Difference between revisions of "LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 7: Line 7:
  
 
|-
 
|-
|| 00: 00  
+
|| 00: 00
|| LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
+
|| নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
  
 
|-
 
|-
 
|| 00: 06   
 
|| 00: 06   
|| এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:  
+
|| এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:
  
 
|-
 
|-
|| 00: 10  
+
|| 00: 10
||  ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.  
+
|| ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.
  
 
|-
 
|-
|| 00: 13  
+
|| 00: 13
|| কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.  
+
|| কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.
  
 
|-
 
|-
|| 00: 17  
+
|| 00: 17
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসেবে  আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4  ব্যবহাৰ কৰিছো.  
+
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে  আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4  ব্যবহাৰ কৰিছো.
  
 
|-
 
|-
|| 00: 29  
+
|| 00: 29
|| LibreOffice ক্যালকে আপোনাক 
+
|| LibreOffice ক্যালকে আপোনাক 
  
 
|-
 
|-
|| 00: 033  
+
|| 00: 033
|| অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা  
+
|| অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা
  
 
|-
 
|-
|| 00: 37  
+
|| 00: 37
|| এটা সেল অন্য শীটৰ পৰা
+
|| এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে
আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে  
+
  
 
|-
 
|-
|| 00: 44  
+
|| 00: 44
 
|| “Personal-Finance-Tracker.ods” খোলো
 
|| “Personal-Finance-Tracker.ods” খোলো
  
 
|-
 
|-
|| 00: 49  
+
|| 00: 49
||আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. 
+
||আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে.
  
 
|-
 
|-
|| 00: 55  
+
|| 00: 55
|| মই  “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.  
+
|| মই  “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.
  
 
|-
 
|-
|| 01: 04  
+
|| 01: 04
|| এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.  
+
|| এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.
  
 
|-
 
|-
|| 01: 11  
+
|| 01: 11
 
|| C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
 
|| C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
  
 
|-
 
|-
|| 01: 24  
+
|| 01: 24
|| তাৰপিছত " “Enter” " কি টিপক.  
+
|| তাৰপিছত " “Enter” " কি টিপক.
  
 
|-
 
|-
|| 01: 27  
+
|| 01: 27
|| D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক  .  
+
|| D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক  .
  
 
|-
 
|-
|| 01: 36  
+
|| 01: 36
||এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” and “Spent”আৰু সেল উল্লেখ কৰে এটা  "ব্যয়" এৰ অধীনে মোট ভাৰসাম্য প্রদর্শন কৰা হব.  
+
||এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব.
  
 
|-
 
|-
|| 01: 45  
+
|| 01: 45
|| এৰ "শিট 2" ট্যাবে ক্লিক কৰক.  
+
|| "শিট 2" ট্যাবত ক্লিক কৰক.
  
 
|-
 
|-
|| 01: 48  
+
|| 01: 48
|| এই নতুন শীট প্রর্দশিত হব.  
+
|| এই নতুন শীট প্রর্দশিত হব.
  
 
|-
 
|-
|| 01: 51  
+
|| 01: 51
|| এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT”শিৰোনাম টাইপ কৰক.  
+
|| এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক.
 
+
 
|-
 
|-
|| 02: 00  
+
|| 02: 00
||B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.  
+
||B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.
 
|-
 
|-
|| 02: 07  
+
|| 02: 07
|| এতিয়া,  শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.  
+
|| এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.
 
|-
 
|-
|| 02: 12  
+
|| 02: 12
 
|| A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
 
|| A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
 
 
|-
 
|-
|| 02: 19  
+
|| 02: 19
|| " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.  
+
|| " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.
 
|-
 
|-
|| 02: 27  
+
|| 02: 27
|| এতিয়া, খালি চেল B3ত ক্লিক কৰক.  
+
|| এতিয়া, খালি চেল B3ত ক্লিক কৰক.
 
+
 
|-
 
|-
|| 02: 31  
+
|| 02: 31
|| “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
+
|| “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
 
|-
 
|-
|| 02: 38  
+
|| 02: 38
|| যি আমি "“Sheet 1” ত গণনা কৰো.  
+
|| যি আমি "“Sheet 1” ত গণনা কৰো.
 
+
 
|-
 
|-
|| 02: 41  
+
|| 02: 41
|| এইটো উল্লেখিত কৰি কৰা হয়.  
+
|| এইটো উল্লেখিত কৰি কৰা হয়.
  
 
|-
 
|-
|| 02: 44  
+
|| 02: 44
||চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী  “equal to” সাইনত ক্লিক কৰক.  
+
||চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী  “equal to” সাইনত ক্লিক কৰক.
  
 
|-
 
|-
|| 02: 53  
+
|| 02: 53
|| এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.  
+
|| এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.
  
 
|-
 
|-
|| 02: 59  
+
|| 02: 59
 
|| এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে   
 
|| এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে   
  
 
|-
 
|-
|| 03: 07  
+
|| 03: 07
|| মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.  
+
|| মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.
  
 
|-
 
|-
|| 03: 15  
+
|| 03: 15
|| এতিয়া  "Input line”ৰ  পিছত থকা চেক চিহ্নত ক্লিক কৰক.  
+
|| এতিয়া  "Input line”ৰ  পিছত থকা চেক চিহ্নত ক্লিক কৰক.
  
 
|-
 
|-
|| 03: 20  
+
|| 03: 20
|| মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে  
+
|| মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে
 
“Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.
 
“Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.
  
 
|-
 
|-
|| 03: 34  
+
|| 03: 34
 
|| একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
 
|| একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
  
 
|-
 
|-
|| 03: 41  
+
|| 03: 41
|| যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
+
|| যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
  
 
|-
 
|-
|| 03: 49 
+
|| 03: 49 
|| এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.  
+
|| এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.
  
 
|-
 
|-
|| 03: 55  
+
|| 03: 55
|| আপোনি  হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
+
|| আপোনি  হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
  
* এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ  
+
* এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ
  
* বিভিন্ন ফাইল লৈ বা  
+
* বিভিন্ন ফাইল লৈ বা
  
* আৰু ওয়েব সাইটৰলৈয়ো.  
+
* আৰু ওয়েব সাইটৰলৈয়ো.
  
 
|-
 
|-
|| 04: 06  
+
|| 04: 06
|| “Personal-Finance-Tracker.ods”ত  personal finance tracker, Sheet 1” ত আছে আৰু  বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.  
+
|| “Personal-Finance-Tracker.ods”ত  personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.
  
 
|-
 
|-
|| 04: 17  
+
|| 04: 17
|| আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো  
+
|| আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো
  
 
|-
 
|-
|| 04: 22  
+
|| 04: 22
|| প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.  
+
|| প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.
  
 
|-
 
|-
|| 04: 25  
+
|| 04: 25
|| ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.  
+
|| ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.
  
 
|-
 
|-
|| 04: 33  
+
|| 04: 33
 
|| আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
 
|| আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
  
 
|-
 
|-
|| 04: 38  
+
|| 04: 38
||এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক 
+
||এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক 
  
 
|-
 
|-
|| 04: 44  
+
|| 04: 44
|| টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.  
+
|| টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.
  
 
|-
 
|-
|| 04: 51  
+
|| 04: 51
|| “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.  
+
|| “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.
  
 
|-
 
|-
|| 04: 55  
+
|| 04: 55
|| বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.  
+
|| বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.
  
 
|-
 
|-
|| 04: 59  
+
|| 04: 59
||ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক 
+
||ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক 
  
 
|-
 
|-
|| 05: 04  
+
|| 05: 04
|| এটা নতুন " “Target in document”ডায়লগ বক্স প্রদর্শিত হয়.  
+
|| এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়.
  
 
|-
 
|-
|| 05: 08  
+
|| 05: 08
|| এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.  
+
|| এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 13  
+
|| 05: 13
|| ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.  
+
|| ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 18  
+
|| 05: 18
|| এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.  
+
|| এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 24  
+
|| 05: 24
|| এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.  
+
|| এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
  
 
|-
 
|-
|| 05: 32  
+
|| 05: 32
|| “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |  
+
|| “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |
 
|-
 
|-
|| 05: 40  
+
|| 05: 40
||এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই  আমাক সেই  শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
+
||এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই  আমাক সেই  শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
 
|-
 
|-
||05: 51  
+
||05: 51
|| আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!  
+
|| আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!
 
+
 
|-
 
|-
|| 05: 55  
+
|| 05: 55
|| হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.  
+
|| হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.
  
 
|-
 
|-
|| 06: 01  
+
|| 06: 01
|| এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.  
+
|| এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.
  
 
|-
 
|-
|| 06: 09  
+
|| 06: 09
|| টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.  
+
|| টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.
  
 
|-
 
|-
|| 06: 12  
+
|| 06: 12
|| এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.  
+
|| এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.
  
 
|-
 
|-
|| 06: 16  
+
|| 06: 16
|| আমি পৰিবর্তনবোৰ  বাতিল কৰা যাওক.  
+
|| আমি পৰিবর্তনবোৰ  বাতিল কৰো.
  
 
|-
 
|-
|| 06: 20  
+
|| 06: 20
|| ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.  
+
|| ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.
  
 
|-
 
|-
|| 06: 25  
+
|| 06: 25
||সংক্ষেপ কৰো, আমি  শিকিলো :  
+
||সংক্ষেপ কৰো, আমি  শিকিলো :
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .  
+
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .
  
 
|-
 
|-
|| 06: 31  
+
|| 06: 31
||ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা  
+
||ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা
 
|-
 
|-
 
||06:36
 
||06:36
Line 266: Line 260:
 
|-
 
|-
 
||06:40
 
||06:40
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে  
+
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
Line 274: Line 268:
 
|-
 
|-
 
||06:47
 
||06:47
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|-
 
|-
 
||06:52
 
||06:52
Line 285: Line 279:
 
|-
 
|-
 
||07:03
 
||07:03
||স্পকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
||স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
Line 297: Line 291:
 
|-
 
|-
 
||07:25
 
||07:25
|এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই  অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
+
|এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই  অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
+
যোগদানৰ বাবে ধন্যবাদ।
+

Revision as of 12:43, 10 November 2014

Resources for recording Linking in Calc

Time Narration
00: 00 নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00: 06 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:
00: 10 ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.
00: 13 কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.
00: 17 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো.
00: 29 LibreOffice ক্যালকে আপোনাক
00: 033 অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা
00: 37 এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে
00: 44 “Personal-Finance-Tracker.ods” খোলো
00: 49 আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে.
00: 55 মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.
01: 04 এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.
01: 11 C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
01: 24 তাৰপিছত " “Enter” " কি টিপক.
01: 27 D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক .
01: 36 এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব.
01: 45 "শিট 2" ট্যাবত ক্লিক কৰক.
01: 48 এই নতুন শীট প্রর্দশিত হব.
01: 51 এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক.
02: 00 B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.
02: 07 এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.
02: 12 A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
02: 19 " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.
02: 27 এতিয়া, খালি চেল B3ত ক্লিক কৰক.
02: 31 “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
02: 38 যি আমি "“Sheet 1” ত গণনা কৰো.
02: 41 এইটো উল্লেখিত কৰি কৰা হয়.
02: 44 চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক.
02: 53 এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.
02: 59 এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে
03: 07 মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.
03: 15 এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক.
03: 20 মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে

“Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.

03: 34 একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
03: 41 যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
03: 49 এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.
03: 55 আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
  • এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ
  • বিভিন্ন ফাইল লৈ বা
  • আৰু ওয়েব সাইটৰলৈয়ো.
04: 06 “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.
04: 17 আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো
04: 22 প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.
04: 25 ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.
04: 33 আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
04: 38 এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক
04: 44 টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.
04: 51 “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.
04: 55 বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.
04: 59 ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক
05: 04 এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়.
05: 08 এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.
05: 13 ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.
05: 18 এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05: 24 এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05: 32 “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |
05: 40 এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
05: 51 আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!
05: 55 হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.
06: 01 এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.
06: 09 টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.
06: 12 এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.
06: 16 আমি পৰিবর্তনবোৰ বাতিল কৰো.
06: 20 ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.
06: 25 সংক্ষেপ কৰো, আমি শিকিলো :

ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .

06: 31 ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা
06:36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
06:40 স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:43 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:47 স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:52 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:56 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:03 স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:07 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:25 এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble