Difference between revisions of "LibreOffice-Suite-Calc/C3/Images-and-Graphics/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 4: Line 4:
 
|-
 
|-
 
|| 00:00
 
|| 00:00
|| LibreOffice ক্যালকত চিত্র যোগ কৰা সংক্রান্তৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
+
|| নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত চিত্র যোগ কৰা সংক্রান্তৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
 
|-
 
|-
 
|| 00:06
 
|| 00:06
Line 10: Line 10:
 
|-
 
|-
 
|| 00:09
 
|| 00:09
|| এটা ডকিউমেন্টত ছবিৰ ফাইল যোগ কৰা |
+
|| এটা ডকিউমেন্টত ছবিৰ ফাইল যোগ কৰা |
 
|-
 
|-
 
|| 00:13
 
|| 00:13
Line 16: Line 16:
 
|-
 
|-
 
|| 00:19
 
|| 00:19
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্ক ৰণ 10.04 আৰু LibreOffice সংকলন সংস্ক ৰণ 3.3.4 ব্যবহা ৰ কৰিছো |
+
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্ক ৰণ 10.04 আৰু LibreOffice সংকলন সংস্ক ৰণ 3.3.4 ব্যবহাৰ কৰিছো |
 
|-
 
|-
 
|| 00:28
 
|| 00:28
 
|| এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়,
 
|| এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়,
* এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি  
+
এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি
* এটা গ্রাফিক্স প্রোগ্রামৰ পৰা,
+
এটা গ্রাফিক্স প্রোগ্রামৰ পৰা,
* এটা ক্লিপবোর্ড ৰ সাহায্যে বা
+
এটা ক্লিপবোর্ডৰ সাহায্যে বা
* গ্যালাৰিৰ পৰা |
+
গ্যালাৰিৰ পৰা |
 
|-
 
|-
 
|| 00:39
 
|| 00:39
Line 41: Line 41:
 
|-
 
|-
 
|| 00:59
 
|| 00:59
|| যদি এটা ছবি ইতিমধেয় আপোনাৰ কম্পিউটাৰত সংৰক্ষন কৰা হৈ আছে তেনেহলে আপোনি  "Insert " ত ক্লিক কৰি ইয়াক সন্নিবেষ কৰিব পাৰি |
+
|| যদি এটা ছবি ইতিমধেয় আপোনাৰ কম্পিউটাৰত সংৰক্ষন কৰা হৈ আছে তেনেহলে আপোনি  "Insert " ত ক্লিক কৰি ইয়াক সন্নিবেষ কৰিব পাৰি |
 
|-
 
|-
 
|| 01:06
 
|| 01:06
Line 47: Line 47:
 
|-
 
|-
 
|| 01:10
 
|| 01:10
|| এতিয়া আপোনি সন্নিবেশ কৰিব বিচৰা সেই ছবিটো খুঁজক |
+
|| এতিয়া আপোনি সন্নিবেশ কৰিব বিচৰা সেই ছবিটো খুঁজক |
 
|-
 
|-
 
|| 01:14
 
|| 01:14
||ইতিমধেয় মই ডেস্কটপত থকা “Images ” নামৰ এটা ফোল্ডাৰত কিছু চিত্র সৰক্ষিত কৰি ৰাখিছো |
+
||ইতিমধেয় মই ডেস্কটপত থকা “Images ” নামৰ এটা ফোল্ডাৰত কিছু চিত্র সংৰক্ষিত কৰি ৰাখিছো |
 
|-
 
|-
 
|| 01:20
 
|| 01:20
Line 62: Line 62:
 
|-
 
|-
 
|| 01:31
 
|| 01:31
|| মন কৰক যে চিত্রটি  স্প্রেডশীটত প্রদর্শিত হৈছে|
+
|| মন কৰক যে চিত্রটি স্প্রেডশীটত প্রদর্শিত হৈছে|
 
|-
 
|-
 
|| 01:38
 
|| 01:38
|| এইবা ইয়াক লিঙ্ক বা সংযোগ কৰি অন্য এটা ছবি সন্নিবেশ কৰা যাওক |
+
|| এইবাৰ ইয়াক লিঙ্ক বা সংযোগ কৰি অন্য এটা ছবি সন্নিবেশ কৰা যাওক |
 
|-
 
|-
 
|| 01:42
 
|| 01:42
Line 71: Line 71:
 
|-
 
|-
 
|| 01:45
 
|| 01:45
|| এতিয়া,  “Insert” আৰু “Picture”ৰত ক্লিক কৰো আৰু  “From File” নির্বাচন কৰক| এইবাৰ অন্য চিত্র এটা নির্বাচন কৰা যাওক |
+
|| এতিয়া, “Insert” আৰু “Picture”ৰত ক্লিক কৰো আৰু  “From File” নির্বাচন কৰক| এইবাৰ অন্য চিত্র এটা নির্বাচন কৰা যাওক |
 
|-
 
|-
 
|| 01:55
 
|| 01:55
Line 77: Line 77:
 
|-
 
|-
 
|| 01:58
 
|| 01:58
|| আপোনাৰ ডকিউমেন্টত চিত্রটি লিঙ্ক বা সংযুক্ত ক ৰিবলৈ “Link”" বিকল্পতো ছেক কৰক আৰু “Open”ত ক্লিক কৰক ।
+
|| আপোনাৰ ডকিউমেন্টত চিত্রটি লিঙ্ক বা সংযুক্ত কৰিবলৈ “Link”" বিকল্পতো ছেক কৰক আৰু “Open”ত ক্লিক কৰক ।
 
|-
 
|-
 
|| 02:05
 
|| 02:05
Line 86: Line 86:
 
|-
 
|-
 
|| 02:15
 
|| 02:15
|| সংযোগ স্থাপন আসলতে কি? 
+
|| সংযোগ স্থাপন আসলতে কি?  
 
|-
 
|-
 
|| 02:17
 
|| 02:17
 
|| যেতিয়া আমি স্প্রেডশীটত সংযোগ কৰো:
 
|| যেতিয়া আমি স্প্রেডশীটত সংযোগ কৰো:
প্রথমতে, স্প্রেডশীট সংৰক্ষণ কৰাৰ সময়ত ইয়াৰ মাপ কমি যায়  
+
প্রথমতে, স্প্রেডশীট সংৰক্ষণ কৰাৰ সময়ত ইয়াৰ মাপ কমি যায়
 
|-
 
|-
 
|| 02:23
 
|| 02:23
Line 102: Line 102:
 
|-
 
|-
 
|| 02:39
 
|| 02:39
|| আমি  grayscale-ফাইলত  সংযোগ হৈ থকা "Image 2" ৰ ৰঙ পৰিবর্তন কৰো |  
+
|| আমি  grayscale-ফাইলত  সংযোগ হৈ থকা "Image 2" ৰ ৰঙ পৰিবর্তন কৰো |
 
|-
 
|-
 
|| 02:46
 
|| 02:46
|| আমি এই চিত্রটো সম্পাদক কৰিবলৈ চিত্র সম্পাদনা GIMP ব্যবহাৰ কৰিছো |
+
|| আমি এই চিত্রটো সম্পাদক কৰিবলৈ চিত্র সম্পাদনা GIMP ব্যবহাৰ কৰিছো |
 
|-
 
|-
 
|| 02:50
 
|| 02:50
Line 126: Line 126:
 
|-
 
|-
 
|| 03:13
 
|| 03:13
|| এতিয়া ছবিটো ৰঙিনৰ পৰা greyscaleলৈ পৰিবর্তন  কৰা যাওক |
+
|| এতিয়া ছবিটো ৰঙিনৰ পৰা greyscaleলৈ পৰিবর্তন  কৰা যাওক |
 
|-
 
|-
 
|| 03:18
 
|| 03:18
Line 144: Line 144:
 
|-
 
|-
 
|| 03:44
 
|| 03:44
|| যাৰ অর্থ হৈছে, আপোনি সকলো সময়তে ফাইল দুটা সংৰক্ষিত হৈ থকা অবস্হানক চাই থাকিব লাগিব  ।
+
|| যাৰ অর্থ হৈছে, আপোনি সকলো সময়তে ফাইল দুটা সংৰক্ষিত হৈ থকা অবস্হানক চাই থাকিব লাগিব.
 
|-
 
|-
 
|| 03:52
 
|| 03:52
Line 150: Line 150:
 
|-
 
|-
 
|| 03:58
 
|| 03:58
|| এটা স্প্রেডশীটত ছবি ভৰোৱা আৰু এটা পদ্ধতি হল, আপোনি সেই ফোল্ডাৰ পৰা ছবিটিক টানি আনা 
+
|| এটা স্প্রেডশীটত ছবি ভৰোৱা আৰু এটা পদ্ধতি হল, আপোনি সেই ফোল্ডাৰ পৰা ছবিটিক টানি আনা .
 
|-
 
|-
 
|| 04:05
 
|| 04:05
|| যত আপোনি ছবিটোক সংৰক্ষণ কৰিছিলে আৰু আপোনাৰ স্প্রেডশীটত বহুৱাইছিলে|
+
|| যত আপোনি ছবিটোক সংৰক্ষণ কৰিছিলে আৰু আপোনাৰ স্প্রেডশীটত বহুৱাইছিলে|
 
|-
 
|-
 
|| 04:09
 
|| 04:09
|| আমি ছবি এটাক টানি আনি আৰু বহুৱাও |
+
|| আমি ছবি এটাক টানি আনি আৰু বহুৱাও |
 
|-
 
|-
 
|| 04:12
 
|| 04:12
||এতিয়া ছবি ফাইলটোক প্রত্যক্ষভাবে টানি আনি আপোনাৰ স্প্রেডশীটত অাপোনি বিছৰা জেগাটোত বহুৱাওক
+
||এতিয়া ছবি ফাইলটোক প্রত্যক্ষভাবে টানি আনি আপোনাৰ স্প্রেডশীটত অাপোনি বিছৰা জেগাটোত বহুৱাওক.
 
|-
 
|-
 
|| 04:19
 
|| 04:19
Line 165: Line 165:
 
|-
 
|-
 
|| 04:23
 
|| 04:23
|| Ctrl আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক |  
+
|| Ctrl আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক |
 
|-
 
|-
 
|| 04:29
 
|| 04:29
Line 172: Line 172:
 
|| 04:34
 
|| 04:34
 
|| এইটো খুব সহজ!
 
|| এইটো খুব সহজ!
ছবিটো স্প্রেডশীটত টানি আনাৰ সময়ত 
+
ছবিটো স্প্রেডশীটত টানি আনাৰ সময়ত
 
|-
 
|-
 
||04:40
 
||04:40
Line 181: Line 181:
 
|-
 
|-
 
|| 04:48
 
|| 04:48
|| এই ক্যালক ফাইলটো CTRL আৰু S কিচ একেলগে টিপি সংৰক্ষণ কৰো |
+
|| এই ক্যালক ফাইলটো CTRL আৰু S কি একেলগে টিপি সংৰক্ষণ কৰো |
 
|-
 
|-
 
|| 04:54
 
|| 04:54
 
|| এবাৰ  এই ফাইলটি  বন্ধ কৰক |
 
|| এবাৰ  এই ফাইলটি  বন্ধ কৰক |
|-
 
|| 03:58
 
|| এটা স্প্রেডশীটত ছবি ভৰোৱাৰ আৰুএটা পদ্ধতি হল, আপোনি ছবিটিক ফোল্ডাৰ পৰা টানি আনা |
 
|-
 
|| 04:05
 
|| যত আপোনি ছবিটোক সংৰক্ষিত কৰি ৰাখিছে আৰু ইয়াক আপনাৰ স্প্রেডশীটত বহাওক|
 
|-
 
|| 04:09
 
|| আমি এটা ছবিক টানি আনি বহাও |
 
|-
 
|| 04:12
 
||এতিয়া সেই ছবি ফাইলক আপোনাৰ স্প্রেডশীটত আপোনি বিছৰা যিকোনো জাগাত টানি আনি বহাওক |
 
|-
 
|| 04:19
 
|| আপোনি দেখিব যে ছবিটো আপোনা ৰ ডকিউমেন্টত যুক্ত হৈ গৈছে |
 
|-
 
|| 04:23
 
|| ইয়াক  Ctrl আৰু Z টিপি পূর্বাবস্থানলৈ লৈ যোৱা যাওক |
 
|-
 
|| 04:29
 
|| এতিয়া টানি অনা আৰু বহুৱাৰ পদ্ধতি (drag and drop method) ব্যবহাৰ কৰি এটা ছবি সংযোগ কৰা যাওক 
 
|-
 
|| 04:34
 
|| এইটোও খুব সহজ!
 
ছবিটি স্প্রেডশীটলৈ টানি আনাৰ সময়ত,
 
|-
 
||04:40
 
||“Control” আৰু “Shift”কী টিপি ধৰি ৰাখক
 
|-
 
|| 04:44
 
||এতিয়া ছবিৰ ফাইলটো এই ডকিউমেন্টত সংযুক্ত হৈ আছে |
 
|-
 
|| 04:48
 
|| এই ক্যালক ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl আৰু S একেলগে টিপক |
 
|-
 
|| 04:54
 
|| এইবাৰ এই ফাইলটো বন্ধ কৰক |
 
 
|-
 
|-
 
|| 04:58
 
|| 04:58
 
|| এতিয়া সেই ছবিটো থকা ফোল্ডাৰলৈ যাও |
 
|| এতিয়া সেই ছবিটো থকা ফোল্ডাৰলৈ যাও |
 
 
|-
 
|-
 
|| 05:02
 
|| 05:02
|| আমি "“Image 3.jpg” নামৰ ফাইলটোক পূণনামাকৰন কৰো যি আমি “Image4.jpg লৈ ফাইলটোক সংযোগ কৰিছিলো  
+
|| আমি "“Image 3.jpg” নামৰ ফাইলটোক পূণনামাকৰন কৰো যি আমি “Image4.jpg লৈ ফাইলটোক সংযোগ কৰিছিলো
 
|-
 
|-
 
|| 05:12
 
|| 05:12
Line 243: Line 205:
 
|-
 
|-
 
|| 05:28
 
|| 05:28
|| এই টিউটোৰিয়েলটি এতিয়া কিছু সময়ৰ বাবে বন্ধ কৰক আৰু এই অনুশীলনীটি কৰক |  
+
|| এই টিউটোৰিয়েলটি এতিয়া কিছু সময়ৰ বাবে বন্ধ কৰক আৰু এই অনুশীলনীটি কৰক |
 
|-
 
|-
 
|| 05:32
 
|| 05:32
Line 249: Line 211:
 
|-
 
|-
 
|| 05:38
 
|| 05:38
|| এতিয়া, সেই ফোল্ডাৰলৈ যাওক যত ছবিটি সংৰক্ষিত হৈ আছে আৰু ছবিটোক মুছি দিয়ক |
+
|| এতিয়া, সেই ফোল্ডাৰলৈ যাওক যত ছবিটি সংৰক্ষিত হৈ আছে আৰু ছবিটোক মুছি দিয়ক |
 
|-
 
|-
 
|| 05:43
 
|| 05:43
Line 255: Line 217:
 
|-
 
|-
 
|| 05:49
 
|| 05:49
|| এতিয়া ইমেজ ফোল্ডাৰ পিছত ছবিটো পেস্ট কৰক |  
+
|| এতিয়া ইমেজ ফোল্ডাৰ পিছত ছবিটো পেস্ট কৰক |
 
|-
 
|-
 
|| 05:53
 
|| 05:53
Line 261: Line 223:
 
|-
 
|-
 
|| 05:57
 
|| 05:57
||" “Standard”  টুলবাৰৰ তলত এটা নতুন টুলবাৰ আছে |
+
||" “Standard”  টুলবাৰৰ তলত এটা নতুন টুলবাৰ আছে |
 
|-
 
|-
 
|| 06:02
 
|| 06:02
|| এইটো হল " “Picture”" টুলবা ৰ |
+
|| এইটো হল " “Picture”" টুলবাৰ |
 
|-
 
|-
 
|| 06:04
 
|| 06:04
|ছবিৰ চেহাৰা পৰিবর্তন কৰিবলৈ "“Picture”" টুলবাৰৰ উপৰত  বাও ফালে থকা "Filter" বোতামে বিভিন্ন বিকল্প উপলব্ধ দিয়ে.
+
|ছবিৰ চেহাৰা পৰিবর্তন কৰিবলৈ "“Picture”" টুলবাৰৰ উপৰত  বাও ফালে থকা "Filter" বোতামে বিভিন্ন বিকল্প উপলব্ধ দিয়ে.
 
|-
 
|-
 
|| 06:13
 
|| 06:13
Line 276: Line 238:
 
|-
 
|-
 
|| 06:26
 
|| 06:26
||"“Picture” " টুলবাৰত অন্যান্য বিকল্পবোৰ আছে যি আমি পিছলৈ আলোচনা কৰিম |
+
||"“Picture” " টুলবাৰত অন্যান্য বিকল্পবোৰ আছে যি আমি পিছলৈ আলোচনা কৰিম |
 
|-
 
|-
 
|| 06:32
 
|| 06:32
|| ইয়াৰ পিছত, এটা ক্লিপবোর্ডৰ পৰা চিত্র সন্নিবেশ কৰা শিকা যাওক
+
|| ইয়াৰ পিছত, এটা ক্লিপবোর্ডৰ পৰা চিত্র সন্নিবেশ কৰা শিকা যাওক.
 
|-
 
|-
 
|| 06:37
 
|| 06:37
|| আপোনি ক্লিপবোর্ডত সংৰক্ষিত ছবিটোক এটা LibreOffice স্প্রেডশীটৰ পৰা অন্য এটা স্প্রেডশীটলৈ  প্রতিলিপি কৰিব পাৰি |
+
|| আপোনি ক্লিপবোর্ডত সংৰক্ষিত ছবিটোক এটা LibreOffice স্প্রেডশীটৰ পৰা অন্য এটা স্প্রেডশীটলৈ  প্রতিলিপি কৰিব পাৰি |
 
|-
 
|-
 
|| 06:44
 
|| 06:44
|| এটা নতুন স্প্রেডশীট তৈয়াৰ কৰক আৰু নাম দিয়ক "abc.ods" |
+
|| এটা নতুন স্প্রেডশীট তৈয়াৰ কৰক আৰু নাম দিয়ক "abc.ods" |
 
|-
 
|-
 
|| 06:50
 
|| 06:50
|| এইটোৱে আমাৰ উদ্দেশ্য ডকিউমেন্ট হয় | *****
+
|| এইটোৱে আমাৰ উদ্দেশ্য ডকিউমেন্ট হয় |
 
|-
 
|-
 
|| 06:53
 
|| 06:53
Line 297: Line 259:
 
|-
 
|-
 
|| 07:02
 
|| 07:02
|| এতিয়া উৎস ফাইলৰ পৰা সেই ছবিটোক নির্বাচন কৰক যাক প্রতিলিপি কৰা হব |
+
|| এতিয়া উৎস ফাইলৰ পৰা সেই ছবিটোক নির্বাচন কৰক যাক প্রতিলিপি কৰা হব |
 
|-
 
|-
 
|| 07:06
 
|| 07:06
Line 315: Line 277:
 
|-
 
|-
 
|| 07:35
 
|| 07:35
||আমি দেখো যে, সেই চিত্রটো আমাৰ উদ্দেশ্য ফাইলত সন্নিবিষ্ট হৈছে|
+
||আমি দেখো যে, সেই চিত্রটো আমাৰ উদ্দেশ্য ফাইলত সন্নিবিষ্ট হৈছে|
 
|-
 
|-
 
|| 07:42
 
|| 07:42
|| এতিয়া ক্যালক গ্যালাৰি পৰা প্রত্যক্ষভাবে ছবি সন্নিবেশ কৰা শিকিম |
+
|| এতিয়া ক্যালক গ্যালাৰি পৰা প্রত্যক্ষভাবে ছবি সন্নিবেশ কৰা শিকিম |
 
|-
 
|-
 
|| 07:48
 
|| 07:48
Line 333: Line 295:
 
|-
 
|-
 
|| 08:09
 
|| 08:09
|| এতিয়া "“Gallery” য়ে উপলব্ধ কৰা ছবিবোৰক চাওক আৰু আপোনাৰ ডকিউমেন্টত সন্নিবেশ কৰিব বিছৰা ছবিটোত আপোনি ক্লিক কৰক |
+
|| এতিয়া "“Gallery” য়ে উপলব্ধ কৰা ছবিবোৰক চাওক আৰু আপোনাৰ ডকিউমেন্টত সন্নিবেশ কৰিব বিছৰা ছবিটোত আপোনি ক্লিক কৰক |
 
|-
 
|-
 
|| 08:18
 
|| 08:18
|| "Gallery"ৰ পৰা  ছবিটো টানি আনক. আৰু আপোনি সন্নিবেষ কৰিব বিছৰা স্প্রেডশীটত বহুৱাওক.
+
|| "Gallery"ৰ পৰা  ছবিটো টানি আনক. আৰু আপোনি সন্নিবেষ কৰিব বিছৰা স্প্রেডশীটত বহুৱাওক.  
 
|-
 
|-
 
|| 08:26
 
|| 08:26
Line 342: Line 304:
 
|-
 
|-
 
|| 08:34
 
|| 08:34
||ইয়াতেই আমাৰ 'LibreOffice ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল |
+
||ইয়াতেই আমাৰ '''LibreOffice''' ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল |
 
|-
 
|-
 
|| 08:39
 
|| 08:39
Line 349: Line 311:
 
|| 08:46
 
|| 08:46
 
|| যেনে
 
|| যেনে
* এটা ফাইলৰ পৰা
+
এটা ফাইলৰ পৰা
* ক্লিপবোৰ্ডৰ পৰা বা
+
ক্লিপবোৰ্ডৰ পৰা বা
* গ্যালাৰীৰ পৰা
+
গ্যালাৰীৰ পৰা
 
|-
 
|-
 
|| 08:52
 
|| 08:52
Line 357: Line 319:
 
|-
 
|-
 
|| 08:55
 
|| 08:55
||স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে  
+
||স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
 
|| 08:58
 
|| 08:58
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
 
|-
 
|-
 
|| 09:03
 
|| 09:03
Line 381: Line 343:
 
|-
 
|-
 
|| 09:41
 
|| 09:41
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।
+
||এই স্ক্ৰিপ্টখন  মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে.  আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 16:55, 27 February 2017

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত চিত্র যোগ কৰা সংক্রান্তৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:06 এই টিউটোৰিয়েলত আমি শিকিম :
00:09 এটা ডকিউমেন্টত ছবিৰ ফাইল যোগ কৰা |
00:13 যেনে - JPEG, PNG বা BMP |
00:19 ইয়াত আমি উবুন্টু লিনাক্স সংস্ক ৰণ 10.04 আৰু LibreOffice সংকলন সংস্ক ৰণ 3.3.4 ব্যবহাৰ কৰিছো |
00:28 এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়,

এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি এটা গ্রাফিক্স প্রোগ্রামৰ পৰা, এটা ক্লিপবোর্ডৰ সাহায্যে বা গ্যালাৰিৰ পৰা |

00:39 আমি এইবোৰৰ প্রতিটোকে বিষদভাবে আলোচনা কৰিম |
00:43 আমি আমাৰ “Personal-Finance-Tracker.ods” স্প্রেডশীট-টো খোলো |
00:48 প্রথমে, আমি শীট ২ নির্বাচন কৰিম |
00:51 আমি এই শীটত চিত্র সন্নিবেশ কৰিম |
00:54 প্রথমে এটা সেল নির্বাচন কৰি আৰু তাৰপিছত ছবি সন্নিবেশ কৰাতো এটা ভাল অভয়াস হয় |
00:59 যদি এটা ছবি ইতিমধেয় আপোনাৰ কম্পিউটাৰত সংৰক্ষন কৰা হৈ আছে তেনেহলে আপোনি "Insert " ত ক্লিক কৰি ইয়াক সন্নিবেষ কৰিব পাৰি |
01:06 আৰু তাৰ পিছত "Picture" আৰু “From File” নির্বাচন কৰক |
01:10 এতিয়া আপোনি সন্নিবেশ কৰিব বিচৰা সেই ছবিটো খুঁজক |
01:14 ইতিমধেয় মই ডেস্কটপত থকা “Images ” নামৰ এটা ফোল্ডাৰত কিছু চিত্র সংৰক্ষিত কৰি ৰাখিছো |
01:20 সেয়ে, আমি “Image1” নির্বাচন কৰিম |
01:24 আমি “Location” ক্ষেত্রত চিত্রৰ নাম দেখিব পাৰিম|
01:28 ““Open” ” বোতামত ক্লিক কৰক |
01:31 মন কৰক যে চিত্রটি স্প্রেডশীটত প্রদর্শিত হৈছে|
01:38 এইবাৰ ইয়াক লিঙ্ক বা সংযোগ কৰি অন্য এটা ছবি সন্নিবেশ কৰা যাওক |
01:42 প্রথমে এটা নতুন সেল নির্বাচন কৰা যাওক |
01:45 এতিয়া, “Insert” আৰু “Picture”ৰত ক্লিক কৰো আৰু “From File” নির্বাচন কৰক| এইবাৰ অন্য চিত্র এটা নির্বাচন কৰা যাওক |
01:55 "Image 2" ত ক্লিক কৰক |
01:58 আপোনাৰ ডকিউমেন্টত চিত্রটি লিঙ্ক বা সংযুক্ত কৰিবলৈ “Link”" বিকল্পতো ছেক কৰক আৰু “Open”ত ক্লিক কৰক ।
02:05 প্রদর্শিত ডায়লগ বক্সত, "“Keep Link” " বোতামত ক্লিক কৰক |
02:11 এতিয়া ছবিটো, ফাইলত সংযুক্ত হৈ গৈছে |
02:15 সংযোগ স্থাপন আসলতে কি?
02:17 যেতিয়া আমি স্প্রেডশীটত সংযোগ কৰো:

প্রথমতে, স্প্রেডশীট সংৰক্ষণ কৰাৰ সময়ত ইয়াৰ মাপ কমি যায়

02:23 কাৰণ আমাৰ স্প্রেডশীটত কোনো ছবি নাই।
02:27 দ্বিতীয়তে, ই আপোনাক দুটা ফাইলকেই পৃথক্ভাবে পৰিবর্তন কৰিবলৈ সক্ষম কৰে |
02:32 চিত্র থকা ফাইলত যি কোনো পৰিবর্তন হোৱাত, স্প্রেডশীটত সংযুক্ত ছবিত দেখা যাব |
02:39 আমি grayscale-ফাইলত সংযোগ হৈ থকা "Image 2" ৰ ৰঙ পৰিবর্তন কৰো |
02:46 আমি এই চিত্রটো সম্পাদক কৰিবলৈ চিত্র সম্পাদনা GIMP ব্যবহাৰ কৰিছো |
02:50 আপোনি আপোনাৰ মেশিনত ইনস্টল কৰিবলৈ যি কোনো সম্পাদক ব্যবহাৰ কৰিব পাৰিব |
02:54 প্ৰথমে "Personal-Finance-Tracker.ods" সংৰক্ষন কৰক আৰু বন্ধ কৰক |
03:01 ইয়াৰ পিছত, Images ফোল্ডাৰলৈ যাওক |
03:04 "Image 2" নির্বাচন কৰক |
03:06 এতিয়া, সো ক্লিক কৰক আৰু GIMPৰ সৈতে Open বিকল্পটো নির্বাচন কৰক |
03:10 GIMPত "Image 2" খোলে |
03:13 এতিয়া ছবিটো ৰঙিনৰ পৰা greyscaleলৈ পৰিবর্তন কৰা যাওক |
03:18 এতিয়া, ছবিটো সংৰক্ষণ কৰি বন্ধ ক ৰা যাওক |
03:22 Personal-Finance-Tracker.ods ফাইলটো খোলক |
03:26 Image 2 এতিয়া greyscaleত প্রদর্শিত হৈছে |
03:30 কিন্তু, ফাইল সংযোগ কৰাৰ এটা প্রধান অসুবিধা হল এই যে, যেতিয়াই আপোনি এটা ভিন্ন কম্পিউটাৰ বা ব্যবহাৰকাৰীক এই স্প্রেডশীট পঠাব বিছাৰে,
03:40 আপোনি, স্প্রেডশীট আৰু চিত্র ফাইল, দুইটায়েই পঠাব লাগিব |
03:44 যাৰ অর্থ হৈছে, আপোনি সকলো সময়তে ফাইল দুটা সংৰক্ষিত হৈ থকা অবস্হানক চাই থাকিব লাগিব.
03:52 এতিয়া এই ছবিটিক স্প্রেডশীটৰ সো ফালে লৈ যাওক |
03:58 এটা স্প্রেডশীটত ছবি ভৰোৱা আৰু এটা পদ্ধতি হল, আপোনি সেই ফোল্ডাৰ পৰা ছবিটিক টানি আনা .
04:05 যত আপোনি ছবিটোক সংৰক্ষণ কৰিছিলে আৰু আপোনাৰ স্প্রেডশীটত বহুৱাইছিলে|
04:09 আমি ছবি এটাক টানি আনি আৰু বহুৱাও |
04:12 এতিয়া ছবি ফাইলটোক প্রত্যক্ষভাবে টানি আনি আপোনাৰ স্প্রেডশীটত অাপোনি বিছৰা জেগাটোত বহুৱাওক.
04:19 আপোনি দেখিব যে, ছবিটো আপোনাৰ ডকিউমেন্টত যুক্ত হৈছে |
04:23 Ctrl আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক |
04:29 এতিয়া টানি আনি আৰু বহুৱাৰ পদ্ধতি (drag and drop method)ব্যবহাৰ কৰি এটা ছবি সংযোগ কৰা যাওক |
04:34 এইটো খুব সহজ!

ছবিটো স্প্রেডশীটত টানি আনাৰ সময়ত

04:40 “Control” আৰু “Shift” কী টিপি ধৰি ৰাখক
04:44 এতিয়া ছবিৰ ফাইলটো এই ডকিউমেন্টত সংযুক্ত হৈ গৈছে |
04:48 এই ক্যালক ফাইলটো CTRL আৰু S কি একেলগে টিপি সংৰক্ষণ কৰো |
04:54 এবাৰ এই ফাইলটি বন্ধ কৰক |
04:58 এতিয়া সেই ছবিটো থকা ফোল্ডাৰলৈ যাও |
05:02 আমি "“Image 3.jpg” নামৰ ফাইলটোক পূণনামাকৰন কৰো যি আমি “Image4.jpg লৈ ফাইলটোক সংযোগ কৰিছিলো
05:12 এতিয়া “Personal Finance Tracker.ods” ফাইলটোক আকৌ এবাৰ খোলক |
05:18 আপোনি দেখিব যে, সংযুক্ত কৰা ছবিটি আৰু নাই !
05:22 সংযোগ পথে এটা এৰৰ দেখাইছে !
05:25 এই সংযোগটি মুছি পেলাও |
05:28 এই টিউটোৰিয়েলটি এতিয়া কিছু সময়ৰ বাবে বন্ধ কৰক আৰু এই অনুশীলনীটি কৰক |
05:32 ক্যালক পৃষ্ঠাত এটা সংযোগ হিসাবে এটা চিত্র সন্নিবেশ কৰক, সংৰক্ষণ কৰক আৰু বন্ধ কৰক |
05:38 এতিয়া, সেই ফোল্ডাৰলৈ যাওক যত ছবিটি সংৰক্ষিত হৈ আছে আৰু ছবিটোক মুছি দিয়ক |
05:43 ক্যালক ফাইলটো খোলক আৰু চাওক ছবিটো যদি এতিয়াও দেখা পাই|
05:49 এতিয়া ইমেজ ফোল্ডাৰ পিছত ছবিটো পেস্ট কৰক |
05:53 ক্যালক ফাইলটো চাওক ছবিটো যদি এতিয়াও দেখা পাই|
05:57 " “Standard” টুলবাৰৰ তলত এটা নতুন টুলবাৰ আছে |
06:02 এইটো হল " “Picture”" টুলবাৰ |
06:04 ছবিৰ চেহাৰা পৰিবর্তন কৰিবলৈ "“Picture”" টুলবাৰৰ উপৰত বাও ফালে থকা "Filter" বোতামে বিভিন্ন বিকল্প উপলব্ধ দিয়ে.
06:13 CTRL আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক |
06:18 "“Graphics mode” " বোতামত, ছবিক grayscale, black-and-white বা watermark হিসাবে পৰিবর্তন কৰাৰ বিকল্প আছে |
06:26 "“Picture” " টুলবাৰত অন্যান্য বিকল্পবোৰ আছে যি আমি পিছলৈ আলোচনা কৰিম |
06:32 ইয়াৰ পিছত, এটা ক্লিপবোর্ডৰ পৰা চিত্র সন্নিবেশ কৰা শিকা যাওক.
06:37 আপোনি ক্লিপবোর্ডত সংৰক্ষিত ছবিটোক এটা LibreOffice স্প্রেডশীটৰ পৰা অন্য এটা স্প্রেডশীটলৈ প্রতিলিপি কৰিব পাৰি |
06:44 এটা নতুন স্প্রেডশীট তৈয়াৰ কৰক আৰু নাম দিয়ক "abc.ods" |
06:50 এইটোৱে আমাৰ উদ্দেশ্য ডকিউমেন্ট হয় |
06:53 ইতিমধেয় আমাৰ "“Personal-Finance-Tracker.ods” নামৰ ফাইলত এটা চিত্র আছে |
06:59 এইটো আমাৰ উৎস ডকিউমেন্ট হয় |
07:02 এতিয়া উৎস ফাইলৰ পৰা সেই ছবিটোক নির্বাচন কৰক যাক প্রতিলিপি কৰা হব |
07:06 ছবিটোক প্রতিলিপি কৰিবলৈ, "“CTRL” আৰু “C” কী একলগে টিপক |
07:11 এতিয়া ছবিটো ক্লিপবোর্ডত সংৰক্ষিত হৈ গৈছে |
07:15 এতিয়া উদ্দেশ্য ডকিউমেন্টলৈ যাওক যি "abc.ods"-হয়.
07:21 আপোনি "abc.ods" ত সংৰক্ষিত থকা ছবিটো আপোনি স্থাপন কৰিব বিছৰা জাগাতো নির্বাচন কৰক |
07:28 এতিয়া ডকিউমেন্টত ছবিটো সন্নিবেশ ক ৰাৰ বাবে "Ctrl" আৰু "v" কী দুটা একেলগে টিপক |
07:35 আমি দেখো যে, সেই চিত্রটো আমাৰ উদ্দেশ্য ফাইলত সন্নিবিষ্ট হৈছে|
07:42 এতিয়া ক্যালক গ্যালাৰি পৰা প্রত্যক্ষভাবে ছবি সন্নিবেশ কৰা শিকিম |
07:48 " “Gallery”" ত ছবি আৰু শব্দ থাকে, যি আপোনি স্প্রেডশীটত সন্নিবেশ কৰিব পাৰে |
07:54 দেখা যাওক, কিভাবে কৰা হয় |
07:57 স্ট্যান্ডার্ড টুলবাৰত " “Gallery” আইকনত ক্লিক কৰক |
08:01 অথবা, মেনু বাৰত থকা " “Tools” " বিকল্পত ক্লিক কৰক আৰু তাৰপিছত ফাইলটো খোলিবলৈ "“Gallery” ত ক্লিক কৰক |
08:09 এতিয়া "“Gallery” য়ে উপলব্ধ কৰা ছবিবোৰক চাওক আৰু আপোনাৰ ডকিউমেন্টত সন্নিবেশ কৰিব বিছৰা ছবিটোত আপোনি ক্লিক কৰক |
08:18 "Gallery"ৰ পৰা ছবিটো টানি আনক. আৰু আপোনি সন্নিবেষ কৰিব বিছৰা স্প্রেডশীটত বহুৱাওক.
08:26 আপুনি দেখিব যে, চিত্রবোৰ আমাৰ “Personal-Finance-Tracker.ods” ফাইলত সন্নিবেষ হয় |
08:34 ইয়াতেই আমাৰ LibreOffice ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল |
08:39 সংক্ষেপে, আমি শিকিলো কিভাবে বিভিন্ন উপায়েৰে এটা স্প্রেডশীটত ছবিৰ ফাইল ভৰাওক
08:46 যেনে

এটা ফাইলৰ পৰা ক্লিপবোৰ্ডৰ পৰা বা গ্যালাৰীৰ পৰা

08:52 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
08:55 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:58 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
09:03 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:08 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:12 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:19 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:23 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:31 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:41 এই স্ক্ৰিপ্টখন মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble