Difference between revisions of "C-and-Cpp/C2/Logical-Operators/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 || Time || Narration |- | 00:02 | '''Logical operators in (ল’জিকেল অপাৰেতৰচ ইন) C ''' '''C++''' ৰ স্পকেন টিউ...") |
(No difference)
|
Revision as of 23:13, 14 December 2014
| Time | Narration |
| 00:02 | Logical operators in (ল’জিকেল অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
| 00:08 | এই টিউট’ৰিয়েল ( tutorial)ত আমি ল’জিকেল অপাৰেতৰচ( Logical operators) যেনে ল’জিকেল(Logical) ANDৰ বিষয়ে শিকিম উদাহৰণ expression1 && expression2 |
| 00:16 | ল’জিকেল OR(Logical OR )
উদাহৰণ expression1 or expression2 |
| 00:21 | ল’জিকেল NOT(Logical NOT)
উদাহৰণ not (Expression1) |
| 00:25 | এইটো আমি উদাহৰণৰ সহায়ত কৰিম |
| 00:28 | মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰকৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version) |
| 00:33 | উবুনটোত gcc আৰু g++ কমপাইলাৰৰ( Compiler) 4.6.1 তাঙৰণ( version) |
| 00:39 | আহক আমি logical operators(ল’জিকেল অপাৰেতৰচ)ৰ পৰিচয়ৰে( introduction) আৰম্ভ কৰো |
| 00:43 | C আৰু C++,ত true হৈছে 0ৰ বাদে আন যিকোনো মান |
| 00:48 | শুণ্যৰ( zero) বাদে আন যিকোনো মানে true |
| 00:50 | আৰু শুণ্য( zero) মানে false (অসত্য) |
| 00:53 | ল’জিকেল অপাৰেতৰচ( logical operators) ব্যৱ্হাৰ কৰা সমীকৰণে(Expressions) trueৰ বাবে 1 আৰু false'ৰ বাবে 0 ঘূৰাই দিয়ে |
| 00:58 | এতিয়া মই এটা উদাহৰণৰ জৰিয়তে ল’জিকেল অপাৰেতৰচ( logical operators)ৰ বিষয়ে বৰ্ণনা(explain) কৰিম . |
| 01:03 | এইটো হ’ল Cত logical operators' (ল’জিকেল অপাৰেতৰচ)ৰ বাবে প্ৰোগ্ৰাম(program) |
| 01:08 | প্ৰ্ধান ব্ল’ক( main block)ৰ ভিতৰত |
| 01:10 | এই ষ্টেটমেন্তত(statement)টোৱে a,b আৰু c ভেৰিয়েবলক( variables) ইন্তিজাৰ (integer) ৰূপে ঘোষণা (declare) কৰে |
| 01:16 | printf ষ্টেটমেন্তত(statement)টোৱে ব্যৱ্হাৰ কৰোতাক( user) a,b আৰু cৰ মানসমূহ( values) এন্টাৰ কৰিবলে কয় |
| 01:21 | scanfষ্টেটমেন্তত(statement)টোৱে a,b আৰু c ভেৰিয়েবল (variable)ৰ বাবে ব্যৱ্হাৰ কৰোতাৰ( user) পৰা ইনপুট (input) লয় |
| 01:28 | ইয়াত,আমি সকলোতকৈ ডাঙৰটো( greatest) পাবৰ বাবে a ৰ মান b আৰু c ৰ লগত তুলনা( comparing) কৰিছো |
| 01:33 | ক্ৰমান্বয়ে( simultaneously) তুলনা( compare) কৰিবলে, আমি logical AND অপাৰেতৰ(operator)ব্যৱহাৰ কৰিছো |
| 01:38 | ইয়াত, এটা true মান ঘুৰাই দিবলে logical AND ৰ কাৰণে সকলোবিলাক চৰ্ত (conditions)সত্য(true) হ’ব লাগিব. |
| 01:43 | সমীকৰণ(Expression) টো আগলৈ সমাধান(evaluate) ন’হব যদিহে এটা ভূল চৰ্ত অৱস্থাপন( encountering) হয় |
| 01:49 | সেইকাৰণে, সমীকৰণ(expression) (a>c) টো সমাধান(evaluated) হ’ব মাত্ৰ যদিহে (a>b)টো সত্য হয় |
| 01:56 | যদি a, bত্কৈ সৰু হয়, তেতিয়া সমীকৰণ (expression) টো আগলৈ সমাধান ন’হব |
| 02:02 | সমীকৰণ(expression) টো আগলৈ সমাধান হ’ব যদিহে আগৰ চৰ্তটো (conditions) সত্য (true) হয় |
| 02:07 | তাৰপাছত' (b>c) সমাধান(evaluate) হ’ব |
| 02:10 | যদিহে চৰ্তটো(conditions)সত্য(true) হয়, তেতিয়া b is greatest বুলি পৰ্দাত দৰ্শিত হব |
| 02:16 | অন্যথা 'c is greatest বুলি পৰ্দাত দৰ্শিত হব |
| 02:21 | এতিয়া আমি logical OR অপাৰেতৰ (operator)লৈ ঘূৰি আহোঁ |
| 02:24 | ইয়াত, এটা শুদ্ধ মান ঘূৰাই দিবলৈ logical OR ৰ যিকোনো এটা চৰ্ত(conditions) সত্য(true) হ’বই লাগিব |
| 02:30 | সমীকৰণ(expression) টো আগলৈ সমাধান(evaluate) ন’হব যদিহে এটা শুদ্ধ কাৰণ অৱস্থাপন( encountering) হয় |
| 02:35 | গতিকে,যদি a == zero, তেতিয়া বাকী থকা সমীকৰণ(expression) দুটা সমাধান (evaluate) ন’হব |
| 02:43 | এই printfষ্টেটমেন্তত(statement)টো কাৰ্যকৰী হ’ব যদিহে ইয়াৰে a, b বা c টো 0 হয় |
| 02:49 | প্ৰোগ্ৰামৰ শেষলৈ আহক ।return 0 লিখক আৰু মাজুবন্ধনি( ending curly bracket) শেষ কৰক |
| 02:54 | এতিয়া প্ৰোগ্ৰামটো ছেভ কৰক. |
| 02:57 | ইয়াক এষ্টেনচন(extension) .c বুলি ছেভ কৰক |
| 03:00 | মই মোৰ ফাইলটো logical.cহিচাবে ছেভ কৰিছো |
| 03:03 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
| 03:08 | ক’ডটো কম্পাইল (compile) কৰিবলৈ লিখক gcc space(স্পেছ) logical dot c space (স্পেছ) minus o space(স্পেছ) log এন্টাৰ টিপক |
| 03:23 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./log |
| 03:27 | Enter.(এন্টাৰ)টিপক
|
| 03:29 | মই মান সমূহ এন্টাৰ কৰিম এনেদৰে
0 34 567 |
| 03:39 | আউতপুতটো দেখুৱাব যে, |
| 03:42 | c is greatest. |
| 03:45 | The product of a, b and c is zero. |
| 03:50 | আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী কৰিবলৈ বিভিন্ন যোৰীয়া(set) ইনপুট(input)ৰে চেষ্টা কৰি চাব |
| 03:55 | এতিয়া একেটা প্ৰোগ্ৰামকে C++ ত লিখো আহক |
| 03:59 | মই প্ৰোগ্ৰামটো আগতেই তৈয়াৰ কৰি থৈছো আৰু ইয়াৰ সহায়েৰে আপুনাক লৈ যাম |
| 04:03 | ইয়াত এইটো C++ৰ ক’ড |
| 04:06 | এতিয়া একেটা প্ৰোগ্ৰামকে C++ ত লিখিবলৈ, আমি কিছু সলনি( changes) কৰিম |
| 04:11 | তাত হেডাৰ ফাইল( header file)ত সলনি হব |
| 04:14 | Using statement (ইউজিং ষ্টেতমেন্ত)টো ব্যৱহাৰ হৈছে |
| 04:18 | লগতে তাত আউত্পুট আৰু ইনপুত ষ্টেতমেন্তট ( output and input statements.)ৰ পাৰ্থক্য থাকিব |
| 04:21 | অপাৰেটৰ(operator) বিলাকে Cৰ দৰে একে ধৰণে পৰিদৰ্শন(behave) কৰিব
|
| 04:25 | 'Save (ছেভ)ত টিপক. |
| 04:27 | ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰাটো প্ৰয়োজনীয় |
| 04:31 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক. |
| 04:36 | প্ৰোগ্ৰামটো কম্পাইল (compile) কৰিবলৈ লিখক g++ logical.cpp space(স্পেছ) minus o space(স্পেছ) log1এন্টাৰ টিপক |
| 04:49 | কাৰ্যকৰী( execute)কৰিবলৈ লিখক ./log1 |
| 04:53 | Enter.(এন্টাৰ)টিপক
|
| 04:56 | মই মান সমূহ এন্টাৰ কৰিম এনেদৰে
0 34 567 |
| 05:02 | গতিকে আমি দেখিছো যে আউত্পুট(output) টো C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে |
| 05:05 | আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী( executing) কৰিবলৈ বিভিন্ন যোৰীয়া ইনপুটৰে চেষ্টা কৰি চাব |
| 05:10 | এতিয়া আমি এটা ভূল( error) চাম যিটো আমি সচৰাচৰ পাই আহিছো |
| 05:12 | এদিতৰ( editor)লৈ যাওঁ আহক |
| 05:16 | ধৰাহল আমি ইয়াত বন্ধনী(bracket)টো দিবলৈ পাহৰিলো |
| 05:20 | এইটো আৰু এইটো নাইকীয়া( Delete) কৰক |
| 05:26 | এতিয়া কি হয় চাওঁ আহক,প্ৰোগ্ৰামটো ছেভ কৰক |
| 05:30 | তাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
| 05:32 | আগতে কৰাৰ দৰে ক’ম্পাইল আৰু কাৰ্যকৰী( Compile and execute) কৰক |
| 05:38 | আমি ভূলটো দেখিছো |
| 05:41 | Expected identifier before '(' token. |
| 05:45 | ইয়াৰ কাৰণ হৈছে আমি ইয়াত দু্টা ভিন্ন সমীকৰণ(expression) পাইছো |
| 05:48 | আমি AND operator(অপাৰেটৰ) ব্যৱ্হাৰ কৰি সিহঁতক এটা সমীকৰণ(expression) হিচাবে সমাধান( evaluate) কৰিব লাগিব |
| 05:53 | আহক আমি এতিয়া প্ৰোগ্ৰামটোলৈ ঘূৰি যাওঁ আৰু ভুলটো ঠিক( fix) কৰো |
| 05:57 | আহক ইয়াত আৰু ইয়াত বন্ধনি(bracket) ব্যৱহাৰ কৰো |
| 06:04 | 'Save (ছেভ)ত টিপক |
| 06:06 | তাৰ্মিনেললৈ ঘূৰি আহো |
| 06:09 | আগৰ দৰে কম্পাইল আৰু কাৰ্যকৰী( Compile and execute) কৰো |
| 06:14 | গতিকে এইটোৱে এতিয়া কাম কৰিছে |
| 06:22 | আহক আমি টিউটৰিয়েল( tutorial)ৰ মূলভাব( summarize) চাওঁ |
| 06:24 | আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো Logical AND eg. ((a > b) && (a > c))
|
| 06:32 | Logical OR
eg.(উদাহৰণ) (a == 0 || b == 0 || c == 0)
|
| 06:39 | অনুশিলনী |
| 06:41 | এটা প্ৰোগ্ৰাম লিখক যি ব্যৱহাৰ কৰোতা( user)ৰ পৰা দুটা সংখ্যা ইনপুত( input) হিচাবে লয় |
| 06:44 | NOT অপাৰেটৰ (operator) ব্যৱ্হাৰ কৰি দুটা সংখ্যা সমান হ্য় নে নহয় পৰীক্ষা কৰক. সংকেতঃ(a != b) |
| 06:54 | এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব |
| 06:57 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
| 06:59 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক
|
| 07:03 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও (workshop) পাতে |
| 07:07 | “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে |
| 07:11 | অধিক জানিবলৈ অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক |
| 07:18 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
| 07:21 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
| 07:27 | ইয়াৰ বিষয়ে অধিক দেখা পাব৷ |
| 07:30 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro
|
| 07:37 | মই কৃষ্ণ কমল দুৱৰা
উপভোগ কৰাৰ বাবে ধন্যবাদ । |