Difference between revisions of "BASH/C2/Arithmetic-Comparison/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 !Time !Narration |- | 00:01 | আৰিথমেটিক কম্পেৰিজন ইন বেচ('''Arithmetic Comparison in BASH''') ৰ স্...") |
|||
Line 61: | Line 61: | ||
|- | |- | ||
| 00:39 | | 00:39 | ||
− | |মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা | + | |মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা কাৰ্যৰ উদাহৰণ আছে |
|- | |- | ||
Line 167: | Line 167: | ||
|- | |- | ||
| 02:28 | | 02:28 | ||
− | | | + | | ইয়াত, '''- (হাইফেন) ne''' কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান নোহোৱাটো পৰীক্ষা কৰে |
|- | |- |
Revision as of 12:14, 24 February 2015
Time | Narration |
---|---|
00:01 | আৰিথমেটিক কম্পেৰিজন ইন বেচ(Arithmetic Comparison in BASH) ৰ স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial)লৈ আদৰণি জনাইছো |
00:07 | এই টিউট’ৰিয়েল ( tutorial)টোত, আমি শিকিম |
00:09 | * equal to(ইকুৱেল তু) |
00:10 | not equal to(নট ইকুৱেল তু) |
00:12 | less than(লেচ দেন) |
00:13 | less than equal to(লেচ দেন ইকুৱেল তু) |
00:15 | greater than (গ্ৰেটাৰ দেন) আৰু |
00:16 | greater than equal to (গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands) |
00:19 | আমি এইটো কিছু উদাহৰণৰ সহায়ত কৰিম |
00:23 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:26 | *Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System) |
00:30 | *GNU BASH(বেচ) তাঙৰণ 4.1.10 |
00:34 | GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:39 | মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা কাৰ্যৰ উদাহৰণ আছে |
00:43 | মই ইয়ালৈ গতি কৰো |
00:45 | মই ফাইলটোৰ নাম example1.shদিছো |
00:50 | আপোনাৰ পচন্দৰ যিকোনো এদিতৰ(editor)ত এটা ফাইল খোলক আৰু দৰ্শিত ধৰণে ক’ড(code)টো লিখক |
00:56 | এতিয়াৰ পৰা তাক কি ভাৱে কৰা হব সেইয়া আপুনি পৰিচিত হ’ব লাগিব |
01:00 | এই প্ৰোগ্ৰামটোত,আমি প্ৰদত্ত ফাইলটো খালি হয় নে নহয় পৰীক্ষা কৰিম |
01:06 | মই ক’ড(code)টো বৰ্ণনা( explain) কৰিম |
01:08 | এইটো হৈছে চি বেং লাইন( shebang line) |
01:10 | সৰ্ব প্ৰথমে কনচল(console)ত Enter filename(এন্টাৰ ফাইলনেম) ছপা হ’ব |
01:15 | read কমান্ডটোৱে(command) ষ্টেন্দাৰ্দ ইনপুট(standard input)টোৰ পৰা দাতা( data)ৰ এটা শাৰী পঢ়ি্ব |
01:20 | এই কমান্ড(command)টো backticks(বেকটিক্স)ৰ ভিতৰত পৰিবেষ্টিত(enclose) হয় |
01:24 | Backtick(বেকটিক)ৰ এটা অতি বিশেষ অৰ্থ আছে |
01:27 | আপুনি backtick(বেকটিক)ৰ মাজত লিখা সকলো বিলাক মূল্যায়ন হয় |
01:32 | cat কমান্ড( command)টোৱে ফাইলটোৰ বিষয় বস্তু(content)টো দৰ্শিত কৰিব |
01:37 | wcএ প্ৰত্যেক ফাইলৰ বাবে নতুন শাৰী(newline),শব্দ(word) আৰু বাইত গণনা(byte counts) ছপা(print) কৰিব |
01:43 | - (হাইফেন) wএ শব্দ গণনাটো ছপা(print) কৰিব |
01:47 | কি ঘতিব সেইয়া হৈছে- |
01:49 | *প্ৰথমে cat কমান্ডটোৱে ফাইলটো পঢ়িব |
01:53 | এইটো হৈছে ইনপুট ফাইল(input file) |
01:55 | *তাৰপাছত যিটো wc কমান্ডটোলৈ পাইপড(piped) বা পঠোৱা(sent) হয় |
02:00 | *গতিকে,এই ষ্টেতমেন্ত(statement)টোৱে এটা প্ৰদত্ত ফাইলত শব্দসমূহ(words) গণনা(counts) কৰিব |
02:05 | * আউতপুতটো ভেৰিয়েবল (variable) xত জমা হৈছে |
02:08 | এইটো হৈছে if ষ্টেতমেন্ত(statement) |
02:10 | - (হাইফেন) eq কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান হয়্ নে পৰীক্ষা কৰে |
02:16 | যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি এটা বাৰ্তা(message) ছপা কৰিম File has zero words |
02:22 | প্ৰথম if চৰ্ত( condition)ৰ শেষ হৈছে fi |
02:26 | ইয়াত এইটো হৈছে আন এটা if চৰ্ত |
02:28 | ইয়াত, - (হাইফেন) ne কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান নোহোৱাটো পৰীক্ষা কৰে |
02:35 | যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি ছপা কৰিম “File has so-and-so words” |
02:40 | $ (ডলাৰ) xএ শব্দ গণনা(word count)টো দিব |
02:43 | এইটো হৈছে দ্বিতীয় if চৰ্ত(condition)টোৰ শেষ |
02:46 | আপোনাৰ প্ৰোগ্ৰাম ফাইল(program file)টো ছেভ কৰক |
02:48 | আহক আমাৰ প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী কৰো |
02:51 | টাৰ্মিনেল(terminal)টো খোলক |
02:53 | আহক প্ৰথমে list.txt নামৰ ফাইল এটা নিৰ্মান কৰো |
02:57 | লিখক: touch list.txt |
03:01 | এতিয়া,আহক ফাইল(file)টোত এটা শাৰী(line) সংলগ্ন কৰো |
03:04 | লিখক:echo দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত “How are you” দ্বৈত উৰ্দ্ধকমাৰ পাছত গ্ৰেতাৰ দেন( greater than) চিহ্ন (sign) list.txt |
03:13 | এতিয়া আহক আমাৰ স্ক্ৰিপ্ত(script)টো এক্সিকিউটেবল( executable)বনাওঁ |
03:16 | লিখক:chmod প্লাচ(plus) x example(এক্সাম্পল)1 dot(দত) sh |
03:21 | এতিয়া লিখক dot slash(দত শ্লাচ) example(এক্সাম্পল)1.sh |
03:26 | Enter filename দৰ্শিত হৈছে |
03:28 | লিখক:list.txt |
03:31 | আউতপুতটো দৰ্শিত হৈছে যে: list.txt has 3 words |
03:36 | এতিয়া আন এটা অপাৰেটৰচ( operators)ৰ সংহতি(set)ৰ বিষয়ে শিকো আহক |
03:40 | মই অন্য এটা ফাইললৈ গতি কৰো |
03:43 | এইটো example(এক্সাম্পল)2.sh |
03:46 | অনুগ্ৰহ কৰি আপোনাৰ এডিতৰ(editor)ত এটা ফাইল খোলক আৰু ইয়াক example(এক্সাম্পল)2.sh নাম দিয়ক |
03:52 | এতিয়া আপোনাৰ্ example(এক্সাম্পল)2.sh ফাইল ত ইয়াত দৰ্শিত ধৰণে ক’ডটো লিখক |
03:58 | মই ক’ড(code)টো বৰ্ণনা কৰিম |
04:00 | এই প্ৰোগ্ৰামটোৱে পৰীক্ষা কৰিব যে শব্দৰ গণনাটো |
04:04 | * একতকৈ ডাঙৰ বা সৰু (greater or less than one) |
04:07 | *এক আৰু এশৰ মাজত বা এশতকৈ ওপৰত(Between one and hundred Or above hundred) |
04:11 | ইয়াত আমাৰ চিবেং লাইন(shebang line) আছে |
04:14 | read ষ্টেতমেন্ত(statement)টোৱে উপভোক্তাৰ(user) পৰা ইনপুট(input) ফাইলনেম( filename) হিচাবে লয় |
04:19 | ইয়াত, - (হাইফেন) c কমান্ড(command)টো বাইত গণনাসমূহ(byte counts) ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয় |
04:24 | if ষ্টেতমেন্ত(statement)টোত, - (হাইফেন) lt কমান্ড(command)য়ে শব্দ গণনাটো এক(one)তকৈ সৰু হয়্ নে পৰীক্ষা কৰে |
04:31 | যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি ছপা কৰিম “No characters present in the file” |
04:37 | fi য়ে if চৰ্ত(condition)টো শেষ কৰে |
04:40 | পাছৰ if ষ্টেতমেন্ত(statement)ত এটা নেষ্টেত(nested) if ষ্টেতমেন্ত(statement) সন্নিবিষ্ট হৈ থাকে |
04:45 | প্ৰথমে - (হাইফেন) gt কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ হয়্ নে পৰীক্ষা কৰে |
04:51 | যদি হয়, তেতিয়া এইecho ষ্টেতমেন্ত(statement)টো কাৰ্যকৰী হ’ব |
04:56 | এই if ষ্টেতমেন্ত(statement)টোৰ ভিতৰত বহুতো চৰ্ত(multiple conditions) আছে |
05:01 | ইয়াত, এই ifত * - (হাইফেন) ge কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ বা সমান হয়্ নে পৰীক্ষা কৰে |
05:09 | আৰু * - (হাইফেন) le কমান্ড(command)টোৱে শব্দ গণনাটো এশ(hundred)তকৈ সৰু বা সমান হয়্ নে পৰীক্ষা কৰে |
05:17 | যদি দুয়োটা চৰ্ত সন্মত(satisfied) হয়, তেতিয়া ই ছপা কৰেঃ |
05:21 | Number of characters ranges between 1 and 100 |
05:25 | অনুগ্ৰহ কৰি মন কৰিব যে সম্পূৰ্ণ if চৰ্ত(condition)টো সন্মত হ’বলৈ দুয়োটা চৰ্ত সত্য(true) হ’ব লাগিব |
05:33 | এইটো এইকাৰণে যে আমি দুয়োটা চৰ্ত(condition)ৰ মাজত এম্পাৰচেন্দ(ampersand) সংযুক্ত কৰিছো |
05:39 | এই if ষ্টেতমেন্ত(statement)টোৰ শেষ হৈছে fi |
05:43 | তেতিয়া পাছৰ if ষ্টেতমেন্ত(statement)টো কাৰ্যকৰী হ’ব |
05:47 | - (হাইফেন) gt কমান্ড(command)য়ে শব্দ গণনাটো এশ(hundred)তকৈ ডাঙৰ হয়্ নে পৰীক্ষা কৰে |
05:53 | যদি চৰ্ত(condition)টো সন্মত( satisfied) হয়, আমি ছপা কৰিম Number of characters is above hundred |
06:00 | if ষ্টেতমেন্ত(statement)ৰ শেষ হৈছে fi |
06:04 | ইয়াত আমি দ্বিতীয় if ষ্টেতমেন্ত(statement)টো শেষ কৰিম |
06:07 | এতিয়া আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
06:10 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
06:13 | chmod প্লাচ(plus) x example(এক্সাম্পল)2 dot(দত) sh |
06:18 | dot(দত) slash(শ্লাচ) example(এক্সাম্পল)2 dot(দত) sh |
06:22 | লিখক list.txt |
06:25 | list.txt হিচাবে দৰ্শিত হোৱা আউত্পুতটোৰ এটাতকৈ অধিক কেৰেক্তাৰ(character) আছে |
06:31 | কেৰেক্তাৰ(character)সমূহৰ সংখ্যাৰ মাপ এক আৰু এশৰ পৰিসৰ(range)ৰ মাজত |
06:36 | এতিয়া, list.txt ফাইলত(file) কেৰেক্তাৰ(character)সমূহ সংযুক্ত বা বিচিন্ন কৰক |
06:40 | তেতিয়া কোনটো if ষ্টেতমেন্ত(statement) কাৰ্যকৰী হয় পৰ্যবেক্ষন (observe) কৰক |
06:46 | ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:49 | আহক আমি মূলভাৱ চাওঁ |
06:51 | এই টিউট’ৰিয়েলটোত আমি শিকিলো,
|
07:03 | এটা অনুশিলনী হিচাবে, not equal to(নট ইকুৱেল তু) অপাৰেটৰ (operator)ৰ ব্যৱহাৰটো বাখ্যা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
07:09 | সঙ্কেত(Hint): - (হাইফেন) ne |
07:12 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
07:15 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
07:18 | আপোনাৰ যদি বেন্ডউইথ(bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
07:23 | স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
07:25 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07:28 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:32 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:40 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
07:43 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:51 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
07:56 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে |
08:02 | মই মৌচম হাজৰিকা |
08:06 | সংযোগ কৰাৰ বাবে ধন্যবাদ |