Difference between revisions of "Java/C2/Getting-started-Eclipse/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(4 intermediate revisions by one other user not shown)
Line 9: Line 9:
 
| 00:01
 
| 00:01
  
| নমস্কাৰ দৰ্শক সকল ''Getting started with Eclipse''ৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো ।
+
| নমস্কাৰ দৰ্শক সকল. ''Getting started with Eclipse''ৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো ।
  
 
|-
 
|-
Line 21: Line 21:
 
| 00:08
 
| 00:08
  
|ইক্লিপ্চত প্ৰজেক্ট এটা তৈয়াৰ কৰা আৰু এটা ক্লাছ যোগ কৰা।
+
|কেনেকৈ ইক্লিপ্চত এটা প্ৰজেক্ট বনাব আৰু এটা ক্লাছ যোগ কৰিব পাৰি।
  
 
|-
 
|-
Line 27: Line 27:
 
| 00:12
 
| 00:12
  
| জাভা প্ৰোগ্ৰাম কেনেকৈ লিখে আৰু
+
| কেনেকৈ জাভা প্ৰোগ্ৰাম লিখিব পাৰি আৰু
  
 
|-
 
|-
Line 33: Line 33:
 
| 00:14
 
| 00:14
  
| আৰু ইক্লিপ্চত জাভা প্ৰোগ্ৰাম কেনেকৈ ৰান কৰে
+
| আৰু ইক্লিপ্চত কেনেকৈ জাভা প্ৰোগ্ৰাম এটা চলাব পাৰি
  
 
|-
 
|-
Line 39: Line 39:
 
| 00:18
 
| 00:18
  
| এই টিউটৰিয়েলত আমি
+
| এই টিউটৰিয়েলৰ বাবে আমি ব্যৱহাৰ কৰিম
 
+
Ubuntu 11.10,
* Ubuntu 11.10,
+
Eclipse 3.7
 
+
* Eclipse 3.7
+
ব্যৱহাৰ কৰিছো
+
 
+
 
|-
 
|-
 
 
| 00:25
 
| 00:25
 
| এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ
 
| এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ
Line 72: Line 67:
 
| 00:42
 
| 00:42
  
| এইটো এটা টুল হয় য‘ত এজনে লিখা, ডিবাগ আৰু জাভা প্ৰোগ্ৰাম সহজে ভাবে ৰান কৰিব পাৰি
+
| এইটো এটা টুল হয় য‘ত এজনে জাভা প্ৰোগ্ৰামবোৰ অতি সহজে লিখা, ডিবাগ কৰা আৰু ৰান কৰিব পাৰে
  
 
|-
 
|-
Line 78: Line 73:
 
| 00:50
 
| 00:50
  
| এতিয়া ইক্লিপ্চখোলো ।
+
| এতিয়া ইক্লিপ্চ খোলো আহক।
  
 
|-
 
|-
Line 84: Line 79:
 
| 00:55
 
| 00:55
  
| '''Alt F2''' টিপক আৰু ডাইলগ বক্সত , '''eclipse''' লিখক আৰু এন্টাৰ টিপক ।
+
| '''Alt F2''' প্ৰেচ কৰক আৰু ডাইলগ বক্সত , '''eclipse''' লিখি এন্টাৰ টিপক ।
  
 
|-
 
|-
Line 90: Line 85:
 
| 01:08
 
| 01:08
  
| আমি এটা '''Workspace Launcher''' বোলি ডাইলগ বক্স পাও ।
+
| আমি এটা '''Workspace Launcher''' ডাইলগ বক্স পাও ।
  
 
|-
 
|-
Line 96: Line 91:
 
| 01:11
 
| 01:11
  
|workspace এটা জেগা হয় য‘ত আপোনাৰ সকলো প্ৰজেক্টৰ দেটা আৰু আপোনাৰ ইক্লিপ্চৰ ফাইল বোৰ সংৰক্ষণ হয় ।
+
|workspace এটা জেগা হয় য‘ত আপোনাৰ প্ৰজেক্ট সম্বন্ধিয় সকলো দেটা আৰু ইক্লিপ্চ  সম্বন্ধিয় ফাইল বোৰ সংৰক্ষণ কৰা হয় ।
  
 
|-
 
|-
Line 102: Line 97:
 
| 01:19
 
| 01:19
  
| তাতে ইতিমধ্যে এটা জেগা আছে যি দিফল্ট লোকেছন হয় ।
+
| তাতে ইতিমধ্যে এটা জেগা আছে যিটো দিফল্ট লোকেছন বোলি কোৱা হয় ।
  
 
|-
 
|-
Line 126: Line 121:
 
| 01:39
 
| 01:39
  
|আপোনাৰ আগত '''Welcome to Eclipse''' এটা পেজ আছে ।
+
|আপোনাৰ আগত '''Welcome to Eclipse''' পাঠ এখন আছে ।
  
 
|-
 
|-
Line 132: Line 127:
 
| 01:46
 
| 01:46
  
|  '''Workbench'''ত ক্লিক কৰক যি পাঠটোৰ ওপৰৰ সোঁ কোনত আছে।
+
পাঠখনৰ ওপৰৰ ভাগত সোঁ কোনত থকা '''Workbench'''ত ক্লিক কৰক
  
 
|-
 
|-
Line 138: Line 133:
 
| 01:52
 
| 01:52
  
| আৰু ইয়াত Eclipse IDE আছে । এতিয়া এটা প্ৰজেক্ট যোগ কৰো 
+
| আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা প্ৰজেক্ট যোগ কৰো  আহক।
  
 
|-
 
|-
Line 144: Line 139:
 
| 01:57
 
| 01:57
  
| '''File''' '''New''' লৈ যাওক আৰু '''Project''' বাচক
+
| প্ৰথমে '''File''' যাওক তাৰ পিছত '''New''' আৰু '''Project''' বাচনি কৰক
  
 
|-
 
|-
Line 156: Line 151:
 
| 02:10
 
| 02:10
  
| আৰু মন কৰিব যে আমাৰ প্ৰায়ে টিউটৰিয়েলৰ বাবে আমি '''java project''' ব্যৱহাৰ কৰিছো '''Next'''ত ক্লিক কৰক
+
| আৰু মন কৰিব যে আমি প্ৰায়েবোৰ টিউটৰিয়েলৰ বাবে '''java project''' ব্যৱহাৰ কৰিম '''Next'''ত ক্লিক কৰক
  
 
|-
 
|-
Line 162: Line 157:
 
| 02:19
 
| 02:19
  
| প্ৰজেক্ট নামত '''EclipseDemo''' বুলি টাইপ কৰক।
+
| প্ৰজেক্টৰ নামত '''EclipseDemo''' বুলি লিখক।
  
 
|-
 
|-
Line 168: Line 163:
 
| 02:30
 
| 02:30
  
| অপচন এটালৈ মন কৰক যি কয় '''use default location''' ।
+
| এটা অপচনলৈ মন কৰক যত লিখা থাকিব '''use default location''' ।
  
 
|-
 
|-
Line 174: Line 169:
 
| 02:34
 
| 02:34
  
|এই অপচন যদি বাচা হয়, সকলো '''EclipseDemo''' প্ৰজেক্টৰ দেটা দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ হব ।
+
| যদি এই অপচনটো বাচানি কৰা হৈছে, '''EclipseDemo''' প্ৰজেক্টৰ তথয়বোৰ দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ কৰা হয়
  
 
|-
 
|-
Line 192: Line 187:
 
| 02:52
 
| 02:52
  
| ৱিজাৰ্দৰ  তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক
+
| ৱিজাৰ্দৰ  তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক
 
+
|-
 
| 03:00
 
| 03:00
 
+
| আমি ইয়াত এটা “Open Associated Perspective” নামৰ ডাইলগ বক্স দেখা পাম
| আমি ইয়াত এটা “Open Associated Perspective” নামৰ ডাইলগ বক্স দেখাপাম
+
  
 
|-
 
|-
Line 202: Line 196:
 
| 03:04
 
| 03:04
  
| ই ইক্লিপ্চ তথকা বস্তু বোৰক ৰেফাৰ কৰে।
+
| ই ইক্লিপ্চত থকা বস্তু বোৰক ৰেফাৰ কৰে
  
 
|-
 
|-
Line 208: Line 202:
 
| 03:09
 
| 03:09
  
|ডাইলগ বক্সএ জাভা দেভলপমেন্ট ৰউপযুক্তএটা স্ৱৰুপক বুজাই
+
|ডাইলগ বক্সএ জাভা দেভলপমেন্টৰ উপযুক্ত এটা স্ৱৰুপক বুজাই
  
 
|-
 
|-
Line 316: Line 310:
 
| 05:26
 
| 05:26
  
| ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰেস্টোৰ বাটন ব্যৱহাৰ কৰা হয় ।
+
| ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰিস্টোৰ বাটন ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
Line 328: Line 322:
 
| 05:49
 
| 05:49
  
| আমি দেখি পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে ।
+
| আমি দেখা পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে ।
  
 
|-
 
|-
Line 334: Line 328:
 
| 05:54
 
| 05:54
  
| তৈয়াৰ হোৱা কোদ বিলাক নির্ভৰ কৰে অপচনs বিলাক বাছনি কৰাৰ ওপৰত, যেতিয়া ক্লাছতো বনোৱা হয়  
+
| তৈয়াৰ হোৱা কোদ বিলাক নির্ভৰ কৰে অপচন বিলাক বাছনি কৰাৰ ওপৰত, যেতিয়া ক্লাছতো বনোৱা হয়
  
 
|-
 
|-
Line 346: Line 340:
 
| 06:08
 
| 06:08
  
| লিখক '''System.out.println (“Hello Eclipse”).'''
+
| লিখক '''System.out.println (“Hello Eclipse”) ।
  
 
|-
 
|-
Line 358: Line 352:
 
| 06:31
 
| 06:31
  
| ফাইল তো চেভ কৰক '''File ''' অপচন তো ক্লিক কৰি '''Save''' তিপক ।
+
| ফাইলতো চেভ কৰক '''File ''' অপচন তো ক্লিক কৰি '''Save''' তিপক ।
  
 
|-
 
|-
Line 364: Line 358:
 
| 06:37
 
| 06:37
  
| আন এটা উপায় হৈছে ছৰ্ত কাত '''Control S''' ব্যৱহাৰ কৰি ।
+
| আৰু এটা উপায় হৈছে ছৰ্ত কাত '''Control S''' ব্যৱহাৰ কৰি ।
  
 
|-
 
|-
Line 382: Line 376:
 
|07:04
 
|07:04
  
| আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ '''Problems''' পৰ্টলেট্স ত দখোৱা হয় ।
+
| আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ '''Problems''' পৰ্টলেট্স ত দেখোৱা হয় ।
  
 
|-
 
|-
Line 394: Line 388:
 
| 07:18
 
| 07:18
  
| ইয়াৰ জৰিয়তে টিউটৰিয়েল ৰ আন্তিম প্রয্যায় পালোহি ।
+
| ইয়াৰ জৰিয়তে টিউটৰিয়েলৰ আন্তিম প্রয্যায় পালোহি ।
  
 
|-
 
|-
Line 472: Line 466:
 
| 08:23
 
| 08:23
  
| এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যায়
+
| এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব
  
 
|-
 
|-

Latest revision as of 18:41, 22 February 2017

Time' Narration
00:01 নমস্কাৰ দৰ্শক সকল. Getting started with Eclipseৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো ।
00:06 এই টিউটৰিয়েলত আমি শিকিম
00:08 কেনেকৈ ইক্লিপ্চত এটা প্ৰজেক্ট বনাব আৰু এটা ক্লাছ যোগ কৰিব পাৰি।
00:12 কেনেকৈ জাভা প্ৰোগ্ৰাম লিখিব পাৰি আৰু
00:14 আৰু ইক্লিপ্চত কেনেকৈ জাভা প্ৰোগ্ৰাম এটা চলাব পাৰি ।
00:18 এই টিউটৰিয়েলৰ বাবে আমি ব্যৱহাৰ কৰিম

Ubuntu 11.10, Eclipse 3.7

00:25 এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ
00:28 আপোনাৰ চিচটেমত ইক্লিপ্চ ইন্চটল হৈ থকা হ‘ব লাগিব ।
00:30 যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক টিউটৰিয়েল আমাৰ ৱেবচাইটত পৰিদৰ্শন কৰক ।
00:39 Eclipse হৈছে এটা Integrated Development Environment
00:42 এইটো এটা টুল হয় য‘ত এজনে জাভা প্ৰোগ্ৰামবোৰ অতি সহজে লিখা, ডিবাগ কৰা আৰু ৰান কৰিব পাৰে
00:50 এতিয়া ইক্লিপ্চ খোলো আহক।
00:55 Alt F2 প্ৰেচ কৰক আৰু ডাইলগ বক্সত , eclipse লিখি এন্টাৰ টিপক ।
01:08 আমি এটা Workspace Launcher ডাইলগ বক্স পাও ।
01:11 workspace এটা জেগা হয় য‘ত আপোনাৰ প্ৰজেক্ট সম্বন্ধিয় সকলো দেটা আৰু ইক্লিপ্চ সম্বন্ধিয় ফাইল বোৰ সংৰক্ষণ কৰা হয় ।
01:19 তাতে ইতিমধ্যে এটা জেগা আছে যিটো দিফল্ট লোকেছন বোলি কোৱা হয় ।
01:24 ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন ডিৰেক্টৰীও বাচিব পাৰি ।
01:27 এতিয়াৰ বাবে দিফল্ট ডিৰেক্টৰীৰ সৈতে আগবাঢ়ো ।
01:30 আগ বাঢ়িবলৈ OK ত ক্লিক কৰক ।
01:39 আপোনাৰ আগত Welcome to Eclipse পাঠ এখন আছে ।
01:46 পাঠখনৰ ওপৰৰ ভাগত সোঁ কোনত থকা Workbenchত ক্লিক কৰক ।
01:52 আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা প্ৰজেক্ট যোগ কৰো আহক।
01:57 প্ৰথমে File যাওক তাৰ পিছত New আৰু Project বাচনি কৰক ।
02:05 প্ৰজেক্টৰ তালিকাত Java Project বাচক ।
02:10 আৰু মন কৰিব যে আমি প্ৰায়েবোৰ টিউটৰিয়েলৰ বাবে java project ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক
02:19 প্ৰজেক্টৰ নামত EclipseDemo বুলি লিখক।
02:30 এটা অপচনলৈ মন কৰক যত লিখা থাকিব use default location
02:34 যদি এই অপচনটো বাচানি কৰা হৈছে, EclipseDemo প্ৰজেক্টৰ তথয়বোৰ দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ কৰা হয়
02:41 যদি এইটো বাছনি হোৱা নাই ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি ।
02:47 এতিয়াৰ বাবে আমি ডিফল্ট লোকেছনটো ব্যৱহাৰ কৰিম ।
02:52 ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক
03:00 আমি ইয়াত এটা “Open Associated Perspective” নামৰ ডাইলগ বক্স দেখা পাম
03:04 ই ইক্লিপ্চত থকা বস্তু বোৰক ৰেফাৰ কৰে
03:09 ডাইলগ বক্সএ জাভা দেভলপমেন্টৰ উপযুক্ত এটা স্ৱৰুপক বুজাই
03:20 “remember my decision” বাছনি কৰক আৰু “Yes” ত ক্লিক কৰক।
03:27 প্ৰোজেক্টৰ সৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া প্ৰোজেক্ট লৈএটা ক্লাচ যোগকৰো।
03:37 প্ৰোজেক্ট ত সো ক্লিককৰক, “new” আৰু “class” ত বাছনি কৰক।
03:46 ক্লাছ নেমত “Demo Class” বুলিদিয়ক।
03:55 মন কৰিব যে মোদিফায়াৰত আমাৰ হাতত দুটা অপচন আছে, যি কেইটা হ’ল “Public” আৰু “Default” ।
03:59 এতিয়াৰ কাৰণে Public হিছাপে লওক ।
04:01 দ্বিতীয় অপচন বোৰপিছৰ টিউটৰিয়েল তআলোচনাকৰাহব।
04:06 আৰু Method Stubs ৰ তালিকা অপচন টোৰ পাছতযি হয় “public static void main”।
04:15 পিছৰ অপচন বোৰ আহিব লগিয়া টিউটৰিয়েল তআলোচনাকৰাহব।
04:19 ৱিজৰ্দৰ সো-কোণ ৰ তলত থকা “Finish” ত ক্লিক কৰক।
04:30 আৰু ইয়াত আমাৰ “Class File” আছে ।
04:35 মন কৰক যে তাতে বহুতো পাৰ্টিছন আছে, যাক কোৱা হয় “Portlets” ।
04:41 আমাৰ ওচৰত “Package Explorer” আছে যিয়ে “File Browser” ৰনিচিনাদেখুৱাই।
04:46 আমাৰ ওচৰত “এদিটৰ” পৰ্টলেট্স আছেয’তআমি কোদ লিখো।
04:50 আৰু আউটলেত পৰ্টলেট্স যিয়ে প্ৰোজেক্ট ৰ হাইৰাৰ্কী দেখুৱাই।
04:56 প্রতিতো “Portlet” পুণৰ আকাৰ দিব পৰা যায় ।
05:10 ইয়াক সৰু কৰিবলৈ মিনিমাইজ বাটন ব্যৱহাৰ কৰা হয় ।
05:26 ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰিস্টোৰ বাটন ব্যৱহাৰ কৰা হয় ।
05:37 এতিয়া বেলেগ পৰ্টলেট্স মিনিমাইজ কৰি এদিটৰ ত ফোকাছ কৰা যাওক ।
05:49 আমি দেখা পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে ।
05:54 তৈয়াৰ হোৱা কোদ বিলাক নির্ভৰ কৰে অপচন বিলাক বাছনি কৰাৰ ওপৰত, যেতিয়া ক্লাছতো বনোৱা হয়
06:00 এতিয়া এটা প্ৰীন্ট স্টেতমেন্ত ইয়াত যোগ কৰক ।
06:08 লিখক System.out.println (“Hello Eclipse”) ।
06:26 স্টেতমেন্তৰ শেষত এটা সেমিকলন ব্যৱহাৰ কৰক ।
06:31 ফাইলতো চেভ কৰক File অপচন তো ক্লিক কৰি Save তিপক ।
06:37 আৰু এটা উপায় হৈছে ছৰ্ত কাত Control S ব্যৱহাৰ কৰি ।
06:42 প্ৰোগ্ৰামতো ৰান কৰিবলৈ , এদিটৰত গৈ সো ক্লিক কৰক, তাৰ পৰা run asতালৈ গৈ java application বাছি লওক
06:56 ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output কোনচোলত আউপোটতো দেখা পাই ।
07:04 আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems পৰ্টলেট্স ত দেখোৱা হয় ।
07:10 চোৱা যাওক ইক্লিপ্চ ত কি দৰে জাভা প্ৰোগ্ৰাম লিখা যায় আৰু ৰান কৰা যায়
07:18 ইয়াৰ জৰিয়তে টিউটৰিয়েলৰ আন্তিম প্রয্যায় পালোহি ।
07:20 এই টিউটৰিয়েল ৰ পৰা আমি সিকিলো ইক্লিপ্চত কি দৰে প্ৰোজেক্ট আৰু এটা ক্লাচ তৈয়াৰ কৰা যায়। ইক্লিপ্চত কি দৰে জাভা ছৰ্চ কোদ লিখা যায় আৰু কি দৰে জাভা প্ৰোগ্ৰাম ৰান কৰা যায় ।
07:33 এই টিউটৰিয়েল ৰ বাবে এটা কার্য্য, এটা নতুন প্ৰোজেক্ট তৈয়াৰ কৰক Display নাম দি ।
07:38 আৰু Display প্ৰোজেক্ট ত এটা class যোগ কৰক, Welcome নামেৰে ।
07:44 স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
07:50 স্পকেন টিউটৰিয়েল প্ৰোজেক্টৰ সাৰাংশ ইয়াতে আছে ।
07:53 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে ।
07:58 স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ দলটিয়ে
07:59 স্পকেন টিউটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে ।
08:02 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:05 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
08:12 স্পকেন টিউটৰিয়েল প্ৰোজেক্ট Talk to a Teacher' প্ৰোজেক্টৰ এটা অংগ ।
08:17 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:23 এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব
08:27 এই টিউটৰিয়েলটো অৰুন পাঠকৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগ দিয়াৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya