Difference between revisions of "C-and-Cpp/C3/String-Library-Functions/Assamese"
From Script | Spoken-Tutorial
Line 310: | Line 310: | ||
|- | |- | ||
| 05:46 | | 05:46 | ||
− | |এন্টাৰ('''Enter''') টিপক | + | |এন্টাৰ('''Enter''') টিপক, লিখক (দত শ্লাছ)''' ./str3 ''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 338: | Line 334: | ||
|- | |- | ||
| 06:06 | | 06:06 | ||
− | |এই টিউট’ৰিয়েলটোত আমি শিকিলো, | + | |এই টিউট’ৰিয়েলটোত আমি শিকিলো, ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (String library functions) |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 17:09, 24 March 2017
Time | Narration |
00:01 | ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ ইন C (String Library Functions in C)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটৰিয়েলটোত আমি শিকিম, |
00:09 | ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ(String Library Functions) |
00:11 | আমি কিছু উদাহৰণৰ দ্বাৰা ইয়াক কৰিম |
00:15 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ, মই ব্যৱহাৰ কৰিছো |
00:18 | Ubuntu(উবুন্তো)অপাৰেটিং চিষ্টেম (Operating System)ৰ তাঙৰণ 11.10 |
00:22 | gcc কম্পাইলাৰ(Compiler)ৰ তাঙৰণ 4.6.1 |
00:27 | আহক আমি ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (String Library Functions)ৰ এটা উদাহৰণেৰে আৰম্ভ কৰো । |
00:31 | এই বিলাক হৈছে ষ্ট্ৰিঙত অপাৰেচন সম্পাদন কৰা ফাংচনৰ সংহতি |
00:36 | বিভিন্ন ধৰণৰ অপাৰেচনচ যেনে ক’পিইং(copying), কনকাটিনেচন(concatenation), চাৰ্চিং(searching) আদি সমৰ্থন কৰে |
00:44 | আহক আমি ষ্ট্ৰিং লাইব্ৰেৰী ফাংচন (String Library Functions)সমূহৰ কিছুমান চাওঁ |
00:48 | ইয়াত আমাৰ strncpy ফাংচনটো আছে |
00:52 | ইয়াৰ বাবে গাঠণিটো হৈছে strncpy(char str1, char str2, আৰু int n ) |
01:02 | ই ষ্ট্ৰিং str2 ৰ প্ৰথম n টা কেৰেক্টাৰচ ( characters) ষ্ট্ৰিং str1লৈ প্ৰতিলিপি(copies) কৰে |
01:09 | উদাহৰণ, char strncpy( char hello, char world, 2) |
01:16 | আউতপুত(output)টো হ’ব Wollo |
01:21 | ইয়াত আমাৰ ওচৰত string(ষ্ট্ৰিং) 2 ৰ পৰা Wo আছে আৰু বাকী থকা কেৰেক্টাৰচ বিলাক string(ষ্ট্ৰিং) 1 ৰ পৰা |
01:29 | এতিয়া আমি দেখিম strncmpফাংচন(function), ইয়াৰ বাবে গাঠণিটো হৈছে strncmp(char str1, char str2, আৰু int n) |
01:42 | ই string(ষ্ট্ৰিং) 2 ৰ প্ৰথম n কেৰেক্টাৰচ string(ষ্ট্ৰিং) 1ৰ সৈতে তুলনা কৰিব |
01:48 | উদাহৰণ int strncmp(char ice, char icecream, আৰু 2); |
01:55 | আউতপুতটো হ’ব 0 |
01:58 | এতিয়া আমি কেনেকৈ ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (string library functions)টো ব্যৱ্হাৰ কৰা হয় চাম |
02:02 | মই আপোনাক কিছুমান সাধাৰণতে ব্যৱ্হাৰ হোৱা ষ্ট্ৰিং ফাংচনচ (string functions)দেখোৱাবলৈ লৈছো |
02:07 | মই ইতিমধ্যে প্ৰোগ্ৰাম ( program) টো এদিটৰ (editor)ত লিখি থৈছো, |
02:10 | মই এইটো খুলিম |
02:12 | ইয়াত আমাৰ ষ্ট্ৰিং লেংঠ ফাংচনচ (string length functions)টো আছে |
02:15 | মন কৰিব যে আমাৰ ফাইলনামটো হৈছে strlen.c. |
02:20 | এইটোত আমি ষ্ট্ৰিং( string)টোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিম |
02:23 | তাত হেদাৰ ফাইল বিলাক হৈছেstdio.h আৰু string.h. |
02:29 | এইটো আমাৰ মেইন ফাংচন(main function) |
02:31 | ইয়াত আমাৰ এটা কেৰেক্টাৰ ভেৰিয়েবল (character variable) আছে 'arr', |
02:35 | ই এটা মান জমা কৰে 'Ashwini' |
02:38 | তাৰপাছত আমাৰ এটা ইন্তিজাৰ ভেৰিয়েবল (integer variable) আছে len1 |
02:42 | ইয়াত আমি strlen ফাংচন(function) ব্যৱহাৰ কৰি ষ্ট্ৰিং(string)টোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিম |
02:48 | ফলাফলটো len1 ত জমা হ’ব |
02:52 | তাৰপাছত আমি ষ্ট্ৰিং(string)টো আৰু ষ্ট্ৰিংটোৰ দৈৰ্ঘ্য ছপা কৰো |
02:56 | আৰু এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement) |
02:59 | এতিয়া আহক প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী কৰো |
03:01 | টাৰ্মিনেল উইন্দ’(terminal window)খন খোলক টিপি |
03:04 | আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl, Alt আৰু Tকীজ(keys) |
03:09 | কম্পাইল (compile) কৰিবলৈ লিখক: "gcc" space(স্পেছ) "strlen.c" space(স্পেছ) “-o” space(স্পেছ) “str1” . এন্টাৰ(Enter) টিপক |
03:19 | লিখক (দত শ্লাছ) ./str1 . এন্টাৰ(Enter) টিপক |
03:24 | আউতপুত (output)টো দৰ্শিত হৈছে যে |
03:26 | string(ষ্ট্ৰিং) = Ashwini(অশ্বিনী), Length(লেংঠ) = 7 |
03:30 | আপুনি ইয়াত হিচাব কৰিব পাৰে 1,2,3,4,5,6, আৰু 7 |
03:37 | আহক আমি অন্য ষ্ট্ৰিং ফাংচন (string function) চাওঁ |
03:40 | ইয়াত আমাৰ string copy(ষ্ট্ৰিং ক’পি) ফাংচন(fuction)টো আছে |
03:43 | মন কৰিব যে আমাৰ ফাইলনাম(filename)টো হৈছে strcpy.c |
03:48 | এইটোত আমি চৌৰ্চ ষ্ট্ৰিং(source string)টো টাৰগেত ষ্ট্ৰিং(target string)লৈ প্ৰতিলিপি (copy) কৰিম |
03:53 | ইয়াত আমাৰ চৌৰ্চ ষ্ট্ৰিং( source string) ত Ice আছে , এইটো টাৰগেত ষ্ট্ৰিং(target string)লৈ প্ৰতিলিপি হ’ব |
03:59 | এইটো আমাৰ strcpy ফাংচন(function) |
04:02 | ইয়াত আমি চৌৰ্চ ষ্ট্ৰিং( source string)টো আৰু টাৰগেত ষ্ট্ৰিং(target string)টো ছপা কৰিম |
04:07 | আহক আমি কাৰ্যকৰী কৰো আৰু চাওঁ |
04:09 | আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো |
04:11 | কম্পাইল কৰিবলৈ লিখক, gcc space(স্পেছ) strcpy.c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) str2 । এন্টাৰ(Enter)টিপক |
04:20 | লিখক(দত শ্লাছ)./str2 । এন্টাৰ(Enter)টিপক |
04:24 | আউতপুত(output)টো দৰ্শিত হৈছে যে |
04:26 | source(চৌৰ্চ) string(ষ্ট্ৰিং) = Ice(আইচ) |
04:29 | target(টাৰ্গেত) string(ষ্ট্ৰিং) = Ice(আইচ) |
04:32 | এতিয়া আহক অন্য ষ্ট্ৰিং ফাংচন( string function) চাওঁ |
04:34 | এতিয়া আমি ষ্ট্ৰিং কম্পেয়াৰ ফাংচন(string compare function)টো চাম |
04:37 | মন কৰিব যে আমাৰ ফাইলনাম(filename)টো হৈছেstrcmp.c |
04:42 | এইটোত আমি দুটা ষ্ট্ৰিং (string) তুলনা কৰিম |
04:46 | ইয়াত আমাৰ কেৰেক্টাৰ ভেৰিয়েবলচ(character variables) আছে str1 আৰু str2 হিচাবে |
04:52 | str1এ মানটো 'Ice' বুলি জমা কৰে আৰু str2 এ মানটো 'Cream' বুলি জমা কৰে |
04:58 | ইয়াত আমাৰ ইন্তিজাৰ ভেৰিয়েবলচ( interger variables) আছে i আৰু j হিচাবে |
05:03 | এইটোত আমি strcmp ফাংচন ব্যৱ্হাৰ কৰি ষ্ট্ৰিংটো তুলনা কৰিম |
05:08 | ইয়াত আমি তুলনা কৰো str1 যি টো: 'Ice' ৰ সৈতে 'Hello' |
05:14 | ফলাফলটো i ত জমা হৈছে |
05:16 | এইটোত আমি তুলনা কৰো string(ষ্ট্ৰিং)2 যি টো: 'Cream' ৰ সৈতে 'Cream' |
05:23 | ফলাফলটো j ত জমা হৈছে |
05:25 | তাৰপাছত আমি দু্য়োটা ফলাফল ছপা কৰো |
05:28 | আৰু এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত( return statement) |
05:31 | আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
05:33 | আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো |
05:35 | কম্পাইল কৰিবলৈ লিখক gcc space(স্পেছ) strcmp.c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) str3 |
05:46 | এন্টাৰ(Enter) টিপক, লিখক (দত শ্লাছ) ./str3 |
05:50 | আউতপুতটো দৰ্শিত হৈছে যে 1,0 |
05:54 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
05:56 | ইয়াত আমি পাওঁ 1 আৰু ইয়াত আমি পাওঁ যে 0 |
06:01 | আহক আমাৰ শ্লাইডবোৰ(slides)লৈ ঘূৰি আহো |
06:04 | আহক আমি মূলভাৱ চাওঁ, |
06:06 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (String library functions) |
06:09 | strlen() |
06:11 | strcpy() |
06:13 | strcmp() |
06:14 | strncpy() |
06:16 | আৰু strncmp() |
06:19 | এটা অনুশিলনী হিচাবে, |
06:21 | ষ্ট্ৰিং বেষ্ট(String best) আৰু ষ্ট্ৰিং বাচ( String bus)ক কনকাটিনেট(concatenate) কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
06:25 | সংকেত: strcat(char str1, char str2); |
06:32 | লগতে অন্য ফাংচন সমূহ ষ্ট্ৰিং লাইব্ৰেৰীত বিশ্লেষণ কৰক |
06:36 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
06:39 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
06:42 | আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
06:46 | স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
06:49 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
06:52 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
06:56 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:03 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
07:08 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:15 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
07:20 | মই কৃষ্ণ কমল দুৱৰা |
07:24 | সংযোগ কৰাৰ বাবে ধন্যবাদ |