Difference between revisions of "Geogebra/C3/Exporting-GeoGebra-Files/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| style="border-spacing:0;" |style="border-top:0.75pt double #000000;border-bottom:0.75pt double #000000;border-left:0.75pt double #000000;border-right:none;padding:0cm;"|...") |
|||
Line 1: | Line 1: | ||
− | |||
− | |||
{| style="border-spacing:0;" | {| style="border-spacing:0;" | ||
|style="border-top:0.75pt double #000000;border-bottom:0.75pt double #000000;border-left:0.75pt double #000000;border-right:none;padding:0cm;"| '''Time''' | |style="border-top:0.75pt double #000000;border-bottom:0.75pt double #000000;border-left:0.75pt double #000000;border-right:none;padding:0cm;"| '''Time''' |
Revision as of 15:04, 2 June 2015
Time | Narration | |
00:00 | নমস্কাৰ। | |
00:02 | Geogebra (জীয়োজেব্রা) ত Export feature (এক্সপোর্ট ফীচাৰ) ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত। | |
00:07 | জীয়োজেব্রা প্ৰথমবাৰ ব্যবহাৰ কৰিলে, | |
00:10 | স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত “Introduction to GeoGebra” এৰ টিউটোৰিয়েলটো চাওক। | |
00:17 | ইয়াত আমি জীয়োজেব্রাত | |
00:18 | এক্সপোর্ট ফীচাৰ সম্পর্কে শিকিম। | |
00:22 | স্ট্যাটিক ইমেজ ( static picture) ৰুপত ড্ৰয়িং প্যাড ফিগাৰ এক্সপোর্ট কৰা শিকিম। | |
00:26 | ডায়নামিক এইচটিএমএল ওয়েবপেজ হিসাবে জীয়োজেব্রা ফাইল এক্সপোর্ট কৰা শিকিম। | |
00:31 | জীয়োজেব্রা দি আৰম্ভ কৰিবলৈ আমি, | |
00:34 | GNU/Linux operating system উবুন্টু সংস্কৰণ 10.04 LTS আৰু | |
00:39 | আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো। | |
00:44 | এতিয়া জীয়োজেব্রা উইন্ডোত। | |
00:48 | ইতিমধ্যে তৈয়াৰ কৰা জীয়োজেব্রা ফাইল খুলিবলৈ নির্বাচন কৰক File আৰু Open. | |
00:57 | ConcentricCircles.ggb নির্বাচন কৰি Open ত টিপক। | |
01:04 | এলজেব্রা আৰু স্প্রেডশীট ভিউস খোলা থাকিলে View মেনু বিকল্প নির্বাচন কৰি অপশনস আনচেক কৰি এইটো বন্ধ কৰক। | |
01:16 | Move Graphics View টুল ব্যবহাৰ কৰি ড্ৰয়িং প্যাড অবজেক্টৰ স্থান সলাব পাৰো। | |
01:22 | আপোনি এক্সপোর্ট কৰিবলৈ অবজেক্ট নির্বাচন কৰিব পাৰে বা কোনো অবজেক্ট নির্বাচন কৰা নাথাকিলে সম্পূর্ণ ড্ৰয়িং প্যাড নির্বাচন কৰিব পাৰে। | |
01:32 | মেনু অপসন, File>> Export>> Graphics View as Picture নির্বাচন কৰক। | |
01:40 | আপোনি এক্সপোর্ট কৰা ফাইলৰ Format (ফৰম্যাট) নির্বাচন কৰক, আমি png নির্বাচন কৰিছো। | |
01:48 | ইয়াত Scale (স্কেল) সলাব পাৰে, আমি ইয়াত ডিফল্ট ভ্যালু ৰাখিম। | |
01:53 | ইয়াত Resolution (ৰেজোলিউশন) বৃদ্ধি বা হ্রাস কৰিব পাৰে। Save ত টিপক। | |
01:58 | ইয়াত ফোল্ডাৰৰ নাম নির্বাচন কৰি ফাইলৰ নাম নির্বাচন কৰক। | |
02:07 | ফাইল টাইপ png ইতিমধ্যে ইয়াত আছে, এতিয়া Save ত টিপক। | |
02:15 | সংক্ষিপ্তকৰনৰ বাবে, | |
02:17 | ড্ৰয়িং প্যাডত থকা অবজেক্টক নির্বাচন কৰক, বা এইটোক অনির্বাচিত কৰি এৰি দিয়ক, সম্পূর্ণ ড্ৰয়িং প্যাড এক্সপোর্ট কৰিবলৈ। | |
02:26 | মেনু অপসন File >Export > Graphics View as Picture নির্বাচন কৰক। | |
02:33 | Format, Scale আৰু Resolution নির্বাচন কৰক। এক্সপোর্ট কৰা ফাইল সংৰক্ষণ কৰক। | |
02:40 | এতিয়া পাঠৰ দ্বিতীয় অংশ। | |
02:45 | জীয়োজেব্রাক ডায়নামিক ওয়েবপেজ ৰুপত এক্সপোর্ট কৰিবলৈ। | |
02:49 | প্ৰথমে এটা জীয়োজেব্রা ফাইল খোলক, উদাহৰন স্বৰুপে | |
02:53 | Interior Angles Triangle.ggb. | |
02:59 | এতিয়া মেনু অপসন File, Export >> Dynamic Worksheet as webpage নির্বাচন কৰক। | |
03:09 | এটা বাক্স প্ৰদর্শিত হয়। | |
03:12 | Title, Author নাম আৰু Date লিখক। | |
03:18 | দুটা ট্যাব আছে, general আৰু advanced | |
03:22 | General ট্যাবত কনস্ট্রাক্টশনৰ উপৰত আৰু তলত যি টেক্সট ৰাখিব বিছাৰে তাত লিখিব পাৰে। | |
03:30 | কনস্ট্রাক্টশনৰ উপৰত প্ৰদর্শন কৰিবলৈ এই টেক্সট যোগ কৰক। | |
03:37 | আমি কীবোর্ডত Ctrl + X টিপি এই তথ্য কাট আৰু পেস্ট কৰিম। | |
03:43 | আৰু তাৰপিছত আকৌ এবাৰ কীবোর্ডত CTRL+V টিপক। | |
03:48 | কনস্ট্রাক্টশনৰ উপৰতত লিখক Move the vertices of the triangle and observe the values of the interior angles of the triangle. | |
03:56 | এতিয়া কনস্ট্রাক্টশনৰ তলত লিখক Observe what happen when A, B and C are on a straight line by dragging the vertices. | |
04:08 | এতিয়া Advanced ট্যাব। | |
04:10 | জীয়োজেব্রা পৃষ্ঠাৰ অংশ ৰুপত জীয়োজেব্রাৰ ফিচাৰস আৰু অপশন্স যোগ কৰিবলৈ কিছু চেক বাক্স আছে। | |
04:18 | ওয়েবপেজৰ ৰাইট ক্লিক ফীচাৰ সক্ষম কৰিবলৈ, এইটোত সো ক্লিক কৰক। | |
04:23 | Labelsক স্হান কৰাবলৈ, এইটোত টিক কৰক। | |
04:28 | সঠিক স্থানত কনস্ট্রাক্টশনক ৰিসেট কৰাৰ আইকনৰ বাবে, ইয়াত টিক কৰক। | |
04:35 | জীয়োজেব্রা ওয়েবপেজত ডাবল ক্লিক কৰি আপোনাৰ কম্পিউটাৰত জীয়োজেব্রা এপ্লিকেশন ৱিন্দো খুলিবলৈ চালে, এইটোত টিক কৰক। | |
04:45 | আপোনি ওয়েবপেজত Menu bar, Tool bar আৰু Input bar বা Save আৰু Print ফীচাৰস প্ৰদর্শন কৰিব চালে ইয়াত এই বাক্সক নির্বাচন কৰক। | |
04:56 | আপোনি জীয়োজেব্রা উইন্ডোৰ প্ৰস্থ আৰু উচ্চতা সলাব পাৰে যি ওয়েবপেজত প্ৰদর্শিত হয়। | |
05:03 | Exportত টিপক আৰু ব্রাউজাৰত দেখিবলৈ ফাইলটো html ৰুপত সংৰক্ষণ কৰক। | |
05:11 | যিহেতু আমি ফায়াৰফক্স ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিছো, এইটো এক্সপোর্ট কৰাত এইটো অবিলম্বত প্ৰদর্শিত হয়। | |
05:22 | আপোনি কনস্ট্রাক্টশনৰ উপৰত আৰু কনস্ট্রাক্টশনৰ তলতও টেক্সট দেখিব পাৰে। | |
05:29 | এইটো ডাইনামিক ওয়েব পেজ হোৱাত ইয়াৰ শীর্ষবিন্দু পদক্ষেপ কৰিব পাৰে আৰু আকাৰৰ পৰিবর্তন চাওক। | |
05:38 | সংক্ষেপে, | |
05:39 | পূর্বত তৈয়াৰ কৰা জীয়োজেব্রা ফাইল খোলক, মেনু অপশন File >Export > Dynamic Worksheet as webpage নির্বাচন কৰক। | |
05:50 | Title, Text আৰু Advanced features নির্বাচন কৰক আৰু ওয়েবপেজ html ফাইল ৰুপত জীয়োজেব্রা ফাইল এক্সপোর্ট কৰক। | |
06:01 | ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰি html ফাইল চাওক। | |
06:05 | জীয়োজেব্রাৰ বাবে ৱেব ব্ৰাউজাৰত কাম কৰিবলৈ জাভা সংস্থাপিত কৰিবলৈ হব পাৰে। | |
06:11 | নির্দেশিত কাম হিসাবে, | |
06:13 | এটা জীয়োজেব্রা ফাইল খোলক আৰু ড্ৰয়িং প্যাড বা কিছু অবজেক্ট নির্বাচন কৰি স্ট্যাটিক পিকচাৰ ৰুপত এইটোক এক্সপোর্ট কৰক। | |
06:24 | আৰু ডাইনামিক ওয়েব পেজ ৰুপত, | |
06:25 | ইয়াত নিম্নলিখিত ফীচাৰস আছে। | |
06:29 | Reset অপশন আৰু Tool Bar অপশন। | |
06:33 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। | |
06:36 | এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পকসাৰসংক্ষেপে বোঝায়। | |
06:40 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। | |
06:44 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে, কর্মশালাৰ আয়োজন কৰে। | |
06:49 | অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে। | |
06:52 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। | |
06:58 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। | |
07:01 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। | |
07:07 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। | |
07:12 | আমি অনামিকা টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ। |