Difference between revisions of "PERL/C3/Exception-and-error-handling-in-PERL/Assamese"
From Script | Spoken-Tutorial
Line 10: | Line 10: | ||
|00:06 | |00:06 | ||
|এই টিউটোৰিয়েলত আমি শিকিম: | |এই টিউটোৰিয়েলত আমি শিকিম: | ||
− | + | Catch errors আৰু | |
− | + | Handle exceptions | |
|- | |- | ||
|00:12 | |00:12 | ||
|এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো: | |এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো: | ||
− | + | '' 'উবুন্টু লিনাক্স 12.04' '' অপাৰেটিং সিস্টেম | |
− | + | '' 'পার্ল 5.14.2' '' আৰু | |
− | + | '' 'Gedit টেক্সট এডিটৰ. | |
|- | |- |
Latest revision as of 10:45, 6 March 2017
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. 'PERLত Exception and error handling ৰ স্পোকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম:
Catch errors আৰু Handle exceptions |
00:12 | এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:
'উবুন্টু লিনাক্স 12.04' অপাৰেটিং সিস্টেম 'পার্ল 5.14.2' আৰু 'Gedit টেক্সট এডিটৰ. |
00:23 | আপোনি আপোনাৰ পছন্দৰ যি কোনো 'টেক্সট এডিটৰ' ব্যবহাৰ কৰিব পাৰে. |
00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ 'পার্ল' প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব. |
00:32 | যদি নাই তেনেহলে 'স্পোকেন টিউটোৰিয়েল' ওয়েবসাইটত গৈ তাৰ প্রাসঙ্গিক 'পার্ল' স্পোকেন টিউটোৰিয়েল চাওক. |
00:39 | যেতিয়া এটা error' দেখা দিয়ে, Exception handlingএ' স্বাভাবিক সঞ্চালনৰ পথৰ পৰা এটা প্রোগ্রামৰ সঞ্চালনক বিচ্যুত(deviates) কৰে. |
00:47 | Error handlingএ applicationক নতৰুৱাকৈ প্রোগ্রামক পুনৰুদ্ধাৰ কৰিবলৈ সাহায্য কৰে. |
00:53 | আমি এটা এৰৰক বহু পদ্ধতিৰে চিহ্নিত আৰু ট্ৰেপ কৰিব পাৰো. আমি 'পার্লত' সাধাৰণভাবে ব্যবহৃত কিছু পদ্ধতি চাম. |
01:01 | 'warn' ফাংছনে মাত্র কোনো পদক্ষেপ গ্রহণ নকৰাকৈ এটা সতর্কতামূলক বার্তা উত্থাপন কৰে. |
01:07 | 'die ফাংছনে অবিলম্বে সঞ্চালনক( execution) সমাপ্ত কৰে আৰু এৰৰ বার্তা প্রদর্শন কৰে. |
01:13 | আমি ইতিমধ্যে চেভ কৰি থোৱা এটা নমুনা প্রোগ্রাম ব্যবহাৰ কৰি die ফাংছন বুজো. |
01:20 | টার্মিনেলত যাওক আৰু টাইপ কৰক gedit die dot pl ampersand আৰু Enter টিপক. |
01:29 | এইটো 'die.pl' ফাইলত কোড হয়. আমি কোডটো এতিয়া বুজো. |
01:35 | ইয়াত আমি এটা ফাংশন divide' ক সংজ্ঞায়িত কৰিছো যিয়ে দুটা 'ইনপুট পেৰামিতাৰi.e dollar numerator আৰু dollar denominator. |
01:46 | At the rate underscore (@_) এটা 'বিশেষ ভেৰিয়েবল" হয় যিয়ে parameter listক ফাংশনত প্রেৰণ কৰিবলৈ ব্যবহৃত হয় . |
01:53 | যদি denominator শূন্য হয়, তেনেহলে die ফাংছনে স্ক্রিপ্টৰ পৰা প্রস্থান কৰিব. |
01:57 | এইটোৱে ইউজাৰৰ পড়াৰ বাবে 'এৰৰ বার্তা' প্রদর্শন কৰিব. অন্যথায়, এইটোৱে আউটপুট প্রিন্ট কৰিব. |
02:05 | এইবোৰ 'ফাংশন কল' বিবৃতি হয়. |
02:08 | প্রথম দুই বাৰত, ফাংশনটো সঞ্চালন কৰা হয় কাৰণ দ্বিতীয় পেৰামিতাৰ শূন্য নহয়. |
02:15 | তৃতীয়বাৰত, denominator মান শূন্য হয়. সেয়ে, die ফাংশনটো সঞ্চালন কৰা হয়. |
02:23 | শেষৰ ডিভাইড ফাংশন সঞ্চালন কৰা নহব কাৰন die ফাংছন স্ক্রিপ্টৰ পৰা প্রস্থান কৰে . |
02:29 | প্রোগ্রামটো চেভ কৰিবলৈ Ctrl + S টিপক. |
02:32 | আহক প্রোগ্রামটো 'এক্সিকিউট' কৰো . |
02:35 | টার্মিনেললৈ উভতি যাও আৰু টাইপ কৰো: perl die dot pl আৰু এন্টাৰ টিপক. |
02:43 | আউটপুট ইয়াত দেখোৱাৰ দৰে প্রদর্শন কৰা হয়."Can't divide by zero!" |
02:49 | এইটোৱেই এৰৰ মেসেজ যি আমি প্রোগ্রামত দিছো, die স্টেমেন্টত. |
02:54 | ইয়াৰ পিছত, আমি এৰৰ হ্যান্ডলিংত কিভাবে 'Eval' ফাংশন ব্যবহাৰ কৰিব লাগে তাক চাও. |
03:00 | Eval ফাংছন ' 'ৰান টাইম এৰৰ' অথবা 'exceptions' হ্যান্ডলিংৰ বাবে ব্যবহাৰ কৰা হয়. |
03:06 | উদাহৰণস্বৰুপে, 'বিল্ট-ইন এৰৰ' যেনে out of memory, divide by zero বা user defined error (ব্যবহাৰকাৰী নির্ধাৰিত এৰৰ). |
03:14 | 'Eval' 'ফাংশনৰ বাবে সাধাৰণ সিনট্যাক্স ইয়াত দেখোৱা হৈছে. |
03:19 | dollar exclamation($!) special variable এ এৰৰ বার্তা ৰাখে, যদি কোনো আছে. |
03:25 | অন্যথা, dollar exclamation( $!)এ এটা খালি 'স্ট্রিং' ৰাখে. তাৰ মানে এইটোক false হিচাবে মূল্যায়ন কৰা হয়. |
03:33 | আমি এটা নমুনা প্রোগ্রাম ব্যবহাৰ কৰি 'Eval' ফাংছন বুজো."'টার্মিনেলত যাওক. |
03:40 | প্রকাৰ: 'gedit eval dot pl ampersand আৰু এন্টাৰ টিপক. |
03:47 | eval dot pl ফাইলত, পর্দাত প্রদর্শিত হিসাবে নিম্নলিখিত কোড টাইপ কৰক.মই এতিয়া কোডটো ব্যাখ্যা কৰো. |
03:54 | ইয়াত, আমাৰ উদাহৰণত, open FILEএ die স্টেতমেন্টক কল কৰে, যদি ইয়াত এটা ফাইল "test.dat" খোলাত কিছু অসুবিধা আছে. |
04:05 | 'পার্লে' শেষৰ eval ব্লকৰ পৰা ভেৰিয়েবল dollar exclamation( $!)ৰ লৈকেsystem error বার্তা দিয়ে. |
04:13 | ফাইলটো চেভ কৰিবলৈ 'Ctrl + S' টিপক. |
04:17 | টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক: perl eval dot p আৰু এন্টাৰ টিপক. |
04:25 | ইয়াত দেখোৱাৰ দৰে system error বার্তা প্রদর্শন কৰা হয়. |
04:30 | আমি আৰু এটা উদাহৰণ চাও. এইবাৰ, আমি এটা এৰৰ বার্তা দেখিম যি '$@' (dollar at the rate) ব্যবহাৰ কৰি eval ফাংশনৰ পৰা উভতি(return) আহে. |
04:40 | আহক eval dot pl ফাইললৈ উভতি আহো. |
04:44 | পর্দাত দেখোৱাৰ দৰে কোডটো লিখক. |
04:48 | আমি ফাংশন averageত ইনপুট পেৰামিতাৰ হিসাবে $total, $count পাছ কৰি আছো. |
04:56 | যদি count'শূন্য হয় তেনেহলে আমাৰ উচৰত এটা এৰৰ পোৱাৰ এটা সম্ভাবনা আছে. |
05:00 | ইয়াতে যি die স্তেটমেন্ট হেন্দেল কৰা যায়. |
05:04 | 'Eval'ৰ পৰা ৰিটাৰ্ণ হোৱা এৰৰ বাৰ্তা $@ ( dollar at the rate) ব্যবহাৰ কৰি প্রদর্শন কৰা হৈছ. |
05:11 | যদি নহয়, এইটোৱে Average মান প্রিন্ট কৰিব. |
05:15 | ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক. আহক আমি প্রোগ্রামটোক 'এক্সিকিউট' কৰো . |
05:22 | টার্মিনেলত উভতি যাওক আৰু টাইপ কৰক: perl eval.pl আৰু Enter টিপক. |
05:31 | আউটপুট ইয়াত দেখোৱাৰ দৰে হয়. |
05:35 | ইয়াতে টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে. |
05:41 | এই টিউটোৰিয়েলত আমি এনেধৰনৰ শিকিছো :
Catch errors আৰু Handle exceptions. |
05:47 | এটা অনুশীলনী হিসাবে নিম্নলিখিত কামবোৰ কৰক.আপোনাৰ 'লিনাক্স' মেশিনত, 5জন কর্মচাৰী 'নামৰ সৈতে এটা ফাইল' emp.txt 'তৈয়াৰ কৰক. |
05:57 | 'emp.txt' এৰ অনুমতি(permission) READonly লৈ পৰিবর্তন কৰক. |
06:02 | নোট: change permission(পৰিবর্তনৰ অনুমতি) অপশনৰ বাবে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক 'লিনাক্স' 'স্পোকেন টিউটোৰিয়েল' লৈ যাওক. |
06:10 | ' emp.txt' ফাইলটো খোলিবলৈ এটা 'পার্ল' প্ৰোগ্ৰাম লিখক আৰ ইয়াত কিছু কর্মচাৰী নামবোৰ জুড়ক. |
06:19 | যদি open/write অপাৰেশন ব্যর্থ হয়, তেনেহলে "Eval"ব্যবহাৰ কৰি, উপযুক্ত এৰৰ বার্তা প্ৰীন্ট কৰক. |
06:26 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক. |
06:33 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
06:42 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
06:46 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
06:53 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
06:58 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |