Difference between revisions of "LibreOffice-Suite-Draw/C3/Basics-of-Layers-Password-Encryption-PDF/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 8: Line 8:
  
 
|-
 
|-
|00:08
+
|00:09
 
| এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব।
 
| এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব।
  
 
|-
 
|-
 
|00:12
 
|00:12
| আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব । 
+
| আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব পাচওৰ্দ এনক্ৰিপচন('''password encryption''') ৱ্যবহাৰ কৰি ।
 
+
|-
+
|00:15
+
| পাচওৰ্দ এনক্ৰিপচন('''password encryption''') ৱ্যবহাৰ কৰি ।
+
  
 
|-
 
|-
Line 24: Line 20:
  
 
|-
 
|-
|00:20
+
|00:21
 
| ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো।
 
| ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো।
  
Line 34: Line 30:
 
|00:33
 
|00:33
 
| স্থৰবোৰনো কি?
 
| স্থৰবোৰনো কি?
 +
 
|-
 
|-
 
| 00:34
 
| 00:34
Line 39: Line 36:
  
 
|-
 
|-
| 00:40
+
| 00:42
 
| প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে ।
 
| প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে ।
  
 
|-
 
|-
| 00:43
+
| 00:44
 
| লে আউত('''Layout layer''') স্থৰতো নিজে নিজে দেখা দিয়ে ।
 
| লে আউত('''Layout layer''') স্থৰতো নিজে নিজে দেখা দিয়ে ।
  
 
|-
 
|-
|00:46
+
|00:48
 
| ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো ।
 
| ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো ।
  
 
|-
 
|-
| 00:50
+
| 00:51
 
| ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ ।
 
| ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ ।
  
 
|-
 
|-
|00:56
+
|00:57
 
|দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে।  
 
|দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে।  
  
 
|-
 
|-
| 01:03
+
| 01:06
 
| উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় ।
 
| উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় ।
  
 
|-
 
|-
| 01:16
+
| 01:19
 
| তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব ।
 
| তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব ।
  
 
|-
 
|-
| 01:23
+
| 01:26
 
| সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক ।
 
| সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক ।
  
 
|-
 
|-
|01:28
+
|01:31
 
|মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব ।
 
|মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব ।
  
 
|-
 
|-
|01:32
+
|01:35
 
| মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক ।
 
| মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক ।
  
 
|-
 
|-
|01:40
+
|01:43
 
|মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক ।
 
|মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক ।
  
 
|-
 
|-
| 01:45
+
| 01:48
 
| আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি?
 
| আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি?
  
 
|-
 
|-
| 01:49
+
| 01:51
 
| নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত  ইয়াৰ সমাধান আগবঢ়াব ।
 
| নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত  ইয়াৰ সমাধান আগবঢ়াব ।
  
 
|-
 
|-
|01:54
+
|01:58
 
|এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে ।
 
|এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে ।
  
 
|-
 
|-
|01:59
+
|02:03
 
| এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো ।
 
| এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো ।
  
 
|-
 
|-
| 02:06
+
| 02:10
 
| ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক ।
 
| ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক ।
  
 
|-
 
|-
|02:09
+
|02:13
 
| লে আওট( Layout) স্থৰত ক্লিক কৰক ।
 
| লে আওট( Layout) স্থৰত ক্লিক কৰক ।
  
 
|-
 
|-
|02:11
+
|02:15
 
|সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত('''Insert layer''') ক্লিক কৰক ।
 
|সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত('''Insert layer''') ক্লিক কৰক ।
  
 
|-
 
|-
|02:15
+
|02:18
 
| ইঞ্চাৰ্ত লেয়াৰ('''Insert layer''') দাইল’গ বক্স দেখা পোৱা যাব ।
 
| ইঞ্চাৰ্ত লেয়াৰ('''Insert layer''') দাইল’গ বক্স দেখা পোৱা যাব ।
  
 
|-
 
|-
|02:18
+
|02:22
 
| নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক ।
 
| নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক ।
  
 
|-
 
|-
|02:21
+
|02:24
 
| আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়।
 
| আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়।
  
 
|-
 
|-
|02:26
+
|02:30
 
| ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক ।
 
| ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক ।
  
 
|-
 
|-
|02:30
+
|02:34
 
| দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক  
 
| দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক  
  
 
|-
 
|-
|02:33
+
|02:37
| লে আউত('''Layout layer''')লেয়াৰত আকৌ এবাৰ ক্লিক কৰক ।
+
লে আউত('''Layout layer''')লেয়াৰত আকৌ এবাৰ ক্লিক কৰক ।
  
 
|-
 
|-
|02:36
+
|02:40
 
| দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু  ইয়াক গ্ৰুপমুক্ত কৰক।
 
| দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু  ইয়াক গ্ৰুপমুক্ত কৰক।
  
 
|-
 
|-
|02:40
+
|02:44
 
| এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক ।
 
| এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক ।
  
 
|-
 
|-
|02:43
+
|02:46
 
| চিফ্‌ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক ।
 
| চিফ্‌ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক ।
  
 
|-
 
|-
|02:48
+
|02:52
 
|Next right-click and select '''Cut'''.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক ।  
 
|Next right-click and select '''Cut'''.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক ।  
  
 
|-
 
|-
|02:51
+
|02:55
 
| তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক ।
 
| তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক ।
  
 
|-
 
|-
|02:55
+
|02:59
 
| লে আউত লেয়াৰত('''Layout layer''') থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে ।
 
| লে আউত লেয়াৰত('''Layout layer''') থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে ।
  
 
|-
 
|-
|03:00
+
|03:04
 
| লেয়াৰ ফউৰত('''Layer Four''') আকৌ এবাৰ ক্লিক কৰক ।
 
| লেয়াৰ ফউৰত('''Layer Four''') আকৌ এবাৰ ক্লিক কৰক ।
  
 
|-
 
|-
|03:03
+
|03:07
 
| ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ('''Modify Layer''') নিৰ্বাচন কৰক ।  
 
| ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ('''Modify Layer''') নিৰ্বাচন কৰক ।  
 
 
 
|-
 
|-
|03:08
+
|03:12
 
| ম’দিফাই লেয়াৰ('''Modify Layer''') দাইল’গ বক্স দেখা পোৱা যাব ।
 
| ম’দিফাই লেয়াৰ('''Modify Layer''') দাইল’গ বক্স দেখা পোৱা যাব ।
  
 
|-
 
|-
|03:11
+
|03:15
 
| বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক ।  
 
| বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক ।  
  
 
|-
 
|-
|03:14
+
|03:18
 
| লেয়াৰ ফউৰৰ('''Layer Four''') বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব ।
 
| লেয়াৰ ফউৰৰ('''Layer Four''') বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব ।
  
 
|-
 
|-
|03:18
+
|03:21
 
| বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় ।
 
| বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় ।
  
 
|-
 
|-
|03:22
+
|03:26
 
| লে আউত লেয়াৰত('''Layout Layer''') ক্লিক কৰক ।যদি টেবট( tab
 
| লে আউত লেয়াৰত('''Layout Layer''') ক্লিক কৰক ।যদি টেবট( tab
 
)দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় ।
 
)দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় ।
  
 
|-
 
|-
| 03:31
+
| 03:35
 
| আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো ।
 
| আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো ।
  
 
|-
 
|-
|03:38
+
|03:42
 
| এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক ।
 
| এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক ।
  
 
|-
 
|-
|03:41
+
|03:45
 
| ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক ।
 
| ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক ।
  
 
|-
 
|-
|03:45
+
|03:49
 
| ৰুট মেপত( RouteMap)  চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় ।   
 
| ৰুট মেপত( RouteMap)  চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় ।   
 
|-
 
|-
| 03:56
+
| 04:01
 
| ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে ।  
 
| ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে ।  
  
 
|-
 
|-
|04:04
+
|04:10
 
| প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক ।
 
| প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক ।
  
 
|-
 
|-
|04:08
+
|04:14
 
| মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক ।
 
| মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক ।
  
 
|-
 
|-
|04:14
+
|04:19
 
| পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব ।
 
| পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব ।
  
 
|-
 
|-
|04:15
+
|04:21
 
| প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক ।
 
| প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক ।
  
 
|-
 
|-
|04:18
+
|04:24
 
|জেনেৰেল টেবত( General Tab) ক্লিক কৰক ।
 
|জেনেৰেল টেবত( General Tab) ক্লিক কৰক ।
  
 
|-
 
|-
|04:20
+
|04:26
 
| ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো ।  
 
| ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো ।  
  
 
|-
 
|-
|04:28
+
|04:34
 
| ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম ।
 
| ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম ।
  
 
|-
 
|-
|04:32
+
|04:38
 
| এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় ।
 
| এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় ।
  
 
|-
 
|-
|04:36
+
|04:42
 
| পাছত  ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক ।  
 
| পাছত  ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক ।  
  
 
|-
 
|-
|04:39
+
|04:45
 
| আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্‌ট ভেলু( default values) ৰাখিম
 
| আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্‌ট ভেলু( default values) ৰাখিম
  
 
|-
 
|-
| 04:44
+
| 04:49
 
| এতিয়া লিংক তেবত('''Links tab''') ক্লিক কৰক ।
 
| এতিয়া লিংক তেবত('''Links tab''') ক্লিক কৰক ।
  
 
|-
 
|-
| 04:46
+
| 04:52
 
| আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম ।
 
| আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম ।
  
 
|-
 
|-
|04:49
+
|04:55
 
| আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্‌লত ভেলু ৰখা যাওক ।
 
| আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্‌লত ভেলু ৰখা যাওক ।
  
 
|-
 
|-
|04:53
+
|04:59
 
| এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ('''PDF''' ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ  
 
| এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ('''PDF''' ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ  
  
 
|-
 
|-
|04:58
+
|05:03
 
| এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক ।
 
| এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক ।
  
 
|-
 
|-
|05:01
+
|05:07
 
| চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক ।
 
| চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক ।
  
 
|-
 
|-
|05:04
+
|05:10
 
| চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব ।
 
| চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব ।
  
 
|-
 
|-
| 05:08
+
| 05:14
 
| পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে ।
 
| পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে ।
  
 
|-
 
|-
|05:14
+
|05:20
 
| মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম ।
 
| মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম ।
  
 
|-
 
|-
|05:18
+
|05:24
 
|ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম।
 
|ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম।
 
|-
 
|-
| 05:25
+
| 05:31
 
| পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক ।
 
| পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক ।
  
 
|-
 
|-
|05:31
+
|05:37
 
| চেত পাৰ্মিচন পাচওৰ্দ('''Set permission password''') বাটানত ক্লিক কৰক ।
 
| চেত পাৰ্মিচন পাচওৰ্দ('''Set permission password''') বাটানত ক্লিক কৰক ।
  
 
|-
 
|-
|05:35
+
|05:41
 
|  পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম ।
 
|  পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম ।
  
 
|-
 
|-
|05:43
+
|05:49
 
| ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম ।
 
| ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম ।
  
 
|-
 
|-
|05:51
+
|05:57
 
| প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে ।
 
| প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে ।
  
 
|-
 
|-
|05:58
+
|06:03
 
| এইটো সদায় ভাল অভ্যাস হয় ।
 
| এইটো সদায় ভাল অভ্যাস হয় ।
 
* পাচওৰ্দ( passwords) সংস্থাপন কৰা  
 
* পাচওৰ্দ( passwords) সংস্থাপন কৰা  
Line 312: Line 309:
 
* নম্বৰ আৰু বিষেষ বৰ্ণমালাক অন্তৰ্ভুক্ত কৰি ।  
 
* নম্বৰ আৰু বিষেষ বৰ্ণমালাক অন্তৰ্ভুক্ত কৰি ।  
 
|-
 
|-
|06:08
+
|06:14
 
| প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক ।
 
| প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক ।
  
 
|-
 
|-
| 06:12
+
| 06:18
 
| পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব ।
 
| পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব ।
  
 
|-
 
|-
|06:19
+
|06:25
 
| চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক ।
 
| চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট('''Not Permitted''') অপচনতো নিৰ্বাচন কৰক ।
  
  
 
|-
 
|-
|06:23
+
|06:29
 
| পিদিএফ( PDF)টো মাত্ৰ শুধ্য পাচওৰ্দ( password) যোগান ধৰিলেহে সংস্কৰন কৰিব পৰা যাব,অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব ।
 
| পিদিএফ( PDF)টো মাত্ৰ শুধ্য পাচওৰ্দ( password) যোগান ধৰিলেহে সংস্কৰন কৰিব পৰা যাব,অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব ।
  
 
|-
 
|-
|06:31
+
|06:36
 
| এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export)  বাটানতোত ক্লিক কৰা যাওক ।
 
| এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export)  বাটানতোত ক্লিক কৰা যাওক ।
  
 
|-
 
|-
|06:35
+
|06:41
 
| এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে ।
 
| এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে ।
  
 
|-
 
|-
|06:37
+
|06:43
 
|বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম ।  
 
|বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম ।  
  
 
|-
 
|-
|06:47
+
|06:53
 
| ফাইল টাইপৰ('''File type''') ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট ।
 
| ফাইল টাইপৰ('''File type''') ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট ।
  
 
|-
 
|-
|06:51
+
|06:57
 
| আৰু চেভ( Save) বাটানত ক্লিক কৰক ।
 
| আৰু চেভ( Save) বাটানত ক্লিক কৰক ।
  
 
|-
 
|-
| 06:55
+
| 07:01
 
| দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে ।
 
| দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে ।
  
 
|-
 
|-
|07:00
+
|07:07
 
| এতিয়া দেস্কতপলৈ( Desktop)  ঘুৰি যোৱা যাওক ।
 
| এতিয়া দেস্কতপলৈ( Desktop)  ঘুৰি যোৱা যাওক ।
  
 
|-
 
|-
|07:03
+
|07:09
 
| দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ('''RouteMap PDF''') ফাইলত দুবাৰ ক্লিক কৰক ।
 
| দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ('''RouteMap PDF''') ফাইলত দুবাৰ ক্লিক কৰক ।
  
 
|-
 
|-
| 07:08
+
| 07:14
 
| এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব ।
 
| এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব ।
  
 
|-
 
|-
|07:11
+
|07:17
 
|  পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক ।
 
|  পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক ।
  
 
|-
 
|-
|07:17
+
|07:23
 
| আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।  
 
| আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।  
  
 
|-
 
|-
| 07:20
+
| 07:26
 
| আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো ।
 
| আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো ।
  
 
|-
 
|-
|07:29
+
|07:35
 
| পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক ।
 
| পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক ।
  
 
|-
 
|-
|07:35
+
|07:40
 
| আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব ।
 
| আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব ।
  
 
|-
 
|-
| 07:40
+
| 07:46
 
| আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো ।
 
| আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো ।
  
 
|-
 
|-
|07:47
+
|07:53
 
|ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে ।
 
|ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে ।
  
 
|-
 
|-
|07:50
+
|07:57
 
| ইয়াত আমি লেয়াৰৰ মূল শিকিছো  
 
| ইয়াত আমি লেয়াৰৰ মূল শিকিছো  
  
 
|-
 
|-
|07:53
+
|08:00
 
| দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো ।
 
| দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো ।
  
Line 403: Line 400:
  
 
|-
 
|-
|07:56
+
|08:03
 
| পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি ।
 
| পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি ।
  
 
|-
 
|-
|08:01
+
|08:08
 
| ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে ।
 
| ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে ।
  
 
|-
 
|-
|08:04
+
|08:11
 
| ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক ।
 
| ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক ।
  
 
|-
 
|-
|08:06
+
|08:14
 
| পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক ।
 
| পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক ।
  
 
|-
 
|-
|08:10
+
|08:17
 
| কি ঘটিছে লক্ষ্য কৰক ।
 
| কি ঘটিছে লক্ষ্য কৰক ।
  
 
|-
 
|-
|08:12
+
|08:20
 
| ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক ।
 
| ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক ।
  
 
|-
 
|-
|08:16
+
|08:23
 
| পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক ।
 
| পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক ।
  
 
|-
 
|-
|08:18
+
|08:25
 
| এই পিদিএফতো প্ৰিন্ত কৰক ।
 
| এই পিদিএফতো প্ৰিন্ত কৰক ।
  
 
|-
 
|-
|08:20
+
|08:28
 
| তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।
 
| তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।
  
 
|-
 
|-
|08:23
+
|08:31
 
| এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় ।
 
| এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় ।
  
 
|-
 
|-
|08:26
+
|08:34
 
| যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
 
| যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
  
 
|-
 
|-
|08:31
+
|08:40
 
| স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে  
 
| স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে  
  
 
|-
 
|-
|08:32
+
|08:42
 
| স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
 
| স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
  
 
|-
 
|-
|08:36
+
|08:45
 
| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
 
| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
  
 
|-
 
|-
|08:39
+
|08:50
 
|আৰু অধিক তথ্যৰ বাবে  অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
 
|আৰু অধিক তথ্যৰ বাবে  অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
  
 
|-
 
|-
|08:45
+
|08:58
 
| স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।
 
| স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।
  
 
|-
 
|-
|08:50
+
|09:03
 
| এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে
 
| এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে
  
 
|-
 
|-
|08:57
+
|09:11
 
|এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে
 
|এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে
  
 
|-
 
|-
|09:06
+
|09:23
 
| এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিদেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।
 
| এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিদেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।
 
  
 
|}
 
|}

Revision as of 16:07, 19 November 2015

Time Narration
00:01 লিব্ৰে অফিচ দ্ৰৰ(LibreOffice Draw)স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো- মুলগত ভাবে লেয়াৰ্চ(Layers )আৰু পাচওৰ্দ এনক্ৰিপচন পিদিএফ(Password Encryption PDF)
00:09 এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব।
00:12 আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি ।
00:18 এইতো পিদিএফ( PDF) হিচাবে পঠিওৱা ।
00:21 ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো।
00:30 ৰুট মেপ(Route Map) ফাইলতো খোলা যাওক।
00:33 স্থৰবোৰনো কি?
00:34 স্থৰবোৰ হৈছে এখনৰ ওপৰত আন এখন থকা স্বচ্ছ চাদৰ ।
00:42 প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে ।
00:44 লে আউত(Layout layer) স্থৰতো নিজে নিজে দেখা দিয়ে ।
00:48 ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো ।
00:51 ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ ।
00:57 দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে।
01:06 উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় ।
01:19 তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব ।
01:26 সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক ।
01:31 মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব ।
01:35 মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক ।
01:43 মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক ।
01:48 আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি?
01:51 নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত ইয়াৰ সমাধান আগবঢ়াব ।
01:58 এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে ।
02:03 এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো ।
02:10 ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক ।
02:13 লে আওট( Layout) স্থৰত ক্লিক কৰক ।
02:15 সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত(Insert layer) ক্লিক কৰক ।
02:18 ইঞ্চাৰ্ত লেয়াৰ(Insert layer) দাইল’গ বক্স দেখা পোৱা যাব ।
02:22 নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক ।
02:24 আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়।
02:30 ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক ।
02:34 দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক
02:37
লে আউত(Layout layer)লেয়াৰত আকৌ এবাৰ ক্লিক কৰক ।
02:40 দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু ইয়াক গ্ৰুপমুক্ত কৰক।
02:44 এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক ।
02:46 চিফ্‌ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক ।
02:52 Next right-click and select Cut.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক ।
02:55 তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক ।
02:59 লে আউত লেয়াৰত(Layout layer) থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে ।
03:04 লেয়াৰ ফউৰত(Layer Four) আকৌ এবাৰ ক্লিক কৰক ।
03:07 ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ(Modify Layer) নিৰ্বাচন কৰক ।
03:12 ম’দিফাই লেয়াৰ(Modify Layer) দাইল’গ বক্স দেখা পোৱা যাব ।
03:15 বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক ।
03:18 লেয়াৰ ফউৰৰ(Layer Four) বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব ।
03:21 বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় ।
03:26 লে আউত লেয়াৰত(Layout Layer) ক্লিক কৰক ।যদি টেবট( tab

)দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় ।

03:35 আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো ।
03:42 এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক ।
03:45 ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক ।
03:49 ৰুট মেপত( RouteMap) চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় ।
04:01 ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে ।
04:10 প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক ।
04:14 মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক ।
04:19 পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব ।
04:21 প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক ।
04:24 জেনেৰেল টেবত( General Tab) ক্লিক কৰক ।
04:26 ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো ।
04:34 ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম ।
04:38 এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় ।
04:42 পাছত ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক ।
04:45 আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্‌ট ভেলু( default values) ৰাখিম
04:49 এতিয়া লিংক তেবত(Links tab) ক্লিক কৰক ।
04:52 আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম ।
04:55 আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্‌লত ভেলু ৰখা যাওক ।
04:59 এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ(PDF ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ
05:03 এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক ।
05:07 চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক ।
05:10 চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব ।
05:14 পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে ।
05:20 মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম ।
05:24 ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম।
05:31 পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক ।
05:37 চেত পাৰ্মিচন পাচওৰ্দ(Set permission password) বাটানত ক্লিক কৰক ।
05:41 পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম ।
05:49 ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম ।
05:57 প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে ।
06:03 এইটো সদায় ভাল অভ্যাস হয় ।
  • পাচওৰ্দ( passwords) সংস্থাপন কৰা
  • সৰ্বনিম্ন ছটা বৰ্ণমালাৰ সৈতে ।
  • নম্বৰ আৰু বিষেষ বৰ্ণমালাক অন্তৰ্ভুক্ত কৰি ।
06:14 প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট(Not Permitted) অপচনতো নিৰ্বাচন কৰক ।
06:18 পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব ।
06:25 চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট(Not Permitted) অপচনতো নিৰ্বাচন কৰক ।


06:29 পিদিএফ( PDF)টো মাত্ৰ শুধ্য পাচওৰ্দ( password) যোগান ধৰিলেহে সংস্কৰন কৰিব পৰা যাব,অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব ।
06:36 এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export) বাটানতোত ক্লিক কৰা যাওক ।
06:41 এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে ।
06:43 বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম ।
06:53 ফাইল টাইপৰ(File type) ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট ।
06:57 আৰু চেভ( Save) বাটানত ক্লিক কৰক ।
07:01 দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে ।
07:07 এতিয়া দেস্কতপলৈ( Desktop) ঘুৰি যোৱা যাওক ।
07:09 দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ(RouteMap PDF) ফাইলত দুবাৰ ক্লিক কৰক ।
07:14 এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব ।
07:17 পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক ।
07:23 আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।
07:26 আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো ।
07:35 পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক ।
07:40 আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব ।
07:46 আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো ।
07:53 ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে ।
07:57 ইয়াত আমি লেয়াৰৰ মূল শিকিছো
08:00 দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো ।


08:03 পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি ।
08:08 ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে ।
08:11 ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক ।
08:14 পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক ।
08:17 কি ঘটিছে লক্ষ্য কৰক ।
08:20 ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক ।
08:23 পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক ।
08:25 এই পিদিএফতো প্ৰিন্ত কৰক ।
08:28 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।
08:31 এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় ।
08:34 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
08:40 স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে
08:42 স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
08:45 যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
08:50 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
08:58 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।
09:03 এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে
09:11 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে
09:23 এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিদেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble