Difference between revisions of "PHP-and-MySQL/C4/Sending-Email-Part-2/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ঠিক আছে, গতিকে আমি ইয়াত আমাৰ '''HTML ফৰ্ম (form)''' বনালো...")
 
(No difference)

Latest revision as of 20:03, 21 November 2015

Time Narration
00:00 ঠিক আছে, গতিকে আমি ইয়াত আমাৰ HTML ফৰ্ম (form) বনালো আৰু নিৰ্ধাৰিত কৰা হৈছে যে দাতাটো প’ষ্ট (POST) ভেৰিয়েবলটোৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে যেতিয়া আমাৰ ফৰ্ম (form) ভৰ্ত্তি কৰা হ’ল
00:12 মই কৰিবলগা পাছৰ বস্তুটো হৈছে ইয়াত কিছু চৰ্ত পৰীক্ষা কৰিম, মাত্ৰ টিউট’ৰিয়েলটোৰ উদ্দেশ্যৰ বাবে
00:22 মই ক’ম যদি ষ্ট্ৰিংগ লেনথ (string length)টো...
00:25 নহয়, সৰ্বপ্ৰথমে মই অৱস্থিতিৰ বাবে পৰীক্ষা কৰিম । গতিকে যদি নেম ($name) আৰু মেচেজ ($message),
00:30 এইটোৱে কয় ই উপলদ্ধ হয়নে আৰু ই উপলদ্ধ হয় কাৰণ যেতিয়ালৈকে সিহতে কৰে, সিহতৰ সদায়ে এটা ট্ৰু (True) মান থাকে
00:38 আৰু আমি ইয়াত এন্দ ("AND") অপাৰেতৰটো (&&) ব্যৱ্হাৰ কৰিছো যি কয় "এইটো ট্ৰু হয়নে এন্দ (AND) এইটো ট্ৰু হয়নে"
00:45 যদি এইটো ট্ৰু (TRUE) হয়, আমি ইয়াত ক’ড (code)টো কাৰ্যকৰী (execute) কৰিম
00:49 অন্যথা মই এই স্ক্ৰিপ্ত (script)টো মাৰিব (kill) বিচাৰিম আৰু মই ক’ম "ইউ (You) মাষ্ট (must) এন্টাৰ (enter) এ (a) নেম (name) এন্দ (and) মেচেজ (message)"
01:04 আৰু হয়তো মাত্ৰ তাক এফেক্তৰ বাবে আন্দাৰলাইন (underline) কৰক
01:07 আৰু আমাৰ ক’ডটোৰ ব্লকৰ ভিতৰত, যদি এইটো ট্ৰু হয় আমি আনএটা পৰীক্ষা প্ৰদৰ্শন কৰিম
01:14 গতিকে, ইয়াত আমি এটা অৱস্থিতি পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰিছো
01:20 আৰু এতিয়া ইয়াত আমি যি কৰিম সেইয়া হৈছে আনএটা পৰীক্ষা ৰান (run) কৰিম
01:25 মই ইয়াক কেনেকৈ শব্দ দিব পাৰিম? মই এটা লেনথ পৰীক্ষা কৰিম । গতিকে মই ইয়াক লেনথ চেক (length check) হিচাবে কমেন্ত (comment) কৰিম
01:32 আমি ক’ম নেম ($name) বা ষ্ট্ৰিংগ-লেনথ (string-length) ফাংচনটো ব্যৱ্হাৰ কৰি ষ্ট্ৰিংগ (string) টোৰ লেনথটো
01:40 আমি পৰীক্ষা কৰিম নেম ('$name')ৰ এই ষ্ট্ৰিংগ-লেনথ ফাংচনটো ডাঙৰ হয়নেকি - নহয়, আমাৰ মেক্স লেনথ ('max length')তকৈ সৰু বা সমান হয়নেকি যি হৈছে '20' । আমাৰ ইয়াত যিকোনো সংখ্যা থাকিব পাৰে
01:55 আৰু মেচেজ ('$message')ৰ ষ্ট্ৰিংগ-লেনথটো 300 কেৰেক্তাৰতকৈ সৰু বা সমান হয় । নিশ্বিতভাবে, আপোনাৰ ইয়াতো যিকোনো সংখ্যা থাকিব পাৰে
02:12 তাৰপাছত আমি এই ক’ডৰ ব্লক (block)টো কাৰ্যকৰী কৰিম
02:16 অন্যথা আমি ক’ম "মেক্স (Max) লেনথ (length) ফৰ (for) নেম (name) ইজ (is) 20 এন্দ (and) মেক্স (Max) লেনথ (length) ফৰ (for) মেচেজ (message) ইজ (is) 300"
02:30 নিশ্বিতভাবে কৰিবলগা এটা ভাল বস্তু হৈছে 300 আৰু 20ক ভেৰিয়েবলচত জমা কৰাটো
02:36 আহক সিহতক ইয়াত সজাওঁ । গতিকে, আপুনি ক’ব পাৰে নেমলেন ("$namelen") সমান 20 আৰু আপুনি ক’ব পাৰে "$messagelen" সমান 300
02:47 তাৰপাছত আপুনি যি কৰিব পাৰে সেইয়া হৈছে, ইয়াক ইয়াত অন্তৰ্ভুক্ত কৰক । গতিকে তাত নেমলেন ("$namelen")....নহয় গতিকে নেমলেন ("$namelen") তাত
02:55 আৰু ইয়াত আপুনি ক’ব পাৰে - আহক তাক ঘূৰাই থওঁ - আৰু ইয়াত আপুনি ক’ব পাৰে মেচেজলেন ("$messagelen")
03:04 তলত ইয়াতো, এইবোৰ স্থানান্তৰ কৰক । গতিকে, এইবোৰ পৰিবৰ্ত্তনশীলভাবে স্থানান্তৰিত হ’ব যদি আপুনি পৰীক্ষাটো প্ৰদৰ্শন কৰি আছে
03:12 গতিকে, ইয়াত আপুনি কয় মেচেজলেন ("$messagelen")
03:15 গতিকে, আহক ইয়াক পৰীক্ষা কৰো । নেমলেন ("namelen")টো সৰ্বোচ্চ 20 কেৰেক্তাৰচৰ হয় । গতিকে, ইয়াত আমি সৰ্বোচ্চ 20 কেৰেক্তাৰচ এন্টাৰ কৰিব পাৰো । গতিকে, ইয়াত এলেক্স
03:26 মেচেজ (Message)ত, মই কিছু টেকস্ত এন্টাৰ কৰিম, 300 কেৰেক্তাৰচ দীঘলতকৈ অধিক । মই লগতে এইটো কপি পেষ্ট কৰিম
03:33 সেইটো এতিয়া 300 কেৰেক্তাৰচতকৈ অধিক হ’ব
03:38 গতিকে, যদি মই চেন্দ (Send) মি (me) দিচ (this) বুটামটোত টিপো, আমি বাৰ্তাটো পাওঁ - "দ (The) মেক্স (max) লেনথ (length) অফ (of) দ (the) নেম (name) ইজ (is) 20..." সেইটো হৈছে ভেৰিয়েবলটো যাক ইয়াত থোৱা হৈছে
03:49 আৰু ইয়াৰ বাবে সৰ্বোচ্চ লেনথটো হৈছে 300; সেইটো হৈছে আনএটা ভেৰিয়েবল যাক ইয়াৰ পৰা লোৱা হৈছে
03:56 আমি পৰীক্ষাটো লৈছো আৰু লগতে এই ভেৰিয়েবলটোওঁ একৌ কৰিছো
04:02 সকলো ঠিকে আছে বুলি ভাবি আমি উপভোক্তালৈ পঠোৱা ইমেইলটো পাম
04:07 মই ইয়াক জোৰ কৰি ৰাখিম, ইয়াত এইটো হৈছে এদ্ৰেচটো আৰু আমি ইতিমধ্যে ইয়াত আমাৰ বিষয় শাৰীটো পালো
04:13 সম্ভৱত আমি এইবোৰক ইয়াৰ তললৈ আনিব পাৰো; ভেৰিয়েবল এটা সজোৱাৰ কোনো যুক্তি নাই যদি ইমেইলটো পঠাবলৈ সাজু নহয়
04:20 গতিকে, এইটো হৈছে আমাৰ চেতাপ ভেৰিয়েবল ('setup variable') । আমাৰ লগতে আছে...
04:32 আমি ক’ব পাৰো ফ্ৰম ("from") কিন্তু ই ইমেইল এদ্ৰেচটোৰ সদৃশ হয়
04:38 গতিকে, আমি ইতিমধ্যে নেম ("name")টো পালো আৰু আমাক প্ৰকৃততে লগাটো হৈছে মেচেজ ("message") যিটো পুনৰ ইয়াত আছে
04:46 আমাক লগতে কিছু হেদাৰ (header) তথ্য লাগিব যাক মই আপোনাক সোনকালে দেখুৱাম কিন্তু মই পোনতে মেইল ফাংচন ("mail function")টোলৈ যাম
04:58 মেইল ফাংচন ("mail function")টো এনেধৰণৰ - মেইল (mail) আৰু আপুনি সংযুক্ত কৰিবলগা প্ৰথম ভেৰিয়েবলটো হৈছে এই বাৰ্তাটো যালৈ যাব । গতিকে মই লিখিম তু ($to)
05:11 তাৰপাছত ইমেইলটোৰ বিষয়টো যিটো হৈছে চাবজেক্ট ($subject)
05:15 এইটো ইয়াত । তাৰপাছত আমাৰ ইমেইলটোৰ ব’দিটো আছে, গতিকে ব’দি ($body)
05:20 ইয়াত আমি ক’ম ব’দি ($body) সমান এইখিনি - "দিচ (This) ইজ (is) এন (an) ইমেইল (email) ফ্ৰম (from) নেম ($name)" । গতিকে আমি নেম ('$name')ক ইমেইলৰ ব’দিটোৰ ভিতৰত সংলগ্ন কৰিছো
05:36 তাৰপাছত, মাত্ৰ বেকশ্লাচ (backslash) n (\n) ব্যৱ্হাৰ কৰক যি হৈছে নিউ লাইন (new line), গতিকে সেইয়া হৈছে দুটা নতুন শাৰী
05:42 পাছত, আমি মেচেজ ('$message')টো একৌ (echo) কৰিম যি ইয়াত অন্তৰ্ভুক্ত হ’ব
05:49 গতিকে, আমাৰ ব’দি ('$body') ইয়াত এটা জাতিগত (generic) বাৰ্তাৰে গঠিত হৈছে, উপভোক্তাৰ নামটো যাক আমি ফৰ্ম (form) খনত প্ৰক্ৰিয়াকৰণ কৰিছিলো আৰু তাৰপাছত দুটা নতুন শাৰী আৰু পাছত আমি মেচেজ ('$message')টো এন্টাৰ কৰিছো যাক ইয়াত আমাৰ ফৰ্ম (form)ত এন্টাৰ কৰা হৈছিল । ঠিক আছে?
06:03 গতিকে, আহক এইবোৰৰ পৰা পৰিত্ৰাণ পাওঁ
06:06 সি আগবাঢ়ি যাবলৈ ভাল দেখাইছে
06:09 এটা মেইল ফাংচন ('mail function') হিচাবে, আপুনি ভাবিব পাৰে সি কেনেকৈ কাম কৰিব কিন্তু phpত ইমেইল পঠোৱাতো অতি সহজ
06:21 কিন্তু যেতিয়া আমি প্ৰকৃততে ইমেইলটো পঠাওঁ, আমি চাব পাৰো যে কিছু সমস্যা আছে
06:27 আমি এটা সাবধানবাণী পালো - "দ (the) mail() ফাংচন (function) "চেন্দ (send) মেইল(mail)_ফ্ৰম(from)" ইজ (is) নত (not) চেত (set) ইন (in) 'php দত (dot) ini' অৰ (or) কাষ্টম (custom) "ফ্ৰম(From):" হেদাৰ (header) মিচিংগ (missing)"
06:36 মই "চেন্দ (send) মেইল (mail) ফ্ৰম (from)"টো মোৰ 'ini'ত সজোৱা নাই । মই তাক পাহৰিলো । গতিকে মই ইয়াক নিজাকৈ কৰিম
06:44 আমি এইটো কৰাৰ পাছত, আমি লগতে আনএটা এৰ’ৰ (error)লৈ যাম
06:48 মই আপোনাক ইয়াক কেনেকৈ ঠিক কৰা হয় শিকাম কিন্তু ভিদিঅ’টোৰ পাছৰ অংশটোত
06:52 পাছৰ অংশটোত, আমি তাৰ পাছত পোৱা যিকোনো এৰ’ৰৰ সৈতে কাম কৰিম
06:56 গতিকে মোক পাছৰ অংশটোত সংযোগ কৰিব । এতিয়াৰ বাবে বিদায় । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9