Difference between revisions of "Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with 'Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed Time Narration 00.00 টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্…')
 
 
(12 intermediate revisions by 5 users not shown)
Line 1: Line 1:
Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed
+
{| border=1
Time Narration
+
|'''Time'''
00.00 টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
+
|'''Narration'''
00.04 এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।  
+
 
00.10 আপুনি টাইপ কৰিব শিকিব -
+
|-
00.12 নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
+
 
00.19 আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
+
|00:00
00.25 টাক্স টাইপিং কি?
+
 
00.27 টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
+
|টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
00.30 ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
+
 
00.38 আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
+
|-
00.41 আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
+
 
00.46 টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
+
|00:04
00.54 এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
+
 
01.02 আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
+
|এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।  
01.07 Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক।
+
 
01.16 টাক্স টাইপিং খোলো আহক।
+
|-
01.19 প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
+
 
01.26 Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
+
|00:10
01.34 লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
+
 
01.39 টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
+
|আপুনি টাইপ কৰিব শিকিব -
01.42 টাক্স চাইপিঙৰ Window খোল খাব।
+
 
01.46 টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
+
|-
01.50 Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
+
 
 +
|00:12
 +
 
 +
|নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
 +
 
 +
|-
 +
 
 +
|00:19
 +
 
 +
|আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
 +
 
 +
|-
 +
 
 +
|00:25
 +
 
 +
|টাক্স টাইপিং কি?
 +
 
 +
|-
 +
 
 +
|00:27
 +
 
 +
|টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
 +
 
 +
|-
 +
 
 +
|00:30
 +
 
 +
|ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
 +
 
 +
|-
 +
 
 +
|00:38
 +
 
 +
|আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
 +
 
 +
|-
 +
 
 +
|00:41
 +
 
 +
|আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
 +
 
 +
|-
 +
 
 +
|00:46
 +
 
 +
|টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
 +
 
 +
|-
 +
 
 +
|00:54
 +
 
 +
|এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
 +
 
 +
|-
 +
 
 +
|01:02
 +
 
 +
|আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
 +
 
 +
|-
 +
 
 +
|01:07
 +
 
 +
|Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক।
 +
 
 +
|-
 +
 
 +
|01:16
 +
 
 +
|টাক্স টাইপিং খোলো আহক।
 +
 
 +
|-
 +
 
 +
|01:19
 +
 
 +
|প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
 +
 
 +
|-
 +
 
 +
|01:26
 +
 
 +
|Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
 +
 
 +
|-
 +
 
 +
|01:34
 +
 
 +
|লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
 +
 
 +
|-
 +
 
 +
|01:39
 +
 
 +
|টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
 +
 
 +
|-
 +
 
 +
|01:42
 +
 
 +
|টাক্স চাইপিঙৰ Window খোল খাব।
 +
 
 +
|-
 +
 
 +
|01:46
 +
 
 +
|টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
 +
 
 +
|-
 +
 
 +
|01:50
 +
 
 +
|Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
 +
 
 
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।
 
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।
01.56 Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
+
 
02.01 Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
+
|-
02.13 Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
+
 
02.16 অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
+
|01:56
02.20 Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
+
 
02.23 অনুশীলন সমূহ থকা Window খন খোল খাব।
+
|Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
02.26 প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
+
 
02.30 basic_lesson_01.xml ত ক্লিক কৰক।
+
|-
02.35 ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
+
 
02.41 অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
+
|02:01
02.45 কী-বোৰ্ড থকা window খন খোল খাব।
+
 
02.48 আমি a আখৰটো টাইপ কৰিব শিকো।
+
|Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
02.52 অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
+
 
02.56 টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
+
|-
03.01 ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
+
 
03.07 আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
+
|02:13
03.10 এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
+
 
03.13 এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
+
|Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
03.19 aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
+
 
03.27 কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
+
|-
03.35 টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
+
 
03.39 কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
+
|02:16
03.51 কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
+
 
03.58 টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
+
|অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
04.02 কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
+
 
04.10 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
+
|-
04.14 কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
+
 
04.21 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
+
|02:20
04.27 বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
+
 
04.34 উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
+
|Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
04.39 ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
+
 
04.44 কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar  আছে।
+
|-
04.52 এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
+
 
05.00 লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
+
|02:23
05.10 এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
+
 
05.14 এই ছৱিখন চাওক।
+
|অনুশীলন সমূহ থকা Window খন খোল খাব।
05.16 ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
+
 
05.21 কনিষ্ঠ আঙুলি,
+
|-
 +
 
 +
|02:26
 +
 
 +
|প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
 +
 
 +
|-
 +
 
 +
|02:30
 +
 
 +
|basic_lesson_01.xml ত ক্লিক কৰক।
 +
 
 +
|-
 +
 
 +
|02:35
 +
 
 +
|ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
 +
 
 +
|-
 +
 
 +
|02:41
 +
 
 +
|অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
 +
 
 +
|-
 +
 
 +
|02:45
 +
 
 +
|কী-বোৰ্ড থকা window খন খোল খাব।
 +
 
 +
|-
 +
 
 +
|02:48
 +
 
 +
|আমি a আখৰটো টাইপ কৰিব শিকো।
 +
 
 +
|-
 +
 
 +
|02:52
 +
 
 +
|অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
 +
 
 +
|-
 +
 
 +
|02:56
 +
 
 +
|টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
 +
 
 +
|-
 +
 
 +
|03:01
 +
 
 +
|‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
 +
 
 +
|-
 +
 
 +
|03:07
 +
 
 +
|আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
 +
 
 +
|-
 +
 
 +
|03:10
 +
 
 +
|এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
 +
 
 +
|-
 +
 
 +
|03:13
 +
 
 +
|এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
 +
 
 +
|-
 +
 
 +
|03:19
 +
 
 +
|aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
 +
 
 +
|-
 +
 
 +
|03:27
 +
 
 +
|কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
 +
 
 +
|-
 +
 
 +
|03:35
 +
 
 +
|টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
 +
 
 +
|-
 +
 
 +
|03:39
 +
 
 +
|কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
 +
 
 +
|-
 +
 
 +
|03:51
 +
 
 +
|কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
 +
 
 +
|-
 +
 
 +
|03:58
 +
 
 +
|টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
 +
 
 +
|-
 +
 
 +
|04:02
 +
 
 +
|কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
 +
 
 +
|-
 +
 
 +
|04:10
 +
 
 +
|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
 +
 
 +
|-
 +
 
 +
|04:14
 +
 
 +
|কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
 +
 
 +
|-
 +
 
 +
|04:21
 +
 
 +
|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
 +
 
 +
|-
 +
 
 +
|04:27
 +
 
 +
|বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
 +
 
 +
|-
 +
 
 +
|04:34
 +
 
 +
|উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
 +
 
 +
|-
 +
 
 +
|04:39
 +
 
 +
|ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
 +
 
 +
|-
 +
 
 +
|04:44
 +
 
 +
|কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar  আছে।
 +
 
 +
|-
 +
 
 +
|04:52
 +
 
 +
|এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
 +
 
 +
|-
 +
 
 +
|05:00
 +
 
 +
|লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
 +
 
 +
|-
 +
 
 +
|05:10
 +
 
 +
|এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
 +
 
 +
|-
 +
 
 +
|05:14
 +
 
 +
|এই ছৱিখন চাওক।
 +
 
 +
|-
 +
 
 +
|05:16
 +
 
 +
|ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
 +
 
 +
|-
 +
 
 +
|05:21
 +
 
 +
|কনিষ্ঠ আঙুলি,
 +
 
 
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু
 
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু
 +
 
বৃষ্ঠাঙ্গুল
 
বৃষ্ঠাঙ্গুল
05.27 কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
 
05.32 লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
 
05.35 অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
 
05.38 মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
 
05.41 তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
 
05.44 এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
 
05.49 লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
 
05.54 অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
 
05.56 মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
 
06.00 তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
 
06.03 সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
 
06.08 হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
 
06.14 বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
 
06.19 ঠিকেই অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
 
06.23 এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
 
06.29 এটিয়া টাইপিং আৰম্ভ কৰো আহক।
 
06.32 আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
 
06.39 এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
 
06.42 এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
 
06.47 ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
 
06.53 ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
 
06.59 আৰু কেইটামান আখৰ টাউপ কৰো আহক।
 
07.02 এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
 
07.07 বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
 
07.13 Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
 
07.17 Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
 
07.21 CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
 
07.26 WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
 
07.31 Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
 
07.34 Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
 
07.40 main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
 
07.45 আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
 
07.47 প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
 
07.52 নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
 
07.59 টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
 
08.03 এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
 
08.11 অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
 
08.13 basic_lesson_02.xml আৰম্ভ কৰক।
 
08.19 এই পাঠটো অনুশীলন কৰক।
 
08.21 পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
 
08.26 এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
 
08.30 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
 
  
08.33 ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
+
|-
08.36 ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
+
 
08.41 কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
+
|05:27
08.43 কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
+
 
08.46 online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
+
|কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
08.50 অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
+
 
08.56 কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
+
|-
09.00 National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
+
 
09.08 এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
+
|05:32
09.19 এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।
+
 
 +
|লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|05:35
 +
 
 +
|অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|05:38
 +
 
 +
|মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|05:41
 +
 
 +
|তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|05:44
 +
 
 +
|এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
 +
 
 +
|-
 +
 
 +
|05:49
 +
 
 +
|লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|05:54
 +
 
 +
|অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|05:56
 +
 
 +
|মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|06:00
 +
 
 +
|তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
 +
 
 +
|-
 +
 
 +
|06:03
 +
 
 +
|সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
 +
 
 +
|-
 +
 
 +
|06:08
 +
 
 +
|হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
 +
 
 +
|-
 +
 
 +
|06:14
 +
 
 +
|বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
 +
 
 +
|-
 +
 
 +
|06:19
 +
 
 +
|অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
 +
 
 +
|-
 +
 
 +
|06:23
 +
 
 +
|এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
 +
 
 +
|-
 +
 
 +
|06:29
 +
 
 +
|এটিয়া টাইপিং আৰম্ভ কৰো আহক।
 +
 
 +
|-
 +
 
 +
|06:32
 +
 
 +
|আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
 +
 
 +
|-
 +
 
 +
|06:39
 +
 
 +
|এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
 +
 
 +
|-
 +
|06:42
 +
 
 +
|এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
 +
 
 +
|-
 +
 
 +
|06:47
 +
 
 +
|‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
 +
 
 +
|-
 +
 
 +
|06:53
 +
 
 +
|ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
 +
 
 +
|-
 +
 
 +
|06:59
 +
 
 +
|আৰু কেইটামান আখৰ টাউপ কৰো আহক।
 +
 
 +
|-
 +
 
 +
|07:02
 +
 
 +
|এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
 +
 
 +
|-
 +
 
 +
|07:07
 +
 
 +
|বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
 +
 
 +
|-
 +
 
 +
|07:13
 +
 
 +
|Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
 +
 
 +
|-
 +
 
 +
|07:17
 +
 
 +
|Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
 +
 
 +
|-
 +
 
 +
|07:21
 +
 
 +
|CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
 +
 
 +
|-
 +
 
 +
|07:26
 +
 
 +
|WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
 +
 
 +
|-
 +
 
 +
|07:31
 +
 
 +
|Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
 +
 
 +
|-
 +
 
 +
|07:34
 +
 
 +
|Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
 +
 
 +
|-
 +
 
 +
|07:40
 +
 
 +
|main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
 +
 
 +
|-
 +
 
 +
|07:45
 +
 
 +
|আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
 +
 
 +
|-
 +
 
 +
|07:47
 +
 
 +
|প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
 +
 
 +
|-
 +
 
 +
|07:52
 +
 
 +
|নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
 +
 
 +
|-
 +
 
 +
|07:59
 +
 
 +
|টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
 +
 
 +
|-
 +
 
 +
|08:03
 +
 
 +
|এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
 +
 
 +
|-
 +
 
 +
|08:11
 +
 
 +
|অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
 +
 
 +
|-
 +
 
 +
|08:13
 +
 
 +
|basic_lesson_02.xml আৰম্ভ কৰক।
 +
 
 +
|-
 +
 
 +
|08:19
 +
 
 +
|এই পাঠটো অনুশীলন কৰক।
 +
 
 +
|-
 +
 
 +
|08:21
 +
 
 +
|পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
 +
 
 +
|-
 +
 
 +
|08:26
 +
 
 +
|এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
 +
 
 +
|-
 +
 
 +
|08:30
 +
 
 +
|http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
 +
 
 +
|-
 +
 
 +
|08:33
 +
 
 +
|ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
 +
 
 +
|-
 +
 
 +
|08:36
 +
 
 +
|ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
 +
 
 +
|-
 +
 
 +
|08:41
 +
 
 +
|কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
 +
 
 +
|-
 +
 
 +
|08:43
 +
 
 +
|কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
 +
 
 +
|-
 +
 
 +
|08:46
 +
 
 +
|online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
 +
 
 +
|-
 +
 
 +
|08:50
 +
 
 +
|অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
 +
 
 +
|-
 +
 
 +
|08:56
 +
 
 +
|কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
 +
 
 +
|-
 +
 
 +
|09:00
 +
 
 +
|National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
 +
 
 +
|-
 +
 
 +
|09:08
 +
 
 +
|এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
 +
 
 +
|-
 +
 
 +
|09:19
 +
 
 +
|এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।

Latest revision as of 12:36, 17 October 2014

Time Narration
00:00 টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
00:04 এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।
00:10 আপুনি টাইপ কৰিব শিকিব -
00:12 নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
00:19 আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
00:25 টাক্স টাইপিং কি?
00:27 টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
00:30 ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
00:38 আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
00:41 আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
00:46 টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
00:54 এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
01:02 আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
01:07 Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক।
01:16 টাক্স টাইপিং খোলো আহক।
01:19 প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
01:26 Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
01:34 লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
01:39 টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
01:42 টাক্স চাইপিঙৰ Window খোল খাব।
01:46 টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
01:50 Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।

Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।

01:56 Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
02:01 Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
02:13 Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
02:16 অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
02:20 Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
02:23 অনুশীলন সমূহ থকা Window খন খোল খাব।
02:26 প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
02:30 basic_lesson_01.xml ত ক্লিক কৰক।
02:35 ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
02:41 অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
02:45 কী-বোৰ্ড থকা window খন খোল খাব।
02:48 আমি a আখৰটো টাইপ কৰিব শিকো।
02:52 অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
02:56 টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
03:01 ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
03:07 আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
03:10 এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
03:13 এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
03:19 aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
03:27 কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
03:35 টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
03:39 কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
03:51 কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
03:58 টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
04:02 কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
04:10 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
04:14 কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
04:21 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
04:27 বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
04:34 উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
04:39 ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
04:44 কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।
04:52 এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
05:00 লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
05:10 এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
05:14 এই ছৱিখন চাওক।
05:16 ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
05:21 কনিষ্ঠ আঙুলি,

অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু

বৃষ্ঠাঙ্গুল

05:27 কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
05:32 লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
05:35 অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
05:38 মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
05:41 তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
05:44 এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
05:49 লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
05:54 অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
05:56 মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
06:00 তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
06:03 সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
06:08 হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
06:14 বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
06:19 অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
06:23 এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
06:29 এটিয়া টাইপিং আৰম্ভ কৰো আহক।
06:32 আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
06:39 এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
06:42 এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
06:47 ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
06:53 ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
06:59 আৰু কেইটামান আখৰ টাউপ কৰো আহক।
07:02 এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
07:07 বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
07:13 Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
07:17 Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
07:21 CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
07:26 WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
07:31 Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
07:34 Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
07:40 main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
07:45 আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
07:47 প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
07:52 নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
07:59 টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
08:03 এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
08:11 অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
08:13 basic_lesson_02.xml আৰম্ভ কৰক।
08:19 এই পাঠটো অনুশীলন কৰক।
08:21 পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
08:26 এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
08:30 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
08:33 ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
08:36 ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
08:41 কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
08:43 কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
08:46 online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
08:50 অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
08:56 কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
09:00 National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
09:08 এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
09:19 এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble, Sakinashaikh