Difference between revisions of "LibreOffice-Suite-Draw/C3/Basics-of-Layers-Password-Encryption-PDF/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 | লিব্ৰে অফিচ দ্ৰৰ('''LibreOffice Draw''')স্পোকেন টিউটৰিয়েল...") |
|||
| Line 34: | Line 34: | ||
|00:33 | |00:33 | ||
| স্থৰবোৰনো কি? | | স্থৰবোৰনো কি? | ||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
| − | |||
|- | |- | ||
| 00:34 | | 00:34 | ||
| − | | | + | |স্থৰবোৰ হৈছে এখনৰ ওপৰত আন এখন থকা স্বচ্ছ চাদৰ । |
|- | |- | ||
| Line 144: | Line 132: | ||
|- | |- | ||
|02:33 | |02:33 | ||
| − | + | | লে আউত('''Layout layer''')লেয়াৰত আকৌ এবাৰ ক্লিক কৰক । | |
|- | |- | ||
Revision as of 13:11, 30 October 2015
| Time | Narration |
| 00:01 | লিব্ৰে অফিচ দ্ৰৰ(LibreOffice Draw)স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো- মুলগত ভাবে লেয়াৰ্চ(Layers )আৰু পাচওৰ্দ এনক্ৰিপচন পিদিএফ(Password Encryption PDF) |
| 00:08 | এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদি জ্ঞান শিকিব। |
| 00:12 | আপোনালোকে দ্ৰ( Draw) ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব । |
| 00:15 | পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি । |
| 00:18 | এইতো পিদিএফ( PDF) হিচাবে পঠিওৱা । |
| 00:20 | ইয়াত আমি আমাৰ অপাৰেতিং চিচতেম হিচাবে উবান্তু লিনাক্স ভাৰ্চন ১০.০৪ (Ubuntu Linux version ) আৰু লিব্ৰে অফিচ চুইট ভাৰ্চন ৩.৩.৪ ( Libre Office Suite version) ৱ্যবহাৰ কৰি আছো। |
| 00:30 | ৰুট মেপ(Route Map) ফাইলতো খোলা যাওক। |
| 00:33 | স্থৰবোৰনো কি? |
| 00:34 | স্থৰবোৰ হৈছে এখনৰ ওপৰত আন এখন থকা স্বচ্ছ চাদৰ । |
| 00:40 | প্ৰত্যেক দ্ৰ( Draw) ফাইলৰৰে তিনিটা স্থৰ থাকে । |
| 00:43 | লে আউত(Layout layer) স্থৰতো নিজে নিজে দেখা দিয়ে । |
| 00:46 | ইয়াতেই য’ত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো । |
| 00:50 | ক’ন্ত্ৰ’ল( Control) স্থৰতো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষন কৰে যেনে চুইচবোৰ আৰু গঠনবোৰ । |
| 00:56 | দাইমেঞ্চন( Dimensions )স্থৰতো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ননা কৰে। |
| 01:03 | উদাহৰনস্বৰূপে,এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ৱাইৰিংৰ স্থিতি আৰু এনে ধৰনৰ বিভিন্ন বস্তুৰে গঠিত হয় । |
| 01:16 | তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাষ্টা দেখাব । |
| 01:23 | সেইবোৰক মেপ ১,মেপ ২ আৰু মেপ ৩ বুলি কোৱা যাওক । |
| 01:28 | মেপ ১ এ ঠাইখিনিৰ আটাইবোৰ মাটিসীমা দেখাব । |
| 01:32 | মেপ ২ ত হ্ৰদ দুটা,ষ্টেডিয়াম খন আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্সতোৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । |
| 01:40 | মেপ ৩ ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুওৱা যাওক । |
| 01:45 | আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাতো আৱশ্যক নেকি? |
| 01:49 | নহয়, দ্ৰ( Draw)ই স্থৰৰ সহায়ত ইয়াৰ সমাধান আগবঢ়াব । |
| 01:54 | এই ধৰনে,বহুত স্থৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হব পাৰে । |
| 01:59 | এটা দ্ৰ (Draw) পৃষ্ঠা ৱ্যবহাৰ কৰি আমি স্থৰৰ স্ংযোগ প্ৰিণ্ট কৰিব পাৰে নতুবা দেখাব পাৰো । |
| 02:06 | ৰুট মেপ( RouteMap) ত কিছুমান স্থৰ যোগ কৰা যাওক । |
| 02:09 | লে আওট( Layout) স্থৰত ক্লিক কৰক । |
| 02:11 | সোফালে ক্লিক কৰক আৰু ইঞ্চাৰ্ত লেয়াৰত(Insert layer) ক্লিক কৰক । |
| 02:15 | ইঞ্চাৰ্ত লেয়াৰ(Insert layer) দাইল’গ বক্স দেখা পোৱা যাব । |
| 02:18 | নাম থকা ঠাইখিনিত লেয়াৰ ফওৰ( Layer four) লিখক । |
| 02:21 | আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ননা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয়। |
| 02:26 | ভিজিবল আৰু প্ৰিণ্টেবল বক্স কেইটা পৰীক্ষা কৰক । |
| 02:30 | দাইল’গ বক্স( dialog box) নোহোৱা কৰিবলৈ ওকত( OK) ক্লিক কৰক |
| 02:33 | লে আউত(Layout layer)লেয়াৰত আকৌ এবাৰ ক্লিক কৰক । |
| 02:36 | দ্ৰ’('Draw') পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু ইয়াক গ্ৰুপমুক্ত কৰক। |
| 02:40 | এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক । |
| 02:43 | চিফ্ট কি(Shift key) দবাওক আৰু ষ্টেডিয়াম আৰু ক’মাৰচিয়েল ক’মপ্লেক্স নিৰ্বাচন কৰক । |
| 02:48 | Next right-click and select Cut.তাৰ পাছত সোফালে ক্লিক কৰক আৰু কাট( Cut)নিৰ্বাচন কৰক । |
| 02:51 | তাৰ পাছত লেয়াৰ ফউৰ( Layer four) স্থৰত ক্লিক কৰক আৰু সিহতক লগাই দিয়ক । |
| 02:55 | লে আউত লেয়াৰত(Layout layer) থকাৰ দৰে একে দিশত সেইবোৰ লগোৱা গৈছে । |
| 03:00 | লেয়াৰ ফউৰত(Layer Four) আকৌ এবাৰ ক্লিক কৰক । |
| 03:03 | ক’নটেক্সত মেনু খন দেখাবলৈ সোফালে ক্লিক কৰক আৰু ম’দিফাই লেয়াৰ(Modify Layer) নিৰ্বাচন কৰক । |
| 03:08 | ম’দিফাই লেয়াৰ(Modify Layer) দাইল’গ বক্স দেখা পোৱা যাব । |
| 03:11 | বক্সতো পৰীক্ষামূক্ত কৰক। ওকত( OK) ক্লিক কৰক । |
| 03:14 | লেয়াৰ ফউৰৰ(Layer Four) বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব । |
| 03:18 | বস্তুবোৰ শাৰীৰিক ভাবে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নায় । |
| 03:22 | লে আউত লেয়াৰত(Layout Layer) ক্লিক কৰক ।যদি টেবট( tab
)দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওফালৰ এৰো বাটানটো( arrow button) ক্লিক কৰক যেতিয়ালৈকে লে আউত লেয়াৰতো দেখা পোবা নাযায় । |
| 03:31 | আমি আমাৰ মেপ ২ পালো ।একে ধৰনে আমি মেপ ৩ বনাব পাৰো । |
| 03:38 | এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক । |
| 03:41 | ঘৰৰ পৰা স্কুল কেম্পাচলৈ দুটা ৰাষ্টা বনোৱা যাওক । |
| 03:45 | ৰুট মেপত( RouteMap) চিত্ৰত প্ৰত্যেক ৰাষ্টাতো বেলেগ বেলেগ লেয়াৰত সজাওক ,যাতে সেইবোৰ প্ৰত্যেকে এটা ৰাষ্টা দেখাই দুখন বেলেগ মেপ হিচাবে প্ৰিণ্ট হয় । |
| 03:56 | ফাইলটো পিদিএফ( PDF) হিচাবে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাচওৰ্দে আমাৰ দ্ৰ( Draw) ফাইল কেনেকৈ সুৰক্ষা দিয়ে । |
| 04:04 | প্ৰথমতে দ্ৰ ফাইল ৰুট মেপ( RouteMap )পিদিএফ হিচাবে সংৰক্ষন কৰা যাওক । |
| 04:08 | মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্স্প’ৰ্ত এচ পিদিএফত (Export as PDF) ক্লিক কৰক । |
| 04:14 | পিদিফ (PDF)দাইল’গ বক্স দেখা পোৱা যাব । |
| 04:15 | প্ৰ্থমতে জেনেৰেল অপচনবোৰ( General options) সংস্থাপন কৰা যাওক । |
| 04:18 | জেনেৰেল টেবত( General Tab) ক্লিক কৰক । |
| 04:20 | ৰেঞ্ছৰ( Range) ভিতৰত আমাক অল( All) নিৰ্বাচন কৰিব দিয়ক কাৰন আমি দ্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা পিদিএফলৈ( PDF) পৰিবৰ্তন কৰি আছো । |
| 04:28 | ইমেজৰ ভিতৰত আমি জেপিজে ক’ম্প্ৰেচন নিৰ্বাচন কৰিম । |
| 04:32 | এইটো সকলোতকৈ সাধাৰন গঠন হয় যিটো ক’মপ্ৰেচনৰ বাবে ৱ্যবহাৰ হয় । |
| 04:36 | পাছত ইনিচিয়েল ভিউ(Initial View) তেবত ক্লিক কৰক । |
| 04:39 | আমি দাইল’গ বক্সত( dialog box) দেখুওৱা দিফল্ট ভেলু( default values) ৰাখিম |
| 04:44 | এতিয়া লিংক তেবত(Links tab) ক্লিক কৰক । |
| 04:46 | আমি দ্ৰ ফাইলত লিংবোৰ স্থাপিত কৰিম । |
| 04:49 | আকৌ,লিংচৰ( Links) বাবে স্ংস্থাপন কৰা দিফ্লত ভেলু ৰখা যাওক । |
| 04:53 | এতিয়া এটা পাচওৰ্দ নিয়োগ কৰা যাওক পিদিএফৰ(PDF ) নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ |
| 04:58 | এইতো কৰিবলৈ চেকুৰিতি( Security) তেবত ক্লিক কৰক । |
| 05:01 | চেট ওপেন পাচওৰ্দ(Set open password) বাটানত ক্লিক কৰক । |
| 05:04 | চেট ওপেন দাইল’গ বক্স(Set open password) দেখা পোৱা যাব । |
| 05:08 | পাচওৰ্দৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাচওৰ্দ( password) টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে । |
| 05:14 | মই মোৰ পাচওৰ্দ( password) প্ৰ’তেক্ত১০১( Protect101)হিচাবে সংস্থাপন কৰিম । |
| 05:18 | ক’নফাৰ্মৰ( Confirm) ঠাইত মই মোৰ পাচওৰ্দতো( password) প্ৰ’তেক্ত১০১( Protect101) হিচাবে পুন: লিখিম। |
| 05:25 | পাছত,দস্তাবেজ উন্নতি নতুবা প্ৰিণ্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাচওৰ্দতো সংস্থাপন কৰা যাওক । |
| 05:31 | চেত পাৰ্মিচন পাচওৰ্দ(Set permission password) বাটানত ক্লিক কৰক । |
| 05:35 | পাচওৰ্দৰ ঠাইত আপোনালোকৰ পচন্দমতে পাচওৰ্দ টাইপ কৰক।মই প্ৰ’টেক্ট এগেইন 0( ProtectAgain0) টাইপ কৰিম । |
| 05:43 | ক’নফাৰ্মৰ ঠাইত মই প্ৰ’টেক্ট এগেইন0( ProtectAgain0) পাচওৰ্দতো পূন: টাইপ কৰিম আৰু ওক( OK) ক্লিক কৰিম । |
| 05:51 | প্ৰিণ্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে । |
| 05:58 | এইটো সদায় ভাল অভ্যাস হয় ।
|
| 06:08 | প্ৰ্ণ্টিংৰ( Printing) ভিতৰত নট পাৰ্মিতেট(Not Permitted) অপচনতো নিৰ্বাচন কৰক । |
| 06:12 | পিদিএফটো( PDF) মাত্ৰ যদি শুধ্য পাচওৰ্দ যোগান ধৰা যায় তেতিয়াহে প্ৰিণ্ট কৰিব পৰা যাব ,অন্যথা এইটো প্ৰিণ্ট কৰিব পৰা নাযাব । |
| 06:19 | চেঞ্জেজৰ (Changes)ভিতৰত নট পাৰ্মিতেট(Not Permitted) অপচনতো নিৰ্বাচন কৰক ।
|
| 06:23 | পিদিএফ( PDF)টো মাত্ৰ শুধ্য পাচওৰ্দ( password) যোগান ধৰিলেহে সংস্কৰন কৰিব পৰা যাব,অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব । |
| 06:31 | এতিয়া ওপৰত থকা এক্সপ’ৰ্ট( Export) বাটানতোত ক্লিক কৰা যাওক । |
| 06:35 | এক্সপ’ৰ্ত( Export) দাইল’গ বক্স দেখা গৈছে । |
| 06:37 | বাওফালৰ নামসূচীৰ পৰা ,প্লেচেচৰ( Places)ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য’ত চেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক ।মই দেক্সত’প( Desktop) নিৰ্বাচন কৰিম । |
| 06:47 | ফাইল টাইপৰ(File type) ভিতৰত পিদিএফত ক্লিক কৰক-প’ৰ্তেবল দ’কুমেন্ত ফ’ৰমেট । |
| 06:51 | আৰু চেভ( Save) বাটানত ক্লিক কৰক । |
| 06:55 | দ্ৰ’(Draw) ফাইলতো পিদিএফ( PDF) ফাইললৈ পৰিবৰ্তন কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা গৈছে । |
| 07:00 | এতিয়া দেস্কতপলৈ( Desktop) ঘুৰি যোৱা যাওক । |
| 07:03 | দেস্কতপত (Desktop) ক্লিক কৰক ৰুট মেপ পিদিএফ(RouteMap PDF) ফাইলত দুবাৰ ক্লিক কৰক । |
| 07:08 | এন্তাৰ পাচওৰ্দ দাইল’গ(Enter password dialog) বক্স খোল খাব । |
| 07:11 | পাচওৰ্দ( Password) ঠাইখিনিত প্ৰ’তেক্ত ১১১( Protect111) ভুল পাচওৰ্দ টাইপ কৰা যাওক । |
| 07:17 | আনলক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক । |
| 07:20 | আপোনালোকে লক্ষ্য কৰিব যে পাচওৰ্দ ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাচওৰ্দতো( password) ভৰাবলৈ উত্তেজিত হৈছো । |
| 07:29 | পাচওৰ্দৰ(password)ঠাইখিনিত প্ৰ’টেক্ট১০১( Protect101) শুধ্য পাচওৰ্দতো টাইপ কৰা যাওক । |
| 07:35 | আনল’ক দকুমেন্ত বাটানত(Unlock Document button) ক্লিক কৰক ।পিদিএফ( PDF) ফাইল খোল খাব । |
| 07:40 | আমি আমাৰ দ্ৰ’(Draw) ফাইল পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিছো আৰু সফলভাবে ইয়াক পাচওৰ্দ সুৰক্ষিত কৰিছো । |
| 07:47 | ই আমাক এই টিউটৰিয়েলতো শেষলৈ টানি আনিছে । |
| 07:50 | ইয়াত আমি লেয়াৰৰ মূল শিকিছো |
| 07:53 | দ্ৰ’(Draw) ফাইল এটা কেনেকৈ পিদিএফলৈ( PDF) পৰিবৰ্তন কৰিব পাৰি শিকিছো ।
|
| 07:56 | পাচওৰ্দ এনক্ৰিপচন(password encryption) ৱ্যবহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি । |
| 08:01 | ইয়াত আপোনাকোকৰ কাৰনে এটা কাম আছে । |
| 08:04 | ৰুট মেপ( RouteMap) ফাইলৰ অন্য এটা পিদিএফ( PDF) তৈয়াৰ কৰক । |
| 08:06 | পিদিএফ( PDF) দাইল’গ বক্সত ইনিচিয়েল ভিউ( Initial View) অপচনতো পৰিবৰ্তন কৰক । |
| 08:10 | কি ঘটিছে লক্ষ্য কৰক । |
| 08:12 | ইউজাৰ ইন্তাৰ্ফেজৰ( User Interface) সকলো অপচনবোৰ নিৰীক্ষিন কৰক । |
| 08:16 | পাৰ্মিচন পাচওৰ্দ(permission passwords) সংস্থাপন কৰক । |
| 08:18 | এই পিদিএফতো প্ৰিন্ত কৰক । |
| 08:20 | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক । |
| 08:23 | এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন হয় । |
| 08:26 | যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে । |
| 08:31 | স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে |
| 08:32 | স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে । |
| 08:36 | যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । |
| 08:39 | আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । |
| 08:45 | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ । |
| 08:50 | এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে |
| 08:57 | এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে |
| 09:06 | এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিদেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।
|