Difference between revisions of "What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' | - | 00: 00 |স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ...")
 
Line 2: Line 2:
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
| -
+
|-
 
| 00: 00
 
| 00: 00
 
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
 
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
| -
+
|-
 
| 00: 06
 
| 00: 06
 
|স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
 
|স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
| -
+
|-
 
| 00: 10
 
| 00: 10
 
| স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়  
 
| স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়  
| -
+
|-
 
| 00: 13
 
| 00: 13
 
| আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
 
| আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
| -
+
|-
 
| 00: 19
 
| 00: 19
 
| আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
 
| আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
| -
+
|-
 
| 00: 26
 
| 00: 26
 
| ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
 
| ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
| -
+
|-
 
| 00: 29
 
| 00: 29
 
| "ফাইল ৰেকর্ডিং"
 
| "ফাইল ৰেকর্ডিং"
| -
+
|-
 
| 00: 34
 
| 00: 34
 
| আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
 
| আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
| -
+
|-
 
| 00: 38
 
| 00: 38
 
| ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
 
| ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
| -
+
|-
 
| 00: 41
 
| 00: 41
 
| ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
 
| ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
| -
+
|-
 
| 00: 45
 
| 00: 45
 
| তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
 
| তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
| -
+
|-
 
| 00: 47
 
| 00: 47
 
| আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
 
| আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
| -
+
|-
 
| 00: 51
 
| 00: 51
 
| ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
 
| ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
| -
+
|-
 
| 00: 53
 
| 00: 53
 
| '' ৰেকর্ডিং ফাইল ''
 
| '' ৰেকর্ডিং ফাইল ''
| -
+
|-
 
| 00: 59
 
| 00: 59
 
| এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
 
| এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
| -
+
|-
 
| 01: 03
 
| 01: 03
 
| আমি ইয়াত উভতি আহিম.
 
| আমি ইয়াত উভতি আহিম.
| -
+
|-
 
| 01: 06
 
| 01: 06
 
| ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
 
| ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
| -
+
|-
 
| 01: 10
 
| 01: 10
 
| আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
 
| আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
| -
+
|-
 
| 01: 15
 
| 01: 15
 
| কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
 
| কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
| -
+
|-
 
| 01: 18
 
| 01: 18
 
| ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
 
| ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
| -
+
|-
 
| 01: 21
 
| 01: 21
 
| তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
 
| তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
| -
+
|-
 
| 01: 23
 
| 01: 23
 
| সকলোৱে একেই স্তৰত পাব পাৰে.
 
| সকলোৱে একেই স্তৰত পাব পাৰে.
| -
+
|-
 
| 01: 26
 
| 01: 26
 
| আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
 
| আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
| -
+
|-
 
| 01: 30
 
| 01: 30
 
| এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
 
| এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
| -
+
|-
 
| 01: 33
 
| 01: 33
 
| আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
 
| আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
| -
+
|-
 
| 01: 36
 
| 01: 36
 
| উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
 
| উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
| -
+
|-
 
| 01: 42
 
| 01: 42
 
| ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
 
| ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
| -
+
|-
 
| 01: 48
 
| 01: 48
 
| ইয়াত উভতি আহো.
 
| ইয়াত উভতি আহো.
| -
+
|-
 
| 01: 49
 
| 01: 49
 
| আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
 
| আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
| -
+
|-
 
| 01: 53
 
| 01: 53
 
| ইয়াতে এটা উদাহৰণ
 
| ইয়াতে এটা উদাহৰণ
| -
+
|-
 
| 01: 54
 
| 01: 54
 
| "ফাইল ৰেকর্ডিং"
 
| "ফাইল ৰেকর্ডিং"
| -
+
|-
 
| 02: 00
 
| 02: 00
 
| ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
 
| ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
| -
+
|-
 
| 02: 04
 
| 02: 04
 
| "ফাইল ৰেকর্ডিং"
 
| "ফাইল ৰেকর্ডিং"
| -
+
|-
 
| 02: 16
 
| 02: 16
 
| এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
 
| এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
| -
+
|-
 
| 02: 20
 
| 02: 20
 
| এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
 
| এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
| -
+
|-
 
| 02: 25
 
| 02: 25
 
| আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
 
| আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
| -
+
|-
 
| 02: 28
 
| 02: 28
 
| যোগ দিয়াৰ বাবে ধন্যবাদ.
 
| যোগ দিয়াৰ বাবে ধন্যবাদ.
| -
+
|-

Revision as of 17:09, 10 November 2015

Time Narration
00: 00 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
00: 06 স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
00: 10 স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়
00: 13 আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
00: 19 আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
00: 26 ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
00: 29 "ফাইল ৰেকর্ডিং"
00: 34 আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
00: 38 ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
00: 41 ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
00: 45 তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
00: 47 আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
00: 51 ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
00: 53 ৰেকর্ডিং ফাইল
00: 59 এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
01: 03 আমি ইয়াত উভতি আহিম.
01: 06 ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
01: 10 আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
01: 15 কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
01: 18 ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
01: 21 তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
01: 23 সকলোৱে একেই স্তৰত পাব পাৰে.
01: 26 আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
01: 30 এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
01: 33 আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
01: 36 উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
01: 42 ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
01: 48 ইয়াত উভতি আহো.
01: 49 আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
01: 53 ইয়াতে এটা উদাহৰণ
01: 54 "ফাইল ৰেকর্ডিং"
02: 00 ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
02: 04 "ফাইল ৰেকর্ডিং"
02: 16 এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
02: 20 এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
02: 25 আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
02: 28 যোগ দিয়াৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya