Difference between revisions of "C-and-Cpp/C3/Strings/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border = 1 |Time |Narration |- | 00:01 | ষ্ট্ৰিংচ ইন '''C''' এন্দ '''C++'''('''Strings''' in '''C and C++''')ৰ স্পকেন টিউ...") |
(No difference)
|
Revision as of 13:51, 27 November 2015
| Time | Narration |
| 00:01 | ষ্ট্ৰিংচ ইন C এন্দ C++(Strings in C and C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:06 | এই টিউটৰিয়েলটোত আমি শিকিমঃ |
| 00:08 | ষ্ট্ৰিং(string) এটা কি হয় |
| 00:10 | string (ষ্ট্ৰিং) এটাৰ ডিক্লেয়াৰ হোৱা (declaration) |
| 00:13 | string (ষ্ট্ৰিং) এটাৰ প্ৰাৰম্ভণ (Initialization) |
| 00:15 | ষ্ট্ৰিং(string)ৰ কিছু উদাহৰণ |
| 00:17 | আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম |
| 00:22 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো |
| 00:25 | Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.04, |
| 00:29 | gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
| 00:35 | আহক আমি ষ্ট্ৰিং(string)ৰ পৰিচয়ৰে আৰম্ভ কৰো |
| 00:38 | ষ্ট্ৰিং হৈছে কেৰেক্টোৰ্চৰ এটা অনুক্ৰম যাক একক দাতা আইতেম হিচাবে গণ্য কৰা হয় |
| 00:44 | ষ্ট্ৰিং(string )ৰ আকাৰ =ষ্ট্ৰিং(string )ৰ দৈঘ্য + 1 |
| 00:49 | আহক ষ্ট্ৰিং(string ) এটাৰ ডিক্লেয়াৰ কেনেকৈ কৰে মই আপোনাক কওঁ |
| 00:52 | ইয়াৰ গাঠণিটো হৈছেঃ |
| 00:55 | char,ষ্ট্ৰিং( string)ৰ নাম আৰু size(আকাৰ) |
| 00:59 | charটো হৈছে দাতা টাইপ( data type),নেম অফ দা ষ্ট্ৰিং( name of the string) টো হৈছে ষ্ট্ৰিংৰ নাম,আৰু ইয়াত আমি আকাৰ( size)টো দিব পাৰো |
| 01:06 | উদাহৰণ: ইয়াত আমি size(চাইজ) 10ৰ সৈতে এটা কেৰেক্টাৰ ষ্ট্ৰিং নেম( a character string names) ডিক্লেয়াৰ কৰিছো |
| 01:13 | এতিয়া আমি এটা উদাহৰণ চাম |
| 01:15 | মই ইতিমধ্যে প্ৰোগ্ৰামটো লিখি থৈছো,মই এইটো খুলিম |
| 01:19 | লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো হৈছে string.c |
| 01:23 | এই প্ৰোগ্ৰামত, আমি ইউজাৰৰ পৰা ইনপুত হিচাবে এটা ষ্ট্ৰিং(string') ল’ম আৰু ইয়াক ছপা কৰিম |
| 01:29 | আহক এতিয়া মই ক’ডটো বৰ্ণনা কৰো |
| 01:32 | এইবিলাক আমাৰ হেদাৰ ফাইল( header files) |
| 01:34 | ইয়াত string.h ত ষ্ট্ৰিং হেন্দলিং ইউটিলিতিজ(string handling utilities) ৰ ডিক্লেয়াৰেচনচ(declarations), ফাংচনচ(functions),কনষ্টেন্তচ( constants) অন্তর্ভুক্ত |
| 01:43 | ষ্ট্ৰিং ফাংচনচ(string functions)ৰ ওপৰত কাৰ্য্য কৰাৰ সময়ত আমি এই হেদাৰ ফাইল( header file) অন্তৰ্ভুক্ত কৰা উচিত |
| 01:47 | এইটো আমাৰ মেইন ফাংচন(main() function) |
| 01:49 | ইয়াত আমি string(ষ্ট্ৰিং) strname টো size(চাইজ) 30 ৰ সৈতে ডিক্লেয়াৰ কৰিছো |
| 01:55 | ইয়াত আমি উপভোক্তাৰ পৰা এটা ষ্ট্ৰিং(string) গ্ৰহণ কৰিছো |
| 01:58 | এটা ষ্ট্ৰিং পঢ়িবলৈ, আমি scanf() ফাংচন ব্যৱহাৰ কৰিব পাৰো ফৰমেত স্পেচিফাইয়াৰ %s ৰ সৈতে |
| 02:05 | ষ্ট্ৰিংৰ লগত স্পেছ অনৰ্ভুক্ত কৰিবলৈ আমি কেৰেট( caret) চিহ্ন আৰু \n ব্যৱহাৰ কৰিছো |
| 02:11 | তাৰপাছত আমি ষ্ট্ৰিং(string)টো ছপা কৰিম |
| 02:13 | আৰু এইটো আমাৰ ৰিটাৰ্ণ(return) ষ্টেতমেন্ত |
| 02:16 | এতিয়া ছেভ(Save)ত টিপক |
| 02:18 | আহক প্ৰোগ্ৰামটো কাৰ্য্যকৰী কৰো |
| 02:20 | অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক |
| 02:30 | সম্পূৰ্ণ কৰিবলৈ, লিখক gcc space(স্পেছ) string.c space(স্পেছ) -o space(স্পেছ) str |
| 02:37 | আৰু এন্টাৰ(Enter) টিপক |
| 02:40 | কাৰ্য্যকৰী কৰিবলৈ, লিখক ./str (দত শ্লাছ str) |
| 02:43 | এতিয়া এন্টাৰ(Enter) টিপক |
| 02:46 | ইয়াত এইটো Enter the string (এন্টাৰ দা ষ্ট্ৰিং) বুলি দৰ্শিত হয় |
| 02:49 | মই লিখিম "Talk To A Teacher"(টক টু এ টিছাৰ) |
| 02:56 | এতিয়া এন্টাৰ(Enter) টিপক |
| 02:58 | আউতপুতটো দৰ্শিত হৈছে যে The string is Talk To A Teacher(দা ষ্ট্ৰিংচ ইজ টক টু এ টিছাৰ) |
| 03:03 | এতিয়া আহক আমাৰ শ্লাইড( slides) সমূহলৈ ঘূৰি আহো |
| 03:06 | এতিয়ালৈকে আমি এটা ষ্ট্ৰিং(string)ৰ ডিক্লেয়াৰেছন( declaration)ৰ বিষয়ে আলোচনা কৰিছিলো |
| 03:10 | এতিয়া আমি কেনেকৈ এটা ষ্ট্ৰিং (string)প্ৰাৰম্ভণ( initialize) কৰা হয় আলোচনা কৰিম |
| 03:13 | ইয়াৰ বাবে গাঠণিটো হৈছে, |
| 03:16 | char var_name(নেম)[size(চাইজ)] = “string”(ষ্ট্ৰিং); |
| 03:20 | উদাহৰণ: ইয়াত আমি এটা কেৰেক্টাৰ ষ্ট্ৰিং নেমচ(character string “names”) ক size 10ৰ সৈতে ডিক্লেয়াৰ(declare) কৰিছো আৰু ষ্ট্ৰিং(string)টো হৈছে প্ৰিয়া(“Priya”") |
| 03:28 | অন্যটো গাঠণি হৈছে, |
| 03:31 | char var_name[ ] = {'S', 't', 'r', 'i', 'n', 'g'} একক উৰ্ধকমাৰ ভিতৰত |
| 03:36 | উদাহৰণchar names[10] = {'P', 'r', 'i', 'y', 'a'} একক উৰ্ধকমাৰ ভিতৰত |
| 03:42 | আহক প্ৰথম গাঠণিটো কেনেকৈ ব্যৱহাৰ কৰা হয় উদাহৰণৰ সৈতে দেখুৱাওঁ |
| 03:48 | আমাৰ এদিটৰ( Editor)লৈ ঘূৰি আহো । আমি একেটা উদাহৰণকে ব্যৱহাৰ কৰিম |
| 03:52 | প্ৰথমে,আপোনাৰ কীবৰ্ডত shift, ctrl আৰু s বুটাম একেলগে টিপক |
| 03:58 | এতিয়া ফাইলটো stringinitialize(ষ্ট্ৰিংইনিচিয়েলাইজ)নামেৰে ছেভ( save) কৰক |
| 04:03 | এতিয়া ছেভ(Save)ত টিপক |
| 04:06 | আমি ষ্ট্ৰিং( string)টো প্ৰাৰম্ভণ কৰো |
| 04:08 | সেইবাবে, পঞ্চম শাৰীত, লিখক |
| 04:11 | = আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত “Spoken-Tutorial”(স্পকেন টিউটৰিয়েল); |
| 04:20 | এতিয়া, ছেভ(Save )ত টিপক |
| 04:22 | এতিয়া এই শাৰী দুটা নাইকীয়া কৰক, যিহেতু আমি মাত্ৰ ষ্ট্ৰিং(string)টো ছপা কৰিব লৈছো |
| 04:27 | ছেভ(Save)ত টিপক |
| 04:30 | আহক কাৰ্যকৰী কৰো |
| 04:31 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো |
| 04:33 | কম্পাইল( compile) কৰিবলৈ, লিখক |
| 04:35 | gcc space(স্পেছ) stringinitialize(ষ্ট্ৰিংইনিচিয়েলাইজ).c space(স্পেছ) -o space(স্পেছ) str2 |
| 04:44 | ইয়াত আমাৰ str2 আছে কাৰণ আমি string.c ফাইলৰ বাবে আউতপুত( output) পেৰামিটাৰ( parameter) str ক অভাৰৰাইট( overwrite) কৰিব বিচৰা নাই |
| 04:54 | এতিয়া এন্টাৰ(Enter ) টিপক |
| 04:56 | কাৰ্য্যকৰী কৰিবলৈ, লিখক ./str2 |
| 05:00 | আউতপুতটো দৰ্শিত হৈছে যে "The string is Spoken-Tutorial"(দা ষ্ট্ৰিং ইজ স্পকেন-টিউতৰিয়েল) |
| 05:06 | এতিয়া আহক আমি সচৰাচৰ হব পৰা ভুল সমূহ চাওঁ |
| 05:09 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
| 05:11 | ধৰাহ’ল, আমি ইয়াত ষ্ট্ৰিং( string)ৰ বানানটো ষ্টিং(sting) বুলি লিখিলো |
| 05:16 | এতিয়া ছেভ(Save)ত টিপক |
| 05:18 | আহক কাৰ্যকৰী কৰো |
| 05:19 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো |
| 05:21 | এতিয়া আগৰ দৰে কম্পাইল( compile) কৰক |
| 05:23 | আমি এটা ফাতাল এৰৰ( fatal error) দেখিছো |
| 05:25 | sting.h: No such file or directory (ন’ চাছ ফাইল অৰ দাইৰেক্তৰী) |
| 05:28 | compilation terminated(কম্পাইলেচন টাৰ্মিনেতেদ) |
| 05:30 | আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো |
| 05:32 | এইটো এইকাৰণেই যে কম্পাইলাৰ( compiler)টোৱে sting.h নামৰ হেদাৰ ফাইল( header file)টো বিচাৰি পাবলৈ সক্ষম নহ’ল |
| 05:39 | সেইবাবে ই এটা ভুল দিছে |
| 05:41 | আহক ভুলটো ঠিক কৰো |
| 05:43 | ইয়াত r লিখক |
| 05:45 | এতিয়া ছেভ(Save)ত টিপক |
| 05:46 | আহক পুনৰ কাৰ্যকৰী কৰো |
| 05:47 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো |
| 05:50 | আগৰ দৰে কম্পাইল কৰক, আগৰ দৰে কাৰ্যকৰী কৰক |
| 05:54 | হয়, ই কাম কৰিছে ! |
| 05:56 | এতিয়া, আহক অন্য সাধাৰণ ভুল চাওঁ |
| 05:59 | আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো |
| 06:02 | ধৰাহ’ল,মই ইয়াত charৰ ঠাইত int লিখিম |
| 06:06 | এতিয়া ছেভ( Save)ত টিপক |
| 06:07 | আহক কি হয় চাওঁ |
| 06:09 | আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো |
| 06:11 | মই প্ৰমপ্ত খালি কৰো |
| 06:15 | আগৰ দৰে কম্পাইল কৰো |
| 06:17 | আমি এটা ভুল দেখিছো |
| 06:19 | Wide character array initialized from non-wide string (ওৱাইদ কেৰেক্তাৰ এৰে ইনিচিয়েলাইজদ ফ্ৰম নন-ওৱাইদ ষ্ট্ৰিং) |
| 06:24 | format %s expects argument of type 'char' but argument 2 has type 'int' (ফৰমেত %s এক্সপেক্ত্চ আৰগুমেন্ত অফ টাইপ 'char' বাত আৰগুমেন্ত 2 হেজ টাইপ 'int' ) |
| 06:32 | আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো |
| 06:36 | ইয়াৰ কাৰণ হৈছে আমি ষ্ট্ৰিং(string)ৰ বাবে ফৰমেট স্পেচিফাইয়াৰ(format specifier) হিচাবে %s ব্যৱহাৰ কৰিছো |
| 06:42 | আৰু আমি ইয়াক এটা ইন্তিজাৰ দাতা টাইপ(integer data type) হিচাবে প্ৰাৰম্ভণ কৰিছো |
| 06:47 | আহক ভুলটো ঠিক কৰো |
| 06:49 | ইয়াত char লিখক |
| 06:51 | ছেভ(Save )ত টিপক |
| 06:53 | আহক কাৰ্যকৰী কৰো । আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো |
| 06:56 | আগৰ দৰে কম্পাইল কৰো,আগৰ দৰে কাৰ্যকৰী কৰো |
| 07:00 | হয়, ই কাম কৰিছে ! |
| 07:03 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ত কেনেকৈ কাৰ্যকৰী হয় চাম |
| 07:08 | আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো |
| 07:11 | আহক আমাৰ ফাইল string.c খুলো |
| 07:15 | আমি ইয়াত ক’ডটো সম্পাদন কৰিম |
| 07:18 | প্ৰথমে, আপোনাৰ কীবৰ্ডত shift, ctrl আৰু S কীছ( keys)একেলগে টিপক |
| 07:25 | এতিয়া ফাইলটো এটা এক্সটেনচন .cpp(দত cpp)ৰে ছেভ কৰক |
| 07:29 | আৰু ছেভ(Save)ত টিপক |
| 07:33 | এতিয়া আমি হেদাৰ ফাইলটো iostream ৰে সলনি কৰিম |
| 07:38 | ইউজিং ষ্টেতমেন্ত(using statement )টো সংযুক্ত কৰক |
| 07:43 | এতিয়া ছেভ (Save)ত টিপক |
| 07:47 | এতিয়া আমি এই ডিক্লেয়াৰেচন( declaration)টো নাইকীয়া কৰিম |
| 07:50 | 'আৰু এটা ষ্ট্ৰিং ভেৰিয়েবল(string variable) ডিক্লেয়াৰ কৰিম |
| 07:53 | লিখক string(ষ্ট্ৰিং) space(স্পেছ) strname আৰু এটা চেমিকলন( semicolon) |
| 07:59 | ছেভ(Save)ত টিপক |
| 08:02 | Replace the printf statement with the cout statement. printf ষ্টেতমেন্তটো coutষ্টেতমেন্তৰে প্ৰতিস্থাপিত কৰক |
| 08:07 | ইয়াত সামৰনী বন্ধনীটো নাইকীয়া কৰক |
| 08:11 | scanf ষ্টেতমেন্ত( statement)টো নাইকীয়া কৰক আৰু লিখক getline আৰম্ভণি বন্ধনী সামৰনী বন্ধনী বন্ধনীৰ ভিতৰত লিখক (cin, strname) |
| 08:24 | একেবাৰে শেষত লিখক চেমিক’লন(semicolon ) |
| 08:28 | এতিয়া পুনৰ, printfষ্টেতমেন্ত( statement)টো coutৰে প্ৰতিস্থাপিত কৰক |
| 08:36 | ফৰমেত স্পেচিফাইয়াৰ(format specifier)টো আৰু \n নাইকীয়া কৰক |
| 08:40 | এতিয়া কমা(comma)টো নাইকীয়া কৰক |
| 08:42 | দুটা আৰম্ভনি কোণ বন্ধনী লিখক, ইয়াত বন্ধনিটো নাইকীয়া কৰক |
| 08:49 | দুটা আৰম্ভনি কোণ বন্ধনী লিখক আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত ' \n লিখক |
| 08:54 | আৰু ছেভ(Save)ত টিপক |
| 08:58 | ইয়াত আমি এটা ষ্ট্ৰিং ভেৰিয়েবল ('string variable ) 'strname' দিক্লেয়াৰ কৰিছো |
| 09:03 | যিহেতু আমি C++ ত ফৰমেত স্পেচিফাইয়াৰ(format specifier)টো ব্যৱহাৰ নকৰো, কম্পাইলা্টোৱে জনা উচিত যে 'strname' টো এটা ষ্ট্ৰিং ভেৰিয়েবল(string variable) |
| 09:13 | ইয়াত আমি ইনপুত ক্ৰমৰ পৰা কেৰেক্তাৰচ( characters) নিস্কাশিত কৰিবলৈ getline ব্যৱহাৰ কৰো |
| 09:18 | ই সিহঁতক ষ্ট্ৰিং(string) হিচাবে জমা কৰে |
| 09:22 | এতিয়া আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো । আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক |
| 09:27 | মই প্ৰমপ্ত খালি কৰো |
| 09:30 | কম্পাইল কৰিবলৈ, লিখক |
| 09:32 | g++ space(স্পেছ) string(ষ্ট্ৰিং).cpp space(স্পেছ) -o space(স্পেছ) str3 |
| 09:39 | আৰু এন্টাৰ(Enter ) টিপক |
| 09:41 | কাৰ্যকৰী কৰিবলৈ, লিখক ./str3 (দত শ্লাছ str3) |
| 09:46 | এন্টাৰ(Enter ) টিপক |
| 09:47 | ই দৰ্শিত হ’ব যে Enter the string(এন্টাৰ দা ষ্ট্ৰিং) |
| 09:50 | মই ভৰ্তি কৰিম যে Talk To A Teacher (টক টু এ টিছাৰ) |
| 09:55 | এতিয়া এন্টাৰ(Enter) টিপক |
| 09:57 | আউতপুতটো দৰ্শিত হ’ব যে |
| 09:59 | "The string is Talk To A Teacher" (দা ষ্ট্ৰিং ইজ টক টু এ টিছাৰ) |
| 10:03 | আমি চাব পাৰো যে আউতপুতটো আমাৰ C ক’ডৰ সৈতে একে |
| 10:07 | এতিয়া আমাৰ শ্লাইড(slide) বোৰলৈ ঘূৰি আহো |
| 10:10 | আহক আমি মূলভাৱ চাওঁ |
| 10:11 | এই টিউটৰিয়েলটোত আমি শিকিলো: |
| 10:13 | *Strings (ষ্ট্ৰিংচ) |
| 10:14 | ষ্ট্ৰিং(string ) এটা ডিক্লেয়াৰ( Declaration) হোৱা |
| 10:16 | উদাহৰণ: char strname[30] |
| 10:20 | ষ্ট্ৰিং (string )এটা প্ৰাৰম্ভণ( Initialization) হোৱা |
| 10:21 | উদাহৰণ: char strname[30] = “Talk To A Teacher”(টক টু এ টিছাৰ) |
| 10:26 | এটা অনুশিলনী হিচাবে, |
| 10:28 | দ্বিতীয় গাঠনি( syntax)টো ব্যৱহাৰ কৰি এটা ষ্ট্ৰিং(string)ছপা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
| 10:34 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 10:37 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 10:40 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 10:44 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
| 10:46 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 10:49 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 10:54 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 11:01 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 11:04 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 11:12 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 11:16 | মই কৃষ্ণ কমল দুৱৰা |
| 11:20 | দৰ্শন কৰাৰ বাবে ধন্যবাদ |