Difference between revisions of "BASH/C2/Introduction-to-BASH-Shell-Scripting/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(One intermediate revision by one other user not shown) | |||
Line 37: | Line 37: | ||
|- | |- | ||
| 00:35 | | 00:35 | ||
− | | | + | | '''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' OS আৰু |
|- | |- | ||
Line 57: | Line 57: | ||
|- | |- | ||
| 00:56 | | 00:56 | ||
− | | | + | |'''Bash Shell'''(বেচ চেল) হৈছে এটা '''Command language interpreter'''(কমান্ড লেংগুৱেজ ইন্টাৰপ্ৰিটাৰ), যি কমান্ডসমূহ কাৰ্যকৰী কৰে |
|- | |- | ||
| 01:02 | | 01:02 | ||
− | | | + | |এই কমান্ডসমূহ ষ্টেনদাৰ্দ ইনপুট দিভাইচ(standard input device)ৰ পৰা পঢ়া হয় |
|- | |- | ||
| 01:07 | | 01:07 | ||
− | | | + | |ইনপুট দিভাইচ(input device)টো হ’ব পাৰে |
|- | |- | ||
|01:09 | |01:09 | ||
− | | | + | |আপোনাৰ '''keyboard'' (কীবৰ্ড) |
|- | |- | ||
|01:11 | |01:11 | ||
− | | | + | | বা এটা সাধাৰণ ''' text file'''(টেকষ্ট ফাইল) |
|- | |- | ||
Line 113: | Line 113: | ||
|- | |- | ||
|02:00 | |02:00 | ||
− | | | + | |এইটো Stephen Bourne (ষ্টিফেন ব’ৰন)এ লিখা প্ৰকৃত UNIX shell(চেল) |
|- | |- | ||
|02:06 | |02:06 | ||
− | | | + | | আজিকালি সৰহসংখ্যক আধুনিক চেলে(shell) প্ৰদান কৰা ইন্টাৰেক্তিভিতি(interactivity)ৰ ইয়াত অভাৱ আছিল |
|- | |- | ||
| 02:11 | | 02:11 | ||
− | | '''C Shell(চেল)''' | + | | '''C Shell(চেল)''' ই '''Bourne Shell '''(ব’ৰন চেল)ত অভাৱ হোৱা বৈশিষ্টসমূহ প্ৰদান কৰে |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 02:16 | | 02:16 | ||
− | | '''K Shell(চেল)''' | + | | '''K Shell(চেল)''', এইটো David Korn (ডেভিড ক’ৰ্ন )এ নিৰ্মাণ কৰিছিল |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 145: | Line 137: | ||
|- | |- | ||
| 02:30 | | 02:30 | ||
− | | | + | | '''Bash Shell'''(বেচ চেল)টো '''GNU প্ৰকল্প(Project)'''ই বিকশিত কৰিছিল |
|- | |- | ||
| 02:32 | | 02:32 | ||
− | | | + | | ই '''B Shell(চেল)''' ভাষাৰ ওপৰত ভিত্তি কৰি |
|- | |- | ||
|02:35 | |02:35 | ||
− | | | + | | ইয়াৰ ''' C''' আৰু '''K Shells(চেল)'''ৰ দৰে বৈশিষ্ট আছে |
|- | |- | ||
Line 161: | Line 153: | ||
|- | |- | ||
| 02:41 | | 02:41 | ||
− | | | + | | ই default '''Shell '''(দিফ’ল্ট চেল) হয় '''FreeBSD ''' আৰু ইয়াৰ উত্তৰপুৰূষসমূহৰ |
|- | |- | ||
Line 169: | Line 161: | ||
|- | |- | ||
|02:49 | |02:49 | ||
− | | | + | | এইটো এটা ইন্টাৰেক্তিভ (interactive)ব্যৱ্হাৰৰ বাবে পৰিকল্পিত(designed) '''Shell''' (চেল) হয় |
|- | |- | ||
| 02:52 | | 02:52 | ||
− | | | + | | ইয়াত '''ksh,bash(বেচ) আৰু tcsh'''ৰ বহুতো উপকাৰী বৈশিষ্ট আছে |
|- | |- | ||
Line 185: | Line 177: | ||
|- | |- | ||
| 03:08 | | 03:08 | ||
− | | | + | | ই '''Shell''' (চেল)টোক এই ''' text file'''(টেকষ্ট ফাইল)টো কাৰ্যকৰী কৰিবলৈ কয়, ক’মান্ডসমূহ লিখাৰ পৰিৱৰ্তে |
|- | |- | ||
Line 317: | Line 309: | ||
|- | |- | ||
|05:34 | |05:34 | ||
− | | এন্টাৰ('''Enter''') টিপক | + | | এন্টাৰ('''Enter''') টিপক. লিখক '''echo স্পেছ(space) backtick(বেকটিক) date(দেত) backtick(বেকটিক)''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 385: | Line 373: | ||
|- | |- | ||
|06:48 | |06:48 | ||
− | | | + | | বিভিন্ন প্ৰকাৰৰ '''Shells'''(চেলচ) |
|- | |- | ||
|06:50 | |06:50 | ||
− | | | + | | '''Bash Shell '''(বেচ চেল), '''Bash Shell script'''(বেচ চেল স্ক্ৰিপ্ত) |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 401: | Line 385: | ||
|- | |- | ||
| 06:57 | | 06:57 | ||
− | | এটা অনুশিলনী হিচাবে এটা সাধাৰন '''script'''(স্ক্ৰিপ্ত) লিখক দৰ্শিত কৰিবলৈ | + | | এটা অনুশিলনী হিচাবে এটা সাধাৰন '''script'''(স্ক্ৰিপ্ত) লিখক দৰ্শিত কৰিবলৈ “'''Welcome to Bash learning'''” |
|- | |- | ||
|07:03 | |07:03 | ||
− | | | + | | আৰু''' “” ''' (asterisks)(এষ্টেৰিস্কচ) বেলেগ শাৰীত |
|- | |- |
Latest revision as of 11:55, 22 February 2017
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল,BASH shell scripting(বেছ চেল স্ক্ৰিপ্তিং)ৰ পৰিচয়ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:08 | এই টিউটৰিয়েলটোত,আমি শিকিম |
00:10 | বিভিন্ন প্ৰকাৰৰ Shells(চেলচ)ৰ বিষয়ে |
00:13 | Bash Shell script(বেছ চেল স্ক্ৰিপ্ত)এটা লিখা আৰু |
00:16 | ইয়াক কাৰ্যকৰী কৰা |
00:18 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ,আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব |
00:25 | যদি নহয়,তেন্তে সংগত Linux(লিনাক্স)টিউট’ৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেব্চাইট(website) পৰিদৰ্শন কৰক |
00:32 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:35 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS আৰু |
00:39 | GNU Bash(বেচ) তাঙৰণ 4.1.10 |
00:43 | অনুগ্ৰহ কৰি লক্ষ্য কৰক GNU bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:50 | আহক আমি এটা পৰিচয়ৰে আৰম্ভ কৰো |
00:53 | আমি চাম এটা Bash Shell (বেচ চেল)কি হয় |
00:56 | Bash Shell(বেচ চেল) হৈছে এটা Command language interpreter(কমান্ড লেংগুৱেজ ইন্টাৰপ্ৰিটাৰ), যি কমান্ডসমূহ কাৰ্যকৰী কৰে |
01:02 | এই কমান্ডসমূহ ষ্টেনদাৰ্দ ইনপুট দিভাইচ(standard input device)ৰ পৰা পঢ়া হয় |
01:07 | ইনপুট দিভাইচ(input device)টো হ’ব পাৰে |
01:09 | আপোনাৰ 'keyboard (কীবৰ্ড) |
01:11 | বা এটা সাধাৰণ text file(টেকষ্ট ফাইল) |
01:14 | আহক মই আপোনাক দেখুৱাওঁ এটা Bash Shell (বেচ চেল)কি হয় |
01:16 | আপোনাৰ কীবৰ্ডত Ctrl+Alt+T কীছ( keys)একেলগে টিপি তাৰমিনেল উইন্দ’(terminal window) খোলক |
01:24 | ই জিন’ম তাৰমিনেল(Gnome terminal)টো খুলিব |
01:27 | কি ধৰণৰ shell(চেল) আমি ব্যৱ্হাৰ কৰি আছো তাক পৰীক্ষা কৰিবলৈ লিখক echo স্পেছ(space) ড’লাৰ চিহ্ন(dollar sign) SHELL(চেল) (বৰফলাত) |
01:38 | Enter(এন্টাৰ)টিপক |
01:40 | আপুনি আউতপুটটো পাছৰ শাৰীটোত ছপা হোৱা দেখিব যে slash(শ্লাছ) bin(বিন) slash(শ্লাছ) bash(বেচ) |
01:47 | ই সূচায় যে আমি Bash Shell (বেচ চেল)টো ব্যৱহাৰ কৰি আছো |
01:51 | এতিয়া আহক আমি বিভিন্ন ধৰণৰ উপলদ্ধ Shells (চেলচ)ৰ বিষয়ে জানো |
01:56 | আহক আমি আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ Bourne Shell (ব’ৰন চেল) |
02:00 | এইটো Stephen Bourne (ষ্টিফেন ব’ৰন)এ লিখা প্ৰকৃত UNIX shell(চেল) |
02:06 | আজিকালি সৰহসংখ্যক আধুনিক চেলে(shell) প্ৰদান কৰা ইন্টাৰেক্তিভিতি(interactivity)ৰ ইয়াত অভাৱ আছিল |
02:11 | C Shell(চেল) ই Bourne Shell (ব’ৰন চেল)ত অভাৱ হোৱা বৈশিষ্টসমূহ প্ৰদান কৰে |
02:16 | K Shell(চেল), এইটো David Korn (ডেভিড ক’ৰ্ন )এ নিৰ্মাণ কৰিছিল |
02:20 | ইয়াত B Shell(চেল) আৰু C Shell(চেল) দুয়োটাৰে বৈশিষ্ট থকাৰ লগতে, কিছু অত্যাধিক বৈশিষ্টও আছে |
02:27 | Bash Shell(বেচ চেল) |
02:30 | Bash Shell(বেচ চেল)টো GNU প্ৰকল্প(Project)ই বিকশিত কৰিছিল |
02:32 | ই B Shell(চেল) ভাষাৰ ওপৰত ভিত্তি কৰি |
02:35 | ইয়াৰ C আৰু K Shells(চেল)ৰ দৰে বৈশিষ্ট আছে |
02:40 | TC Shell(চেল) |
02:41 | ই default Shell (দিফ’ল্ট চেল) হয় FreeBSD আৰু ইয়াৰ উত্তৰপুৰূষসমূহৰ |
02:46 | Z shell(চেল) |
02:49 | এইটো এটা ইন্টাৰেক্তিভ (interactive)ব্যৱ্হাৰৰ বাবে পৰিকল্পিত(designed) Shell (চেল) হয় |
02:52 | ইয়াত ksh,bash(বেচ) আৰু tcshৰ বহুতো উপকাৰী বৈশিষ্ট আছে |
02:58 | এতিয়া আহক আমি চাওঁ এটা Bash Shell script(বেচ চেল স্ক্ৰিপ্ত)কি হয় |
03:02 | Bash Shell script(বেচ চেল স্ক্ৰিপ্ত)টোৱে সাধাৰণ text file(টেকষ্ট ফাইল)ত Bash(বেচ)ক’মান্ড ৰ সংহতি এটা ধাৰণ কৰি থাকে |
03:08 | ই Shell (চেল)টোক এই text file(টেকষ্ট ফাইল)টো কাৰ্যকৰী কৰিবলৈ কয়, ক’মান্ডসমূহ লিখাৰ পৰিৱৰ্তে |
03:15 | আহক আমি চাওঁ এটা সাধাৰণ Bash script(বেচ স্ক্ৰিপ্ট) কেনেকৈ লিখা হয় |
03:20 | আমি echo ক’মান্ড(command)টো পৰিক্ষা কৰিম, যি তাৰমিনেলত(terminal) Hello World ছপা কৰিব |
03:25 | তাৰমিনেল(terminal) লৈ ঘুৰি যাওক |
03:29 | এতিয়া লিখক echo স্পেছ(space) দ্বৈত উৰ্দ্ধ ক’মাৰ ভিতৰত Hello world |
03:35 | আৰু এন্টাৰ(Enter) টিপক |
03:37 | ই তাৰমিনেলত(terminal) Hello World ছপা কৰিব |
03:40 | ক’মান্ডটোৱে আশাকৰা ধৰণে কাম কৰিলে |
03:43 | এতিয়া,যদি আমি এই কমান্ডটো এটা ফাইলত ব্যৱহাৰ কৰিব বিচাৰো ? |
03:47 | মাত্ৰ এই কমান্ডটো এটা ফাইলত থওঁক আৰু সেই ফাইলটো কাৰ্যকৰী কৰক |
03:52 | মই এই উদ্দেশ্যে gedit টেকষ্ট এদিটৰ(text-editor) ব্যৱহাৰ কৰিম |
03:57 | আপুনি মুক্ত হয় আপোনাৰ পচন্দৰ টেকষ্ট এদিটৰ(text-editor) ব্যৱহাৰ কৰিবলৈ |
04:00 | মই মোৰ ফাইলটো Desktop(দেক্সট’প)ত নিৰ্মাণ কৰিব বিচাৰিছো |
04:03 | গতিকে, লিখক cdস্পেছ(space) Desktop(দেক্সট’প) |
04:07 | এন্টাৰ(Enter) টিপক |
04:09 | এতিয়া লিখক gedit স্পেছ(space) hello(হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh স্পেছ(space) &'(ampersand sign)(এম্পাৰচেন্ত চিহ্ন) |
04:20 | Gedit হৈছে টেকষ্ট এদিটৰ । Hello(হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh হৈছে ফাইল নাম আৰু |
04:27 | আমি প্ৰমপ্ত(prompt) খালী কৰিবলৈ & (ampersand)(এম্পাৰচেন্ত) ব্যৱহাৰ কৰিছো |
04:32 | এতিয়া এন্টাৰ(Enter) টিপক |
04:33 | আমি gedit ব্যৱহাৰ কৰি hello_world.shনামৰ এটা নতুন ফাইল খুলিছো |
04:40 | এতিয়া, লিখক hash(হেচ) exclamation mark(এক্সক্লেমেচন মাৰ্ক) front(ফ্ৰন্ত) slash(শ্লাছ) bin(বিন) front(ফ্ৰন্ত) slash(শ্লাছ) bash(বেচ) |
04:47 | এইটো প্ৰত্যেক বেচ স্ক্ৰিপ্ট(bash script)ৰ প্ৰথম শাৰী হয় |
04:51 | এইটো shebang(চিবেংগ) বা bang(বেংগ) শাৰী বুলি কোৱা হয় |
04:55 | এন্টাৰ(Enter) টিপক |
04:57 | এতিয়া, আহক ফাইলটোত এটা ক’মেন্ত যোগ কৰো লিখি |
05:00 | hash(হেচ) স্পেছ(space) my first Bash(বেচ) script(স্ক্ৰিপ্ট) |
05:06 | মনত ৰাখিব যে hash(হেচ)ৰ পাছৰ যিকোনো শাৰীক, এটা comment(ক’মেন্ত) হিচাবে গণ্য কৰা হয় |
05:11 | আৰু comment(ক’মেন্ত)সমূহক Bash(বেচ)ইন্টাৰপ্ৰিটাৰৰ(interpreter) দ্বাৰা অৱজ্ঞা(ignored) কৰা হয় |
05:15 | এতিয়া আমি ক’মান্ডটো যোগ কৰিব পাৰিম যিটো আমি কিছু আগতে ব্যৱহাৰ কৰিছিলো |
05:19 | এন্টাৰ(Enter) টিপক |
05:20 | আৰু লিখক echo স্পেছ(space) দ্বৈত উৰ্দ্ধ ক’মাৰ ভিতৰত Hello world |
05:27 | এন্টাৰ(Enter) টিপক |
05:28 | লিখক echo স্পেছ(space) ড’লাৰ চিহ্ন(dollar sign) SHELL(চেল) (বৰফলাত) |
05:34 | এন্টাৰ(Enter) টিপক. লিখক echo স্পেছ(space) backtick(বেকটিক) date(দেত) backtick(বেকটিক) |
05:41 | backtick(বেকটিক) চিহ্ন(symbol) tilde কেৰেক্তাৰ(character)থকা কীটোত উপলদ্ধ |
05:47 | এতিয়া, ফাইলটো সংৰক্ষণ কৰিবলৈ Save(ছেভ)ত টিপক |
05:50 | আহক আমি কাৰ্যকৰী কৰো আমাৰ তাৰমিনেললৈ(terminal) ঘূৰি আহক |
05:55 | প্ৰথমে আমি কাৰ্যকৰী হ’বলগীয়া ফাইলটো বনাব লাগিব |
05:58 | ইয়াৰ বাবে লিখক chmod স্পেছ(space) plus x স্পেছ(space) hello (হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh |
06:09 | আৰু এন্টাৰ(Enter) টিপক |
06:12 | এতিয়া লিখক |
06:14 | dot slash(শ্লাছ) hello (হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh |
06:19 | এন্টাৰ(Enter) টিপক |
06:22 | আপুনি দেখিছে তাৰমিনেলত (terminal)Hello World দৰ্শিত হৈছে |
06:27 | shell (চেল)ৰ প্ৰকাৰটো পাছৰ শাৰীটোত দৰ্শিত হৈছে । যি হৈছে slash(শ্লাছ) bin(বিন) slash(শ্লাছ) bash(বেচ) |
06:32 | আৰু দিন(Day), মাহ(Month), সময়(Time), সময় অঞ্চল(Time zone) আৰু চন(Year) সমূহ দৰ্শিত হৈছে |
06:38 | আউতপুটটো চিষ্টেমটোৰ(system) ওপৰত ভিত্তি কৰি বেলেগ হ’ব পাৰে |
06:43 | আহক আমি আমাৰ শ্লাইডলৈ ঘুৰি যাওঁ আৰু মূলভাৱ চাওঁ |
06:46 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
06:48 | বিভিন্ন প্ৰকাৰৰ Shells(চেলচ) |
06:50 | Bash Shell (বেচ চেল), Bash Shell script(বেচ চেল স্ক্ৰিপ্ত) |
06:52 | এটা সাধাৰন Shell script(চেল স্ক্ৰিপ্ত)লিখা আৰু স্ক্ৰিপ্তটো কাৰ্যকৰী কৰা |
06:57 | এটা অনুশিলনী হিচাবে এটা সাধাৰন script(স্ক্ৰিপ্ত) লিখক দৰ্শিত কৰিবলৈ “Welcome to Bash learning” |
07:03 | আৰু “” (asterisks)(এষ্টেৰিস্কচ) বেলেগ শাৰীত |
07:06 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
07:10 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
07:13 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
07:17 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
07:20 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07:22 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:26 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
07:39 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:45 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
07:51 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দল IIT Bombayয়ে অৱ্দান(contributed) দিছে |
07:56 | মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |