Difference between revisions of "BASH/C3/Arrays-and-functions/Assamese"
From Script | Spoken-Tutorial
(One intermediate revision by one other user not shown) | |||
Line 137: | Line 137: | ||
|- | |- | ||
|03:18 | |03:18 | ||
− | |এন্টাৰ টিপক | + | |এন্টাৰ টিপক, লিখক ''' dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) array(এৰে) dot(দত) sh''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 161: | Line 157: | ||
|- | |- | ||
| 03:49 | | 03:49 | ||
− | |'''return(ৰিটাৰ্ন)''' ষ্টেতমেন্তটো | + | |'''return(ৰিটাৰ্ন)''' ষ্টেতমেন্তটো স্ক্ৰিপ্তটোলৈ ঘূৰি যাব য’ৰ পৰা ইয়াক মতা হৈছিল |
|- | |- | ||
Line 193: | Line 189: | ||
|- | |- | ||
|04:27 | |04:27 | ||
− | |যদি | + | |যদি ভেৰিয়েবল দুটা সমান হয়, তেন্তে ''''if''''ত থকা কমান্ড বিলাক কাৰ্যকৰী হয় |
|- | |- | ||
Line 361: | Line 357: | ||
|- | |- | ||
| 07:56 | | 07:56 | ||
− | | এটা অনুশিলনী হিচাবে | + | | এটা অনুশিলনী হিচাবে, এটা প্ৰোগ্ৰাম লিখক, য’ত এটা '''function ''' (ফাংচন) এ এৰে ('''array''') এটাত সকলো উপাদান সংলগ্ন কৰে । ফাংচনটোৱে উপাদান সমূহৰ যোগফলটো দৰ্শিত কৰিব লাগিব |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 409: | Line 397: | ||
|- | |- | ||
| 09:10 | | 09:10 | ||
− | |মই | + | |মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |
|} | |} |
Latest revision as of 11:54, 24 March 2017
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, এৰে’জ এন্দ ফাংচনচ (Arrays & functions)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটৰিয়েলটোত, আমি শিকিম, |
00:11 | এটা function (ফাংচন)লৈ এৰে (array) এটা পঠাবলৈ |
00:14 | এটা function (ফাংচন)ত exit (এক্সিত) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ |
00:17 | এটা function (ফাংচন)ত return (ৰিটাৰ্ণ) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ |
00:20 | কিছু উদাহৰণৰ সহায়ত |
00:24 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ চেল স্ক্ৰিপতিং (Shell Scripting)ৰ জ্ঞান থাকিব লাগিব |
00:29 | আপোনাৰ লগতে বেচত arrays (এৰেজ) আৰু if statement (ইফ ষ্টেতমেন্ত)ৰও জ্ঞান থাকিব লাগিব |
00:36 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক, http://www.spoken-tutorial.org |
00:43 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:46 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)আৰু |
00:50 | GNU BASH(বেচ) তাঙৰণ 4.2 |
00:54 | অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিৰেলটো অভ্যাসৰ বাবে |
01:02 | আহক প্ৰথমে ফাংচন এটালৈ এৰে এটা কেনেকৈ পঠোৱা হয় আৰু ইয়াৰ ব্যৱহাৰ শিকো |
01:09 | মই এটা ফাইল function(ফাংচন)_(আন্দাৰস্ক’ৰ)array(এৰে) dot(দত) sh খুলিম |
01:15 | এইটো হৈছে চিবেং শাৰী (shebang line) |
01:18 | আমাৰ ফাংচন (function) নামটো হৈছে array(এৰে)_(আন্দাৰস্ক’ৰ) display(দিচপ্লে) |
01:22 | আৰম্ভণি মাজুবন্ধনীয়ে function definition (ফাংচন দেফিনেচন)টো খোলে |
01:27 | Dollar(ডলাৰ) @(এত চিহ্ন)ৰ ব্যৱহাৰ এই শ্ৰেণীৰ পূৰ্বৰ টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছিল |
01:34 | সাধাৰণতে, ইয়াক ফাংচন এটালৈ পঠোৱা সকলো আৰগুমেন্তক ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয় |
01:40 | সৰু বন্ধনীৰ ভিতৰত থকা Dollar(ডলাৰ) @(এত চিহ্ন)ই ভেৰিয়েবল এৰে ('array') ত এৰে উপাদান সমূহ জমা কৰে |
01:47 | Dollar(ডলাৰ) আৰম্ভণি মাজু বন্ধনী array(এৰে) বৰ বন্ধনীৰ ভিতৰত @(এত চিহ্ন) সামৰণী মাজু বন্ধনী |
01:55 | এই শাৰী ক’ডে এৰে এটাৰ সকলো উপাদান দৰ্শিত কৰে |
02:00 | Dollar(ডলাৰ) আৰম্ভণি মাজু বন্ধনী এৰে বৰ বন্ধনীৰ ভিতৰত এক সামৰণী মাজু বন্ধনী |
02:08 | এই শাৰী ক’ডে এৰেটোৰ দ্বিতীয় উপাদানটো দৰ্শিত কৰে |
02:14 | Operating_systems (অপাৰেতিং চিষ্টেম)টো Ubuntu(উবুন্তো), Fedora(ফেদ’ৰা), Redhat(ৰেদহেট) আৰু Suse(চোছ) উপাদান সমূহৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে |
02:22 | ইয়াত, এৰে অপাৰেতিং_চিষ্টেমচ (array operating_systems) টো ফাংচন এৰে _দিচপ্লে (array_display)লৈ পঠোৱা হৈছে |
02:29 | ফাংচন এটালৈ এৰে এটা পঠোৱাৰ গাঠণিতো হৈছে function_name(ফাংচন_ নেম) space(স্পেছ) ডলাৰ আৰম্ভণি মাজু বন্ধনী array_name(এৰে_ নেম) বৰ বন্ধনীৰ ভিতৰত @(এত চিহ্ন) সামৰণি মাজু বন্ধনী |
02:45 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
02:48 | একেদৰে, colors(কালাৰ্চ)টো White(হোৱাইত), green(গ্ৰীণ), red(ৰেড) আৰু blue(ব্লো) উপাদান সমূহৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে |
02:57 | ইয়াত array colors(এৰে কালাৰ্চ)টো এৰে_দিচপ্লে (array_display) ফাংচনটোলৈ পঠোৱা হৈছে |
03:02 | এতিয়া আহক ফাইলটো ছেভ কৰো আৰু টাৰ্মিনেলটোলৈ যাওঁ |
03:07 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) array(এৰে) dot(দত) sh |
03:18 | এন্টাৰ টিপক, লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) array(এৰে) dot(দত) sh |
03:25 | এন্টাৰ টিপক |
03:27 | আমি চাব পাৰো যে, এৰে অপাৰেতিং_চিষ্টেমচ (array operating_systems) আৰু কালাৰ্চ (colors) ৰ উপাদানসমূহ দৰ্শিত হৈছে |
03:33 | আৰু লগতে এৰে অপাৰেতিং_চিষ্টেমচ (array operating_systems) আৰু কালাৰ্চ (colors)ৰ দ্বিতীয় উপাদানটোও দৰ্শিত হৈছে |
03:41 | বেচ (Bash)ত, 'exit(এক্সিত)' আৰু 'return(ৰিটাৰ্ন)' ষ্টেতমেন্তচয়ে এটা ফাংচন বা এটা প্ৰোগ্ৰামৰ ষ্টেটাচ ক’ডটো দিয়ে |
03:49 | return(ৰিটাৰ্ন) ষ্টেতমেন্তটো স্ক্ৰিপ্তটোলৈ ঘূৰি যাব য’ৰ পৰা ইয়াক মতা হৈছিল |
03:54 | exit(এক্সিত) ষ্টেতমেন্তটোৱে সমষ্ট স্ক্ৰিপ্তটো য’ৰ পৰা সম্মুখীন হয় তাত শেষ কৰিব |
04:01 | আহক এটা ফাংচনৰ ভিতৰত return(ৰিটাৰ্ন) কৰিবলৈ এই পদ্ধতি দুটা শিকো |
04:06 | মই এটা ফাইল 'return(ৰিটাৰ্ণ)_exit(এক্সিত).sh' খুলিম |
04:12 | এইটো হৈছে চিবেং শাৰী (shebang line) |
04:14 | ফাংচন নামটো হৈছে return(ৰিটাৰ্ণ)_(আন্দাৰস্ক’ৰ) ফাংচন |
04:18 | আৰম্ভণি মাজুবন্ধনীয়ে function definition (ফাংচন দেফিনেচন)টো খোলে |
04:22 | এই if statement(ইফ ষ্টেতমেন্ত)টোৱে দুটা ভেৰিয়েবল তুলনা কৰে |
04:27 | যদি ভেৰিয়েবল দুটা সমান হয়, তেন্তে 'if'ত থকা কমান্ড বিলাক কাৰ্যকৰী হয় |
04:33 | এই echo statement(ইক’ ষ্টেতমেন্ত)টোৱে বাৰ্তাটো দৰ্শিত কৰে |
04:36 | "This is return function" |
04:39 | ৰিটাৰ্ণ 0ই নিয়ন্ত্ৰণটো (control) ফাংচনৰ পৰা মূখ্য প্ৰোগ্ৰামটোলৈ আতৰ কৰে ষ্টেতাচ ক’ড 0(শূণ্য)ৰ সৈতে |
04:47 | মন কৰিব যে এটা ফাংচনত ৰিটাৰ্ণ (return)ৰ পাছৰ ষ্টেতমেন্তসমূহ কাৰ্যকৰী নহ’ব |
04:54 | fiএ if ষ্টেতমেন্তৰ শেষটোক সূচায় |
04:58 | ইয়াত function (ফাংচন) নামটো হৈছে exit(এক্সিত)_(আন্দাৰস্ক’ৰ) ফাংচন |
05:02 | ইয়াত if ষ্টেতমেন্তটো্ৱে দুটা ভেৰিয়েবল তুলনা কৰে |
05:06 | যদি ভেৰিয়েবল দুটা সমান হয়, তেন্তে 'if'ত থকা কমান্ড বিলাক কাৰ্যকৰী হয় |
05:14 | এই echo(ইক’) ষ্টেতমেন্তটোৱে "This is exit function" বাৰ্তাটো দৰ্শিত কৰে |
05:19 | exit(এক্সিত) 0ই প্ৰোগ্ৰামটো বন্ধ কৰিব |
05:23 | fiএ এই if ষ্টেতমেন্তৰ শেষক সূচায় |
05:27 | এইটো হৈছে আৰগুমেন্ত 3 আৰু 3ৰ সৈতে এটা ফাংচন কল (function call ) |
05:33 | ই "We are in main program" বাৰ্তাটো দৰ্শিত কৰে |
05:38 | এইটো হৈছে আৰগুমেন্ত 3 আৰু 3ৰ সৈতে আন এটা ফাংচন কল (function call) |
05:44 | এই echo(ইক’) ষ্টেতমেন্তটোৱে "This line is not displayed" বাৰ্তাটো দৰ্শিত কৰে |
05:49 | মন কৰিব যে exit(এক্সিত)এ প্ৰোগ্ৰামটো বন্ধ কৰিব |
05:53 | exit(এক্সিত)ৰ পাছত একো কাৰ্যকৰী নহব |
05:58 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক |
06:00 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) return(ৰিটাৰ্ণ) underscore(আন্দাৰস্ক’ৰ) exit(এক্সিত) dot(দত) sh |
06:09 | এন্টাৰ টিপক |
06:12 | লিখক dot(দত) slash(শ্লাচ) return(ৰিটাৰ্ণ) underscore(আন্দাৰস্ক’ৰ) exit(এক্সিত) dot(দত) sh |
06:18 | এন্টাৰ টিপক |
06:20 | আউতপুতটোৱে দৰ্শিত ধৰণে বাৰ্তাটো দেখুৱাই |
06:24 | এতিয়া, আহক আমি প্ৰোগ্ৰামটোৰ প্ৰবাহ বুজো |
06:27 | নিয়ন্ত্ৰণটো (control) মূখ্য প্ৰোগ্ৰামটোত থাকিব, যিটো হৈছে স্ক্ৰিপ্তটো নিজে |
06:33 | function call (ফাংচন কল)টোৰ কাৰণে নিয়ন্ত্ৰণটো (control) return_function (ৰিটাৰ্ণ_ফাংচন)লৈ যায় |
06:39 | যিহেতু ভেৰিয়েবল দুটা সমান হয়, ই This is return function বাৰ্তাটো দৰ্শিত কৰে |
06:47 | তাৰপাছত ই return(ৰিটাৰ্ণ) 0ৰ সন্মুখীন হয় আৰু নিয়ন্ত্ৰণটো (control) ফাংচন (function)ৰ পৰা মূখ্য প্ৰোগ্ৰামটোত ফাংচন কল (function call)ৰ তলত থকা ষ্টেতমেন্তটোলৈ প্ৰবাহিত হয় |
06:59 | তেতিয়া ই We are in main program বাৰ্তাটো দৰ্শিত কৰে |
07:03 | তাৰপাছত, ফাংচন কল (function call)ৰ কাৰণে নিয়ন্ত্ৰণটো (control) exit_function(এক্সিত_ফাংচন)লৈ যায় |
07:11 | যিহেতু ভেৰিয়েবল দুটা সমান হয়, ই "This is exit function" বাৰ্তাটো দৰ্শিত কৰে |
07:19 | তেতিয়া ই exit(এক্সিত) 0ৰ সন্মুখীন হয় । ই প্ৰোগ্ৰামটো বন্ধ কৰিব |
07:25 | exit(এক্সিত)ৰ পাছত কোনো ষ্টেতমেন্ত কাৰ্যকৰী নহ’ব |
07:30 | লগতে, This line is not displayed ষ্টেতমেন্তটোও কাৰ্যকৰী নহ’ব |
07:36 | আশা কৰো পাৰ্থক্যটো আপোনালোকৰ বাবে স্পষ্ট হৈছে |
07:39 | আহক আমি এতিয়া মূলভাৱ চাওঁ |
07:41 | এই টিউটৰিয়েলটোত, আমি শিকিলো |
07:44 | এটা function (ফাংচন)লৈ এৰে (array) এটা পঠাবলৈ |
07:47 | এটা function (ফাংচন)ত exit (এক্সিত) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ |
07:50 | এটা function (ফাংচন)ত return (ৰিটাৰ্ণ) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ |
07:53 | কিছু উদাহৰণৰ সহায়ত |
07:56 | এটা অনুশিলনী হিচাবে, এটা প্ৰোগ্ৰাম লিখক, য’ত এটা function (ফাংচন) এ এৰে (array) এটাত সকলো উপাদান সংলগ্ন কৰে । ফাংচনটোৱে উপাদান সমূহৰ যোগফলটো দৰ্শিত কৰিব লাগিব |
08:07 | (1, 2, 3) আৰু (4, 5, 6) এৰে (array) উপাদান সমূহৰ সৈতে দুটা ফাংচন কল (function call) নিৰ্মান কৰক |
08:15 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব http://spoken-tutorial.org/What\_is\_a\_Spoken\_Tutorial |
08:19 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
08:23 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
08:28 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
08:30 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
08:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
08:49 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
09:04 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে |
09:10 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |