Difference between revisions of "LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(4 intermediate revisions by 2 users not shown)
Line 1: Line 1:
'''Resources for recording'''
 
[[Media:LinkinginCalc.zip |Linking in Calc]]
 
 
 
{| border=1
 
{| border=1
 
|| '''Time'''
 
|| '''Time'''
Line 7: Line 4:
  
 
|-
 
|-
|| 00: 00  
+
|| 00:00
|| LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
+
|| নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
  
 
|-
 
|-
|| 00: 06  
+
|| 00:06
|| এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:  
+
|| এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:
  
 
|-
 
|-
|| 00: 10  
+
|| 00:10
||  ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.  
+
|| ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.
  
 
|-
 
|-
|| 00: 13  
+
|| 00:13
|| কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.  
+
|| কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.
  
 
|-
 
|-
|| 00: 17  
+
|| 00:17
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসেবে  আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4  ব্যবহাৰ কৰিছো.  
+
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে  আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4  ব্যবহাৰ কৰিছো.
  
 
|-
 
|-
|| 00: 29  
+
|| 00:29
|| LibreOffice ক্যালকে আপোনাক 
+
|| LibreOffice ক্যালকে আপোনাক 
  
 
|-
 
|-
|| 00: 033
+
|| 00:33
|| অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা  
+
|| অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা
  
 
|-
 
|-
|| 00: 37  
+
|| 00:37
|| এটা সেল অন্য শীটৰ পৰা
+
|| এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে
আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে  
+
  
 
|-
 
|-
|| 00: 44  
+
|| 00:44
 
|| “Personal-Finance-Tracker.ods” খোলো
 
|| “Personal-Finance-Tracker.ods” খোলো
  
 
|-
 
|-
|| 00: 49  
+
|| 00:49
||আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. 
+
||আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে.
  
 
|-
 
|-
|| 00: 55  
+
|| 00:55
|| মই  “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.  
+
|| মই  “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.
  
 
|-
 
|-
|| 01: 04  
+
|| 01:04
|| এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.  
+
|| এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.
  
 
|-
 
|-
|| 01: 11  
+
|| 01:11
 
|| C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
 
|| C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
  
 
|-
 
|-
|| 01: 24  
+
|| 01:24
|| তাৰপিছত " “Enter” " কি টিপক.  
+
|| তাৰপিছত " “Enter” " কি টিপক.
  
 
|-
 
|-
|| 01: 27  
+
|| 01:27
|| D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক  .  
+
|| D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক  .
  
 
|-
 
|-
|| 01: 36  
+
|| 01:36
||এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” and “Spent”আৰু সেল উল্লেখ কৰে এটা  "ব্যয়" এৰ অধীনে মোট ভাৰসাম্য প্রদর্শন কৰা হব.  
+
||এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব.
  
 
|-
 
|-
|| 01: 45  
+
|| 01:45
|| এৰ "শিট 2" ট্যাবে ক্লিক কৰক.  
+
|| "শিট 2" ট্যাবত ক্লিক কৰক.
  
 
|-
 
|-
|| 01: 48  
+
|| 01:48
|| এই নতুন শীট প্রর্দশিত হব.  
+
|| এই নতুন শীট প্রর্দশিত হব.
  
 
|-
 
|-
|| 01: 51  
+
|| 01:51
|| এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT”শিৰোনাম টাইপ কৰক.  
+
|| এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক.
 
+
 
|-
 
|-
|| 02: 00  
+
|| 02:00
||B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.  
+
||B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.
 
|-
 
|-
|| 02: 07  
+
|| 02:07
|| এতিয়া,  শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.  
+
|| এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.
 
|-
 
|-
|| 02: 12  
+
|| 02:12
 
|| A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
 
|| A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
 
 
|-
 
|-
|| 02: 19  
+
|| 02:19
|| " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.  
+
|| " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.
 
|-
 
|-
|| 02: 27  
+
|| 02:27
|| এতিয়া, খালি চেল B3ত ক্লিক কৰক.  
+
|| এতিয়া, খালি চেল B3ত ক্লিক কৰক.
 
+
 
|-
 
|-
|| 02: 31  
+
|| 02:31
|| “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
+
|| “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
 
|-
 
|-
|| 02: 38  
+
|| 02:38
|| যি আমি "“Sheet 1” ত গণনা কৰো.  
+
|| যি আমি "“Sheet 1” ত গণনা কৰো.
 
+
 
|-
 
|-
|| 02: 41  
+
|| 02:41
|| এইটো উল্লেখিত কৰি কৰা হয়.  
+
|| এইটো উল্লেখিত কৰি কৰা হয়.
  
 
|-
 
|-
|| 02: 44  
+
|| 02:44
||চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী  “equal to” সাইনত ক্লিক কৰক.  
+
||চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী  “equal to” সাইনত ক্লিক কৰক.
  
 
|-
 
|-
|| 02: 53  
+
|| 02:53
|| এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.  
+
|| এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.
  
 
|-
 
|-
|| 02: 59  
+
|| 02:59
 
|| এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে   
 
|| এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে   
  
 
|-
 
|-
|| 03: 07  
+
|| 03:07
|| মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.  
+
|| মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.
  
 
|-
 
|-
|| 03: 15  
+
|| 03:15
|| এতিয়া  "Input line”ৰ  পিছত থকা চেক চিহ্নত ক্লিক কৰক.  
+
|| এতিয়া  "Input line”ৰ  পিছত থকা চেক চিহ্নত ক্লিক কৰক.
  
 
|-
 
|-
|| 03: 20  
+
|| 03:20
|| মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে  
+
|| মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.
“Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.
+
  
 
|-
 
|-
|| 03: 34  
+
|| 03:34
 
|| একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
 
|| একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
  
 
|-
 
|-
|| 03: 41  
+
|| 03:41
|| যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
+
|| যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
  
 
|-
 
|-
|| 03: 49 
+
|| 03:49 
|| এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.  
+
|| এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.
  
 
|-
 
|-
|| 03: 55  
+
|| 03:55
|| আপোনি  হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
+
|| আপোনি  হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ বিভিন্ন ফাইল লৈ বাআৰু ওয়েব সাইটৰলৈয়ো.
 
+
* এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ  
+
 
+
* বিভিন্ন ফাইল লৈ বা
+
 
+
* আৰু ওয়েব সাইটৰলৈয়ো.  
+
  
 
|-
 
|-
|| 04: 06  
+
|| 04:06
|| “Personal-Finance-Tracker.ods”ত  personal finance tracker, Sheet 1” ত আছে আৰু  বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.  
+
|| “Personal-Finance-Tracker.ods”ত  personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.
  
 
|-
 
|-
|| 04: 17  
+
|| 04:17
|| আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো  
+
|| আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো
  
 
|-
 
|-
|| 04: 22  
+
|| 04:22
|| প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.  
+
|| প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.
  
 
|-
 
|-
|| 04: 25  
+
|| 04:25
|| ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.  
+
|| ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.
  
 
|-
 
|-
|| 04: 33  
+
|| 04:33
 
|| আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
 
|| আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
  
 
|-
 
|-
|| 04: 38  
+
|| 04:38
||এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক 
+
||এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক 
  
 
|-
 
|-
|| 04: 44  
+
|| 04:44
|| টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.  
+
|| টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.
  
 
|-
 
|-
|| 04: 51  
+
|| 04:51
|| “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.  
+
|| “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.
  
 
|-
 
|-
|| 04: 55  
+
|| 04:55
|| বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.  
+
|| বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.
  
 
|-
 
|-
|| 04: 59  
+
|| 04:59
||ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক 
+
||ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক 
  
 
|-
 
|-
|| 05: 04  
+
|| 05:04
|| এটা নতুন " “Target in document”ডায়লগ বক্স প্রদর্শিত হয়.  
+
|| এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়.
  
 
|-
 
|-
|| 05: 08  
+
|| 05:08
|| এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.  
+
|| এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 13  
+
|| 05:13
|| ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.  
+
|| ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 18  
+
|| 05:18
|| এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.  
+
|| এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 24  
+
|| 05:24
|| এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.  
+
|| এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 32  
+
|| 05:32
|| “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |  
+
|| “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |
 
|-
 
|-
|| 05: 40  
+
|| 05:40
||এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই  আমাক সেই  শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
+
||এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই  আমাক সেই  শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
 
|-
 
|-
||05: 51  
+
||05:51
|| আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!  
+
|| আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!
 
+
 
|-
 
|-
|| 05: 55  
+
|| 05:55
|| হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.  
+
|| হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.
  
 
|-
 
|-
|| 06: 01  
+
|| 06:01
|| এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.  
+
|| এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.
  
 
|-
 
|-
|| 06: 09  
+
|| 06:09
|| টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.  
+
|| টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.
  
 
|-
 
|-
|| 06: 12  
+
|| 06:12
|| এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.  
+
|| এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.
  
 
|-
 
|-
|| 06: 16  
+
|| 06:16
|| আমি পৰিবর্তনবোৰ  বাতিল কৰা যাওক.  
+
|| আমি পৰিবর্তনবোৰ  বাতিল কৰো.
  
 
|-
 
|-
|| 06: 20  
+
|| 06:20
|| ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.  
+
|| ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.
  
 
|-
 
|-
|| 06: 25  
+
|| 06:25
||সংক্ষেপ কৰো, আমি  শিকিলো :  
+
||সংক্ষেপ কৰো, আমি  শিকিলো :
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .  
+
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .
  
 
|-
 
|-
|| 06: 31  
+
|| 06:31
||ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা  
+
||ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা
 
|-
 
|-
 
||06:36
 
||06:36
Line 266: Line 250:
 
|-
 
|-
 
||06:40
 
||06:40
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে  
+
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
Line 274: Line 258:
 
|-
 
|-
 
||06:47
 
||06:47
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|-
 
|-
 
||06:52
 
||06:52
Line 285: Line 269:
 
|-
 
|-
 
||07:03
 
||07:03
||স্পকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
||স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
Line 297: Line 281:
 
|-
 
|-
 
||07:25
 
||07:25
|এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই  অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
+
|এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই  অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
+
যোগদানৰ বাবে ধন্যবাদ।
+

Latest revision as of 16:58, 27 February 2017

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:
00:10 ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.
00:13 কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.
00:17 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো.
00:29 LibreOffice ক্যালকে আপোনাক
00:33 অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা
00:37 এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে
00:44 “Personal-Finance-Tracker.ods” খোলো
00:49 আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে.
00:55 মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.
01:04 এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.
01:11 C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
01:24 তাৰপিছত " “Enter” " কি টিপক.
01:27 D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক .
01:36 এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব.
01:45 "শিট 2" ট্যাবত ক্লিক কৰক.
01:48 এই নতুন শীট প্রর্দশিত হব.
01:51 এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক.
02:00 B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.
02:07 এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.
02:12 A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
02:19 " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.
02:27 এতিয়া, খালি চেল B3ত ক্লিক কৰক.
02:31 “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
02:38 যি আমি "“Sheet 1” ত গণনা কৰো.
02:41 এইটো উল্লেখিত কৰি কৰা হয়.
02:44 চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক.
02:53 এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.
02:59 এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে
03:07 মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.
03:15 এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক.
03:20 মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.
03:34 একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
03:41 যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
03:49 এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.
03:55 আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ বিভিন্ন ফাইল লৈ বাআৰু ওয়েব সাইটৰলৈয়ো.
04:06 “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.
04:17 আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো
04:22 প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.
04:25 ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.
04:33 আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
04:38 এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক
04:44 টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.
04:51 “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.
04:55 বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.
04:59 ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক
05:04 এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়.
05:08 এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.
05:13 ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.
05:18 এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05:24 এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05:32 “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |
05:40 এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
05:51 আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!
05:55 হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.
06:01 এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.
06:09 টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.
06:12 এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.
06:16 আমি পৰিবর্তনবোৰ বাতিল কৰো.
06:20 ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.
06:25 সংক্ষেপ কৰো, আমি শিকিলো :

ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .

06:31 ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা
06:36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
06:40 স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:43 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:47 স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:52 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:56 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:03 স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:07 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:25 এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble