Difference between revisions of "LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Assamese"
From Script | Spoken-Tutorial
(Created page with "'''Resources for recording''' Linking in Calc {| border=1 || '''Time''' || '''Narration''' |- || 00: 00 || LibreOffice ক্যালকত Li...") |
|||
Line 266: | Line 266: | ||
|- | |- | ||
||06:40 | ||06:40 | ||
− | || | + | ||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
|- | |- | ||
Line 274: | Line 274: | ||
|- | |- | ||
||06:47 | ||06:47 | ||
− | || | + | ||স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
|- | |- | ||
||06:52 | ||06:52 | ||
Line 285: | Line 285: | ||
|- | |- | ||
||07:03 | ||07:03 | ||
− | || | + | ||স্পকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
|- | |- |
Revision as of 15:04, 28 October 2014
Resources for recording Linking in Calc
Time | Narration |
00: 00 | LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
00: 06 | এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম: |
00: 10 | ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে. |
00: 13 | কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়. |
00: 17 | ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 অপাৰেটিং সিস্টেম হিসেবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো. |
00: 29 | LibreOffice ক্যালকে আপোনাক |
00: 033 | অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা |
00: 37 | এটা সেল অন্য শীটৰ পৰা
আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে |
00: 44 | “Personal-Finance-Tracker.ods” খোলো |
00: 49 | আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. |
00: 55 | মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো. |
01: 04 | এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো. |
01: 11 | C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”. |
01: 24 | তাৰপিছত " “Enter” " কি টিপক. |
01: 27 | D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক . |
01: 36 | এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” and “Spent”আৰু সেল উল্লেখ কৰে এটা "ব্যয়" এৰ অধীনে মোট ভাৰসাম্য প্রদর্শন কৰা হব. |
01: 45 | এৰ "শিট 2" ট্যাবে ক্লিক কৰক. |
01: 48 | এই নতুন শীট প্রর্দশিত হব. |
01: 51 | এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT”শিৰোনাম টাইপ কৰক. |
02: 00 | B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক. |
02: 07 | এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক. |
02: 12 | A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক |
02: 19 | " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক. |
02: 27 | এতিয়া, খালি চেল B3ত ক্লিক কৰক. |
02: 31 | “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব |
02: 38 | যি আমি "“Sheet 1” ত গণনা কৰো. |
02: 41 | এইটো উল্লেখিত কৰি কৰা হয়. |
02: 44 | চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক. |
02: 53 | এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক. |
02: 59 | এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে |
03: 07 | মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়. |
03: 15 | এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক. |
03: 20 | মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে
“Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়. |
03: 34 | একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো. |
03: 41 | যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়. |
03: 49 | এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো. |
03: 55 | আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
|
04: 06 | “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে. |
04: 17 | আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো |
04: 22 | প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক. |
04: 25 | ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক. |
04: 33 | আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে |
04: 38 | এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক |
04: 44 | টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক. |
04: 51 | “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়. |
04: 55 | বাও ফালে, “Document” বিকল্প নির্বাচন কৰক. |
04: 59 | ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক |
05: 04 | এটা নতুন " “Target in document”ডায়লগ বক্স প্রদর্শিত হয়. |
05: 08 | এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক. |
05: 13 | ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক. |
05: 18 | এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. |
05: 24 | এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. |
05: 32 | “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে | |
05: 40 | এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো |
05: 51 | আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো! |
05: 55 | হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক. |
06: 01 | এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক. |
06: 09 | টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই. |
06: 12 | এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়. |
06: 16 | আমি পৰিবর্তনবোৰ বাতিল কৰা যাওক. |
06: 20 | ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো. |
06: 25 | সংক্ষেপ কৰো, আমি শিকিলো :
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা . |
06: 31 | ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা |
06:36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
06:40 | স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:43 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06:47 | স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
06:52 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
06:56 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:03 | স্পকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:07 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:15 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
07:25 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
যোগদানৰ বাবে ধন্যবাদ। |