Difference between revisions of "GChemPaint/C2/Edit-Preferences-Templates-and-Residues/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 |'''Time''' |'''Narration''' |- | 00: 01 | হ্যালো সবাই. '' টিউটোৰিয়াল স্বাগতম 'সম্পাদনা ক…')
 
Line 1: Line 1:
{| border=1
+
{|border =1
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
  
 
|-
 
|-
| 00: 01  
+
|00:01
| হ্যালো সবাই. '' টিউটোৰিয়াল স্বাগতম 'সম্পাদনা কৰক পছন্দ, টেমপ্লেট' '' '' 'অবশিষ্টাংশ' '' '' '' 'GChemPaint' 'ত.
+
|নমস্কাৰ দৰ্শক সকল। '''GChemPaint''' '''Edit Preferences, Templates''' আৰু '''Residues''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
| 00: 10  
+
|00:10
| এই টিউটোৰিয়াল, আমিশিকাহয়
+
|এই টিউটোৰিয়েলত আমি শিকিম:
  
 
|-
 
|-
| 00: 13  
+
|00:13
| * সম্পাদনা কৰক পছন্দ
+
|প্রেফেৰেন্সেস সম্পাদন কৰা।
  
 
|-
 
|-
| 00: 15  
+
|00:15
| * টেমপ্লেট পৰিচালনা  
+
|টেমপ্লেট পৰিচালনা কৰা।
  
 
|-
 
|-
| 00: 17  
+
|00:17
| * নির্বাচন কৰক আৰু প্রস্তুত টেমপ্লেট ব্যবহাৰ  
+
|প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
  
 
|-
 
|-
| 00: 20  
+
|00:20
| * এট নতুন টেমপ্লেট যোগ কৰক
+
|নতুন টেমপ্লেট যোগ কৰা।
  
 
|-
 
|-
| 00: 24  
+
|00:24
| আমিশিকাহয়
+
|আমি আৰু শিকিম:
  
 
|-
 
|-
| 00: 26  
+
|00:26
| * অবশিষ্টাংশ ব্যবহাৰ আৰু  
+
|ৰেসিডিউৰ ব্যবহাৰ কৰা আৰু
  
 
|-
 
|-
| 00: 28  
+
|00:28
| * অবশিষ্টাংশ সম্পাদনা কৰক.
+
|তাক সম্পাদন কৰা।
  
 
|-
 
|-
| 00: 31  
+
|00:31
| এখানত আমি '' 'উবুন্টু লিনাক্স' '' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ ব্যবহাৰ কৰছি. 12.04  
+
|ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ '''12.04'''
  
 
|-
 
|-
| 00: 38  
+
|00:38
| '' 'GChemPaint' '' সংস্কৰণ 0.12.10  
+
|'''GChemPaint''' সংস্কৰণ '''0.12.10''' ব্যবহাৰ কৰিছো।
  
 
|-
 
|-
| 00: 44  
+
|00:44
| আপোনাৰ সাথে পৰিচিত হতে হয়, এই টিউটোৰিয়াল অনুসৰণ কৰক
+
|টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
  
 
|-
 
|-
| 00: 49  
+
|00:49
| '' 'GChemPaint' '' ৰাসায়নিক গঠন সম্পাদক.
+
|'''GChemPaint''' কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
 
+
 
|-
 
|-
| 00: 53  
+
|00:53
|, প্রাসঙ্গিক টিউটোৰিয়াল বাবে, আমাৰ ওয়েবসাইট দেখাৰ বাবে দয়া কৰে না.
+
|নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
  
 
|-
 
|-
| 00: 59  
+
|00:59
| আমি ইতিত এট নতুন '' 'GChemPaint' '' আবেদন খোলা আছে.
+
|আমি নতুন '''GChemPaint''' এপ্লিকেশন খুলিছো।
  
 
|-
 
|-
| 01: 03  
+
|01:03
| ইয়াত '' সম্পাদনা কৰে টিউটোৰিয়াল আৰম্ভকৰা যাওক '' 'পছন্দ.'
+
|প্রেফেৰেন্সেসৰ সম্পাদনাৰ দ্বাৰা টিউটোৰিয়েলটো আৰম্ভ কৰো ।
  
 
|-
 
|-
| 01: 07  
+
|01:07
| '' 'সম্পাদনা কৰক' '' মেনু, নতভিগেট '' 'পছন্দ' '' এ যান আৰু ক্লিক কৰক.
+
|'''Edit''' মেনুলৈ যাওক, '''Preferences''' লৈ গৈ ইয়াত টিপক।
  
 
|-
 
|-
| 01: 13  
+
|01:13
| '' 'GChemPaint পছন্দ' '' উইন্ডো প্রর্দশিত হয়.
+
|'''GChemPaint Preferences''' উইন্ডো খোলে।
  
 
|-
 
|-
| 01: 16  
+
|01:16
| ফাইল সংৰক্ষণেৰ সময় প্রথম ক্ষেত্র, '' 'GChemPaint ফাইলেৰ বাবে ডিফল্ট কম্প্রেশন স্তৰ' '' ব্যবহাৰ কৰা হয়.
+
|ইয়াত প্ৰথম ফিল্দটো '''Default Compression Level For GChemPaint Files''', ফাইল সংৰক্ষণৰ বাবে ব্যবহৃত হয়।
  
 
|-
 
|-
| 01: 24  
+
|01:24
| ডিফল্টৰুপে, এটি শূন্য.
+
|ডিফল্টৰুপে, শূন্য হয়।
  
 
|-
 
|-
| 01: 28  
+
|01:28
| না শূন্য হলে, ফাইল '' ব্যবহাৰ কৰে কম্প্রেস কৰা হয় '' 'gzip ব্যবহাৰ.'
+
|যদি শূন্য নহয়, '''gzip''' ব্যবহাৰ কৰি ফাইলটো সংকুচিত কৰা হব।
  
 
|-
 
|-
| 01: 33  
+
|01:33
| আমি '' এট অন্য টিউটোৰিয়াল 'বিপৰীত কীলক হ্যাশ' '' আবৰণ হয়.
+
|আমি অন্য টিউটোৰিয়েলত '''Invert wedge hashes'''ৰ সম্পর্কে শিকিম।  ******
  
 
|-
 
|-
| 01: 40  
+
|01:40
| সালে '' 'GchemPaint,' ''প্রতিটো নথিৰ এট যুক্ত থিম আছে.
+
|'''GChemPaint'''ত, প্রতিটো ডকুমেন্টৰ এটা সহযোগী থীম আছে।
  
 
|-
 
|-
| 01: 46  
+
|01:46
| ইয়াত '' হিসাবে '' 'ডিফল্ট থিম' '' বজায় ৰাখা যাওক '' 'GChemPaint.'  
+
|'''Default Themeক''', '''GChemPaint''' হিসাবে ৰাখক।
  
 
|-
 
|-
| 01: 50  
+
|01:50
| এতিয়া, আমি 'থিম' '' অধ্যায় '' অধীনত, বিস্তাৰিত '' 'তীৰ' '' সম্পর্কে ব্যাখ্যা কৰবে.
+
|এতিয়া আমি '''Themes''' বিভাগৰ অধীনত '''Arrows''' সম্পর্কে বিস্তাৰিত বর্ণনা কৰিম।
  
 
|-
 
|-
| 01: 58  
+
|01:58
| টুল বক্স তীৰচিহ্ন বিভিন্ন ধৰনতৰ মান্য কৰা
+
|টুল বাক্সত বিভিন্ন অ্যাৰো লক্ষ্য কৰক।
  
 
|-
 
|-
| 02: 02  
+
|02:02
| * এট অপৰিবর্তনীয় প্রতিক্রিয়া বাবে এট তীৰ যুক্ত করো.  
+
|'''Add an arrow for an irreversible reaction'''.  
  
 
|-
 
|-
| 02: 06  
+
|02:06
| * এট উলটাকৰ প্রতিক্রিয়া বাবে তীৰচিহ্নগুলি একজোড়া যোগ কৰক.  
+
| '''Add a pair of Arrows for a reversible reaction'''.
  
 
|-
 
|-
| 02: 10  
+
|02:10
| * এট retrosynthesis ধাপেৰ বাবে এট তীৰ যুক্ত করো.  
+
| '''Add an arrow for a retrosynthesis step'''.
  
 
|-
 
|-
| 02: 14  
+
|02:14
| * Mesomery প্রতিনিধিত্বকাৰী এট ডবল সেনাৰ তীৰ যোগ কৰক.  
+
| '''Add a double headed arrow to represent mesomery'''.
  
 
|-
 
|-
| 02: 19  
+
|02:19
| ইয়াত '' এই 4 তীৰচিহ্ন যোগ কৰা যাওক '' 'প্রদর্শন এলাকা.'  
+
|এই '''4''' টা অ্যাৰো '''Display area''' ত যোগ কৰো।
  
 
|-
 
|-
| 02: 24  
+
|02:24
| '' 'এট অপৰিবর্তনীয় প্রতিক্রিয়া বাবে এট তীৰ যুক্ত কৰক' '' টুল ক্লিক কৰক,
+
|'''Add an arrow for an irreversible reaction''' টুলত টিপক।
  
 
|-
 
|-
| 02: 28  
+
|02:28
| তাৰপৰ '' ক্লিক কৰক '' 'প্রদর্শন এলাকা.'  
+
|তাৰপিছত '''Display area''' ত টিপক।
  
 
|-
 
|-
| 02: 31  
+
|02:31
| অনুৰুপভাবে আমি প্রদর্শন এলাকা পৰা তীৰ অন্যান্য ধৰনতৰ যোগ হয়.
+
|একেইভাবে আমি '''Display area''' লৈ অন্যান্য ধৰনৰ অ্যাৰো যোগ কৰিম।
  
 
|-
 
|-
| 02: 41  
+
|02:41
| '' 'তীৰ' '' পৰা '' 'থিম' '' '' 'পছন্দ' ক্ষেত্র '' ডায়লগ বক্স নির্বাচন কৰক.
+
|'''Preferences''' ডায়লগ বাক্সত '''Themes''' ফীল্ডৰ পৰা '''Arrows''' নির্বাচন কৰক।
  
 
|-
 
|-
| 02: 47  
+
|02:47
| এট '' 'প্রাসঙ্গিক' '' মেনু প্রর্দশিত হয়.
+
|এটা প্রাসঙ্গিক মেনু খোলে।
  
 
|-
 
|-
| 02: 50  
+
|02:50
| এখানত আমিবৃদ্ধি বা হ্রাস '' 'দৈর্ঘ্য' '' '' 'প্রস্থ' '' ও '' তীৰ 'দূৰত্ব' '' কৰিব পাৰিব.
+
|ইয়াত আমি অ্যাৰোৰ দৈর্ঘ্য, প্রস্থ আৰু দূৰত্ব বৃদ্ধি বা হ্রাস কৰিবলৈ পাৰিম।
  
 
|-
 
|-
| 02: 57  
+
|02:57
| আপ বা মাউস দিয়ে তীৰ ত্রিভুজ নিচে ক্লিক কৰক.
+
|মাউসৰ দ্বাৰা আপ আৰু ডাউন অ্যাৰো ত্রিভুজত টিপক
  
 
|-
 
|-
| 03: 02  
+
|03:02
| আৰু 'তীৰ পৰিবর্তন লক্ষ্য' '' প্রদর্শন এলাকা. '
+
|আৰু '''Display area''' ত অ্যাৰোত হোৱা পৰিবর্তন লক্ষ্য কৰক।
  
 
|-
 
|-
| 03: 10  
+
|03:10
| এতিয়া তীৰ মাথা সম্পর্কে জানা যাওক.
+
|এতিয়া '''Arrow heads'''ৰ সম্পর্কে শিকো।
  
 
|-
 
|-
| 03: 14  
+
|03:14
| A, B আৰু C ইয়াত ডিফল্ট মান প্রদর্শন কৰা হয়.
+
|'''A, B''' আৰু '''C''' ৰ ডিফল্ট মান ইয়াত প্রদর্শিত হৈছে।
  
 
|-
 
|-
| 03: 21  
+
|03:21
| এট, বি আৰু সি পৰামিতি তীৰ মাথা আকৃতি পৰিবর্তিত হতে সাহায্য.
+
|'''A, B''' আৰু '''C''' প্যাৰামিটাৰে অ্যাৰো হেডাৰৰ আকৃতি সলাবলৈ সাহায্য কৰে।
  
 
|-
 
|-
| 03: 28  
+
|03:28
| বাড়ান বাপ্রতিটো হ্রাস আৰু তীৰ মাথা ত পৰিবর্তন লক্ষ্য কৰা.
+
|প্রতিটো প্যাৰামিটাৰ বৃদ্ধি বা হ্রাস কৰক আৰু অ্যাৰো হেডত পৰিবর্তনবোৰ লক্ষ্য কৰক।
  
 
|-
 
|-
| 03: 38  
+
|03:38
| ইয়াত জানালা বন্ধ কৰিব '' 'বন্ধ' '' বাটন ক্লিক কৰক
+
|উইন্ডো বন্ধ কৰিবলৈ '''Close''' বোতামত টিপক।
  
 
|-
 
|-
| 03: 42  
+
|03:42
| ইয়াত '' পৰিষ্কাৰ কৰা যাওক '' 'প্রদর্শন এলাকা.'  
+
|'''Display area''' পৰিষ্কাৰ কৰক।
  
 
|-
 
|-
| 03: 46  
+
|03:46
| প্রেস '' 'Ctrl + A' '' সব বস্তু নির্বাচন কৰক.
+
| সকলো অবজেক্ট নিৰ্বাচন কৰিবলৈ '''CTRL +A''' টিপক।
  
 
|-
 
|-
| 03: 49  
+
|03:49
| 'সম্পাদনা কৰক' '' মেনু, ক্লিক কৰক '' '' যান '' 'সাফ.'  
+
|'''Edit''' মেনুলৈ গৈ, '''Clear''' ত টিপক।
  
 
|-
 
|-
| 03: 53  
+
|03:53
| পৰবর্তী, ইয়াত টেমপ্লেট পৰিচালনা শিকাযাওক.
+
|ইয়াৰ পিছত, টেমপ্লেট পৰিচালনা কৰা শিকো।
  
 
|-
 
|-
| 03: 58  
+
|03:58
| '' 'ব্যবহাৰ কৰক অথবা টেমপ্লেট পৰিচালনা' '' টুল উপৰ ক্লিক কৰক.
+
|'''Use or manage templates''' টুলত টিপক।
  
 
|-
 
|-
| 04: 01  
+
|04:01
| সম্পত্তি ডায়লগ বক্স নিচে প্রর্দশিত হয়.
+
|তললৈ প্রোপার্টি ডায়লগ বাক্স প্রদর্শিত হয়।
  
 
|-
 
|-
| 04: 05  
+
|04:05
| '' 'সম্পদ' '' ডায়লগ বক্স আছে '' 'টেমপ্লেট' '' তালিকা নিচে এট ড্রপ সৈতে.
+
|প্রোপার্টি ডায়লগ বাক্সত ড্রপ ডাউন তালিকা সহ '''Templates''' আছে।
  
 
|-
 
|-
| 04: 10  
+
|04:10
| সূচী '' আছে 'অ্যামিনো অ্যাসিড, সুগন্ধি হাইড্রোকার্বন, নিউক্লিক ঘাঁটি,' '' '' আৰু '' '' 'saccharides Nucleosides' '' ''.
+
|তালিকাত '''Amino acids, Aromatic hydrocarbons, Nucleic bases, Nucleosides''' আৰু '' 'Saccharides''' আছে।
  
 
|-
 
|-
| 04: 19  
+
|04:19
|প্রতিটো আইটেম এট '' আছে '' 'সাবমেনু.'
+
|প্রতিটো বিকল্পৰ সাবমেনু আছে।
  
 
|-
 
|-
| 04: 23  
+
|04:23
| ইয়াত '' 'সুগন্ধি হাইড্রোকার্বন' '' নির্বাচন কৰক আৰু '' পৰা '' 'বেনজিন' '' এ ক্লিক কৰক চলুন আৰম্ভকৰা যাওক '' 'সাবমেনু.'  
+
|সাবমেনুৰ পৰা '''Aromatic Hydrocarbons''' নির্বাচন কৰি '''Benzene''' ত টিপক।
  
 
|-
 
|-
| 04: 31  
+
|04:31
| '' 'বেনজিন' '' গঠন সম্পত্তি পৃষ্ঠা প্রদর্শিত হয়.
+
|প্রোপার্টি পৃষ্ঠাত বেঞ্জিনৰ গঠন প্রদর্শিত হৈছে।
  
 
|-
 
|-
| 04: 35  
+
|04:35
| এতিয়া '' 'প্রদর্শন এলাকা' '' '' 'বেনজিন' '' গঠন প্রদর্শন কৰিব ক্লিক কৰক.
+
| বেঞ্জিনৰ গঠন প্রদর্শন কৰিবলৈ '''Display area''' ত টিপক।
  
 
|-
 
|-
| 04: 40  
+
|04:40
| অনুৰুপভাবে ইয়াত '' 'Naphtalene' '' গঠন নির্বাচন কৰক আৰু 'ক্লিক কৰক' '' প্রদর্শন এলাকা. '
+
|একেইভাবে '''Naphthalene''' এৰ গঠন নির্বাচন কৰি '''Display area''' ত টিপক।
  
 
|-
 
|-
| 04: 49  
+
|04:49
| নির্বাচন কৰক আৰু আপোনাৰ নিজেৰ উপৰ, '' 'প্রদর্শন এলাকা' '' অন্যান্য কাঠামো লিখক.
+
|'''Display area''' ত আপোনি নিজে নিজে অন্যান্য গঠন নির্বাচন কৰি ৰাখক।
  
 
|-
 
|-
| 04: 55  
+
|04:55
| এতিয়া ফাইলটি সেভ কৰক.
+
| ফাইলটো সংৰক্ষণ কৰক।
  
 
|-
 
|-
| 04: 57  
+
|04:57
| টুলবাৰে '' '' বর্তমান ফাইল সংৰক্ষণ কৰক '' আইকনত ক্লিক কৰক.
+
|টুলবাৰ পৰা '''Save the current file''' আইকনত টিপক।
  
 
|-
 
|-
| 05: 01  
+
|05:01
| ডায়লগ বক্স প্রর্দশিত হয় '' '' 'হিসাবে সংৰক্ষণ কৰক'  
+
|'''Save as''' ডায়লগ বাক্স খোলে।
  
 
|-
 
|-
| 05: 04  
+
|05:04
| '' 'বেনজিন' '' হিসাবে ফাইলেৰ নাম লিখক. '' 'সংৰক্ষণ কৰক' '' বাটনত ক্লিক কৰক.
+
|ফাইলৰ নাম '''Benzene''' লিখক। '''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 05: 10  
+
|05:10
| এতিয়া বিদ্যমান টেমপ্লেট তালিকা পৰা এট '' 'নতুন টেমপ্লেট' '' যোগ কৰাৰ বাবে শিখতে.
+
|এতিয়া উপস্হিত থকা টেমপ্লেটৰ তালিকালৈ এটা নতুন টেমপ্লেট যোগ কৰা শিকো।
  
 
|-
 
|-
| 05: 16  
+
|05:16
| টুলবাৰ পৰা '' আইকন 'এট ফাইল খুলক' '' ক্লিক কৰক.
+
|টুলবাৰ পৰা '''Open a file''' আইকনত টিপক।
  
 
|-
 
|-
| 05: 20  
+
|05:20
| ফাইল আৰু ফোল্ডাৰ সৈতে এট উইন্ডো প্রর্দশিত হয়.
+
|ফাইল আৰু ফোল্ডাৰ সহ এটা উইন্ডো খোলে।
  
 
|-
 
|-
| 05: 24  
+
|05:24
| তালিকা পৰা "hexane" নামৰ ফাইল নির্বাচন কৰক.
+
|তালিকাৰ পৰা '''"hexane"''' নির্বাচন কৰক।
  
 
|-
 
|-
| 05: 27  
+
|05:27
| '' 'ওপেন' '' বাটনত ক্লিক কৰক.
+
|এতিয়া '''Open''' বোতামত টিপক।
  
 
|-
 
|-
| 05: 31  
+
|05:31
| টেমপ্লেট ইয়াত সম্পত্তি পাতা পৰা '' 'যোগ কৰক' '' বাটনত ক্লিক কৰক.
+
|টেমপ্লেট প্রোপার্টি পৃষ্ঠা পৰা'''Add''' বোতামত টিপক।
  
 
|-
 
|-
| 05: 35  
+
|05:35
| '' 'নতুন টেমপ্লেট' '' সম্পত্তি পৃষ্ঠা প্রর্দশিত হয়.
+
|'''New template''' পৃষ্ঠা খোলে।
  
 
|-
 
|-
| 05: 38  
+
|05:38
| সম্পত্তি পাতা দুটি ক্ষেত্র আছে - '' 'নাম' 'আৰু' '' '' 'বিভাগ.'
+
|প্রোপার্টি পৃষ্ঠাত দুটা ফীল্ড অাছে, সেইয়া হল - '''Name''' আৰু '''Category'''.
  
 
|-
 
|-
| 05: 42  
+
|05:42
| '' 'বিভাগ' '' ক্ষেত্র তালিকা নিচে এট ড্রপ আছে.
+
|'''Category''' ফীল্ডৰ এটা ড্রপ ডাউন তালিকা আছে।
  
 
|-
 
|-
| 05: 47  
+
|05:47
| আমিতালিকা পৰা নির্বাচন কৰক অথবা আমাৰ নিজস্ব বিভাগ যোগ কৰিব পাৰিব.
+
|আমি তালিকাৰ পৰা নির্বাচন কৰিব পাৰো বা নিজৰ বিভাগ যোগ কৰিব পাৰি।*******
  
 
|-
 
|-
| 05: 52  
+
|05:52
| ইয়াত টেক্সট ক্ষেত্রেৰ ত '' 'হাইড্রোকার্বন' '' টাইপ কৰে, এট নতুন বিভাগ যোগ কৰক.
+
|নতুন '''Category''' যোগ কৰিবলৈ টেক্সট ফীলডত '''Hydrocarbons''' লিখক।
  
 
|-
 
|-
| 05: 58  
+
|05:58
| '' 'নাম' '' ক্ষেত্রে, "hexane" হিসাবে যৌগ নাম লিখক.
+
|'''Name''' ফীল্ডত যৌগৰ নাম '''“Hexane”''' লিখক।
  
 
|-
 
|-
| 06: 03  
+
|06:03
| '' উপৰ '' 'hexane' '' গঠন ক্লিক কৰক '' 'প্রদর্শন এলাকা.'  
+
|'''Display area''' '''Hexane''' এৰ গঠনত টিপক।
  
 
|-
 
|-
| 06: 07  
+
|06:07
| এটা '' 'নতুন টেমপ্লেট' '' সম্পত্তি পৃষ্ঠা প্রদর্শন কৰা হয়.
+
|এইটো '''New template''' প্রোপার্টি পৃষ্ঠাত প্রদর্শিত হয়।
  
 
|-
 
|-
| 06: 12  
+
|06:12
| উপৰ '' 'ঠিক আছে' '' বাটন ক্লিক কৰক.
+
|'''OK''' বোতামত টিপক।
  
 
|-
 
|-
| 06: 15  
+
|06:15
| এতিয়া, '' 'টেমপ্লেট' '' ড্রপ ডাউন ক্লিক কৰক.
+
|এতিয়া '''Templates''' ড্রপ ডাউনত টিপক।
  
 
|-
 
|-
| 06: 19  
+
|06:19
| '' 'হাইড্রোকার্বন' '' বিভাগ নির্বাচন কৰক.
+
|' Hydrocarbons''' নির্বাচন কৰক।*********
  
 
|-
 
|-
| 06: 22  
+
|06:22
| মান্য যে '' 'hexane' '' গঠন '' 'টেমপ্লেট' '' তালিকায় যোগ কৰা হয়.
+
|'''Template''' এৰ তালিকালৈ '''Hexane''' এৰ গঠন যুক্ত হৈছে।
  
 
|-
 
|-
| 06: 27  
+
|06:27
| আপোনাৰ নিজেৰ উপৰ '' 'অকটেন' '' গঠন '' 'হাইড্রোকার্বন' '' বিভাগ, যোগ কৰক.
+
|এতিয়া নিজেই হাইড্রোকার্বনলৈ '''Octane''' গঠন যোগ কৰক।
  
 
|-
 
|-
| 06: 32  
+
|06:32
| ইয়াত ", hexane" ফাইল বন্ধ কৰা যাওক.
+
|'''hexane''' ফাইল বন্ধ কৰক।
  
 
|-
 
|-
| 06: 35  
+
|06:35
| '' নির্বাচন 'ফাইল' '' মেনু 'যান' '' 'বন্ধ' ফাইল বন্ধ কৰাৰ বাবে.
+
|ফাইল বন্ধ কৰিবলৈ '''File''' মেনুত গৈ '''Close''' ত টিপক।
  
 
|-
 
|-
| 06: 41  
+
|06:41
| '' 'টেমপ্লেট' '' সম্পত্তি পৃষ্ঠা বন্ধ কৰিব '' টুল 'এক বা ততোধিক বস্তু নির্বাচন কৰক' '' ক্লিক কৰক.
+
|'''Select one or more objects''' টুলত টিপি টেমপ্লেট প্রোপার্টি পৃষ্ঠা বন্ধ কৰক।
  
 
|-
 
|-
| 06: 47  
+
|06:47
| এতিয়া, ইয়াত '' সম্পর্কে জানিবলৈ দিন '' 'অবশিষ্টাংশ.'  
+
|এতিয়া, '''Residues'''ৰ সম্পর্কে শিকো।
  
 
|-
 
|-
| 06: 51  
+
|06:51
| অবশিষ্টাংশ ব্যবহাৰ কৰা হয়,
+
|'''Residues''' এৰ ব্যবহাৰ
  
 
|-
 
|-
| 06: 53  
+
|06:53
| * কার্বন চেইন সংযুক্ত কার্যকৰী গ্রুপ প্রকৃতি খুঁজুন.
+
|কার্বন চেইনৰ সৈতে যুক্ত ফাংশনেল গ্রুপৰ ধৰন জানিবলৈ,
  
 
|-
 
|-
| 06: 58  
+
|06:58
| * কার্যকৰী গ্রুপ গঠন জানুন.
+
|ফাংশনেল গ্রুপৰ গঠন জানিবলৈ,
  
 
|-
 
|-
| 07: 01  
+
|07:01
| * ডাটাবেস পৰা এট নতুন কার্যকৰী গ্রুপ যোগ কৰক.
+
|ডাটাবেসৰলৈ এটা নতুন ফাংশনেল গ্রুপ যোগ কৰিবলৈ, কৰা হয়।
  
 
|-
 
|-
| 07: 04  
+
|07:04
|. সম্পাদনা অবশিষ্টাংশ '' সৰঞ্জাম '' '' '' মেনু ক্লিক '' '' যান
+
| '''Tools''' মেনুলৈ গৈ '''Edit residues''' ত টিপক।
  
 
|-
 
|-
| 07: 09  
+
|07:09
| '' 'অবশিষ্টাংশ' '' উইন্ডো প্রর্দশিত হয়.
+
|'''Residues''' উইন্ডো খোলে।
  
 
|-
 
|-
| 07: 12  
+
|07:12
| এটি তিনটি বাটন আছে - '' ', সংৰক্ষণ কৰক গেম' '' আৰু '' '' 'মুছে দিন.'  
+
|ইয়াত তিনটা বোতাম আছে - '''New, Save''' আৰু '''Delete'''.
  
 
|-
 
|-
| 07: 18  
+
|07:18
| '' 'নতুন' '' বাটন তালিকা নিচে এট ড্রপ আছে.
+
|'''New''' বোতামত ড্রপ ডাউন তালিকা আছে।
  
 
|-
 
|-
| 07: 21  
+
|07:21
| তালিকা পৰা বাবে '' 'এন-PR' '' নির্বাচন কৰক.
+
|তালিকাৰ পৰা '''n-Pr''' নির্বাচন কৰক।
 
+
 
|-
 
|-
| 07: 25  
+
|07:25
| '' 'পৰিচয়' '' ট্যাব প্রদর্শন '' 'প্রতীক' 'নির্বাচিত অবশিষ্টাংশ' আৰু '' 'নাম' ''.
+
|'''Identity''' ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ Symbolআৰু Name প্রদর্শন কৰে।****
  
 
|-
 
|-
| 07: 32  
+
|07:32
| '' 'সূত্র' '' ট্যাব নির্বাচন অবশিষ্টাংশ কঙ্কাল গঠন দেখায়.
+
|'''Formula''' ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠন প্রদর্শন কৰে।
  
 
|-
 
|-
| 07: 38  
+
|07:38
| অনুৰুপভাবে, মাধ্যমিক ৰাসায়নিক যৌগ বাবে '' S-এই '' '' ইয়াত নির্বাচন কৰক.
+
|একেইভাবে, সেকেন্ডাৰি বিউটাইল (Secondary Butyl) এৰ বাবে '''s-Bu''' নির্বাচন কৰক।
  
 
|-
 
|-
| 07: 44  
+
|07:44  
| '', নাম সাংকেতিক '' 'মান্য' আৰু নির্বাচিত অবশিষ্টাংশ 'কঙ্কাল' '' গঠন ''.
+
|Symbol, Name আৰু নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠনটো লক্ষ্য কৰক।
  
 
|-
 
|-
| 07: 52  
+
|07:52
| এতিয়া এট নতুন অবশিষ্টাংশ যোগ কৰা যাওক - '' হাইড্রক্সি '' 'গ্রুপ.
+
|এতিয়া এটা নতুন ৰেসিডিউ - হাইড্রক্সি ('''OH''') গ্রুপ যুক্ত কৰো।
  
 
|-
 
|-
| 07: 57  
+
|07:57
| '' 'নতুন' '' বোতামে ক্লিক কৰক, এট নতুন অবশিষ্টাংশ যোগ কৰক.
+
|নতুন ৰেসিডিউ যোগ কৰিবলৈ '''New''' বোতামত টিপক।
  
 
|-
 
|-
| 08: 02  
+
|08:02
| '. হে-হ' '' 'প্রতীক' '' ক্ষেত্র ধৰনতৰ '' ইন ''  
+
|'''Symbol''' ফীল্ডত '''O-H''' লিখক।
  
 
|-
 
|-
| 08: 06  
+
|08:06
| '' 'হাইড্রক্সি' '' হিসাবে এটা নাম.
+
|ইয়াৰ নাম '''Hydroxy''' দিয়ক।
  
 
|-
 
|-
| 08: 09  
+
|08:09
| '' 'সূত্র' '' ট্যাবে ক্লিক কৰক.
+
|'''Formula''' ট্যাবত টিপক।
  
 
|-
 
|-
| 08: 11  
+
|08:11
| আপনি এট বুলেটযুক্ত বন্ড দেখতে হয়.
+
| বুলেটযুক্ত বন্দ এটা দেখিব।
  
 
|-
 
|-
| 08: 14  
+
|08:14
| বন্ড আৰু প্রেস ৰাজধানী '' 'হে' '' কাছাকাছি কার্সাৰ ৰাখুন.
+
|বন্দৰ উচৰত কার্সাৰ ৰাখি ডাঙৰ হাতৰ '''O''' লিখক।
 
+
 
|-
 
|-
| 08: 19  
+
|08:19
| এট '' 'সাবমেনু' '' '' 'হে' '' আৰু '' 'অপাৰেটিং সিস্টেম' '' 'সৈতে প্রর্দশিত হয়. হে নির্বাচন কৰক
+
|'''O''' আৰু '''Os''' এৰ সৈতে Submenu খোলে. '''O''' নির্বাচন কৰক।
  
 
|-
 
|-
| 08: 24  
+
|08:24
| '' 'হে হা' '' গ্রুপ বন্ড যাও attaches.
+
|'''O-H''' গ্রুপ বন্দৰ সৈতে যুক্ত হৈছে।
  
 
|-
 
|-
| 08: 28  
+
|08:28
| '' 'সংৰক্ষণ কৰক' '' বাটনত ক্লিক কৰক.
+
|'''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 08: 31  
+
|08:31
| এতিয়া, তালিকা দেখতে '' 'নতুন' '' বাটনত ক্লিক কৰক.
+
|এতিয়া তালিকা দেখিবলৈ '''New'''বাটনত টিপক।
  
 
|-
 
|-
| 08: 35  
+
|08:35
| যে '' 'হে-' মান্য '' অবশিষ্টাংশ তালিকায় যোগ কৰা হয়.
+
| '''O-H''' ৰেসিডিউ তালিকালৈ যুক্ত হৈছে।
  
 
|-
 
|-
| 08: 40  
+
|08:40
| ইয়াত জানালা বন্ধ কৰিব '' 'বন্ধ' '' বাটন ক্লিক কৰক
+
| উইন্ডো বন্ধ কৰিবলৈ '''Close''' বোতামত টিপক।
  
 
|-
 
|-
| 08: 44  
+
|08:44
| এই সৈতে আমিএই টিউটোৰিয়াল শেষ আসা.
+
|আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
  
 
|-
 
|-
| 08: 48  
+
|08:48
| ইয়াত সংক্ষেপ কৰা যাওক
+
|সংক্ষেপে,
  
 
|-
 
|-
| 08: 50  
+
|08:50
| এই টিউটোৰিয়াল, আমিশিখেছি আছে
+
|ইয়াত আমি শিকিছো:
  
 
|-
 
|-
| 08: 53  
+
|08:53
| * সম্পাদনা কৰক পছন্দ
+
|প্রেফেৰেন্সেস সম্পাদন কৰা।
  
 
|-
 
|-
| 08: 55  
+
|08:55
| * টেমপ্লেট পৰিচালনা  
+
|টেমপ্লেট পৰিচালনা কৰা।
  
 
|-
 
|-
| 08: 56  
+
|08:56
| * নির্বাচন কৰক আৰু প্রস্তুত টেমপ্লেট ব্যবহাৰ  
+
|প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
  
 
|-
 
|-
| 08: 59  
+
|08:59
| * এট নতুন টেমপ্লেট যোগ কৰক
+
|নতুন টেমপ্লেট যোগ কৰা।
  
 
|-
 
|-
| 09: 01  
+
|09:01
| * অবশিষ্টাংশ ব্যবহাৰ আৰু অবশিষ্টাংশ সম্পাদনা কৰক.
+
|ৰেসিডিউ ব্যবহাৰ কৰা আৰু তাক সম্পাদন কৰা।
  
 
|-
 
|-
| 09: 07  
+
|09:07
| এট হিসাবে নিয়োগ নির্বাচন কৰক আৰু টেমপ্লেট তালিকা পৰা saccharides ব্যবহাৰ কৰক.
+
|টেমপ্লেটৰ তালিকাৰ পৰা '''Saccharides''' নির্বাচন আৰু ব্যবহাৰ কৰক।
  
 
|-
 
|-
| 09: 12  
+
|09:12
| * অন্যান্য অবশিষ্টাংশ পুরুষ.
+
|অন্যান্য ৰেসিডিউ অন্বেষণ ( Explore ) কৰক।********
 
+
  
 
|-
 
|-
 
|09:16
 
|09:16
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
+
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক
 +
'''http://spoken-tutorial.org/What_is_a_Spoken_Tutorial'''
  
 
|-
 
|-
 
|09:20
 
|09:20
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
  
 
|-
 
|-
 
|09:24
 
|09:24
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
 +
 
 
|-
 
|-
 
|09:29
 
|09:29
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
|  স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
 +
 
 
|-
 
|-
 
|09:33
 
|09:33
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
+
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
 
|09:37
 
|09:37
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
+
| অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
  
 
|-
 
|-
 
|09:45
 
|09:45
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
|স্পোকেন টিউটোৰিয়াল প্রকল্প ''Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
 
|09:50
 
|09:50
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
+
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
Line 524: Line 523:
 
|-
 
|-
 
|10:04
 
|10:04
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .  
 +
যোগদানৰ বাবে ধন্যবাদ।

Revision as of 11:59, 7 November 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল। GChemPaintEdit Preferences, Templates আৰু Residues এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:10 এই টিউটোৰিয়েলত আমি শিকিম:
00:13 প্রেফেৰেন্সেস সম্পাদন কৰা।
00:15 টেমপ্লেট পৰিচালনা কৰা।
00:17 প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
00:20 নতুন টেমপ্লেট যোগ কৰা।
00:24 আমি আৰু শিকিম:
00:26 ৰেসিডিউৰ ব্যবহাৰ কৰা আৰু
00:28 তাক সম্পাদন কৰা।
00:31 ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04
00:38 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:44 টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
00:49 GChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
00:53 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
00:59 আমি নতুন GChemPaint এপ্লিকেশন খুলিছো।
01:03 প্রেফেৰেন্সেসৰ সম্পাদনাৰ দ্বাৰা টিউটোৰিয়েলটো আৰম্ভ কৰো ।
01:07 Edit মেনুলৈ যাওক, Preferences লৈ গৈ ইয়াত টিপক।
01:13 GChemPaint Preferences উইন্ডো খোলে।
01:16 ইয়াত প্ৰথম ফিল্দটো Default Compression Level For GChemPaint Files, ফাইল সংৰক্ষণৰ বাবে ব্যবহৃত হয়।
01:24 ডিফল্টৰুপে, ই শূন্য হয়।
01:28 যদি শূন্য নহয়, gzip ব্যবহাৰ কৰি ফাইলটো সংকুচিত কৰা হব।
01:33 আমি অন্য টিউটোৰিয়েলত Invert wedge hashesৰ সম্পর্কে শিকিম।  ******
01:40 GChemPaintত, প্রতিটো ডকুমেন্টৰ এটা সহযোগী থীম আছে।
01:46 Default Themeক, GChemPaint হিসাবে ৰাখক।
01:50 এতিয়া আমি Themes বিভাগৰ অধীনত Arrows সম্পর্কে বিস্তাৰিত বর্ণনা কৰিম।
01:58 টুল বাক্সত বিভিন্ন অ্যাৰো লক্ষ্য কৰক।
02:02 Add an arrow for an irreversible reaction.
02:06 Add a pair of Arrows for a reversible reaction.
02:10 Add an arrow for a retrosynthesis step.
02:14 Add a double headed arrow to represent mesomery.
02:19 এই 4 টা অ্যাৰো Display area ত যোগ কৰো।
02:24 Add an arrow for an irreversible reaction টুলত টিপক।
02:28 তাৰপিছত Display area ত টিপক।
02:31 একেইভাবে আমি Display area লৈ অন্যান্য ধৰনৰ অ্যাৰো যোগ কৰিম।
02:41 Preferences ডায়লগ বাক্সত Themes ফীল্ডৰ পৰা Arrows নির্বাচন কৰক।
02:47 এটা প্রাসঙ্গিক মেনু খোলে।
02:50 ইয়াত আমি অ্যাৰোৰ দৈর্ঘ্য, প্রস্থ আৰু দূৰত্ব বৃদ্ধি বা হ্রাস কৰিবলৈ পাৰিম।
02:57 মাউসৰ দ্বাৰা আপ আৰু ডাউন অ্যাৰো ত্রিভুজত টিপক
03:02 আৰু Display area ত অ্যাৰোত হোৱা পৰিবর্তন লক্ষ্য কৰক।
03:10 এতিয়া Arrow headsৰ সম্পর্কে শিকো।
03:14 A, B আৰু C ৰ ডিফল্ট মান ইয়াত প্রদর্শিত হৈছে।
03:21 A, B আৰু C প্যাৰামিটাৰে অ্যাৰো হেডাৰৰ আকৃতি সলাবলৈ সাহায্য কৰে।
03:28 প্রতিটো প্যাৰামিটাৰ বৃদ্ধি বা হ্রাস কৰক আৰু অ্যাৰো হেডত পৰিবর্তনবোৰ লক্ষ্য কৰক।
03:38 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
03:42 Display area পৰিষ্কাৰ কৰক।
03:46 সকলো অবজেক্ট নিৰ্বাচন কৰিবলৈ CTRL +A টিপক।
03:49 Edit মেনুলৈ গৈ, Clear ত টিপক।
03:53 ইয়াৰ পিছত, টেমপ্লেট পৰিচালনা কৰা শিকো।
03:58 Use or manage templates টুলত টিপক।
04:01 তললৈ প্রোপার্টি ডায়লগ বাক্স প্রদর্শিত হয়।
04:05 প্রোপার্টি ডায়লগ বাক্সত ড্রপ ডাউন তালিকা সহ Templates আছে।
04:10 তালিকাত Amino acids, Aromatic hydrocarbons, Nucleic bases, Nucleosides' আৰু 'Saccharides আছে।
04:19 প্রতিটো বিকল্পৰ সাবমেনু আছে।
04:23 সাবমেনুৰ পৰা Aromatic Hydrocarbons নির্বাচন কৰি Benzene ত টিপক।
04:31 প্রোপার্টি পৃষ্ঠাত বেঞ্জিনৰ গঠন প্রদর্শিত হৈছে।
04:35 বেঞ্জিনৰ গঠন প্রদর্শন কৰিবলৈ Display area ত টিপক।
04:40 একেইভাবে Naphthalene এৰ গঠন নির্বাচন কৰি Display area ত টিপক।
04:49 Display area ত আপোনি নিজে নিজে অন্যান্য গঠন নির্বাচন কৰি ৰাখক।
04:55 ফাইলটো সংৰক্ষণ কৰক।
04:57 টুলবাৰ পৰা Save the current file আইকনত টিপক।
05:01 Save as ডায়লগ বাক্স খোলে।
05:04 ফাইলৰ নাম Benzene লিখক। Save বোতামত টিপক।
05:10 এতিয়া উপস্হিত থকা টেমপ্লেটৰ তালিকালৈ এটা নতুন টেমপ্লেট যোগ কৰা শিকো।
05:16 টুলবাৰ পৰা Open a file আইকনত টিপক।
05:20 ফাইল আৰু ফোল্ডাৰ সহ এটা উইন্ডো খোলে।
05:24 তালিকাৰ পৰা "hexane" নির্বাচন কৰক।
05:27 এতিয়া Open বোতামত টিপক।
05:31 টেমপ্লেট প্রোপার্টি পৃষ্ঠা পৰাAdd বোতামত টিপক।
05:35 New template পৃষ্ঠা খোলে।
05:38 প্রোপার্টি পৃষ্ঠাত দুটা ফীল্ড অাছে, সেইয়া হল - Name আৰু Category.
05:42 Category ফীল্ডৰ এটা ড্রপ ডাউন তালিকা আছে।
05:47 আমি তালিকাৰ পৰা নির্বাচন কৰিব পাৰো বা নিজৰ বিভাগ যোগ কৰিব পাৰি।*******
05:52 নতুন Category যোগ কৰিবলৈ টেক্সট ফীলডত Hydrocarbons লিখক।
05:58 Name ফীল্ডত যৌগৰ নাম “Hexane” লিখক।
06:03 Display areaHexane এৰ গঠনত টিপক।
06:07 এইটো New template প্রোপার্টি পৃষ্ঠাত প্রদর্শিত হয়।
06:12 OK বোতামত টিপক।
06:15 এতিয়া Templates ড্রপ ডাউনত টিপক।
06:19 ' Hydrocarbons নির্বাচন কৰক।*********
06:22 Template এৰ তালিকালৈ Hexane এৰ গঠন যুক্ত হৈছে।
06:27 এতিয়া নিজেই হাইড্রোকার্বনলৈ Octane গঠন যোগ কৰক।
06:32 hexane ফাইল বন্ধ কৰক।
06:35 ফাইল বন্ধ কৰিবলৈ File মেনুত গৈ Close ত টিপক।
06:41 Select one or more objects টুলত টিপি টেমপ্লেট প্রোপার্টি পৃষ্ঠা বন্ধ কৰক।
06:47 এতিয়া, Residuesৰ সম্পর্কে শিকো।
06:51 Residues এৰ ব্যবহাৰ
06:53 কার্বন চেইনৰ সৈতে যুক্ত ফাংশনেল গ্রুপৰ ধৰন জানিবলৈ,
06:58 ফাংশনেল গ্রুপৰ গঠন জানিবলৈ,
07:01 ডাটাবেসৰলৈ এটা নতুন ফাংশনেল গ্রুপ যোগ কৰিবলৈ, কৰা হয়।
07:04 Tools মেনুলৈ গৈ Edit residues ত টিপক।
07:09 Residues উইন্ডো খোলে।
07:12 ইয়াত তিনটা বোতাম আছে - New, Save আৰু Delete.
07:18 New বোতামত ড্রপ ডাউন তালিকা আছে।
07:21 তালিকাৰ পৰা n-Pr নির্বাচন কৰক।
07:25 Identity ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ Symbolআৰু Name প্রদর্শন কৰে।****
07:32 Formula ট্যাবে নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠন প্রদর্শন কৰে।
07:38 একেইভাবে, সেকেন্ডাৰি বিউটাইল (Secondary Butyl) এৰ বাবে s-Bu নির্বাচন কৰক।
07:44 Symbol, Name আৰু নির্বাচিত ৰেসিডিউয়ৰ কঙ্কালিত গঠনটো লক্ষ্য কৰক।
07:52 এতিয়া এটা নতুন ৰেসিডিউ - হাইড্রক্সি (OH) গ্রুপ যুক্ত কৰো।
07:57 নতুন ৰেসিডিউ যোগ কৰিবলৈ New বোতামত টিপক।
08:02 Symbol ফীল্ডত O-H লিখক।
08:06 ইয়াৰ নাম Hydroxy দিয়ক।
08:09 Formula ট্যাবত টিপক।
08:11 বুলেটযুক্ত বন্দ এটা দেখিব।
08:14 বন্দৰ উচৰত কার্সাৰ ৰাখি ডাঙৰ হাতৰ O লিখক।
08:19 O আৰু Os এৰ সৈতে Submenu খোলে. O নির্বাচন কৰক।
08:24 O-H গ্রুপ বন্দৰ সৈতে যুক্ত হৈছে।
08:28 Save বোতামত টিপক।
08:31 এতিয়া তালিকা দেখিবলৈ Newবাটনত টিপক।
08:35 O-H ৰেসিডিউ তালিকালৈ যুক্ত হৈছে।
08:40 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
08:44 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:48 সংক্ষেপে,
08:50 ইয়াত আমি শিকিছো:
08:53 প্রেফেৰেন্সেস সম্পাদন কৰা।
08:55 টেমপ্লেট পৰিচালনা কৰা।
08:56 প্রস্তুত টেমপ্লেট নির্বাচন আৰু ব্যবহাৰ কৰা।
08:59 নতুন টেমপ্লেট যোগ কৰা।
09:01 ৰেসিডিউ ব্যবহাৰ কৰা আৰু তাক সম্পাদন কৰা।
09:07 টেমপ্লেটৰ তালিকাৰ পৰা Saccharides নির্বাচন আৰু ব্যবহাৰ কৰক।
09:12 অন্যান্য ৰেসিডিউ অন্বেষণ ( Explore ) কৰক।********
09:16 তলৰ সংযোগত থকা ভিদিয়'তো চাওক

http://spoken-tutorial.org/What_is_a_Spoken_Tutorial

09:20 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:24 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:29   স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:33 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:37 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:45 স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:50 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:57 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:04 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya