Difference between revisions of "Advanced-Cpp/C2/Exception-Handling/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(5 intermediate revisions by one other user not shown)
Line 25: Line 25:
 
|-
 
|-
 
| 00:16
 
| 00:16
| '' 'উবুন্টু অপাৰেটিং সিস্টেম' '' সংস্কৰণ 11.10
+
| উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
  
 
|-
 
|-
 
| 00:20
 
| 00:20
| ''g++ compiler '''v. 4.6.1
+
| ''g++ compiler '' v. 4.6.1
  
 
|-
 
|-
Line 68: Line 68:
 
|-
 
|-
 
| 01:05
 
| 01:05
| '''Try'''
+
| '''Try''', '''Catch'''
 
+
|-
+
| 01:06
+
| '''Catch'''
+
  
 
|-
 
|-
 
| 01:07
 
| 01:07
| আৰু ' '''Throw'''
+
| আৰু '''Throw'''
 
|-
 
|-
 
| 01:09
 
| 01:09
Line 98: Line 94:
 
|-
 
|-
 
| 01:27
 
| 01:27
|Throw:
+
|Throw, try ব্লক আৰু catch বল্ক
 
+
|-
+
| 01:28
+
| try ব্লক আৰু catch বল্ক
+
 
|-
 
|-
 
| 01:32
 
| 01:32
Line 123: Line 115:
 
|-
 
|-
 
| 01:51
 
| 01:51
| মন কৰিব যে আমাৰ ফাইলৰ নাম '' exception.cpp '' 'হয়
+
| মন কৰিব যে আমাৰ ফাইলৰ নাম '' exception.cpp '' হয়
  
 
|-
 
|-
Line 142: Line 134:
 
|-
 
|-
 
| 02:11
 
| 02:11
| ইয়াত অামাৰ উচৰত '''argument ''' হিচাবে থকা ''' int a''' আৰু '''int b''' ৰ সৈতে '''division''' 'ফাংশন আছে' ''
+
| ইয়াত অামাৰ উচৰত '''argument ''' হিচাবে থকা ''' int a''' আৰু '''int b''' ৰ সৈতে '''division''' ফাংশন আছে.
 
|-
 
|-
 
| 02:18
 
| 02:18
Line 165: Line 157:
 
|-
 
|-
 
| 02:46
 
| 02:46
| এইটো আমাৰ ''try block''' হয় .
+
| এইটো আমাৰ ''try block''' হয়.
  
 
|-
 
|-
Line 178: Line 170:
 
|-
 
|-
 
| 02:57
 
| 02:57
| এইটো  আমাৰ '' catch block''' হয় ''
+
| এইটো  আমাৰ '' catch block'' হয়
  
 
|-
 
|-
Line 208: Line 200:
 
|-
 
|-
 
| 03:36
 
| 03:36
|'''Enter the value of x and y''' .
+
|'''Enter the value of x and y'''.
 
|-
 
|-
 
| 03:38
 
| 03:38
Line 218: Line 210:
 
|-
 
|-
 
| 03:46
 
| 03:46
| '' '' 'আমি আকৌ এবাৰ কম্পাইল কৰো
+
| আমি আকৌ এবাৰ কম্পাইল কৰো
  
 
|-
 
|-
 
| 03:48
 
| 03:48
| '' 'আপ এৰো কী  দুইবাৰ প্রেস কৰক ' ''
+
|'আপ এৰো কী  দুইবাৰ প্রেস কৰক
  
 
|-
 
|-
 
| 03:51
 
| 03:51
| '' 'এন্টাৰ টিপক
+
| এন্টাৰ টিপক, আকৌ 'আপ এৰো কি দুইবাৰ  টিপক
|-
+
| 03:52
+
| আকৌ 'আপ এৰো কি দুইবাৰ  টিপক
+
  
 
|-
 
|-
Line 237: Line 226:
 
|-
 
|-
 
| 03:57
 
| 03:57
| '' '' ''  আমি 8 আৰু 2 দিম '
+
| আমি 8 আৰু 2 দিম
  
 
|-
 
|-
 
| 04:01
 
| 04:01
| '' 'আউটপুটৃো 4 হয়' ''
+
| আউটপুটৃো 4 হয়
  
 
|-
 
|-

Latest revision as of 11:40, 22 February 2017

Time Narration
00:01 C++ত Exception Handling স্পেকেন টিউটোৰিয়েলৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম
00:09 Exception Handling.
00:11 আমি এইটোক এটা উদাহৰণ সাহায্যে কৰিম.
00:14 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:16 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:20 g++ compiler v. 4.6.1
00:25 আমি Exceptionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00:29 এটা exception এটা সমস্যা হয় যি প্রোগ্রাম এটা চলোৱাৰ সময়ত দেখা যায়
00:34 এইটো এটা প্রোগ্রামে সিনাক্ত কৰিব পৰা এটা run-time এৰৰ হয়
00:39 আমি exception handling ইয়ালৈ যাও
00:42 প্রোগ্রাম চলোৱাৰ সময়ত ঘটা সমস্যাৰ বাবে প্রতিক্রিয়া দিয়াকে exception handling বোলি কোৱা হয়
00:50 Exception handlingএ এটা প্রোগ্রাম কার্যকৰি কৰিবলৈ অনুমতি দিয়ে.
00:55 ই এটা সমস্যা চিহ্নিত কৰাত সহায় কৰে.
00:57 আৰু এটা নিয়ন্ত্রিত পদ্ধতিত প্রোগ্রামটো বন্ধ কৰা হয়.
01:02 আমি Exceptionsৰ প্রকাৰ বোৰ চাও
01:05 Try, Catch
01:07 আৰু Throw
01:09 আমি try ব্লকৰ ভিতৰত এৰৰে দোষিত কোডটো লিখো
01:13 তাৰপিছত ইয়াক throw ব্যবহাৰ কৰি হেন্দেল কৰা হয়
01:16 ইয়াৰ পিছত catch স্তেটমেন্ট ব্যবহাৰ কৰি exceptionটো ধৰা হয়.
01:21 আৰু তাৰপিছত ই প্রক্রিয়া হয়
01:23 try, catch আৰু throw ৰ বাবে সিন্টেক্স হল:
01:27 Throw, try ব্লক আৰু catch বল্ক
01:32 ইয়াতে আমি যুক্তি পাস কৰো
01:35 try বল্কৰ ভিতৰতো throw স্তেটমেন্ট লিখিব পাৰি
01:40 আমাৰ উচৰত try, catch ব্লকতকৈয়ো আৰু বেছি থাকিব পাৰে.
01:44 এতিয়া আমি exception handlingৰ এটা উদাহৰণ চাও.
01:48 আমাৰ উচৰত কোড আছে, আমি এইটো খোলিম
01:51 মন কৰিব যে আমাৰ ফাইলৰ নাম exception.cpp হয়
01:55 এই প্ৰোগ্ৰামত আমি exception handling ব্যবহাৰ কৰি শূন্য এৰৰ দ্বাৰা বিভক্তক সমাধান কৰিম.
02:02 আমি কোড টো চাও
02:04 এইটো আমাৰ iostream"' হিচাবে header file হয়
02:07 ইয়াত আমি ' std namespace ব্যবহাৰ কৰিছো
02:11 ইয়াত অামাৰ উচৰত argument হিচাবে থকা int a আৰু int b ৰ সৈতে division ফাংশন আছে.
02:18 তাৰ পিছত আমি b ==0' হয় নে নহয় প্ৰশিক্ষন কৰিম
02:22 যদি সত্য হয়, আমি শূন্য শর্ত দ্বাৰা এটা exception division ৰাখিম.
02:27 সেই ফাংশনে a আৰু b দিভিজন উভতাই দিয়ে
02:32 এইটো আমাৰ প্রধান ফাংশন হয়.
02:34 ইয়াত আমি x, y ক পূর্ণসংখ্যা ( integer) ভেৰিয়েবল হিসাবে ঘোষণা কৰিছো আৰু ডবল ভেৰিয়েবল হিচাবে z
02:42 ইয়াত আমি x আৰু y মান গ্রহণ কৰিম.
02:46 এইটো আমাৰ try block' হয়.
02:48 ইয়াত আমি ফাংশন "' divisionক কল কৰিম
02:51 আৰু z ত ফলাফলটো সংৰক্ষণ কৰিম
02:54 তাৰপিছত আমি ' z' এৰ মান প্রিন্ট কৰিম.
02:57 এইটো আমাৰ catch block হয়
02:59 ইয়াত আমি এটা character constant' হিসাবে' এটা argument msg পাচ কৰিম
03:06 তাৰপিছত আমি msg টো প্রিন্ট কৰিম
03:08 আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয়
03:11 এতিয়া আমি প্রোগ্রামটো সম্পাদন কৰো
03:13 আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল খুলক
03:21 কম্পাইল কৰিবলৈ টাইপ কৰক g++ স্পেচ exception dot cpp স্পেচ hyphen o স্পেচ ex ' 'এন্টাৰ টিপক'.
03:32 টাইপ কৰক dot slash ex 'এন্টাৰ টিপক
03:36 Enter the value of x and y.
03:38 আমি 3 আৰু 0 দিম .
03:42 আউটপুটটো এনেধৰনে প্রদর্শিত হয়: Division by zero condition
03:46 আমি আকৌ এবাৰ কম্পাইল কৰো
03:48 'আপ এৰো কী দুইবাৰ প্রেস কৰক
03:51 এন্টাৰ টিপক, আকৌ 'আপ এৰো কি দুইবাৰ টিপক
03:55 Enter the value of x and y
03:57 আমি 8 আৰু 2 দিম
04:01 আউটপুটৃো 4 হয়
04:04 এইভাবে যি try, catch আৰু throw ব্লক কাম কৰে
04:08 এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
04:11 আমি স্লাইড বোৰলৈ যাও
04:14 আমি সংক্ষেপ কৰো
04:16 এই টিউটোৰিয়েলত, আমি "Exception Handling' Try Catch আৰু Throw blocks দেখা পাইছো
04:23 এটা নিয়োগ হিসাবে Employessৰ বয়স প্রদর্শন কৰক.
04:26 বয়স যাতে 15 বছৰ বুয়ষততৈ কম নহয় তাক প্ৰশিক্ষন কৰিবলৈ exception দি চাওক.
04:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:34 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
04:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
04:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
04:48 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
04:52 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
04:59 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
05:04 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
05:11 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
05:16 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya