Difference between revisions of "BASH/C3/More-on-functions/Assamese"
From Script | Spoken-Tutorial
Line 299: | Line 299: | ||
|- | |- | ||
|06:14 | |06:14 | ||
− | |এটা '''function'''(ফাংচন)ত '''global variable'''(গ্ল’বেল ভেৰিয়েবল) ডিক্লেয়াৰ কৰিবলৈ | + | |এটা '''function'''(ফাংচন)ত '''global variable'''(গ্ল’বেল ভেৰিয়েবল) ডিক্লেয়াৰ কৰিবলৈ. কিছু উদাহৰণৰ সহায়ত |
|- | |- |
Revision as of 13:32, 24 April 2015
Time | Narration |
00:01 | ম’ৰ অন ফাংচনচৰ (More on functions ) স্প’কেন টিউটৰিয়েললৈ স্বাগতম |
00:06 | এই টিউটৰিয়েলটোত, আমি শিকিম |
00:09 | function(ফাংচন) এটালৈ আৰগুমেন্ত (argument) এটা পঠাবলৈ |
00:11 | এটা function(ফাংচন)ৰ ভিতৰত local variable(ল’কেল ভেৰিয়েবল) সূচিত কৰিবলৈ আৰু |
00:16 | এটা function(ফাংচন)ত global variable(গ্ল’বেল ভেৰিয়েবল) সূচিত কৰিবলৈ |
00:19 | কিছু উদাহৰণৰ সহায়ত |
00:23 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেচত(Shell Scripting in BASH)চেল স্ক্ৰিপতিংৰ জ্ঞান থাকিব লাগিব |
00:28 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক, (http://www.spoken-tutorial.org) |
00:35 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:37 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System) |
00:42 | GNU BASH(বেচ) তাঙৰণ 4.2 |
00:45 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে |
00:52 | আহক আমি প্ৰথমে শিকো এটা ফাংচনলৈ আৰগুমেন্ত (argument) এটা কেনেকৈ পঠাব পাৰি আৰু ইয়াৰ ব্যৱ্হাৰ |
00:59 | মই এটা ফাইল 'function(ফাংচন)_(আন্দাৰস্ক’ৰ) parameters(পাৰামিটাৰচ).sh' খুলিম |
01:05 | এইটো হৈছে চিবেং শাৰী (shebang line) |
01:08 | আমাৰ ফাংচন নামটো (function name) হৈছে say_(আন্দাৰস্ক’ৰ) welcome(ওৱেলকাম) |
01:13 | আৰম্ভণি মাজু বন্ধনীয়ে ফাংচন দেফিনেচন (function definition)টো খোলে |
01:18 | $(ডলাৰ)1 টো হৈছে প্ৰথম প’জিচনেল পাৰামিটাৰ (positional parameter) |
01:22 | $(ডলাৰ)2 টো হৈছে দ্বিতীয় প’জিচনেল পাৰামিটাৰ (positional parameter) |
01:26 | সামৰণি মাজু বন্ধনীয়ে ফাংচন দেফিনেচন (function definition)টো বন্ধ কৰে |
01:30 | ইয়াত, 'say_welcome(ওৱেলকাম)' ফাংচনটো আৰগুমেন্তচ (arguments)ৰ সৈতে মতা হৈছে |
01:35 | গাঠণিটো হৈছে, function name(ফাংচন নেম) যিটো হৈছে say welcome(ওৱেলকাম) ... দ্বৈত উৰ্ধক’মাৰ ভিতৰত আৰগুমেন্তচ (arguments)ৰে অনুসৰণ কৰি যিটো হৈছে Bash(বেচ) আৰু learning(লাৰনিং) |
01:49 | এটা অনুৰূপ পদ্ধতিত, মই এযোৰা পৃথক আৰগুমেন্তচৰ সৈতে একেটা ফাংচনক মাতিম । গতিকে, মোৰ say_welcome(ওৱেলকাম) space(স্পেছ) দ্বৈত উৰ্ধকমাৰ ভিতৰত functions in(ফাংচনচ ইন) space(স্পেছ) আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত Bash(বেচ) আছে |
02:05 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক |
02:08 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) parameters(পাৰামিটাৰচ) dot(দত) sh |
02:17 | এন্টাৰ (Enter) টিপক |
02:19 | লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) parameters(পাৰামিটাৰচ) dot(দত) sh |
02:26 | এন্টাৰ (Enter) টিপক |
02:28 | আমি দেখিছো যে প’জিচনেল পাৰামিটাৰচ (positional parameters) সমূহ ফাংচনটোলৈ পঠোৱা আৰগুমেন্তচৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে |
02:36 | Dollar(ডলাৰ) 1($1)টো ষ্ট্ৰিং বেচৰ (Bash) দ্বাৰা আৰু Dollar(ডলাৰ) 2($2)টো learning(লাৰনিং)ৰে প্ৰতিস্থাপিত হৈছে |
02:45 | তাৰপাছত আকৌ, Dollar(ডলাৰ) 1($1)টো functions in(ফাংচনচ ইন)ৰ দ্বাৰা আৰু Dollar(ডলাৰ) 2($2)টো বেচ (Bash)ৰে প্ৰতিস্থাপিত হৈছে |
02:55 | বেচত (Bash), ভেৰিয়েবলচক local variables (ল’কেল ভেৰিয়েবলচ) আৰু global variables (গ্ল’বেল ভেৰিয়েবলচ) হিচাবে ডিক্লেয়াৰ কৰিব পাৰি |
03:01 | Local variable (ল’কেল ভেৰিয়েবল): |
03:03 | ইয়াৰ মানটো ফাংচনটোৰ ভিতৰত বৈধ হ’ব য’ত ইয়াক সূচিত কৰা হৈছে |
03:10 | Local variables(ল’কেল ভেৰিয়েবল) সমূহ local(ল’কেল) কীৱৰ্ড ব্যৱ্হাৰ কৰি ডিক্লেয়াৰ কৰা হয় |
03:15 | Global variable (গ্ল’বেল ভেৰিয়েবল) |
03:17 | global variable (গ্ল’বেল ভেৰিয়েবল) এটাৰ মানটো এটা বেচ স্ক্ৰিপ্তত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে |
03:24 | আহক আমি ফাংচন এটাৰ ভিতৰত ভেৰিয়েবল এটা ডিক্লেয়াৰ কৰিবলৈ এই পদ্ধতি দুটা শিকো |
03:29 | মই function(ফাংচন)_(আন্দাৰস্ক’ৰ)local(ল’কেল).sh' নামৰ ফাইল এটা খুলিম |
03:35 | এইটো হৈছে চিবেং শাৰী (shebang line) |
03:39 | ফাংচন নেম হৈছে say_(আন্দাৰস্ক’ৰ) hello(হেল্ল’) |
03:43 | ইয়াত, variable(ভেৰিয়েবল) first_name(ফাৰ্চত_নেম)ক local(ল’কেল) কীৱৰ্ডৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে |
03:49 | যি বুজায়, ইয়াৰ মানটো কেৱল মাত্ৰ say_hello(হেল্ল’) ফাংচনটোৰ ভিতৰতহে বৈধ হ’ব |
03:55 | কোনো কীৱৰ্ড নোহোৱাকৈ ডিক্লেয়াৰ কৰা ভেৰিয়েবল এটাই, এটা Global variable (গ্ল’বেল ভেৰিয়েবল) হিচাবে আচৰণ কৰে |
04:01 | গতিকে, variable(ভেৰিয়েবল) last_name(লাষ্ট_নেম) টোৱে স্ক্ৰিপ্তটোত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে |
04:08 | এই echo(ইক’) শাৰীটোত, আমি ভেৰিয়েবলচৰ মানটো দৰ্শিত কৰিম |
04:12 | first_name(ফাৰ্চত_নেম), |
04:14 | middle_name (মিদল_নেম) |
04:15 | আৰু last_name(লাষ্ট_নেম) |
04:17 | ইয়াৰ পাছত, আমি ফাংচনটো বন্ধ কৰো |
04:21 | এতিয়া, ইয়াত ভেৰিয়েবল middle_name(মিদল_নেম)টো কীৱৰ্ড নোহোৱাকৈ ডিক্লেয়াৰ হৈছে । গতিকে, সম্পূৰ্ণ স্ক্ৰিপ্তটোত ইয়াত মানটো গ্ল’বেল (global) হ’ব |
04:30 | আকৌ এবাৰ, আমি ইয়াত ফাংচনটো মাতিম |
04:34 | আমি এই ফাংচন কল (function call)টোলৈ “Pratik”(প্ৰতিক) আৰু “Patil” (পাটিল) নামেৰে দুটা আৰগুমেন্তচ পঠাওঁ |
04:41 | এই echo statements(ইক’ ষ্টেতমেন্তচ)য়ে ভেৰিয়েবলচৰ মানটো দৰ্শিত কৰিব |
04:45 | $first_name(ফাৰ্চত নেম), |
04:46 | $middle_name(মিদল নেম) আৰু $last_name(লাষ্ট নেম) |
04:51 | অনুগ্ৰহ কৰি মনত ৰাখিব যে variable(ভেৰিয়েবল) first_name(ফাৰ্চত নেম) হৈছে এটা local variable (ল’কেল ভেৰিয়েবল) |
04:57 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক |
05:00 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) local(ল’কেল) dot(দত) sh |
05:09 | এন্টাৰ (Enter) টিপক |
05:11 | লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) local(ল’কেল) dot(দত) sh |
05:16 | এন্টাৰ (Enter) টিপক |
05:18 | আউতপুতটোৰ প্ৰথম শাৰীটোৱে Hello(হেল্ল’) Pratik(প্ৰতিক) K Patil(পাটিল) বাৰ্তাটো দৰ্শিত কৰে |
05:25 | ইয়াত, Pratik(প্ৰতিক) মানটো ধৰি থকা first_name(ফাৰ্চত নেম) ভেৰিয়েবলটো local(ল’কেল) হয় |
05:31 | যি বুজায় মানটো ফাংচনটোলৈ সীমিত হয় |
05:35 | এতিয়া,আহক ফাংচনটোৰ বাহিৰত local variable (ল’কেল ভেৰিয়েবল)টোৱে কেনেকৈ আচৰণ কৰে চাওঁ |
05:41 | ইয়াত, first_name(ফাৰ্চত নেম)ত একো দৰ্শিত হোৱা নাই |
05:44 | এইটো এইকাৰণেই যে ফাংচনটোলৈ first_name(ফাৰ্চত নেম)ৰ মানটো হৈছে local(ল’কেল) আৰু ই ফাংচনটোৰ বাহিৰত উপলব্ধ নহয় |
05:53 | middle_name(মিদল নেম) আৰু last_name(লাষ্ট নেম) ছপা হয় যিহেতু সিহঁত global variables(গ্ল’বেল ভেৰিয়েবলচ) হয় |
05:59 | আশা কৰো পাৰ্থক্যটো আপোনালোকৰ বাবে স্পষ্ট হৈছে |
06:02 | আহক আমি এতিয়া মূলভাৱ চাওঁ |
06:04 | এই টিউটৰিয়েলত, আমি শিকিলো |
06:07 | function(ফাংচন) এটালৈ আৰগুমেন্তচ (arguments) পঠাবলৈ । এটা function(ফাংচন)ত local variable(ল’কেল ভেৰিয়েবল) ডিক্লেয়াৰ কৰিবলৈ |
06:14 | এটা function(ফাংচন)ত global variable(গ্ল’বেল ভেৰিয়েবল) ডিক্লেয়াৰ কৰিবলৈ. কিছু উদাহৰণৰ সহায়ত |
06:20 | এটা অনুশিলনী হিচাবে |
06:22 | এটা প্ৰোগ্ৰাম লিখক, |
06:23 | য’ত ফাংচনটোৱে দুটা আৰগুমেন্তচ গ্ৰহণ কৰে । ফাংচনটোৱে আৰগুমেন্তচ দুটাক পূৰণ কৰিব লাগিব |
06:31 | (1, 2), (2, 3) আৰু (3, 4) আৰগুমেন্তচৰ সৈতে তিনিটা function calls(ফাংচন কলচ) বনাওক |
06:39 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
06:43 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
06:51 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:00 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:07 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
07:11 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
07:26 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে |
07:31 | মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |