Difference between revisions of "Ruby/C3/Object-Oriented-Concept-in-Ruby/Assamese"
From Script | Spoken-Tutorial
(4 intermediate revisions by one other user not shown) | |||
Line 7: | Line 7: | ||
|- | |- | ||
| 00.01 | | 00.01 | ||
− | | “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । | + | | নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
|- | |- | ||
Line 15: | Line 15: | ||
|- | |- | ||
| 00.08 | | 00.08 | ||
− | | '''classes''' | + | | '''classes'''“objects” উত্পন্ন কৰা |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 00.10 | | 00.10 | ||
− | |“Ruby”ত “(মেথড)method” | + | |“Ruby”ত “(মেথড)method” ব্যখয়া কৰা ভিন্ন প্ৰকাৰ |
|- | |- | ||
| 00.13 | | 00.13 | ||
− | |ইয়াত আমি ব্যৱহাৰ | + | |ইয়াত আমি ব্যৱহাৰ কৰিছো‘‘উবুন্টু ভাৰ্চন 12.04 '' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 00.16 | | 00.16 | ||
− | |''' Ruby '''1.9.3 | + | |''' Ruby '''1.9.3 |
|- | |- | ||
| 00.19 | | 00.19 | ||
− | |"Linux” কমাণ্ড, | + | |"Linux” কমাণ্ড, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
− | + | ||
|- | |- | ||
| 00.24 | | 00.24 | ||
− | |অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট | + | |অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰো ৷ |
|- | |- | ||
| 00.28 | | 00.28 | ||
− | |আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” | + | |আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” ডিৰেক্টৰি বিষয়ে ৰিকল কৰো । |
|- | |- | ||
| 00.33 | | 00.33 | ||
− | |এতিয়া আামি সেই | + | |এতিয়া আামি সেই ডিৰেক্টৰিলৈ যাওঁ আহক । |
|- | |- | ||
| 00.35 | | 00.35 | ||
− | |“ruby hyphen tutorial” আৰু “classes” | + | |“ruby hyphen tutorial” আৰু “classes” ডিৰেক্টৰিলৈ । |
|- | |- | ||
Line 79: | Line 71: | ||
|- | |- | ||
| 01.00 | | 01.00 | ||
− | | “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়। | + | | “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়। |
|- | |- | ||
| 01.05 | | 01.05 | ||
|তাৰ পাছত “class”ৰ নাম । | |তাৰ পাছত “class”ৰ নাম । | ||
− | + | ||
|- | |- | ||
| 01.08 | | 01.08 | ||
Line 99: | Line 91: | ||
|- | |- | ||
| 01.16 | | 01.16 | ||
− | |''' ruby code''' | + | |''' ruby code''''''end''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 01.20 | | 01.20 | ||
− | | “class” এটাৰ নাম সদায় | + | | “class” এটাৰ নাম সদায় ডাঙৰ ফলা দি আৰম্ভ হয়। |
|- | |- | ||
Line 131: | Line 119: | ||
|- | |- | ||
| 01.37 | | 01.37 | ||
− | |''' user underscore information''' | + | |''' user underscore information''' |
|- | |- | ||
| 01.40 | | 01.40 | ||
− | |''' product underscore information''' | + | |''' product underscore information''' |
|- | |- | ||
| 01.45 | | 01.45 | ||
− | | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত | + | | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
|- | |- | ||
Line 147: | Line 135: | ||
|- | |- | ||
| 01.52 | | 01.52 | ||
− | | মোৰ লগত ''classes”ৰ | + | | মোৰ লগত ''classes”ৰ সম্পাদনা কৰা উদাহৰণ এটা আছে । |
|- | |- | ||
| 01.57 | | 01.57 | ||
− | |আপোনি | + | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
| 02.02 | | 02.02 | ||
− | |মই এই উদাহৰণত “Order” নামৰ “class” | + | |মই এই উদাহৰণত “Order” নামৰ “class” টো ঘোষণা কৰিছো । |
|- | |- | ||
| 02.05 | | 02.05 | ||
− | | এতিয়া আমি “class”ত “variables” | + | | এতিয়া আমি “class”ত ” কিছো “variables” যোগ কৰি ইয়ক উপকাৰি বনাও । |
|- | |- | ||
| 02.11 | | 02.11 | ||
− | |তাৰ পাছত মই “myinstance” নামৰ | + | |তাৰ পাছত মই “myinstance” নামৰ instance ভেৰিয়েবল এটা ঘোষণা কৰিম । |
|- | |- | ||
Line 171: | Line 159: | ||
|- | |- | ||
| 02.18 | | 02.18 | ||
− | |মই “myclassvar” নামৰ ক্লাছ | + | |মই “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো । |
|- | |- | ||
| 02.21 | | 02.21 | ||
− | |আৰু মই ইয়াক মান এটা আৰোপ কৰিলো । | + | |আৰু মই ইয়াক মান এটা আৰোপ কৰিলো । |
|- | |- | ||
| 02.24 | | 02.24 | ||
− | |এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ | + | |এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো । |
|- | |- | ||
| 02.30 | | 02.30 | ||
| টাইপ কৰক “puts Order dot instance underscore variables.” | | টাইপ কৰক “puts Order dot instance underscore variables.” | ||
− | |||
|- | |- | ||
Line 192: | Line 179: | ||
|- | |- | ||
| 02.43 | | 02.43 | ||
− | | সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক । | + | | সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক । |
|- | |- | ||
Line 204: | Line 191: | ||
|- | |- | ||
| 02.56 | | 02.56 | ||
− | | ''' ruby space class underscore definition dot rb''' | + | | ''' ruby space class underscore definition dot rb''' |
|- | |- | ||
| 03.02 | | 03.02 | ||
− | |আৰু | + | |আৰু আওতপুতটো চাওঁক |
|- | |- | ||
| 03.05 | | 03.05 | ||
− | | আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় | + | | আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় ভেৰিয়েবলটো দেখা পাব । |
|- | |- | ||
Line 220: | Line 207: | ||
|- | |- | ||
| 03.15 | | 03.15 | ||
− | |আমি দিমাৰকেছনটো লাইন দালৰ তলত কপি আৰু পেচ্ট কৰি চেভ কৰো আহক । | + | |আমি দিমাৰকেছনটো মানে সীমাকৰণটো লাইন দালৰ তলত কপি কৰি আৰু পেচ্ট কৰি চেভ কৰো আহক । |
|- | |- | ||
Line 248: | Line 235: | ||
|- | |- | ||
| 03.46 | | 03.46 | ||
− | |“object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব । | + | |“object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব । |
|- | |- | ||
Line 257: | Line 244: | ||
| 03.54 | | 03.54 | ||
|আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো । | |আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো । | ||
− | |||
− | |||
|- | |- | ||
| 03.58 | | 03.58 | ||
Line 268: | Line 253: | ||
|- | |- | ||
| 04.05 | | 04.05 | ||
− | |''' product = Product.new''' | + | |''' product = Product.new''' |
|- | |- | ||
Line 276: | Line 261: | ||
|- | |- | ||
| 04.12 | | 04.12 | ||
− | |এই “object”টোৰ টাইপ : “Product” | + | |এই “object”টোৰ টাইপ : “Product” হয় |
|- | |- | ||
| 04.16 | | 04.16 | ||
− | |এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি চাওঁ আহক । | + | |এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি হয় চাওঁ আহক । |
|- | |- | ||
Line 316: | Line 301: | ||
|- | |- | ||
| 05.00 | | 05.00 | ||
− | |আপোনি | + | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
Line 324: | Line 309: | ||
|- | |- | ||
| 05.08 | | 05.08 | ||
− | |তাৰ পাছত “initialize(ইনিচিয়েলাইজ) | + | |তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টোক “আৰগুমেণ্ট”(argument) নোহোৱাকৈ ঘোষণা কৰিছো । |
|- | |- | ||
| 05.13 | | 05.13 | ||
− | | “I have created an object” মেচেজটো | + | | “I have created an object” মেচেজটো দেখোৱাবলৈ মই “puts method”টো ঘোষণা কৰিছো । |
|- | |- | ||
Line 340: | Line 325: | ||
|- | |- | ||
| 05.27 | | 05.27 | ||
− | | | + | |“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
| 05.31 | | 05.31 | ||
− | |'''ruby | + | |'''ruby স্পেচ object আন্দােস্কোৰ initialize dot rb''' |
|- | |- | ||
| 05.36 | | 05.36 | ||
− | |আৰু | + | |আৰু আওতপুতটো চাওঁক |
|- | |- | ||
Line 364: | Line 349: | ||
|- | |- | ||
| 05.51 | | 05.51 | ||
− | |“আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই | + | |“আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই দেখোৱাব । |
|- | |- | ||
Line 372: | Line 357: | ||
|- | |- | ||
| 05.56 | | 05.56 | ||
− | |''' Order dot new(“I have created an object”). ''' | + | |''' Order dot new (“I have created an object”). ''' |
|- | |- | ||
Line 384: | Line 369: | ||
|- | |- | ||
| 06.13 | | 06.13 | ||
− | | | + | |“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
| 06.16 | | 06.16 | ||
− | |''' ruby | + | |''' ruby স্পেচ object আন্দােস্কোৰ initialize dot rb''' |
|- | |- | ||
| 06.20 | | 06.20 | ||
− | |আৰু | + | |আৰু আওতপুতটো চাওঁক । |
|- | |- | ||
Line 400: | Line 385: | ||
|- | |- | ||
| 06.29 | | 06.29 | ||
− | | এতিয়া আপোনি “object initialization” মানে কি | + | | এতিয়া আপোনি “object initialization” মানে কি বুজিছে চাগে । |
|- | |- | ||
| 06.33 | | 06.33 | ||
− | | | + | |ৰিকল মানে মনত কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে । |
|- | |- | ||
| 06.39 | | 06.39 | ||
− | |ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” | + | |ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰু “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় । |
|- | |- | ||
Line 424: | Line 409: | ||
|- | |- | ||
| 06.56 | | 06.56 | ||
− | |''' = (equal to) ''' | + | |''' = (equal to) ''' |
|- | |- | ||
Line 440: | Line 425: | ||
|- | |- | ||
| 07.09 | | 07.09 | ||
− | |নাম ৰাখক “class | + | |নাম ৰাখক “class আন্দােস্কোৰ methods dot rb” । |
|- | |- | ||
| 07.14 | | 07.14 | ||
− | |মোৰ লগত | + | |মোৰ লগত “class methods” উদাহৰণ এটা আছে । |
|- | |- | ||
| 07.17 | | 07.17 | ||
− | |আপোনি | + | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
Line 456: | Line 441: | ||
|- | |- | ||
| 07.23 | | 07.23 | ||
− | |এতিয়া মোৰ লগত “breathe” | + | |এতিয়া মোৰ লগত “breathe” আৰু “walk” নামৰ দুটা মেথদ আছে । |
|- | |- | ||
| 07.28 | | 07.28 | ||
− | |দুইটা মেথদেই “def” | + | |দুইটা মেথদেই “def” আৰু “end” কিৱৰ্ডেৰে বাখয়া কৰা হৈছে । |
|- | |- | ||
Line 472: | Line 457: | ||
|- | |- | ||
| 07.40 | | 07.40 | ||
− | |তাৰ পাছত মই “breathe” আৰু “walk” মেথড” | + | |তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটাক invoke মানে আহ্বান কৰিলো । |
|- | |- | ||
Line 484: | Line 469: | ||
|- | |- | ||
| 07.53 | | 07.53 | ||
− | |''' ruby | + | |''' ruby স্পেচ class আন্দাৰস্কোৰ methods dot rb ''' |
|- | |- | ||
| 07.58 | | 07.58 | ||
− | |আৰু | + | |আৰু আওতপুতটো চাওঁক । |
|- | |- | ||
Line 495: | Line 480: | ||
|- | |- | ||
− | | 08.02 | + | | 08.02 |
− | |'''“ I breathe” ''' | + | |'''“ I breathe” ''' '''“ I walk” ''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 08.04 | | 08.04 | ||
− | |আপোনি প্ৰীন্ট হোৱা দেখা পাব | + | |আপোনি প্ৰীন্ট হোৱা দেখা পাব ।কাৰন আপোনি “breathe” আৰু “walk” মেথড দুইটাকে আহ্বান কৰিছে । |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 08.10 | | 08.10 | ||
− | |আমি মেথডৰ ভিতৰত | + | |আমি মেথডৰ ভিতৰত বাখয়া কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে । |
|- | |- | ||
Line 520: | Line 497: | ||
|- | |- | ||
| 08.21 | | 08.21 | ||
− | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত | + | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
|- | |- | ||
| 08.25 | | 08.25 | ||
− | |নাম ৰাখক “class | + | |নাম ৰাখক “class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb” |
|- | |- | ||
Line 532: | Line 509: | ||
|- | |- | ||
| 08.40 | | 08.40 | ||
− | |আপোনি | + | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
Line 543: | Line 520: | ||
|- | |- | ||
| 08.52 | | 08.52 | ||
− | |এই মেথডবোৰ সাধাৰণতে “Boolean values” | + | |এই মেথডবোৰ সাধাৰণতে “Boolean values” উভাতবলৈ ব্যৱহাৰ কৰা হয় । |
|- | |- | ||
| 08.55 | | 08.55 | ||
− | |ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা | + | |ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হৈছে । |
|- | |- | ||
| 09.00 | | 09.00 | ||
− | |মেথডটো “animal dot breathe question-mark” ঘোষণা কৰি | + | |মেথডটো “animal dot breathe question-mark” ঘোষণা কৰি আহ্বান কৰা হয় । |
|- | |- | ||
| 09.06 | | 09.06 | ||
− | | | + | |“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
| 09.09 | | 09.09 | ||
− | |'''ruby | + | |'''ruby স্পেচ class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ withআন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb''' আৰু আওতপুতটো চাওঁক । |
|- | |- | ||
Line 567: | Line 544: | ||
|- | |- | ||
| 09.26 | | 09.26 | ||
− | |এতিয়া “walk” নামৰ আন এটা মেথদ | + | |এতিয়া “walk” নামৰ আন এটা মেথদ বাখয়া কৰো আহক । |
|- | |- | ||
| 09.30 | | 09.30 | ||
− | |তাৰ কাষে কাষে “equal-to” চিহ্ন “= | + | |তাৰ কাষে কাষে “equal-to” চিহ্ন “= ভেলু” লিখক । |
|- | |- | ||
| 09.36 | | 09.36 | ||
− | |আহক আমি এই মেথডটো “animal dot | + | |আহক আমি এই মেথডটো “animal dot walk” বোলি আহ্বান কৰো । |
|- | |- | ||
Line 582: | Line 559: | ||
|- | |- | ||
| 09.44 | | 09.44 | ||
− | | | + | |“টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক'''ruby class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb ''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 09.52 | | 09.52 | ||
− | |আৰু | + | |আৰু আওতপুতটো চাওঁক । |
|- | |- | ||
Line 607: | Line 579: | ||
|- | |- | ||
| 10.08 | | 10.08 | ||
− | |আহক এইবাৰ মেথডটো অলপ | + | |আহক এইবাৰ মেথডটো অলপ বেলেগ প্ৰকাৰে আহ্বান কৰো । |
|- | |- | ||
Line 619: | Line 591: | ||
|- | |- | ||
| 10.20 | | 10.20 | ||
− | | | + | |“টাৰমিনেল”লৈ যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুতটো চাওঁক । |
|- | |- | ||
| 10.27 | | 10.27 | ||
− | |আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা | + | |আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাব । |
|- | |- | ||
Line 647: | Line 619: | ||
|- | |- | ||
| 10.48 | | 10.48 | ||
− | |“Ruby”ত মেথড | + | |“Ruby”ত মেথড বাখয়া কৰা ভিন্ন প্ৰকাৰ |
|- | |- | ||
Line 655: | Line 627: | ||
|- | |- | ||
| 10.54 | | 10.54 | ||
− | |ক্লাছ “Product” | + | |ক্লাছ “Product” বাখয়া কৰক |
|- | |- | ||
| 10.56 | | 10.56 | ||
− | | | + | |“myvar” ইয়াৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড বাখয়া কৰক । |
|- | |- | ||
| 11.01 | | 11.01 | ||
− | |মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি | + | |মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি বাখয়া কৰিব । |
|- | |- | ||
Line 679: | Line 651: | ||
|- | |- | ||
| 11.18 | | 11.18 | ||
− | |যদি আপোনাৰ | + | |যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
|- | |- | ||
Line 703: | Line 675: | ||
|- | |- | ||
| 11.39 | | 11.39 | ||
− | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা | + | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
|- | |- | ||
Line 711: | Line 683: | ||
|- | |- | ||
| 11.56 | | 11.56 | ||
− | |মই | + | | এই পাঠটো প্ৰগায়ন বেজবৰুৱাৰ দ্ৱাৰা যোগদন কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । ধণ্যবাদ । |
|} | |} |
Latest revision as of 11:36, 6 March 2017
Time' | Narration |
00.01 | নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00.06 | এই টিওটৰিয়েলত আমি শিকিম |
00.08 | classes“objects” উত্পন্ন কৰা |
00.10 | “Ruby”ত “(মেথড)method” ব্যখয়া কৰা ভিন্ন প্ৰকাৰ |
00.13 | ইয়াত আমি ব্যৱহাৰ কৰিছো‘‘উবুন্টু ভাৰ্চন 12.04 |
00.16 | Ruby 1.9.3 |
00.19 | "Linux” কমাণ্ড, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00.24 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰো ৷ |
00.28 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” ডিৰেক্টৰি বিষয়ে ৰিকল কৰো । |
00.33 | এতিয়া আামি সেই ডিৰেক্টৰিলৈ যাওঁ আহক । |
00.35 | “ruby hyphen tutorial” আৰু “classes” ডিৰেক্টৰিলৈ । |
00.41 | “Ruby” এক ৰকমৰ “object oriented” ভাষা হয় । |
00.44 | “Ruby”ত প্ৰত্যেক দ্ৰব্য তাত্পৰ্য হয় ; ভেলু পৰা আদি কৰি “string” বা সংখ্যা লৈকে । |
00.49 | “class” হল আনুষঙ্গিক “data” বা “functions”ৰ সমাহৰণ । |
00.53 | ই ইনফৰমেইচন আয়োজন কৰাত সহায় কৰে । |
00.56 | “object” হল “class” এটাৰ “instantiation” । |
01.00 | “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়। |
01.05 | তাৰ পাছত “class”ৰ নাম । |
01.08 | “end” ব্যৱহাৰ কৰি ইয়াক ধাৰ্য্য কৰা হয় । |
01.11 | “class”ৰ উদাহৰণ এটা চাওঁ আহক । |
01.14 | class Product |
01.16 | ' ruby code'end |
01.20 | “class” এটাৰ নাম সদায় ডাঙৰ ফলা দি আৰম্ভ হয়। |
01.24 | এটাতকৈ বেছি শব্দ থকা নামবোৰ কেমেলকেছ কৰা হয় । |
01.28 | উদাহৰণ স্বৰূপে, |
01.30 | UserInformation |
01.32 | ProductInformation |
01.34 | পৰবৰ্তী ফাইলৰ নাম বিলাকত আন্দাৰস্কোৰ(_ ) ব্যৱহাৰ কৰি এই শব্দবোৰ বেলেগ কৰা হয়: |
01.37 | user underscore information |
01.40 | product underscore information |
01.45 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01.48 | নাম ৰাখক “class_definition.rb” |
01.52 | মোৰ লগত classes”ৰ সম্পাদনা কৰা উদাহৰণ এটা আছে । |
01.57 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
02.02 | মই এই উদাহৰণত “Order” নামৰ “class” টো ঘোষণা কৰিছো । |
02.05 | এতিয়া আমি “class”ত ” কিছো “variables” যোগ কৰি ইয়ক উপকাৰি বনাও । |
02.11 | তাৰ পাছত মই “myinstance” নামৰ instance ভেৰিয়েবল এটা ঘোষণা কৰিম । |
02.15 | আৰু মই ইয়াক মান এটা আৰোপ কৰিলো । |
02.18 | মই “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো । |
02.21 | আৰু মই ইয়াক মান এটা আৰোপ কৰিলো । |
02.24 | এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো । |
02.30 | টাইপ কৰক “puts Order dot instance underscore variables.” |
02.36 | নতুন লাইনৰ বাবে এই লাইন দালৰ আগত যোগ কৰক “puts” কিবা কেৰেক্টাৰ “slash n” । |
02.43 | সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক । |
02.51 | এতিয়া কডটো সম্পাদন কৰো আহক । |
02.53 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
02.56 | ruby space class underscore definition dot rb |
03.02 | আৰু আওতপুতটো চাওঁক |
03.05 | আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় ভেৰিয়েবলটো দেখা পাব । |
03.09 | এতিয়া আহক টাইপ কৰো “puts Order dot class underscore variables.” |
03.15 | আমি দিমাৰকেছনটো মানে সীমাকৰণটো লাইন দালৰ তলত কপি কৰি আৰু পেচ্ট কৰি চেভ কৰো আহক । |
03.21 | “টাৰমিনেল” যাওক আৰু ফাইলটো আগৰ দৰে সম্পাদন কৰো আহক । |
03.26 | আওতপুটত আপোনি ঘোষণা কৰা “ক্লাচ ভেৰিয়েবলটো” লগতে দেখা পাব । |
03.32 | এতিয়া আপোনি আপোনাৰ নিজৰ “ক্লাছ” লিখিব পাৰিব লাগে । |
03.35 | এতিয়া “object” কি চাওঁ আহক । |
03.40 | “object” হল “class” এটাৰ “instance” । |
03.43 | মানে হল যে “object” এটা ক্লাছ এটাৰ পৰা উত্পন্ন কৰা হয় । |
03.46 | “object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব । |
03.52 | “object” এটা আপোনি কি দৰে ঘোষণা কৰিব |
03.54 | আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো । |
03.58 | আমি ইয়াত “Product class”ৰ “object” এটা ঘোষণা কৰিছো । |
04.02 | ইয়াত “object” এটা উত্পন্ন হল । |
04.05 | product = Product.new |
04.09 | এই প্ৰক্ৰিয়াকে “object”ৰ ইনিচিয়েলাইজেছন বুলি কোৱা হয় । |
04.12 | এই “object”টোৰ টাইপ : “Product” হয় |
04.16 | এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি হয় চাওঁ আহক । |
04.20 | “initialize(ইনিচিয়েলাইজ) মেথড” এটা “object” উত্পন্ন কৰা সময়ত মাতা হয় । |
04.26 | “object”ত “new” মাতা লগে লগে দৰাচলতে আমি “initialize(ইনিচিয়েলাইজ) মেথড”টো আমন্ত্ৰণ কৰো । |
04.31 | এটা “initialize(ইনিচিয়েলাইজ) মেথডে” “পেৰামিটাৰ”ৰ তালিকা এটাও লব পাৰে । |
04.37 | অইন “Ruby methods”ৰ দৰেই, ইয়াক “def” কিৱৰ্ডৰ পাছত লিখা হয় । |
04.43 | উদাহৰণ এটা চাওঁ আহক । |
04.46 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
04.50 | নাম ৰাখক “object undescore initialize dot rb” |
04.55 | মোৰ লগত “object initialization”ৰ উদাহৰণ এটা আছে । |
05.00 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
05.04 | মই “Order” নামৰ “class” এটা ঘোষণা কৰিছো । |
05.08 | তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টোক “আৰগুমেণ্ট”(argument) নোহোৱাকৈ ঘোষণা কৰিছো । |
05.13 | “I have created an object” মেচেজটো দেখোৱাবলৈ মই “puts method”টো ঘোষণা কৰিছো । |
05.20 | তাৰ পাছত মই “Order dot new” বুলি ঘোষণা কৰিছো । |
05.24 | ই “initialize(ইনিচিয়েলাইজ) মেথডে”টো মাতিব । |
05.27 | “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক |
05.31 | ruby স্পেচ object আন্দােস্কোৰ initialize dot rb |
05.36 | আৰু আওতপুতটো চাওঁক |
05.39 | আওতপুটত “I have created an object” মেচেজটো দেখা পাব । |
05.43 | এতিয়া আহক “gedit” যাওঁ আৰু মেথডটোত “আৰগুমেণ্ট”(argument) এটা যোগ কৰো । |
05.48 | “puts”টো পৰিবৰ্ত্তন কৰো আহক । |
05.51 | “আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই দেখোৱাব । |
05.55 | এতিয়া টাইপ কৰো আহক |
05.56 | Order dot new (“I have created an object”). |
06.04 | ইয়াত আমি নতুন মেথডটোক আৰগুমেণ্ট এটা দিছো । |
06.08 | এই “আৰগুমেণ্টটো” “initialize(ইনিচিয়েলাইজ) মেথড”টোত পাছ হব । |
06.13 | “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক |
06.16 | ruby স্পেচ object আন্দােস্কোৰ initialize dot rb |
06.20 | আৰু আওতপুতটো চাওঁক । |
06.22 | আওতপুটত “I have created an object” মেচেজটো দেখা পাব । |
06.29 | এতিয়া আপোনি “object initialization” মানে কি বুজিছে চাগে । |
06.33 | ৰিকল মানে মনত কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে । |
06.39 | ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰু “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় । |
06.45 | যদি মেথড এটাৰ নামটোত এটাতকৈ বেচি শব্দ থাকে তেতিয়া “আন্দাৰস্কোৰ(_ )” ব্যৱহাৰ কৰা হয় । |
06.48 | মেথদ এটাৰ নামত জোৰা লগাব পৰা কেৰেক্টাৰ কিছুমান হল : |
06.54 | ? (question-mark) |
06.56 | = (equal to) |
06.58 | প্ৰত্যেকটা কেৰেক্টাৰে মেথডটোক কিবা এটা অৰ্থ দিয়ে । |
07.02 | উদাহৰণ চাওঁ আহক । |
07.05 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
07.09 | নাম ৰাখক “class আন্দােস্কোৰ methods dot rb” । |
07.14 | মোৰ লগত “class methods” উদাহৰণ এটা আছে । |
07.17 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
07.21 | মই ইয়াত “Order” নামৰ “class” এটা ঘোষণা কৰিছো । |
07.23 | এতিয়া মোৰ লগত “breathe” আৰু “walk” নামৰ দুটা মেথদ আছে । |
07.28 | দুইটা মেথদেই “def” আৰু “end” কিৱৰ্ডেৰে বাখয়া কৰা হৈছে । |
07.32 | তাৰ পাছত মই “object Animal” এটা ইনিচিয়েলাইজ কৰিলো । |
07.36 | মই ইয়াক “animal” নামৰ ভেৰিয়েবল এটা সৰু আখৰ “a”ৰে আৰোপ কৰিলো । |
07.40 | তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটাক invoke মানে আহ্বান কৰিলো । |
07.48 | এতিয়া আহক প্ৰ’গ্ৰেমটো সম্পাদন কৰো । |
07.51 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
07.53 | ruby স্পেচ class আন্দাৰস্কোৰ methods dot rb |
07.58 | আৰু আওতপুতটো চাওঁক । |
08.00 | এই লাইন কেইটা : |
08.02 | “ I breathe” “ I walk” |
08.04 | আপোনি প্ৰীন্ট হোৱা দেখা পাব ।কাৰন আপোনি “breathe” আৰু “walk” মেথড দুইটাকে আহ্বান কৰিছে । |
08.10 | আমি মেথডৰ ভিতৰত বাখয়া কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে । |
08.16 | এতিয়া আগত প্ৰশ্ন বোধক চিন(?) থকা মেথড কেনেকৈ উত্পন্ন কৰে চাওঁ আহক । |
08.21 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
08.25 | নাম ৰাখক “class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb” |
08.35 | মোৰ লগত “class methods” লগত থকা প্ৰশ্ন বোধক চিন ক’ডৰ উদাহৰণ এটা আছে । |
08.40 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
08.45 | ইয়াত মই আগৰ উদাহৰণৰ দৰে একে ক্লাছ ব্যৱহাৰ কৰিছো । |
08.48 | ইয়াত “breathe” মেথডৰ আগত প্ৰশ্ন বোধক চিন(?) আছে । |
08.52 | এই মেথডবোৰ সাধাৰণতে “Boolean values” উভাতবলৈ ব্যৱহাৰ কৰা হয় । |
08.55 | ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হৈছে । |
09.00 | মেথডটো “animal dot breathe question-mark” ঘোষণা কৰি আহ্বান কৰা হয় । |
09.06 | “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰক |
09.09 | ruby স্পেচ class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ withআন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb আৰু আওতপুতটো চাওঁক । |
09.22 | আওতপুটত “true” বোলি দেখা পাব । |
09.26 | এতিয়া “walk” নামৰ আন এটা মেথদ বাখয়া কৰো আহক । |
09.30 | তাৰ কাষে কাষে “equal-to” চিহ্ন “= ভেলু” লিখক । |
09.36 | আহক আমি এই মেথডটো “animal dot walk” বোলি আহ্বান কৰো । |
09.41 | তাৰ পাছত এই মেথডটো সম্পাদন কৰক । |
09.44 | “টাৰমিনেল”লৈ যাওক আৰু টাইপ কৰকruby class আন্দাৰস্কোৰ methods আন্দাৰস্কোৰ with আন্দাৰস্কোৰ trailing আন্দাৰস্কোৰ characters dot rb |
09.52 | আৰু আওতপুতটো চাওঁক । |
09.56 | ই এটা “আনডিফাইন্দ মেথড” বোলি ইৰ'ৰ দেখাব । |
09.59 | কাৰণ “equal-to” চিহ্নৰ আন এটা অৰ্থ আছে । |
10.03 | ইয়াক মেথড এটাক ভেলু এটা আৰোপ কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
10.08 | আহক এইবাৰ মেথডটো অলপ বেলেগ প্ৰকাৰে আহ্বান কৰো । |
10.13 | টাইপ কৰক “puts animal dot walk equal to “ hops”” |
10.17 | এইবাৰ চাওঁ আহক । |
10.20 | “টাৰমিনেল”লৈ যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুতটো চাওঁক । |
10.27 | আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাব । |
10.30 | ই প্ৰমাণ কৰে যে “equal-to” চিহ্ন মেথদৰ পিছত থকা মানে কাৰ্য্যভাৰ বুজায় । |
10.36 | এতিয়া আপোনি আপোনাৰ নিজৰ “মেথড” লিখিব পাৰিব লাগে । |
10.42 | আমি এই টিওটৰিয়েলত শিকিলো |
10.44 | “ক্লাছ” কেনেকৈ ঘোষণা কৰে |
10.46 | ক্লাছ এটাৰ “objects” কেনেকৈ উত্পন্ন কৰে |
10.48 | “Ruby”ত মেথড বাখয়া কৰা ভিন্ন প্ৰকাৰ |
10.52 | কাৰ্য্য হিচাবে কৰক |
10.54 | ক্লাছ “Product” বাখয়া কৰক |
10.56 | “myvar” ইয়াৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড বাখয়া কৰক । |
11.01 | মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি বাখয়া কৰিব । |
11.05 | উৰ্দ্ধত মেথড দুটা ব্যৱহাৰ কৰি ক্লাছটোৰ অবজেক্ট এটা উত্পন্ন কৰক আৰু মান দিয়ক(set) আৰু লওঁক(get) । |
11.12 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
11.14 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
11.18 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
11.22 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
11.24 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
11.27 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
11.30 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
11.36 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
11.39 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
11.46 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
11.56 | এই পাঠটো প্ৰগায়ন বেজবৰুৱাৰ দ্ৱাৰা যোগদন কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । ধণ্যবাদ । |