Difference between revisions of "Spoken-Tutorial-Technology/C2/Side-by-Side-Method/Assamese"
From Script | Spoken-Tutorial
| (2 intermediate revisions by one other user not shown) | |||
| Line 1: | Line 1: | ||
{|border=1 | {|border=1 | ||
|''' Time''' | |''' Time''' | ||
| − | |Narration | + | |'''Narration''' |
|- | |- | ||
|00:01 | |00:01 | ||
| − | |side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম. | + | |side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম. |
| − | + | ||
|- | |- | ||
|00:07 | |00:07 | ||
|এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম | |এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম | ||
| − | |||
|- | |- | ||
|00:10 | |00:10 | ||
| Line 59: | Line 57: | ||
|- | |- | ||
|01:08 | |01:08 | ||
| − | |নহয়! | + | |নহয়!অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি? |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
|01:13 | |01:13 | ||
| − | |অাকৌ নহয়. | + | |অাকৌ নহয়.শিকাৰ পদ্ধতি হৈছে ... |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 99: | Line 89: | ||
|- | |- | ||
|01:41 | |01:41 | ||
| − | |এইটো এটা দীঘল গল্প. | + | |এইটো এটা দীঘল গল্প.মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 181: | Line 167: | ||
|- | |- | ||
|03:08 | |03:08 | ||
| − | |আকৌ এবাৰ নহয়. | + | |আকৌ এবাৰ নহয়.পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 241: | Line 223: | ||
|- | |- | ||
|04:14 | |04:14 | ||
| − | |ইয়াক বিৰতি কৰা যাওক. | + | |ইয়াক বিৰতি কৰা যাওক.Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 269: | Line 247: | ||
|- | |- | ||
|04:42 | |04:42 | ||
| − | |একো নাই. | + | |একো নাই.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 293: | Line 267: | ||
|- | |- | ||
|05:09 | |05:09 | ||
| − | | | + | |অডিও --------------- |
|- | |- | ||
|05:31 | |05:31 | ||
| − | |মই ভিডিওটো ৰখাও. | + | |মই ভিডিওটো ৰখাও.আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 309: | Line 279: | ||
|- | |- | ||
|05:40 | |05:40 | ||
| − | |আকৌ এবাৰ কৈছো. | + | |আকৌ এবাৰ কৈছো.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 386: | Line 352: | ||
|- | |- | ||
|07:40 | |07:40 | ||
| − | | বিৰতি কৰা যাওক. | + | | বিৰতি কৰা যাওক.ভিডিওটোৱে কয় যে ''tokens.c''' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.' |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 453: | Line 415: | ||
|- | |- | ||
|08:57 | |08:57 | ||
| − | |চিন্তা নকৰিব. | + | |চিন্তা নকৰিব.অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 516: | Line 474: | ||
|- | |- | ||
|10:08 | |10:08 | ||
| − | |ইমানেই. | + | |ইমানেই.আমি পৰবর্তী স্লাইডলৈ যাও. |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 592: | Line 546: | ||
|- | |- | ||
|11:25 | |11:25 | ||
| − | |প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় | + | |প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক |
| − | |||
| − | |||
| − | |||
|- | |- | ||
|11:28 | |11:28 | ||
Latest revision as of 09:24, 5 March 2017
| Time | Narration |
| 00:01 | side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম. |
| 00:07 | এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম |
| 00:10 | আমি side-by-side পদ্ধতি শিকিম |
| 00:14 | আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে |
| 00:20 | আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে. |
| 00:26 | আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়. |
| 00:32 | আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে. |
| 00:36 | আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে. |
| 00:41 | Side-by-side পদ্ধতি এটা কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো. |
| 00:47 | আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে. |
| 00:54 | আপোনি এইটো কেনেকৈ কৰিব পাৰিব? |
| 00:56 | এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি. |
| 01:01 | শিকা মানে কি বোঝায়? |
| 01:03 | এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি? |
| 01:08 | নহয়!অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি? |
| 01:13 | অাকৌ নহয়.শিকাৰ পদ্ধতি হৈছে ... |
| 01:16 | স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা. |
| 01:24 | কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি? |
| 01:29 | উত্তৰটো হয় হ্যাঁ . |
| 01:31 | মই এইটো কলো? |
| 01:33 | কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো. |
| 01:39 | আমি এইটো কেনেকৈ কৰো? |
| 01:41 | এইটো এটা দীঘল গল্প.মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো. |
| 01:49 | স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে. |
| 01:52 | আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে. |
| 01:58 | প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি? |
| 02:02 | প্রদর্শন কৰা যাওক. |
| 02:04 | আমি http://spoken-tutorial.org লৈ যাও |
| 02:08 | আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো |
| 02:14 | মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম. |
| 02:18 | মই এই ভিডিওটো ইতিমধ্যে অবস্থিত কৰিছো. |
| 02:21 | মই ভিডিওটো সর্বাধিক( maximise) কৰো নে? |
| 02:23 | আকৌ এবাৰ, নহয়. |
| 02:26 | আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে. |
| 02:29 | মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো. |
| 02:33 | পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম. |
| 02:43 | অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো. |
| 02:49 | এই ক্ষেত্রত, Scilab খোলক. |
| 02:51 | কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো. |
| 02:56 | স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে. |
| 03:00 | সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে. |
| 03:05 | আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক (maximise) কৰা উচিত নে? |
| 03:08 | আকৌ এবাৰ নহয়.পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক. |
| 03:15 | মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে
SIDE BY SIDE পদ্ধতি. |
| 03:20 | আমি এতিয়া কি কৰিম? |
| 03:22 | আমি পৰবর্তী স্লাইডলৈ যাও. |
| 03:28 | ভিডিওটো অাৰম্ভ কৰক. |
| 03:29 | স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক. |
| 03:32 | ভিডিওটো ৰখাওক. |
| 03:34 | সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক. |
| 03:37 | যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক. |
| 03:41 | যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক. |
| 03:44 | আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক. |
| 03:47 | পুনৰাবৃত্তি কৰক. |
| 03:49 | মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম. |
| 03:54 | অডিও -------------- |
| 04:14 | ইয়াক বিৰতি কৰা যাওক.Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো. |
| 04:23 | P সমান 1 2 3, বন্ধ বন্ধনী. |
| 04:32 | আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও. |
| 04:35 | কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ. |
| 04:37 | আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে. |
| 04:40 | এটি অত্যন্ত লেহেমীয়া. |
| 04:42 | একো নাই.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে. |
| 04:48 | মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম. |
| 04:51 | আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে. |
| 04:57 | আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক. |
| 05:03 | প্লে বাটনত টিপা যাওক. |
| 05:09 | অডিও --------------- |
| 05:31 | মই ভিডিওটো ৰখাও.আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে. |
| 05:36 | এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি. |
| 05:40 | আকৌ এবাৰ কৈছো.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে. |
| 05:45 | কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে. |
| 05:50 | এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে. |
| 05:54 | পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক. |
| 06:03 | মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়. |
| 06:09 | আপোনি xfig ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে 'xfig' সফ্টওয়্যাৰো. |
| 06:15 | যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে. |
| 06:18 | আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে. |
| 06:23 | Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়! |
| 06:27 | আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো . |
| 06:32 | কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়? |
| 06:37 | সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো? |
| 06:41 | চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও. |
| 06:47 | কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব. |
| 06:55 | আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম. |
| 07:00 | ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম. |
| 07:11 | মই ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো. |
| 07:15 | এতিয়া আৰম্ভ কৰা যাওক. |
| 07:20 | অডিও ----------------- |
| 07:40 | বিৰতি কৰা যাওক.ভিডিওটোৱে কয় যে tokens.c' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.' |
| 07:46 | যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব. |
| 07:50 | আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়. |
| 07:55 | আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো. |
| 08:06 | আমি তললৈ স্ক্রল কৰো. |
| 08:13 | ইয়াতে এটা Code files নামৰ লিঙ্ক আছে.' |
| 08:16 | ইয়াতে tokens.c ফাইলটো দেখা গৈছে. |
| 08:21 | আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো. |
| 08:24 | এই লিঙ্কটো ক্লিক কৰা যাওক. |
| 08:27 | শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়. |
| 08:31 | যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো. |
| 08:35 | মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম. |
| 08:38 | বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে. |
| 08:43 | উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে. |
| 08:48 | যি কোনো ক্ষেত্ৰত, নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব. |
| 08:54 | ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব? |
| 08:57 | চিন্তা নকৰিব.অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব. |
| 09:02 | মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব. |
| 09:09 | এইটো পিছৰ ট্যাবত আছে. |
| 09:12 | যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে, সকলো লিঙ্কবোৰ দৃশ্যমান নহয়. |
| 09:16 | সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও. |
| 09:21 | এইটো Software Training, Downloads, Create your own disk image. ইয়াত উপলব্ধ |
| 09:33 | এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে. |
| 09:37 | কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে. |
| 09:41 | যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়. |
| 09:44 | আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক. |
| 09:47 | স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক. |
| 09:50 | আমি পূর্বৰ ট্যাবলৈ যাও. |
| 09:56 | আমি উপৰলৈ স্ক্রল কৰো. |
| 09:59 | Report missing component.' নামৰ লিঙ্কটো চাওক |
| 10:03 | এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক. |
| 10:08 | ইমানেই.আমি পৰবর্তী স্লাইডলৈ যাও. |
| 10:12 | আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক. |
| 10:16 | আমি শিকিলো side-by-side পদ্ধতি কি হয়. |
| 10:20 | আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে. |
| 10:25 | আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে. |
| 10:31 | আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়. |
| 10:36 | আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো. |
| 10:40 | আপোনি স্পোকেন টিউটোৰিয়েল মাত্ৰ চালে সম্পুৰ্ণ উপকাৰ নাপাব. |
| 10:45 | এইটো খালি কর্মশালা নহয়. |
| 10:47 | যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই. |
| 10:52 | এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক. |
| 10:58 | মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে. |
| 11:01 | এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক. |
| 11:05 | স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক. |
| 11:08 | শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে. |
| 11:14 | এই পাঠটিয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে |
| 11:18 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 11:22 | আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো। |
| 11:25 | প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক |
| 11:28 | স্পকেন টিউটোৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:34 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |