Difference between revisions of "PERL/C2/More-Conditional-statements/Assamese"
From Script | Spoken-Tutorial
| (One intermediate revision by one other user not shown) | |||
| Line 101: | Line 101: | ||
|- | |- | ||
|01:51 | |01:51 | ||
| − | |এন্টাৰ তিপক | + | |এন্টাৰ তিপক ।কার্লী ব্র্যাকেট বন্ধ কৰক । |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| 01:55 | | 01:55 | ||
| Line 149: | Line 146: | ||
|02:44 | |02:44 | ||
|মন কৰিব, '''eq''' হই '''string comparison''' অপাৰেতৰ | |মন কৰিব, '''eq''' হই '''string comparison''' অপাৰেতৰ | ||
| + | |||
|- | |- | ||
|02:49 | |02:49 | ||
| Line 241: | Line 239: | ||
|- | |- | ||
|04:18 | |04:18 | ||
| − | |আৰু এন্টাৰ তিপক | + | |আৰু এন্টাৰ তিপক ।তাৰমিনেলত দেখুৱা অউতপুত হৈছে |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 326: | Line 320: | ||
|- | |- | ||
| 05:44 | | 05:44 | ||
| − | | '''case ''' স্পেস | + | | '''case ''' স্পেস 1 স্পেস কার্লী ব্রাকেট খোলক''' executes when dollar value equal to 1''' কার্লী ব্রাকেট বন্ধ কৰক । |
|- | |- | ||
| Line 334: | Line 328: | ||
|- | |- | ||
|05:55 | |05:55 | ||
| − | |'''case ''' স্পেস উদ্ধকমা '''a ''' | + | |'''case ''' স্পেস উদ্ধকমা '''a ''' উদ্ধকমা স্পেস কার্লী ব্রাকেট খোলক ''' executes when $value= একক কোট ''' a ''' একক কোট কার্লী ব্রাকেট বন্ধ কৰক |
|- | |- | ||
| 06:09 | | 06:09 | ||
| − | | এন্টাৰ তিপক । | + | | এন্টাৰ তিপক ।'''' else''' স্পেস কার্লী ব্রাকেট খোলক'''executes when $value does not match any of the cases" |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
|06:18 | |06:18 | ||
| − | |কার্লী ব্রাকেট বন্ধ কৰক | + | |কার্লী ব্রাকেট বন্ধ কৰক ।এন্টাৰ তিপক |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 378: | Line 364: | ||
|- | |- | ||
| 06:43 | | 06:43 | ||
| − | | | + | |এতিয়া আমি শিকিম কি দৰে ''' switch''' স্টেতমেন্তে কাম কৰে । |
|- | |- | ||
|06:46 | |06:46 | ||
| − | | | + | |'''Perl''' কোডৰ ভিতৰত '''use Switch''' স্টেতমেন্টৰ ভিতৰত '''Switch''' module থাকে । |
|- | |- | ||
|06:54 | |06:54 | ||
| লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত '''use keyword'''ৰ উপৰত শিকিম। | | লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত '''use keyword'''ৰ উপৰত শিকিম। | ||
| + | |||
|- | |- | ||
|07:00 | |07:00 | ||
| Line 433: | Line 420: | ||
|- | |- | ||
|07:43 | |07:43 | ||
| − | | | + | |'''gedit'''ত ''' sampleSwitch.pl''' উভতি যাওক । |
|- | |- | ||
| Line 477: | Line 464: | ||
|- | |- | ||
|08:26 | |08:26 | ||
| − | | ''' sampleSwitch.pl''' যাওক ''' | + | | gedit'''ত ''' sampleSwitch.pl''' যাওক ''' । |
| + | |||
|- | |- | ||
|08:30 | |08:30 | ||
Latest revision as of 09:53, 5 March 2017
| |
|
|---|---|
| 00:00 | নমস্কাৰ দৰ্শক সকল. পার্লৰ if-elsif-else আৰু switch কন্দিচনেল স্তেৎমেন্তৰ উপৰত এই স্পকেন তিওতৰিয়েললৈ আপোনাক স্বাগতম ৷ |
| 00:07 | এই তিওতৰিয়েলত আমি শিকিম |
| 00:10 | পার্লত if-elsif-else স্তেৎমেন্ত আৰু switch স্তেৎমেন্তৰ বিষয়ে । |
| 00:15 | মই ব্যৱহাৰ কৰিছো Ubuntu Linux12.04 অপাৰেতিং সিস্টেম আৰু Perl 5.14.2 |
| 00:22 | আৰু মই ব্যৱহাৰ কৰিম gedit টেক্সট এডিটৰ । |
| 00:25 | আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি ৷ |
| 00:29 | আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় ভেৰিয়েবোল (Variables) আৰু কম্মেন্ট (Comment) উপৰত পার্লৰ । |
| 00:34 | আৰু জ্ঞান থকা আৱশ্যকিয় প্রতিতু for, foreach, while আৰু do-while লুপৰ আৰু |
| 00:38 | if আৰু if-else স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ । |
| 00:43 | পৰাপক্ষ্ ৎ সম্পর্কিয় স্পকেন তিওতৰিয়েলৰ spoken tutorial ওয়েবসাইট । |
| 00:48 | If-elsif-else স্তেতমেন্ত পার্লত ব্যৱহাৰ কৰিব পাৰি |
| 00:52 | বিভিন্ন অৱস্থা চাবলৈ আৰু |
| 00:54 | জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট else ব্লক । |
| 00:59 | if-elsif-else স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয় |
| 01:04 | if space ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট প্রেস এন্তেৰ |
| 01:13 | কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্রু সেমিকলন হয় । |
| 01:18 | এন্টাৰ তিপক । |
| 01:20 | ক্লোজ কার্লী ব্র্যাকেট স্পেস elsif স্পেস ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট । |
| 01:30 | এন্টাৰ তিপক । |
| 01:31 | আন এটা কোডৰ তুকুৰা সেমিকোলন |
| 01:33 | এক্সিকিওত হব জেতিয়া elsif condition শুদ্ধ হব । |
| 01:37 | এন্টাৰ তিপক । |
| 01:39 | ক্লোজ কার্লী ব্র্যাকেট স্পেস else স্পেস ওপেন ব্র্যাকেট |
| 01:44 | এন্টাৰ |
| 01:45 | কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব |
| 01:51 | এন্টাৰ তিপক ।কার্লী ব্র্যাকেট বন্ধ কৰক । |
| 01:55 | প্রথমতে if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
| 02:01 | যদি নহয় তেন্তে else if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
| 02:06 | নাইবা, else ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই । |
| 02:11 | if-elsif-else স্তেতমেন্তৰ এতিয়া আমি কিসুমান উদাহৰণ সাও । |
| 02:16 | তাৰমিনাল খুলক আৰু লিখক |
| 02:19 | 'gedit conditionalBlocks dot pl space ampersand |
| 02:26 | আৰু এন্টাৰ তিপক । |
| 02:28 | এনে কৰাৰ পাছত gedit ত conditionalBlocks.pl ফাইল খুল খাব । |
| 02:33 | স্ক্রীনত দেখুওাৰ দৰে কোড বিলাক লিখক । |
| 02:38 | আমি 'Perl' ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত । |
| 02:44 | মন কৰিব, eq হই string comparison অপাৰেতৰ |
| 02:49 | আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু । |
| 02:55 | এতিয়া তিপক ctrl+s ফাইল সেভ কৰিবলে । |
| 02:58 | এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক । |
| 03:02 | লিখক, perl conditionalBlocks dot pl |
| 03:09 | লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু । পার্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই । |
| 03:16 | যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয়, |
| 03:18 | এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব । |
| 03:23 | এতিয়া এন্টাৰ তিপক । |
| 03:25 | তাৰিনেলত দেখুৱা অউতপুত হৈছে |
| 03:27 | Hi, I am Perl |
| 03:29 | এতিয়া, যোৱা |
| 03:31 | gedit ত লই সুইচ কৰক |
| 03:33 | এইয়াত দেখুৱাৰ দৰে ভাৰিয়াব্লে ল্যাঙ্গুয়েজত 'Java' জুগ কৰক । |
| 03:37 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
| 03:40 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক । |
| 03:43 | perl conditionalBlocks dot pl টাইপ কৰক |
| 03:50 | আৰু এন্টাৰ তিপক । |
| 03:53 | তাৰমিনেলত অউতপুত দেখুৱা হৈছে Hi, I am Java |
| 03:59 | এতিয়া আকৈ gedit লৈ ঘুৰি যাও । |
| 04:03 | এতিয়া , language ভেৰিয়েবল লৈ 'English' দিয়া জাওক । |
| 04:07 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
| 04:09 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক । |
| 04:13 | টাইপ কৰক perl conditionalBlocks dot pl |
| 04:18 | আৰু এন্টাৰ তিপক ।তাৰমিনেলত দেখুৱা অউতপুত হৈছে |
| 04:22 | I am not a computer language |
| 04:27 | তিনিউতা কেছে ইয়াকে দেখুয়াইছে; |
| 04:29 | অকল এটা if block যোনটোৱে কন্দিছন মানিব, এক্সিকিওত হব । |
| 04:35 | নহলে ডিফল্ট else block এক্সিকিওত হৈ যাব । |
| 04:39 | এই দৰে আমাৰ প্রয়োজন আনুসাৰি, আমাৰ বহুতু elsif কন্দিছন থাকিব পাৰে । |
| 04:46 | আপুনাৰ বাবে এখন assignment আছে । |
| 04:48 | এটা if-elsif-else বাক্য লিখক প্রিন্ট কৰিবলৈ |
| 04:51 | “I am a Science graduate” যদি stream হৈ science |
| 04:55 | “I am a Commerce graduate” যদি stream হৈ commerce |
| 04:59 | ' “I am an Arts graduate” যদি stream science নাইবা commerce নহই । |
| 05:06 | এতিয়া আমি switch স্টেতমেন্টৰ বিষয়ে শিকিম । |
| 05:10 | Perl 5.8 থকা লৈকে Perl ত switch স্টেতমেন্ট নাছিল । |
| 05:14 | তাৰ পাছত Switch module উলিওৱা হল, |
| 05:18 | যিহে switch স্টেতমেন্টৰ কামখিনি কৰে । |
| 05:22 | লখ্য কৰকঃ Perl ৰ Modules খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে । |
| 05:27 | switch ৰ নিয়ম এই দৰে হয়ঃ |
| 05:30 | 'Switch ব্যৱহাৰ কৰক সেমিকোলন । |
| 05:32 | এন্টাৰ তিপক । |
| 05:34 | switch স্পেস ওপেন ব্রাকেট dollar value ক্লোজ ব্রাকেট স্পেস ওপেন কার্লী ব্রাকেট |
| 05:42 | এন্টাৰ তিপক । |
| 05:44 | case স্পেস 1 স্পেস কার্লী ব্রাকেট খোলক executes when dollar value equal to 1 কার্লী ব্রাকেট বন্ধ কৰক । |
| 05:53 | এন্টাৰ তিপক । |
| 05:55 | case স্পেস উদ্ধকমা a উদ্ধকমা স্পেস কার্লী ব্রাকেট খোলক executes when $value= একক কোট a একক কোট কার্লী ব্রাকেট বন্ধ কৰক |
| 06:09 | এন্টাৰ তিপক ।' else স্পেস কার্লী ব্রাকেট খোলকexecutes when $value does not match any of the cases" |
| 06:18 | কার্লী ব্রাকেট বন্ধ কৰক ।এন্টাৰ তিপক |
| 06:20 | কার্লী ব্রাকেট বন্ধ কৰক |
| 06:22 | চেম্পল প্ৰোগ্ৰামৰ সহায়ত 'switch তু বুজিবলৈ চেষ্টা কৰক । |
| 06:26 | তাৰিনেল খুলক আৰু লিখক |
| 06:29 | gedit sampleSwitch dot pl space ampersand |
| 06:36 | আৰু এন্টাৰ তিপক । |
| 06:38 | এতিয়া, চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্রীনত দেখুৱাৰ দৰে । |
| 06:43 | এতিয়া আমি শিকিম কি দৰে switch স্টেতমেন্তে কাম কৰে । |
| 06:46 | Perl কোডৰ ভিতৰত use Switch স্টেতমেন্টৰ ভিতৰত Switch module থাকে । |
| 06:54 | লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত use keywordৰ উপৰত শিকিম। |
| 07:00 | আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম । |
| 07:03 | আমি 'Perl' তু ভেৰিয়েবল $varত দিলো । |
| 07:08 | ভেৰিয়েবল $varৰ মান চোৱা হয় switch স্টেতমেন্টত । |
| 07:14 | প্রথম কেছত ই 'Perlৰ কেছৰ লগত মিল খাই । |
| 07:19 | হেয় কাৰনে এই কেছৰ লগত লিখা case এক্সিকিউত হব । |
| 07:24 | ctrl+s তিপক ফাইল সেভ কৰিবলৈ । |
| 07:27 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
| 07:31 | perl sampleSwitch.pl |
| 07:36 | এন্টাৰ তিপক । |
| 07:38 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে |
| 07:41 | ' I am Perl |
| 07:43 | geditত sampleSwitch.pl উভতি যাওক । |
| 07:48 | এতিয়া, ভেৰিয়েবল $var ত 'Linux' দিয়া হল । |
| 07:52 | Ctrl S তিপক ফাইল সেভ কৰিবলৈ । |
| 07:57 | আকৌ, ভেৰিয়েবল $var switchত ছেক হব । |
| 08:03 | ই 'Linux' ৰ কেছৰ লগত মিল হল । |
| 08:05 | হেয় কাৰনে এই কেছৰ লগত লিখা code এক্সিকিউত হব । |
| 08:10 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
| 08:15 | perl sampleSwitch.pl |
| 08:19 | এন্টাৰ তিপক । |
| 08:21 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে |
| 08:24 | I am Linux |
| 08:26 | geditত sampleSwitch.pl যাওক । |
| 08:30 | একেদৰে, যদি ভেৰিয়েবল $var ৰ মান 'Java' হয়, তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব । |
| 08:38 | এতিয়া, ভেৰিয়েবল $var ত 'English' দিয়া যাওক । |
| 08:42 | আকৌ, ভেৰিয়েবল $var ৰ মান switchত ছেক হব । |
| 08:47 | ই কোনো এটা case স্টেতমেন্টৰ লগত মিল নহয় । |
| 08:50 | হেয় কাৰনে else বাক্য এক্সিকিউত হয় । |
| 08:54 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক । |
| 09:00 | perl sampleSwitch.pl |
| 09:07 | আৰু এন্টাৰ তিপক । |
| 09:09 | অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে - |
| 09:12 | I am not a computer language |
| 09:17 | এই ৩ কেছে দেখাইছে যেঃ |
| 09:20 | এক্চপ্ৰেছনৰ মানে ভাবে case তো কি দৰে এক্সিকিউত কৰিব লাগে । |
| 09:25 | অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু |
| 09:28 | যেতিয়া কোনো ভলিদ case নাথাকে, তেতিয়া ডিফল্ট else কেছ এক্সিকিউত হব । |
| 09:35 | এইটো ধৰা বন্ধা নিয়ম নহই else case লিখা তু । |
| 09:39 | এনেকোৱা ক্ষেত্রত, |
| 09:41 | যদি কোনো cases নিমিলে |
| 09:44 | তেতিয়া switch বাক্যৰ কোনো অউতপুত নাথাকে । |
| 09:48 | ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে- |
| 09:50 | পুনৰ আগৰ কায্য খন লিখক |
| 09:53 | আগৰ তুতৰিয়েলত দিয়া হৈছে switch বাক্য প্রয়োগ কৰি । |
| 09:57 | সাৰাংশ বর্ননা কৰা হৈছে । |
| 09:59 | এই তিওতৰিয়েলত আমি শিকিলো - |
| 10:01 | if-elsif-else বাক্য আৰু |
| 10:04 | Perl ত switch বাক্য |
| 10:05 | চেম্পল প্ৰোগ্ৰাম বয়ৱহাৰ কৰি |
| 10:08 | তলৰ সংযোগত থকা ভিডিও তু সাওক । |
| 10:12 | ই স্পকেন তিওতৰিয়েলৰ প্রজেক্ট সমোহ বর্ণনা কৰে । |
| 10:15 | আপুনাৰ ভাল বেন্দৱিথ নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে । |
| 10:20 | The Spoken Tutorial Project ডলে এই কর্মশালা আয়োজন কৰে স্পকেন তিওতৰিয়েলs ব্যৱহাৰ কৰি |
| 10:25 | প্রমান পত্র দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীর্ণ হয় । |
| 10:30 | আৰু যানিবলৈ এই থিকনালৈ লিখক spoken hyphen tutorial dot org |
| 10:36 | স্পকেন তিওতৰিয়েল প্ৰোজেক্ট এটা ভাগ হয় Talk to a Teacher project |
| 10:40 | ইয়াক সহায় কৰে National Mission on Education ICT MHRD, Government of India ৰ যোগেদি । |
| 10:47 | অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT |
| 10:58 | আসা কৰো আপুনি Perl তিওতৰিয়েল ভাল পালে । |
| 11:00 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
| 11:03 | যোগ দিয়াৰ বাবে ধন্যবাদ । |