Difference between revisions of "PHP-and-MySQL/C2/Arithmatic-Operators/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:00 |বেচিক(basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')ৰ টিউট'ৰ...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |বেচিক(basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')ৰ টিউট'ৰিয়েললৈ স্বাগতম | + | |বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')ৰ টিউট'ৰিয়েললৈ স্বাগতম |
|- | |- | ||
|00:03 | |00:03 | ||
− | |মই প্ৰথমে যোগ,বিয়োগ,পূৰণ আৰু হৰণ অপাৰেচন(operation) সমূহৰ দ্বাৰা আগবাঢ়িম | + | |মই প্ৰথমে যোগ, বিয়োগ, পূৰণ আৰু হৰণ অপাৰেচন (operation) সমূহৰ দ্বাৰা আগবাঢ়িম |
|- | |- | ||
|00:09 | |00:09 | ||
− | |এই সমূহক যোগ(+),বিয়োগ(-),পূৰণক এটা এচতেৰিক্স(asterisk) (*) হিচাবে | + | |এই সমূহক যোগ (+), বিয়োগ (-), পূৰণক এটা এচতেৰিক্স (asterisk) (*) হিচাবে আৰু হৰণক এটা ফ’ৰৱাৰ্দ শ্লাচ (forward slash) (/) হিচাবে লিখা হয় |
|- | |- | ||
|00:17 | |00:17 | ||
− | |গতিকে, মোৰ দুটা(2) ভেৰিয়েবলচ(variables) থাকিব | + | |গতিকে, মোৰ দুটা (2) ভেৰিয়েবলচ (variables) থাকিব |
|- | |- | ||
|00:20 | |00:20 | ||
− | |মই "$num1" নামৰ এটা ভেৰিয়েবল(variable) নিৰ্মাণ কৰিম আৰু | + | |মই "$num1" নামৰ এটা ভেৰিয়েবল (variable) নিৰ্মাণ কৰিম আৰু মই তাক ছেভ ('''save''') কৰিম মানটো 10ৰ সমান হোৱাকৈ আৰু "$num2"টো 2ৰ সমান হোৱাকৈ |
|- | |- | ||
|00:30 | |00:30 | ||
− | |গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু(decimal point) নথকা ইন্তিজাৰ ('''integer''')সংখ্যা | + | |গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু (decimal point) নথকা ইন্তিজাৰ ('''integer''') সংখ্যা |
|- | |- | ||
|00:34 | |00:34 | ||
− | |থিক আছে,এতিয়া, ধৰাহওঁক মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো | + | |থিক আছে, এতিয়া, ধৰাহওঁক মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো |
|- | |- | ||
|00:40 | |00:40 | ||
− | |গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ('''echo''') কৰিম | + | |গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ ('''echo''') কৰিম |
|- | |- | ||
|00:44 | |00:44 | ||
Line 31: | Line 31: | ||
|- | |- | ||
|00:47 | |00:47 | ||
− | |গতিকে,সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12" | + | |গতিকে, সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12" |
|- | |- | ||
|00:55 | |00:55 | ||
− | |থিক আছে । এতিয়া আহক বিয়োগ(minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol)স্থানান্তৰ কৰিম | + | |থিক আছে । এতিয়া আহক বিয়োগ (minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol) স্থানান্তৰ কৰিম |
|- | |- | ||
|01:01 | |01:01 | ||
Line 40: | Line 40: | ||
|- | |- | ||
|01:05 | |01:05 | ||
− | |এতিয়া আহক পূৰণ(multiplication) চেষ্টা কৰো । 2ৰ 10 গুণ হৈছে 20 আৰু আমি "20" পালো | + | |এতিয়া আহক পূৰণ (multiplication) চেষ্টা কৰো । 2ৰ 10 গুণ হৈছে 20 আৰু আমি "20" পালো |
|- | |- | ||
|01:11 | |01:11 | ||
Line 52: | Line 52: | ||
|- | |- | ||
|01:27 | |01:27 | ||
− | |গতিকে, মই ভাবো এই অপাৰেচন(operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব | + | |গতিকে, মই ভাবো এই অপাৰেচন (operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব |
|- | |- | ||
|01:39 | |01:39 | ||
− | |গতিকে, 12 হৰণ | + | |গতিকে, 12 হৰণ 2 কৰিলে 6 দিব লাগিব |
|- | |- | ||
|01:43 | |01:43 | ||
Line 61: | Line 61: | ||
|- | |- | ||
|01:56 | |01:56 | ||
− | |গতিকে, তাৰমানে, 6ৰ | + | |গতিকে, তাৰমানে, 6ৰ পৰিৱৰ্তে আমি 11 পাম |
|- | |- | ||
|02:00 | |02:00 | ||
− | |এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে(division operator) সদায় যোগ অপাৰেতৰ(addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয় | + | |এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে (division operator) সদায় যোগ অপাৰেতৰ (addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয় |
|- | |- | ||
|02:10 | |02:10 | ||
− | |এতিয়া,এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব | + | |এতিয়া, এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব |
|- | |- | ||
|02:16 | |02:16 | ||
− | |বন্ধনী(bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো(operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ(integer) বা এটা | + | |বন্ধনী (bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো (operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ (integer) বা এটা ভেৰিয়েবলৰ (variable) দ্বাৰা |
|- | |- | ||
|02:29 | |02:29 | ||
− | |গতিকে,ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক | + | |গতিকে, ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক দিয়ে 12 হৰণ 2 যি আমাক 6 দিব লাগিব |
|- | |- | ||
|02:39 | |02:39 | ||
Line 79: | Line 79: | ||
|- | |- | ||
|02:43 | |02:43 | ||
− | |গতিকে, এই সমূহ হৈছে বেচিক(basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ | + | |গতিকে, এই সমূহ হৈছে বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''') যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ |
|- | |- | ||
|02:48 | |02:48 |
Latest revision as of 18:55, 2 June 2015
Time | Narration |
00:00 | বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ (Arithmetic Operators)ৰ টিউট'ৰিয়েললৈ স্বাগতম |
00:03 | মই প্ৰথমে যোগ, বিয়োগ, পূৰণ আৰু হৰণ অপাৰেচন (operation) সমূহৰ দ্বাৰা আগবাঢ়িম |
00:09 | এই সমূহক যোগ (+), বিয়োগ (-), পূৰণক এটা এচতেৰিক্স (asterisk) (*) হিচাবে আৰু হৰণক এটা ফ’ৰৱাৰ্দ শ্লাচ (forward slash) (/) হিচাবে লিখা হয় |
00:17 | গতিকে, মোৰ দুটা (2) ভেৰিয়েবলচ (variables) থাকিব |
00:20 | মই "$num1" নামৰ এটা ভেৰিয়েবল (variable) নিৰ্মাণ কৰিম আৰু মই তাক ছেভ (save) কৰিম মানটো 10ৰ সমান হোৱাকৈ আৰু "$num2"টো 2ৰ সমান হোৱাকৈ |
00:30 | গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু (decimal point) নথকা ইন্তিজাৰ (integer) সংখ্যা |
00:34 | থিক আছে, এতিয়া, ধৰাহওঁক মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো |
00:40 | গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ (echo) কৰিম |
00:44 | আহক ইয়াক পৰীক্ষা কৰি উলিয়াওঁ |
00:47 | গতিকে, সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12" |
00:55 | থিক আছে । এতিয়া আহক বিয়োগ (minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol) স্থানান্তৰ কৰিম |
01:01 | ৰিফ্ৰেচ (Refresh) কৰক আৰু সেইটো হ’ব "8" |
01:05 | এতিয়া আহক পূৰণ (multiplication) চেষ্টা কৰো । 2ৰ 10 গুণ হৈছে 20 আৰু আমি "20" পালো |
01:11 | তাৰপাছত, 10 হৰণ 2 হৈছে মাত্ৰ 10ৰ আধা যি হৈছে "5" |
01:18 | এতিয়া, আমি যি কৰিব পাৰো সেইয়া হৈছে ইয়াৰ শেষত আমি কিবা এটা সংযুক্ত কৰিব পাৰো |
01:24 | গতিকে, ধৰা হওঁক এইটো 'num2'ৰ দ্বাৰা হৰণ হৈছে |
01:27 | গতিকে, মই ভাবো এই অপাৰেচন (operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব |
01:39 | গতিকে, 12 হৰণ 2 কৰিলে 6 দিব লাগিব |
01:43 | কিন্তু আচলতে ই যি কৰে সেইয়া হৈছে, ই 'num2'ক লয় আৰু ইয়াক 'num2'ৰে হৰণ কৰে যি 1 দিব আৰু তাৰলগত 'num1' যোগ কৰিব |
01:56 | গতিকে, তাৰমানে, 6ৰ পৰিৱৰ্তে আমি 11 পাম |
02:00 | এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে (division operator) সদায় যোগ অপাৰেতৰ (addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয় |
02:10 | এতিয়া, এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব |
02:16 | বন্ধনী (bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো (operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ (integer) বা এটা ভেৰিয়েবলৰ (variable) দ্বাৰা |
02:29 | গতিকে, ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক দিয়ে 12 হৰণ 2 যি আমাক 6 দিব লাগিব |
02:39 | আহক তাক ৰিফ্ৰেচ (refresh) কৰো আৰু আমি দেখিছো যে ই কাম কৰিছে ! |
02:43 | গতিকে, এই সমূহ হৈছে বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ (Arithmetic Operators) যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ |
02:48 | যদি আপুনি যিকোনো সমস্যাৰ সন্মূখীন হয়, সদায় আপোনাৰ গণনা সমূহ এটা কেলকুলেতৰৰ (calculator) দ্বাৰা পৰীক্ষা কৰিব সিহঁতে কাম কৰাটো নিশ্বিত কৰিবলৈ |
02:55 | আমি শিঘ্ৰেই এই বিলাকৰ কিছু অধিক চাম |
02:58 | আমি ইনক্ৰিমেন্ত আৰিথমেতিক অপাৰেতৰৰ (increment arithmetic operator) বিষয়ে শিকিম যি 1ৰে বৰ্ধিত হয় কিন্তু মই তাক অলপ পলমকৈ ব্যৱহাৰ কৰিম |
03:05 | এই সমূহ অনুশীলণ কৰক আৰু নিশ্বিত কৰক যে আপুনি সিহঁতক ভালদৰে শিকে |
03:09 | দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |