Difference between revisions of "PHP-and-MySQL/C2/Loops-Do-While-Statement/Assamese"
From Script | Spoken-Tutorial
Line 35: | Line 35: | ||
|01:31 | |01:31 | ||
|এতিয়া, আমি দু ('''do''') লোপ (loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত ('''if''' statement) সংলগ্ন কৰিম । মনত ৰাখিব : আপুনি থ’ব পাৰিব | |এতিয়া, আমি দু ('''do''') লোপ (loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত ('''if''' statement) সংলগ্ন কৰিম । মনত ৰাখিব : আপুনি থ’ব পাৰিব | ||
− | + | ইফ ষ্টেতমেন্তচ ('''if''' statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ ('''if''' statements) | |
− | + | লোপচ ('''loops''')ৰ ভিতৰত ইফ ষ্টেতমেন্তচ ('''if''' statements) | |
− | + | লোপচ ('''loops''')ৰ ভিতৰত লোপচ ('''loops''') | |
আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই । যেতিয়ালৈকে আপোনাৰ ক’ডে ('''code''') কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব | আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই । যেতিয়ালৈকে আপোনাৰ ক’ডে ('''code''') কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব | ||
|- | |- | ||
Line 82: | Line 82: | ||
|তাত কোনো চৰ্ত ('''condition''')নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব | |তাত কোনো চৰ্ত ('''condition''')নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব | ||
|- | |- | ||
− | |03 | + | |03:07 |
|গতিকে আমি সংখ্যাটো ইকৌ ('''echo''' ) কৰিম যিটো হৈছে 1 | |গতিকে আমি সংখ্যাটো ইকৌ ('''echo''' ) কৰিম যিটো হৈছে 1 | ||
|- | |- | ||
Line 107: | Line 107: | ||
|- | |- | ||
|03:51 | |03:51 | ||
− | |নহ্য়, এইটো নহ্য় | + | |নহ্য়, এইটো নহ্য় গতিকে, নেম ('''name''')টো বিলি ("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড (code)টোৰ বাকী অংশৰ সৈতে চলিব |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|03:58 | |03:58 |
Latest revision as of 10:48, 6 March 2017
Time | Narration |
00:00 | পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল (do-while) লোপ (loop)টো শিকিম |
00:05 | ইয়াক লগতে দু-হোৱাইল (do-while) ষ্টেতমেন্ত (statement) বুলিওঁ কোৱা হয় । আপুনি ইয়াক এটা লোপ (loop) বা এটা ষ্টেতমেন্ত (statement) বুলি ক’ব পাৰে |
00:12 | মূলটো হোৱাইল (while) লোপ (loop)ৰ সৈতে একে যদিওঁ চৰ্ত (condition)টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ (loop)টোৰ শেষত পৰীক্ষা কৰা হয় |
00:20 | আমাৰ বাবে দু (do) আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক (block) আৰু শেষত হোৱাইল (while) আছে । তাৰপাছত ইয়াত এটা চৰ্ত (condition) আছে । গতিকে, এইটো হৈছে চৰ্তটো (condition) |
00:29 | এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ (echo) হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল (while) লোপ (loop)টোত কৰিছো |
00:41 | এতিয়া চৰ্ত (condition)টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম (name) নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ (loop)টো শেষ হ’ব |
01:00 | মই আৰম্ভ কৰিবলৈ num(নাম) = 1 লিখিম |
01:04 | তাৰপাছত মই লিখিম "my name is Alex" (মাই নেম ইজ এলেক্স) |
01:09 | মই বিচৰা লোপ (loop)টোৰ চৰ্ত (condition)টো হৈছে - while(হোৱাইল) the(দ) name(নেম) = Alex(এলেক্স) |
01:15 | যেতিয়ালৈকে name(নেম)=Alex(এলেক্স) হ’ব, ই লোপ (loop) হ’ব । গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত (specific condition) ক’ব লাগিব - নেম (name)টো বিলি ("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ (loop)টো আৰু নচলিব কাৰণ নেম (name)টো এলেক্স ("Alex")ৰ সমান নহয় |
01:31 | এতিয়া, আমি দু (do) লোপ (loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত (if statement) সংলগ্ন কৰিম । মনত ৰাখিব : আপুনি থ’ব পাৰিব
ইফ ষ্টেতমেন্তচ (if statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ (if statements) লোপচ (loops)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ (if statements) লোপচ (loops)ৰ ভিতৰত লোপচ (loops) আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই । যেতিয়ালৈকে আপোনাৰ ক’ডে (code) কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব |
01:55 | এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু (do) |
01:57 | প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ (echo) কৰিম |
02:00 | শাৰীটো ব্ৰেক (break) কৰিবলৈ আপুনি তাক এটা সৰু HTML code(ক’ড)ৰ সৈতে কনকাটিনেত (concatenate) কৰিব পাৰে |
02:05 | ইয়াত মই num(নাম)++ লিখিম যিটো num(নাম) +1ৰ দৰে একেই |
02:14 | তাৰপাছত মোৰ ইফ (if) ষ্টেতমেন্ত (statement)- যদি নাম (num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ (echo) নহয় |
02:26 | মই নামটো বিলি ("Billy")লৈ সলাব বিচাৰিছো |
02:30 | মই সংক্ষিপ্তবৃত্তি কৰো । মনত ৰাখিব, মই ইয়াত মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড (code) আছে যি ইফ (if) ষ্টেতমেন্ত (statement)টোৰ পাছৰ ব্লক (block)টোত কাৰ্যকৰী হব লাগিব |
02:42 | গতিকে মোক মাত্ৰ এশাৰী ক‘ড (code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ |
02:46 | গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো |
02:51 | এইটো মোৰ নাম্বাৰ (number ) ভেৰিয়েবল, ই বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ (echo) হ’ব পাৰে |
02:57 | মই মোৰ নামটো এলেক্স ("Alex")লৈ স্থাপিত কৰিছো |
03:00 | আমি আমাৰ দু (do) আৰম্ভ কৰো |
03:02 | নামটো এতিয়াওঁ এলেক্স ("Alex") আছে |
03:04 | তাত কোনো চৰ্ত (condition)নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব |
03:07 | গতিকে আমি সংখ্যাটো ইকৌ (echo ) কৰিম যিটো হৈছে 1 |
03:10 | আমি ইয়াক 1ৰে বৰ্দ্ধিত কৰিম যিটো 2 ৰ সমান হ’ব |
03:14 | এতিয়া, আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক |
03:26 | এইটো নহয় । গতিকে এইটো এৰক । ই name(নেম) = Alex(এলেক্স) বুলি ক’ব । আৰু তাৰপাছত ওপৰলৈ ঘূৰি যাব |
03:34 | এইটো এতিয়াও 2 হৈ থাকিব । যি বুজায় যে লোপ (loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে |
03:41 | ই 2 ইকৌ (echo) কৰিব |
03:43 | ই এক যোগ কৰিব আৰু 3 ক’ব |
03:46 | আৰু তাৰপাছত ই ক’ব : 3 টো 10 তকৈ ডাঙৰ বা সমান হয়নে ? |
03:51 | নহ্য়, এইটো নহ্য় গতিকে, নেম (name)টো বিলি ("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড (code)টোৰ বাকী অংশৰ সৈতে চলিব |
03:58 | নামটো এতিয়াওঁ এলেক্স ("Alex") হৈ আছে |
04:00 | গতিকে, লোপ (loop)টো চলি থাকিব । এই ক্ষেত্ৰ্ত ই 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ (echo) হ’ব |
04:09 | এতিয়া নাম (num)টো 10 হ’ব |
04:11 | ইফ (if) চৰ্তটো ট্ৰু (True) হ’ব |
04:13 | নেম (name)টো বিলিলৈ ("Billy") স্থাপিত হ’ব আৰু হোৱাইল (while) চৰ্তটোত ই এলেক্স ("Alex")ৰ সমান নহয় । গতিকে হোৱাইল (while) লোপ (loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড (code)টো চলি থাকিব |
04:25 | গতিকে, আহক এই ক’ড (code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো । তাত টিপক |
04:31 | ঠিক আছে, আমি 1, 2, 3 ৰ পৰা 9লৈ সকলো বিলাক পালো |
04:35 | নিশ্বিতভাবে, আমাৰ চৰ্ত (condition) সম্পূৰ্ণ হৈছে । আমাৰ নেম (name)টো বিলি ("Billy")লৈ সলনি হৈছে । আমাৰ নাম (name)টো এতিয়া এলেক্স ("Alex")ৰ সমান নহয় |
04:43 | গতিকে, আমাৰ লোপ (loop)টো ইয়াত বন্ধ হৈছে |
04:45 | এতিয়া ইফ (if)টো 11 লৈ সলাওঁক বা আপুনি নাম (num)টো 0 লৈ সলাব পাৰে |
04:50 | এতিয়া ই কাম নকৰিব আৰু আপুনি চাব পাৰে কিয় |
04:54 | আমি 0 ৰ পৰা 9 লৈ পালো |
04:57 | কাৰণটো হৈছে আপোনাৰ আৰম্ভনী সংখ্যাটো |
05:02 | ই যি কৰিব সেইটো হৈছে, মই আগতে কোৱাৰ দৰে, ই বৰ্তমান সংখ্যাটো ইকৌ (echo) কৰিব, তাৰপাছত ইয়াক এটা 1 ৰ বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত (if statement)টোত ইয়াক তুলনা কৰিব |
05:13 | গতিকে, আপুনি তুলনা কৰিছে যিটো আপুনি চাব নোৱাৰে |
05:16 | যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি ("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ (loop)টো শেষ কৰিব |
05:23 | আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ, এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা |
05:27 | যদি আমি ইয়াক ৰিফ্ৰেচ (refresh) কৰো, এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো |
05:31 | এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ (do-while loop) । যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ (do-while loop) টো হোৱাইল (while) লোপ (loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে |
05:44 | গতিকে, ইয়াক অভ্যাস কৰক, চেষ্টা কৰক আৰু কিছুমান মান দিয়ক । লগতে, মই এইমাত্ৰ নিৰ্মাণ কৰা প্ৰোগ্ৰামটো পুনৰ গঠন কৰিবলৈ চেষ্টা কৰক |
05:52 | অতি সোনকালেই লোপচ (loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক |
05:56 | মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |