Difference between revisions of "C-and-Cpp/C4/Function-Call/Assamese"
From Script | Spoken-Tutorial
| Line 324: | Line 324: | ||
|- | |- | ||
| 06:07 | | 06:07 | ||
| − | |a আৰু b ৰ মানবিলাক ভৰ্তি কৰক | + | |Enter the values of a and b (a আৰু b ৰ মানবিলাক ভৰ্তি কৰক) |
|- | |- | ||
| Line 336: | Line 336: | ||
|- | |- | ||
| 06:15 | | 06:15 | ||
| − | |'''Before swapping(বিফ’ৰ চোৱাপিং) a and(এন্ড) b 4 and(এন্ড) 3''' | + | |'''Before swapping(বিফ’ৰ চোৱাপিং) a and(এন্ড) b: 4 and(এন্ড) 3''' |
|- | |- | ||
| 06:19 | | 06:19 | ||
| − | |'''After swapping(আফতাৰ চোৱাপিং) a and(এন্ড) b 3 and(এন্ড) 4''' | + | |'''After swapping(আফতাৰ চোৱাপিং) a and(এন্ড) b: 3 and(এন্ড) 4''' |
|- | |- | ||
Revision as of 11:54, 18 December 2015
| Time | Narration |
| 00:01 | ফাংচন ক’লচ ইন C এন্ড C++ (Function calls in C and C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:07 | এই টিউটৰিয়েল(tutorial)টোত আমি ফাংচন ক’লচ(function calls)ৰ প্ৰকাৰৰ বিষয়ে শিকিম যিদৰে |
| 00:13 | ক’ল বাই ভেলো(call by value ) |
| 00:14 | কল বাই ৰেফাৰেনচ(call by reference) |
| 00:16 | আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক কৰিম |
| 00:19 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ, মই ব্যৱহাৰ কৰিছো *Ubuntu(উবুন্তো)অপাৰেটিং চিষ্টেম (Operating System)ৰ তাঙৰণ 11.10 |
| 00:26 | gcc আৰু g++ কম্পাইলাৰ(Compiler)ৰ তাঙৰণ 4.6.1 |
| 00:31 | আহক আমি ফাংচনচ ক’ল বাই ভেলো (functions call by value) ৰ উদাহৰণৰ সহায়ত আৰম্ভ কৰো |
| 00:35 | এইটো ফাংচনটোলৈ আৰগুমেন্টচ (arguments) পঠোৱাৰ এটা পদ্ধতি |
| 00:40 | যেতিয়া আমি ভেৰিয়েবল বাই ভেলো(variable by value) এটা পঠাওঁ(pass) ই ইয়াৰ প্ৰতিলিপি(copy) এটা বনায় |
| 00:45 | ফাংচন(function)টোলৈ পঠোৱা(pass)ৰ আগতে |
| 00:48 | ফাংচন(function)টোৰ ভিতৰত আৰগুমেন্ত(argument) সমূহৰ যি সলনি কৰা হয় সেয়া ফাংচন(function)টোত ৰৈ যায় |
| 00:54 | ই ফাংচন(function) টোৰ বাহিৰত একো প্ৰভাব নেপেলাব |
| 00:58 | আহক ফাংচন ক’ল বাই ভেলো(function call by value)ৰ এটা প্ৰোগ্ৰাম(program) চাওঁ |
| 01:02 | মই ইতিমধ্যে প্ৰোগ্ৰাম (program)টো এদিটৰ(editor)ত লিখি থৈছো । মই মাত্ৰ ইয়াক খুলিম |
| 01:08 | অনুগ্ৰহ কৰি মন কৰিব আমাৰ ফাইলনাম(filename)টো হৈছে callbyval.c |
| 01:13 | এই প্ৰোগ্ৰাম(program)টোত আমি এটা সংখ্যাৰ ঘনক(cube) গণনা কৰিম । এতিয়া মই ক’ডটো বৰ্ণনা কৰিম |
| 01:19 | এইটো আমাৰ হেদাৰ ফাইল(header file) |
| 01:21 | ইয়াত আমাৰ int x হিচাবে এটা আৰগুমেন্ত থকা cube ফাংচন( function) আছে |
| 01:27 | এই ফাংচন(function)টোত আমি x ৰ ঘনক(cube) গণনা(calculate) কৰো আৰু xৰ মানটো ঘূৰাই(return) দিওঁ |
| 01:33 | এইটো আমাৰ মেইন ফাংচন(main function) |
| 01:36 | ইয়াত আমি nৰ মান 8 বুলি দিম । nটো হৈছে এটা ইন্তিজাৰ ভেৰিয়েবল(integer variable) |
| 01:43 | তাৰপাছ্ত আমি cubeফাংচন(function)টো মাতিম |
| 01:45 | আৰু n ৰ মান আৰু n ৰ ঘনক(cube) ছপা কৰিম |
| 01:49 | আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত(return statement) |
| 01:52 | এতিয়া প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী( execute) কৰো আহক |
| 01:54 | আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl, Alt আৰু Tকীজ(keys) টিপি টাৰ্মিনেল উইন্দ’(terminal window)খন খোলক |
| 02:02 | কম্পাইল(compile) কৰিবলৈ, লিখক gcc space(স্পেছ) callbyval.c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) val ।এন্টাৰ(Enter)টিপক |
| 02:12 | এতিয়া লিখক ./ val (দত শ্লাচ) । এন্টাৰ (Enter) টিপক |
| 02:16 | আউতপুতটো দৰ্শিত হৈছে যে Cube(কিউব) of(অফ) 8 is(ইজ) 512 |
| 02:23 | এতিয়া আমি চাম ফাংচন ক’ল বাই ৰেফাৰেনচ( function call by reference) |
| 02:26 | আহক আমাৰ শ্লাইডবোৰ(slides)লৈ ঘূৰি যাওঁ |
| 02:29 | এইটো হৈছে ফাংচন(function)টোলৈ আৰগুমেন্ত্চ(arguments) পঠোৱাৰ অন্য এটা পদ্ধতি( method) |
| 02:33 | এই পদ্ধতিটোৱে আৰগুমেন্ত(argument)ৰ এদ্ৰেচ(address)টো মানটোৰ বিপৰিতে প্ৰতিলিপি(copies) কৰে |
| 02:39 | এটা ফাংচনৰ ভিতৰত আৰগুমেন্তচ(arguments)ৰ পৰিবৰ্তন কৰিলে বাহিৰতো সিহঁতক প্ৰভাবিত কৰে |
| 02:45 | এইটোত আমি পইন্টাৰ প্ৰকাৰ(pointer type) হিচাবে আৰগুমেন্ত্চ(arguments) বিলাক ডিক্লেয়াৰ( declare) কৰিব লাগে |
| 02:50 | আহক ফাংচন(function) কল বাই ৰেফাৰেনচ( callbyreference) ৰ ওপৰত এটা উদাহৰণ চাওঁ |
| 02:54 | মন কৰিব যে আমাৰ ফাইলনামটো হৈছে callbyref.c |
| 02:59 | stdio.h হিচাবে এইটো আমাৰ হেদাৰ ফাইল |
| 03:03 | তাৰপাছত আমাৰ swap(ছোৱাপ)ফাংচন আছে |
| 03:06 | এই ফাংচন( function)টোৱে ভেৰিয়েবল(variable) বিলাকৰ মানসমূহ অদল বদল কৰিব |
| 03:10 | a ৰ মান b ৰ মানত জমা হ’ব আৰু বিপৰিত ভাবে(vice-versa) |
| 03:15 | আপুনি চাব পাৰে যে ফাংচন(function)টোত পঠোৱা আৰগুমেন্ত্চ (arguments) বিলাক পইন্টাৰ প্ৰকাৰ(pointer type)ৰ |
| 03:21 | ইয়াত আমি এটা ইন্তিজাৰ ভেৰিয়েবল(integer variable) t ক ডিক্লেয়াৰ(declare) কৰিছো |
| 03:25 | a ৰ প্ৰথম মান t ত জমা হৈছে |
| 03:28 | তাৰপাছত b ৰ মান a ত জমা হৈছে |
| 03:32 | আৰু তাৰপাছত t ৰ মান b ত জমা হৈছে |
| 03:37 | এনেদৰে মানবিলাক অদল বদল(exchange) হয় |
| 03:40 | এইটো আমাৰ মেইন ফাংচন(main function) |
| 03:42 | ইয়াত আমি দুটা ইন্তিজাৰ ভেৰিয়েবল(integer variable) i আৰু j ক ডিক্লেয়াৰ(declare) কৰিছো |
| 03:49 | তাৰপাছত আমি ইউজাৰ ইনপুটচ(user inputs)হিচাবে i আৰু j ৰ মানসমূহ লম |
| 03:53 | এম্পাৰচেন্দ (Ampersand) i আৰু এম্পাৰচেন্দ j এ i আৰু j ৰ মেমৰী এদ্ৰেচ( memory address) টো দিব |
| 03:59 | প্ৰথমে আমি সালসলনি(swap)ৰ আগতে মান বিলাক ছপা(print) কৰিম |
| 04:04 | তাৰ পাছত আমি swap(ছোৱাপ) ফাংচন( function)টো মাতো(call) |
| 04:06 | আৰু তাৰপাছত আমি সালসলনি(print)ৰ পাছৰ মান বিলাক ছপা(print) কৰো |
| 04:10 | আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত( return statement) |
| 04:13 | এতিয়া আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
| 04:16 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
| 04:19 | কম্পাইল কৰিবলৈ লিখক gcc space(স্পেছ) callbyref dot(দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ref । এন্টাৰ(Enter) টিপক |
| 04:29 | এতিয়া লিখক dot slash(দত শ্লাচ) ref । এন্টাৰ(Enter) টিপক |
| 04:33 | আমি দেখিছো,মান সমূহ ভৰ্তি কৰক মই ভৰ্তি কৰিম 6 আৰু 4 |
| 04:40 | আউতপুতটো দৰ্শিত হৈছে যে, before swapping 6 and 4 |
| 04:44 | after swapping 4 and 6 |
| 04:48 | এতিয়া আহক আমি একেটা প্ৰোগ্ৰাম C++ ত কেনেকৈ কাৰ্য্যকৰী হয় চাওঁ |
| 04:53 | মোৰ ওচৰত ক’ড (code)টো আছে, আহক ইয়াৰ সহায়ত আগবাঢ়ো |
| 04:57 | এইটো হৈছে দ্বিতীয়টো প্ৰোগ্ৰাম(program) ফাংচন( function) কল বাই ৰেফাৰেনচ( callbyreference) |
| 05:01 | মন কৰিব যে আমাৰ ফাইলনামটো হৈছে callbyref.cpp |
| 05:06 | আহক আমি ক’ড (code)টোৰ সহায়ত আগবাঢ়ো |
| 05:08 | এইটো iostream হিচাবে আমাৰ হেদাৰ ফাইল(header file) |
| 05:12 | ইয়াত আমি std নেমস্পেছ(namespace) টো ব্যৱহাৰ কৰিছো |
| 05:16 | C++ ত ফাংচন ডিক্লেৰেচন(function declaration)টো একে হয় |
| 05:19 | এইটোত আমি এমপাৰ্চেন্ড(ampersand) x আৰু এমপাৰ্চেন্ড(ampersand) y হিচাবে আৰগুমেন্তচ(arguments) পঠাম |
| 05:25 | এইটোৱে x আৰু y ৰ মেমৰী এদ্ৰেচ (memory address)টো দিব |
| 05:29 | তাৰপাছত আমি মানবিলাক সাল সলনি (swap) কৰিম |
| 05:32 | বাকি থকা ক’ড (code)টো আমাৰ C ক’ডৰ সৈতে একে |
| 05:36 | printf ষ্টেতমেন্তটো (statement) cout ৰে সলনি হয় আৰু scanf ষ্টেতমেন্তটো(statement) cin ৰে সলনি হয় |
| 05:44 | এতিয়া প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো আহক. আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো |
| 05:48 | কম্পাইল(compile) কৰিবলৈ লিখক; g++ space(স্পেছ) callbyref.cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ref1,এন্টাৰ টিপক |
| 06:00 | এতিয়া লিখক dot slash(দত শ্লাচ) ref1, এন্টাৰ টিপক |
| 06:05 | ইয়াত এইটো দৰ্শিত হৈছে যে: |
| 06:07 | Enter the values of a and b (a আৰু b ৰ মানবিলাক ভৰ্তি কৰক) |
| 06:10 | মই 4 আৰু 3 বুলি ভৰ্তি কৰিম |
| 06:13 | আউত্পুত(output)টো দৰ্শিত হৈছে |
| 06:15 | Before swapping(বিফ’ৰ চোৱাপিং) a and(এন্ড) b: 4 and(এন্ড) 3 |
| 06:19 | After swapping(আফতাৰ চোৱাপিং) a and(এন্ড) b: 3 and(এন্ড) 4 |
| 06:23 | ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 06:26 | আহক আমাৰ শ্লাইডবোৰ(slides)লৈ ঘূৰি যাওঁ |
| 06:30 | আহক আমি মূলভাৱ চাওঁ, এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
| 06:32 | ফাংচন(Function) ক’ল বাই ভেলো(call by value) |
| 06:34 | আৰু ফাংচন(Function) ক’ল বাই ৰেফাৰেনচ(call by reference) |
| 06:37 | এটা অনুশিলনী হিচাবে, |
| 06:38 | এটা সংখ্যাৰ ঘনক গণনা কৰিবলৈ এটা একেধৰণৰ প্ৰোগ্ৰাম(program) লিখক |
| 06:42 | C++ ত ক’ল বাই ভেলো(call by value) ব্যৱ্হাৰ কৰি |
| 06:46 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 06:49 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 06:52 | আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 06:56 | স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 06:58 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 07:01 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 07:05 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 07:11 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 07:15 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 07:23 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 07:27 | মই কৃষ্ণ কমল দুৱৰা |
| 07:31 | সংযোগ কৰাৰ বাবে ধন্যবাদ |