Difference between revisions of "C-and-Cpp/C4/Working-With-Structures/Assamese"
From Script | Spoken-Tutorial
| (One intermediate revision by the same user not shown) | |||
| Line 146: | Line 146: | ||
|- | |- | ||
| 02:16 | | 02:16 | ||
| − | | এতিয়া আমি এটা ষ্ট্ৰাক্তচাৰ ভেৰিয়েবল ডিক্লেয়াৰ কৰিছো '''stud, stud''' টো হৈছে ষ্টুদেন্ত(student) ধৰণৰ ভেৰিয়েবল,ইয়াক ষ্ট্ৰাক্তচাৰ মেম্বাৰ(members) বিলাকক প্ৰৱেশ (access) আৰু পৰিৱৰ্তন (modify) কৰিবলৈ ব্যৱহাৰ কৰা হয় | + | | এতিয়া আমি এটা ষ্ট্ৰাক্তচাৰ ভেৰিয়েবল ডিক্লেয়াৰ কৰিছো '''stud, stud''' টো হৈছে ষ্টুদেন্ত(student) ধৰণৰ ভেৰিয়েবল, ইয়াক ষ্ট্ৰাক্তচাৰ মেম্বাৰ(members) বিলাকক প্ৰৱেশ (access) আৰু পৰিৱৰ্তন (modify) কৰিবলৈ ব্যৱহাৰ কৰা হয় |
|- | |- | ||
| 02:28 | | 02:28 | ||
| Line 321: | Line 321: | ||
|- | |- | ||
| 05:18 | | 05:18 | ||
| − | |ষ্ট্ৰাক্তচাৰ(Structure) | + | |ষ্ট্ৰাক্তচাৰ(Structure), ষ্ট্ৰাক্তচাৰৰ গাঠণি , উদাহৰণঃ '''struct struct_name; ''' |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 349: | Line 341: | ||
|- | |- | ||
| 05:40 | | 05:40 | ||
| − | |এটা অনুশিলনী হিচাবে, | + | |এটা অনুশিলনী হিচাবে, এজন এমপ্লই(employee) ৰ ৰেকৰ্ডচ (records) বিলাক দৰ্শিত কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
Latest revision as of 17:03, 24 March 2017
| Time | Narration |
| 00:01 | ষ্ট্ৰাক্তচাৰ ইন C এন্দ C++(Structures in C and C++) ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:06 | এই টিউটৰিয়েলটোত আমি শিকিম, |
| 00:08 | এটা ষ্ট্ৰাক্তচাৰ(Structure ) কি হয় |
| 00:10 | ষ্ট্ৰাক্তচাৰ(Structure )এটাৰ ডিক্লেৰেচন |
| 00:13 | আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক কৰিম |
| 00:15 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ, মই ব্যৱহাৰ কৰিছো, |
| 00:18 | Ubuntu(উবুন্তো)অপাৰেটিং চিষ্টেম (Operating System)ৰ তাঙৰণ 11.04, |
| 00:22 | gcc আৰু g++ কম্পাইলাৰ(Compiler)ৰ তাঙৰণ 4.6.1 |
| 00:28 | আহক আমি ষ্ট্ৰাক্তচাৰ(Structure )ৰ এটা উদাহৰণেৰে আৰম্ভ কৰো |
| 00:31 | যেতিয়া এটা নামৰ ভিতৰত এটা বা ততোধিক ভেৰিয়েবল দলবদ্ধ(grouped) হয় ইয়াক ষ্ট্ৰাক্তচাৰ হিচাবে জনা যায় |
| 00:37 | বিভিন্ন দাতাক এটা অবজেক্তত দলবদ্ধ (group) কৰিবলৈ ষ্ট্ৰাক্তচাৰ ব্যৱ্হাৰ কৰা হয় |
| 00:42 | ইয়াক compound data-type(কম্পাউন্দ দাতা টাইপ)বুলি কোৱা হয় |
| 00:45 | ইয়াক সম্বন্ধীয় তথ্যক একেলগে দলবদ্ধ (group)কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
| 00:49 | এতিয়া আমি এটা ষ্ট্ৰাক্তচাৰ(structure)ডিক্লেয়াৰ কৰাৰ গাঠনি্টো চাম |
| 00:52 | ইয়াত structকীৱৰ্ডটোৱে কম্পাইলাৰক কয় যে এটা ষ্ট্ৰাক্তচাৰ ডিক্লেয়াৰ হ’ল |
| 00:59 | strcut_name টো হৈছে ষ্ট্ৰাক্তচাৰ(structure) টোৰ নাম |
| 01:02 | উদাহৰণঃ struct employee(এমপ্লই); |
| 01:04 | আপুনি যিকোনো নাম দিব পাৰে |
| 01:07 | এতিয়া আমি কেনেকৈ এটা ষ্ট্ৰাক্তচাৰ ভেৰিয়েবল(structure variable ) ডিক্লেয়াৰ কৰা হয় চাম |
| 01:10 | ইয়াৰ বাবে গাঠনিটো হৈছে |
| 01:13 | struct struct_name আৰু struct_var; |
| 01:17 | struct_var টো হৈছে struc_name ধৰণৰ ভেৰিয়েবল |
| 01:21 | উদাহৰণ, struct employee(এমপ্লই) addr; |
| 01:26 | addr টো হৈছে employee(এমপ্লই) ধৰণৰ ভেৰিয়েবল(variable) |
| 01:30 | আহক আমাৰ উদাহৰণটোলৈ যাওঁ |
| 01:33 | মই ইতিমধ্যে প্ৰোগ্ৰাম (program) টো এদিটৰ (editor)ত লিখি থৈছো গতিকে মই এইটো খুলিম |
| 01:37 | মন কৰিব আমাৰ ফাইলনামটো হৈছে structure(ষ্ট্ৰাক্তচাৰ).c. |
| 01:41 | এই প্ৰোগ্ৰামটোত আমি ষ্ট্ৰাক্তচাৰ ব্যৱ্হাৰ কৰি তিনিটা বিষয়ৰ মুঠ নম্বৰ গণনা কৰিম |
| 01:48 | মই ক’ডটো বৰ্ণনা কৰিম |
| 01:51 | এইটো আমাৰ হেদাৰ ফাইল |
| 01:53 | ইয়াত আমি এটা structure(ষ্ট্ৰাক্তচাৰ) কstudent(ষ্টুডেন্ত) বুলি ডিক্লেয়াৰ কৰিছো |
| 01:57 | তাৰপাছত আমি তিনিটা ইন্তিজাৰ ভেৰিয়েবলচ( integer variables) english(ইংলিছ), maths(মেঠচ) আৰু science(চাইনচ) বুলি ডিক্লেয়াৰ কৰিছো |
| 02:03 | ষ্ট্ৰাক্তচাৰ(structure)ৰ তলত সূচিত কৰা ভেৰিয়েবলচ(Variables) বিলাকক ষ্ট্ৰাক্তচাৰ(structure)টোৰ মেম্বাৰচ (members) বুলি কোৱা হয় |
| 02:09 | এইটো আমাৰ মেইন ফাংচন(main function ) |
| 02:11 | ইয়াত আমি এটা ইন্তিজাৰ ভেৰিয়েবল total(ট’তেল) ডিক্লেয়াৰ কৰিছো |
| 02:16 | এতিয়া আমি এটা ষ্ট্ৰাক্তচাৰ ভেৰিয়েবল ডিক্লেয়াৰ কৰিছো stud, stud টো হৈছে ষ্টুদেন্ত(student) ধৰণৰ ভেৰিয়েবল, ইয়াক ষ্ট্ৰাক্তচাৰ মেম্বাৰ(members) বিলাকক প্ৰৱেশ (access) আৰু পৰিৱৰ্তন (modify) কৰিবলৈ ব্যৱহাৰ কৰা হয় |
| 02:28 | ইয়াত আমি মেম্বাৰ (members) বিলাকক পৰিৱৰ্তন কৰিছো |
| 02:31 | সিহঁতৰ মানসমূহ 75, 70 আৰু 65 ধাৰ্য কৰি |
| 02:37 | ইয়াত আমি তিনিটা বিষয়ৰ মুঠ(total) টো গণনা কৰো |
| 02:41 | তাৰপাছত আমি ফলাফলটো ছপা কৰিম |
| 02:44 | এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত |
| 02:46 | এতিয়া ছেভত টিপক |
| 02:48 | আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
| 02:50 | অনুগ্ৰহ কৰি টাৰ্মিনেল উইন্দ’ খন খোলক টিপি |
| 02:54 | আপোনাৰ কী বৰ্ডত একেলগে Ctrl, Alt আৰু Tকীজ |
| 02:59 | কম্পাইল কৰিবলৈ লিখক gcc space(স্পেছ) structure(ষ্ট্ৰাক্তচাৰ).c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) struct আৰু এন্টাৰ টিপক |
| 03:12 | কাৰ্যকৰী কৰিবলৈ লিখক (দত শ্লাছ)./struct. এন্টাৰ টিপক |
| 03:17 | আউতপুতটো দৰ্শিত হ’ব এইদৰে: |
| 03:20 | Total is(ট’টেল ইজ) 210 |
| 03:22 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কাৰ্যকৰী কৰিম |
| 03:26 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
| 03:28 | মই একেটা ক’ডক এদিত(edit) কৰিম |
| 03:30 | প্ৰথমতে কী বৰ্ডত একেলগে shift, Ctrl আৰু S কী্জ টিপক |
| 03:37 | এতিয়া ফাইলটো এটা এক্সটেনচন .cpp ৰে ছেভ( save) কৰক |
| 03:41 | আৰু ছেভ(save)ত টিপক |
| 03:43 | আহক হেদাৰ ফাইলটো iostreamৰে সলনি কৰো |
| 03:47 | এতিয়া using(ইউজিং) ষ্টেতমেন্তটো সংলগ্ন কৰক |
| 03:53 | আৰু ছেভ(save)ত টিপক |
| 03:56 | C++ ত ষ্ট্ৰাক্তচাৰ(Structure) ডিক্লেয়াৰেচন(declaration) C ৰ সৈতে একে |
| 04:01 | গতিকে ইয়াত একো সলাবৰ প্ৰয়োজন নাই |
| 04:05 | শেষৰফালে আমি printf ষ্টেতমেন্তটো cout ষ্টেতমেন্ত্টোৰে সলনি কৰিম |
| 04:12 | ফৰমেট স্পেচিফাইয়াৰটো আৰু (বেক শ্লাছ)\n নাইকীয়া কৰক |
| 04:15 | এতিয়া ক’মা নাইকীয়া কৰক |
| 04:17 | দুটা আৰম্ভণি কোণবন্ধনী লিখক |
| 04:20 | ইয়াত সামৰণি বন্ধনী নাইকীয়া কৰক |
| 04:22 | আৰু দুটা আৰম্ভণি কোণবন্ধনী লিখক |
| 04:25 | আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত \n লিখক |
| 04:29 | এতিয়া ছেভ(save)ত টিপক |
| 04:31 | আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
| 04:33 | আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো |
| 04:35 | কম্পাইল কৰিবলৈ লিখক g++ space(স্পেছ) structure(ষ্ট্ৰাক্তচাৰ).cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) struct1 |
| 04:46 | ইয়াত আমাৰ struct1 আছে কাৰণ আমি structure(ষ্ট্ৰাক্তচাৰ).c ফাইলৰ বাবে আউতপুত পেৰামিতাৰচ struct ক অভাৰৰাইত কৰিব বিচৰা নাই |
| 04:55 | এতিয়া এন্টাৰ টিপক |
| 04:57 | কাৰ্যকৰী কৰিবলৈ লিখক (দত শ্লাছ) ./struct1 এন্টাৰ(Enter) টিপক |
| 05:03 | আউতপুতটো দৰ্শিত হৈছে যে: |
| 05:05 | Total is(ট’টেল ইজ) 210 |
| 05:08 | আপুনি চাব পাৰে যে আউতপুতটো আমাৰ C ক’ডৰ সৈতে একে |
| 05:12 | এতিয়া আমাৰ শ্লাইডবোৰলৈ ঘূৰি যাওঁ |
| 05:14 | আহক আমি মূলভাৱ চাওঁ, এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
| 05:18 | ষ্ট্ৰাক্তচাৰ(Structure), ষ্ট্ৰাক্তচাৰৰ গাঠণি , উদাহৰণঃ struct struct_name; |
| 05:23 | এটা ষ্ট্ৰাক্তচাৰৰ মেম্বাৰ বিলাক প্ৰৱেশ (access) কৰিবলৈ |
| 05:25 | উদাহৰণঃ stud.maths(মেঠচ) = 75; |
| 05:30 | আৰু ষ্ট্ৰাক্তচাৰ ভেৰিয়েবলটো সংযুক্ত কৰিবলৈ |
| 05:33 | উদাহৰণঃ total(ট’টেল) = stud.english(ইংলিছ)+ stud. maths(মেঠচ) + stud.science(চাইনচ); |
| 05:40 | এটা অনুশিলনী হিচাবে, এজন এমপ্লই(employee) ৰ ৰেকৰ্ডচ (records) বিলাক দৰ্শিত কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
| 05:44 | যি দৰে name(নে’ম), address(এদ্ৰেচ), designation(দেজিগনেচন), আৰু salary(চেলাৰি) |
| 05:49 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 05:52 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 05:54 | আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
| 05:59 | স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 06:01 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 06:04 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 06:08 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 06:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 06:18 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 06:25 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 06:29 | মই কৃষ্ণ কমল দুৱৰা |
| 06:33 | সংযোগ কৰাৰ বাবে ধন্যবাদ |