Difference between revisions of "PHP-and-MySQL/C2/Loops-Foreach-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ফৰইচ ('''foreach''') লোপৰ টিউট’ৰিয়েললৈ স্বাগতম |- |00:02 |এই...")
(No difference)

Revision as of 01:16, 24 June 2015

Time Narration
00:00 ফৰইচ (foreach) লোপৰ টিউট’ৰিয়েললৈ স্বাগতম
00:02 এইটো হৈছে মই সামৰিবলৈ যোৱা শেষ লোপ (loop)
00:05 এই লোপৰ বুনিয়াদী মূল ত্বত্ত হৈছে ই এৰে (array) এটাৰ মানসমূহৰ দ্বাৰা লোপ হ’ব
00:10 বা এৰে এটাৰ উপাদান (elements) সমূহৰ দ্বাৰা
00:13 মোৰ মনত আছে যে মোৰ পূৰ্বৰ টিউট’ৰিয়েলচত মই কৈছিলো যে এৰে এটাৰ উপাদান সমূহক id টেগচ (tags) বুলিও কোৱা হয়
00:21 এৰে (array) এটাৰ উপাদান (elements) সমূহক id টেগচ (tags) কোৱা নহয়
00:24 যেতিয়া আপুনি এটা এৰে মান একৌ কৰে,
00:29 ইয়াত এইসমূহ হৈছে id - সাংখ্যিক id, কীছ বা টেগচৰ দৰে
00:35 গতিকে মই তাৰবাবে ক্ষমাপ্রার্থী
00:37 যিকিনহওঁক, আহক আমাৰ ফৰইচ (foreach) লোপলৈ ঘূৰি আহো । এতিয়া আমি এৰে এটা নিৰ্মানৰে আৰম্ভ কৰিম
00:43 মই ইয়াক ক’ম নাম্বাৰচ (numbers) আৰু ই এটা এৰে । আমি এতিয়া এইসমূহ নিৰ্মান কৰিব লাগিব
00:49 মই আপোনাক এইটো মোৰ পূৰ্বৰ টিউট’ৰিয়েলচত দেখুৱাইছিলো আৰু আমাৰ সংখ্যাসমূহ 1 2 3 4 5 6 7 8 9 আৰু 10 লৈকে আছে
01:00 ঠিক আছে । গতিকে, ফৰইচ (foreach) এটা এনেকুৱা হয়
01:03 গতিকে, আমাৰ ফৰইচ (foreach) আছে আৰু তাৰপাছত ইয়াত আমাৰ চৰ্ত (condition) আছে । বাৰু, মই ইয়াক কি বুলি মাতিব লাগিব নাজানো
01:13 গতিকে, আহক মই কওঁ এৰেটোৰ নামটো হৈছে নাম্বাৰচ (numbers)
01:21 আৰু তাৰপাছত আমি কওঁ এজ (as) আৰু তাৰপাছত আমি কওঁ ভেলো (value) । গতিকে আমি ইয়াক যিকোনো নাম দিব পাৰো
01:27 আমি ইয়াক যিকোনো ক’ব পাৰো কিন্তু মই লিখিম ভেলো (value)
01:32 আৰু তাৰপাছত মাজুবন্ধনীৰ ভিতৰত, মূল কমান্ড (command) হ’ব একৌ (echo) ভেলো (value)
01:40 আৰু আমি শেষত এটা শাৰী অন্তকাৰক সংযোগ কৰিম আৰু আহক ইয়াক এবাৰ চাওঁ
01:46 গতিকে, সেইটো আমাৰ লোপৰ দ্বাৰা একৌ হ’ব । এইটো প্ৰকৃততে এটা আমাৰ লোপটোৰ দ্বাৰা একৌ (echo) কৰাৰ সহ্জ পদ্ধতি । আপুনি এটা এৰে (array)ৰ দ্বাৰা একৌ কৰিবলৈ অন্য লোপচ ব্যৱহাৰ কৰিব পাৰে । আপুনি ইয়াক নিজে লিখিব লাগিব , যিকি নহওঁক আৰু এইটোৱেই হৈছে সম্ভৱত ইয়াক কৰাৰ অতি সহজ উপাই
02:00 গতিকে যেতিয়ালৈকে আপুনি ইয়াক মনত ৰাখিব, আপোনাৰ এৰেৰ দ্বাৰা একৌ (echo) কৰিব পাৰে, আপোনাৰ এৰেৰ প্ৰত্যেক অংশতে অপাৰেচনচ (operations) প্ৰদৰ্শন কৰিব পাৰে আৰু হয়্তু ইয়াক এটা নতুন এৰেত জমা কৰিব পাৰে
02:08 যিকিনহওঁক, মই আপোনাক এটা সহজ উপায়েৰে কেনেকৈ নিপূণভাবে (manipulate) কৰা হয় দেখুৱাম
02:12 এতিয়া, মই কৰিব লগাটো হৈছে - মই 2 গুণৰ তালিকা কৰিম
02:19 গতিকে,মই ইয়াক বৰ্জন কৰিম আৰু নিম্নলিখিতটো ক’ম
02:23 গতিকে, ইয়াত এৰেটোত মোক সংখ্যাটো লাগে times(টাইমচ) 2 is(ইজ) আৰু তাৰপাছত ইয়াৰ বাহিৰত নতুন মানটো হ’ব । গতিকে আমি এৰেটোৰ প্ৰতিটো উপাদানক গুণ কৰিম - এৰেটোৰ প্ৰতিটো সংখ্যাক 2 ৰে
02:41 আহক নাম্বাৰচ (numbers) কৈ আৰম্ভ কৰো
02:46 দূখিত, আমি ভেলো (value) ক’ম কাৰণ আমি প্ৰতিটো ফৰইচ (foreach) উপাদান এই ভেলো (value) নামৰ ভেৰিয়েবলত জমা কৰিছো
02:56 গতিকে, ভেলো (value) হৈছে এই সমূহৰ প্ৰতিটো, লোপটোৰ দ্বাৰা
03:00 সেইবাবে, value (ভেলো) times (টাইমচ) 2 is (ইজ) আৰু তাৰপাছত আমি কিছু বন্ধনী দিম । ভিতৰত আমি লিখিম "value (ভেলো) times (টাইমচ) 2"
03:10 মনত ৰাখিব এইটো এটা গাণিতিক অপাৰেতৰ - এটা আৰিথমেতিকেল অপাৰেতৰ (arithmetical operator) যি মই আপোনাক পূৰ্বে দেখুৱাইচিলো
03:15 এইটো এটা গাণিতিক অপাৰেতৰ কিন্তু শুদ্ধ নামটো হৈছে আৰিথমেতিক
03:20 ঠিক আছে । এইটো দুইৰে পূৰণ হ’ব
03:24 এতিয়া, এইটো মনোগ্ৰাহী কৰিবলৈ, মই কৰিবলগাটো হৈছে ইয়াক এটা পূৰণ (multiple) হিচাবে বনোৱা
03:30 এটা নতুন ভেৰিয়েবল হিচাবে
03:32 আৰু ইয়াত multiple (মালতিপুল)
03:35 2 ৰ সমান হৈছে । গতিকে আপুনি এতিয়া অনুমান কৰিব পাৰে যে মই মূলত তাক সলনি কৰিছো
03:41 ইয়াক মই বিচৰা দৰে সলনি কৰিব পাৰো
03:43 আহক ইয়াক ল’ড কৰো আৰু ৰিফ্ৰেচ (refresh)
03:46 আমি অন্তকাৰকটো পাহৰিলো
03:48 গতিকে, আহক তাক ইয়াৰ শেষত যোগ কৰো
03:51 ভাল, আমি এইটো পঢ়িব নোৱাৰো
03:54 দূখিত, 1 পূৰণ 2 হৈছে 2
03:58 2 পূৰণ 2 হৈছে 4 এইদৰে 10 পূৰণ 2 হৈছে 20 পৰ্যন্ত
04:03 আমি জানো যে এই সকলো বিলাক শুদ্ধ
04:05 আমি ইয়াক সলাব পাৰো, আহক কওঁ আমাক 10 গুণৰ তালিকাখন লাগে
04:10 ৰিফ্ৰেচ (Refresh), 1 পূৰণ 2 হৈছে ... নহয়, আমি এইটো 2 পূৰণ multiple (মালতিপুল)লৈ সলাবলৈ পাহৰিলো
04:20 এতিয়া ই আমাৰ সংখ্যা একৌ কৰিব
04:23 ৰিফ্ৰেচ (Refresh)
04:24 গতিকে, 1 times (টাইমচ) 10 is (ইজ) 10, 2 times (টাইমচ) 10 is (ইজ) 20, 10 times (টাইমচ) 10 is (ইজ) a(এ) hundred (হানদ্ৰেদ)
04:30 গতিকে, যেতিয়ালৈকে আমি মালতিপুল (multiple)টোৰ মানটো সলাওঁ - আহক কওঁ 12 গুণৰ তালিকা খন
04:36 আমাৰ দুটা মান সলনি হ’ব
04:39 আমি এইটো পাইছো
04:41 গতিকে, এই ফৰইচ (FOREACH ) লোপ আৰু এৰেটোৰ পৰা মই সচাই এটা মৌলিক, মালতিপুল প্রোগ্রাম নিৰ্মান কৰিলো যাৰ সৈতে আপুনি ভাল লগা যিকোনো সংখ্যাৰ যোৰাৰ বাবে গুণ তালিকা খন চাব পাৰে
04:51 গতিকে সেইটোৱেই হৈছে ফৰইচ (foreach) লোপ । দৰ্শনৰ বাবে ধন্যবাদ
04:54 মই মৌচুম হাজৰিকাই স্পকেন টিউটৰিয়েলৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble