Difference between revisions of "C-and-Cpp/C2/Functions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00.01 |C আৰু C++ ৰ ফাংচন (Functions in C and C++)ৰ স্পকেন টিউট’ৰিয়ে...")
 
 
(3 intermediate revisions by the same user not shown)
Line 1: Line 1:
 
{| border = 1
 
{| border = 1
 
 
|'''Time'''
 
|'''Time'''
 
 
|'''Narration'''
 
|'''Narration'''
 
  
 
|-
 
|-
Line 17: Line 14:
 
| 00.09
 
| 00.09
 
|“ফাংচন”(function) কি হয়
 
|“ফাংচন”(function) কি হয়
 
  
 
|-
 
|-
Line 46: Line 42:
 
|00.29
 
|00.29
 
| GCC  আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version)৪.৬.১
 
| GCC  আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version)৪.৬.১
 
  
 
|-
 
|-
Line 63: Line 58:
 
| 00.49
 
| 00.49
 
|এবাৰ কাৰ্যকৰী(execute) কৰাৰ পাচত পৰিচালনা( control)টো য’ৰ পৰা আহৰন(access) কৰা হৈছিল তালৈ ঘূৰি(return) আহিব
 
|এবাৰ কাৰ্যকৰী(execute) কৰাৰ পাচত পৰিচালনা( control)টো য’ৰ পৰা আহৰন(access) কৰা হৈছিল তালৈ ঘূৰি(return) আহিব
 
 
 
|-
 
|-
 
| 00.55
 
| 00.55
Line 76: Line 69:
 
| 01.05
 
| 01.05
 
|“ফান নেইম”(fun_name)এ ফাংচনৰ নাম সুচায়
 
|“ফান নেইম”(fun_name)এ ফাংচনৰ নাম সুচায়
 
  
 
|-
 
|-
Line 89: Line 81:
 
| 01.18
 
| 01.18
 
|ইয়াক “ফাংচন ওইডাউট আৰগুমেন্টচ”(functions without arguments) কোৱা হয়
 
|ইয়াক “ফাংচন ওইডাউট আৰগুমেন্টচ”(functions without arguments) কোৱা হয়
 
  
 
|-
 
|-
 
| 01.21
 
| 01.21
 
|আৰু ইয়াক '“ফাংচন ওইথ আৰগুমেন্টচ”(functions with arguments) কোৱা হয়
 
|আৰু ইয়াক '“ফাংচন ওইথ আৰগুমেন্টচ”(functions with arguments) কোৱা হয়
 
  
 
|-
 
|-
Line 107: Line 97:
 
|01.32
 
|01.32
 
|গতিকে ইয়াক মই খুলিম
 
|গতিকে ইয়াক মই খুলিম
 
  
 
|-
 
|-
Line 120: Line 109:
 
| 01.43
 
| 01.43
 
|ক’ড( code)টোৰ বিৱৰণ( explain) দিও আহক
 
|ক’ড( code)টোৰ বিৱৰণ( explain) দিও আহক
 
  
 
|-
 
|-
Line 136: Line 124:
 
|-
 
|-
 
|01.54
 
|01.54
|“এড ফাংচন ” ('add function) টো “আৰগুমেন্টচ”(arguments) ৰহিত
+
|“এড ফাংচন ” ('add function) টো “আৰগুমেন্টচ”(arguments) ৰহিত (without) ফাংচন (function)
( without) ফাংচন (function)
+
  
 
|-
 
|-
 
|01.58
 
|01.58
 
|আৰু “ৰিটাৰ্ন টাইপ”(return type) টো “ভইড”(void)'
 
|আৰু “ৰিটাৰ্ন টাইপ”(return type) টো “ভইড”(void)'
 
  
 
|-
 
|-
 
| 02.01
 
| 02.01
 
|ফাংচন(function) দুই প্ৰকাৰৰ  
 
|ফাংচন(function) দুই প্ৰকাৰৰ  
 
  
 
|-
 
|-
Line 156: Line 141:
 
| 02.06
 
| 02.06
 
| “প্ৰি-ডিফাইনড ”(Pre-defined)ফাংচন( function) উদাহৰণ স্বৰূপে “printf” আৰু “মেইন ফাংচন” (main function)  
 
| “প্ৰি-ডিফাইনড ”(Pre-defined)ফাংচন( function) উদাহৰণ স্বৰূপে “printf” আৰু “মেইন ফাংচন” (main function)  
 
 
  
 
|-
 
|-
Line 166: Line 149:
 
| 02.19
 
| 02.19
 
| ইয়াত '''c ''' ভেৰিয়েবল (variable) এটা ঘোষণা(declare) কৰা হৈছে
 
| ইয়াত '''c ''' ভেৰিয়েবল (variable) এটা ঘোষণা(declare) কৰা হৈছে
 
  
 
|-
 
|-
Line 183: Line 165:
 
| 02.29
 
| 02.29
 
| এইটো আমাৰ “মেইন ফাংচন” (main function)
 
| এইটো আমাৰ “মেইন ফাংচন” (main function)
 
  
 
|-
 
|-
Line 208: Line 189:
 
| 02.53
 
| 02.53
 
|কম্পাইল (compile) কৰিবলৈ লিখক'''gcc  function dot c  hyphen o  fun'''
 
|কম্পাইল (compile) কৰিবলৈ লিখক'''gcc  function dot c  hyphen o  fun'''
 
 
  
 
|-
 
|-
 
| 03.00
 
| 03.00
 
|কাৰ্যকৰী( execute) কৰিবলৈ লিখক'''./fun''' (ডট শ্লেছ ফান).
 
|কাৰ্যকৰী( execute) কৰিবলৈ লিখক'''./fun''' (ডট শ্লেছ ফান).
 
 
  
 
|-
 
|-
 
| 03.05
 
| 03.05
 
|আমি আউটপুট (output) টো'''Sum of a and b is 5 ''হিচাবে দেখা পাম
 
|আমি আউটপুট (output) টো'''Sum of a and b is 5 ''হিচাবে দেখা পাম
 
 
  
 
|-
 
|-
Line 242: Line 217:
 
| 03.27
 
| 03.27
 
|লিখক'''int add(int a, int b) '''
 
|লিখক'''int add(int a, int b) '''
 
  
 
|-
 
|-
 
| 03.32
 
| 03.32
 
|ইয়াত আমি “ফাংচন এড'''(function add)ঘোষণা( declare) কৰিছো
 
|ইয়াত আমি “ফাংচন এড'''(function add)ঘোষণা( declare) কৰিছো
 
  
 
|-
 
|-
Line 268: Line 241:
 
| 03.49
 
| 03.49
 
|লিখক'''int main() '''
 
|লিখক'''int main() '''
 
  
 
|-
 
|-
 
| 03.52
 
| 03.52
 
| এতিয়া 'sum'' নামৰ ভেৰিয়েবল (variable) এটা ঘোষণা( declare) কৰো
 
| এতিয়া 'sum'' নামৰ ভেৰিয়েবল (variable) এটা ঘোষণা( declare) কৰো
 
  
 
|-
 
|-
 
| 03.54
 
| 03.54
 
|'''int sum; '''লিখক
 
|'''int sum; '''লিখক
 
  
 
|-
 
|-
 
| 03.57
 
| 03.57
 
|তাৰপাছত লিখক  '''sum = add(5,4); '''
 
|তাৰপাছত লিখক  '''sum = add(5,4); '''
 
 
  
 
|-
 
|-
Line 308: Line 276:
 
|-
 
|-
 
| 04.20
 
| 04.20
|তাৰবাবে ইয়াত লিখক  
+
|তাৰবাবে ইয়াত লিখক '''printf(“Sum is %d\n”,sum);'''
 
+
|-
+
| 04.21
+
|'''printf(“Sum is %d\n”,sum);'''
+
  
 
|-
 
|-
Line 321: Line 285:
 
| 04.32
 
| 04.32
 
|লিখক return 0;
 
|লিখক return 0;
 
  
 
|-
 
|-
 
| 04.36
 
| 04.36
 
|এটা “নন ভইদ ফাংচন”('non-void function) ত'''return''' ষ্টেটমেন্ত(statement) টো ব্যৱ্হাৰ কৰিবই লাগিব যত ই এটা মান( value) ঘূৰাই দিয়ে  
 
|এটা “নন ভইদ ফাংচন”('non-void function) ত'''return''' ষ্টেটমেন্ত(statement) টো ব্যৱ্হাৰ কৰিবই লাগিব যত ই এটা মান( value) ঘূৰাই দিয়ে  
 
  
 
|-
 
|-
Line 347: Line 309:
 
| 04.50
 
| 04.50
 
|আহক কাৰ্যকৰী( execute) কৰো
 
|আহক কাৰ্যকৰী( execute) কৰো
 
 
 
|-
 
|-
 
| 04.52
 
| 04.52
 
|আউট পুট ( output) টো '''Sum is 9 '''হিচাবে দেখা গৈছে
 
|আউট পুট ( output) টো '''Sum is 9 '''হিচাবে দেখা গৈছে
 
  
 
|-
 
|-
Line 365: Line 324:
 
| 05.04
 
| 05.04
 
|ইয়াত মই সামান্য পৰিবৰ্তন( change) কৰিছো
 
|ইয়াত মই সামান্য পৰিবৰ্তন( change) কৰিছো
 
  
 
|-
 
|-
Line 377: Line 335:
 
|-
 
|-
 
| 05.18
 
| 05.18
|ছেভ(save) টিপক
+
|ছেভ(save) টিপক, আমি প্ৰথমে হেদাৰ ফাইল  (header file)টো <iostream> হিচাবে পৰিবৰ্তন( change) কৰিম
 
+
|-
+
| 05.19
+
|আমি প্ৰথমে হেদাৰ ফাইল  (header file)টো <iostream> হিচাবে পৰিবৰ্তন( change) কৰিম
+
 
+
  
 
|-
 
|-
Line 403: Line 356:
 
| 05.48
 
| 05.48
 
|ইয়াত “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier)আৰু '''\n'''ৰ প্ৰয়োজন নাই
 
|ইয়াত “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier)আৰু '''\n'''ৰ প্ৰয়োজন নাই
 
  
 
|-
 
|-
Line 440: Line 392:
 
| 06.16
 
| 06.16
 
|লিখক'''g++ function dot cpp hyphen o fun1 '''
 
|লিখক'''g++ function dot cpp hyphen o fun1 '''
 
 
  
 
|-
 
|-
 
| 06.23
 
| 06.23
 
|ফান( Fun) ফাইলৰ আউটপুটটো  ( output) “অভাৰৰাইট” (overwrite) নহবৰ বাবে নাম “ফান ওৱান”(fun1) দিয়া হৈছে
 
|ফান( Fun) ফাইলৰ আউটপুটটো  ( output) “অভাৰৰাইট” (overwrite) নহবৰ বাবে নাম “ফান ওৱান”(fun1) দিয়া হৈছে
 
  
 
|-
 
|-
Line 455: Line 404:
 
| 06.34
 
| 06.34
 
|লিখক'''./fun1 '''
 
|লিখক'''./fun1 '''
 
  
 
|-
 
|-
Line 503: Line 451:
 
| 07.21
 
| 07.21
 
|গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ(return type) আৰু ৰিটাৰ্ণ ভেলো(return value) ৰ মাজত বৈসাদৃশ্য( mismatch) আহিছে
 
|গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ(return type) আৰু ৰিটাৰ্ণ ভেলো(return value) ৰ মাজত বৈসাদৃশ্য( mismatch) আহিছে
 
  
 
|-
 
|-
Line 548: Line 495:
 
| 07.55
 
| 07.55
 
|৪ নাইকীয়া কৰক
 
|৪ নাইকীয়া কৰক
 
  
 
|-
 
|-
 
| 07.56
 
| 07.56
 
|ছেভ(Save)' টিপক
 
|ছেভ(Save)' টিপক
 
  
 
|-
 
|-
Line 569: Line 514:
 
|-
 
|-
 
| 08.06
 
| 08.06
|ফাংচন(function) 'int add (int, int)' ''' ত বহুত কম আৰগুমেন্ট(argument) দিয়া হৈছে
+
|too few arguments to function 'int add (int, int)'  
  
 
|-
 
|-
 
| 08.11
 
| 08.11
 
|আমাৰ প্ৰোগ্ৰাম(program)টোলৈ উভতি আহো
 
|আমাৰ প্ৰোগ্ৰাম(program)টোলৈ উভতি আহো
 
  
 
|-
 
|-
Line 591: Line 535:
 
| 08.25
 
| 08.25
 
|তাৰবাবে ভুলটো( error) দেখা পোৱা গৈছে
 
|তাৰবাবে ভুলটো( error) দেখা পোৱা গৈছে
 
  
 
|-
 
|-
Line 620: Line 563:
 
| 08.42
 
| 08.42
 
|আমাৰ শ্লাইড(slides) লৈ উভতি আহো  
 
|আমাৰ শ্লাইড(slides) লৈ উভতি আহো  
 
  
 
|-
 
|-
Line 632: Line 574:
 
|-
 
|-
 
| 08.50
 
| 08.50
|ফাংচনৰ(Function) গাঠনি
+
|ফাংচনৰ(Function) গাঠনি, “ফাংচন উইডাউত আৰগুমেন্টচ” (Function without arguments)
 
+
|-
+
| 08.51
+
|“ফাংচন উইডাউত আৰগুমেন্টচ” (Function without arguments)
+
 
+
  
 
|-
 
|-
Line 650: Line 587:
 
| 08.57
 
| 08.57
 
|উদাহৰণঃ int add(int a and  int b)  
 
|উদাহৰণঃ int add(int a and  int b)  
 
  
 
|-
 
|-
 
| 09.02
 
| 09.02
|অনুশিলনী (assignmen)হিচাপে  
+
|অনুশিলনী (assignmen)হিচাপে এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক
 
+
|-
+
| 09.03
+
|এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক
+
  
 
|-
 
|-
Line 695: Line 627:
 
| 09.40
 
| 09.40
 
|ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
 
|ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
 
  
 
|-
 
|-
Line 704: Line 635:
 
| 09.52
 
| 09.52
 
|মই কৃষ্ণ কমল দুৱৰা
 
|মই কৃষ্ণ কমল দুৱৰা
 
  
 
|-
 
|-
 
| 09.55
 
| 09.55
 
|উপভোগ কৰাৰ বাবে ধন্যবাদ ।
 
|উপভোগ কৰাৰ বাবে ধন্যবাদ ।

Latest revision as of 13:42, 24 March 2017

Time Narration
00.01 C আৰু C++ ৰ ফাংচন (Functions in C and C++)ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial) লৈ আদৰণি জনাইছো ।
00.06 এই টিউট’ৰিয়েলত আমি শিকিম
00.09 “ফাংচন”(function) কি হয়
00.11 “ফাংচন”(function) ৰ গাঠনি (Syntax)
00.13 ৰিটাৰ্ন ষ্টেটমেন্ট(return statement)ৰ বিশেষত্ত( Significance)
00.16 এইয়া আমি উদাহৰণ( examples)ৰ যোগেদি শিকিম
00.18 আমি কিছুমান সাধাৰন ভুল (errors) আৰু তাৰ সমাধানো( solution) চাম
00.22 এই টিউট’ৰিয়েলটো বানীবদ্ধ( record ) কৰিবলৈ মই ব্যৱ্হাৰ কৰিছো
00.25 “উবুন্টু অপাৰেটিং ছিষ্টেম”ৰ(Ubuntu Operating System)১১.১০ তাঙৰণ( version)
00.29 GCC আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version)৪.৬.১
00.35 এতিয়া আমি ফাংচনে(functions)ৰে আৰম্ভ কৰো
00.39 ফাংচন (function)হৈছে বিশেষ কামত ব্যৱ্হৃত স্ব্পৰিপুৰ্ণ( self-contained) প্ৰোগ্ৰাম( program)
00.45 সকলো প্ৰোগ্ৰাম( program) এক বা ততোধিক ফাংচনে((functions)ৰে গঠিত
00.49 এবাৰ কাৰ্যকৰী(execute) কৰাৰ পাচত পৰিচালনা( control)টো য’ৰ পৰা আহৰন(access) কৰা হৈছিল তালৈ ঘূৰি(return) আহিব
00.55 এতিয়া ফাংচনৰ(function)গাঠনি( syntax) চাওঁ আহক
00.59 “ৰি টাইপ”(ret-type) এ “ফাংচন ৰিটাৰ্নচ”দাতা (function returns data) ৰ প্ৰকাৰ( types) সুচায়
01.05 “ফান নেইম”(fun_name)এ ফাংচনৰ নাম সুচায়
01.09 “পেৰামিটাৰ” (parameters) বোৰ হৈছে “ভেৰিয়েবল” (variable) বোৰৰ নাম আৰু সিহঁতৰ প্ৰকাৰ( types).
01.14 আমি “এম্পটি পেৰামিটাৰ লিষ্ট”(empty parameter list)সুচাব( specify) পাৰো
01.18 ইয়াক “ফাংচন ওইডাউট আৰগুমেন্টচ”(functions without arguments) কোৱা হয়
01.21 আৰু ইয়াক '“ফাংচন ওইথ আৰগুমেন্টচ”(functions with arguments) কোৱা হয়
01.26 আহক “ভইড”(void) ব্যৱ্হৃত প্ৰোগ্ৰাম( program) চাওঁ
01.29 মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো এদিতৰ( editor)ত লিখি থৈছো
01.32 গতিকে ইয়াক মই খুলিম
01.35 আমাৰ ফাইলৰ নাম(filenam) হৈছে ফাংচন (function)
01.38 আৰু ফাইলটো “ডট c” (.c)এষ্টেনচনেৰে( extentsion) ছেভ (save) কৰা হৈছে
01.43 ক’ড( code)টোৰ বিৱৰণ( explain) দিও আহক
01.45 এইটো আমাৰ' হেদাৰ ফাইল(header file)
01.47 “ফাংচন”( function) ব্যৱ্হাৰ কৰাৰ আগতে ইয়াক বৰ্ণনা( define) কৰিবই লাগিব
01.51 ইয়াত আমি “এড” (add) নামৰ ফাংচন( function) বৰ্ণনা কৰিছো
01.54 “এড ফাংচন ” ('add function) টো “আৰগুমেন্টচ”(arguments) ৰহিত (without) ফাংচন (function)
01.58 আৰু “ৰিটাৰ্ন টাইপ”(return type) টো “ভইড”(void)'
02.01 ফাংচন(function) দুই প্ৰকাৰৰ
02.03 “ইউজাৰ-ডিফাইনড”(User-defined) যিটো “এড ফাংচন ” ('add function) আৰু
02.06 “প্ৰি-ডিফাইনড ”(Pre-defined)ফাংচন( function) উদাহৰণ স্বৰূপে “printf” আৰু “মেইন ফাংচন” (main function)
02.12 ইয়াতa আৰু bক ২ আৰু ৩ৰে প্ৰাৰম্ভণ(initialize) কৰা হৈছে
02.19 ইয়াত c ভেৰিয়েবল (variable) এটা ঘোষণা(declare) কৰা হৈছে
02.21 তাৰপিছ্ত আমি a আৰু bৰ মান দুটা যোগ( add) কৰিছো
02.24 ফলাফলটো(result) 'c ত ৰখা হৈছে
02.27 তাৰপাছত আমি ফলাফলটো(result) ছপা( print) কৰিছো
02.29 এইটো আমাৰ “মেইন ফাংচন” (main function)
02.32 ইয়াত “এড ফাংচন ” (add function) টো মতা( call) হৈছে
02.34 এতিয়া যোগ( addition operation) হব আৰু ফলাফলটো( result) ছপা( print) হব
02.39 এতিয়া ছেভ (Save) টিপক
02.42 আমি প্ৰোগ্ৰামটো( program) কাৰ্য্যকৰী( execute) কৰো
02.45 “তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T ব্যৱহাৰ কৰক
02.53 কম্পাইল (compile) কৰিবলৈ লিখকgcc function dot c hyphen o fun
03.00 কাৰ্যকৰী( execute) কৰিবলৈ লিখক./fun (ডট শ্লেছ ফান).
03.05 আমি আউটপুট (output) টো'Sum of a and b is 5 হিচাবে দেখা পাম
03.10 এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ওভতি আহো
03.13 ফাংচন(Function)ত “পেৰামিটাৰ”(parameters)বা “আৰগুমেন্টচ”(arguments)নামেৰে বিশেষ আইদেন্তিফায়াৰ(identifiers) থাকে
03.20 আহক একে উদাহৰণ আৰগুমেন্টচ(arguments)ৰ সহায়ত চাওঁ
03.23 ইয়াত মই সামান্য পৰিবৰ্তন কৰিম
03.27 লিখকint add(int a, int b)
03.32 ইয়াত আমি “ফাংচন এড(function add)ঘোষণা( declare) কৰিছো
03.36 int a আাৰু int b “ফাংচন এড” ৰ “আৰগুমেন্ট”(argument)
03.41 এইটো নাইকীয়া( delete) কৰক
03.42 ইয়াত a আৰু b ক প্ৰাৰম্ভণ( initialize) কৰাৰ প্ৰয়োজন নাই
03.46 printf ষ্টেটমেন্ত( statement)টো নাইকীয়া( Delete) কৰক
03.49 লিখকint main()
03.52 এতিয়া 'sum নামৰ ভেৰিয়েবল (variable) এটা ঘোষণা( declare) কৰো
03.54 int sum; লিখক
03.57 তাৰপাছত লিখক sum = add(5,4);
04.03 ইয়াত আমি “এড ফাংচন” (add function) মাতিছো( call)
04.05 তাৰপাছত 5আৰু 4 পেৰামিটাৰ(parameter) হিচাবে পঠিয়াইছো( pass)
04.10 5 aত আৰু 4' b. ত জমা(store) হব
04.14 যোগফলটো( addition operation) প্ৰদৰ্শন( performed) কৰা হব
04.18 এতিয়া ফলাফলটো( result)ছপা( print) কৰো
04.20 তাৰবাবে ইয়াত লিখক printf(“Sum is %d\n”,sum);
04.27 আমি ইতিমধ্যে ওপৰত ফাংচনটো( function) মাতিছো( called) গতিকে এইটো নাইকীয়া( Delete) কৰক
04.32 লিখক return 0;
04.36 এটা “নন ভইদ ফাংচন”('non-void function) তreturn ষ্টেটমেন্ত(statement) টো ব্যৱ্হাৰ কৰিবই লাগিব যত ই এটা মান( value) ঘূৰাই দিয়ে
04.41 ছেভ(Save) টিপক
04.43 আমি প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী( execute) কৰো আহক
04.45 আমাৰ প্ৰান্তলৈ( terminal) উভতি আহো
04.48 এতিয়া আগৰ দৰে প্ৰোগ্ৰাম( program)টো কম্পাইল( compile) কৰক
04.50 আহক কাৰ্যকৰী( execute) কৰো
04.52 আউট পুট ( output) টো Sum is 9 হিচাবে দেখা গৈছে
04.57 এতিয়া একে প্ৰোগ্ৰাম(program)টো C++.ত কেনেকৈ কাৰ্যকৰী( execute) কৰা হয় চাওঁ আহক
05.02 আমাৰ প্ৰোগ্ৰাম (program)টো লৈ উভতি আহো
05.04 ইয়াত মই সামান্য পৰিবৰ্তন( change) কৰিছো
05.07 প্ৰথমে একেলগেShift, Ctrl and S কী টিপক
05.12 এতিয়া ফাইল( file)টো.cpp এষ্টেনচন(extension)ৰে ছেভ(save) কৰক
05.18 ছেভ(save) টিপক, আমি প্ৰথমে হেদাৰ ফাইল (header file)টো <iostream> হিচাবে পৰিবৰ্তন( change) কৰিম
05.24 আমি ইয়াত “ইউজিং”(using ) ষ্টেটমেন্ত(statement) সংলগ্ন( include) কৰিম
05.28 ফাংচন দিক্লাৰেচন(function declaration) টো C++.ত একে হ্য়
05.32 গতিকে ইয়াত পৰিবৰ্তনৰ প্ৰয়োজন নাই
05.37 এতিয়া C++ ত শাৰী(line) ছপা(print) কৰিবলৈ printf ষ্টেটমেন্তৰ ঠাইত cout<< ষ্টেটমেন্ত(statement) ব্যৱ্হাৰ কৰক
05.48 ইয়াত “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier)আৰু \nৰ প্ৰয়োজন নাই
05.52 “ক’মা”( comma) নাইকীয়া( Delete) কৰক
05.54 এতিয়া দুটা আৰম্ভণি “কোণ বন্ধনি”( angle brackets) লিখক
05.58 “ছাম”(Sum) ৰ পিছত পুনৰ দুটা আৰম্ভণি “কোণ বন্ধনি”( angle brackets)লিখক
06.03 উৰ্ধকমা( double quotes)ৰ ভিতৰত \n লিখক
06.07 সামৰনী বন্ধনি( closing bracket) নাইকীয়া( Delete) কৰক
06.09 এতিয়া ছেভSave. টিপক
06.11 প্ৰোগ্ৰাম( program)টো কম্পাইল( compile) কৰো আহক
06.14 আমাৰ প্ৰান্তলৈ( terminal) উভতি আহো
06.16 লিখকg++ function dot cpp hyphen o fun1
06.23 ফান( Fun) ফাইলৰ আউটপুটটো ( output) “অভাৰৰাইট” (overwrite) নহবৰ বাবে নাম “ফান ওৱান”(fun1) দিয়া হৈছে
06.31 এতিয়া “এন্টাৰ(Enter)' টিপক
06.34 লিখক./fun1
06.38 আউটপুটটোঃSum is 9 হিচাবে দেখা গৈছে
06.42 এতিয়া আমি হব পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম
06.47 ধৰাহওঁক ইয়াত আমি 4ৰ সলনি x লিখিলো
06.51 মই বাকী ক’ড( code)বোৰ একে ৰাখিম
06.55 ছেভSave. টিপক
06.58 অমি প্ৰোগ্ৰাম( program)টো কম্পাইল( compile) কৰো
07.02 আমি ১০ নং শাৰীত ভুল দেখা পাইছো
07.06 এই পৰিসৰ( scope)ত x ঘোষণা কৰা হোৱা নাই(x was not declared in this scope. )
07.09 ইয়াৰ কাৰণ হৈছে x এটা “কেৰেক্টাৰ” ভেৰিয়েবল(character variable)
07.13 এইটো কতো ঘোষণা( declared) কৰা হোৱা নাছিল
07.15 আৰু আমাৰ addফাংচন( function)ৰ integer “ভেৰিয়েবল”(variable) টো এটা আৰ্গুমেন্ট( argument) হয়
07.21 গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ(return type) আৰু ৰিটাৰ্ণ ভেলো(return value) ৰ মাজত বৈসাদৃশ্য( mismatch) আহিছে
07.25 এতিয়া আমাৰ প্ৰোগ্ৰাম(program)টোলৈ উভতি আহো
07.27 এতিয়া ভুলটো( error) শুধৰণি কৰো
07.30 ১০ নং শাৰীত ৪ লিখক
07.32 ছেভ”('Save) টিপক
07.35 আকৌ কাৰ্যকৰী( execute) কৰো আহক
07.37 প্ৰম্পত( prompt) খালি( clear) কৰো
07.40 আগৰ দৰে প্ৰোগ্ৰাম(program)টো কম্পাইল( Compile) কৰক
07.42 হ্য় ই কাম কৰিছে
07.45 এতিয়া আমি হব পৰা অন্য সাধাৰণ ভুল( error) বিলাক লক্ষ্য কৰিম
07.50 ধৰাহওঁক ইয়াত আমি কেৱল এটা পেৰামিটাৰ(parameter) পঠাইছো
07.55 ৪ নাইকীয়া কৰক
07.56 ছেভ(Save)' টিপক
07.58 প্ৰান্তলৈ( terminal.) উভতি আহো
08.00 কম্পাইল( compile) কৰো আহক
08.01 ১০ নং শাৰীত ভুল দেখা পাইছো
08.06 too few arguments to function 'int add (int, int)'
08.11 আমাৰ প্ৰোগ্ৰাম(program)টোলৈ উভতি আহো
08.14 ইয়াত আপুনি দুই ধৰণৰ পেৰামিটাৰ(parameter) দেখিব
08.19 int a and int b.
08.22 ইয়াত আমি কেৱল এটা পেৰামিটাৰ(parameter) পঠাইছো
08.25 তাৰবাবে ভুলটো( error) দেখা পোৱা গৈছে
08.27 এতিয়া ভুল( error)টো শুধৰণি ( fix) কৰো
08.29 ৪ লিখক
08.31 ছেভ(Save) টিপক
08.34 প্ৰান্তলৈ(terminal) উভতি আহক
08.36 আকৌ কাৰ্যকৰী( execute) কৰো আহক
08.39 হয় ই কাম কৰিছে
08.42 আমাৰ শ্লাইড(slides) লৈ উভতি আহো
08.44 সংক্ষিপ্তে( summarise) আমি এই টিউটৰিয়েল( tutorial)ত শিকিছো
08.49 ফাংচন(Function)
08.50 ফাংচনৰ(Function) গাঠনি, “ফাংচন উইডাউত আৰগুমেন্টচ” (Function without arguments)
08.53 উদাহৰণঃ void add( )
08.55 আৰগুমেন্টচ ( arguments) থকা ফাংচন(Function)
08.57 উদাহৰণঃ int add(int a and int b)
09.02 অনুশিলনী (assignmen)হিচাপে এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক
09.07 এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
09.11 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
09.14 আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক
09.18 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
09.21 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
09.24 “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে
09.28 অধিক জানিবলৈ অনুগ্ৰহ কৰি contact @spoken-tutorial.org লৈ লিখক
09.35 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
09.40 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
09.47 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
09.52 মই কৃষ্ণ কমল দুৱৰা
09.55 উপভোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Dhrubaghy, Mousumi