Difference between revisions of "LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Assamese"
From Script | Spoken-Tutorial
(2 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
− | |||
− | |||
− | |||
{| border=1 | {| border=1 | ||
|| '''Time''' | || '''Time''' | ||
Line 7: | Line 4: | ||
|- | |- | ||
− | || 00: 00 | + | || 00:00 |
|| নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম. | || নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম. | ||
|- | |- | ||
− | || 00: 06 | + | || 00:06 |
|| এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম: | || এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম: | ||
|- | |- | ||
− | || 00: 10 | + | || 00:10 |
|| ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে. | || ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে. | ||
|- | |- | ||
− | || 00: 13 | + | || 00:13 |
|| কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়. | || কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়. | ||
|- | |- | ||
− | || 00: 17 | + | || 00:17 |
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো. | || ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো. | ||
|- | |- | ||
− | || 00: 29 | + | || 00:29 |
|| LibreOffice ক্যালকে আপোনাক | || LibreOffice ক্যালকে আপোনাক | ||
|- | |- | ||
− | || 00: | + | || 00:33 |
|| অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা | || অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা | ||
|- | |- | ||
− | || 00: 37 | + | || 00:37 |
|| এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে | || এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে | ||
|- | |- | ||
− | || 00: 44 | + | || 00:44 |
|| “Personal-Finance-Tracker.ods” খোলো | || “Personal-Finance-Tracker.ods” খোলো | ||
|- | |- | ||
− | || 00: 49 | + | || 00:49 |
||আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. | ||আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. | ||
|- | |- | ||
− | || 00: 55 | + | || 00:55 |
|| মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো. | || মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো. | ||
|- | |- | ||
− | || 01: 04 | + | || 01:04 |
|| এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো. | || এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো. | ||
|- | |- | ||
− | || 01: 11 | + | || 01:11 |
|| C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”. | || C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”. | ||
|- | |- | ||
− | || 01: 24 | + | || 01:24 |
|| তাৰপিছত " “Enter” " কি টিপক. | || তাৰপিছত " “Enter” " কি টিপক. | ||
|- | |- | ||
− | || 01: 27 | + | || 01:27 |
|| D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক . | || D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক . | ||
|- | |- | ||
− | || 01: 36 | + | || 01:36 |
||এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব. | ||এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব. | ||
|- | |- | ||
− | || 01: 45 | + | || 01:45 |
|| "শিট 2" ট্যাবত ক্লিক কৰক. | || "শিট 2" ট্যাবত ক্লিক কৰক. | ||
|- | |- | ||
− | || 01: 48 | + | || 01:48 |
|| এই নতুন শীট প্রর্দশিত হব. | || এই নতুন শীট প্রর্দশিত হব. | ||
|- | |- | ||
− | || 01: 51 | + | || 01:51 |
|| এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক. | || এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক. | ||
|- | |- | ||
− | || 02: 00 | + | || 02:00 |
||B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক. | ||B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক. | ||
|- | |- | ||
− | || 02: 07 | + | || 02:07 |
|| এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক. | || এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক. | ||
|- | |- | ||
− | || 02: 12 | + | || 02:12 |
|| A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক | || A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক | ||
|- | |- | ||
− | || 02: 19 | + | || 02:19 |
|| " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক. | || " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক. | ||
|- | |- | ||
− | || 02: 27 | + | || 02:27 |
|| এতিয়া, খালি চেল B3ত ক্লিক কৰক. | || এতিয়া, খালি চেল B3ত ক্লিক কৰক. | ||
|- | |- | ||
− | || 02: 31 | + | || 02:31 |
|| “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব | || “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব | ||
|- | |- | ||
− | || 02: 38 | + | || 02:38 |
|| যি আমি "“Sheet 1” ত গণনা কৰো. | || যি আমি "“Sheet 1” ত গণনা কৰো. | ||
|- | |- | ||
− | || 02: 41 | + | || 02:41 |
|| এইটো উল্লেখিত কৰি কৰা হয়. | || এইটো উল্লেখিত কৰি কৰা হয়. | ||
|- | |- | ||
− | || 02: 44 | + | || 02:44 |
||চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক. | ||চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক. | ||
|- | |- | ||
− | || 02: 53 | + | || 02:53 |
|| এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক. | || এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক. | ||
|- | |- | ||
− | || 02: 59 | + | || 02:59 |
|| এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে | || এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে | ||
|- | |- | ||
− | || 03: 07 | + | || 03:07 |
|| মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়. | || মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়. | ||
|- | |- | ||
− | || 03: 15 | + | || 03:15 |
|| এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক. | || এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক. | ||
|- | |- | ||
− | || 03: 20 | + | || 03:20 |
− | || মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে | + | || মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়. |
− | “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়. | + | |
|- | |- | ||
− | || 03: 34 | + | || 03:34 |
|| একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো. | || একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো. | ||
|- | |- | ||
− | || 03: 41 | + | || 03:41 |
|| যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়. | || যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়. | ||
|- | |- | ||
− | || 03: 49 | + | || 03:49 |
|| এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো. | || এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো. | ||
|- | |- | ||
− | || 03: 55 | + | || 03:55 |
− | || আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে | + | || আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ বিভিন্ন ফাইল লৈ বাআৰু ওয়েব সাইটৰলৈয়ো. |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | || 04: 06 | + | || 04:06 |
|| “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে. | || “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে. | ||
|- | |- | ||
− | || 04: 17 | + | || 04:17 |
|| আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো | || আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো | ||
|- | |- | ||
− | || 04: 22 | + | || 04:22 |
|| প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক. | || প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক. | ||
|- | |- | ||
− | || 04: 25 | + | || 04:25 |
|| ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক. | || ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক. | ||
|- | |- | ||
− | || 04: 33 | + | || 04:33 |
|| আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে | || আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে | ||
|- | |- | ||
− | || 04: 38 | + | || 04:38 |
||এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক | ||এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক | ||
|- | |- | ||
− | || 04: 44 | + | || 04:44 |
|| টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক. | || টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক. | ||
|- | |- | ||
− | || 04: 51 | + | || 04:51 |
|| “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়. | || “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়. | ||
|- | |- | ||
− | || 04: 55 | + | || 04:55 |
|| বাও ফালে, “Document” বিকল্প নির্বাচন কৰক. | || বাও ফালে, “Document” বিকল্প নির্বাচন কৰক. | ||
|- | |- | ||
− | || 04: 59 | + | || 04:59 |
||ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক | ||ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক | ||
|- | |- | ||
− | || 05: 04 | + | || 05:04 |
|| এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়. | || এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়. | ||
|- | |- | ||
− | || 05: 08 | + | || 05:08 |
|| এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক. | || এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক. | ||
|- | |- | ||
− | || 05: 13 | + | || 05:13 |
|| ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক. | || ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক. | ||
|- | |- | ||
− | || 05: 18 | + | || 05:18 |
|| এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. | || এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | || 05: 24 | + | || 05:24 |
|| এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. | || এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. | ||
|- | |- | ||
− | || 05: 32 | + | || 05:32 |
|| “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে | | || “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে | | ||
|- | |- | ||
− | || 05: 40 | + | || 05:40 |
||এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো | ||এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো | ||
|- | |- | ||
− | ||05: 51 | + | ||05:51 |
|| আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো! | || আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো! | ||
|- | |- | ||
− | || 05: 55 | + | || 05:55 |
|| হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক. | || হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক. | ||
|- | |- | ||
− | || 06: 01 | + | || 06:01 |
|| এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক. | || এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক. | ||
|- | |- | ||
− | || 06: 09 | + | || 06:09 |
|| টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই. | || টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই. | ||
|- | |- | ||
− | || 06: 12 | + | || 06:12 |
|| এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়. | || এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়. | ||
|- | |- | ||
− | || 06: 16 | + | || 06:16 |
|| আমি পৰিবর্তনবোৰ বাতিল কৰো. | || আমি পৰিবর্তনবোৰ বাতিল কৰো. | ||
|- | |- | ||
− | || 06: 20 | + | || 06:20 |
|| ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো. | || ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো. | ||
|- | |- | ||
− | || 06: 25 | + | || 06:25 |
||সংক্ষেপ কৰো, আমি শিকিলো : | ||সংক্ষেপ কৰো, আমি শিকিলো : | ||
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা . | ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা . | ||
|- | |- | ||
− | || 06: 31 | + | || 06:31 |
||ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা | ||ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা | ||
|- | |- |
Latest revision as of 16:58, 27 February 2017
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম: |
00:10 | ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে. |
00:13 | কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়. |
00:17 | ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো. |
00:29 | LibreOffice ক্যালকে আপোনাক |
00:33 | অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা |
00:37 | এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে |
00:44 | “Personal-Finance-Tracker.ods” খোলো |
00:49 | আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. |
00:55 | মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো. |
01:04 | এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো. |
01:11 | C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”. |
01:24 | তাৰপিছত " “Enter” " কি টিপক. |
01:27 | D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক . |
01:36 | এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব. |
01:45 | "শিট 2" ট্যাবত ক্লিক কৰক. |
01:48 | এই নতুন শীট প্রর্দশিত হব. |
01:51 | এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক. |
02:00 | B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক. |
02:07 | এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক. |
02:12 | A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক |
02:19 | " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক. |
02:27 | এতিয়া, খালি চেল B3ত ক্লিক কৰক. |
02:31 | “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব |
02:38 | যি আমি "“Sheet 1” ত গণনা কৰো. |
02:41 | এইটো উল্লেখিত কৰি কৰা হয়. |
02:44 | চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক. |
02:53 | এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক. |
02:59 | এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে |
03:07 | মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়. |
03:15 | এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক. |
03:20 | মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়. |
03:34 | একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো. |
03:41 | যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়. |
03:49 | এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো. |
03:55 | আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ বিভিন্ন ফাইল লৈ বাআৰু ওয়েব সাইটৰলৈয়ো. |
04:06 | “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে. |
04:17 | আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো |
04:22 | প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক. |
04:25 | ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক. |
04:33 | আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে |
04:38 | এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক |
04:44 | টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক. |
04:51 | “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়. |
04:55 | বাও ফালে, “Document” বিকল্প নির্বাচন কৰক. |
04:59 | ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক |
05:04 | এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়. |
05:08 | এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক. |
05:13 | ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক. |
05:18 | এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. |
05:24 | এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. |
05:32 | “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে | |
05:40 | এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো |
05:51 | আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো! |
05:55 | হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক. |
06:01 | এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক. |
06:09 | টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই. |
06:12 | এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়. |
06:16 | আমি পৰিবর্তনবোৰ বাতিল কৰো. |
06:20 | ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো. |
06:25 | সংক্ষেপ কৰো, আমি শিকিলো :
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা . |
06:31 | ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা |
06:36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
06:40 | স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:43 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06:47 | স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
06:52 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
06:56 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:03 | স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:07 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:15 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07:25 | এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |