Difference between revisions of "BOSS-Linux/C2/BOSS-Linux-Desktop/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|border=1 !Time !Narration |- |00:01 |'''BOSS Desktop''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত। |- |00:06 |ইয়াত '...") |
|||
(4 intermediate revisions by 2 users not shown) | |||
Line 4: | Line 4: | ||
|- | |- | ||
|00:01 | |00:01 | ||
− | |'''BOSS Desktop''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত। | + | |নমস্কাৰ দ্ৰ্শকল সকল. '''BOSS Desktop''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত। |
|- | |- | ||
Line 22: | Line 22: | ||
|- | |- | ||
|00:28 | |00:28 | ||
− | |আপোনি উপৰৰ বাও কোণত | + | |আপোনি উপৰৰ বাও কোণত অবস্থিত মেইন মেনু দেখিব। |
|- | |- | ||
|00:33 | |00:33 | ||
Line 83: | Line 83: | ||
|- | |- | ||
|02:20 | |02:20 | ||
− | |সেয়ে আমি '''File''' ত গৈ '''Save''' ত | + | |সেয়ে আমি '''File''' ত গৈ '''Save''' ত টিপো । |
|- | |- | ||
Line 91: | Line 91: | ||
|- | |- | ||
|02:29 | |02:29 | ||
− | |এইটোক ফাইল সংৰক্ষণ কৰিবলৈ ফাইলৰ নাম আৰু | + | |এইটোক ফাইল সংৰক্ষণ কৰিবলৈ ফাইলৰ নাম আৰু স্থানৰ বাবে জিজ্ঞাস কৰে। |
|- | |- | ||
|02:36 | |02:36 | ||
Line 100: | Line 100: | ||
|- | |- | ||
|02:49 | |02:49 | ||
− | |'''gedit''' উইন্ডো বন্ধ কৰো অৰু আমাৰ ফাইল '''Desktop'''ত সংৰক্ষিত হৈছে নে নাই প্ৰশিক্ষন | + | |'''gedit''' উইন্ডো বন্ধ কৰো অৰু আমাৰ ফাইল '''Desktop'''ত সংৰক্ষিত হৈছে নে নাই প্ৰশিক্ষন কৰো। |
|- | |- | ||
|02:58 | |02:58 | ||
|এতিয়া '''Desktop''' ত গৈ দেখিব পাৰি যে ইয়াত '''hello''' ডট '''txt''' ফাইল আছে। | |এতিয়া '''Desktop''' ত গৈ দেখিব পাৰি যে ইয়াত '''hello''' ডট '''txt''' ফাইল আছে। | ||
− | |||
|- | |- | ||
|03:05 | |03:05 | ||
Line 111: | Line 110: | ||
|03:10 | |03:10 | ||
|এই ফাইলটো খুলিবলৈ ইয়াত দুইবাৰ টিপক। | |এই ফাইলটো খুলিবলৈ ইয়াত দুইবাৰ টিপক। | ||
− | |||
|- | |- | ||
|03:14 | |03:14 | ||
Line 118: | Line 116: | ||
|03:18 | |03:18 | ||
|'''gedit''' টেক্সট এডিটৰত একাধিক লোকেল ভাষাও লিখিব পাৰি। | |'''gedit''' টেক্সট এডিটৰত একাধিক লোকেল ভাষাও লিখিব পাৰি। | ||
− | |||
|- | |- | ||
|03:24 | |03:24 | ||
Line 155: | Line 152: | ||
|03:59 | |03:59 | ||
|আমি ফোনেটিক ব্যবহাৰ কৰি'''Welcome''' লিখিম। | |আমি ফোনেটিক ব্যবহাৰ কৰি'''Welcome''' লিখিম। | ||
− | |||
|- | |- | ||
|04:03 | |04:03 | ||
Line 174: | Line 170: | ||
|04:40 | |04:40 | ||
|'''Terminal''' সম্পর্কে আৰো জানিবলৈ এটা সহজ কমান্ড লিখো। | |'''Terminal''' সম্পর্কে আৰো জানিবলৈ এটা সহজ কমান্ড লিখো। | ||
− | |||
|- | |- | ||
|04:45 | |04:45 | ||
Line 375: | Line 370: | ||
|- | |- | ||
|10:14 | |10:14 | ||
− | | সংক্ষেপে, | + | | সংক্ষেপে, ইয়াত শিকিছো: |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|10:18 | |10:18 | ||
− | | '''BOSS Desktop''', | + | | '''BOSS Desktop''', '''Main''' মেনু |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 404: | Line 392: | ||
|- | |- | ||
|10:36 | |10:36 | ||
− | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | + | |স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
|- | |- | ||
Line 423: | Line 411: | ||
|- | |- | ||
|11:05 | |11:05 | ||
− | | | + | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
|- | |- | ||
|11:11 | |11:11 | ||
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Latest revision as of 12:36, 24 March 2017
Time | Narration |
---|---|
00:01 | নমস্কাৰ দ্ৰ্শকল সকল. BOSS Desktop এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত। |
00:06 | ইয়াত BOSS Desktop Environment এৰ সৈতে পৰিচিত হম। |
00:12 | ইয়াত অধিকতৰ ভাৰতীয় ভাষা সমর্থিত প্যাকেজেৰ সৈতেBOSS Linux 3.4.2 ব্যবহাৰ কৰিছো। |
00:21 | স্লাইড মিনিমাইজ কৰো। |
00:24 | ইয়াত আপোনি BOSS Desktop দেখিব। |
00:28 | আপোনি উপৰৰ বাও কোণত অবস্থিত মেইন মেনু দেখিব। |
00:33 | এইটোক খুলিবলৈ, কীবোর্ডত Alt আৰু F1 একলগে টিপক। |
00:42 | অথবা, Applications মেনুত টিপক। |
00:46 | Applications মেনুত শ্রেণীকৰণ পদ্ধতিত সংস্থাপিত সকলো অ্যাপ্লিকেশন আছে। |
00:54 | এই Applications মেনুত, কিছু গুৰুত্বপূর্ণ অ্যাপ্লিকেশন সম্পর্কে শিকো। |
01:01 | সেয়ে Applications, Accessories, Calculator লৈ যাও। |
01:08 | Calculatorএ গাণিতিক, সাইন্টিফিক বা ফাইনান্সিয়াল গণনা কৰিবলৈ সাহায্য কৰে। |
01:16 | ক্যালকুলেটৰ খুলিবলৈ এইটোত টিপক। |
01:20 | কিছু সহজ হিসাব চেষ্টা কৰো। |
01:23 | এতিয়া 5 গুণ 8 লিখি = (ইকুয়াল টু) চিহ্ন টিপক। |
01:29 | = চিহ্ন টিপাৰ সলনি আপোনি Enter কী ও টিপিব পাৰিব। |
01:35 | এতিয়া ক্যালকুলেটৰ বন্ধ কৰিবলৈ ক্লোস বোতামত টিপক। |
01:40 | এতিয়া আৰু এটা অ্যাপ্লিকেশন চাও। |
01:43 | এইটোক কৰিবলৈ Applications ত উভতি গৈ Accessories লৈ যাও। |
01:49 | Accessories ত, gedit Text Editor ত টিপি আৰু সেইটোক খোলক। |
01:56 | এতিয়া আপোনি স্ক্রিনত gedit Text Editor দেখিছে। |
02:02 | ইয়াত কিছু টেক্সট লিখি সংৰক্ষণ কৰো। |
02:06 | লিখক Hello World. |
02:11 | ফাইলটোক সংৰক্ষণ কৰিবলৈ Crtl আৰু S কী টিপক অথবা Fileত গৈ Save ত টিপক। |
02:20 | সেয়ে আমি File ত গৈ Save ত টিপো । |
02:26 | Save As ডায়ালগ বাক্স খোলে। |
02:29 | এইটোক ফাইল সংৰক্ষণ কৰিবলৈ ফাইলৰ নাম আৰু স্থানৰ বাবে জিজ্ঞাস কৰে। |
02:36 | সেয়ে Name ফীল্ডত hello ডট txt লিখি আৰু সংৰক্ষণৰ স্থান হিসাবে Desktop নির্বাচন কৰো। |
02:47 | Save ত টিপক । |
02:49 | gedit উইন্ডো বন্ধ কৰো অৰু আমাৰ ফাইল Desktopত সংৰক্ষিত হৈছে নে নাই প্ৰশিক্ষন কৰো। |
02:58 | এতিয়া Desktop ত গৈ দেখিব পাৰি যে ইয়াত hello ডট txt ফাইল আছে। |
03:05 | সেয়ে টেক্সট ফাইল সফলভাবে সংৰক্ষিত হৈছে। |
03:10 | এই ফাইলটো খুলিবলৈ ইয়াত দুইবাৰ টিপক। |
03:14 | ইয়াত Hello World টেক্সট আছে। |
03:18 | gedit টেক্সট এডিটৰত একাধিক লোকেল ভাষাও লিখিব পাৰি। |
03:24 | এইটোক কিভাবে কৰে চাও। |
03:27 | gedit টেক্সট এডিটৰত CTRL আৰু Space Bar টিপক। |
03:33 | আপোনি তলৰ সো কোণত এটা সৰু বাক্স দেখিব পাৰিব। |
03:39 | এইটোত টিপক। |
03:41 | Hindi বাছনি কৰক |
03:43 | Inscript নির্বাচন কৰক। |
03:45 | আমি Hello World লিখিম। |
03:49 | টেক্সট হিন্দিলৈ পৰিবর্তিত হৈছে। |
03:53 | এতিয়া Hindi ত গৈ Phonetic নির্বাচন কৰিব। |
03:59 | আমি ফোনেটিক ব্যবহাৰ কৰিWelcome লিখিম। |
04:03 | ইয়াত Welcome শব্দটো হিন্দিত আছে। |
04:08 | এতিয়া Saveত টিপক। |
04:11 | এই টেক্সট এডিটৰ বন্ধ কৰি Accessoriesৰ পৰা আৰু এটা গুৰুত্বপূর্ণ এপ্লিকেশন Terminal দেখো। |
04:20 | সেয়ে Applications ত উভতি গৈ, Accessories আৰু Terminal লৈ যাও। |
04:27 | Terminal ক কমান্ড লাইন বোলে কাৰণ আপোনি ইয়াৰ পৰা কম্পিউটাৰক কমান্ড দিব পাৰিব। এইটোক GUI এৰ পৰাও অধিক শক্তিশালী। |
04:40 | Terminal সম্পর্কে আৰো জানিবলৈ এটা সহজ কমান্ড লিখো। |
04:45 | সেয়ে ls লিখক আৰু Enter টিপক। |
04:50 | এইটোয়ে বর্তমানৰ কর্ম ডিৰেক্টৰিত সকলো ফাইল আৰু ফোল্ডাৰক তালিকাভুক্ত কৰে। |
04:57 | এইটোক Home ফোল্ডাৰ পৰা ফাইল আৰু ফোল্ডাৰক প্রদর্শন কৰে। |
05:02 | Home ফোল্ডাৰ কি, তাক আসন্ন টিউটোৰিয়েলত চাম। |
05:07 | Terminal কমান্ডবোৰ পিছৰ লিনাক্স স্পোকেন টিউটোৰিয়েলত ভালোমতে ব্যাখ্যা কৰা হৈছে। |
05:15 | এতিয়া Terminal বন্ধ কৰো। |
05:18 | এতিয়া আৰু এটা এপ্লিকেশন চাও অর্থাৎ Iceweasel Web Browser |
05:25 | এইটো BOSS অপাৰেটিং সিস্টেমত ডিফল্ট ওয়েব ব্রাউজাৰ হয়। |
05:30 | Applications, Internet আৰু Iceweasel Web Browser ত টিপক। |
05:36 | Iceweasel হল Firefox এৰ পুনঃ-চিহ্নিত সংস্কৰণ। |
05:41 | এই ব্রাউজাৰ ব্যবহাৰ কৰি নেটত আপোনি আপোনাৰ ইমেল বা কিছু তথ্য চাব পাৰিব। |
05:49 | Google সাইটলৈ যাও। |
05:51 | এড্রেস বাৰত যাবলৈ শর্টকাট কী হল F6 |
05:56 | অথবা আপোনি ইয়াত এড্রেস বাৰত টিপিব পাৰিব। |
06:00 | আমি www.google.co.in লিখিম। |
06:07 | লেখাৰ সময়ত, Iceweaselএ কিছু সম্ভাব্য বিকল্প দিয়ে. |
06:11 | আপোনি ইয়াৰ পৰা কোনো এটা বাছিব পাৰিব. |
06:14 | অথবা সম্পূর্ণ এড্রেস লিখি Enter টিপক। |
06:19 | এতিয়া Google সার্চ পেজত আছো। সার্চ বাৰতspoken tutorial লিখক। |
06:27 | Spoken tutorial প্রথম বিকল্প হিসাবে আছে। এইটোত টিপক। |
06:34 | এইটোৱে Spoken Tutorial হোম পেজ খুলিব। |
06:38 | এতিয়া এইটোক বন্ধ কৰি আৰু আগোৱাও। |
06:42 | এতিয়া Applications আৰু তাৰপিছত Office ত টিপক। |
06:48 | Office মেনুত LibreOffice বিকল্প যেনে Writer, Calc, Impress আছে। |
06:57 | এইবোৰ LibreOffice সংকলনৰ ওয়ার্ড প্রসেসৰ, স্প্রেডশিট আৰু প্রেসেন্টেশন কম্পোনেন্ট হয়। |
07:04 | Spoken Tutorial ওয়েবসাইটত এই বিষয়ৰ উপৰত টিউটোৰিয়েল আছে। আপোনি এইটোক অন্বেষণ কৰক। |
07:12 | এতিয়া Applications ত গৈ, Sound & Video মেনু অন্বেষণ কৰো। |
07:19 | এই বিকল্পয়ে BOSS OS ত উপলব্ধ বিভিন্ন প্লেয়াৰ বিকল্প প্রদর্শন কৰে। |
07:27 | ভিডিও বা অডিও ফাইল চলাবলৈ যি কোনো এটা বিকল্প ব্যবহাৰ কৰিবলৈ পাৰিব। |
07:33 | এতিয়া অন্যান্য কিছু গুৰুত্বপূর্ণ বিষয় চাও। Places মেনুলৈ যাও। |
07:41 | ইয়াত প্রথম বিকল্প হল Home folder. |
07:45 | এইটোক খুলো। |
07:47 | BOSS OS ত প্রত্যেক ইউসাৰৰ পৃথক Home ফোল্ডাৰ থাকে। |
07:52 | Home ফোল্ডাৰত আমি আমাৰ সকলো ফাইল আৰু ফোল্ডাৰ সংৰক্ষণ কৰিবলৈ পাৰো। |
08:00 | আমাৰ অনুমতি নোহোৱাকৈ, অন্যেবোৰে চাব নোৱাৰে। |
08:04 | ফাইল অনুমতি সম্পর্কে অধিক তথ্য স্পোকেন টিউটোৰিয়ােল ওয়েবসাইটৰ লিনাক্স স্পোকেন টিউটোৰিয়েলত প্রাপ্তিসাধ্য। |
08:14 | আমাৰ Home ফোল্ডাৰত, আমি Desktop, Documents, Downloads, Music ইত্যাদি ফোল্ডাৰ দেখিব পাৰো। |
08:25 | লিনাক্সত সকলোবোৰেই এটা ফাইল। |
08:29 | Desktop ফোল্ডাৰত দুইবাৰ টিপি এইটোক খোলক। |
08:35 | gedit টেক্সট এডিটৰত সংৰক্ষিত একেই hello ডট txt ফাইল ইয়াত আছে। |
08:44 | সেয়ে এই Desktop আৰু ফোল্ডাৰ অনুৰুপ হয়। |
08:49 | এতিয়া ফোল্ডাৰটো বন্ধ কৰো। |
08:52 | এতিয়া Desktopৰ থিম সলনি কৰা শিকো। |
08:55 | উপৰৰ সো কোণত যাওক আৰু তাত প্রদর্শিত ইউসাৰ নেমত টিপক। |
09:02 | আমাৰ ক্ষেত্রত ইউসাৰ নেম spoken হয়, আমি spokenত ক্লিক কৰিম। |
09:09 | এতিয়া System Settings বিকল্পত টিপক। |
09:13 | System Settings ডায়লগ বাক্স খোলে। |
09:16 | Background আইকনত টিপক। |
09:19 | তালিকাৰ পৰা যি কোনো এটা বাছক। |
09:23 | ই আপোনাৰ এটা নতুন ব্যাকগ্রাউন্ড হিসাবে দেখাব। |
09:27 | ডায়লগ বাক্স বন্ধ কৰক। |
09:29 | এতিয়া, Applications মেনুত উপলব্ধ System Tools বিকল্পলৈ আহক। |
09:36 | এই মেনুত থকা বিকল্পয়ে ডেস্কটপ আৰু বিভিন্ন অ্যাপ্লিকেশন পৰিচালনা কৰিবলৈ সাহায্য কৰে। |
09:44 | System Tools, Administration আৰু Synaptic Package Manager ত টিপক। |
09:51 | এইটোয়ে অবিলম্ব অনুমোদনৰ বাবে পাসওয়ার্ড লিখিব কয়। |
09:57 | পাসওয়ার্ড লিখি Authenticate ত টিপক। |
10:02 | সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ সম্পর্কে বিশদ বিবৰণ পৃথক টিউটোৰিয়েলত আছে। |
10:10 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
10:14 | সংক্ষেপে, ইয়াত শিকিছো: |
10:18 | BOSS Desktop, Main মেনু |
10:21 | আৰু BOSS Linux OS এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য। |
10:25 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
10:28 | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
10:31 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10:36 | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
10:41 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
10:45 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি 'contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10:53 | স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10:57 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:05 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:11 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |