Difference between revisions of "PERL/C2/Hash-in-Perl/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
| (One intermediate revision by the same user not shown) | |||
| Line 55: | Line 55: | ||
|''' Hash''' এটা ক্ৰমত নথকা দাতাৰ হয় | |''' Hash''' এটা ক্ৰমত নথকা দাতাৰ হয় | ||
| − | |||
|- | |- | ||
|00:56 | |00:56 | ||
| Line 440: | Line 439: | ||
|- | |- | ||
|08:58 | |08:58 | ||
| − | |আকৌ চমুকৈ চাও | + | |আকৌ চমুকৈ চাও এই তিউতৰিয়েলত আমি শিকিলো- |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
Latest revision as of 10:04, 5 March 2017
| |
|
|---|---|
| 00:01 | Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম। |
| 00:05 | এই তিওতৰিয়েলত আমি শিকিম; |
| 00:09 | Perlত Hash আৰু |
| 00:11 | hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ। |
| 00:14 | এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু |
| 00:16 | Ubuntu Linux12.04 অপাৰেতিং চিচতেম |
| 00:21 | Perl 5.14.2 আৰু |
| 00:24 | gedit টেক্সট এদিএদিতৰ। |
| 00:26 | আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। |
| 00:30 | এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব। |
| 00:38 | comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল। |
| 00:46 | অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক। |
| 00:52 | Hash এটা ক্ৰমত নথকা দাতাৰ হয় |
| 00:56 | এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ । |
| 00:59 | Hash কিবোৰ অদ্বিতিয়।
অসাধারণ |
| 01:01 | পিছে Hashৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে। |
| 01:05 | এইয়া Hashৰ দিল্রেৰেস্যন। |
| 01:08 | আহক আমি চাও Hash ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়। |
| 01:12 | এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয় |
| 01:17 | hashName কাৰ্লি ব্ৰেকেট খোলক single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক |
| 01:26 | ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো। |
| 01:31 | মই আগতেই geditৰ perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো। |
| 01:37 | আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক। |
| 01:42 | Perlত Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে। |
| 01:47 | এইয়া Hashৰ কি হয়। |
| 01:49 | আৰু এইয়াই Hashৰ ভেল্যু হয়। |
| 01:53 | মন কৰিব, Hashৰ কি উপয়োগ কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব। |
| 01:59 | ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক। |
| 02:02 | তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত কৰক। |
| 02:08 | perl perlHash dot pl |
| 02:11 | আৰু এন্তাৰ প্রেচ কৰক। |
| 02:14 | আওতপোত তাৰমিনেলত দেখা পাম। |
| 02:19 | এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে। |
| 02:24 | যোগ কৰাৰ |
| 02:26 | চিন্ত্যেক্স হহ’ল dollar hashName কাৰ্লি ব্ৰেকেট খোলক |
| 02:30 | single quote KeyName single quote |
| 02:34 | কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon |
| 02:40 | নাইকিয়া কৰিবলৈ delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক |
| 02:46 | single quote KeyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon |
| 02:53 | আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো। |
| 02:58 | মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো। |
| 03:05 | এইয়া hashৰ দিক্লেৰেস্বন হয়। |
| 03:08 | আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম। |
| 03:13 | ইয়াতে আমি আগতেই বনোৱা hash'ত key যোগ কৰিম। |
| 03:18 | ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়। |
| 03:23 | দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
| 03:27 | আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে। |
| 03:31 | ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক। |
| 03:35 | তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক |
| 03:40 | perl hashKeyOperations dot pl |
| 03:44 | আৰু এন্তাৰ প্রেচ কৰক। |
| 03:47 | আওতপোত তাৰমিনেল’ত দেখা পাব। |
| 03:52 | ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে। |
| 03:57 | sort keyৰ চিন্ত্যেক্স হ’ল- |
| 04:00 | sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon |
| 04:07 | ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো |
| 04:11 | sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon |
| 04:18 | ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো। |
| 04:24 | মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো। |
| 04:30 | sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক। |
| 04:36 | ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো। |
| 04:41 | ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো। |
| 04:49 | ই hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে। |
| 04:54 | ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো। |
| 04:59 | নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো। |
| 05:05 | ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক। |
| 05:09 | perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক। |
| 05:17 | আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব। |
| 05:22 | এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে। |
| 05:27 | Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে। |
| 05:34 | কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে। |
| 05:40 | ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু |
| 05:46 | each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই। |
| 05:53 | এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো। |
| 05:57 | ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম। |
| 06:07 | স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক; |
| 06:12 | ব’লক এতিয়া আমি ক’দটো বু্জো। |
| 06:15 | hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে। |
| 06:22 | hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে। |
| 06:30 | each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই। |
| 06:34 | ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো। |
| 06:36 | ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই। |
| 06:43 | Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক। |
| 06:48 | এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি- |
| 06:53 | perl perlHash dot pl |
| 06:58 | আৰু এন্তাৰ প্রেছ কৰক। |
| 07:01 | তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম। |
| 07:05 | এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম। |
| 07:10 | আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো। |
| 07:15 | তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো। |
| 07:20 | স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে। |
| 07:24 | ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব। |
| 07:32 | তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব। |
| 07:40 | ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে। |
| 07:47 | আম এটা চেম্পল প্রগ্রেম চাম। |
| 07:49 | সেইকাৰণে মই geditত loopingOverHash dot plলৈ যাম। |
| 07:55 | loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক। |
| 08:02 | এই ক’দে hashৰ এটা কি উভতাই। |
| 08:07 | আমাৰ এই কেছত, |
| 08:09 | প্রথমবাৰ dollar key ($key)ত Department কি হিছাপে আছে। |
| 08:15 | পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই। |
| 08:21 | মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয় |
| 08:26 | সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে। |
| 08:33 | ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে। |
| 08:38 | Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক। |
| 08:41 | তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক |
| 08:46 | perl loopingOverHash dot pl |
| 08:50 | আৰু এন্তাৰ প্রেছ কৰক। |
| 08:53 | তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব। |
| 08:58 | আকৌ চমুকৈ চাও এই তিউতৰিয়েলত আমি শিকিলো- |
| 09:01 | Perlত থকা Hash আৰু |
| 09:03 | Hashৰ এলিমেন্ত এক্সেচ কৰা |
| 09:05 | চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি। |
| 09:08 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
| 09:11 | Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি |
| 09:15 | আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে। |
| 09:18 | কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই। |
| 09:24 | তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক। |
| 09:29 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
| 09:32 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
| 09:37 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে |
| 09:42 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
| 09:49 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
| 09:53 | আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
| 10:02 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
| 10:06 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
| 10:15 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
|
| 10:26 | আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে। |
| 10:30 | এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
| 10:33 | লগত থকাৰ কাৰণে ধন্যৱাদ। |