Difference between revisions of "LibreOffice-Suite-Impress/C3/Custom-Animation/Assamese"
From Script | Spoken-Tutorial
(Created page with '=Resources for recording= Custom Animation {| border=1 || '''Visual Cue''' || '''Narration''' |- ||00.00 ||লিবাৰঅফিছ ইম…') |
|||
(2 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
− | |||
− | |||
− | |||
− | |||
{| border=1 | {| border=1 | ||
− | || | + | || Time |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
||00.00 | ||00.00 | ||
− | ||লিবাৰঅফিছ ইমপ্ৰেছত কাষ্টম এনিমেচন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ। | + | ||নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত Custom Animation (কাষ্টম এনিমেচন) সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ। |
|- | |- | ||
− | ||00.07 | + | ||00.07 |
||এই টিউটৰিয়েলত আমি ইমপ্ৰেছত কাষ্টম এনিমেচন সম্পৰ্কে শিকিম। | ||এই টিউটৰিয়েলত আমি ইমপ্ৰেছত কাষ্টম এনিমেচন সম্পৰ্কে শিকিম। | ||
|- | |- | ||
− | ||00.12 | + | ||00.12 |
− | ||ইয়াত আমি উবুণ্টু লিনাক্স 10.04 আৰু | + | ||ইয়াত আমি উবুণ্টু লিনাক্স 10.04 আৰু লিবাৰ অফিছ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছোঁ। |
|- | |- | ||
||00.21 | ||00.21 | ||
− | || প্ৰথমে Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো | + | || প্ৰথমে Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক। |
|- | |- | ||
||00.26 | ||00.26 | ||
− | ||শ্লাইড পেনৰ পৰা Potential Alternatives থাম্বনেইলত ক্লিক কৰক। | + | || Slides (শ্লাইড) পেনৰ পৰা Potential Alternatives থাম্বনেইলত ক্লিক কৰক। |
|- | |- | ||
||00.32 | ||00.32 | ||
− | || শ্লাইডখন এতিয়া | + | || শ্লাইডখন এতিয়া Main পেনত প্ৰদৰ্শিত হৈছে। |
|- | |- | ||
|| 00.36 | || 00.36 | ||
− | || আমাৰ প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় কৰিবলৈ কেনেকৈ কাষ্টম এনিমেচন ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে | + | || আমাৰ প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় কৰিবলৈ কেনেকৈ কাষ্টম এনিমেচন ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে শিকো অাহক। |
|- | |- | ||
Line 45: | Line 41: | ||
|- | |- | ||
|| 00.54 | || 00.54 | ||
− | || ইমপ্ৰেছ উইণ্ড’ৰ সোঁফালে থকা | + | || Impress (ইমপ্ৰেছ) উইণ্ড’ৰ সোঁফালে থকা Tasks পেনৰ Custom Animation ত ক্লিক কৰক। |
|- | |- | ||
|| 01.01 | || 01.01 | ||
− | || | + | ||addত ক্লিক কৰক। |
|- | |- | ||
|| 01.03 | || 01.03 | ||
− | || | + | || Custom Animation ডায়লগ বক্স ওলাই আহে। |
|- | |- | ||
|| 01.07 | || 01.07 | ||
− | || লক্ষ্য কৰক যে | + | || লক্ষ্য কৰক যে Entranceটেবটো খোল খাই আছে। |
|- | |- | ||
|| 01.10 | || 01.10 | ||
− | || স্ক্ৰীনত আইটেম কেনেকৈ ওলাব, সেইটো | + | || স্ক্ৰীনত আইটেম কেনেকৈ ওলাব, সেইটো Entranceটেবে নিয়ন্ত্ৰণ কৰে। |
|- | |- | ||
Line 69: | Line 65: | ||
|- | |- | ||
|| 01.21 | || 01.21 | ||
− | || | + | || Basicৰ অধীনত Diagonal Squares বাছনি কৰক। |
|- | |- | ||
Line 77: | Line 73: | ||
|- | |- | ||
|| 01.30 | || 01.30 | ||
− | || | + | || Speed field ৰ ড্ৰপ ডাউন বক্সত ক্লিক কৰক, Slow বাছনি কৰক আৰু OKত ক্লিক কৰক। |
|- | |- | ||
|| 01.37 | || 01.37 | ||
− | || | + | || Effect ফিল্ডে এনিমেচনৰ বিভিন্ন অপশ্যন চেট কৰিবলৈ সুবিধা দিয়ে। |
|- | |- | ||
|| 01.43 | || 01.43 | ||
− | || | + | || Effect ফিল্ডৰ তলত থকা বক্সটোৱে প্ৰেজেণ্টেশ্যনটোত যোগ দি থোৱা এনিমেচনবোৰ প্ৰদৰ্শন কৰে। |
|- | |- | ||
Line 93: | Line 89: | ||
|- | |- | ||
|| 01.56 | || 01.56 | ||
− | || স্ক্ৰল ডাউন কৰক আৰু | + | || স্ক্ৰল ডাউন কৰক আৰু Play ত ক্লিক কৰক। |
|- | |- | ||
|| 02.00 | || 02.00 | ||
− | || আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ এতিয়া মেইন পেনত প্লে’ হ’ব। | + | || আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ এতিয়া মেইন পেনত প্লে’ হ’ব। |
|- | |- | ||
|| 02.08 | || 02.08 | ||
− | || এতিয়া, শ্লাইডত দ্বিতীয় টেক্স বক্সটো চিলেক্ট কৰক। | + | || এতিয়া, শ্লাইডত দ্বিতীয় টেক্স বক্সটো চিলেক্ট কৰক। Custom Animation ৰ অধীনত থকা Add ত ক্লিক কৰক। |
− | + | ||
|- | |- | ||
|| 02.18 | || 02.18 | ||
− | || ওলাই অহা Custom Animation dialog বক্সৰ | + | || ওলাই অহা Custom Animation dialog বক্সৰ Basic Animation ৰ অধীনত থকা Wedge চিলেক্ট কৰক। |
|- | |- | ||
|| 02.25 | || 02.25 | ||
− | || স্পীড | + | || স্পীড Medium বুলি চেট কৰক। OK ত ক্লিক কৰক। |
|- | |- | ||
Line 121: | Line 116: | ||
|- | |- | ||
||02.42 | ||02.42 | ||
− | || দ্বিতীয় এনিমেচনটো চিলেক্ট কৰক। | + | || দ্বিতীয় এনিমেচনটো চিলেক্ট কৰক। Play বাটনত ক্লিক কৰক। |
|- | |- | ||
Line 129: | Line 124: | ||
|- | |- | ||
|| 02.51 | || 02.51 | ||
− | || ইয়াৰ বাবে এনিমেচন চিলেক্ট কৰাৰ সময়ত | + | || ইয়াৰ বাবে এনিমেচন চিলেক্ট কৰাৰ সময়ত Shift কীটো টিপি ধৰি থাকক। |
|- | |- | ||
|| 02.57 | || 02.57 | ||
− | || | + | || Play ’ত ক্লিক কৰক। আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ প্লে’ হৈছে। |
|- | |- | ||
|| 03.05 | || 03.05 | ||
− | || এতিয়া তৃতীয় টেক্সট্ বক্সটো চিলেক্ট কৰক। লেআউটৰ পৰা | + | || এতিয়া তৃতীয় টেক্সট্ বক্সটো চিলেক্ট কৰক। লেআউটৰ পৰা Add ত ক্লিক কৰক। |
|- | |- | ||
|| 03.10 | || 03.10 | ||
− | || | + | || Entrance টেবত Basic ৰ অধীনত থকা Diamond চিলেক্ট কৰক। |
|- | |- | ||
||03.17 | ||03.17 | ||
− | || স্পীড | + | || স্পীড Slow বুলি চেট কৰক। OK ত ক্লিক কৰক। |
|- | |- | ||
Line 153: | Line 148: | ||
|- | |- | ||
|| 03.26 | || 03.26 | ||
− | || | + | || Change Order বাটন ব্যৱহাৰ কৰি আপুনি এনিমেচনৰ ক্ৰমো সলনি কৰিব পাৰে। |
|- | |- | ||
Line 161: | Line 156: | ||
|- | |- | ||
|| 03.40 | || 03.40 | ||
− | || তালিকাৰ প্ৰথম এনিমেচনত ডবল ক্লিক কৰক। এইটো হৈছে Diagonal Squares অপশ্যন। | + | || তালিকাৰ প্ৰথম এনিমেচনত ডবল ক্লিক কৰক। এইটো হৈছে Diagonal Squares অপশ্যন। |
|- | |- | ||
|| 03.46 | || 03.46 | ||
− | || | + | || Effects Options ডায়লগ বক্স ওলাই আহে। |
|- | |- | ||
|| 03.50 | || 03.50 | ||
− | || ডিফল্ট হিচাপে | + | || ডিফল্ট হিচাপে Effects টেবটো দৃশ্যমান হৈ আছে। |
|- | |- | ||
|| 03.54 | || 03.54 | ||
− | || | + | || Settings ৰ অধীনত Direction ড্ৰপ ডাউনত ক্লিক কৰক আৰু From right to top চিলেক্ট কৰক। |
− | + | ||
|- | |- | ||
|| 04.01 | || 04.01 | ||
Line 181: | Line 175: | ||
|- | |- | ||
|| 04.08 | || 04.08 | ||
− | || ডায়লগ বক্সটো বন্ধ কৰিবলৈ | + | || ডায়লগ বক্সটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক। |
|- | |- | ||
|| 04.12 | || 04.12 | ||
− | || আপুনি যোগ দিয়া এনিমেচনটো চাবলৈ | + | || আপুনি যোগ দিয়া এনিমেচনটো চাবলৈ Play বাটনত ক্লিক কৰক। |
|- | |- | ||
|| 04.17 | || 04.17 | ||
− | || এনিমেচনটোত আকৌ ডবল ক্লিক কৰক। | + | || এনিমেচনটোত আকৌ ডবল ক্লিক কৰক। Effect Options ডায়লগ বক্সটো ওলাই আহে। |
|- | |- | ||
|| 04.24 | || 04.24 | ||
− | || | + | || Timing টেবত ক্লিক কৰক। |
|- | |- | ||
|| 04.26 | || 04.26 | ||
− | || | + | || Delay ফিল্ডত ডিলে (delay)ৰ পৰিমাণ 1.0 sec ইয়ালৈ বঢ়াই দিয়ক। ইয়ে এনিমেচনটো এক ছেকেণ্ডৰ পিছত আৰম্ভ কৰায়। OK ত ক্লিক কৰক। |
|- | |- | ||
Line 205: | Line 199: | ||
|- | |- | ||
|| 04.43 | || 04.43 | ||
− | || | + | || Play বাটনত ক্লিক কৰক। |
|- | |- | ||
Line 217: | Line 211: | ||
|- | |- | ||
|| 04.54 | || 04.54 | ||
− | || | + | || Effects Options ডায়লগ বক্স ওলাই আহে। |
|- | |- | ||
||05.02 | ||05.02 | ||
− | || | + | || Text Animation টেবত ক্লিক কৰক। |
|- | |- | ||
||05.05 | ||05.05 | ||
− | || | + | || Text Animation টেবে টেক্সটৰ এনিমেচন কৰিবৰ বাবে বিভিন্ন অপশ্যন আগবঢ়ায়। |
|- | |- | ||
|| 05.12 | || 05.12 | ||
− | || | + | || Group text ফিল্ডত By 1st level paragraphs চিলেক্ট কৰক। |
|- | |- | ||
Line 237: | Line 231: | ||
|- | |- | ||
|| 05.20 | || 05.20 | ||
− | || পিছৰ পইণ্টটোলৈ যোৱাৰ আগতে যেতিয়া আপুনি এটা নিৰ্দিষ্ট পইণ্ট বিতংভাৱে আলোচনা | + | || পিছৰ পইণ্টটোলৈ যোৱাৰ আগতে যেতিয়া আপুনি এটা নিৰ্দিষ্ট পইণ্ট বিতংভাৱে আলোচনা কৰিব বিচাৰে, তেতিয়া এই অপশ্যন ব্যৱহাৰ কৰিব পাৰে। |
|- | |- | ||
||05.28 | ||05.28 | ||
− | || | + | || OK ত ক্লিক কৰক, Play ত ক্লিক কৰক। |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 253: | Line 243: | ||
|- | |- | ||
||05.36 | ||05.36 | ||
− | || বেলেগ বেলেগ এনিমেচন তৈয়াৰ কৰক আৰু প্ৰতিটোৰে | + | || বেলেগ বেলেগ এনিমেচন তৈয়াৰ কৰক আৰু প্ৰতিটোৰে Effect অপশ্যন পৰীক্ষা কৰক। |
|- | |- | ||
Line 261: | Line 251: | ||
|- | |- | ||
||05.48 | ||05.48 | ||
− | || | + | ||Slide Show বাটনত ক্লিক কৰক। তাৰপিছত এনিমেচনটো চাবৰ বাবে স্ক্ৰীনৰ যিকোনো ঠাইত ক্লিক কৰক। |
|- | |- | ||
||05.59 | ||05.59 | ||
− | ||এটা প্ৰেজেণ্টেশ্যনৰ একঘেয়ামী ভাঙিবৰ বাবে এনিমেচন এটা ভাল উপায়। ই অন্যভাৱে বুজাবলৈ অসুবিধা হোৱা কিছুমান পইণ্ট ভালকৈ ব্যাখ্যা কৰাত সহায় কৰে। | + | ||এটা প্ৰেজেণ্টেশ্যনৰ monotony মানে একঘেয়ামী ভাঙিবৰ বাবে এনিমেচন এটা ভাল উপায়। ই অন্যভাৱে বুজাবলৈ অসুবিধা হোৱা কিছুমান পইণ্ট ভালকৈ ব্যাখ্যা কৰাত সহায় কৰে। |
|- | |- | ||
Line 289: | Line 279: | ||
|- | |- | ||
||06.33 | ||06.33 | ||
− | || তিনিটা বুলেট পইণ্টৰ সৈতে এটা টেক্সট্ বক্স তৈয়াৰ | + | || তিনিটা বুলেট পইণ্টৰ সৈতে এটা টেক্সট্ বক্স তৈয়াৰ কৰক। |
|- | |- | ||
Line 305: | Line 295: | ||
|- | |- | ||
||06.51 | ||06.51 | ||
− | ||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড | + | ||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
|- | |- | ||
Line 321: | Line 311: | ||
|- | |- | ||
||07.22 | ||07.22 | ||
− | || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro লিংকত পোৱা যাব। | + | || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই লিংকত পোৱা যাব। |
|- | |- | ||
||07.33 | ||07.33 | ||
− | ||এই পাঠটি পল্লভ প্ৰান | + | ||এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . |
|- | |- |
Latest revision as of 12:58, 27 March 2017
Time | Narration |
00.00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত Custom Animation (কাষ্টম এনিমেচন) সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ। |
00.07 | এই টিউটৰিয়েলত আমি ইমপ্ৰেছত কাষ্টম এনিমেচন সম্পৰ্কে শিকিম। |
00.12 | ইয়াত আমি উবুণ্টু লিনাক্স 10.04 আৰু লিবাৰ অফিছ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছোঁ। |
00.21 | প্ৰথমে Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক। |
00.26 | Slides (শ্লাইড) পেনৰ পৰা Potential Alternatives থাম্বনেইলত ক্লিক কৰক। |
00.32 | শ্লাইডখন এতিয়া Main পেনত প্ৰদৰ্শিত হৈছে। |
00.36 | আমাৰ প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় কৰিবলৈ কেনেকৈ কাষ্টম এনিমেচন ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে শিকো অাহক। |
00.43 | শ্লাইডৰ বাওঁফালে থকা প্ৰথম টেক্সট্ বক্সটো চিলেক্ট কৰক। |
00.47 | ইয়াৰ বাবে টেক্সটত ক্লিক কৰক আৰু তাৰপিছত দৃশ্যমান হোৱা সীমাৰেখাত ক্লিক কৰক। |
00.54 | Impress (ইমপ্ৰেছ) উইণ্ড’ৰ সোঁফালে থকা Tasks পেনৰ Custom Animation ত ক্লিক কৰক। |
01.01 | addত ক্লিক কৰক। |
01.03 | Custom Animation ডায়লগ বক্স ওলাই আহে। |
01.07 | লক্ষ্য কৰক যে Entranceটেবটো খোল খাই আছে। |
01.10 | স্ক্ৰীনত আইটেম কেনেকৈ ওলাব, সেইটো Entranceটেবে নিয়ন্ত্ৰণ কৰে। |
01.15 | অন্যান্য টেবৰ বিষয়ে আমি এই চিৰিজৰ পৰৱৰ্তী কোনোবা টিউটৰিয়েলত শিকিম। |
01.21 | Basicৰ অধীনত Diagonal Squares বাছনি কৰক। |
01.25 | আপোনাৰ এনিমেচন প্ৰদৰ্শন হোৱা স্পীডো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে। |
01.30 | Speed field ৰ ড্ৰপ ডাউন বক্সত ক্লিক কৰক, Slow বাছনি কৰক আৰু OKত ক্লিক কৰক। |
01.37 | Effect ফিল্ডে এনিমেচনৰ বিভিন্ন অপশ্যন চেট কৰিবলৈ সুবিধা দিয়ে। |
01.43 | Effect ফিল্ডৰ তলত থকা বক্সটোৱে প্ৰেজেণ্টেশ্যনটোত যোগ দি থোৱা এনিমেচনবোৰ প্ৰদৰ্শন কৰে। |
01.51 | লক্ষ্য কৰক, প্ৰথম এনিমেচনটো এনিমেচনৰ তালিকাত যোগ দিয়া হৈ আছে। |
01.56 | স্ক্ৰল ডাউন কৰক আৰু Play ত ক্লিক কৰক। |
02.00 | আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ এতিয়া মেইন পেনত প্লে’ হ’ব। |
02.08 | এতিয়া, শ্লাইডত দ্বিতীয় টেক্স বক্সটো চিলেক্ট কৰক। Custom Animation ৰ অধীনত থকা Add ত ক্লিক কৰক। |
02.18 | ওলাই অহা Custom Animation dialog বক্সৰ Basic Animation ৰ অধীনত থকা Wedge চিলেক্ট কৰক। |
02.25 | স্পীড Medium বুলি চেট কৰক। OK ত ক্লিক কৰক। |
02.31 | লক্ষ্য কৰক যে এই এনিমেচনটো বক্সটোত যোগ হৈ গৈছে। |
02.36 | মন কৰক, তালিকাখনত আপুনি তৈয়াৰ কৰা ক্ৰম অনুসৰি এনিমেচনবিলাক আছে। |
02.42 | দ্বিতীয় এনিমেচনটো চিলেক্ট কৰক। Play বাটনত ক্লিক কৰক। |
02.47 | প্ৰিভিউৰ বাবে এখনতকৈ বেছিকৈয়ো এনিমেচন চিলেক্ট কৰিব পাৰি। |
02.51 | ইয়াৰ বাবে এনিমেচন চিলেক্ট কৰাৰ সময়ত Shift কীটো টিপি ধৰি থাকক। |
02.57 | Play ’ত ক্লিক কৰক। আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ প্লে’ হৈছে। |
03.05 | এতিয়া তৃতীয় টেক্সট্ বক্সটো চিলেক্ট কৰক। লেআউটৰ পৰা Add ত ক্লিক কৰক। |
03.10 | Entrance টেবত Basic ৰ অধীনত থকা Diamond চিলেক্ট কৰক। |
03.17 | স্পীড Slow বুলি চেট কৰক। OK ত ক্লিক কৰক। |
03.22 | প্ৰত্যেকেটা এনিমেচনৰ কিছুমান ডিফল্ট বৈশিষ্ট্য থাকে। |
03.26 | Change Order বাটন ব্যৱহাৰ কৰি আপুনি এনিমেচনৰ ক্ৰমো সলনি কৰিব পাৰে। |
03.32 | প্ৰত্যেকটো এনিমেচনৰ ডিফল্ট বৈশিষ্ট্যবোৰ চোৱা যাওক আৰু সেইবোৰ কেনেকৈ মডিফাই কৰিব পাৰি, সেই বিষয়ে শিকা যাওক। |
03.40 | তালিকাৰ প্ৰথম এনিমেচনত ডবল ক্লিক কৰক। এইটো হৈছে Diagonal Squares অপশ্যন। |
03.46 | Effects Options ডায়লগ বক্স ওলাই আহে। |
03.50 | ডিফল্ট হিচাপে Effects টেবটো দৃশ্যমান হৈ আছে। |
03.54 | Settings ৰ অধীনত Direction ড্ৰপ ডাউনত ক্লিক কৰক আৰু From right to top চিলেক্ট কৰক। |
04.01 | ইয়ে এনিমেচনটো সোঁফালৰ পৰা আৰম্ভ কৰে আৰু আগবাঢ়ি যোৱাৰ লগে লগে ওপৰলৈ নি থাকে। |
04.08 | ডায়লগ বক্সটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক। |
04.12 | আপুনি যোগ দিয়া এনিমেচনটো চাবলৈ Play বাটনত ক্লিক কৰক। |
04.17 | এনিমেচনটোত আকৌ ডবল ক্লিক কৰক। Effect Options ডায়লগ বক্সটো ওলাই আহে। |
04.24 | Timing টেবত ক্লিক কৰক। |
04.26 | Delay ফিল্ডত ডিলে (delay)ৰ পৰিমাণ 1.0 sec ইয়ালৈ বঢ়াই দিয়ক। ইয়ে এনিমেচনটো এক ছেকেণ্ডৰ পিছত আৰম্ভ কৰায়। OK ত ক্লিক কৰক। |
04.39 | এতিয়া, প্ৰথম এনিমেচনটো চিলেক্ট কৰক। |
04.43 | Play বাটনত ক্লিক কৰক। |
04.45 | এনিমেচনটোত আপুনি কৰা সাল-সলনিবোৰ এতিয়া মন কৰিব পাৰে। |
04.50 | তালিকাৰ দ্বিতীয় এনিমেচনটোত ডবল ক্লিক কৰক। এইটো হৈছে আমি চেট কৰি থোৱা Wedges অপশ্যন। |
04.54 | Effects Options ডায়লগ বক্স ওলাই আহে। |
05.02 | Text Animation টেবত ক্লিক কৰক। |
05.05 | Text Animation টেবে টেক্সটৰ এনিমেচন কৰিবৰ বাবে বিভিন্ন অপশ্যন আগবঢ়ায়। |
05.12 | Group text ফিল্ডত By 1st level paragraphs চিলেক্ট কৰক। |
05.16 | এই বাছনিয়ে প্ৰত্যেকটো বুলেট পইণ্ট বেলেগ বেলেগকৈ প্ৰদৰ্শন কৰে। |
05.20 | পিছৰ পইণ্টটোলৈ যোৱাৰ আগতে যেতিয়া আপুনি এটা নিৰ্দিষ্ট পইণ্ট বিতংভাৱে আলোচনা কৰিব বিচাৰে, তেতিয়া এই অপশ্যন ব্যৱহাৰ কৰিব পাৰে। |
05.28 | OK ত ক্লিক কৰক, Play ত ক্লিক কৰক। |
05.32 | টিউটৰিয়েলটো এইখিনিতে ৰখাওক আৰু এই এচাইনমেণ্টটো কৰক। |
05.36 | বেলেগ বেলেগ এনিমেচন তৈয়াৰ কৰক আৰু প্ৰতিটোৰে Effect অপশ্যন পৰীক্ষা কৰক। |
05.43 | এতিয়া আমি তৈয়াৰ কৰা এনিমেচন এফেক্ট চাবলৈ শিকা যাওক। |
05.48 | Slide Show বাটনত ক্লিক কৰক। তাৰপিছত এনিমেচনটো চাবৰ বাবে স্ক্ৰীনৰ যিকোনো ঠাইত ক্লিক কৰক। |
05.59 | এটা প্ৰেজেণ্টেশ্যনৰ monotony মানে একঘেয়ামী ভাঙিবৰ বাবে এনিমেচন এটা ভাল উপায়। ই অন্যভাৱে বুজাবলৈ অসুবিধা হোৱা কিছুমান পইণ্ট ভালকৈ ব্যাখ্যা কৰাত সহায় কৰে। |
06.09 | যি কি নহওক, ইয়াত যাতে অতিৰঞ্জন নহয়, তাৰ বাবে সাৱধান হ’ব ! |
06.13 | অতিমাত্ৰা এনিমেচনে দৰ্শকৰ মনোযোগ আলোচনাৰ বিষয়বস্তুৰ পৰা অন্যফালে লৈ যাব পাৰে। |
06.20 | এইখিনিতে আমাৰ এই টিউটৰিয়েলৰ অন্ত পৰিছে। |
06.23 | এই টিউটৰিয়েলত আমি কাষ্টম এনিমেচন, এফেক্ট অপশ্যনৰ বিষয়ে শিকিলো। |
06.30 | আপোনাৰ বাবে এটা এছাইনমেণ্ট। |
06.33 | তিনিটা বুলেট পইণ্টৰ সৈতে এটা টেক্সট্ বক্স তৈয়াৰ কৰক। |
06.36 | এটা লাইনৰ পিছত আনটো লাইন প্ৰদৰ্শন হোৱাকৈ টেক্সট্খিনি এনিমেট কৰক। |
06.41 | এনিমেচনটো প্লে’ কৰক। |
06.44 | এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
06.51 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
06.55 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। |
07.04 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
07.11 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
07.22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই লিংকত পোৱা যাব। |
07.33 | এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . |
07.38 | যোগদান কৰাৰ বাবে ধন্যবাদ। |