Difference between revisions of "Linux/C2/Basics-of-System-Administration/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with 'Linux – Basics of System Administration Time Narration 00:02 নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX…')
 
 
(12 intermediate revisions by 2 users not shown)
Line 1: Line 1:
Linux – Basics of System Administration
+
{| border=1
 +
|'''Time'''
 +
|'''Narration'''
  
Time
+
|-
Narration
+
|00:02  
00:02  
+
|নমস্কাৰ। আপোনাক স্পকেন টিউটৰিয়েলৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে।
+
 
00:09  
+
|-
এই tutorial’ত আমি শিকিম-
+
|00:09
00:13  
+
|এই টিউটৰিয়েলত আমি শিকিম-
adduser  
+
 
00:14  
+
|-
su  
+
|00:13  
00:16  
+
|adduser  
usermod  
+
 
00:17  
+
|-
userdel  
+
|00:14  
00:18  
+
|su  
id  
+
 
00:19  
+
|-
du  
+
|00:16  
00:20  
+
|usermod  
df  
+
 
00:22  
+
|-
মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো।.
+
|00:17  
00:27  
+
|userdel  
আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক।
+
 
00:35  
+
|-
যিটো এই website’ত পোৱা যায়।  
+
|00:18  
00:39  
+
|id  
এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ।
+
 
00:47  
+
|-
আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব।
+
|00:19  
00:53  
+
|du  
“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে।
+
 
01:01  
+
|-
আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত।
+
|00:20  
01:06  
+
|df
আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও।
+
 
01:11  
+
|-
Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে।
+
|00:22  
01:19  
+
|মই এই টিউটৰিয়েলত Ubuntu 10.10 ব্যৱহাৰ কৰিছো
Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম।
+
 
01:27  
+
|-
আহক আমি “New User” কেনেকৈ বনাই শিকো৷  
+
| 00:27  
01:32  
+
|আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা স্পকেন টিউটৰিয়েল চাই আহক।
“Terminal” খুলক “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি।
+
 
01:45  
+
|-
মই আগতেই “Terminal” খুলি থৈছো।
+
|00:35  
01:49  
+
|যিটো এই website’ত পোৱা যায়।  
ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক।
+
 
01:58  
+
|-
আপোনাক password খোজিব।
+
|00:39  
02:01  
+
|এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ
মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম।
+
 
02:07  
+
|-
Terminal’ত type কৰা password  দেখা নেপায়।
+
|00:47  
02:11  
+
|আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব
সেই কাৰণে password সাৱধানে type কৰিব।
+
 
02:16  
+
|-
এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব।
+
|00:53  
02:27  
+
|“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে
ব’লক আমি এজন নতুন user বনাও “duck” নাম দি।
+
 
02:34  
+
|-
Command type কৰক।
+
|01:01  
02:36  
+
|আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত
sudo space adduser space duck, আৰু Enter টিপক।.  
+
 
02:45  
+
|-
আমি “duck” নামৰ নতুন user এটা বনালো।
+
|01:06  
02:49  
+
|আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও
নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়।
+
 
02:58  
+
|-
অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব।
+
|01:11  
03:05  
+
|Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে
আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম।
+
 
03:17  
+
|-
অনু্ৰহ কৰি নতুন password আকৌ type কৰক।
+
|01:19  
03:20  
+
|Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই টিউটৰিয়েলটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম
Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ।
+
 
03:26  
+
|-
এতিয়া আমাৰ নতুন user’ৰ password update হ’ল।
+
|01:27  
03:31  
+
|আহক আমি “New User” কেনেকৈ বনাই শিকো৷  
আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব।
+
 
03:35  
+
|-
কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম।
+
|01:32  
03:46  
+
| “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি “Terminal” খুলক
Enter.  
+
 
03:47  
+
|-
মই নিশ্বিত কৰিম “y” টিপি।
+
|01:45  
03:51  
+
|মই আগতেই “Terminal” খুলি থৈছো
এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়।
+
 
03:55  
+
|-
ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই।
+
|01:49  
04:00  
+
|ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক
এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক  
+
 
04:04  
+
|-
“ls space /(slash) home”  
+
|01:58  
04:09  
+
|আপোনাক password খোজিব
আৰু Enter টিপক।
+
 
04:11  
+
|-
Home folder’ৰ user’ৰ list দেখোৱাবলৈ  “ls” command ব্যৱহাৰ কৰা হয়।
+
|02:01  
04:17  
+
|মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম
আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user।
+
 
04:23  
+
|-
ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও।
+
|02:07  
04:26  
+
|Terminal’ত type কৰা password  দেখা নেপায়
এতিয়া পাছৰ command’তো হ’ল “su”।
+
 
04:30  
+
|-
“su”  মানে “Switch User”.  
+
|02:11  
04:34  
+
|সেই কাৰণে password সাৱধানে type কৰিব
এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে।.
+
 
04:39  
+
|-
ব’লক আমি এতিয়া Terminal যাও।
+
|02:16  
04:43  
+
|এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব
Command enter কৰক।
+
 
04:45  
+
|-
“su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক।
+
|02:27  
04:53  
+
|ব’লক আমি এজন নতুন user বনাও “duck” নাম দি
আপোনাক password খোজা হ’ব।
+
 
04:56  
+
|-
মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে।
+
|02:34  
05:04  
+
|Command type কৰক
অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ  পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়।
+
 
05:14  
+
|-
Logout কৰিবলৈ type কৰক  
+
|02:36  
05:17  
+
|sudo space adduser space duck, আৰু Enter টিপক.  
“logout” আৰু Enter টিপক।
+
 
05:22  
+
|-
এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত  “vinhai” হয়।
+
|02:45  
05:31  
+
|আমি “duck” নামৰ নতুন user এটা বনালো
ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো।
+
 
05:35  
+
|-
“usermod” command’এ
+
|02:49  
05:37  
+
|নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়
super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে  
+
 
05:46  
+
|-
Password নাইকিয়া কৰা।
+
|02:58  
05:50  
+
|অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব
Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা।
+
 
05:55  
+
|-
ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ।
+
|03:05  
05:57  
+
|আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম
মই terminal’লৈ গৈ লও।
+
 
05:59  
+
|-
User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক।
+
|03:17  
06:05  
+
|অনু্ৰহ কৰি নতুন password আকৌ type কৰক
এতিয়া command prompt’ত, লিখক
+
 
06:09  
+
|-
sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck  
+
|03:20  
06:33  
+
|Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ
আৰু Enter টিপক।
+
 
06:37  
+
|-
User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত।
+
|03:26  
06:46  
+
|এতিয়া আমাৰ নতুন user’ৰ password update হ’ল
আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে।
+
 
06:52  
+
|-
ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো।
+
|03:31  
06:57  
+
|আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব
“id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে।
+
 
07:04  
+
|-
User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।
+
|03:35  
07:12  
+
|কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম
Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।
+
 
07:20  
+
|-
এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো।
+
|03:46  
07:22  
+
|Enter.  
Terminal’ত type কৰক  
+
 
07:25  
+
|-
“id” আৰু Enter টিপক।
+
|03:47  
07:29  
+
|মই নিশ্বিত কৰিম “y” টিপি
এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো  
+
 
07:37  
+
|-
অকল  user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো।
+
|03:51  
07:43  
+
|এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়
ব’লক আমি type কৰো, “id space -(hyphen)u”  
+
 
07:49  
+
|-
আৰু enter টিপো।
+
|03:55  
07:50  
+
|ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই
এতিয়া আমি অকল userবোৰৰ id দেখা পাম।
+
 
07:55  
+
|-
কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?  
+
|04:00  
08:00  
+
|এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক  
সেয়া ওলিয়াবলৈ, আমি type কৰিম
+
 
08:02  
+
|-
“id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম।
+
|04:04  
08:13  
+
|“ls space /(slash) home”  
এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম।
+
 
08:20  
+
|-
ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো।
+
|04:09  
08:24  
+
|আৰু Enter টিপক
Type কৰক “ id space -(hyphen)g”.  
+
 
08:29  
+
|-
য়াতো আমি group idবোৰ দেখা পাম।
+
|04:11  
08:32  
+
|Home folder’ৰ user’ৰ list দেখোৱাবলৈ  “ls” command ব্যৱহাৰ কৰা হয়
যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
+
 
08:38  
+
|-
“id space -(hyphen) (capital)G” আৰু Enter টিপক।
+
|04:17  
08:46  
+
|আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user
অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো।
+
 
08:50  
+
|-
আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক।
+
|04:23  
08:53  
+
|ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও
এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে।
+
 
08:57  
+
|-
ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো।
+
|04:26  
09:00  
+
|এতিয়া পাছৰ command’তো হ’ল “su”
“userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো।
+
 
09:07  
+
|-
ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো।
+
|04:30  
09:09  
+
|“su”  মানে “Switch User”.  
ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.  
+
 
09:22  
+
|-
মই  -(hyphen)r option ব্যৱহাৰ কৰিছো।
+
|04:34  
09:25  
+
|এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে
এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়।
+
 
09:30  
+
|-
ব’লক Enter টিপি চাও্ঁ কি হয়।
+
|04:39  
09:34  
+
|ব’লক আমি এতিয়া Terminal যাও
এতিয়া user “duck” কাট খাই গ’ল।
+
 
09:38  
+
|-
Type কৰি পৰীক্ষন কৰক।
+
|04:43  
09:41  
+
|Command enter কৰক
“ls space /(slash)home” আৰু Enter টিপক।
+
 
09:47  
+
|-
আমি গম পাম যে user account “duck” কাট খালে।
+
|04:45  
09:53  
+
|“su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক
ব’লক আমি slides’লৈ ঘুৰি যাও।
+
 
09:56  
+
|-
Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল  “df” আৰু “du”
+
|04:53  
10:03  
+
|আপোনাক password খোজা হ’ব
“df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে।
+
 
10:08  
+
|-
আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে।
+
|04:56  
10:13  
+
|মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে
অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক।
+
 
10:19  
+
|-
ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও।
+
|05:04  
10:26  
+
|অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ  পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়
অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক।
+
 
10:33  
+
|-
ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই।
+
|05:14  
10:38  
+
|Logout কৰিবলৈ type কৰক  
It also shows the space mounted on in a human readable format.
+
 
10:46  
+
|-
ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো।
+
|05:17  
10:50  
+
|“logout” আৰু Enter টিপক
এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে।
+
 
10:57  
+
|-
যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ।
+
|05:22  
11:04  
+
|এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত  “vinhai” হয়
মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো।
+
 
11:11  
+
|-
“home folder” যাবলৈ terminal’ত type কৰক  
+
|05:31  
11:15  
+
|ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো
“cd space /(slash) home” আৰু Enter টিপক।
+
 
11:20  
+
|-
তাৰ পাছত type কৰক du space -(hyphen)s space *. (astrix dot) txt আৰু enter টিপক।
+
|05:35  
11:33  
+
|“usermod” command’এ
This command will give you a report on the txt files available in the directory along with its file sizes.
+
 
11:43  
+
|-
Assignment হিছাপে, command prompt’ত type কৰক
+
|05:37  
11:47  
+
|super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে
“du space -(hyphen)ch space *.(astrix dot)txt” আৰু চাওক কি হয়।
+
 
11:59  
+
|-
ব’লক আমি slides বুৰলৈ ঘূৰি যাও।
+
|05:46  
12:01  
+
|Password নাইকিয়া কৰা
চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:  
+
 
12:03  
+
|-
“adduser” command’এ নতুন user নায়।
+
|05:50  
12:06  
+
|Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা
“su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে।
+
 
12:09  
+
|-
“usermod” command’এ user account settings পৰিবৰ্তন কৰে।
+
|05:55  
12:12  
+
|ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ
“userdel” command’এ user account delete কৰে।
+
 
12:15  
+
|-
id command to know the information about user ids and group ids.
+
|05:57  
12:20  
+
|মই terminal’লৈ গৈ লও
“df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়।
+
 
12:24  
+
|-
“du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়।
+
|05:59  
12:27  
+
|User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক
This brings us to the end of this tutorial on “Basics of system administration”  
+
 
12.33  
+
|-
url’ত থকা video’এ  
+
|06:05  
12:37  
+
|এতিয়া command prompt’ত, লিখক
Spoken Tutorial project’ সাৰাংশ দিয়ে।
+
 
12:40  
+
|-
আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে।
+
|06:09  
12:44  
+
|sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck  
আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব।
+
 
12:53  
+
|-
Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ।
+
|06:33  
Supported by the National Mission on Education through ICT (NMEICT), MHRD, Government of India.
+
|আৰু Enter টিপক
13:03  
+
 
More information is available on this url.
+
|-
13:08  
+
|06:37  
This script has been contributed by ----------------------(name of the translator)
+
|User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত
13:12  
+
 
and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off. Thanks for watching.
+
|-
 +
|06:46  
 +
|আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে
 +
 
 +
|-
 +
|06:52  
 +
|ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো
 +
 
 +
|-
 +
|06:57  
 +
|“id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে
 +
 
 +
|-
 +
|07:04  
 +
|User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
 +
 
 +
|-
 +
|07:12  
 +
|Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
 +
 
 +
|-
 +
|07:20  
 +
|এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো
 +
 
 +
|-
 +
|07:22  
 +
|Terminal’ত type কৰক  
 +
 
 +
|-
 +
|07:25  
 +
|“id” আৰু Enter টিপক
 +
 
 +
|-
 +
|07:29  
 +
|এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো  
 +
 
 +
|-
 +
|07:37  
 +
|অকল  user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো
 +
 
 +
|-
 +
|07:43  
 +
|ব’লক আমি type কৰো, “id space -(hyphen)u”  
 +
 
 +
|-
 +
|07:49  
 +
|আৰু enter টিপো
 +
 
 +
|-
 +
|07:50  
 +
|এতিয়া আমি অকল userবোৰৰ id দেখা পাম
 +
 
 +
|-
 +
|07:55  
 +
|কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?  
 +
 
 +
|-
 +
|08:00  
 +
|সেয়া ওলিয়াবলৈ, আমি type কৰিম
 +
 
 +
|-
 +
|08:02  
 +
|“id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম
 +
 
 +
|-
 +
|08:13  
 +
|এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম
 +
 
 +
|-
 +
|08:20  
 +
|ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো
 +
 
 +
|-
 +
|08:24  
 +
|Type কৰক “ id space -(hyphen)g”.  
 +
 
 +
|-
 +
|08:29  
 +
|য়াতো আমি group idবোৰ দেখা পাম
 +
 
 +
|-
 +
|08:32  
 +
|যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
 +
 
 +
|-
 +
|08:38  
 +
|“id space -(hyphen) (capital)G” আৰু Enter টিপক
 +
 
 +
|-
 +
|08:46  
 +
|অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো
 +
 
 +
|-
 +
|08:50  
 +
|আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক
 +
 
 +
|-
 +
|08:53  
 +
|এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে
 +
 
 +
|-
 +
|08:57  
 +
|ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো
 +
 
 +
|-
 +
|09:00  
 +
| “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো
 +
 
 +
|-
 +
|09:07  
 +
|ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো
 +
 
 +
|-
 +
|09:09  
 +
|ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.  
 +
 
 +
|-
 +
|09:22  
 +
|মই  -(hyphen)r option ব্যৱহাৰ কৰিছো
 +
 
 +
|-
 +
|09:25  
 +
|এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়
 +
 
 +
|-
 +
|09:30  
 +
|ব’লক Enter টিপি চাও্ঁ কি হয়
 +
 
 +
|-
 +
|09:34  
 +
|এতিয়া user “duck” কাট খাই গ’ল
 +
 
 +
|-
 +
|09:38  
 +
|Type কৰি পৰীক্ষন কৰক
 +
 
 +
|-
 +
|09:41  
 +
|“ls space /(slash)home” আৰু Enter টিপক
 +
 
 +
|-
 +
|09:47  
 +
|আমি গম পাম যে user account “duck” কাট খালে
 +
 
 +
|-
 +
|09:53  
 +
|ব’লক আমি slides’লৈ ঘুৰি যাও
 +
 
 +
|-
 +
|09:56  
 +
| Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল  “df” আৰু “du”  
 +
 
 +
|-
 +
|10:03  
 +
|“df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে
 +
 
 +
|-
 +
|10:08  
 +
|আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে
 +
 
 +
|-
 +
|10:13  
 +
|অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক
 +
 
 +
|-
 +
|10:19  
 +
|ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও
 +
 
 +
|-
 +
|10:26  
 +
|অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক
 +
 
 +
|-
 +
|10:33  
 +
|ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই
 +
 
 +
|-
 +
|10:38  
 +
|ই human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই
 +
 
 +
|-
 +
|10:46  
 +
|ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো
 +
 
 +
|-
 +
|10:50  
 +
|এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে
 +
 
 +
|-
 +
|10:57  
 +
|যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ টিউটৰিয়েল চাওঁকগৈ
 +
 
 +
|-
 +
|11:04  
 +
|মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো
 +
 
 +
|-
 +
|11:11  
 +
|“home folder” যাবলৈ terminal’ত type কৰক  
 +
 
 +
|-
 +
|11:15  
 +
|“cd space /(slash) home” আৰু Enter টিপক
 +
 
 +
|-
 +
|11:20  
 +
|তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক
 +
 
 +
|-
 +
|11:33  
 +
|এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব
 +
 
 +
|-
 +
|11:43  
 +
|Assignment হিছাপে, command prompt’ত type কৰক
 +
 
 +
|-
 +
|11:47  
 +
|“du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয়
 +
 
 +
|-
 +
|11:59  
 +
|ব’লক আমি slides বুৰলৈ ঘূৰি যাও
 +
 
 +
|-
 +
|12:01  
 +
|চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:  
 +
 
 +
|-
 +
|12:03  
 +
|“adduser” command’এ নতুন user নায়
 +
 
 +
|-
 +
|12:06  
 +
|“su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে
 +
 
 +
|-
 +
|12:09  
 +
|“usermod” command’এ user account settings পৰিবৰ্তন কৰে
 +
 
 +
|-
 +
|12:12  
 +
|“userdel” command’এ user account delete কৰে
 +
 
 +
|-
 +
|12:15  
 +
| id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে
 +
 
 +
|-
 +
|12:20  
 +
|“df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়
 +
 
 +
|-
 +
|12:24  
 +
|“du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়
 +
 
 +
|-
 +
|12:27  
 +
|ইয়াতে আমাৰ “Basics of system administration” টিউটৰিয়েল-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
 +
 
 +
|-
 +
|12.33  
 +
|url’ত থকা video’এ  
 +
 
 +
|-
 +
|12:37  
 +
| স্পকেন টিউটৰিয়েল project’ সাৰাংশ দিয়ে
 +
 
 +
|-
 +
|12:40  
 +
|আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে
 +
 
 +
|-
 +
|12:44  
 +
|আমি স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব
 +
 
 +
|-
 +
|12:53  
 +
| স্পকেন টিউটৰিয়েল “Talk to a Teacher” project’ৰ এটা ভাগ
 +
ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
 +
 
 +
|-
 +
|13:03  
 +
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
 +
 
 +
|-
 +
|13:08  
 +
|এই টিউট’ৰিয়েলত বৰঙনি যোগালে এ
 +
 
 +
|-
 +
|13:12  
 +
|মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Latest revision as of 15:36, 27 February 2017

Time Narration
00:02 নমস্কাৰ। আপোনাক স্পকেন টিউটৰিয়েলৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
00:09 এই টিউটৰিয়েলত আমি শিকিম-
00:13 adduser
00:14 su
00:16 usermod
00:17 userdel
00:18 id
00:19 du
00:20 df
00:22 মই এই টিউটৰিয়েলত Ubuntu 10.10 ব্যৱহাৰ কৰিছো
00:27 আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা স্পকেন টিউটৰিয়েল চাই আহক।
00:35 যিটো এই website’ত পোৱা যায়।
00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ
00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব
00:53 “adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে
01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত
01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও
01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে
01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই টিউটৰিয়েলটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম
01:27 আহক আমি “New User” কেনেকৈ বনাই শিকো৷
01:32 “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি “Terminal” খুলক
01:45 মই আগতেই “Terminal” খুলি থৈছো
01:49 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক
01:58 আপোনাক password খোজিব
02:01 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম
02:07 Terminal’ত type কৰা password দেখা নেপায়
02:11 সেই কাৰণে password সাৱধানে type কৰিব
02:16 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব
02:27 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি
02:34 Command type কৰক
02:36 sudo space adduser space duck, আৰু Enter টিপক.
02:45 আমি “duck” নামৰ নতুন user এটা বনালো
02:49 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়
02:58 অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব
03:05 আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম
03:17 অনু্ৰহ কৰি নতুন password আকৌ type কৰক
03:20 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ
03:26 এতিয়া আমাৰ নতুন user’ৰ password update হ’ল
03:31 আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব
03:35 কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম
03:46 Enter.
03:47 মই নিশ্বিত কৰিম “y” টিপি
03:51 এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়
03:55 ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই
04:00 এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক
04:04 “ls space /(slash) home”
04:09 আৰু Enter টিপক
04:11 Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়
04:17 আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user
04:23 ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও
04:26 এতিয়া পাছৰ command’তো হ’ল “su”
04:30 “su” মানে “Switch User”.
04:34 এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে
04:39 ব’লক আমি এতিয়া Terminal যাও
04:43 Command enter কৰক
04:45 “su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক
04:53 আপোনাক password খোজা হ’ব
04:56 মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে
05:04 অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়
05:14 Logout কৰিবলৈ type কৰক
05:17 “logout” আৰু Enter টিপক
05:22 এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত “vinhai” হয়
05:31 ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো
05:35 “usermod” command’এ
05:37 super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে
05:46 Password নাইকিয়া কৰা
05:50 Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা
05:55 ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ
05:57 মই terminal’লৈ গৈ লও
05:59 User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক
06:05 এতিয়া command prompt’ত, লিখক
06:09 sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck
06:33 আৰু Enter টিপক
06:37 User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত
06:46 আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে
06:52 ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো
06:57 “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে
07:04 User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:12 Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:20 এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো
07:22 Terminal’ত type কৰক
07:25 “id” আৰু Enter টিপক
07:29 এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো
07:37 অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো
07:43 ব’লক আমি type কৰো, “id space -(hyphen)u”
07:49 আৰু enter টিপো
07:50 এতিয়া আমি অকল userবোৰৰ id দেখা পাম
07:55 কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?
08:00 সেয়া ওলিয়াবলৈ, আমি type কৰিম
08:02 “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম
08:13 এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম
08:20 ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো
08:24 Type কৰক “ id space -(hyphen)g”.
08:29 য়াতো আমি group idবোৰ দেখা পাম
08:32 যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
08:38 “id space -(hyphen) (capital)G” আৰু Enter টিপক
08:46 অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো
08:50 আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক
08:53 এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে
08:57 ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো
09:00 “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো
09:07 ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো
09:09 ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.
09:22 মই -(hyphen)r option ব্যৱহাৰ কৰিছো
09:25 এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়
09:30 ব’লক Enter টিপি চাও্ঁ কি হয়
09:34 এতিয়া user “duck” কাট খাই গ’ল
09:38 Type কৰি পৰীক্ষন কৰক
09:41 “ls space /(slash)home” আৰু Enter টিপক
09:47 আমি গম পাম যে user account “duck” কাট খালে
09:53 ব’লক আমি slides’লৈ ঘুৰি যাও
09:56 Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du”
10:03 “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে
10:08 আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে
10:13 অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক
10:19 ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও
10:26 অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক
10:33 ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই
10:38 ই human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই
10:46 ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো
10:50 এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে
10:57 যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ টিউটৰিয়েল চাওঁকগৈ
11:04 মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো
11:11 “home folder” যাবলৈ terminal’ত type কৰক
11:15 “cd space /(slash) home” আৰু Enter টিপক
11:20 তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক
11:33 এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব
11:43 Assignment হিছাপে, command prompt’ত type কৰক
11:47 “du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয়
11:59 ব’লক আমি slides বুৰলৈ ঘূৰি যাও
12:01 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:
12:03 “adduser” command’এ নতুন user নায়
12:06 “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে
12:09 “usermod” command’এ user account settings পৰিবৰ্তন কৰে
12:12 “userdel” command’এ user account delete কৰে
12:15 id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে
12:20 “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়
12:24 “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়
12:27 ইয়াতে আমাৰ “Basics of system administration” টিউটৰিয়েল-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
12.33 url’ত থকা video’এ
12:37 স্পকেন টিউটৰিয়েল project’ সাৰাংশ দিয়ে
12:40 আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে
12:44 আমি স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব
12:53 স্পকেন টিউটৰিয়েল “Talk to a Teacher” project’ৰ এটা ভাগ

ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত

13:03 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
13:08 এই টিউট’ৰিয়েলত বৰঙনি যোগালে এ
13:12 মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble