Difference between revisions of "GIMP/C2/Adjusting-Colours-Using-Layers/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:22 |Gimp লৈ স্বাগতম জনাইছো।মোৰ নাম বৈজয়ন্তী ডেকা আ...")
 
 
(One intermediate revision by the same user not shown)
Line 5: Line 5:
 
|-
 
|-
 
| 00:22
 
| 00:22
|Gimp লৈ স্বাগতম জনাইছো।মোৰ নাম বৈজয়ন্তী ডেকা আৰু মই এইতো ব্ৰেমেন, ন’ৰ্দান জাৰ্মানীত বানিবদ্ধ কৰিছো ।
+
|নমস্কাৰ দৰ্শক সকল. Gimp লৈ স্বাগতম জনাইছো। মোৰ নাম মৌচুমী মেধি আৰু মই এইতো আই আই টি বম্বেত বানিবদ্ধ কৰিছো ।
  
 
|-
 
|-
Line 12: Line 12:
  
 
|-
 
|-
| 00:33  
+
| 00:33
 
|আৰু আজি মই ভাবো মই ৰ্ং স্ংস্থাপন কৰাৰ বাবে কিছুপৰিমানে কৰাতো উচিত হ’ব।
 
|আৰু আজি মই ভাবো মই ৰ্ং স্ংস্থাপন কৰাৰ বাবে কিছুপৰিমানে কৰাতো উচিত হ’ব।
  
Line 39: Line 39:
 
|-
 
|-
 
| 01:23
 
| 01:23
|মই আন্দু তুল ৱ্যবহাৰ কৰিব পাৰো কিন্তু তাৰ পাছত মই পুনৰবাৰ গোতেই পদক্ষেপবোৰ কৰিব লাগিব ।  
+
|মই আন্দু তুল ৱ্যবহাৰ কৰিব পাৰো কিন্তু তাৰ পাছত মই পুনৰবাৰ গোতেই পদক্ষেপবোৰ কৰিব লাগিব ।
  
 
|-
 
|-
Line 71: Line 71:
 
|-
 
|-
 
|02:16
 
|02:16
|গতিকে ইয়াত মই মাল্‌তিপ্ল মোদ বাছি ল’ম।
+
|গতিকে ইয়াত মই মাল্‌তিপ্লাই মোদ বাছি ল’ম।
  
 
|-
 
|-
 
| 02:22
 
| 02:22
|আৰু আপোনালোকে প্ৰথমতে থকাৰ দৰে প্ৰকৃত ছবিখন ওভোতাই পাব।  
+
|আৰু আপোনালোকে প্ৰথমতে থকাৰ দৰে প্ৰকৃত ছবিখন ওভোতাই পাব।
  
 
|-
 
|-
Line 86: Line 86:
 
|-
 
|-
 
| 02:52
 
| 02:52
|কিন্তু মই যদি নতুন স্তৰত এটা চেনেল কমাই দিও এইতো পিছফালৰ পিনেও কমি যাব কাৰন ২০০ ৰে পূৰন কৰি আৰু ২৫৫ ৰে হৰন কৰিলে কম দিব
+
|কিন্তু মই যদি নতুন স্তৰত এটা চেনেল কমাই দিও এইতো পিছফালৰ পিনেও কমি যাব কাৰন ২০০ ৰে পূৰন কৰি আৰু ২৫৫ ৰে হৰন কৰিলে কম দিব  
 
|-
 
|-
 
| 03:06
 
| 03:06
|এতিয়া মই এনে ধৰনৰ ৰং বাছি লব খুজিছো যাৰ এটা কমি থকা সেউজীয়া চেনেল আছে।  
+
|এতিয়া মই এনে ধৰনৰ ৰং বাছি লব খুজিছো যাৰ এটা কমি থকা সেউজীয়া চেনেল আছে।
  
 
|-
 
|-
 
| 03:12
 
| 03:12
| ইয়াত মোৰ আগফালৰ ৰং হিছাবে ক’লা ৰং আছে,যাক মই পিছফালৰ ৰঙলৈ আৰু বগা ৰঙক আগফালৰ ৰং হিচাবে পৰিবৰ্তন কৰিচো আৰু আপোনালোকে দেখা পাইছে যে ৰঙা,সেউজীয়া নহলে নীলা গোতেইবোৰ কালাৰ চেনেলৰৰ একে পৰিমান যিটো হৈছে ২৫৫
+
| ইয়াত মোৰ আগফালৰ ৰং হিছাবে ক’লা ৰং আছে, যাক মই পিছফালৰ ৰঙলৈ আৰু বগা ৰঙক আগফালৰ ৰং হিচাবে পৰিবৰ্তন কৰিচো আৰু আপোনালোকে দেখা পাইছে যে ৰঙা, সেউজীয়া নহলে নীলা গোতেইবোৰ কালাৰ চেনেলৰৰ একে পৰিমান যিটো হৈছে ২৫৫
  
 
|-
 
|-
Line 101: Line 101:
 
|-
 
|-
 
| 03:36
 
| 03:36
|এইতো নীলা নহয়,এইতো হালধীয়া হয় কিন্তু মই যেতিয়া এইতো তলৰ পিনে নিৰ্দ্দিষ্ট বিন্দুলৈ কমাই আনো আপোনালোকে দেখা পাইছে যে গোতেই শ্লাইদাৰৰ ৰংবোৰ নিজে নিজে পৰিবৰ্তন হৈ গৈছে ।
+
|এইতো নীলা নহয়, এইতো হালধীয়া হয় কিন্তু মই যেতিয়া এইতো তলৰ পিনে নিৰ্দ্দিষ্ট বিন্দুলৈ কমাই আনো আপোনালোকে দেখা পাইছে যে গোতেই শ্লাইদাৰৰ ৰংবোৰ নিজে নিজে পৰিবৰ্তন হৈ গৈছে ।
  
 
|-
 
|-
Line 113: Line 113:
 
|-
 
|-
 
| 04:10
 
| 04:10
| কিন্তু মই ওপাচিতি শ্লাইদাৰৰ সহায়ত মোৰ সেউজীয়া ৰং কমোৱাৰ প্ৰবলতা মিলাব পাৰো  
+
| কিন্তু মই ওপাচিতি শ্লাইদাৰৰ সহায়ত মোৰ সেউজীয়া ৰং কমোৱাৰ প্ৰবলতা মিলাব পাৰো
  
 
|-
 
|-
Line 129: Line 129:
 
|-
 
|-
 
| 04:55
 
| 04:55
|লেয়াৰত এতিয়াও পৰিবৰ্তন কৰিব লগিয়া আছে কাৰন এইখন শুভ্ৰ ৰঙৰ দেখা গৈছে আৰু মই অলপ নীলা ৰ্ং যোগ দিব বিচাৰিচো।  
+
|লেয়াৰত এতিয়াও পৰিবৰ্তন কৰিব লগিয়া আছে কাৰন এইখন শুভ্ৰ ৰঙৰ দেখা গৈছে আৰু মই অলপ নীলা ৰ্ং যোগ দিব বিচাৰিচো।
  
 
|-
 
|-
Line 145: Line 145:
 
|-
 
|-
 
|05:24
 
|05:24
| স্ক্ৰিন মুদত ৰঙবোৰ প্ৰথমতে বিপৰীত কৰিছো আৰু তাৰ পাছত পূৰন আৰু হৰন কৰিছো আৰু এইতো কিছু যতিল ।  
+
| স্ক্ৰিন মুদত ৰঙবোৰ প্ৰথমতে বিপৰীত কৰিছো আৰু তাৰ পাছত পূৰন আৰু হৰন কৰিছো আৰু এইতো কিছু যতিল ।
  
 
|-
 
|-
Line 153: Line 153:
 
|-
 
|-
 
| 05:43
 
| 05:43
|গতিকে নীলা শ্লাইদাৰ্তো তলৰ পিনে হলাই দিয়া
+
|গতিকে নীলা শ্লাইদাৰ্তো তলৰ পিনে হলাই দিয়ক
  
 
|-
 
|-
 
| 05:47
 
| 05:47
|আৰু ৰং ছবিখনত তানি আনা
+
|আৰু ৰং ছবিখনত তানি আনক
  
 
|-
 
|-
Line 165: Line 165:
 
|-
 
|-
 
| 05:59
 
| 05:59
|ছবিখন ইয়াত ছোৱা আৰু যেতিয়া মই এইতো অফ কৰিম আপোনালোকে পৰিবৰ্তন দেখা পাব ।  
+
|ছবিখন ইয়াত ছোৱা আৰু যেতিয়া মই এইতো অফ কৰিম আপোনালোকে পৰিবৰ্তন দেখা পাব ।
  
 
|-
 
|-
Line 173: Line 173:
 
|-
 
|-
 
| 06:08
 
| 06:08
| মই দুয়োতা নতুন লেয়াৰ্চ অফ কৰিব পাৰো আৰু তেতিয়া আপোনালোকে আৰম্ভনী বিন্দু পাবা
+
| মই দুয়োতা নতুন লেয়াৰ্চ অফ কৰিব পাৰো আৰু তেতিয়া আপোনালোকে আৰম্ভনী বিন্দু পাব
  
 
|-
 
|-
Line 193: Line 193:
 
|-
 
|-
 
| 06:33
 
| 06:33
| লেয়াৰ তুলতো বিৰাত শক্তিশালী কাৰন আপোনালোকে লেয়াৰ্চৰ ওপৰত লেয়াৰ্চ তৈয়াৰ কৰিব পাৰিব আৰু প্ৰত্যেক লেয়াৰত আপোনালোকে পিক্সেল পৰিবৰ্তন কৰিব পাৰিব যিতো তলৰ লেয়াৰৰ পৰা আহি আছে।  
+
| লেয়াৰ তুলতো বিৰাত শক্তিশালী কাৰন আপোনালোকে লেয়াৰ্চৰ ওপৰত লেয়াৰ্চ তৈয়াৰ কৰিব পাৰিব আৰু প্ৰত্যেক লেয়াৰত আপোনালোকে পিক্সেল পৰিবৰ্তন কৰিব পাৰিব যিতো তলৰ লেয়াৰৰ পৰা আহি আছে।
  
 
|-
 
|-
Line 208: Line 208:
 
|-
 
|-
 
| 07:13
 
| 07:13
|এইতো বৈজয়ন্তী ডেকা যিয়ে স্পোকেন তিউতৰিয়েল প্ৰ’জেক্তৰ বাবে দাবিং কৰি আছে আৰু পিছৰ সময়ছোৱাত আপোনালোকক দেখা পাম বুলি আশা কৰিছো
+
|এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. অাই অাই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো, যোগদানৰ বাবে ধন্য়বদ

Latest revision as of 12:30, 12 February 2015

Time Narration
00:22 নমস্কাৰ দৰ্শক সকল. Gimp লৈ স্বাগতম জনাইছো। মোৰ নাম মৌচুমী মেধি আৰু মই এইতো আই আই টি বম্বেত বানিবদ্ধ কৰিছো ।
00:29 আগৰ সংস্কৰনত মই ইয়াত এই ছবিখন সংস্কৰন কৰাৰ পাছত পাইছিলো ।
00:33 আৰু আজি মই ভাবো মই ৰ্ং স্ংস্থাপন কৰাৰ বাবে কিছুপৰিমানে কৰাতো উচিত হ’ব।
00:39 এই ছবিখন বহুত সেউজীয়া ।
00:41 ৰং মিলাবলৈ বহুত পথ আছে আৰু তাৰে এটা হৈছে কাৰ্ভ তুল ।
00:47 মই তুল বক্সৰ কাৰ্ভ তুলত ক্লিক কৰিম আৰু তাৰ পাছত মই সেউজীয়া ছেনেল বাছি ল’ম আৰু কাৰ্ভতো তললৈ তানি আনিম।
00:55 এতিয়া আপোনালকে দেখা পাইছে যে ৰং ছেনেলবোৰ আৰু ছবিত থকা কুৱলি আচল কুৱলি যেন দেখা হৈছে।
01:02 মই কাৰ্ভদাল এনে ধৰনে মিলাব লাগিব যাতে মই এনে এখন ছবি পাও যিখন শুভ্ৰ বৰনৰ হয় আৰু সেউজীয়া নতুবা পূৰৈয়া ৰঙৰ নহয়।
01:13 মই কাৰ্ভ তুল ৱ্যবহাৰ কৰিব নোখোজো কাৰন ই ছবিখনৰ বিস্তৃত বৰ্ননা নষ্ট কৰিব আৰু তাৰ পাছত মই নষ্ট হৈ যোৱাবোৰ শুদ্ধ কৰিব নোৱাৰিম ।
01:23 মই আন্দু তুল ৱ্যবহাৰ কৰিব পাৰো কিন্তু তাৰ পাছত মই পুনৰবাৰ গোতেই পদক্ষেপবোৰ কৰিব লাগিব ।
01:28 গতিকে মই এনে কিছুমান বস্তু বিচাৰো যিটোৱে ছবিখন নষ্ট নকৰে আৰু মই পাছত মিলাব পাৰো ।
01:34 ইয়াত এনে কিছুমান ধৰন আছে যিয়ে সাধৰন ফিল্তাৰ লেয়াৰ্চৰ সৈতে ৱ্যবহাৰ কৰে ।
01:39 গতিকে মই ইয়াত লেয়াৰ দাইল’গ খুলিছো ।
01:43 ইয়াত পিছৰ ফালতো দেখা পাব যিখন হৈছে আমাৰ আচল ছবি ।
01:47 আৰু মই মাত্ৰ নতুন স্তৰ যোগ কৰিম আৰু মই বগা ৰং লেয়াৰ ফিল তাইপ (Layer Fill Type) ত বাছি লম আৰু ইয়াক এটা নাম, শুদ্ধ সেউজীয়া ৰং দিম।
01:59 এতিয়া মোৰ ছবিখন সম্পূৰ্ন ব’গা হৈছে কিন্তু লেয়াৰ মুদ পৰিবৰ্তন কৰিব পাৰো।
02:05 লেয়াৰ মূদতো হৈছে এটা গনিত যিটো দুটা স্তৰ এক কৰে সেইকেইতা হৈছে প্ৰ্কৃত পিছফালৰ স্তৰ আৰু নতুনকৈ সজোৱা স্তৰ ।
02:16 গতিকে ইয়াত মই মাল্‌তিপ্লাই মোদ বাছি ল’ম।
02:22 আৰু আপোনালোকে প্ৰথমতে থকাৰ দৰে প্ৰকৃত ছবিখন ওভোতাই পাব।
02:27 মালতিপ্লাই মোদতোয়ে পিছৰ পৰা পিক্সেল আগৰ পৰা পোৱা পিক্সেলৰ লগত পুৰন কৰিব আৰু উত্তৰতো ২৫৫ ৰে ভাগ কৰিব ।
02:37 আৰু ব’গা ছবিখনত গোতেই কালাৰ ছেনেল বোৰ ২৫৫ হয়,গতিকে ২৫৫ৰে পূৰন কৰিলে আৰু ২৫৫ ৰে হৰন কৰিলে আৰম্ভ হোৱা নিৰ্দ্দিষ্ট বিন্দুতো দিব যিতো হৈছে বেগ্ৰাউন্দ।
02:52 কিন্তু মই যদি নতুন স্তৰত এটা চেনেল কমাই দিও এইতো পিছফালৰ পিনেও কমি যাব কাৰন ২০০ ৰে পূৰন কৰি আৰু ২৫৫ ৰে হৰন কৰিলে কম দিব
03:06 এতিয়া মই এনে ধৰনৰ ৰং বাছি লব খুজিছো যাৰ এটা কমি থকা সেউজীয়া চেনেল আছে।
03:12 ইয়াত মোৰ আগফালৰ ৰং হিছাবে ক’লা ৰং আছে, যাক মই পিছফালৰ ৰঙলৈ আৰু বগা ৰঙক আগফালৰ ৰং হিচাবে পৰিবৰ্তন কৰিচো আৰু আপোনালোকে দেখা পাইছে যে ৰঙা, সেউজীয়া নহলে নীলা গোতেইবোৰ কালাৰ চেনেলৰৰ একে পৰিমান যিটো হৈছে ২৫৫
03:31 যিয়েই নহওক ইয়াৰ শ্লাইদাৰত থকা ৰং দেখি বিভ্ৰান্ত নহব ।
03:36 এইতো নীলা নহয়, এইতো হালধীয়া হয় কিন্তু মই যেতিয়া এইতো তলৰ পিনে নিৰ্দ্দিষ্ট বিন্দুলৈ কমাই আনো আপোনালোকে দেখা পাইছে যে গোতেই শ্লাইদাৰৰ ৰংবোৰ নিজে নিজে পৰিবৰ্তন হৈ গৈছে ।
03:50 আছে মই ইয়াত সেউজীয়া শ্লাইদাৰটো বাচি লৈছো আৰু শ্লাইদাৰতো ২১১ ৰ আশে পাশে তানি আনিছো ।
03:59 আৰু মই ৰং তানি আনিছো যিতো মোৰ ছবিখনৰ আগফালৰ ৰং হিচাবে পাইছো আৰু মই পূৰৈয়া (magenta) ৰঙৰ পিনে ফলাফল পাইছো ।
04:10 কিন্তু মই ওপাচিতি শ্লাইদাৰৰ সহায়ত মোৰ সেউজীয়া ৰং কমোৱাৰ প্ৰবলতা মিলাব পাৰো
04:19 আৰো মই যেতিয়া শুন্যলৈ উভতি গৈছো মই পূৰনা ছবিখন পাইছো আৰু মই যেতিয়া শ্লাইদাৰতো ওপৰলৈ তানি আনিছো মই ছবিখনত সেউজীয়া চেনেলতো কমাব পাৰিছো আৰু ছবিখনত পূৰৈয়া ৰং পোৱাৰ পৰা বিৰত ৰাখিছো ।
04:35 মই ভাবো এইটো দেখিবলৈ বিৰাত ধুনিয়া হৈছে ।
04:38 মই লেয়াৰচ তুল ৱ্যবহাৰ কৰি যিকোনো সময়তে মই বিচাৰিলে পৰিবৰ্তন কৰিব পাৰো আৰু যেতিয়া ইয়াত বহুত লেয়াৰচ জমা হৈ থাকে মই ভালকৈ খাপ খুৱাব পাৰো আৰু যদি মই পূৰ্বৰ ছবিখনত কিবা পৰিবৰ্তন কৰো পৰিবৰ্তনবোৰ তেতিয়াও থাকিব ।
04:55 লেয়াৰত এতিয়াও পৰিবৰ্তন কৰিব লগিয়া আছে কাৰন এইখন শুভ্ৰ ৰঙৰ দেখা গৈছে আৰু মই অলপ নীলা ৰ্ং যোগ দিব বিচাৰিচো।
05:03 আকৌ মই একে পদ্ধতি অনুসৰন কৰিছো আৰো নতুন লেয়াৰ তৈয়াৰ কৰিছো আৰু এইতো কালাৰ কাৰেকচন ব্লু বুলি কোৱা হয় ।
05:11 আৰু এতিয়া মই অলপ নীলা ৰং যোগ দিব বিছাৰিছো ।
05:15 নীলা ৰং ছবিখনত যোগ কৰিবলৈ মই স্ক্ৰিন মোদ ৱ্যবহাৰ কৰিচো যিতো মাল্‌তিপ্লাই মুদতকৈ অলপ বেছি যতিল।
05:24 স্ক্ৰিন মুদত ৰঙবোৰ প্ৰথমতে বিপৰীত কৰিছো আৰু তাৰ পাছত পূৰন আৰু হৰন কৰিছো আৰু এইতো কিছু যতিল ।
05:33 মোক আগফালৰ ৰঙতো কলা আৰু মই যোগ দিব বিচৰা ৰঙতো চিধাচিধিকৈ যোগ কৰিব দিয়া আৰু এতিয়া মই অলপ নীলা ৰঙ যোগ দিব লাগিব ।
05:43 গতিকে নীলা শ্লাইদাৰ্তো তলৰ পিনে হলাই দিয়ক ।
05:47 আৰু ৰং ছবিখনত তানি আনক ।
05:51 ইয়াত এইতো নীলা হব লাগিছিল যিতো এতিয়াও কলা ৰঙৰ নিচিনা দেখা গৈছে কিন্তু এইতো বহুত গভীৰ নীলা হয়।
05:59 ছবিখন ইয়াত ছোৱা আৰু যেতিয়া মই এইতো অফ কৰিম আপোনালোকে পৰিবৰ্তন দেখা পাব ।
06:04 ছবিখন নিশ্চয় নীলাভ হয় ।
06:08 মই দুয়োতা নতুন লেয়াৰ্চ অফ কৰিব পাৰো আৰু তেতিয়া আপোনালোকে আৰম্ভনী বিন্দু পাব ।
06:13 মই যেতিয়া প্ৰথম লেয়াৰত ক্লিক কৰিছো আমি সেউজীয়া ৰঙৰ কমি যোৱা চেনেল দেখিছো আৰু আমি যেতিয়া দ্বিতীয় লেয়াৰত ক্লিক কৰিছো ই অলপ নীলা ৰঙ যোগ কৰিছে ।
06:22 মই ভাবো ই বহুত বেছি নীলা গতিকে মই অপাচীতি কমাম ।
06:27 মই ভাবো এইতো দেখিবলৈ ভাল হৈছে ।
06:30 পিছৰ সকোলো সময়তে মই এইতো মিলাব পাৰিম ।
06:33 লেয়াৰ তুলতো বিৰাত শক্তিশালী কাৰন আপোনালোকে লেয়াৰ্চৰ ওপৰত লেয়াৰ্চ তৈয়াৰ কৰিব পাৰিব আৰু প্ৰত্যেক লেয়াৰত আপোনালোকে পিক্সেল পৰিবৰ্তন কৰিব পাৰিব যিতো তলৰ লেয়াৰৰ পৰা আহি আছে।
06:44 শুদ্ধিকৰন প্ৰ্ক্ৰিয়াৰ সম্ভাৱনীয়তা হৈছে সীমাহীন আৰু আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই এইতো কৰিব পাৰে ।
06:51 সম্ভবত ইয়াত আপোনালোকে অপাচিতি শ্লাইদাৰ্তো ভাল ৰং পাবলৈ তললৈ নমাব পাৰে আৰু আপোনালোকে এই শ্লাইদাৰৰ সৈতে খেলিব পাৰে যিয়ে ইয়াত ৰং পৰিবৰ্তন কৰিবলৈ এমুঠি প্ৰকৃত সম্ভবনীয়তা দিছে ।
07:05 মই ভাবিছো মই লেয়াৰ তুলতো বিস্তৃত ভাবে বিষেষ অনুস্থানত আলোচনা কৰিব লাগিব কিন্তু আজিৰ বাবে এইতোৱে যথেষ্ট ।
07:13 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. অাই অাই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো, যোগদানৰ বাবে ধন্য়বদ ।

Contributors and Content Editors

Baijayanti, Mousumi