Difference between revisions of "Advanced-Cpp/C2/Classes-And-Objects/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by the same user not shown)
Line 11: Line 11:
 
|-
 
|-
 
| 00:09
 
| 00:09
|  Classes.
+
|  Classes, Objects, Encapsulation আৰু
 
+
|-
+
| 00:11
+
| ''Objects.
+
 
+
|-
+
| 00:12
+
| ''  Encapsulation আৰু
+
  
 
|-
 
|-
Line 35: Line 27:
 
|-
 
|-
 
| 00:23
 
| 00:23
| '' 'উবুন্টু অপাৰেটিং সিস্টেম' '' সংস্কৰণ 11.10
+
| উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
  
 
|-
 
|-
Line 47: Line 39:
 
|-
 
|-
 
| 00:36
 
| 00:36
| 'Class ' '' এটা ''  keyword class ' ব্যবহাৰ কৰি নির্মিত হয় '
+
| Class   এটা   keyword class ব্যবহাৰ কৰি নির্মিত হয়  
 
|-
 
|-
 
| 00:39
 
| 00:39
| ই '' 'data' '' আৰু '' '' functions ৰাখে
+
| ই data আৰু   functions ৰাখে
  
 
|-
 
|-
Line 70: Line 62:
 
|-
 
|-
 
| 00:55
 
| 00:55
| সিহত  'class এটাৰ প্ৰতিলিপি হয়.   
+
| সিহত  class এটাৰ প্ৰতিলিপি হয়.   
  
 
|-
 
|-
Line 78: Line 70:
 
|-
 
|-
 
| 01:01
 
| 01:01
|Properties বোৰক  data উপাদানৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয় আৰু
+
| Properties বোৰক  data উপাদানৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয় আৰু
 
|-
 
|-
 
| 01:06
 
| 01:06
| '' Behavior,ক '' methods' '' নামৰ সদস্য ফাংশনৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়.
+
| Behavior,ক   methods নামৰ সদস্য ফাংশনৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়.
  
 
|-
 
|-
Line 89: Line 81:
 
|-
 
|-
 
| 01:14
 
| 01:14
| ইয়াতে, '' 'ক্লাছ এটাক সংজ্ঞায়িত কৰাত ব্যবহৃত হোৱা ""class"",  এটা সাংকেতিক শব্দ হয়.   
+
| ইয়াতে, ক্লাছ এটাক সংজ্ঞায়িত কৰাত ব্যবহৃত হোৱা ""class"",  এটা সাংকেতিক শব্দ হয়.   
 
|-
 
|-
 
| 01:18
 
| 01:18
 
| Class-name এটা ক্লাছৰ নাম হয়
 
| Class-name এটা ক্লাছৰ নাম হয়
 
|-
 
|-
| 01: 21
+
| 01:21
 
| Public, private আৰু protected এক্সেস specifier হয়
 
| Public, private আৰু protected এক্সেস specifier হয়
 
|-
 
|-
Line 129: Line 121:
 
|-
 
|-
 
| 01:58
 
| 01:58
| এইটো  আমাৰ '' হেডাৰ ফাইল ''  '' iostream" ' হিচাবে.
+
| এইটো  আমাৰ হেডাৰ ফাইল   iostream" হিচাবে.
 
|-
 
|-
 
| 02:02
 
| 02:02
| ইয়াতে আমি '' '' std namespace '' ব্যবহাৰ কৰিছো
+
| ইয়াতে আমি   std namespace ব্যবহাৰ কৰিছো
  
 
|-
 
|-
 
| 02:06
 
| 02:06
| এইটো  square নামৰ এটা '' classৰ দিক্লেয়াৰ কৰা হয়.
+
| এইটো  square নামৰ এটা classৰ দিক্লেয়াৰ কৰা হয়.
 
|-
 
|-
 
| 02:10
 
| 02:10
| ইয়াত আমি কোনো ''access specifier ' '' দিক্লেয়াৰ কৰা নাই.
+
| ইয়াত আমি কোনো access specifier   দিক্লেয়াৰ কৰা নাই.
 
|-
 
|-
 
| 02:14
 
| 02:14
Line 151: Line 143:
 
   
 
   
 
|-
 
|-
| 02: 25
+
| 02:25
 
|ফাংশন area এটা public ফাংশন হয়
 
|ফাংশন area এটা public ফাংশন হয়
 
|-
 
|-
Line 158: Line 150:
  
 
|-
 
|-
| 02: 31
+
| 02:31
 
| এতিয়া access specifiers বিষয়ে আৰু জানিবলৈ আমাৰ স্লাইডবোৰলৈ উভতি যাও .
 
| এতিয়া access specifiers বিষয়ে আৰু জানিবলৈ আমাৰ স্লাইডবোৰলৈ উভতি যাও .
  
Line 170: Line 162:
 
|-
 
|-
 
| 02:44
 
| 02:44
| এটা '' 'Public ' '' সদস্যক প্রোগ্রামত যি কোনো স্থানত ব্যবহাৰ কৰিব পাৰি.
+
| এটা Public   সদস্যক প্রোগ্রামত যি কোনো স্থানত ব্যবহাৰ কৰিব পাৰি.
  
 
|-
 
|-
Line 182: Line 174:
 
|-
 
|-
 
| 02:57
 
| 02:57
| '' Private' সদস্যক মাত্র classৰ সদস্যবোৰ দ্বাৰাহে ব্যবহাৰ কৰিব পাৰি.
+
| Private সদস্যক মাত্র classৰ সদস্যবোৰ দ্বাৰাহে ব্যবহাৰ কৰিব পাৰি.
  
 
|-
 
|-
Line 190: Line 182:
 
|-
 
|-
 
| 03:05
 
| 03:05
| '' Protected' '' সদস্য '' classৰ ' '' বাহিৰৰ পৰা ব্যবহাৰ কৰিব নোৱাৰে.
+
| Protected সদস্য classৰ   বাহিৰৰ পৰা ব্যবহাৰ কৰিব নোৱাৰে.
  
 
|-
 
|-
 
| 03:10
 
| 03:10
| সিহত '' derived classৰ' '' দ্বাৰা ব্যবহাৰ কৰিব পাৰি.
+
| সিহত derived classৰ দ্বাৰা ব্যবহাৰ কৰিব পাৰি.
  
 
|-
 
|-
Line 202: Line 194:
 
|-
 
|-
 
| 03:16
 
| 03:16
| ইয়াত এই স্টেতমেন্টত আমাৰ উচৰত '' 'class ' '' নাম আছে   
+
| ইয়াত এই স্টেতমেন্টত আমাৰ উচৰত   class   নাম আছে   
  
 
|-
 
|-
Line 260: Line 252:
 
|-
 
|-
 
| 04:20
 
| 04:20
| ইয়াত x '''private''' সদস্য হয়
+
| ইয়াত x private  সদস্য হয়
  
 
|-
 
|-
 
| 04:22
 
| 04:22
|private পেৰামিটাৰ উপলব্ধৰ বাবে অামি public  সদস্য '''a''' ব্যবহাৰ কৰিছো
+
|private পেৰামিটাৰ উপলব্ধৰ বাবে অামি public  সদস্য a ব্যবহাৰ কৰিছো
 
|-
 
|-
 
| 04:27
 
| 04:27
|'''private''' সদস্য সদায়ে লোকাই থাকে.
+
|private সদস্য সদায়ে লোকাই থাকে.
  
 
|-
 
|-
 
| 04:30
 
| 04:30
|এইটো আমাৰ  '''main function.''' হয়.
+
|এইটো আমাৰ  main function. হয়.
  
 
|-
 
|-
 
| 04:33
 
| 04:33
| ইয়াত, '''class square'''ৰ অবজেক্ট '''sqr''' হয়.
+
| ইয়াত, class squareৰ অবজেক্ট sqr হয়.
  
 
|-
 
|-
 
| 04:37
 
| 04:37
| আমি এনে ধৰনে যি '''object''' তৈয়াৰ কৰো.
+
| আমি এনে ধৰনে যি object তৈয়াৰ কৰো.
  
 
|-
 
|-
 
| 04:40
 
| 04:40
| '''object-name'''ৰ পিছত '''class-name ''
+
| object-nameৰ পিছত class-name  
  
 
|-
 
|-
 
| 04:43
 
| 04:43
|  ইয়াত আমি '' object sqr '''আৰু (dot)'''. operator''' ব্যবহাৰ কৰি ফাংছন '''area ''' কল কৰো
+
|  ইয়াত আমি object sqr আৰু (dot). operator ব্যবহাৰ কৰি ফাংছন area কল কৰো
  
 
|-
 
|-
Line 303: Line 295:
 
|-
 
|-
 
| 04:59
 
| 04:59
| এতিয়া '''Save'''ত ক্লিক কৰক.
+
| এতিয়া Saveত ক্লিক কৰক.
  
 
|-
 
|-
Line 311: Line 303:
 
|-
 
|-
 
|  05:03
 
|  05:03
| আপোনাৰ কিবৰ্দত '''Ctrl, Alt আৰু T কি একেলগে টিপি টাৰ্মিনোল ৱিন্দো খোলক.
+
| আপোনাৰ কিবৰ্দত Ctrl, Alt আৰু T কি একেলগে টিপি টাৰ্মিনোল ৱিন্দো খোলক.
 
|-
 
|-
 
| 05:11
 
| 05:11
|কম্পাইল কৰিবলৈ লিখক '''g++ স্পেচ class hyphen obj dot cpp স্পেচ hyphen o স্পেচ class'''
+
|কম্পাইল কৰিবলৈ লিখক g++ স্পেচ class hyphen obj dot cpp স্পেচ hyphen o স্পেচ class
  
 
|-
 
|-
 
| 05:20
 
| 05:20
| '''Enter''' টিপক
+
| Enter টিপক
  
 
|-
 
|-
 
| 05:22
 
| 05:22
|লিখক '''./class'''(dot slash class)
+
|লিখক ./class(dot slash class)
  
 
|-
 
|-
 
| 05:24
 
| 05:24
| '''Enter''' টিপক
+
| Enter টিপক. আউপোটতো এনেধৰনে প্ৰদৰ্শন কৰা হব:
 
+
|-
+
|05:25
+
| আউপোটতো এনেধৰনে প্ৰদৰ্শন কৰা হব:
+
  
 
|-
 
|-
 
| 05:28
 
| 05:28
|'''Area of the square is 16'''
+
|Area of the square is 16
  
 
|-
 
|-
Line 346: Line 334:
 
|-
 
|-
 
| 05:37
 
| 05:37
| '''class'''ত data আৰু '''functions''' একেলগে সংযুক্ত হয়
+
| classত data আৰু functions একেলগে সংযুক্ত হয়
  
 
|-
 
|-
 
| 05:41
 
| 05:41
|'''Class''' এটা একক ইউনিট হয়.   
+
|Class এটা একক ইউনিট হয়.   
  
 
|-
 
|-
Line 357: Line 345:
 
|-
 
|-
 
| 05:49
 
| 05:49
|এইটো প্রক্রিয়াক''' Encapsulation''' বোলা হয়
+
|এইটো প্রক্রিয়াক Encapsulation বোলা হয়
  
 
|-
 
|-
 
| 05:53
 
| 05:53
|তাৰপিছত আমি ''' private ''' আৰু''' public ''' সদস্যৰ সৈতে ক্লাছ দেখিছো.
+
|তাৰপিছত আমি private আৰু public সদস্যৰ সৈতে ক্লাছ দেখিছো.
  
 
|-
 
|-
 
| 05:59
 
| 05:59
|''' private '''data লোকাই থোৱা হৈছে.
+
| private data লোকাই থোৱা হৈছে.
  
 
|-
 
|-
 
| 06:02
 
| 06:02
|ই '''class'''ৰ বাহিৰত উপব্ধ নহয়.
+
|ই classৰ বাহিৰত উপব্ধ নহয়.
  
 
|-
 
|-
 
| 06:05
 
| 06:05
|এই প্রক্রিয়াটোক '''Data abstraction''' বোলা হয়
+
|এই প্রক্রিয়াটোক Data abstraction  বোলা হয়
 
|-
 
|-
 
| 06:09
 
| 06:09
| '''interface'''টো দেখা গৈছে, কিন্তু সম্পাদনা কৰাটো লোকাই থোৱা হৈছে .
+
| interfaceটো দেখা গৈছে, কিন্তু সম্পাদনা কৰাটো লোকাই থোৱা হৈছে .
  
 
|-
 
|-
Line 388: Line 376:
 
|-
 
|-
 
| 06:19
 
| 06:19
| সংক্ষেপ কৰো
+
| সংক্ষেপ কৰো, এই টিউটৰিয়েলত আমি শিকিলো,
|-
+
| 06:20
+
|এই টিউটৰিয়েলত আমি শিকিলো,
+
  
 
|-
 
|-
 
| 06:23
 
| 06:23
|Encapsulation
+
|Encapsulation, Data Abstraction, Private members, int x;
 
+
|-
+
| 06:24
+
|Data Abstraction
+
 
+
|-
+
| 06:25
+
|'''Private''' members
+
 
+
|-
+
| 06:27
+
| int x;
+
  
 
|-
 
|-
 
| 06:29
 
| 06:29
|'''Public''' ফাংছন
+
|Public ফাংছন, int area(int);
 
+
|-
+
| 06:30
+
| int area(int);
+
  
 
|-
 
|-
 
| 06:32
 
| 06:32
|'''Classes'''
+
|Classes, class square
 
+
|-
+
| 06:33
+
|class square
+
  
 
|-
 
|-
Line 431: Line 396:
 
|-
 
|-
 
| 06:37
 
| 06:37
|'''square sqr;'''
+
|square sqr;
  
 
|-
 
|-
 
| 06:39
 
| 06:39
|'''object''''''sqr dot area();''' ব্যবহাৰ  কৰি ফাংছন কল কৰা
+
|objectsqr dot area(); ব্যবহাৰ  কৰি ফাংছন কল কৰা
  
 
|-
 
|-
 
| 06:43
 
| 06:43
| এটা নিয়োগ হিচাবে
+
| এটা নিয়োগ হিচাবে, এটা দিয়া বৃত্তৰ পেৰিমিটাৰ মানে ঘেৰ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক.
 
+
|-
+
| 06:44
+
|এটা দিয়া বৃত্তৰ পেৰিমিটাৰ মানে ঘেৰ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক.
+
  
 
|-
 
|-
Line 475: Line 436:
 
|-
 
|-
 
| 07:16
 
| 07:16
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-

Latest revision as of 16:23, 23 March 2017

Time Narration
00:01 C++ত Classes আৰু Objectsৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Classes, Objects, Encapsulation আৰু
00:14 Data abstraction.
00:16 আমি এটা উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:20 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:23 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:28 g++ compiler সংস্কৰণ 4.6.1
00:32 আমি class ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:36 Class এটা keyword class ব্যবহাৰ কৰি নির্মিত হয়
00:39 ই data আৰু functions ৰাখে
00:42 Class এ Code আৰু data সংযোগ কৰে.
00:45 Classৰ data আৰু functions ক Classৰ সদস্য হিসেবে বোলা হয়
00:51 আমি অবজেক্টলৈ যাও.
00:53 Objects বোৰ ভেৰিয়েবল হয়
00:55 সিহত class এটাৰ প্ৰতিলিপি হয়.
00:58 প্রত্যেকৰে properties আৰু behavior আছে.
01:01 Properties বোৰক data উপাদানৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয় আৰু
01:06 Behavior,ক methods নামৰ সদস্য ফাংশনৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়.
01:10 এতিয়া এটা ক্লাছৰ বাবে আমি সিনট্যাক্স চাও
01:14 ইয়াতে, ক্লাছ এটাক সংজ্ঞায়িত কৰাত ব্যবহৃত হোৱা ""class"", এটা সাংকেতিক শব্দ হয়.
01:18 Class-name এটা ক্লাছৰ নাম হয়
01:21 Public, private আৰু protected এক্সেস specifier হয়
01:26 আৰু ইয়াতে আমি public, private আৰু protected হিসাবে ডেটা সদস্যক (Data members) আৰু সদস্য ফাংশনক (member functions ) সংজ্ঞায়িত কৰিছো.
01:34 এই ভাবে যি আমি ক্লাছ বন্ধ কৰো.
01:37 এতিয়া আমি এটা উদাহৰণ চাও
01:39 আমি ইতিমধেয় সম্পাদকত (editor) কোডটো টাইপ কৰিছো.
01:42 আমি এইটো খুলিম.
01:44 মন কৰক যে, আমাৰ ফাইলৰ নাম class hyphen obj dot cpp হয়
01:50 এই উদাহৰণত আমি ক্লাছ ব্যবহাৰ কৰি এটা বর্গক্ষেত্রৰ এলাকা নিৰুপণ কৰিম.
01:56 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:58 এইটো আমাৰ হেডাৰ ফাইল iostream" হিচাবে.
02:02 ইয়াতে আমি std namespace ব্যবহাৰ কৰিছো
02:06 এইটো square নামৰ এটা classৰ দিক্লেয়াৰ কৰা হয়.
02:10 ইয়াত আমি কোনো access specifier দিক্লেয়াৰ কৰা নাই.
02:14 সেয়ে ডিফল্টৰুপে এইটো private হয়.
02:17 সেয়ে x ভেৰিয়েবল class squareৰ এটা private সদস্য হয়
02:22 এইটো public specifier হয়
02:25 ফাংশন area এটা public ফাংশন হয়
02:28 আৰু এই ভাবে যি আমি ক্লাস বন্ধ কৰো.
02:31 এতিয়া access specifiers বিষয়ে আৰু জানিবলৈ আমাৰ স্লাইডবোৰলৈ উভতি যাও .
02:36 Public specifier
02:39 Public specifier এ ক্লাছৰ বাহিৰত data বোৰ ব্যবহাৰ কৰিবলৈ অনুমতি দিয়ে.
02:44 এটা Public সদস্যক প্রোগ্রামত যি কোনো স্থানত ব্যবহাৰ কৰিব পাৰি.
02:49 Private specifier
02:51 Private হিসাবে দিক্লেয়াৰ কৰা সদস্যক classৰ বাহিৰত ব্যবহৃত কৰিব নোৱাৰে
02:57 Private সদস্যক মাত্র classৰ সদস্যবোৰ দ্বাৰাহে ব্যবহাৰ কৰিব পাৰি.
03:03 Protected specifier
03:05 Protected সদস্য classৰ বাহিৰৰ পৰা ব্যবহাৰ কৰিব নোৱাৰে.
03:10 সিহত derived classৰ দ্বাৰা ব্যবহাৰ কৰিব পাৰি.
03:13 আমি প্রোগ্রামটোলৈ উভতি যাও.
03:16 ইয়াত এই স্টেতমেন্টত আমাৰ উচৰত class নাম আছে
03:21 scope resolution operator আৰু function ৰ নাম
03:25 আমি এই অপাৰেটৰটো ব্যবহাৰ কৰা আবশ্যক.
03:27 এইটোৱে সুনির্দিষ্ট কৰে যে ফাংশন area global ফাংশন নহয়
03:33 ই ক্লাছ squareৰ এটা সদস্য ফাংশন হয়.
03:36 ইয়াত আমি int a হিচাবে এটা আৰ্গিউমেন্ট পাছ কৰো.
03:40 এতিয়া আমি scope resolution operator ৰ সম্পর্কে আৰু জানিবলৈ স্লাইডলৈ উভতি যাও.
03:46 ইয়াক লোকাই থকা data উপলব্ধৰ বাবে ব্যবহাৰ কৰা হয়.
03:49 আমি একেই নামৰ ভেৰিয়েবল অথবা ফাংশনৰ উপলব্ধৰ বাবে scope resolution অপাৰেটৰ ব্যবহাৰ কৰো.
03:56 ধৰক local আৰু global ভেৰিয়েবলৰ একেই নাম আছে .
04:01 local ভেৰিয়েবলটোৱে অগ্রাধিকাৰ পায়.
04:05 আমি ::(scope resolution operator) ব্যবহাৰ কৰি global ভেৰিয়েবল উপলব্ধ কৰিব পাৰো .
04:10 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ আহক.
04:12 ইয়াতে aৰ মান xত সংৰক্ষন কৰা আছে
04:17 তাৰপিছত অামি বর্গক্ষেত্রৰ এলাকালৈ উভতি আহো
04:20 ইয়াত x private সদস্য হয়
04:22 private পেৰামিটাৰ উপলব্ধৰ বাবে অামি public সদস্য a ব্যবহাৰ কৰিছো
04:27 private সদস্য সদায়ে লোকাই থাকে.
04:30 এইটো আমাৰ main function. হয়.
04:33 ইয়াত, class squareৰ অবজেক্ট sqr হয়.
04:37 আমি এনে ধৰনে যি object তৈয়াৰ কৰো.
04:40 object-nameৰ পিছত class-name
04:43 ইয়াত আমি object sqr আৰু (dot). operator ব্যবহাৰ কৰি ফাংছন area কল কৰো
04:50 তাৰপিছত আমি 4 হিচাবে আৰ্গিউমেন্ট পাছ কৰো
04:53 আমি xৰ মান 4 হিচাবে সেট কৰো.
04:57 এইটো আমাৰ return স্টেতমেন্ট হয়.
04:59 এতিয়া Saveত ক্লিক কৰক.
05:00 আমি প্ৰোগ্ৰামটো সম্পাদনা কৰো.
05:03 আপোনাৰ কিবৰ্দত Ctrl, Alt আৰু T কি একেলগে টিপি টাৰ্মিনোল ৱিন্দো খোলক.
05:11 কম্পাইল কৰিবলৈ লিখক g++ স্পেচ class hyphen obj dot cpp স্পেচ hyphen o স্পেচ class
05:20 Enter টিপক
05:22 লিখক ./class(dot slash class)
05:24 Enter টিপক. আউপোটতো এনেধৰনে প্ৰদৰ্শন কৰা হব:
05:28 Area of the square is 16
05:30 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ উভতি যাও.
05:35 এতিয়ালৈকে আমি দেখিলো,
05:37 classত data আৰু functions একেলগে সংযুক্ত হয়
05:41 Class এটা একক ইউনিট হয়.
05:44 যত সিহতক ব্যবহাৰ কৰি data আৰু functionক দলবদ্ধ কৰা হয়.
05:49 এইটো প্রক্রিয়াক Encapsulation বোলা হয়
05:53 তাৰপিছত আমি private আৰু public সদস্যৰ সৈতে ক্লাছ দেখিছো.
05:59 private data লোকাই থোৱা হৈছে.
06:02 ই classৰ বাহিৰত উপব্ধ নহয়.
06:05 এই প্রক্রিয়াটোক Data abstraction বোলা হয়
06:09 interfaceটো দেখা গৈছে, কিন্তু সম্পাদনা কৰাটো লোকাই থোৱা হৈছে .
06:14 ইয়াতে এই টিউটৰিয়েলৰ অন্ত পৰিছে.
06:17 আমাৰ স্লাইদবোৰলৈ উভতি যাও .
06:19 সংক্ষেপ কৰো, এই টিউটৰিয়েলত আমি শিকিলো,
06:23 Encapsulation, Data Abstraction, Private members, int x;
06:29 Public ফাংছন, int area(int);
06:32 Classes, class square
06:35 object এটা তৈয়াৰ কৰিবলৈ
06:37 square sqr;
06:39 objectsqr dot area(); ব্যবহাৰ কৰি ফাংছন কল কৰা
06:43 এটা নিয়োগ হিচাবে, এটা দিয়া বৃত্তৰ পেৰিমিটাৰ মানে ঘেৰ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক.
06:49 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
06:52 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:55 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:00 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
07:02 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:16 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:26 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:31 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi