Difference between revisions of "LibreOffice-Impress-on-BOSS-Linux/C2/Creating-a-presentation-document/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 ||লিবাৰ অফিচ ইপ্ৰেচত এটা ডকুমেন্ট প্ৰেজেন্টচন...") |
|||
(One intermediate revision by the same user not shown) | |||
Line 129: | Line 129: | ||
|- | |- | ||
|02:57 | |02:57 | ||
− | ||অন্তিম শ্লাইড ত ৰাইট ক্লিক কৰক আৰু | + | ||অন্তিম শ্লাইড ত ৰাইট ক্লিক কৰক আৰু Paste ক্লিক কৰক৷ |
|- | |- | ||
Line 298: | Line 298: | ||
|06:27 | |06:27 | ||
||এইটো নেছনেল মিছন অন এডুকেচন থৰ ICT, MHRD Government of India | ||এইটো নেছনেল মিছন অন এডুকেচন থৰ ICT, MHRD Government of India | ||
− | |||
|- | |- |
Latest revision as of 12:47, 27 March 2017
Time | Narration |
00:00 | লিবাৰ অফিচ ইপ্ৰেচত এটা ডকুমেন্ট প্ৰেজেন্টচন আৰু বেচিক ‘ফৰমেটিং বনাবৰ বাবে স্পোকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম ৷ |
00:08 | এইটো টিউটৰিয়েলতইম্পেচউইনণ্ডোৰ ডাগবোৰ আৰু কেনেকৈ ইনচাৰ্ট শ্লাইড, ক‘পি শ্লাইড, ফণ্টৰ বিষয়ে আৰু ফন্ট ফৰমেটিং কৰিৰ পাৰি তাক শিকিম৷ |
00:21 | আহক আমি ব্যৱহাৰ কৰিৰ পাৰিম GNU লিনাক্স আৰু লিবাৰ অইফচচুইট ডাৰচন ৩.৩.৪. |
00:29 | আহক আমি প্ৰেজেন্টেচনটো অ’পেন কৰো ঘিটো আমি আগৰ টিউটৰয়েলত বনাইছিলো ৷ |
00:35 | আহক ইিস্ক্ৰনত আমাৰ ঘিটো আছে তাক চাও৷ |
00:39 | মাজত আমি দেখিছো ঘিটো আমাৰ উৱৰকিং এৰিয়া৷ |
00:44 | আপুনি দেখাৰ দৰে Workspace ৩ ৫টা টেব আছে ঘাক View buttons বুলি কয়৷ |
00:49 | বৰ্তমান Normal” tab টো selective |
00:52 | individual slides বনোৱাৰ বাবে এইটোয়েই প্ৰকৃত ৷ |
00:55 | টপিক টাইটেলবোৰ য়ে দেখৱাই ঘ’ত আউটলাউন ফ’মেটত থকা প্ৰতিটো শ্লাইড বুলেট আৰু নাম্বাৰললিষ্ট হৈ থাকে৷ |
01:03 | Notes ডিউয়ে আপোনাক ন’টবোৰ প্ৰতিটো শ্লাইডত এড্ কৰিব ঘিবোৰ প্ৰেজেন্টচন দেখৱাৰ সময়ত দেখা পোৱা নাঘায়৷ |
01:10 | ডিউয়ে শ্লাইডবোৰ প্ৰিন্ট কৰবলৈ অনুমিত দিয়ে৷ |
01:14 | ইয়াত আমি প্ৰত্তে্ক পেইজত প্ৰিন্ট কৰিবলৈ শ্লাইড সংখ্যাবোৰ বাচি ল’ব লাগিব৷ |
01:19 | Slide Sorter ডিউয়ে শ্লাইড ৰ থাম্বনেইলচ্ দেখুৱাই৷ |
01:23 | আহক পুনৰ ক্লিক কৰক Normal ডিউৰ বুটনবোৰ |
01:26 | ইিস্ক্ৰনৰ বাওঁফালন আপুনি দেখিব Slides পেন ঘ’ত দেখুৱাৰ হৈছে ডি শ্লাইড ৰ thumbnails |
01:34 | সোফালে আপুনি ৫টা ডাগ থকা পেন দেখিব৷ |
01:40 | লেইআউট ডাগবোৰ লেইআউট প্ৰি-পেকেজদ্ হৈ আছে৷ |
01:43 | আমাৰ মেত এইেবাৰ আমি ব্যৱহাৰ কৰিব আৰু ম’ডিফাই কৰিব পাৰো৷ |
01:48 | আমি টিউটৰিয়েল চিৰিজটো প্ৰগ্ৰেজ কৰিবৰ বাবে ইয়াৰ প্ৰতিটো ডাগেই ডালদৰে চোৱাটো দৰকাৰ৷ |
01:55 | আহক বৰ্তমান আমি শিকো কেনেকৈ এটা ইনচাৰ্ট শ্লাইড কৰে৷ ক্লিক কৰি Slides পেনৰ দ্বিতীয় শ্লাইড টো চিলেক্ট কৰক৷ |
02:02 | এতিয়া Insert আৰু Slide ক্লিক কৰক৷ |
02:05 | দ্বিতায়টো শ্লাইড দেখাৰ পিছতে আমি এটা নতুন ব্লেংক শ্লাইড দেখিম৷ |
02:10 | slide টাইটল এটা add কৰক, টেৰ বাৰত ক্লিক কৰিলে ক’ব Click to add Title |
02:17 | এতিয়া টাইপ কৰক ’চৰ্ট টাৰ্ম ষ্ট্ৰেতেজি আৰু টেক্স বক্সৰ বাহিৰত ক্লিক কৰক৷ |
02:23 | গতিকে এটা টাইটল এনেধৰণে এড্ কৰিব পাৰি৷ |
02:26 | এটা শ্লাইড ৰ কপি দুই ধৰণে বনাৰ পাৰি৷ |
02:30 | প্ৰথমটো পথ হৈছে, ইনচাৰ্ত আৰু দুপ্লিকেত শ্লাইড’ত ক্লিক কৰক৷ |
02:35 | আমি আগৰ ষ্টেপত বনোৱা শ্লাইডৰ পাছত এটা নতুন ডুপ্লিকেত শ্লাইড ইনচাৰ্ট হোৱা দেখা পাম৷ |
02:42 | সালসলনি ওৱৰ্কস্পেচ পেনত থকা Slide Sorter ক্লিক কৰি শ্লাইডচাৰ্টাৰ ডিও লৈ ঘাওক৷ |
02:50 | এতিয়া ৰাইট ক্লিক কৰি ৭ৰ নম্বৰ শ্লাইডটো কপি কৰক আৰু কনেটক্সত মেনুৰ পৰা কপি চিলেক্টকৰক৷৷ |
02:57 | অন্তিম শ্লাইড ত ৰাইট ক্লিক কৰক আৰু Paste ক্লিক কৰক৷ |
03:01 | After চিলেক্ট কৰক আৰু OK ক্লিক কৰক৷ |
03:04 | প্ৰেজেনটেচনৰ শেষত আপুনি এতিয়া এটা শ্লাইডৰ কপি বনালো৷ |
03:09 | আৰু এতিয়া ফন্টচ আৰু আপুনি কিদৰে ফ’ন্ট ফৰমেট কৰিব পাৰিব, চাওঁ আহক৷ |
03:15 | এতিয়া ডাবল ক্লিক কৰি Longtermgoal নামৰ শ্লাইডখন চিলেক্ট কৰক৷ |
03:20 | বডি টেক্সৰ বস্কত ক্লিক কৰক আৰু সকলো টেক্সত চিলেক্ট কৰক৷ এতিয়া ডিলিট কৰক৷ |
03:24 | এতিয়া এইবোৰ টাইপ কৰক reduce costs , reduce dependence on few vendors, develop customized applications |
03:37 | ফন্ট টাইপ আৰু ফন্ট চাইজেবাৰৰ সলনি কৰা নিয়মবোৰ LibreOfficeWriterdocuments ৰ সৈতে একে৷ |
03:43 | টেক্সত এটা লাইন চিলক্ট কৰক৷ টেক্সত ফৰমেটৰ টুলবাৰত থকা ফ্ৰন্ট টাইপটো Albany ৰ পৰা সলনি কৰক Arial Black লৈ৷ |
03:52 | আৰু ফন্ট চাইজটো ৩২ পৰা ৪০৷ |
03:56 | টেক্সত বক্সৰ বাহিৰৰ ঘিকোনো থাইত ক্লিক কৰক৷ |
03:59 | চাৰ ঘাত font চেঞ্জ হৈছে৷ |
04:02 | আমি মেইনমেনু আৰু কেৰেকটাৰ অপচনমেনুৰ ফৰমেটত ক্লিক কৰিও ফন্ট চেনজ কৰিব পাৰো৷ |
04:09 | ই এটা dialog box অপেন কৰিব ঘত আমাৰমতে ফন্ট ষ্টাই আৰু চেট কৰিব পাৰো৷ |
04:14 | dialog box টো বন্ধ কৰক৷ |
04:19 | ফন্টটোৰ কালাৰ সলাবলৈ, আমি Development up to present নামৰ শ্লাইডটো চুজ কৰিব লাগিব৷ |
04:25 | বডিটেক্সত বক্স ক্লিক কৰক আৰু সকলো টেক্সত চিলেক্ট কৰক৷ |
04:30 | ফন্টকালাৰকনৰ পাচৰ ডাউনলড এৰ’ত ক্লিক কৰক আৰু লগা ধৰনে কালাৰ চিলেক্ট কৰক৷ |
04:37 | টেক্সত্ বক্সৰ বাহিৰৰ ঘিকোনো ঠাইত ক্লিক কৰক৷ |
04:40 | কালাৰৰ সলনি লক্ষ্য কৰক৷ |
04:43 | ফৰমেটিং ঘেনে বল্ড, ইটালিক্স আৰু আনদাৰলাইন আদি ৰ সৈতে একে৷ |
04:50 | Recommendations নামৰ শ্লাইডটো ক্লিক কৰক৷ |
04:53 | Body টেক্সত বক্সত ক্লিক কৰক আৰু টেক্সতত এটা লাইন চিলেক্ট কৰক৷ |
04:58 | এতিয়া বল্ড ইটালিক আণ্ডাবলাইনত ক্লিক কৰক৷ |
05:03 | টেক্সতথ বক্সৰ বাহিৰৰ ঘিকোনো ঠাইত ক্লিক কৰক৷ |
05:06 | টেক্সতৰ সলনিবোৰ লক্ষ্যকৰক৷ |
05:08 | ইয়াতে আমাৰ টুটৰিয়েল শেষ হল৷ |
05:11 | সংক্ষেপতে, এই টুউটৰিয়েলত আমিৰ অংশবোৰ আৰু কেনেকৈ শ্লাইড ইনৰ্চাত আৰু কিপ কৰিব পাৰি, ফন্টৰ বিষয়ে আৰু ফন্টটৰ ফৰমেটিং কেনেকৈ কৰিব পাৰি শিকিলো৷ |
05:24 | এই অনুশীলনকাৰী টো চেষ্টা কৰক৷ |
05:28 | নতুন প্ৰেজেনটেচন এটা ক্ৰিয়েট কৰক৷ |
05:31 | ৩নং আৰু ৪ নং শ্লাইড ৰ মাজত এটা শ্লাইড ইনচাৰ্ট কৰক৷ |
05:35 | প্ৰেজেন্টেচনৰ শেষত চতুৰ্থ শ্লাইড এটা কিপ ক্ৰিয়েত কৰক৷ |
05:39 | দুই নং শ্লাইডৰ এটা টেক্সবক্স ক্ৰিয়েট কৰক আৰু কিছু টেক্সত টাইপ কৰক৷ |
05:45 | টেক্সত ফ’ৰমেতটো ৩২ ফন্ট চাইজলৈ সলনি কৰক৷ |
05:49 | টেক্সতবোৰ বল্ড ইটালিক আণ্ডাৰলাইন আৰু ব্লু কালাৰ বনাওক৷ |
05:56 | লিংকত থকা ডিডিঅ টো চাওক৷ |
05:59 | ইয়াত স্পোকেন টুইটৰিয়েল প্ৰজেক্টটো সংক্ষেপ কোৱা হব৷ |
06:02 | ঘদি আপুনাৰ ডাল বেণ্ডউইথ নাই তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে৷ |
06:07 | স্পোকেন টুইটৰিয়েল প্ৰজেক্ট টিমে, স্পোকেন টুইটৰিয়েল ব্যৱহাৰ কৰি উৰ্কচপ পাতে৷ |
06:12 | অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰে৷ |
06:16 | অধিক জানিবলৈ, লিখক contact@spoken-tutorial.org |
06:23 | স্পকেন টুটৰিয়েল প্ৰজেক্টটো ট’ক টু এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ ৷ |
06:27 | এইটো নেছনেল মিছন অন এডুকেচন থৰ ICT, MHRD Government of India |
06:35 | এই মিছন বিষয়ে অধিক জানিবলৈ ল’গ অন্ত কৰক http://spoken-tutorial.org/NMEICT-Intro |
06:45 | এই টুটৰিয়েলত সহঘোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd |
06:51 | অংশ লোৱাৰ বাবে ধন্যবাদ৷ |