Difference between revisions of "GChemPaint/C2/Edit-Preferences-Templates-and-Residues/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 5: Line 5:
 
|-
 
|-
 
|00:01
 
|00:01
|নমস্কাৰ দৰ্শক সকল। '''GChemPaint''' ত '''Edit Preferences, Templates''' আৰু '''Residues''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
+
|নমস্কাৰ দৰ্শক সকল। '''GChemPaint''' ত '''Edit Preferences, Templates''' আৰু '''Residues''' ইয়াৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
Line 21: Line 21:
 
|-
 
|-
 
|00:17
 
|00:17
|প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।  
+
|প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
  
 
|-
 
|-
Line 49: Line 49:
 
|-
 
|-
 
|00:44
 
|00:44
|টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
+
|এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
  
 
|-
 
|-
Line 64: Line 64:
 
|-
 
|-
 
|01:03
 
|01:03
|প্রেফেৰেন্সেসৰ সম্পাদনাৰ দ্বাৰা টিউটোৰিয়েলটো আৰম্ভ কৰো ।
+
|প্রেফেৰেন্সেস সম্পাদনাৰ দ্বাৰা টিউটোৰিয়েলটো আৰম্ভ কৰো ।
  
 
|-
 
|-
 
|01:07
 
|01:07
|'''Edit''' মেনুলৈ যাওক, '''Preferences''' লৈ গৈ ইয়াত টিপক।
+
|'''Edit''' মেনুলৈ যাওক, '''Preferences''' ইয়ালৈ গৈ ইয়াত টিপক।
 
|-
 
|-
 
|01:13
 
|01:13
Line 83: Line 83:
 
|-
 
|-
 
|01:33
 
|01:33
|আমি অন্য টিউটোৰিয়েলত '''Invert wedge hashes'''ৰ সম্পর্কে শিকিম। 
+
|আমি অন্য টিউটোৰিয়েলত '''Invert wedge hashes'''ৰ সম্পর্কে শিকিম। 
  
 
|-
 
|-
Line 103: Line 103:
 
|-
 
|-
 
|02:02
 
|02:02
|'''Add an arrow for an irreversible reaction'''.  
+
|'''Add an arrow for an irreversible reaction'''.
  
 
|-
 
|-
Line 131: Line 131:
 
|-
 
|-
 
|02:31
 
|02:31
|একেইভাবে আমি '''Display area''' লৈ অন্যান্য ধৰনৰ অ্যাৰো যোগ কৰিম।
+
|একেইভাবে আমি '''Display area''' লৈ অন্যান্য ধৰনৰ অ্যাৰো যোগ কৰিম।
  
 
|-
 
|-
Line 151: Line 151:
 
|-
 
|-
 
|03:02
 
|03:02
|আৰু '''Display area''' ত অ্যাৰোত হোৱা পৰিবর্তন লক্ষ্য কৰক।
+
|আৰু '''Display area''' ত অ্যাৰোত হোৱা পৰিবর্তনবোৰ লক্ষ্য কৰক।
  
 
|-
 
|-
Line 211: Line 211:
 
|-
 
|-
 
|04:23
 
|04:23
|সাবমেনুৰ পৰা '''Aromatic Hydrocarbons''' নির্বাচন কৰি '''Benzene''' ত টিপক।
+
|সাবমেনুৰ পৰা '''Aromatic Hydrocarbons''' নির্বাচন কৰি '''Benzene''' টিপক।
  
 
|-
 
|-
Line 223: Line 223:
 
|-
 
|-
 
|04:40
 
|04:40
|একেইভাবে '''Naphthalene''' এৰ গঠন নির্বাচন কৰি '''Display area''' ত টিপক।
+
|একেইভাবে '''Naphthalene''' ইয়াৰ গঠন নির্বাচন কৰি '''Display area''' ত টিপক।
  
 
|-
 
|-
Line 283: Line 283:
 
|-
 
|-
 
|05:47
 
|05:47
|আমি তালিকাৰ পৰা নির্বাচন কৰিব পাৰো বা নিজৰ বিভাগ যোগ কৰিব পাৰি।
+
|আমি তালিকাৰ পৰা নির্বাচন কৰিব পাৰো বা নিজৰ বিভাগ যোগ (Category') কৰিব পাৰি।
  
 
|-
 
|-
Line 355: Line 355:
 
|-
 
|-
 
|07:04
 
|07:04
| '''Tools''' মেনুলৈ গৈ '''Edit residues''' ত টিপক।
+
| '''Tools''' মেনুলৈ গৈ '''Edit residues''' টিপক।
  
 
|-
 
|-
Line 385: Line 385:
  
 
|-
 
|-
|07:44  
+
|07:44
 
|Symbol, Name আৰু নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠনটো লক্ষ্য কৰক।
 
|Symbol, Name আৰু নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠনটো লক্ষ্য কৰক।
  
 
|-
 
|-
 
|07:52
 
|07:52
|এতিয়া এটা নতুন ৰেসিডিউ - হাইড্রক্সি ('''OH''') গ্রুপ যুক্ত কৰো।  
+
|এতিয়া এটা নতুন ৰেসিডিউ - হাইড্রক্সি ('''OH''') গ্রুপ যুক্ত কৰো।
  
 
|-
 
|-
Line 446: Line 446:
 
|08:48
 
|08:48
 
|সংক্ষেপে,
 
|সংক্ষেপে,
 
 
|-
 
|-
 
|08:50
 
|08:50
 
|ইয়াত আমি শিকিছো:
 
|ইয়াত আমি শিকিছো:
 
 
|-
 
|-
 
|08:53
 
|08:53
Line 485: Line 483:
 
|-
 
|-
 
|09:20
 
|09:20
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।  
+
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
  
 
|-
 
|-
 
|09:24
 
|09:24
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।  
+
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
  
 
|-
 
|-
 
|09:29
 
|09:29
|  স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে  
+
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
  
 
|-
 
|-
 
|09:33
 
|09:33
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।  
+
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
  
 
|-
 
|-
Line 513: Line 511:
 
|-
 
|-
 
|09:57
 
|09:57
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
 
|10:04
 
|10:04
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Revision as of 16:06, 14 November 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল। GChemPaintEdit Preferences, Templates আৰু Residues ইয়াৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:10 এই টিউটোৰিয়েলত আমি শিকিম:
00:13 প্রেফেৰেন্সেস সম্পাদন কৰা।
00:15 টেমপ্লেট পৰিচালনা কৰা।
00:17 প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
00:20 নতুন টেমপ্লেট যোগ কৰা।
00:24 আমি আৰু শিকিম:
00:26 ৰেসিডিউৰ ব্যবহাৰ কৰা আৰু
00:28 তাক সম্পাদন কৰা।
00:31 ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04.
00:38 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:44 এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
00:49 GChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
00:53 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
00:59 আমি নতুন GChemPaint এপ্লিকেশন খুলিছো।
01:03 প্রেফেৰেন্সেস সম্পাদনাৰ দ্বাৰা টিউটোৰিয়েলটো আৰম্ভ কৰো ।
01:07 Edit মেনুলৈ যাওক, Preferences ইয়ালৈ গৈ ইয়াত টিপক।
01:13 GChemPaint Preferences উইন্ডো খোলে।
01:16 ইয়াত প্ৰথম ফিল্দটো Default Compression Level For GChemPaint Files, ফাইল সংৰক্ষণৰ বাবে ব্যবহৃত হয়।
01:24 ডিফল্টৰুপে, ই শূন্য হয়।
01:28 যদি শূন্য নহয়, gzip ব্যবহাৰ কৰি ফাইলটো সংকুচিত কৰা হব।
01:33 আমি অন্য টিউটোৰিয়েলত Invert wedge hashesৰ সম্পর্কে শিকিম।
01:40 GChemPaintত, প্রতিটো ডকুমেন্টৰ এটা সহযোগী থীম আছে।
01:46 Default Themeক, GChemPaint হিসাবে ৰাখক।
01:50 এতিয়া আমি Themes বিভাগৰ অধীনত Arrows সম্পর্কে বিস্তাৰিত বর্ণনা কৰিম।
01:58 টুল বাক্সত বিভিন্ন অ্যাৰো লক্ষ্য কৰক।
02:02 Add an arrow for an irreversible reaction.
02:06 Add a pair of Arrows for a reversible reaction.
02:10 Add an arrow for a retrosynthesis step.
02:14 Add a double headed arrow to represent mesomery.
02:19 এই 4 টা অ্যাৰো Display area ত যোগ কৰো।
02:24 Add an arrow for an irreversible reaction টুলত টিপক।
02:28 তাৰপিছত Display area ত টিপক।
02:31 একেইভাবে আমি Display area লৈ অন্যান্য ধৰনৰ অ্যাৰো যোগ কৰিম।
02:41 Preferences ডায়লগ বাক্সত Themes ফীল্ডৰ পৰা Arrows নির্বাচন কৰক।
02:47 এটা প্রাসঙ্গিক মেনু খোলে।
02:50 ইয়াত আমি অ্যাৰোৰ দৈর্ঘ্য, প্রস্থ আৰু দূৰত্ব বৃদ্ধি বা হ্রাস কৰিবলৈ পাৰিম।
02:57 মাউসৰ দ্বাৰা আপ আৰু ডাউন অ্যাৰো ত্রিভুজত টিপক
03:02 আৰু Display area ত অ্যাৰোত হোৱা পৰিবর্তনবোৰ লক্ষ্য কৰক।
03:10 এতিয়া Arrow headsৰ সম্পর্কে শিকো।
03:14 A, B আৰু C ৰ ডিফল্ট মান ইয়াত প্রদর্শিত হৈছে।
03:21 A, B আৰু C প্যাৰামিটাৰে অ্যাৰো হেডাৰৰ আকৃতি সলাবলৈ সাহায্য কৰে।
03:28 প্রতিটো প্যাৰামিটাৰ বৃদ্ধি বা হ্রাস কৰক আৰু অ্যাৰো হেডত পৰিবর্তনবোৰ লক্ষ্য কৰক।
03:38 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
03:42 Display area পৰিষ্কাৰ কৰক।
03:46 সকলো অবজেক্ট নিৰ্বাচন কৰিবলৈ CTRL +A টিপক।
03:49 Edit মেনুলৈ গৈ, Clear ত টিপক।
03:53 ইয়াৰ পিছত, টেমপ্লেট পৰিচালনা কৰা শিকো।
03:58 Use or manage templates টুলত টিপক।
04:01 তললৈ প্রোপার্টি ডায়লগ বাক্স প্রদর্শিত হয়।
04:05 প্রোপার্টি ডায়লগ বাক্সত ড্রপ ডাউন তালিকা সহ Templates আছে।
04:10 তালিকাত Amino acids, Aromatic hydrocarbons, Nucleic bases, Nucleosides' আৰু 'Saccharides আছে।
04:19 প্রতিটো বিকল্পৰ সাবমেনু আছে।
04:23 সাবমেনুৰ পৰা Aromatic Hydrocarbons নির্বাচন কৰি Benzene ত টিপক।
04:31 প্রোপার্টি পৃষ্ঠাত বেঞ্জিনৰ গঠন প্রদর্শিত হৈছে।
04:35 বেঞ্জিনৰ গঠন প্রদর্শন কৰিবলৈ Display area ত টিপক।
04:40 একেইভাবে Naphthalene ইয়াৰ গঠন নির্বাচন কৰি Display area ত টিপক।
04:49 Display area ত আপোনি নিজে নিজে অন্যান্য গঠন নির্বাচন কৰি ৰাখক।
04:55 ফাইলটো সংৰক্ষণ কৰক।
04:57 টুলবাৰ পৰা Save the current file আইকনত টিপক।
05:01 Save as ডায়লগ বাক্স খোলে।
05:04 ফাইলৰ নাম Benzene লিখক। Save বোতামত টিপক।
05:10 এতিয়া উপস্হিত থকা টেমপ্লেটৰ তালিকালৈ এটা নতুন টেমপ্লেট যোগ কৰা শিকো।
05:16 টুলবাৰ পৰা Open a file আইকনত টিপক।
05:20 ফাইল আৰু ফোল্ডাৰ সহ এটা উইন্ডো খোলে।
05:24 তালিকাৰ পৰা "hexane" নির্বাচন কৰক।
05:27 এতিয়া Open বোতামত টিপক।
05:31 টেমপ্লেট প্রোপার্টি পৃষ্ঠা পৰাAdd বোতামত টিপক।
05:35 New template পৃষ্ঠা খোলে।
05:38 প্রোপার্টি পৃষ্ঠাত দুটা ফীল্ড অাছে, সেইয়া হল - Name আৰু Category.
05:42 Category ফীল্ডৰ এটা ড্রপ ডাউন তালিকা আছে।
05:47 আমি তালিকাৰ পৰা নির্বাচন কৰিব পাৰো বা নিজৰ বিভাগ যোগ (Category') কৰিব পাৰি।
05:52 নতুন Category যোগ কৰিবলৈ টেক্সট ফীলডত Hydrocarbons লিখক।
05:58 Name ফীল্ডত যৌগৰ নাম “Hexane” লিখক।
06:03 Display areaHexane এৰ গঠনত টিপক।
06:07 এইটো New template প্রোপার্টি পৃষ্ঠাত প্রদর্শিত হয়।
06:12 OK বোতামত টিপক।
06:15 এতিয়া Templates ড্রপ ডাউনত টিপক।
06:19 ' Hydrocarbons নির্বাচন কৰক।
06:22 Template এৰ তালিকালৈ Hexane এৰ গঠন যুক্ত হৈছে।
06:27 এতিয়া নিজেই হাইড্রোকার্বনলৈ Octane গঠন যোগ কৰক।
06:32 hexane ফাইল বন্ধ কৰক।
06:35 ফাইল বন্ধ কৰিবলৈ File মেনুত গৈ Close ত টিপক।
06:41 Select one or more objects টুলত টিপি টেমপ্লেট প্রোপার্টি পৃষ্ঠা বন্ধ কৰক।
06:47 এতিয়া, Residuesৰ সম্পর্কে শিকো।
06:51 Residues এৰ ব্যবহাৰ
06:53 কার্বন চেইনৰ সৈতে যুক্ত ফাংশনেল গ্রুপৰ ধৰন জানিবলৈ,
06:58 ফাংশনেল গ্রুপৰ গঠন জানিবলৈ,
07:01 ডাটাবেসৰলৈ এটা নতুন ফাংশনেল গ্রুপ যোগ কৰিবলৈ, কৰা হয়।
07:04 Tools মেনুলৈ গৈ Edit residues ত টিপক।
07:09 Residues উইন্ডো খোলে।
07:12 ইয়াত তিনটা বোতাম আছে - New, Save আৰু Delete.
07:18 New বোতামত ড্রপ ডাউন তালিকা আছে।
07:21 তালিকাৰ পৰা n-Pr নির্বাচন কৰক।
07:25 Identity ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ Symbolআৰু Name প্রদর্শন কৰে।
07:32 Formula ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠন প্রদর্শন কৰে।
07:38 একেইভাবে, সেকেন্ডাৰি বিউটাইল (Secondary Butyl) এৰ বাবে s-Bu নির্বাচন কৰক।
07:44 Symbol, Name আৰু নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠনটো লক্ষ্য কৰক।
07:52 এতিয়া এটা নতুন ৰেসিডিউ - হাইড্রক্সি (OH) গ্রুপ যুক্ত কৰো।
07:57 নতুন ৰেসিডিউ যোগ কৰিবলৈ New বোতামত টিপক।
08:02 Symbol ফীল্ডত O-H লিখক।
08:06 ইয়াৰ নাম Hydroxy দিয়ক।
08:09 Formula ট্যাবত টিপক।
08:11 বুলেটযুক্ত বন্দ এটা দেখিব।
08:14 বন্দৰ উচৰত কার্সাৰ ৰাখি ডাঙৰ হাতৰ O লিখক।
08:19 O আৰু Os এৰ সৈতে Submenu খোলে. O নির্বাচন কৰক।
08:24 O-H গ্রুপ বন্দৰ সৈতে যুক্ত হৈছে।
08:28 Save বোতামত টিপক।
08:31 এতিয়া তালিকা দেখিবলৈ Newবাটনত টিপক।
08:35 O-H ৰেসিডিউ তালিকালৈ যুক্ত হৈছে।
08:40 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
08:44 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:48 সংক্ষেপে,
08:50 ইয়াত আমি শিকিছো:
08:53 প্রেফেৰেন্সেস সম্পাদন কৰা।
08:55 টেমপ্লেট পৰিচালনা কৰা।
08:56 প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
08:59 নতুন টেমপ্লেট যোগ কৰা।
09:01 ৰেসিডিউ ব্যবহাৰ কৰা আৰু তাক সম্পাদন কৰা।
09:07 টেমপ্লেটৰ তালিকাৰ পৰা Saccharides নির্বাচন আৰু ব্যবহাৰ কৰক।
09:12 অন্যান্য ৰেসিডিউ অন্বেষণ ( Explore ) কৰক।
09:16 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
09:20 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:24 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:29 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:33 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:37 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:45 স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:50 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:57 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
10:04 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya