Difference between revisions of "LibreOffice-Suite-Draw/C3/Basics-of-Layers-Password-Encryption-PDF/Assamese"
From Script | Spoken-Tutorial
| (4 intermediate revisions by one other user not shown) | |||
| Line 5: | Line 5: | ||
|- | |- | ||
|00:01 | |00:01 | ||
| − | | লিব্ৰে অফিচ দ্ৰৰ('''LibreOffice Draw''')স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো- মুলগত ভাবে লেয়াৰ্চ(Layers )আৰু পাচওৰ্দ এনক্ৰিপচন পিদিএফ('''Password Encryption PDF''') | + | |নমস্কাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰৰ('''LibreOffice Draw''')স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো- মুলগত ভাবে লেয়াৰ্চ(Layers )আৰু পাচওৰ্দ এনক্ৰিপচন পিদিএফ('''Password Encryption PDF''') |
|- | |- | ||
| − | |00: | + | |00:09 |
| এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব। | | এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব। | ||
|- | |- | ||
|00:12 | |00:12 | ||
| − | | আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব | + | | আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব পাচওৰ্দ এনক্ৰিপচন('''password encryption''') ৱ্যবহাৰ কৰি । |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 24: | Line 20: | ||
|- | |- | ||
| − | |00: | + | |00:21 |
| ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো। | | ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো। | ||
| Line 34: | Line 30: | ||
|00:33 | |00:33 | ||
| স্থৰবোৰনো কি? | | স্থৰবোৰনো কি? | ||
| + | |||
|- | |- | ||
| 00:34 | | 00:34 | ||
| Line 39: | Line 36: | ||
|- | |- | ||
| − | | 00: | + | | 00:42 |
| প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে । | | প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে । | ||
|- | |- | ||
| − | | 00: | + | | 00:44 |
| লে আউত('''Layout layer''') স্থৰতো নিজে নিজে দেখা দিয়ে । | | লে আউত('''Layout layer''') স্থৰতো নিজে নিজে দেখা দিয়ে । | ||
|- | |- | ||
| − | |00: | + | |00:48 |
| ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো । | | ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো । | ||
|- | |- | ||
| − | | 00: | + | | 00:51 |
| ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ । | | ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ । | ||
|- | |- | ||
| − | |00: | + | |00:57 |
|দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে। | |দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে। | ||
|- | |- | ||
| − | | 01: | + | | 01:06 |
| উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় । | | উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় । | ||
|- | |- | ||
| − | | 01: | + | | 01:19 |
| তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব । | | তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব । | ||
|- | |- | ||
| − | | 01: | + | | 01:26 |
| সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক । | | সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক । | ||
|- | |- | ||
| − | |01: | + | |01:31 |
|মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব । | |মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব । | ||
|- | |- | ||
| − | |01: | + | |01:35 |
| মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । | | মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । | ||
|- | |- | ||
| − | |01: | + | |01:43 |
|মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । | |মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । | ||
|- | |- | ||
| − | | 01: | + | | 01:48 |
| আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি? | | আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি? | ||
|- | |- | ||
| − | | 01: | + | | 01:51 |
| নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত ইয়াৰ সমাধান আগবঢ়াব । | | নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত ইয়াৰ সমাধান আগবঢ়াব । | ||
|- | |- | ||
| − | |01: | + | |01:58 |
|এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে । | |এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে । | ||
|- | |- | ||
| − | | | + | |02:03 |
| এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো । | | এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো । | ||
|- | |- | ||
| − | | 02: | + | | 02:10 |
| ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক । | | ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক । | ||
|- | |- | ||
| − | |02: | + | |02:13 |
| লে আওট( Layout) স্থৰত ক্লিক কৰক । | | লে আওট( Layout) স্থৰত ক্লিক কৰক । | ||
|- | |- | ||
| − | |02: | + | |02:15 |
|সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত('''Insert layer''') ক্লিক কৰক । | |সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত('''Insert layer''') ক্লিক কৰক । | ||
|- | |- | ||
| − | |02: | + | |02:18 |
| ইঞ্চাৰ্ত লেয়াৰ('''Insert layer''') দাইল’গ বক্স দেখা পোৱা যাব । | | ইঞ্চাৰ্ত লেয়াৰ('''Insert layer''') দাইল’গ বক্স দেখা পোৱা যাব । | ||
|- | |- | ||
| − | |02: | + | |02:22 |
| নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক । | | নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক । | ||
|- | |- | ||
| − | |02: | + | |02:24 |
| আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়। | | আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়। | ||
|- | |- | ||
| − | |02: | + | |02:30 |
| ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক । | | ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক । | ||
|- | |- | ||
| − | |02: | + | |02:34 |
| দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক | | দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক | ||
|- | |- | ||
| − | |02: | + | |02:37 |
| − | | লে আউত('''Layout layer''')লেয়াৰত আকৌ এবাৰ ক্লিক কৰক । | + | |লে আউত('''Layout layer''')লেয়াৰত আকৌ এবাৰ ক্লিক কৰক । |
|- | |- | ||
| − | |02: | + | |02:40 |
| দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু ইয়াক গ্ৰুপমুক্ত কৰক। | | দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু ইয়াক গ্ৰুপমুক্ত কৰক। | ||
|- | |- | ||
| − | |02: | + | |02:44 |
| এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক । | | এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক । | ||
|- | |- | ||
| − | |02: | + | |02:46 |
| চিফ্ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক । | | চিফ্ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক । | ||
|- | |- | ||
| − | |02: | + | |02:52 |
|Next right-click and select '''Cut'''.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক । | |Next right-click and select '''Cut'''.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক । | ||
|- | |- | ||
| − | |02: | + | |02:55 |
| তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক । | | তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক । | ||
|- | |- | ||
| − | |02: | + | |02:59 |
| লে আউত লেয়াৰত('''Layout layer''') থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে । | | লে আউত লেয়াৰত('''Layout layer''') থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে । | ||
|- | |- | ||
| − | |03: | + | |03:04 |
| লেয়াৰ ফউৰত('''Layer Four''') আকৌ এবাৰ ক্লিক কৰক । | | লেয়াৰ ফউৰত('''Layer Four''') আকৌ এবাৰ ক্লিক কৰক । | ||
|- | |- | ||
| − | |03: | + | |03:07 |
| ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ('''Modify Layer''') নিৰ্বাচন কৰক । | | ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ('''Modify Layer''') নিৰ্বাচন কৰক । | ||
|- | |- | ||
| − | |03: | + | |03:12 |
| ম’দিফাই লেয়াৰ('''Modify Layer''') দাইল’গ বক্স দেখা পোৱা যাব । | | ম’দিফাই লেয়াৰ('''Modify Layer''') দাইল’গ বক্স দেখা পোৱা যাব । | ||
|- | |- | ||
| − | |03: | + | |03:15 |
| বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক । | | বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক । | ||
|- | |- | ||
| − | |03: | + | |03:18 |
| লেয়াৰ ফউৰৰ('''Layer Four''') বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব । | | লেয়াৰ ফউৰৰ('''Layer Four''') বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব । | ||
|- | |- | ||
| − | |03: | + | |03:21 |
| বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় । | | বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় । | ||
|- | |- | ||
| − | |03: | + | |03:26 |
| লে আউত লেয়াৰত('''Layout Layer''') ক্লিক কৰক ।যদি টেবট( tab | | লে আউত লেয়াৰত('''Layout Layer''') ক্লিক কৰক ।যদি টেবট( tab | ||
)দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় । | )দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় । | ||
|- | |- | ||
| − | | 03: | + | | 03:35 |
| আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো । | | আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো । | ||
|- | |- | ||
| − | |03: | + | |03:42 |
| এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক । | | এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক । | ||
|- | |- | ||
| − | |03: | + | |03:45 |
| ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক । | | ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক । | ||
|- | |- | ||
| − | |03: | + | |03:49 |
| ৰুট মেপত( RouteMap) চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় । | | ৰুট মেপত( RouteMap) চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় । | ||
|- | |- | ||
| − | | | + | | 04:01 |
| ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে । | | ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে । | ||
|- | |- | ||
| − | |04: | + | |04:10 |
| প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক । | | প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক । | ||
|- | |- | ||
| − | |04: | + | |04:14 |
| মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক । | | মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক । | ||
|- | |- | ||
| − | |04: | + | |04:19 |
| পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব । | | পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব । | ||
|- | |- | ||
| − | |04: | + | |04:21 |
| প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক । | | প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক । | ||
|- | |- | ||
| − | |04: | + | |04:24 |
|জেনেৰেল টেবত( General Tab) ক্লিক কৰক । | |জেনেৰেল টেবত( General Tab) ক্লিক কৰক । | ||
|- | |- | ||
| − | |04: | + | |04:26 |
| ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো । | | ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো । | ||
|- | |- | ||
| − | |04: | + | |04:34 |
| ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম । | | ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম । | ||
|- | |- | ||
| − | |04: | + | |04:38 |
| এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় । | | এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় । | ||
|- | |- | ||
| − | |04: | + | |04:42 |
| পাছত ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক । | | পাছত ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক । | ||
|- | |- | ||
| − | |04: | + | |04:45 |
| আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্ট ভেলু( default values) ৰাখিম | | আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্ট ভেলু( default values) ৰাখিম | ||
|- | |- | ||
| − | | 04: | + | | 04:49 |
| এতিয়া লিংক তেবত('''Links tab''') ক্লিক কৰক । | | এতিয়া লিংক তেবত('''Links tab''') ক্লিক কৰক । | ||
|- | |- | ||
| − | | 04: | + | | 04:52 |
| আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম । | | আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম । | ||
|- | |- | ||
| − | |04: | + | |04:55 |
| আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্লত ভেলু ৰখা যাওক । | | আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্লত ভেলু ৰখা যাওক । | ||
|- | |- | ||
| − | |04: | + | |04:59 |
| এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ('''PDF''' ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ | | এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ('''PDF''' ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ | ||
|- | |- | ||
| − | | | + | |05:03 |
| এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক । | | এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক । | ||
|- | |- | ||
| − | |05: | + | |05:07 |
| চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক । | | চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক । | ||
|- | |- | ||
| − | |05: | + | |05:10 |
| চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব । | | চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব । | ||
|- | |- | ||
| − | | 05: | + | | 05:14 |
| পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে । | | পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে । | ||
|- | |- | ||
| − | |05: | + | |05:20 |
| মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম । | | মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম । | ||
|- | |- | ||
| − | |05: | + | |05:24 |
|ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম। | |ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম। | ||
|- | |- | ||
| − | | 05: | + | | 05:31 |
| পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক । | | পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক । | ||
|- | |- | ||
| − | |05: | + | |05:37 |
| চেত পাৰ্মিচন পাচওৰ্দ('''Set permission password''') বাটানত ক্লিক কৰক । | | চেত পাৰ্মিচন পাচওৰ্দ('''Set permission password''') বাটানত ক্লিক কৰক । | ||
|- | |- | ||
| − | |05: | + | |05:41 |
| পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম । | | পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম । | ||
|- | |- | ||
| − | |05: | + | |05:49 |
| ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম । | | ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম । | ||
|- | |- | ||
| − | |05: | + | |05:57 |
| প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে । | | প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে । | ||
|- | |- | ||
| − | | | + | |06:03 |
| এইটো সদায় ভাল অভ্যাস হয় । | | এইটো সদায় ভাল অভ্যাস হয় । | ||
| − | + | পাচওৰ্দ( passwords) সংস্থাপন কৰা | |
| − | + | সৰ্বনিম্ন ছটা বৰ্ণমালাৰ সৈতে । | |
| − | + | নম্বৰ আৰু বিষেষ বৰ্ণমালাক অন্তৰ্ভুক্ত কৰি । | |
|- | |- | ||
| − | |06: | + | |06:14 |
| প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক । | | প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক । | ||
|- | |- | ||
| − | | 06: | + | | 06:18 |
| পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব । | | পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব । | ||
|- | |- | ||
| − | |06: | + | |06:25 |
| চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক । | | চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক । | ||
| − | |||
|- | |- | ||
| − | |06: | + | |06:29 |
| − | | | + | |পাচওৰ্দটো( password) মাত্ৰ শুধ্য পাচওৰ্দ( password) যোগান ধৰিলেহে সংস্কৰন কৰিব পৰা যাব,অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব । |
|- | |- | ||
| − | |06: | + | |06:36 |
| এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export) বাটানতোত ক্লিক কৰা যাওক । | | এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export) বাটানতোত ক্লিক কৰা যাওক । | ||
|- | |- | ||
| − | |06: | + | |06:41 |
| এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে । | | এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে । | ||
|- | |- | ||
| − | |06: | + | |06:43 |
|বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম । | |বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম । | ||
|- | |- | ||
| − | |06: | + | |06:53 |
| ফাইল টাইপৰ('''File type''') ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট । | | ফাইল টাইপৰ('''File type''') ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট । | ||
|- | |- | ||
| − | |06: | + | |06:57 |
| আৰু চেভ( Save) বাটানত ক্লিক কৰক । | | আৰু চেভ( Save) বাটানত ক্লিক কৰক । | ||
|- | |- | ||
| − | | | + | | 07:01 |
| দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে । | | দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে । | ||
|- | |- | ||
| − | |07: | + | |07:07 |
| এতিয়া দেস্কতপলৈ( Desktop) ঘুৰি যোৱা যাওক । | | এতিয়া দেস্কতপলৈ( Desktop) ঘুৰি যোৱা যাওক । | ||
|- | |- | ||
| − | |07: | + | |07:09 |
| দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ('''RouteMap PDF''') ফাইলত দুবাৰ ক্লিক কৰক । | | দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ('''RouteMap PDF''') ফাইলত দুবাৰ ক্লিক কৰক । | ||
|- | |- | ||
| − | | 07: | + | | 07:14 |
| এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব । | | এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব । | ||
|- | |- | ||
| − | |07: | + | |07:17 |
| পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক । | | পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক । | ||
|- | |- | ||
| − | |07: | + | |07:23 |
| আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক । | | আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক । | ||
|- | |- | ||
| − | | 07: | + | | 07:26 |
| আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো । | | আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো । | ||
|- | |- | ||
| − | |07: | + | |07:35 |
| পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক । | | পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক । | ||
|- | |- | ||
| − | |07: | + | |07:40 |
| আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব । | | আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব । | ||
|- | |- | ||
| − | | 07: | + | | 07:46 |
| আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো । | | আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো । | ||
|- | |- | ||
| − | |07: | + | |07:53 |
|ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে । | |ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে । | ||
|- | |- | ||
| − | |07: | + | |07:57 |
| ইয়াত আমি লেয়াৰৰ মূল শিকিছো | | ইয়াত আমি লেয়াৰৰ মূল শিকিছো | ||
|- | |- | ||
| − | | | + | |08:00 |
| দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো । | | দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো । | ||
| − | |||
| − | |||
|- | |- | ||
| − | | | + | |08:03 |
| পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি । | | পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি । | ||
|- | |- | ||
| − | |08: | + | |08:08 |
| ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে । | | ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে । | ||
|- | |- | ||
| − | |08: | + | |08:11 |
| ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক । | | ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:14 |
| পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক । | | পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:17 |
| কি ঘটিছে লক্ষ্য কৰক । | | কি ঘটিছে লক্ষ্য কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:20 |
| ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক । | | ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:23 |
| পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক । | | পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:25 |
| এই পিদিএফতো প্ৰিন্ত কৰক । | | এই পিদিএফতো প্ৰিন্ত কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:28 |
| তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক । | | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক । | ||
|- | |- | ||
| − | |08: | + | |08:31 |
| এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় । | | এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় । | ||
|- | |- | ||
| − | |08: | + | |08:34 |
| যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে । | | যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে । | ||
|- | |- | ||
| − | |08: | + | |08:40 |
| স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে | | স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে | ||
|- | |- | ||
| − | |08: | + | |08:42 |
| স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে । | | স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে । | ||
|- | |- | ||
| − | |08: | + | |08:45 |
| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । | | যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । | ||
|- | |- | ||
| − | |08: | + | |08:50 |
|আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । | |আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । | ||
|- | |- | ||
| − | |08: | + | |08:58 |
| স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ । | | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ । | ||
|- | |- | ||
| − | | | + | |09:03 |
| এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে | | এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে | ||
|- | |- | ||
| − | | | + | |09:11 |
|এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে | |এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে | ||
|- | |- | ||
| − | |09: | + | |09:23 |
| − | | এই | + | | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ। |
| − | + | ||
|} | |} | ||
Latest revision as of 17:03, 27 February 2017
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰৰ(LibreOffice Draw)স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো- মুলগত ভাবে লেয়াৰ্চ(Layers )আৰু পাচওৰ্দ এনক্ৰিপচন পিদিএফ(Password Encryption PDF) |
| 00:09 | এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব। |
| 00:12 | আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি । |
| 00:18 | এইতো পিদিএফ( PDF) হিচাবে পঠিওৱা । |
| 00:21 | ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো। |
| 00:30 | ৰুট মেপ(Route Map) ফাইলতো খোলা যাওক। |
| 00:33 | স্থৰবোৰনো কি? |
| 00:34 | স্থৰবোৰ হৈছে এখনৰ ওপৰত আন এখন থকা স্বচ্ছ চাদৰ । |
| 00:42 | প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে । |
| 00:44 | লে আউত(Layout layer) স্থৰতো নিজে নিজে দেখা দিয়ে । |
| 00:48 | ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো । |
| 00:51 | ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ । |
| 00:57 | দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে। |
| 01:06 | উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় । |
| 01:19 | তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব । |
| 01:26 | সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক । |
| 01:31 | মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব । |
| 01:35 | মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । |
| 01:43 | মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । |
| 01:48 | আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি? |
| 01:51 | নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত ইয়াৰ সমাধান আগবঢ়াব । |
| 01:58 | এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে । |
| 02:03 | এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো । |
| 02:10 | ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক । |
| 02:13 | লে আওট( Layout) স্থৰত ক্লিক কৰক । |
| 02:15 | সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত(Insert layer) ক্লিক কৰক । |
| 02:18 | ইঞ্চাৰ্ত লেয়াৰ(Insert layer) দাইল’গ বক্স দেখা পোৱা যাব । |
| 02:22 | নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক । |
| 02:24 | আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়। |
| 02:30 | ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক । |
| 02:34 | দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক |
| 02:37 | লে আউত(Layout layer)লেয়াৰত আকৌ এবাৰ ক্লিক কৰক । |
| 02:40 | দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু ইয়াক গ্ৰুপমুক্ত কৰক। |
| 02:44 | এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক । |
| 02:46 | চিফ্ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক । |
| 02:52 | Next right-click and select Cut.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক । |
| 02:55 | তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক । |
| 02:59 | লে আউত লেয়াৰত(Layout layer) থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে । |
| 03:04 | লেয়াৰ ফউৰত(Layer Four) আকৌ এবাৰ ক্লিক কৰক । |
| 03:07 | ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ(Modify Layer) নিৰ্বাচন কৰক । |
| 03:12 | ম’দিফাই লেয়াৰ(Modify Layer) দাইল’গ বক্স দেখা পোৱা যাব । |
| 03:15 | বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক । |
| 03:18 | লেয়াৰ ফউৰৰ(Layer Four) বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব । |
| 03:21 | বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় । |
| 03:26 | লে আউত লেয়াৰত(Layout Layer) ক্লিক কৰক ।যদি টেবট( tab
)দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় । |
| 03:35 | আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো । |
| 03:42 | এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক । |
| 03:45 | ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক । |
| 03:49 | ৰুট মেপত( RouteMap) চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় । |
| 04:01 | ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে । |
| 04:10 | প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক । |
| 04:14 | মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক । |
| 04:19 | পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব । |
| 04:21 | প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক । |
| 04:24 | জেনেৰেল টেবত( General Tab) ক্লিক কৰক । |
| 04:26 | ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো । |
| 04:34 | ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম । |
| 04:38 | এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় । |
| 04:42 | পাছত ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক । |
| 04:45 | আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্ট ভেলু( default values) ৰাখিম |
| 04:49 | এতিয়া লিংক তেবত(Links tab) ক্লিক কৰক । |
| 04:52 | আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম । |
| 04:55 | আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্লত ভেলু ৰখা যাওক । |
| 04:59 | এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ(PDF ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ |
| 05:03 | এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক । |
| 05:07 | চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক । |
| 05:10 | চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব । |
| 05:14 | পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে । |
| 05:20 | মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম । |
| 05:24 | ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম। |
| 05:31 | পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক । |
| 05:37 | চেত পাৰ্মিচন পাচওৰ্দ(Set permission password) বাটানত ক্লিক কৰক । |
| 05:41 | পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম । |
| 05:49 | ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম । |
| 05:57 | প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে । |
| 06:03 | এইটো সদায় ভাল অভ্যাস হয় ।
পাচওৰ্দ( passwords) সংস্থাপন কৰা সৰ্বনিম্ন ছটা বৰ্ণমালাৰ সৈতে । নম্বৰ আৰু বিষেষ বৰ্ণমালাক অন্তৰ্ভুক্ত কৰি । |
| 06:14 | প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট(Not Permitted) অপচনতো নিৰ্বাচন কৰক । |
| 06:18 | পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব । |
| 06:25 | চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট(Not Permitted) অপচনতো নিৰ্বাচন কৰক । |
| 06:29 | পাচওৰ্দটো( password) মাত্ৰ শুধ্য পাচওৰ্দ( password) যোগান ধৰিলেহে সংস্কৰন কৰিব পৰা যাব,অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব । |
| 06:36 | এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export) বাটানতোত ক্লিক কৰা যাওক । |
| 06:41 | এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে । |
| 06:43 | বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম । |
| 06:53 | ফাইল টাইপৰ(File type) ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট । |
| 06:57 | আৰু চেভ( Save) বাটানত ক্লিক কৰক । |
| 07:01 | দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে । |
| 07:07 | এতিয়া দেস্কতপলৈ( Desktop) ঘুৰি যোৱা যাওক । |
| 07:09 | দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ(RouteMap PDF) ফাইলত দুবাৰ ক্লিক কৰক । |
| 07:14 | এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব । |
| 07:17 | পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক । |
| 07:23 | আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক । |
| 07:26 | আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো । |
| 07:35 | পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক । |
| 07:40 | আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব । |
| 07:46 | আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো । |
| 07:53 | ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে । |
| 07:57 | ইয়াত আমি লেয়াৰৰ মূল শিকিছো |
| 08:00 | দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো । |
| 08:03 | পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি । |
| 08:08 | ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে । |
| 08:11 | ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক । |
| 08:14 | পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক । |
| 08:17 | কি ঘটিছে লক্ষ্য কৰক । |
| 08:20 | ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক । |
| 08:23 | পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক । |
| 08:25 | এই পিদিএফতো প্ৰিন্ত কৰক । |
| 08:28 | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক । |
| 08:31 | এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় । |
| 08:34 | যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে । |
| 08:40 | স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে |
| 08:42 | স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে । |
| 08:45 | যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । |
| 08:50 | আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । |
| 08:58 | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ । |
| 09:03 | এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে |
| 09:11 | এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে |
| 09:23 | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ। |