 ইয়াতে আপোনাৰ বাবে এটা এচাইনমেণ্ট:
10:27 তলত দিয়া বিলাকৰ বাবে SQL কুৱেৰি লিখক আৰু পৰীক্ষা কৰক:
10:33 ১. লাইব্ৰেৰীৰ সকলো সদস্যৰ তথ্য আহৰণ কৰক

২. ১৫০.০০ টকাতকৈ বেছি দামৰ কিতাপবিলাকৰ এখন তালিকা আহৰণ কৰক ৩. উইলিয়াম শ্বেকছপিয়েৰ বা জন মিল্টনে লিখা কিতাপৰ এখন তালিকা আহৰণ কৰক

10:56 পৰৱৰ্তী টিউটৰিয়েলত আমি SQL-অৰ বিষয়ে অধিক শিকিম
11:01 এইখিনিতেই লিবাৰঅফিছ বেছত কুৱেৰিজ ইন SQL ভিউ সম্পৰ্কীয় টিউটৰিয়েলৰ সামৰণি পৰিছে
11:09 সাৰাংশ হিচাপে, আমি শিকিলো কেনেকৈ:
11:12 SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়,
11:17 সৰল SQL লিখা হয়
11:20 চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
11:25 আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়
11:35 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
11;47 এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
11:55 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi