Difference between revisions of "Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese"
From Script | Spoken-Tutorial
(2 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | |'''Time''' | |
− | + | |'''Narration''' | |
|- | |- | ||
Line 389: | Line 389: | ||
|- | |- | ||
− | |05 | + | |05:38 |
|মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। | |মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 395: | Line 395: | ||
|- | |- | ||
− | |05 | + | |05:41 |
|তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। | |তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 401: | Line 401: | ||
|- | |- | ||
− | |05 | + | |05:44 |
|এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। | |এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। | ||
Line 407: | Line 407: | ||
|- | |- | ||
− | |05 | + | |05:49 |
|লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। | |লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 413: | Line 413: | ||
|- | |- | ||
− | |05 | + | |05:54 |
|অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। | |অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 419: | Line 419: | ||
|- | |- | ||
− | |05 | + | |05:56 |
|মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। | |মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 425: | Line 425: | ||
|- | |- | ||
− | |06 | + | |06:00 |
|তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। | |তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 431: | Line 431: | ||
|- | |- | ||
− | |06 | + | |06:03 |
|সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। | |সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। | ||
Line 437: | Line 437: | ||
|- | |- | ||
− | |06 | + | |06:08 |
|হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। | |হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। | ||
Line 443: | Line 443: | ||
|- | |- | ||
− | |06 | + | |06:14 |
|বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? | |বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? | ||
Line 449: | Line 449: | ||
|- | |- | ||
− | |06 | + | |06:19 |
|অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। | |অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। | ||
Line 455: | Line 455: | ||
|- | |- | ||
− | |06 | + | |06:23 |
|এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। | |এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। | ||
Line 461: | Line 461: | ||
|- | |- | ||
− | |06 | + | |06:29 |
|এটিয়া টাইপিং আৰম্ভ কৰো আহক। | |এটিয়া টাইপিং আৰম্ভ কৰো আহক। | ||
Line 467: | Line 467: | ||
|- | |- | ||
− | |06 | + | |06:32 |
|আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। | |আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। | ||
Line 473: | Line 473: | ||
|- | |- | ||
− | |06 | + | |06:39 |
|এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। | |এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। | ||
|- | |- | ||
− | |06 | + | |06:42 |
|এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। | |এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। | ||
Line 484: | Line 484: | ||
|- | |- | ||
− | |06 | + | |06:47 |
|‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। | |‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। | ||
Line 490: | Line 490: | ||
|- | |- | ||
− | |06 | + | |06:53 |
|ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। | |ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। | ||
Line 496: | Line 496: | ||
|- | |- | ||
− | |06 | + | |06:59 |
|আৰু কেইটামান আখৰ টাউপ কৰো আহক। | |আৰু কেইটামান আখৰ টাউপ কৰো আহক। | ||
Line 502: | Line 502: | ||
|- | |- | ||
− | |07 | + | |07:02 |
|এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। | |এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। | ||
Line 508: | Line 508: | ||
|- | |- | ||
− | |07 | + | |07:07 |
|বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। | |বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। | ||
Line 514: | Line 514: | ||
|- | |- | ||
− | |07 | + | |07:13 |
|Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। | |Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। | ||
Line 520: | Line 520: | ||
|- | |- | ||
− | |07 | + | |07:17 |
|Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | |Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | ||
Line 526: | Line 526: | ||
|- | |- | ||
− | |07 | + | |07:21 |
|CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | |CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | ||
Line 532: | Line 532: | ||
|- | |- | ||
− | |07 | + | |07:26 |
|WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। | |WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। | ||
Line 538: | Line 538: | ||
|- | |- | ||
− | |07 | + | |07:31 |
|Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। | |Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। | ||
Line 544: | Line 544: | ||
|- | |- | ||
− | |07 | + | |07:34 |
|Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। | |Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। | ||
Line 550: | Line 550: | ||
|- | |- | ||
− | |07 | + | |07:40 |
|main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। | |main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। | ||
Line 556: | Line 556: | ||
|- | |- | ||
− | |07 | + | |07:45 |
|আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। | |আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। | ||
Line 562: | Line 562: | ||
|- | |- | ||
− | |07 | + | |07:47 |
|প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। | |প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। | ||
Line 568: | Line 568: | ||
|- | |- | ||
− | |07 | + | |07:52 |
|নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। | |নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। | ||
Line 574: | Line 574: | ||
|- | |- | ||
− | |07 | + | |07:59 |
|টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। | |টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। | ||
Line 580: | Line 580: | ||
|- | |- | ||
− | |08 | + | |08:03 |
|এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। | |এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। | ||
Line 586: | Line 586: | ||
|- | |- | ||
− | |08 | + | |08:11 |
|অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। | |অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। | ||
Line 592: | Line 592: | ||
|- | |- | ||
− | |08 | + | |08:13 |
|basic_lesson_02.xml আৰম্ভ কৰক। | |basic_lesson_02.xml আৰম্ভ কৰক। | ||
Line 598: | Line 598: | ||
|- | |- | ||
− | |08 | + | |08:19 |
|এই পাঠটো অনুশীলন কৰক। | |এই পাঠটো অনুশীলন কৰক। | ||
Line 604: | Line 604: | ||
|- | |- | ||
− | |08 | + | |08:21 |
|পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। | |পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। | ||
Line 610: | Line 610: | ||
|- | |- | ||
− | |08 | + | |08:26 |
|এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। | |এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। | ||
Line 616: | Line 616: | ||
|- | |- | ||
− | |08 | + | |08:30 |
|http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। | |http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। | ||
Line 622: | Line 622: | ||
|- | |- | ||
− | |08 | + | |08:33 |
|ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। | |ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। | ||
Line 628: | Line 628: | ||
|- | |- | ||
− | |08 | + | |08:36 |
|ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। | |ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। | ||
Line 634: | Line 634: | ||
|- | |- | ||
− | |08 | + | |08:41 |
|কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে | |কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে | ||
Line 640: | Line 640: | ||
|- | |- | ||
− | |08 | + | |08:43 |
|কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। | |কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। | ||
Line 646: | Line 646: | ||
|- | |- | ||
− | |08 | + | |08:46 |
|online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। | |online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। | ||
Line 652: | Line 652: | ||
|- | |- | ||
− | |08 | + | |08:50 |
|অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। | |অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। | ||
Line 658: | Line 658: | ||
|- | |- | ||
− | |08 | + | |08:56 |
|কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। | |কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। | ||
Line 664: | Line 664: | ||
|- | |- | ||
− | |09 | + | |09:00 |
|National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। | |National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। | ||
Line 670: | Line 670: | ||
|- | |- | ||
− | |09 | + | |09:08 |
|এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। | |এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। | ||
Line 676: | Line 676: | ||
|- | |- | ||
− | |09 | + | |09:19 |
− | |এই পাঠ্যক্ৰমটো | + | |এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |
Latest revision as of 12:36, 17 October 2014
Time | Narration |
00:00 | টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। |
00:04 | এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। |
00:10 | আপুনি টাইপ কৰিব শিকিব - |
00:12 | নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। |
00:19 | আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। |
00:25 | টাক্স টাইপিং কি? |
00:27 | টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। |
00:30 | ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। |
00:38 | আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। |
00:41 | আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। |
00:46 | টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। |
00:54 | এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। |
01:02 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। |
01:07 | Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক। |
01:16 | টাক্স টাইপিং খোলো আহক। |
01:19 | প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। |
01:26 | Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। |
01:34 | লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। |
01:39 | টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। |
01:42 | টাক্স চাইপিঙৰ Window খোল খাব। |
01:46 | টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। |
01:50 | Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ। |
01:56 | Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। |
02:01 | Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। |
02:13 | Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। |
02:16 | অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। |
02:20 | Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। |
02:23 | অনুশীলন সমূহ থকা Window খন খোল খাব। |
02:26 | প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। |
02:30 | basic_lesson_01.xml ত ক্লিক কৰক। |
02:35 | ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। |
02:41 | অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। |
02:45 | কী-বোৰ্ড থকা window খন খোল খাব। |
02:48 | আমি a আখৰটো টাইপ কৰিব শিকো। |
02:52 | অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। |
02:56 | টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। |
03:01 | ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? |
03:07 | আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। |
03:10 | এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। |
03:13 | এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। |
03:19 | aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। |
03:27 | কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। |
03:35 | টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। |
03:39 | কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। |
03:51 | কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। |
03:58 | টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। |
04:02 | কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। |
04:10 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। |
04:14 | কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। |
04:21 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। |
04:27 | বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। |
04:34 | উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। |
04:39 | ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। |
04:44 | কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। |
04:52 | এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? |
05:00 | লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। |
05:10 | এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। |
05:14 | এই ছৱিখন চাওক। |
05:16 | ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - |
05:21 | কনিষ্ঠ আঙুলি,
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল |
05:27 | কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। |
05:32 | লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। |
05:35 | অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। |
05:38 | মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। |
05:41 | তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। |
05:44 | এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। |
05:49 | লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। |
05:54 | অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। |
05:56 | মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। |
06:00 | তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। |
06:03 | সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। |
06:08 | হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। |
06:14 | বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? |
06:19 | অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। |
06:23 | এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। |
06:29 | এটিয়া টাইপিং আৰম্ভ কৰো আহক। |
06:32 | আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। |
06:39 | এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। |
06:42 | এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। |
06:47 | ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। |
06:53 | ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। |
06:59 | আৰু কেইটামান আখৰ টাউপ কৰো আহক। |
07:02 | এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। |
07:07 | বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। |
07:13 | Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। |
07:17 | Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। |
07:21 | CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। |
07:26 | WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। |
07:31 | Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। |
07:34 | Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। |
07:40 | main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। |
07:45 | আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। |
07:47 | প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। |
07:52 | নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। |
07:59 | টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। |
08:03 | এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। |
08:11 | অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। |
08:13 | basic_lesson_02.xml আৰম্ভ কৰক। |
08:19 | এই পাঠটো অনুশীলন কৰক। |
08:21 | পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। |
08:26 | এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। |
08:30 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। |
08:33 | ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। |
08:36 | ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। |
08:41 | কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে |
08:43 | কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। |
08:46 | online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। |
08:50 | অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। |
08:56 | কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। |
09:00 | National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। |
09:08 | এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। |
09:19 | এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |