Difference between revisions of "LibreOffice-Suite-Base/C2/Create-a-simple-form/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
|| 00:00  
 
|| 00:00  
|নমস্কাৰ দৰ্শক সকল. LibreOffice বেসৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
+
||নমস্কাৰ দৰ্শক সকল. LibreOffice বেসৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
  
 
|-  
 
|-  

Revision as of 09:29, 1 December 2014

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. LibreOffice বেসৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:04 এই টিউটোৰিয়েলত, আমি LibreOffice বেসত সহজ ফৰ্ম সম্পর্কে জানিম |
00:09 ইয়াত, আমি শিকিম -
00:12 এটা ফর্ম কি?
00:13 কিভাবে উইজার্ড ব্যবহাৰ কৰি এটা ফর্ম নির্মাণ কৰা যায় |
00:17 LibreOffice বেস ব্যবহাৰ কৰি, এতিয়া পর্যন্ত আমি এটা ডেটাবেস তৈয়াৰ আৰু টেবোল তৈয়াৰ কৰা শিকিছো যত আমি তথ্য সংৰক্ষণ কৰিব পাৰো .
00:27 কিন্তু, কিভাবে আমি ডেটাবেস টেবোলত তথ্য ভৰাব পাৰো?
00:33 এটা উপায় হল টেবোলৰ সেলত প্রত্যক্ষভাবে তথ্য লেখা, যি আমি শেষৰ টিউটোৰিয়েলত কৰিছিলো |
00:42 তথ্য প্রবেশ কৰাৰ বাবে অন্য এটা দ্রুত পদ্ধতি আছে যিটোত এৰৰ খুব কম হয় |
00:49 আৰু সেইটো হল ফর্ম ব্যবহাৰ কৰা । এটা ফর্ম হল তথ্য ভৰোৱা বা তথ্য সম্পাদনা কৰাৰ বাবে এটা ফ্রন্ট এন্ড বা ইউজাৰ ইন্টাৰফেস |
01:00 উদাহৰণ স্বৰুপে, এটা সাধাৰণ ফর্ম, এটা টেবোলত, ক্ষেত্রবোৰেৰে গঠিত হব পাৰে |
01:06 এতিয়া পূর্ব টিউটোৰিয়েলত নির্মিত লাইব্রেৰী ডাটাবেসৰ বিষয়ে আলোচনা আৰম্ভ কৰা যাওক |
01:15 সেয়ে,  Books টেবোলত, এটা সাধাৰণ ফর্ম ক্ষেত্রবোৰ দ্বাৰা গঠিত হব পাৰে |
01:21 আৰু এই ফর্মত, এতিয়া, Books টেবোলত তথ্য প্রবেশ কৰাবৰ বাবে ব্যবহাৰ কৰা যায় |
01:27 এতিয়া, আহক শিকা যাওক কিভাবে এটা ফর্ম তৈয়াৰ কৰা যায় |
01:33 প্রথমে LibreOffice বেস প্রোগ্রাম আৰম্ভ কৰা যাওক |
01:38 যদি বেস প্রোগ্রাম খোলা নাথাকে, তেনেহলে তলৰ বাঁও ফালে উপস্থিত থকা স্টার্ট বাটন-ত ক্লিক কৰক, তাৰপিছত All programsত ক্লিক কৰক, LibreOffice Suiteত ক্লিক কৰক  আৰু তাৰপিছত LibreOffice বেসত ক্লিক কৰক |
01:57 এতিয়া 'open an existing database file' বিকল্পত ক্লিক কৰা যাওক |
02:04 'Recently Used' ড্রপ ডাউন বাক্সত, আমাৰ লাইব্রেৰী ডাটাবেস দৃশ্যমান হোৱা উচিত |
02:12 এতিয়া, এইটোক নির্বাচন কৰক আৰু Finish বোতামত ক্লিক কৰক |
02:17 যদি LibreOffice বেস আগৰে পৰাই খোলা থাকে,
02:22 তেনেহলে লাইব্রেৰী ডাটাবেস ফাইল Library.odb খুলিবলৈ, উপৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰপিছত ওপেনত ক্লিক কৰক |
02:36 অথবা ফাইল মেনুত Recent Documents-ত ক্লিক কৰক আৰু নির্বাচন কৰক Library.odb
02:48 এতিয়া আমি লাইব্রেৰী ডাটাবেস-ত আছো |
02:52 বাও প্যানেল ফালে ডাটাবেস তালিকাত থকা Forms আইকনত ক্লিক কৰক |
03:01 মন কৰক যে, এটা নতুন ফর্ম তৈয়াৰ কৰা দুটা উপায় আছে : create form in Design View আৰু Use Wizard to create form |
03:12 এতিয়া দ্বিতীয় বিকল্পত ক্লিক কৰা যাওক: Use Wizard to create form
03:19 এতিয়া আমি এটা নতুন উইন্ডো দেখিব পাৰিছো যি LibreOffice Writer উইন্ডোৰ অনুৰুপ হয়|
03:26 আৰু ইয়াৰ উপৰত আমি এটা পপআপ উইন্ডো দেখিব পাৰিছো, যত লেখা অছে 'Form Wizard'.
03:33 Books টেবোলৰ উপৰত ভিত্তি কৰি আমাৰ প্রথম ফর্ম তৈয়াৰ কৰিবলৈ এই উইজার্ডৰ মাধ্যমেৰে আহক |
03:40 এইটোক কৰাৰ বাবে বাওফালে থকা ৮-টা পদক্ষেপ  দেখা যায় |
03:46 আমি এতিয়া প্রথম পদক্ষেপত আছো – 'Field Selection" হয়.
03:53 আৰু সো ফালৰ পৰা, Tables or Queries নামৰ ড্রপ ডাউনৰ পৰা Tables:Books নির্বাচন কৰক |
04:03 ইয়াৰ তলত, আমি বাওফালে উপলব্ধ ক্ষেত্রবোৰৰ এটা তালিকা দেখিব পাৰিছো |
04:09 সো ফালে, আমি ফর্মত উপস্থিত থকা ক্ষেত্রবোৰ দেখিব পাৰিছো |
04:14 আমি মাত্র সেই ক্ষেত্রবোৰক ইয়ালৈ নিব লাগিব, যিবোৰ আমাৰ ফর্ম-ত প্রয়োজন হব |
04:21 এতিয়া, ডবল এৰো চিহ্ন সৈতে বাটনত ক্লিক কৰক |
04:27 লক্ষ্য কৰক, আমি সকলো ক্ষেত্ৰবোৰক বাও ফালৰ পৰা সো ফালৰ লৈ নিছো |
04:35 যিহেতু, নিজে নিজে ইয়াৰ নম্বৰ তৈয়াৰ হবলৈ আমি BookId ক্ষেত্রটোক বনাইছো, সেয়ে এইটোক ফর্মত প্রয়োজন নহয় |
04:46 সেয়ে এই ক্ষেত্রটোক আকৌ বাওফালে লৈ যাও |
04:51 সো ফালে থকা BookId-ৰ উপৰত ক্লিক কৰক আৰু যি বাটনত এটা 'Less than' চিহ্ন আছে, সেইটোক ক্লিক কৰক |
05:02 ঠিক আছে, এতিয়া পৰবর্তী পদক্ষেপ লৈ যাও, তলৰ ফালে উপস্থিত থকা Next বাটনত ক্লিক কৰক |
05:10 দ্বিতীয় পদক্ষেপ | যিহেতু আমি এটা সহজ ফর্ম তৈয়াৰ কৰিছো, এতিয়াৰ বাবে এই পদক্ষেপটোৰ বাবে উপেক্ষা কৰা যাওক আৰু মাত্র Next বাটনত ক্লিক কৰক |
05:21 আমি এতিয়া পঞ্চম পদক্ষেপত আছো : 'Arrange controls'.
05:26 আৰু মন কৰক যে, ৱিন্দোৰ পটভূমিত, আমি Books টেবোল কমলা ৰঙৰ পটভূমিত দেখা পাইছো |
05:35 'Arrangement of the Main form' লেবেলৰ তলত থকা চাৰিটা আইকনৰ উপৰত ক্লিক কৰক |
05:44 ক্লিক কৰাৰ লগে লগে আমি পটভূমি উইন্ডোত, লেবেলবোৰ আৰু টেক্সট বাক্সবোৰৰ বয়ৱস্হা title, author ইত্যাদিৰে পৰিবর্তন হোৱা দেখা পাইছে।
05:57 প্রথম ব্যবস্থাত থকা 'Columnar – Labels left' ব্যবহাৰ কৰা যাওক আৰু প্রথম আইকনৰ উপৰত ক্লিক কৰক |
06:08 ইয়াত লেবেলবোৰ বাওফালে  আছে আৰু টেক্সট বাক্সবোৰ সো ফালে আছে, যেনে এটা সাধাৰণ কাগজ ফর্মত থকা |
06:17 এতিয়া আমি পৰবর্তী পদক্ষেপলৈ যাবলৈ Next বাটনত ক্লিক কৰক |
06:22 আমি এতিয়া ষষ্ঠ পদক্ষেপত আছো : 'Set Data Entry'|
06:29 আমি এতিয়াৰ বাবে এই পদক্ষেপটোৰ বাবে উপেক্ষা কৰো আৰু পৰবর্তী পদক্ষেপলৈ যাও |
06:34 সপ্তম পদক্ষেপ : Apply Styles'|
06:36 লক্ষ্য কৰক, আমি যেনে তালিকা বাক্সৰ প্ৰতিটো ৰঙৰ উপৰত ক্লিক কৰো, উইন্ডোৰ পটভূমিৰ ৰঙ সেই অনুযায়ী হৈ যায় |
06:45 ইয়াত ক্লিক কৰি Ice Blueত নির্বাচন কৰো |
06:50 এতিয়া, সর্বশেষ পদক্ষেপলৈ যাও |
06:53 অষ্টম পদক্ষেপ | আমাৰ ফর্মৰ এটা নামাকৰণ কৰা যাওক |
06:59 আপোনি আপোনাৰ পছন্দ অনুযায়ী নামকৰণ কৰিব পাৰে |
07:03 কিন্তু এতিয়াৰ বাবে, ‘Name of the form’ লেবেলৰ তলত উপস্থিত থকা টেক্সট বাক্সত এটা বর্ণনামূলক নাম লিখক 'Books Data Entry Form' .
07:16 এতিয়া, ফর্ম নির্মাণৰ পিছত আমি কেনেকৈ আগ বাঢ়িম ?
07:21 আহক, প্ৰথমে ফর্মটোৰ সৈতে কিছু কাম কৰা যাওক |
07:24 অর্থাত আমি  তথ্য ভৰোৱাবৰ বাবে ফর্মটোক ব্যবহাৰ কৰি আৰম্ভ কৰিম|
07:29 ফৰম-ৰ নকশা পৰিবর্তন কৰিবলৈ, আপোনি 'Modify the form' নির্বাচন কৰিব পাৰে, এইটোক আমি পিছলৈ চাম|
07:37 এতিয়াৰ বাবে ফর্ম তৈয়াৰ হৈ গৈছে | সেয়ে তলৰ finish বাটন-ত ক্লিক কৰক |
07:44 এতিয়া আমি আমাৰ প্রথম সৰল ফর্ম তৈয়াৰ কৰিলো যাৰ উইন্ডোৰ শিৰোনাম হৈছে 'Books Data Entry Form' .
07:54 লক্ষ্য কৰক, টেক্সট বাক্সবোৰত মান আছে , যেনে An autobiography, Jawaharlal Nehru ইত্যাদি |
08:05 এই মানবোৰ কৰ পৰা আহে?
08:08 আমি বেস টিউটোৰিয়েলৰ পূর্ব অংশত এই মানবোৰক Books টেবোলত প্রত্যক্ষভাবে লিখিছিলো |
08:17 এতিয়া এই ফর্মটো তথ্য ভৰোৱাবৰ বাবে প্রস্তুত আছে |
08:22 প্রতিটো মানেৰে যাবলৈ ট্যাব কিত ক্লিক কৰক|
08:27 লক্ষ্য কৰক, ফর্মটো এতিয়া দ্বিতীয় বোকৰ তথ্য দেখাইছে আৰু বর্তমানৰ শিৰোনাম হল 'Conquest of self' .
08:37 আমি প্রতিটো বোকৰ তথ্যলৈ যাব পাৰো অন্যথা সো ফালে দেখোৱা কলা ত্রিভূজ আইকনৰ উপৰত ক্লিক কৰি record" বোলি কল কৰক, তলৰ ফালে Navigation টুলবাৰৰ ৰুপত |
08:54 লক্ষ্য কৰক, ইয়াত পাঁচটা ৰেকর্ড-ৰ তৃতীয়টো প্রদর্শিত হৈছে |
09:01 লক্ষ্য কৰক, যেতিয়া এই কলা এৰো আইকনৰ উপৰত কার্সাৰ আনো, তেতিয়া বেসে টুল টিপস দেখায় |
09:09 first ৰেকর্ড, previous ৰেকর্ড, next ৰেকর্ড আৰু last ৰেকর্ড |  
09:16 আমি ৰেকর্ডবোৰত চলাচল কৰিবলৈ এইবোৰকো ব্যবহাৰ কৰিব পাৰো|
09:21 ইয়াতেই LibreOffice-ত সহজ ফৰম-ৰ এই টিউটোৰিয়েলটো সমাপ্ত হল |
09:28 সংক্ষেপে আমি শিকিলো: এটা ফর্ম কি ? উইজার্ড ব্যবহাৰ কৰি কিভাবে এটা ফর্ম নির্মাণ কৰা যায় |
09:35 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:47 এই প্রকল্প http://spoken-tutorial.org. দ্বাৰা পৰিচালিত হয় |
09:52 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য |
09:56 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো|
10:05 এই টিউটোৰিয়েল-ত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ |

Contributors and Content Editors

Mousumi