Difference between revisions of "PERL/C3/File-Handling/Assamese"
From Script | Spoken-Tutorial
Line 53: | Line 53: | ||
|- | |- | ||
|01:05 | |01:05 | ||
− | |সিনট্যাক্সত, FILEHANDLE | + | |সিনট্যাক্সত, FILEHANDLE এটা ফাইল হ্যান্ডেল হয় যি ওপেন ফাংশনৰ দ্বাৰা ৰিটাৰ্ন কৰা যায়. |
|- | |- | ||
|01:11 | |01:11 | ||
− | |''MODEএ ফাইলটো খোলা মোডৰ বাবে প্রতিনিধিত্ব কৰে. যেনে: | + | |''MODEএ ফাইলটো খোলা মোডৰ বাবে প্রতিনিধিত্ব কৰে. যেনে: read, write (পড়া, লেখা) ইত্যাদি |
|- | |- | ||
|01:18 | |01:18 | ||
− | |EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত | + | |EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত হয়. এই ক্ষেত্রত, "First.txt" ফাইলৰ নাম হয়. |
|- | |- | ||
|01:27 | |01:27 | ||
− | |ইয়াত দেখোৱাৰ দৰে, | + | |ইয়াত দেখোৱাৰ দৰে, open ফাংশন লিখিবলৈ অন্য উপায় আছে. |
|- | |- | ||
Line 73: | Line 73: | ||
|- | |- | ||
|01:38 | |01:38 | ||
− | |প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. টার্মিনেলত যাওক আৰু টাইপ কৰক: gedit first.txt | + | |প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. টার্মিনেলত যাওক আৰু টাইপ কৰক: gedit first.txt আৰু এন্টাৰ টিপক. |
|- | |- | ||
Line 85: | Line 85: | ||
|- | |- | ||
|01:59 | |01:59 | ||
− | |এতিয়া আমি এটা পার্ল | + | |এতিয়া আমি এটা পার্ল প্রোগ্রাম চাও যিয়ে 'first.txt' ফাইল খোলে আৰু বিষয়বস্তু ৰিদ কৰে. |
|- | |- | ||
Line 105: | Line 105: | ||
|- | |- | ||
|02:28 | |02:28 | ||
− | | | + | |open ফাংশনে পড়াৰ বাবে এটা ফাইল খোলে. |
|- | |- | ||
|02:33 | |02:33 | ||
− | |প্রথম প্যাৰামিটাৰ ''DATA'' | + | |প্রথম প্যাৰামিটাৰ ''DATA'' এটা filehandle হয় যিয়ে পার্লক ভবিষ্যতে ফাইলটোক পড়িবলৈ সক্ষম কৰে. |
|- | |- | ||
Line 132: | Line 132: | ||
|- | |- | ||
|03:08 | |03:08 | ||
− | | | + | |while লুপে লাইন বাই লাইন পড়িব আৰু যেতিয়ালৈকে গোতেই লাইন পড়া নহয় <DATA> ফাইলক লুপ কৰিব. |
|- | |- | ||
|03:17 | |03:17 | ||
Line 191: | Line 191: | ||
|- | |- | ||
|04:29 | |04:29 | ||
− | | | + | |writefile dot pl ফাইলত, পর্দাযত প্রদর্শিত হিচাবে নিম্নলিখিত কোড টাইপ কৰক. |
|- | |- | ||
Line 199: | Line 199: | ||
|- | |- | ||
|04:37 | |04:37 | ||
− | |open | + | |open ফাংশনে second.txt ফাইলক "write" মোডত খোলে. |
|- | |- | ||
Line 215: | Line 215: | ||
|- | |- | ||
|04:59 | |04:59 | ||
− | |এতিয়া, | + | |এতিয়া, ফাইল চেভ কৰিবলৈ '' Ctrl + S '' টিপক. |
|- | |- | ||
|05:03 | |05:03 | ||
− | | | + | |প্রোগ্রাম এক্সিকিউট কৰো. |
|- | |- | ||
Line 235: | Line 235: | ||
|- | |- | ||
|05:23 | |05:23 | ||
− | |আমি আমাৰ 'second.txt' ফাইলত নিম্ন টেক্সট চাব পাৰো: | + | |আমি আমাৰ 'second.txt' ফাইলত নিম্ন টেক্সট চাব পাৰো: "Working with files makes data storage and retrieval a simple task!" |
|- | |- | ||
|05:32 | |05:32 | ||
Line 245: | Line 245: | ||
|- | |- | ||
|05:41 | |05:41 | ||
− | | | + | |Writefile.pl ফাইলত, আগৰ প্রিন্ট বিবৃতিত কম্মেন্ট কৰক. |
|- | |- | ||
Line 289: | Line 289: | ||
|- | |- | ||
|06:32 | |06:32 | ||
− | | | + | |দুটা greater than (>>) চিম্বলৰ সৈতে open স্টেমেন্টে "APPEND"মোড নির্দেশ কৰে. |
|- | |- | ||
|06:38 | |06:38 | ||
− | |এতিয়া, মই | + | |এতিয়া, মই geditত আকৌ এবাৰ writefile dot pl খোলিম. |
|- | |- | ||
|06:44 | |06:44 | ||
− | |''open'' স্টেমেন্টত দুটা greater (>>) than চিহ্ন লিখক. এইটোৱে নির্দেশ কৰিব যে ফাইলটো append | + | |''open'' স্টেমেন্টত দুটা greater (>>) than চিহ্ন লিখক. এইটোৱে নির্দেশ কৰিব যে ফাইলটো append মোডত আছে. |
|- | |- | ||
|06:52 | |06:52 | ||
Line 347: | Line 347: | ||
|07:53 | |07:53 | ||
|এই টিউটোৰিয়েলত আমি শিকিছো: | |এই টিউটোৰিয়েলত আমি শিকিছো: | ||
− | * | + | * "read" মোডত এটা ফাইল খোলক |
* এটা ফাইলত লিখক | * এটা ফাইলত লিখক | ||
* "append" মোডত এটা ফাইল খোলক আৰু | * "append" মোডত এটা ফাইল খোলক আৰু |
Revision as of 13:10, 1 August 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. PERLত ফাইল হ্যান্ডলিংৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি এনেধৰনৰ উপৰত শিকিম:
|
00:17 | এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:
|
00:28 | আপোনি আপোনাৰ পছন্দৰ যি কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰে. |
00:32 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ পার্ল প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব. |
00:37 | নহলে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত পার্লৰ প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েল চাওক. |
00:43 | পার্লত ফাইলৰ সৈতে মৌলিক অপাৰেশন এনেধৰনে:
|
00:54 | ডিফল্ট ফাইল হ্যান্ডেলএনধৰনে:
|
01:02 | এইটো open ফাংশনৰ বাবে সিন্টেক্স হয়. |
01:05 | সিনট্যাক্সত, FILEHANDLE এটা ফাইল হ্যান্ডেল হয় যি ওপেন ফাংশনৰ দ্বাৰা ৰিটাৰ্ন কৰা যায়. |
01:11 | MODEএ ফাইলটো খোলা মোডৰ বাবে প্রতিনিধিত্ব কৰে. যেনে: read, write (পড়া, লেখা) ইত্যাদি |
01:18 | EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত হয়. এই ক্ষেত্রত, "First.txt" ফাইলৰ নাম হয়. |
01:27 | ইয়াত দেখোৱাৰ দৰে, open ফাংশন লিখিবলৈ অন্য উপায় আছে. |
01:32 | আমি এটা বিদ্যমান ফাইল খোলা আৰু তাৰ পৰা ডেটা কিভাবে পড়ে বুজো. |
01:38 | প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. টার্মিনেলত যাওক আৰু টাইপ কৰক: gedit first.txt আৰু এন্টাৰ টিপক. |
01:51 | first dot txt ফাইলত, নিম্নলিখিত টেক্সট টাইপ কৰক: |
01:55 | ফাইল চেভ কৰক আৰু gedit.বন্ধ কৰক. |
01:59 | এতিয়া আমি এটা পার্ল প্রোগ্রাম চাও যিয়ে 'first.txt' ফাইল খোলে আৰু বিষয়বস্তু ৰিদ কৰে. |
02:07 | মই ইতিমধ্যে চেভ কৰি থোৱা নমুনা প্রোগ্রাম 'openfile.pl' খুলো. |
02:13 | লিখক gedit openfile dot pl ampersand আৰু এন্টাৰ টিপক |
02:19 | openfile dot plত পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক. |
02:25 | আমি কোডটো এতিয়া বুজো. |
02:28 | open ফাংশনে পড়াৰ বাবে এটা ফাইল খোলে. |
02:33 | প্রথম প্যাৰামিটাৰ DATA এটা filehandle হয় যিয়ে পার্লক ভবিষ্যতে ফাইলটোক পড়িবলৈ সক্ষম কৰে. |
02:40 | দ্বিতীয় প্যাৰামিটাৰে “<” লেচদেন সিম্বলে READ" মোডক নির্দেশ কৰে. |
02:44 | আপোনি মোডক যদি উল্লেখ কৰিবলৈ ব্যর্থ হয়, ডিফল্টৰুপে ফাইলটো “READ” মোডত খোলিব. |
02:50 | তৃতীয় প্যাৰামিটাৰ 'first.txt' এটা ফাইল নেম হয় যৰ পৰা ডেটা পড়িব লগা হয়. |
02:57 | যদি ফাইল 'first.txt' বিদ্যমান নহয় তেনেহলে কি ঘটিব? |
03:02 | dollar exclamation ($!) ভেৰিয়েবলত সঞ্চিত থকা স্ক্রিপ্ট উপযুক্ত এৰৰ বার্তা সৈতে সমাপ্ত হৈ যাব. |
03:08 | while লুপে লাইন বাই লাইন পড়িব আৰু যেতিয়ালৈকে গোতেই লাইন পড়া নহয় ফাইলক লুপ কৰিব. |
03:17 | Print dollar underscore ('$_') ভেৰিয়েবলে বর্তমান লাইনৰ বিষয়বস্তুক প্রিন্ট কৰিব. |
03:22 | সর্বশেষত, open statementত আমি দিয়া FILEHANDLE নামৰ সৈতে ফাইলটো বন্ধ কৰক. |
03:29 | এটা ফাইল বন্ধ কৰাত বিষয়বস্তুৰ অভাৰৰাইত হোৱা বা কোনো ফাইলৰ আকস্মিক পৰিবর্তন হোৱাৰ পৰা বাধা দিয়ে. |
03:36 | এতিয়া, ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক. |
03:40 | আহক প্রোগ্রামটোএক্সিকিউটকৰো . |
03:42 | টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক perl openfile dot pl আৰু এন্টাৰ টিপক |
03:51 | আউটপুট দেখোৱাৰ দৰে প্রদর্শন কৰা হয়. |
03:54 | এইয়া একেই বিষয়বস্তু হয় যাক আমি আগতে first dot txt ফাইলত দেখিছিলো. |
03:59 | পৰবর্তী আমি এটা ফাইলত ডেটা লিখিবলৈ চাও. |
04:03 | greater than চিম্বলৰ সৈতে থকা open statementএ WRITE মোড সংজ্ঞায়িত কৰে. |
04:08 | ফাইলৰ নামে ফাইলৰ নাম প্রতিনিধিত্ব কৰে যত ডেটা লিখাৰ প্রয়োজন হয়. |
04:13 | মই ইতিমধ্যে চেভ কৰি থোৱা নমুনা প্রোগ্রাম 'writefile.pl' খুলো. |
04:19 | টার্মিনেললৈ যাওক. |
04:21 | এতিয়া টাইপ কৰক: gedit writefile dot pl ampersand আৰু এন্টাৰ টিপক. |
04:29 | writefile dot pl ফাইলত, পর্দাযত প্রদর্শিত হিচাবে নিম্নলিখিত কোড টাইপ কৰক. |
04:34 | মই এতিয়া কোডটো ব্যাখ্যা কৰো. |
04:37 | open ফাংশনে second.txt ফাইলক "write" মোডত খোলে. |
04:44 | ফাইল নামৰ আগত “>” - Greater than প্রতীকে "write" মোড সূচিত কৰে. |
04:49 | প্রথম প্যাৰামিটাৰ "FILE1" FILEHANDLE হয়. |
04:53 | প্রিন্ট ফাংশনে প্রদত্ত টেক্সটকFILEHANDLE i.e 'FILE1' ত প্রিন্ট কৰে. |
04:59 | এতিয়া, ফাইল চেভ কৰিবলৈ Ctrl + S টিপক. |
05:03 | প্রোগ্রাম এক্সিকিউট কৰো. |
05:05 | টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক: perl writefile dot pl আৰু এন্টাৰ টিপক. |
05:12 | এতিয়া, আমি চাও যদি টেক্সটবোৰ 'second.txt' ফাইলত লেখা হৈছে. |
05:18 | লিখক:gedit second.txt আৰু এন্টাৰ টিপক. |
05:23 | আমি আমাৰ 'second.txt' ফাইলত নিম্ন টেক্সট চাব পাৰো: "Working with files makes data storage and retrieval a simple task!" |
05:32 | আমি 'second.txt' ফাইল বন্ধ কৰো. |
05:35 | কি হব যদি আমি একেই ফাইলক আকৌ " "write"" মোডত খোলো? আমি সেইটো চাও. |
05:41 | Writefile.pl ফাইলত, আগৰ প্রিন্ট বিবৃতিত কম্মেন্ট কৰক. |
05:46 | তলত দেখোৱাৰ দৰেপ্রিন্ট কমান্ড যুক্ত কৰক. |
05:48 | এতিয়া, ফাইল চেভ কৰিবলৈ Ctrl + S টিপক. আমি প্রোগ্রামটো এক্সিকিউট কৰো. |
05:54 | টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক perl writefile dot pl আৰু এন্টাৰ টিপক. |
06:00 | এতিয়া, আমি আকৌ এবাৰ 'second.txt' ফাইলটো চাও. |
06:04 | লিখক: "gedit second.txt" আৰু এন্টাৰ টিপক. |
06:09 | আমি আউটপুট দেখিব পাৰে: “Greater than symbol (>) overwrites the content of the file!" |
06:14 | 'Second.txt' ফাইলৰ পূর্ববর্তী বিষয়বস্তু মুছি পেলোৱা হৈছে. |
06:19 | ইয়াৰ কাৰন হল যে, আমি আকৌ এবাৰ "write" মোডত ফাইলটো খোলিলো. |
06:24 | আমি 'second.txt' ফাইলটো বন্ধ কৰো. |
06:27 | ইয়াৰ পিছত, আমি চাও এটা বিদ্যমান ফাইলত কিভাবে ডেটা লিখে. |
06:32 | দুটা greater than (>>) চিম্বলৰ সৈতে open স্টেমেন্টে "APPEND"মোড নির্দেশ কৰে. |
06:38 | এতিয়া, মই geditত আকৌ এবাৰ writefile dot pl খোলিম. |
06:44 | open স্টেমেন্টত দুটা greater (>>) than চিহ্ন লিখক. এইটোৱে নির্দেশ কৰিব যে ফাইলটো append মোডত আছে. |
06:52 | আগৰ প্রিন্ট বিবৃতিত Comment কৰক, ইতিমধ্যে এইটো যেনে কার্যকৰ কৰা আছে. |
06:57 | বিদ্যমান তথ্যত লিখিবলৈ এই লাইনটো যোগ কৰক: print FILE1 ডবল কোটত "Two greater than symbols (>>) open the file in append mode" . |
07:07 | এতিয়া, ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক. |
07:11 | আহক প্রোগ্রামটো এক্সিকিউট কৰো. |
07:14 | টার্মিনেলত উভতি যাওক আৰু টাইপ কৰক: perl writefile dot pl আৰু এন্টাৰ টিপক. |
07:20 | এতিয়া, আমি চাও টেক্সটো 'second.txt' ফাইলত যোগ কৰা হৈছে নে নাই. |
07:26 | লিখক: gedit second.txt আৰু এন্টাৰ টিপক. |
07:31 | আমি দেখিব পাৰো যে টেক্সটো আমাৰ 'second.txt' ফাইলত যোগ কৰা হৈছে. |
07:36 | আমি 'second.txt' ফাইলটো বন্ধ কৰো. |
07:39 | একেইভাবে অন্যান্য মোডও আছে. |
07:42 | আপোনি নিজেই এই অপশনবোৰ ব্যবহাৰ কৰি চাওক আৰু বুজক কি ঘটে. |
07:49 | ইয়াতে এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিছো. সংক্ষেপে. |
07:53 | এই টিউটোৰিয়েলত আমি শিকিছো:
|
08:03 | ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে. 'Writefile.pl' প্রোগ্রামত file attributeক "+>"লৈ পৰিবর্তন কৰক. |
08:11 | প্রোগ্রামক চেভ কৰি আৰুএক্সিকিউট কৰক. |
08:14 | আউটপুটতো চাবলৈ 'second.txt' ফাইলটো খুলক. |
08:17 | ফাইল অ্যাট্রিবিউট "+>" ৰ ব্যবহাৰৰ বিশ্লেষণ চাওক. |
08:22 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক. |
08:29 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
08:37 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
08:41 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
08:48 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
08:53 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |