Difference between revisions of "PHP-and-MySQL/C2/Loops-For-Statement/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ফৰ('''for''') লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল...") |
|||
(2 intermediate revisions by one other user not shown) | |||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |ফৰ('''for''') লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ('''code''') ব্লক('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো(initialization) আৰু শেষত বৰ্দ্ধিতকৰণ('''increment''')টোৰ সৈতে | + | |ফৰ ('''for''') লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ ('''code''') ব্লক ('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত ('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ ('''increment''')টোৰ সৈতে |
|- | |- | ||
− | |00: | + | |00:16 |
− | |গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ(loop) হ’ব | + | |গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব |
|- | |- | ||
− | |00: | + | |00:26 |
− | |গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল(complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল;ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত(compact) | + | |গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) |
|- | |- | ||
− | |00: | + | |00:42 |
− | |এতিয়া আমি '''for'''(ফৰ) লিখিম | + | |এতিয়া আমি '''for''' (ফৰ) লিখিম |
|- | |- | ||
− | |00: | + | |00:45 |
− | |গতিকে,ইয়াত আপুনি ক’ড('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে | + | |গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
+ | |- | ||
+ | |00:54 | ||
+ | |গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো | ||
|- | |- | ||
|01:03 | |01:03 | ||
− | | | + | |ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো |
|- | |- | ||
− | |01: | + | |01:12 |
− | | | + | |তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10 |
|- | |- | ||
|01:22 | |01:22 | ||
− | |তাৰপাছত আমাৰ | + | |তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে |
|- | |- | ||
− | |01: | + | |01:32 |
− | | | + | |গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1''' |
|- | |- | ||
|01:37 | |01:37 | ||
− | | | + | |তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে |
|- | |- | ||
− | |01: | + | |01:48 |
− | | | + | |আপুনি দেখিছে যে, '''num ++''' টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) |
|- | |- | ||
|01:52 | |01:52 | ||
− | | | + | |আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
|- | |- | ||
− | |01: | + | |01:54 |
− | | | + | |ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি |
|- | |- | ||
|01:59 | |01:59 | ||
− | + | |ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো | |
− | + | ||
− | + | ||
− | |ঠিক আছে, মই শাৰী-অন্তকাৰক('''line-break''')টো পাহৰিলো | + | |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | |02: | + | |02:04 |
− | | | + | |মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম |
|- | |- | ||
− | |02: | + | |02:09 |
− | | | + | |ৰিফ্ৰেচ ('''Refresh''') |
|- | |- | ||
− | |02: | + | |02:11 |
− | |আপুনি আপোনাৰ লোপ('''loop''')টো দহবাৰ(ten times) পালে | + | |আপুনি আগবাঢ়ক আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে |
|- | |- | ||
− | |02: | + | |02:15 |
− | |আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ(loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান(less than or equal) হয় | + | |আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় |
|- | |- | ||
− | |02: | + | |02:23 |
− | |তাৰপাছত লোপটো(loop) ভংগ(break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত(script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত(continue) কৰিব পাৰিব | + | |তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব |
|- | |- | ||
− | |02: | + | |02:31 |
− | |এইটো অলপ বেছি জটিল(complex) কিন্তু যেতিয়া আপুনি মূলসূত্র(basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব | + | |এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
|- | |- | ||
− | |02: | + | |02:38 |
|দৰ্শন কৰাৰ বাবে ধন্যবাদ | |দৰ্শন কৰাৰ বাবে ধন্যবাদ |
Latest revision as of 10:49, 6 March 2017
Time | Narration |
00:00 | ফৰ (for) লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ (code) ব্লক (block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত (condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ (increment)টোৰ সৈতে |
00:16 | গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ (increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব |
00:26 | গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) |
00:42 | এতিয়া আমি for (ফৰ) লিখিম |
00:45 | গতিকে, ইয়াত আপুনি ক’ড (code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক (block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
00:54 | গতিকে, মই ইয়াত ইকৌ (echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো |
01:03 | ইয়াত, আমি num =1 লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো |
01:12 | তাৰপাছত আমাৰ এটা চৰ্ত (condition) আছে । উদাহৰণ স্বৰূপে, হোৱাইল (while) num <= to 10 |
01:22 | তাৰপাছত, আমাৰ বৰ্দ্ধিত (increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ (loop )টো সম্পূৰ্ণ হৈছে |
01:32 | গতিকে, আমি লিখিম for (ফৰ) আৰু আমাৰ ভেৰিয়েবল num=1 |
01:37 | তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ (loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++ আছে |
01:48 | আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) |
01:52 | আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
01:54 | ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি |
01:59 | ঠিক আছে, মই শাৰী-অন্তকাৰক (line-break)টো পাহৰিলো |
02:04 | মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক (line-break) যোগ কৰিম |
02:09 | ৰিফ্ৰেচ (Refresh) |
02:11 | আপুনি আগবাঢ়ক আপুনি আপোনাৰ লোপ (loop)টো দহবাৰ (ten times) পালে |
02:15 | আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় |
02:23 | তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব |
02:31 | এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
02:38 | দৰ্শন কৰাৰ বাবে ধন্যবাদ |